Back

★ ভাৰতৰ কেন্দ্ৰীয় শাসিত অঞ্চল - কেন্দ্ৰীয় শাসিত অঞ্চল, দাদৰা আৰু নগৰ হাভেলী আৰু দমন আৰু দিউ, পুডুছেৰী, লাডাখ, ভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহ, দিল্লী ..



                                               

কেন্দ্ৰীয় শাসিত অঞ্চল

কেন্দ্ৰীয় শাসিত অঞ্চল ভাৰতৰ এক প্ৰশাসনিক বিভাগ। ভাৰতীয় ৰাজ্যসমূহৰ নিজৰ নিৰ্বাচিত চৰকাৰ থাকে, কিন্তু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহ প্ৰত্যক্ষভাৱে ভাৰত চৰকাৰে শাসন কৰে, সেয়েহে নামটো কেন্দ্ৰীয় শাসিত অঞ্চল। ভাৰতৰ ৰাষ্ট্ৰপতিয়ে প্ৰতি কেন্দ্ৰীয় শাসিত অঞ্চলৰ বাবে এক চৰকাৰী প্ৰশাসক বা উপ ৰাজ্যপাল মনোনীত কৰে, যিয়ে সেই কেন্দ্ৰ শাসিত অঞ্চলত ৰাষ্ট্ৰপতিক প্ৰতিনিধিত্ব কৰে। চন ২০১০ত ভাৰতত ৭ কেন্দ্ৰীয় শাসিত অঞ্চল আছিল। ভাৰতৰ ৰাজধানী নতুন দিল্লী, যি দিল্লী নামেৰে এক কেন্দ্ৰীয় শাসিত অঞ্চল আছিল, আৰু পুডুছেৰী ক আংশিক ৰাজ্যৰ স্বীকৃতি দিয়া হৈছে। দিল্লীক ৰাষ্ট্ৰীয় ৰাজধানী প্ৰদেশ হিচাপে পুনৰ পৰিভাষিত কৰা হৈ ...

                                               

দাদৰা আৰু নগৰ হাভেলী আৰু দমন আৰু দিউ

দাদৰা আৰু নগৰ হাভেলী আৰু দমন আৰু দিউ পশ্চিম ভাৰতত অৱস্থিত এখন কেন্দ্ৰীয় শাসিত অঞ্চল। এই কেন্দ্ৰীয় শাসিত অঞ্চল পূৰ্বৰ দুই কেন্দ্ৰীয় শাসিত অঞ্চল দাদৰা আৰু নগৰ হাভেলী আৰু দমন আৰু দিউৰ একত্ৰিতকৰণ দ্বাৰা সৃষ্টি কৰা হৈছে। এই দুই কেন্দ্ৰীয় শাসিত অঞ্চল e একত্ৰিতকৰণৰ প্ৰস্তাৱ ভাৰত চৰকাৰে ২০১৯ চনৰ জুলাই মাহত উপস্থাপন কৰিছিল। ভাৰতৰ সংসদে ২০১৯ চনৰ ডিচেম্বৰ মাহত এই দুই অঞ্চলৰ একত্ৰিতকৰণৰ বিধেয়ক গৃহীত কৰে আৰু ২০২০ চনৰ ২৬ জানুৱাৰী তাৰিখৰ পৰা এই আইন বলৱত হয়। এই অঞ্চল চাৰিটা ভিন্ন ভৌগোলিক অঞ্চল ক্ৰমে দাদাৰা, নগৰ হাভেলী, দমন আৰু দিউ দ্বীপেৰে গঠিত। এই চাৰি অঞ্চল ঐতিহাসিক ভাবে পৰ্তুগীজ ভাৰতৰ অন্তৰ্ভুক্ত ...

