Back

★ ভাৰতৰ চলচ্চিত্ৰ - ড॰ ভূপেন হাজৰিকা আঞ্চলিক চৰকাৰী চলচ্চিত্ৰ আৰু দূৰদৰ্শন প্ৰতিষ্ঠান, ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা, অসমৰ চলচ্চিত্ৰ, বান্ধোন, চলচ্চিত্ৰ ..



                                               

ড॰ ভূপেন হাজৰিকা আঞ্চলিক চৰকাৰী চলচ্চিত্ৰ আৰু দূৰদৰ্শন প্ৰতিষ্ঠান

ড॰ ভূপেন হাজৰিকা আঞ্চলিক চৰকাৰী চলচ্চিত্ৰ আৰু দূৰদৰ্শন প্ৰতিষ্ঠান পূৰ্বৰ জ্যোতি চিত্ৰবন চলচ্চিত্ৰ আৰু দূৰদৰ্শন প্ৰশিক্ষণ প্ৰতিষ্ঠান সমগ্ৰ উত্তৰ-পূব ভাৰতৰ একমাত্ৰ চলচ্চিত্ৰ শিক্ষা প্ৰতিষ্ঠান। প্ৰথম অৱস্থাত এই প্ৰতিষ্ঠানটো গুৱাহাটীৰ কাহিলীপাৰাত অৱস্থিত জ্যোতি চিত্ৰবন ফিল্ম ষ্টুডিঅৰ এক অংশ আছিল। জ্যোতি চিত্ৰবন ষ্টুডিঅৰ নামকৰণ কৰা হৈছিল প্ৰথম অসমীয়া চলচ্চিত্ৰ নিৰ্মাতা জ্যোতিপ্ৰসাদ আগৰৱালাৰ স্মৃতিত। ১৯৬৮ চনত এই ষ্টুডিঅ মুকলি কৰা হৈছিল। ১৯৯৯ চনত জ্যোতি চিত্ৰবনত আনুষ্ঠানিক ভাৱে জ্যোতি চিত্ৰবন চলচ্চিত্ৰ আৰু দূৰদৰ্শন প্ৰশিক্ষণ প্ৰতিষ্ঠান বুলি অভিহিত কৰি চলচ্চিত্ৰ আৰু দূৰদৰ্শনৰ সংশ্লিষ্ট বিষয়ৰ শিক ...

                                               

ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা

ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ভাৰতৰ চলচ্চিত্ৰ সম্পৰ্কীয় সৰ্বোচ্চ পুৰস্কাৰ। ১৯৫৪ চনৰ পৰা ভাৰত চৰকাৰে ভাৰতীয় চলচ্চিত্ৰৰ গুণগত মানৰ বিকাশ আৰু প্ৰকাশৰ কাৰণে সৰ্বভাৰতীয় পৰ্যায়ত আৰু ৰাজ্যিক পৰ্যায়ত ‘ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা’ প্ৰৱৰ্তন কৰিবলৈ কয়। এই বঁটাই পাছলৈ ভাৰতীয় চলচ্চিত্ৰৰ ৰাষ্ট্ৰীয় সন্মান হিচাপে চিহ্নিত হ’বলৈ আৰম্ভ কৰে।

                                               

অসমৰ চলচ্চিত্ৰ

অসমৰ চলচ্চিত্ৰই মূলতঃ অসমীয়া ভাষাত নিৰ্মিত চলচ্চিত্ৰসমূহকে বুজায় যদিও অন্য স্থানীয় ভাষা, যেনে- বড়ো, কাৰ্বি আদিত নিৰ্মিত চলচ্চিত্ৰও ইয়াৰ অন্তৰ্গত। বহল অৰ্থত অসম ৰাজ্যৰ পৰা নিৰ্মাণ কৰা সকলো চলচ্চিত্ৰকে অসমৰ চলচ্চিত্ৰ বুলিব পাৰি। ১৯৩৫ চনৰ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ ছবি জয়মতীৰ জৰিয়তেই অসমৰ চলচ্চিত্ৰৰ উদ্যোগে জন্ম লাভ কৰে। তেতিয়াৰে পৰাই বহুতো উত্থান-পতনৰ মাজেৰে ই বৰ্তমানৰ ৰূপ পাইছেহি। বাণিজ্যিকৰ লগতে সমান্তৰাল ধাৰাৰ ছবিও নিৰ্মাণ হৈ আহিছে। সমান্তৰাল ছবিৰ পৰিচালকৰ ভিতৰত ড॰ ভবেন্দ্ৰ নাথ শইকীয়া আৰু জাহ্নু বৰুৱাৰ নাম উল্লেখযোগ্য। যদিও এই উদ্যোগৰ ইতিহাস পুৰণি আৰু বহুসংখ্যক ছবিয়ে ৰাষ্ট্ৰ ...

                                               

বান্ধোন (চলচ্চিত্ৰ)

বান্ধোন ২৬ অক্টোবৰ ২০১২ তাৰিখে মুক্তি লাভ কৰা অসমীয়া ভাষাত নিৰ্মিত এখন চলচ্চিত্ৰ। বোলছবিখনৰ প্ৰযোজনা অসম ৰাজ্যিক চলচ্চিত্ৰ নিগম আৰু পৰিচালক জাহ্নু বৰুৱা।

                                               

পিয়লী ফুকন (চলচ্চিত্ৰ)

পিয়লী ফুকন ১৯৫৫ চনত মুক্তি পোৱা এখন অসমীয়া ভাষাৰ কলা-বগা চলচ্চিত্ৰ। বোলছবিখনৰ পৰিচালনা কৰিছিল ফণী শৰ্মাই। ভাৰতৰ স্বাধীনতা সংগ্ৰামী পিয়লি ফুকনৰ জীৱন আৰু তেওঁৰ দেশপ্ৰেমৰ আখ্যানেৰে ছবিখনৰ কাহিনীটো সমৃদ্ধ হৈছে। উল্লেখযোগ্য যে, পিয়লী ফুকন হৈছে ৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰা প্ৰথমখন চলচ্চিত্ৰ।

                                               

ৰাজা হৰিশ্চন্দ্ৰ (চলচ্চিত্ৰ)

ৰাজা হৰিশ্চন্দ্ৰ হল দাদাচাহেব ফাল্কেৰ দ্বাৰা প্ৰযোজিত তথা পৰিচালিত প্ৰথম ভাৰতীয় পূৰ্ণদৈৰ্ঘ্যৰ নিৰ্বাক চলচ্চিত্ৰ। ১৯১৩ চনত মুক্তিপ্ৰাপ্ত এই চলচ্চিত্ৰখনৰ কাহিনী ভাৰতীয় পৌৰাণিক চৰিত্ৰ ৰজা হৰিশ্চন্দ্ৰৰ জীৱনৰ ওপৰত ভিত্তি কৰি নিৰ্মাণ কৰা হৈছে।

                                               

চলচ্চিত্ৰ

চলচ্চিত্ৰ বা বোলছবি বা চমুকৈ অকল ছবি, মূলতঃ স্থিৰ চিত্ৰৰ এটা ক্ৰম, যাক এটা বিশেষ প্ৰক্ৰিয়াৰে দৰ্শন কৰিলে গতিশীল ছবি দেখা যায়। বিশেষ সঁজুলিৰে গতিশীল বস্তু এটাৰ গতিৰ ক্ৰমিক স্থিৰচিত্ৰ তুলি, বা এখন এখনকৈ ছবি আকিও চলচ্চিত্ৰ নিৰ্মাণ কৰিব পাৰি। ইয়াৰ প্ৰথম বিধ প্ৰক্ৰিয়াৰে নিৰ্মাণ কৰা ছবিক জীৱন্ত গতিৰ ছবি আৰু দ্বিতীয় বিধ প্ৰক্ৰিয়াক এনিমেছন বোলা হয়। অৱশ্যে এনিমেছনত এখন এখনকৈ ছবি অঁকাৰ বাহিৰেও অন্যান্য প্ৰক্ৰিয়াৰেও স্থিৰচিত্ৰৰ ক্ৰমটো নিৰ্মাণ কৰিব পাৰি। বৰ্তমান চলচ্চিত্ৰ নিৰ্মাণ একেসময়তে এটা শিল্প আৰু উদ্যোগ। এটা জাতি/যুগ বা প্ৰজন্মই চলচ্চিত্ৰক নিজা বৈশিষ্টপূৰ্ণ ৰূপত তুলি ধৰে আৰু চলচ্চিত্ৰয় ...

                                               

বৰ্ফি! (চলচ্চিত্ৰ ২০১২)

বৰ্ফি! অনুৰাগ বসু লিখিত আৰু পৰিচালিত ২০১২ চনত মুক্তি পোৱা এখন ৰোমাণ্টিক হাস্যৰসধৰ্মী চলচ্চিত্ৰ। বৰ্ফি নামৰ বোবা আৰু কলা এজন ল’ৰা আৰু তেওঁৰ দুজনী ছোৱালীৰ সৈতে সম্পৰ্কক লৈ চলচ্চিত্ৰ খনৰ কাহিনী ভাগ, ছোৱালী দুজনীৰে এজনী অ’টিজিমত আক্ৰান্ত । চলচ্চিত্ৰ খনৰ পটভূমি কলকাতা আৰু দাৰ্জিলিং। মুখ্য অভিনেতা অভিনেত্ৰী সকল হৈছে ৰণবীৰ কাপুৰ, প্ৰিয়ংকা চোপ্ৰা আৰু ইলিয়ানা ডিক্ৰুজ। ভাৰতৰ ১৩০০টা ছবি ঘৰত ২০১২ চনৰ ১৪ ছেপ্টেম্বৰত মুক্তি পোৱা ছবিখনৰ বাজেট আছিল ₹৩০ কোটি। অনুৰাগ বসুৱে পাছত ঘোষণা কৰে যে ছবি খনৰ এটা ইংৰাজী সংস্কৰণ মুক্তি দিয়াৰো তেওঁৰ পৰিকল্পনা আছে। ইতিমধ্যে চলচ্চিত্ৰ খনক ২০১৩ চনৰ ফেব্ৰুৱাৰীত হ’ব লগা অ ...

                                               

জয়মতী (১৯৩৫ চলচ্চিত্ৰ)

জয়মতী, ১৯৩৫ চনত মুক্তি পোৱা, প্ৰথমখন অসমীয়া কথাছবি। লক্ষ্মীনাথ বেজবৰুৱাৰ ১৭ শতিকাৰ অসমৰ সতী জয়মতী নাটকৰ ওপৰত ভিত্তি কৰি, জ্যোতিপ্ৰসাদ আগৰৱালাএই ছবিখন প্ৰযোজনা আৰু পৰিচালনা কৰিছিল। আইদেউ সন্দিকৈয়ে এই ছবিত মূল নায়িকাৰ চৰিত্ৰত অভিনয় কৰিছিল। ১৯৩৩ চনত ছবিখনৰ কাম আৰম্ভ কৰা হয় আৰু মুক্তি দিয়া হয় ১৯৩৫ চনত। এই ছবিৰ মূল ছুটিং ভোলাগুৰি চাহবাগিচাত জ্যোতিপ্ৰসাদে সজাই লোৱা চিত্ৰবন ষ্টুডিঅত কৰা হৈছিল। ১৯৩৫ চনত চিত্ৰলেখা মুভিটোনৰ বেনাৰত এই ছবিখন মুক্তি দিয়া হয়। এতিয়া আংশিক ভাৱেহে পোৱা এই ছবিখন ভাৰতৰ তৃত্বীয়খন সবাক ছবি (আৰু প্ৰথমখন ৰাজনৈতিক আৰু বাস্তৱবাদী ধাৰাৰ ছবি বুলি অভিহিত কৰিব কৰা হৈছে। ছ ...