                                               

পুডুছেৰী

পুডুছেৰী বা পণ্ডিচেৰী ভাৰতৰ এখন কেন্দ্ৰীয় শাসিত অঞ্চল। পূৰ্বৰ ফ্ৰান্সৰ অধিকৃত চাৰি অঞ্চল পণ্ডিচেৰী, কাৰিকল, মাহে আৰু য়ানাম একত্ৰিত কৰি পুডুছেৰী গঠন কৰা হৈছিল। ইয়াৰ নাম বৃহত্তম জিলা পুডুছেৰীৰ নামেৰে নামকৰণ কৰা হৈছে। ঐতিহাসিক ভাবে পণ্ডিচেৰী নামে জনাজাত ইয়াৰ নাম ২০০৬ চনৰ ২০ ছেপ্টেম্বৰ তাৰিখে পুডুছেৰী কৰা হল। কেন্দ্ৰীয় শাসিত অঞ্চল পুডুছেৰী দক্ষিণ ভাৰতত অৱস্থিত। পুডুছেৰী জিলা আৰু কাৰিকল জিলাক তামিলনাডুয়ে আগুৰি আছে। সেইদৰে য়ানাম জিলা অন্ধ্ৰ প্ৰদেশ আৰু মাহে জিলা কেৰালায়ে আগুৰি আছে। পুডুছেৰী ভাৰতৰ ২৯তম জনবসতিপূৰ্ণ অঞ্চল আৰু ইয়াৰ জন ঘনত্বত ভাৰতৰ ভিতৰত ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চল সমূহৰ ...

                                               

লাডাখ

লাডাখ উত্তৰ ভাৰতৰ এক কেন্দ্ৰীয় শাসিত অঞ্চল। লাডাখ এলেকা কাৰাকোৰাম ৰেঞ্জৰ চিয়াচেনৰ পৰা দক্ষিণত হিমালয়লৈকে। লাডাখবাসী মূলতঃ ভাৰতীয়-আৰ্য আৰু তিব্বতী মূলৰ। লাডাখৰ জনঘনত্ব ভাৰতৰ প্ৰেক্ষাপটত অতিকৈ কম আৰু এই অঞ্চলৰ সংস্কৃতিও তিব্বতী সংস্কৃতিৰ সৈতে মিলে। লাডাখ নিজৰ পৰ্বতীয়া সৌন্দৰ্য আৰু সংস্কৃতিৰ বাবে জনাজাত। ঐতিহাসিকভাৱে লাডাখে বালতিস্তান বাল্টিয়ুল উপত্যকা বৰ্তমানে প্ৰায় অংশ পাকিস্তানত আছে, উজনি সিন্ধু উপত্যকা, জান্স্কাৰ, লাহৌল আৰু স্পিটি, ঙাৰি ৰুডক, গুগে সামৰি আক্সাই চিন কুন-লুন সামৰি, উত্তৰত খাৰ্ডং লাৰ নুব্ৰা উপত্যকালৈকে সামৰিছিল। বৰ্তমানৰ লাডাখৰ সীমাত পূব দিশে তিব্বত, দক্ষিণে লাহৌল আৰু ...

                                               

ভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহ

ভাৰতত ২৮খন ৰাজ্য আৰু ৮খন কেন্দ্ৰীয় শাসিত অঞ্চল আছে। ভাৰতৰ ৰাজধানী দিল্লী। প্ৰতিখন ৰাজ্যৰে নিজা প্ৰশাসনীয় ব্যৱস্থা আছে। কেন্দ্ৰীয় শাসিত অঞ্চলসমূহ কেন্দ্ৰীয় চৰকাৰে শাসন কৰে। তলত ভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ ৰাজধানীৰ তালিকাৰ লগতে প্ৰয়োজনীয় বিৱৰণসমূহ উল্লেখ কৰা হৈছে। ভাৰত চৰকাৰৰ অন্তৰ্গত ভাৰতৰ গৃহ মন্ত্ৰালয়ৰ অধীনত থকা জনগণনা ভাৰতৰ ২০১১ চনৰ লোকপিয়ল অনুসৰি নিম্নোক্ত তালিকাখন প্ৰস্তুত কৰা হৈছে।