                                               

ৰুণুমী (চলচ্চিত্ৰ)

ৰুণুমী অসমীয়া ভাষাত নিৰ্মিত নৱমখন অসমীয়া চলচ্চিত্ৰ। এই চলচ্চিত্ৰখন সুৰেশ চন্দ্ৰ গোস্বামীয়ে পৰিচালনা কৰিছিল আৰু ১৯৫২ চনত মুক্তিলাভ কৰিছিল। চলচ্চিত্ৰখন হেনৰিক ইবছেনৰ ৰচিত নাটক "দা ৱাৰিয়ৰ্ছ এট হেলগেলেণ্ড"ওপৰত ভিত্তি কৰি নিৰ্মাণ কৰা হৈছিল। জয়মতী চলচ্চিত্ৰৰ পাছত এইখন দ্বিতীয় অসমীয়া চলচ্চিত্ৰ যিখন ষ্টুডিঅ’ৰ বাহিৰত চিত্ৰগ্ৰহণ কৰা হৈছিল। চলচ্চিত্ৰখনত মুখ্য চৰিত্ৰসমূহত কনকলতা শ‍ইকীয়া, নেয়ীমুদ্দিন আহমেদ, সুৰেশ গোস্বামী, ইন্দ্ৰেশ্বৰ বৰঠাকুৰ, হিৰণ্ময়ী দেৱী আদিয়ে অভিনয় কৰিছিল। চলচ্চিত্ৰখনৰ চিত্ৰগ্ৰহণ ঠাই আছিল অসম আৰু নাগালেণ্ড ।

                                               

সন্ধ্যাৰাগ (চলচ্চিত্ৰ)

সন্ধ্যাৰাগ ১৯৭৭ চনত মুক্তি লাভ কৰা এখন কলা-বগা অসমীয়া চলচ্চিত্ৰ। এইখন ড° ভবেন্দ্ৰ নাথ শইকীয়া পৰিচালিত প্ৰথম ছবি। বানপ্ৰস্থ শীৰ্ষক এটি গল্পৰ আধাৰত ছবিখনৰ আধাৰত চিত্ৰনাট্য আৰু সংলাপ তেখেতে নিজেই ৰচনা কৰিছে।

                                               

মণিৰাম দেৱান (চলচ্চিত্ৰ)

১৯৬৪ চনৰ ১০ জানুৱাৰীত মুক্তি পাইছিল মণিৰাম দেৱান নামৰ বুৰঞ্জীমূলক অসমীয়া চলচ্চিত্ৰখনে। পৰিচালনাত আছিল সৰ্বেশ্বৰ চক্ৰৱৰ্তী। নাম ভূমিকাত অভিনয় কৰিছিল ফণী শৰ্মাই। ছবিখনৰ নিৰ্মাণত খৰচ হৈছিল ২,০৫,০০০ টকা। চৌধুৰী চলচ্চিত্ৰ প্ৰতিষ্ঠানৰ হৈ অপূৰ্ব চৌধুৰীয়ে চলচ্চিত্ৰখন প্ৰযোজনা কৰিছিল।

                                               

আৰআৰআৰ (চলচ্চিত্ৰ)

আৰআৰআৰ হৈছে এছ ৰাজমৌলীৰ দ্বাৰা ৰচিত আৰু পৰিচালিত এখন মুক্তি পাবলগীয়া তেলেগু ভাষাৰ চলচ্চিত্ৰ। ইয়াত এন টি ৰামা ৰাও জুনিয়ৰ, ৰাম চৰণ তেজা, আলিয়া ভট্ট আৰু অলিভিয়া মৰিছ আছে। ই ভাৰতৰ স্বাধীনতা সংগ্ৰামী আলুৰি সিতাৰাম ৰাজু আৰু কোমাৰাম ভীমৰ বিষয়ে এক কাল্পনিক কাহিনী যি ক্ৰমে হায়দৰাবাদৰ ব্ৰিটিছ ৰাজ আৰু নিজামৰ বিৰুদ্ধে যুদ্ধ কৰিছিল। চিনেমাখন ২০২১ চনৰ ১৩ অক্টোবৰত হিন্দী, কন্নড়, মালয়ালম আৰু তামিল ভাষাত মুক্তি পাব।

                                               

ওড়িশাৰ চলচ্চিত্ৰ

ৰচনা ব্যানাৰ্জী. অৰ্চিতা সাহু. ৰিয়া দে. অপৰাজিতা মহান্তি. তন্দ্ৰা ৰয়. বৰ্ষা প্ৰিয়দৰ্শিনী.

                                               

পৰজানিয়া (২০০৭ চলচ্চিত্ৰ)

পৰজানিয়া ৰাহুল ধোলাকিয়াৰদ্বাৰা পৰিচালিত ২০০৭ চনৰ এক ভাৰতীয় নাট্যধৰ্মী ছবি। ইয়াৰ ৰচনা ক্ৰমে ধোলাকিয়া আৰু ডেভিদ এন. ডনিহোৰ। নাছিৰুদ্দিন শ্বাহ আৰু চাৰিকাই মুখ্য ভূমিকা পালন কৰা এই ছবিখন সহশিল্পী হিচাপে আছিল কৰিন নেমেক আৰু ৰাজ জোৎসী। ৭ লাখ আমেৰিকান ডলাৰ বাজেটৰ চলচ্চিত্ৰখনৰ চিত্ৰগ্ৰহণ কৰা হৈছিল আহমদাবাদ আৰু হায়দৰাবাদত। ২০০২ চনত গুজৰাটৰ সাম্প্ৰদায়িক সংঘৰ্ষৰ সময়ত ২৮ ফেব্ৰুৱাৰীত গুলবাৰ্গ সমিতি হত্যাকাণ্ডত, যত ৬৯জন লোক নিহত হৈছিল, নিখোজ হোৱা এটি দহ বছৰীয়া পাৰ্চী লৰা, আজহাৰ মোডীৰ কাহিনীৰদ্বাৰা ছবিখন অনুপ্ৰানিত, যাক ছবিখনত পৰজান পিঠাৱালাৰূপে চিত্ৰায়িত কৰা হৈছে। ছবিখনে পিঠাৱালা পৰিয়ালে তেওঁ ...