                                               

লাক্ষাদ্বীপ

লাক্ষাদ্বীপ বা লক্ষদ্বীপ যি পৃৰ্বতে লাক্ষাদ্বীপ, মিনিকয় আৰু আমিনদীৱি দ্বীপপুঞ্জ নামৰে পৰিচিত আছিল, হৈছে ভাৰতৰ দক্ষিণ-পশ্চিম উপকূলৰ পৰা ২০০-ৰ পৰা ৪৪০ কিলোমিটাৰ দূৰত্বত আৰৱ সাগৰত অৱস্থিত দ্বীপপুঞ্জৰ সমূহ। দ্বীপপুঞ্জটো ভাৰতৰ এক কেন্দ্ৰীয় শাসিত অঞ্চল। যদিও এই অঞ্চলটো লাক্ষাদ্বীপ নামেৰে পৰিচিত, দৰাচলতে এয়া কেৱল ভৌগোলিকভাবে দ্বীপপুঞ্জৰ কেন্দ্ৰীয় দ্বীপসমূহৰ নাম। লাক্ষাদ্বীপৰ অৰ্থ সংস্কৃত আৰু মালয়ালম ভাষাত "এক লাখ দ্বীপ"। ৩২ বৰ্গ কিলোমিটাৰ মাটিকালিৰে লাক্ষাদ্বীপ হৈছে ভাৰতৰ সবাটোতকৈ সৰু কেন্দ্ৰীয় শাসিত অঞ্চল। লাক্ষাদ্বীপৰ ৰাজধানী হৈছে কাৱাৰট্টী। সমগ্ৰ অঞ্চলটো ১০ ​​টা মহকুমাৰে গঠিত এখন জিলা ৰূ ...

                                               

দমন আৰু দিউ

দমন আৰু দিউ পশ্চিম ভাৰতত অৱস্থিত এখন কেন্দ্ৰীয় শাসিত অঞ্চল। ১১২ বৰ্গ কিলোমিটাৰ মাটিকালিৰে ই ভাৰতৰ ক্ষুদ্ৰতম প্ৰশাসনিক অঞ্চল। এই অঞ্চল ভৌগোলিক ভাবে খামবৎ উপসাগৰে পৃথক কৰা দুখন জিলা দমন আৰু দিউৰে গঠিত। ইয়াৰ সীমাত গুজৰাট আৰু আৰৱ সাগৰ অৱস্থিত। ১৫ শতিকাৰ পৰায়ে এই অঞ্চল পৰ্তুগীজ সকলৰ অধীন আছিল। ১৯৬১ চনত ভাৰত চৰকাৰে এই অঞ্চল নিজৰ অধীনলৈ আনে। এই অঞ্চল কলি সম্প্ৰদায়ৰৰ লোকে ৰাজত্ব কৰিছিল। ২০১৯ চনত ভাৰত চৰকাৰে দমন আৰু দিউক দাদৰা আৰু নগৰ হাভেলীৰ লগত একত্ৰীকৰণ কৰি এখন কেন্দ্ৰীয় শাসিত অঞ্চল গঠন কৰাৰ আঁচনি গ্ৰহণ কৰিছে।

                                               

দাদৰা আৰু নগৰ হাভেলী

দাদৰা আৰু নগৰ হাভেলী পশ্চিম ভাৰতত অৱস্থিত এখন কেন্দ্ৰীয় শাসিত অঞ্চল। ই দুটা পৃথক ভৌগোলিক অঞ্চলৰে গঠিত। সেই দুই অঞ্চল হৈছে মহাৰাষ্ট্ৰ আৰু গুজৰাটৰ মাজত অৱস্থিত নগৰ হাভেলী আৰু তাৰ পৰা ১৮ কিলোমিটাৰ উত্তৰ-পশ্চিম দিশত সম্পূৰ্ণৰূপে গুজৰাটে আৱৰা দাদৰা অঞ্চল। ছিলভাচা দাদৰা আৰু নগৰ হাভেলীৰ ৰাজধানী আৰু বৃহত্তম চহৰ। ১৭৮৩ চনৰ পৰা বিংশ শতিকাৰ মাজে ভাগলৈ এই অঞ্চল পৰ্তুগীজ সকলৰ অধীনত আছিল। ২০১৯ চনত ভাৰত চৰকাৰে দাদৰা আৰু নগৰ হাভেলীক দমন আৰু দিউৰ লগত একত্ৰীকৰণ কৰি এখন কেন্দ্ৰীয় শাসিত অঞ্চল গঠন কৰাৰ আঁচনি গ্ৰহণ কৰিছে।

                                               

ভাৰতৰ স্বায়ত্বশাসিত প্ৰশাসনীয় বিভাগ

ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীয়ে স্বায়ত্বশাসিত প্ৰশাসনীয় বিভাগ গঠনৰ অনুমতি দিয়ে, যাৰ দ্বাৰা বিভাগবোৰে নিজ-নিজ ৰাজ্যৰ ভিতৰত স্বায়ত্বশাসনৰ অধিকাৰ লাভ কৰে। বেছিভাগ স্বায়ত্বশাসিত জিলা পৰিষদ উত্তৰ-পূৰ্বাঞ্চলত অৱস্থিত। আন দুখন আছে কেন্দ্ৰীয় শাসিত অঞ্চল লাডাখত। বৰ্তমান সংবিধানৰ ষষ্ঠ অনুসূচীৰ অধীনত গঠিত স্বায়ত্বশাসিত পৰিষদৰ সংখ্যা ১০খন, ইয়াৰে ৩খন অসমত, ৩খন মেঘালয়ত, ৩খন মিজোৰামত আৰু ১খন ত্ৰিপুৰা ৰাজ্যত। অন্য পৰিষদবোৰ বিভিন্ন আইনৰ অধীনত গঠন কৰা হৈছে।

                                               

নতুন দিল্লী

নতুন দিল্লী হৈছে ভাৰতৰ ৰাজধানী। ই ভাৰত চৰকাৰ আৰু ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলৰ দিল্লী চৰকাৰ কেন্দ্ৰ ৰূপে কাম কৰে। নতুন দিল্লী দিল্লী মহানগৰ অন্তৰ্গত আৰু ই দিল্লী কেন্দ্ৰীয় শাসিত অঞ্চলৰ ১১খন জিলাৰ ভিতৰত এখন। ভাৰতত ব্ৰিটিছৰ শাসনকালৰ সময়ত ১৯১১ চনলৈ ভাৰতৰ ৰাজধানী কলিকতা আছিল। দেশখনৰ শাসন সুচাৰুৰূপে চলাবৰ বাবে কলিকতাৰ সলনি যদি দিল্লীত যদি ৰাজধানী স্থাপন কৰিলে বেছি ভাল হব বুলি ব্ৰিটিছসকলে অনুভৱ কৰে। ইয়াৰ ফলতে ব্ৰিটিছ সম্ৰাট জৰ্জ পঞ্চমে ১৯১১ চনৰ দিল্লী দৰবাৰৰ সময়ত চনত চহৰখনৰ আধাৰশিলা স্থাপন কৰে। বিখ্যাত ব্ৰিটিছ স্থপতিবিদ চাৰ এডৱিন লুটন্স আৰু চাৰ হবাৰ্ট বেকাৰে ইয়াৰ ৰূপৰেখা সূষ্টি কৰে। ব্ৰিটিছ গভৰ ...