                                               

য়শ ৰাজ ফিল্মছ

পোনপ্ৰথমে য়শ চোপ্ৰাই তেওঁৰ ভাতৃ বি আৰ চোপ্ৰাৰ প্ৰযোজনা সংস্থা, বি আৰ ফিল্মছৰ অধীনত ৫ খনকৈ সফল বোলছবি পৰিচালনা কৰিছিল আৰু পৰিচালক হিচাপে থকা তেওঁৰ দক্ষতা প্ৰতিপন্ন হৈছিল। কিন্তু তেওঁ নিজে প্ৰতিষ্ঠা কৰা বেনাৰৰ অধীনত নিৰ্মাণ কৰা ৫০ খনৰো অধিক বোলছবি হৈছে তেওঁৰ সবাতোকৈ শ্ৰেষ্ঠ ছবিসমূহৰ অন্যতম। তাৰে ভিতৰত তেওঁ ১৩খন নিজে পৰিচালনা কৰিছে। য়শ ৰাজ ফিল্মছৰ দ্বাৰা প্ৰযোজিত বোলছবিসমূহ গুণগত মানদণ্ডসম্পন্ন।

                                               

সমান্তৰাল চলচ্চিত্ৰ

সমান্তৰাল চলচ্চিত্ৰ হৈছে ভাৰতীয় চলচ্চিত্ৰত আৰম্ভ হোৱা একপ্ৰকাৰৰ চলচ্চিত্ৰ বিপ্লৱ। ১৯৫০ চনত পশ্চিমবংগত আৰম্ভ হোৱা সমান্তৰাল চলচ্চিত্ৰৰ এই ধাৰাটোক মূলঃসূঁ‌তিৰ ব্যৱসায়িক ভাৰতীয় চলচ্চিত্ৰৰ এক বিকল্প বুলিও কব পাৰি। ফৰাচী নৱ ঢৌ আৰু জাপানীজ নৱ ঢৌৰ ঠিক আগে আগে সৃষ্টি হোৱা সমান্তৰাল চলচ্চিত্ৰৰ এই ধাৰণাটো মূলতঃ ইটালিয়ান নিঅৰিয়েলিজ্মৰ পৰা অনুপ্ৰাণিত হৈছিল। সমান্তৰাল চলচ্চিত্ৰক ১৯৬০ চনত আৰম্ভ হোৱা ভাৰতীয় নৱ ঢৌৰ এক অগ্ৰদূত বুলিও কোৱা হয়। প্ৰথমে বঙালী চলচ্চিত্ৰৰে আৰম্ভ হোৱা এই ধাৰা পাছলৈ ভাৰতীয় চলচ্চিত্ৰ উদ্যোগ আৰু বাংলাদেশী চলচ্চিত্ৰ উদ্যোগলৈ বিয়পি পৰিছিল। সত্যজিৎ ৰায়, মৃণাল সেন,ঋত্বিক ঘটক, ত ...

                                               

ৰজনীকান্ত অভিনীত চলচ্চিত্ৰসমূহ

ৰজনীকান্তে ভাৰতৰ কেইবাটাও আঞ্চলিক ভাষাৰ চলচ্চিত্ৰ উদ্যোগত অভিনয় কৰাৰ উপৰিও আমেৰিকা যুক্তৰাষ্ট্ৰকে ধৰি অন্য দেশৰো চলচ্চিত্ৰত অভিনয় কৰিছে। এই তালিকাত তেওঁ অভিনীত চলচ্চিত্ৰসমূহ তালিকাভূক্ত কৰা হৈছে।

                                     

★ ভাৰতৰ চলচ্চিত্ৰ

  • এছ য আৰ প ৰ বৰ ছ ভ য ট স ঘত ভ ৰত য চলচ চ ত ৰৰ গ ণগ ৰ হ দৰ শক আছ চলচ চ ত ৰ ভ ৰতৰ এক অত জনপ ৰ য ম ধ যম দ শখনত বছৰ ব ভ ন ন ভ ষ ত এহ জ ৰতক য অধ ক
  • চ ত ৰবন চলচ চ ত ৰ আৰ দ ৰদৰ শন প ৰশ ক ষণ প ৰত ষ ঠ ন সমগ ৰ উত তৰ - প ব ভ ৰতৰ একম ত ৰ চলচ চ ত ৰ শ ক ষ প ৰত ষ ঠ ন প ৰথম অৱস থ ত এই প ৰত ষ ঠ নট গ ৱ হ ট ৰ ক হ ল প ৰ ত
  • ৰ ষ ট ৰ য চলচ চ ত ৰ ব ট ই ৰ জ National Film Awards ভ ৰতৰ চলচ চ ত ৰ সম পৰ ক য সৰ ব চ চ প ৰস ক ৰ চনৰ পৰ ভ ৰত চৰক ৰ ভ ৰত য চলচ চ ত ৰৰ গ ণগত
  • অন তৰ গত বহল অৰ থত অসম ৰ জ যৰ পৰ ন ৰ ম ণ কৰ সকল চলচ চ ত ৰক অসমৰ চলচ চ ত ৰ ব ল ব প ৰ চনৰ ৰ পক ৱৰ জ য ত প ৰস দ আগৰৱ ল ৰ ছব জয মত ৰ জৰ য ত ই
  • ত ৰ খ ম ক ত ল ভ কৰ অসম য ভ ষ ত ন ৰ ম ত এখন চলচ চ ত ৰ ব লছব খনৰ প ৰয জন অসম ৰ জ য ক চলচ চ ত ৰ ন গম ব ত ত আৰ উন নয ন আৰ পৰ চ লক জ হ ন বৰ ৱ
  • চনত ম ক ত প ৱ এখন অসম য ভ ষ ৰ ক ল - বগ চলচ চ ত ৰ ব লছব খনৰ পৰ চ লন কৰ ছ ল ফণ শৰ ম ই ভ ৰতৰ স ব ধ নত স গ ৰ ম প য ল ফ কনৰ জ ৱন আৰ ত ও ৰ দ শপ ৰ মৰ
  • দ দ চ হ ব ট ৰ ণ ৰ চলচ চ ত ৰ শ ৰ প ণ ডল ক চনৰ ম ত ম ক ত ল ভ কৰ ছ ল স ইক ৰণ ৰ জ হৰ শ চন দ ৰ চলচ চ ত ৰখন ভ ৰতৰ প ৰথম চলচ চ ত ৰ হ চ ব গণ য কৰ ৰ
  • চলচ চ ত ৰ ব ব লছব ব চম ক অকল ছব ই ৰ জ Cinema ব Film ম লত স থ ৰ চ ত ৰৰ এট ক ৰম, য ক এট ব শ ষ প ৰক ৰ য ৰ দৰ শন কৰ ল গত শ ল ছব দ খ য য
  • অ ট ষ ট ক চলচ চ ত ৰ খনৰ পটভ ম কলক ত আৰ দ ৰ জ ল ম খ য অভ ন ত অভ ন ত ৰ সকল হ ছ ৰণব ৰ ক প ৰ, প ৰ য ক চ প ৰ আৰ ইল য ন ড ক ৰ জ ভ ৰতৰ ট ছব
  • জ য ত প ৰস দ ম হৰ ব ব ইউ. এফ. এ. ষ ট ড অ ত Universum Film AG Studio চলচ চ ত ৰ ন ৰ ম ণৰ কল - ক শল শ ক লয অসমল আহ ত ও ন জৰ ছব ৰ ব ব জয মত ৰ ক হ ন ট
                                     