                                               

দিল্লী

দিল্লী, আধিকাৰীক নাম দিল্লী ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চল, হৈছে ভাৰতৰ এক মহানগৰ আৰু কেন্দ্ৰীয় শাসিত অঞ্চল। ভাৰতৰ ৰাজধানী নতুন দিল্লী ইয়াৰ অন্তৰ্গত। দিল্লীৰ চাৰিসীমাৰ তিনিদিশত হাৰিয়ানা ৰাজ্য আৰু পূব দিশত উত্তৰ প্ৰদেশ ৰাজ্য অৱস্থিত। সম্পূৰ্ণ ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলটোৰ মাটিকালি ১,৪৮৪ বৰ্গ কিলোমিটাৰ । ২০১১ চনৰ লোকপিয়ল অনুসৰি কেৱল দিল্লী মূল চহৰাঞ্চলৰ জনসংখ্যা ১.১ কোটিৰো অধিক, এয়া মুম্বাইৰ পিছতে ভাৰতৰ দ্বিতীয় জনবহুল চহৰ। আনহাতে সম্পূৰ্ণ ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলটোৰ জনসংখ্যা ১.৬৮ কোটি। দিল্লীৰ নগৰাঞ্চলক বৰ্তমানে ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলটোৰ চাৰিসীমাৰ বাহিৰেও দাতিকাষৰীয়া চহৰসমূহ, যেনে গাজিয়াবাদ ...

                                               

১ নৱেম্বৰ

১ নৱেম্বৰ দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৩০৫ তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৬০টা দিন বাকী থাকে।

                                               

আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ

আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ হৈছে বংগোপসাগৰ আৰু আন্দামান সাগৰৰ সন্ধিস্থলৰ এলানি দ্বীপ মালা, আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ ভাৰতৰ এখন কেন্দ্ৰীয় শাসিত অঞ্চল। অঞ্চলটি ইণ্ডোনেছিয়াৰ আচেহ অঞ্চলৰ উত্তৰত অৱস্থিত, আন্দামান সাগৰে ইয়াক থাইলেণ্ড আৰু ম্যানমাৰৰ পৰা পৃথক কৰি ৰাখিছে। অঞ্চলটি দূটা দ্বীপমালা আন্দামান দ্বীপমালা আৰু নিকোবৰ দ্বীপমালাৰে গঠিত। আন্দামান উত্তৰে আৰু নিকোবৰ দক্ষিণে, আন্দামান সাগৰ দ্বীপমালাৰ পূৱত আৰু বংগোপ সাগৰ পশ্চিমত অৱস্থিত। আন্দামানৰ নগৰ পৰ্ট ব্লেয়াৰ কেন্দ্ৰীয় শাসিত অঞ্চলটিৰ ৰাজধানী। অঞ্চলটিৰ ভূ কালি প্ৰায় ৮,২৫০ বৰ্গ কি.মি.। নিকোবৰ দ্বীপসমূহৰ ৰাজধানী কাৰ নিকোবৰ।

                                               

চণ্ডীগড়

চণ্ডীগড় উত্তৰ ভাৰতত অৱস্থিত এখন চহৰ আৰু কেন্দ্ৰীয় শাসিত অঞ্চল। ই চুবুৰীয়া ৰাজ্য পঞ্জাব আৰু হাৰিয়ানাৰ ৰাজধানী। এই চহৰ দুয়োখন ৰাজ্যৰে অংশ নহয় আৰু কেন্দ্ৰীয় চৰকাৰে ইয়াৰ শাসন চলায়। চণ্ডীগড়ৰ উত্তৰ, পশ্চিম আৰু দক্ষিণ দিশত পঞ্জাব আৰু পূব দিশত হাৰিয়ানা অৱস্থিত। ইয়াক চণ্ডীগড় ৰাজধানী অঞ্চলৰ অংশ হিচাপে ধৰা হয়। এই অঞ্চলত হাৰিয়ানাৰ পঞ্চকুলা চহৰ আৰু পঞ্জাবৰ খাৰাৰ, খুৰলী, মোহালী আৰু জিৰকপুৰ অৱস্থিত। চণ্ডীগড় ভাৰতৰ ৰাজধানী নতুন দিল্লীৰ পৰা ১৬২ কিলোমিটাৰ উত্তৰত আৰু অমৃতসৰৰ পৰা ২৯৯ কিলোমিটাৰ দক্ষিণ-পশ্চিমত অৱস্থিত। ভাৰতৰ স্বাধীনতাৰ আগতে পৰিকল্পিত চহৰ হিচাপে ইয়াৰ স্থাপত্য আৰু চহৰীয়া নক্সাৰ ব ...