  • গ স ব ম ৰ ন ত চলচ চ ত ৰ সম ল চক উৎপল বৰপ জ ৰ য ছব খনৰ উদ ধ ৰৰ ব ব ম ম ব ই স থ ত ব শ ষজ ঞৰ লগত পৰ মৰ শ কৰ ভ ৰতৰ ৰ ষ ট ৰ য চলচ চ ত ৰ স গ ৰ হ লয NFAI
  • চনত চ ন ন ইত অন ষ ঠ ত ভ ৰতৰ আন তৰ ষ ট ৰ য চলচ চ ত ৰ মহ ৎসৱত ত ত য ফ ল ম ৎসৱ প ৰদৰ শ ত চ ক স ল ভ ক য ৰ ক ৰ ভই ভ ৰ চলচ চ ত ৰ মহ ৎসৱল ন ৰ ব চ ত
  • অভ নয কৰ ছ ল ফণ শৰ ম ই ছব খনৰ ন ৰ ম ণত খৰচ হ ছ ল টক চ ধ ৰ চলচ চ ত ৰ প ৰত ষ ঠ ন ৰ হ অপ ৰ ব চ ধ ৰ য চলচ চ ত ৰখন প ৰয জন কৰ ছ ল চনত
  • অসম য চলচ চ ত ৰ প ৰয জক শ লধৰ বৰ ৱ আৰ ম খ য ভ ম ক ত অভ নয কৰ মলয গ স ব ম য চলচ চ ত ৰখন দ ব ত য শ ৰ ষ ঠ ব লছব ৰ ৰ ষ ট ৰ য চলচ চ ত ৰ ব ট ল ভ
  • আছ ল ভ ৰতৰ প ৰ ক - স ব ধ নত য গৰ এজন অভ ন ত চলচ চ ত ৰ পৰ চ লক আৰ চ ত ৰন ট য ল খক অসমৰ গ ৰ প ৰত জন ম ল ভ কৰ বৰ ৱ ই ব ল আৰ হ ন দ চলচ চ ত ৰ উদ য গত
  • ই ৰ জ Moloya Goswami অসমৰ পৰ চলচ চ ত ৰ জগতত অভ নয কৰ ৰ ষ ট ৰ য প ৰ ক ষ পটত স ন ম অৰ জন কৰ উত তৰ প ব ভ ৰতৰ সৰ বপ ৰথম অভ ন ত ৰ ত খ ত জ হ ন
  • অন ন দ ত প ল এগৰ ক অসম য কণ ঠশ ল প ত ও বহ ক ইখন অসম য চলচ চ ত ৰ আৰ বহ ক ইট অসম য শ ৰব য এলব মত কণ ঠদ ন কৰ ছ দ নবন ধ চলচ চ ত ৰৰ ক ৰ এজ ক
  • দ ন - ভ ৰতৰ ব ম ব ইত প ৰথম য ত ৰ ব হ ৰ ল চল চল আৰম ভ হয - উইলব ৰ ৰ ইট, উৰ জ হ জৰ আৱ ষ ক ৰক - চ ৰ ল চ পল ন, ই ৰ জ চলচ চ ত ৰ অভ ন ত
  • অহ ৰ পথত জ ৰ ম ন ত ত খ ত স ত ম হৰ ব ব চলচ চ ত ৰ ন ৰ ম ণৰ প ৰশ ক ষণ লয ঘৰল উভত আহ জ য ত প ৰস দ আগৰৱ ল ভ ৰতৰ স ব ধ নত আন দ লনত জ প য ই পৰ আৰ
                                     
  • চনৰ আজ ৰ দ নট ত অসম য চলচ চ ত ৰ জগতৰ জনপ ৰ য অভ ন ত ৰ জ ৰ ফ ৱ হ দৰ জন ম হ ছ ল চনৰ আজ ৰ দ নট ত ভ ৰতৰ এজন হ ন দ য গ আৰ আধ য ত ম ক
  • সম ন তৰ ল চলচ চ ত ৰ ই ৰ জ Parallel cinema হ ছ ভ ৰত য চলচ চ ত ৰত আৰম ভ হ ৱ একপ ৰক ৰৰ চলচ চ ত ৰ ব প লৱ চনত পশ চ মব গত আৰম ভ হ ৱ সম ন তৰ ল চলচ চ ত ৰৰ
  • ল ইজ জয ব ৰ উন ৰ জন ম হ ছ ল চনৰ আজ ৰ দ নট ত ব শ ষ ট অসম য চলচ চ ত ৰ পৰ চ লক ন প বৰ ৱ ই ইহস স ৰ ত য গ কৰ স ম ত ৰ পৰশৰ য গ দ অসম য ব লছব
  • দ নট ত ভ ৰত য চলচ চ ত ৰ জগতৰ শক ত শ ল অভ ন ত সঞ জ ৱ ক ম ৰৰ ম ত য হয অভ নয জ ৱনত খন ছব ত অভ নয কৰ সঞ জ ৱ ক ম ৰ চলচ চ ত ৰ জগতত এক অনন য অভ ল খ
  • উৎপল বৰপ জ ৰ এগৰ ক ৰ ষ ট ৰ য চলচ চ ত ৰ ব ট ব জয চলচ চ ত ৰ সম ল চক আৰ পৰ চ লক ত ও ৰ প ৰথমখন প ৰ ণদ ৰ ঘ যৰ চলচ চ ত ৰ ঈশ ব য অসম য ভ ষ ৰ শ ৰ ষ ঠ
  • কৰ এখন অসম য চলচ চ ত ৰ উৎপল ক ম ৰ দ স প ৰয জন কৰ ব লছব খন পৰ চ লন কৰ সঞ জ ৱ সভ পণ ড ত তম ভ ৰতৰ আন ত ৰ ষ ট ৰ য চলচ চ ত ৰ মহ ৎসৱ, গ ৱ ৰ ভ ৰত য
  • অসম তথ ভ ৰতৰ এগৰ ক গ য ক, স ৰক ৰ, গ ত ক ৰ আৰ স গ ত পৰ চ লক আছ ল তদ পৰ ত খ ত আছ ল এগৰ ক চ ত ৰকৰ, ল খক, ব শ বব দ য লয ৰ শ ক ষক, চলচ চ ত ৰ পৰ চ লক
  • ৰত ন ভ ৰতৰ সৰ ব চ চ অস মৰ ক সন ম ন স হ ত য, কল ব জ ঞ ন, সম জস ৱ আদ ক ষ ত ৰত ব শ ষ ট স ৱ আগবঢ ৱ ব যক ত ক এই সন ম ন প ৰদ ন কৰ হয ক ৱল ভ ৰতৰ ব যক ত ক
  • অভ ন ত ৰ বৰষ ৰ ণ ব ষয ৰ জন ম হ ছ ল চনৰ আজ ৰ দ নট ত ভ ৰতৰ এগৰ ক ব শ ষ ট চলচ চ ত ৰ পৰ চ লক, প ৰয জক মহ শ ভট টৰ জন ম হ ছ ল আজ ৰ দ নট ত ৰ গণ
                                     
  • ষ টকহ মত এল আভৰ মৰ জন ম হ ছ ল ত খ ত ভ ৰতৰ ম ম ব ইত বসব স কৰ এগৰ জ চ ইড ছ গ ৰ ক অভ ন ত ৰ ত ও ভ ৰত য চলচ চ ত ৰ উদ য গৰ লগত জড ত আৰ ম ক ভ ইৰ ছ ন মৰ
  • স গ ত জগতৰ এগৰ ক জনপ ৰ য গ য ক ত খ ত বৰ তম নল বহ ক ইখন অসম য চলচ চ ত ৰ আৰ এলব মত ক ইব ট ও জনপ ৰ য গ ত গ ইছ ত ও আধ ন ক গ ত, ক মৰ প য ল কগ ত

Users also searched:

ড॰ ভূপেন হাজৰিকা আঞ্চলিক চৰকাৰী চলচ্চিত্ৰ আৰু দূৰদৰ্শন প্ৰতিষ্ঠান, কলঞচপৰ, অসমৰ, চলচচতৰ, ঐতহ, আঞচলক, হজৰ, থপত, পৰবতয, ভসকৰয, কৰতসতমভ, পখৰ, কৰতচহন, শৱসগৰ, পৰতষঠন, অসমৰকৰতচহন, আহমগৰভসকৰয, শৱসগৰপখৰ, দপৰবতয, অসমৰথপতভসকৰয, শৱসগৰজলকৰতচহন, আহম, চৰক, দৰদৰশন, ডভহজৰআঞচলকচৰকচলচচতৰআৰদৰদৰশনপৰতষঠন, অসমৰঐতহকৰতসতমভ, অসমৰ চলচ্চিত্ৰ, অসময, চলচচতৰৰ, পৰথম,

...

Encyclopedic dictionary

Translation

শিৱসাগৰ পুখুৰী.

1 page 19 October.P65 Dainik Agradoot. ১ খাৰ ঘৰ, পানবাৰী, ধুবুৰী জিলা: ধুবুৰী জিলাৰ পানবাৰীত থকা খাৰঘৰটো বৰ্তমান ধ্বংসপ্ৰাপ্ত অৱস্থাত আছে। আহোমৰ লগত মোগলৰ যুদ্ধৰ সময়তে ইয়াকে সজোৱা হৈছিল। ​২ পানবাৰীৰ. কলঞ্চুপাৰ. কুইজ Vikaspedia. হিৰা আৰু সোণৰ পাউদাৰেৰে তৈয়াৰ হোৱা চাবোনেৰে গা ধুব বিচাৰে নেকি? এগৰাকী নিপুন শিক্ষকৰ হাতত প্ৰাণ পাই উঠিছে ড° ভূপেন হাজৰিকাৰ মৃন্ময় প্ৰতিমূৰ্তি ৬ শিক্ষক আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এজন মিছলীয়া হিমন্ত বিশ্ব শৰ্মা AICC ৰ সম্পাদক ভূপেন বৰা কুজুৰ কা বিৰোধী আন্দোলনৰ বাবে থিয়েটাৰ আৰু চলচ্চিত্ৰ জগতৰ যথেষ্ট ক্ষতি হৈছেঃ যতীন বৰা ২০১৩. আহোম যুগৰ ভাস্কৰ্য. প্ৰবন্ধ নিবন্ধ Archives যাত্ৰা JAATRA. বেইজিং, ১ আগষ্ট ও কমিউনিষ্ট দেশ চীনে কৰাৰ উদ্দেশ্যে চৰকাৰে জাৰি কৰা এই। সুধাকণ্ঠ ড​° ভূপেন হাজৰিকা আৰু তেওঁৰ সম আছে, সেয়া আকৌ এবাৰ ২০১৭ৰ ২৮ ফেব্ৰুৱাৰীত অসম যে যেতিয়াই এইসমূহ প্ৰতিষ্ঠানৰ সেৱাপীঠ নামৰ হাজৰিকা আঞ্চলিক চৰকাৰী চলচ্চিত্ৰ আৰু দূৰদৰ্শন পাৰদৰ্শিতাই মায়ানগৰীত তিষ্ঠি.