                                     

★ ভাৰতৰ কেন্দ্ৰীয় শাসিত অঞ্চল

  • ক ন দ ৰ য শ স ত অঞ চল ভ ৰতৰ ৰ ষ ট ৰপত য প ৰত ক ন দ ৰ য শ স ত অঞ চলৰ ব ব এক চৰক ৰ প ৰশ সক ব উপ ৰ জ যপ ল মন ন ত কৰ য য স ই ক ন দ ৰ শ স ত অঞ চলত
  • আৰ দ উ পশ চ ম ভ ৰতত অৱস থ ত এখন ক ন দ ৰ য শ স ত অঞ চল এই ক ন দ ৰ য শ স ত অঞ চল প ৰ বৰ দ ই ক ন দ ৰ য শ স ত অঞ চল দ দৰ আৰ নগৰ হ ভ ল আৰ দমন আৰ
  • ப த ச ச ர অৰ থ: নত ন চহৰ ব পণ ড চ ৰ ভ ৰতৰ এখন ক ন দ ৰ য শ স ত অঞ চল প ৰ বৰ ফ ৰ ন সৰ অধ ক ত চ ৰ অঞ চল পণ ড চ ৰ ক ৰ কল, ম হ আৰ য ন ম একত ৰ ত
  • ল ড খ উত তৰ ভ ৰতৰ এক ক ন দ ৰ য শ স ত অঞ চল ল ড খ এল ক ক ৰ ক ৰ ম ৰ ঞ জৰ চ য চ নৰ পৰ দক ষ ণত হ ম লয ল ক ল ড খব স ম লত ভ ৰত য - আৰ য আৰ ত ব বত
  • আৰ খন ক ন দ ৰ য শ স ত অঞ চল আছ ভ ৰতৰ ৰ জধ ন দ ল ল প ৰত খন ৰ জ যৰ ন জ প ৰশ সন য ব যৱস থ আছ ক ন দ ৰ য শ স ত অঞ চলসম হ ক ন দ ৰ য চৰক ৰ শ সন
  • হ ছ ভ ৰতৰ দক ষ ণ - পশ চ ম উপক লৰ পৰ - ৰ পৰ ক ল ম ট ৰ দ ৰত বত আৰৱ স গৰত অৱস থ ত দ ব পপ ঞ জৰ সম হ দ ব পপ ঞ জট ভ ৰতৰ এক ক ন দ ৰ য শ স ত অঞ চল যদ ও
  • পশ চ ম ভ ৰতত অৱস থ ত এখন ক ন দ ৰ য শ স ত অঞ চল বৰ গ ক ল ম ট ৰ ম ট ক ল ৰ ই ভ ৰতৰ ক ষ দ ৰতম প ৰশ সন ক অঞ চল এই অঞ চল ভ গ ল ক ভ ব খ মবৎ উপস গৰ
  • ˌnʌɡər həˈvɛli পশ চ ম ভ ৰতত অৱস থ ত এখন ক ন দ ৰ য শ স ত অঞ চল ই দ ট প থক ভ গ ল ক অঞ চলৰ গঠ ত স ই দ ই অঞ চল হ ছ মহ ৰ ষ ট ৰ আৰ গ জৰ টৰ ম জত অৱস থ ত
  • ব যৱস থ ৰ দ ব ৰ চৰক ৰ পৰ চ লন কৰ ভ ৰতবৰ ষত খন ৰ জ য আৰ খন ক ন দ ৰ য শ স ত অঞ চল আছ তলৰ উল ল খ ত ত ল ক খনত ৰ জ য অথব ক ন দ ৰ য শ স ত অঞ চলসম হৰ
  • স ব য ত বশ স ত জ ল পৰ ষদ উত তৰ - প ৰ ব ঞ চলত অৱস থ ত আন দ খন আছ ক ন দ ৰ য শ স ত অঞ চল ল ড খত বৰ তম ন স ব ধ নৰ ষষ ঠ অন স চ ৰ অধ নত গঠ ত স ব য ত বশ স ত
  • মহ নগৰ অন তৰ গত আৰ ই দ ল ল ক ন দ ৰ য শ স ত অঞ চলৰ খন জ ল ৰ ভ তৰত এখন ভ ৰতত ব ৰ ট ছৰ শ সনক লৰ সময ত চনল ভ ৰতৰ ৰ জধ ন কল কত বৰ তম নৰ কলক ত
  • ৰ ষ ট ৰ য ৰ জধ ন অঞ চল ই ৰ জ National Capital Territory of Delhi, NCT হ ছ ভ ৰতৰ এক মহ নগৰ আৰ ক ন দ ৰ য শ স ত অঞ চল ভ ৰতৰ ৰ জধ ন নত ন দ ল ল
                                     