অসমৰ সাধাৰণ জ্ঞান 2020.

অসমৰ বোলছৱি জগতৰ এটি সুখবৰ, আহি আছে. আমি চাৰেণ্ডাৰ কৰিলোঁ, মুখ্যমন্ত্ৰী মহোদয় আপুনি উদ্ধাৰ কৰক অন্যথা অসমীয়া চলচ্চিত্ৰ উদ্যোগ ধ্বংস হৈ যাব চলচ্চিত্ৰ গৃহ মালিক সন্থা. The HorizonFriday,December 25.20200 কমেন্ট. কৰনা. অসমীয়া চিনেমা. অসমীয়া চলচ্চিত্ৰৰ গতিধাৰা. অসমীয়া চলচ্চিত্ৰৰ আৰম্ভণিয়েই সাংগীতিক। প্ৰথমখন অসমীয়া চলচ্চিত্ৰ ​জয়মতীতেই সৰু ডাঙৰ মিলি প্ৰায় এক ডজন গীত​। আজিও সকলোৰে মুখে মুখে সেই গীতবোৰ – ​লুইতৰে.


অসমতো বিবাহ বান্ধোনৰ বাবে Headline8.

এই উৎসৱৰ কাৰ্যসূচী অনুসৰি ২৭ ফেব্ৰুৱাৰীত দিনৰ ১১ বজাত আসম ৰাজ্যিক চলচ্চিত্ৰ বিত্ত আৰু উন্নয়ন নিগম লিমিটেডৰ প্ৰযোজনাত জাহ্নু বৰুৱাৰ পৰিচালনাৰে বান্ধোন. দৰ্শকৰ সেৰেঙা উপস্থিতিৰে সামৰণি. বান্ধোন টানি টানি আটিলকৈ বান্ধিলা। শোনিত কুঁৱৰী, কাৰেঙৰ লিগিৰী লভিতা, নিমাতী কইনা তোমাৰেই নাটক, জয়মতী প্ৰথম অসমীয়া বোলছবি অসমীয়া চলচ্চিত্ৰৰ মহান জনক।. যাত্ৰা JAATRA. যোৱা ২০১৪ বৰ্ষত মুক্তি পোৱা ষ্টিফেনৰ জীৱনভিত্তিক চলচ্চিত্ৰ দ্য থিয়ৰি অৱ মাজতো আশাৰ ৰেঙণিৰে জীয়াই থকাৰ প্ৰেৰণা দিছিল, সেই প্ৰেমৰ বান্ধোন চিৰস্থায়ী নহল।.





বিশ্ব কুইজ.

পপকৰ্ন, ছুইংগাম, ষ্টিকাৰ, চকলেট. ভাৰতত সবাক চলচ্চিত্ৰৰ প্ৰথম প্ৰদৰ্শন ……….​. ১৮৯৯ সত্যবাদী ৰাজা হৰিশ্চন্দ্ৰ। ভাৰতৰ. খেল কুইজ. 1 page 31 October.P65 Dainik Agradoot. সিখাৰ বতাহ পানী গাভৰু বৰদৈ প্রয়াত হৰিশ্চন্দ্ৰ কছাৰী আৰু প্রয়াত মাধৰাম তাহানিৰ চিদলী এষ্টেটৰ জমিদাৰ ৰাজা হিচাপে কমিটীখনে অঞ্চলৰ জাতি বর্ণ যােগেদি ১৯৫৯ত চলচ্চিত্ৰত অভিষেক ঘটাইছিল বাংলা ছবিৰ মহানায়ক উত্তম কুমাৰৰ জনপ্রিয়তাৰ.


অসমীয়া চিনেমাৰ নাম.

অসমীয়া চলচ্চিত্ৰৰ কিছু তথ্য. প্ৰসিদ্ধ চলচ্চিত্ৰ পৰিচালক জাহ্নু বৰুৱা আৰু বিশিষ্ট অভিনেতা অৰুণ নাথ ক ২০১৯ আৰু ২০২০ বৰ্ষৰ ৰূপকাৰ বঁটা প্ৰদান কৰা হৈছে। এই বঁটা প্ৰদান অনুষ্ঠানৰ মুখ্য অতিথি. অসমীয়া চলচ্চিত্ৰ. The Inside Story Headline 8. ৬৬ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা,শ্ৰেষ্ঠ অসমীয়া ছবিৰ সন্মান ৰীমা দাসৰ বুলবুল কেন ছিঙলৈ. শ্ৰেষ্ঠ হিন্দী ছবিৰ সন্মান আন্ধাধুন ছবিলৈ. News18 Assam August 9​,.


অসমৰ লোকনাট্য গ্ৰন্থখন কাৰ ৰচনা.

Class 12 Assamese Chapter 7 অসমীয়া Dev Library. অসমীয়া চলচ্চিত্ৰৰ গতিধাৰা দ্বাদশ শ্ৰেণীৰ অসমীয়া পাঠ্যপুথি সাহিত্য সৌৰভৰ উত্তৰঃ ভৱেন্দ্রনাথ শইকীয়াই পৰিচালনা কৰা তিনিখন কথাছবিৰ নাম হল সন্ধ্যাৰাগ,. অসমৰ নাট্যমঞ্চ. অসমীয়া চলচ্চিত্ৰৰ গতিধাৰা. চলচ্চিত্রঃসন্ধ্যাৰাগ, অনির্বাণ, ​অগ্নিস্নান, কোলাহল, সাৰথি, আৱর্তন, ইতিহাস. কালসন্ধ্যা হিন্দী । এইদৰে অসমীয়া সাহিত্যক বিভিন্ন দিশৰ পৰা সমৃদ্ধ কৰি ২০০৩ চনৰ আগষ্ট.





স্বৰ্ণিল স্বাক্ষৰ কুঁইজ - Swarnil.

পােঃ অঃ আছাম ট্রিবিউন, মণিৰাম দেৱান পথ, চানমাৰি, গুৱাহাটী ৭৮১০০৩ত মুদ্রিত আৰু প্রকাশিত। লুবিৎছৰ অন্য এখন বিখ্যাত চলচ্চিত্র দ্য ছপ লুবিছৰ চলচ্চিত্ৰ আৰু নাই​।. কুইজ Vikaspedia. ১৫ ফুলন দেৱীৰ জীৱনৰ ওপৰত নিৰ্মান কৰা হিন্দী চলচ্চিত্ৰ খনৰ নাম কি? উত্তৰঃ বেন্দিট উত্তৰঃ মণিৰাম দেৱান আছিল আৰু চিনামৰা বাগিছা প্ৰতিষ্ঠা কৰিছিল। ১৮ মাউন্ট. The Inside Story Headline 8. মহানগৰীৰ মণিৰাম দেৱান ট্ৰেড চেন্টাৰ ৰূপান্তৰিত হল কভিড ১৯ হাস্পতাললৈ ৷ ৮০০ খন​. Taitho projokti m. মণিৰাম দেৱান। প্রধান প্রশ্ন অসমীয়া চলচ্চিত্ৰৰ প্রথম লংপ্লেয়ি ৰেকৰ্ড? উত্তৰ​.


ভাৰতৰ ভূগোল.

অনুবাদ পৃষ্ঠা বিন্যাস – অভিধান. এক শোকাৱহ দুৰ্ঘটনা সংঘটিত হৈছে ওড়িশাৰ ৰুড়কেলাৰ ষ্টীল প্লাণ্টত। বিষাক্ত গেছ নিৰ্গত হৈ ৪জন শ্ৰমিকে প্ৰাণ হেৰুৱাৰ লগতে গুৰুতৰভাৱে আহত হৈছে আন ৬জনকৈ শ্ৰমিক।. ভাৰত কুইজ. Mann Ki Baat Live PM Shri Narendra Modi Radio Program Today. ৬৬ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা,শ্ৰেষ্ঠ অসমীয়া ছবিৰ সন্মান ৰীমা ওড়িশাৰ বালাচোৰৰ পৰা লোকসভালৈ নিৰ্বাচিত হৈছে বিজেপিৰ প্ৰতাপ চন্দ্ৰ সাৰংগী।.





চলচ্চিত্ৰ আৰু সাহিত্য.

সংৰক্ষিত পূৰাতাত্ত্বিক স্থান আৰু. তিনিচুকীয়া এফালে কৰোনাৰ সন্ত্ৰাস আৰু আনফালে বিগত চাৰি দিন ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ ফলত হাঁহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে সমগ্ৰ ৰাজ্য। সমান্তৰাল ভাৱে. প্ৰথম অসমীয়া বোলছবি নিৰ্মাতা কোন. হাজোৰ খবৰ HAJOR Khabar, Hajo,Kamrup Rural, Assam. আমাৰ বিশ্বব্ৰহ্মাণ্ড, সমান্তৰাল বিশ্বব্ৰহ্মাণ্ডবোৰ বা বহুবিশ্ব ১৭ প্ৰশ্ন অসমৰ প্ৰথম চলচ্চিত্ৰ ষ্টুডিঅটোৰ নাম কি? ৪৩ প্ৰশ্ন ২০০৪ চনৰ ৫১ তম্‌ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰা শ্ৰেষ্ঠ মনোৰঞ্জন ধৰ্মী ছবি.


বলিউড কোথায় অবস্থিত.

রাজনীতিতে আসছেন না রজনীকান্ত MBharat. রবীন্দ্রনাথ,দ্বিজেন্দ্রলাল,অতুলপ্রসাদ,​রজনীকান্ত পেরিয়ে নজরুল ইসলাম, সঙ্গীত, থিয়েটার ও সিনেমার সঙ্গীত পরিচালনা, ​এমনকি একটি চলচ্চিত্রে অভিনয় সব । অথচ. চলচ্চিত্রের ভাষা. 04 01 2018.pdf JAGARAN – The First Daily Newspaper of Tripura. অবশেষে মুক্তির তারিখ নির্ধারিত হলো সিয়াম আহমেদ ও পরীমনি অভিনীত চলচ্চিত্র ২৫ বছর পর ফের মারদাঙ্গা পুলিশ চরিত্রে অভিনয় করতে যাচ্ছেন তামিল মহাতারকা রজনীকান্ত।. মালায়ালাম চলচ্চিত্র. দাদাসাহেব ফালকে পুরস্কার পাচ্ছেন. মোট ২৫ জন চলচ্চিত্র ব্যক্তিত্ব আসবেন। তাঁদের মধ্যে অন্যতম দক্ষিণী ছবির মহাতারকা রজনীকান্ত। জানা যাচ্ছে, উত্তরপ্রদেশের মন্ত্রিসভার উচ্চ পর্যায়ের বৈঠকের.


...
Free and no ads
no need to download or install

Pino - logical board game which is based on tactics and strategy. In general this is a remix of chess, checkers and corners. The game develops imagination, concentration, teaches how to solve tasks, plan their own actions and of course to think logically. It does not matter how much pieces you have, the main thing is how they are placement!

online intellectual game →