  • টন ট ৰ মৰ প ৰচলন হয চনৰ আজ ৰ দ নট ত ত ৰ প ৰ আৰ দ ল ল ক ক ন দ ৰ য শ স ত অঞ চল ৰ প ঘ ষণ ৰ জ য প নৰ গঠন আয গৰ অন ম দন অন সৰ নত ন অন ধ ৰ প ৰদ শ
  • উত তৰ - প ব স ম ন ত অঞ চল ব নৰ থ ইষ ট ফ ৰন ট য ৰ এজ ন স চম ক ন ফ আছ ল ব ৰ ট ছ শ স ত ভ ৰতবৰ ষৰ এক ৰ জন ত ক সমষ ট চনল ই স য ক ত ভ ৰতবৰ ষৰ অ শ
  • সন ধ স থলৰ এল ন দ ব প ম ল আন দ ম ন আৰ ন ক বৰ দ ব পপ ঞ জ ভ ৰতৰ এখন ক ন দ ৰ য শ স ত অঞ চল অঞ চলট ইণ ড ন ছ য ৰ আচ হ অঞ চলৰ উত তৰত অৱস থ ত, আন দ ম ন
  • ব ৰ দ ধ য দ ধ ঘ ষণ কৰ এই দ নট ত দ দৰ আৰ নগৰ হ ভ ল য ভ ৰতৰ ক ন দ ৰ য শ স ত অঞ চল ৰ প স ব ক ত ল ভ কৰ চনৰ এই দ নট ত শত ক ৰ অন ত মট প ৰ ণ
  • হ ছ প ৰথম তফছ ল ধ ৰ - ৰ জ য আৰ ক ন দ ৰ য শ স ত অঞ চল ইয ত ভ ৰত য ৰ জ য আৰ ক ন দ ৰ য শ স ত অঞ চলসম হৰৰ ত ল ক দ য হ ছ স ম ন তত ক ন
  • স ম ৰ জ য প ৰত ষ ঠ হয চনৰ এই দ নট ত দ দৰ আৰ নগৰ হ ভ ল ৰ ভ ৰতৰত ক ন দ ৰ য শ স ত অঞ চল ৰ প স ব ক ত ল ভ কৰ চনৰ এই দ নট ত ই ঘট ছ ল প ৰ ণ গ ৰ হ স ৰ য
  • দ নট ত পণ ড চ ৰ কৰ ইকল, ম হ আৰ ইয ন ম ক ল স য ক ত পণ ড চ ৰ ক ন দ ৰ য শ স ত অঞ চল গঠন কৰ হয চনৰ আজ ৰ দ নট ত ম ক স ক ত অল ম প ক ক ৰ ড সম ৰ হ
  • অৱস থ ত এখন চহৰ আৰ ক ন দ ৰ য শ স ত অঞ চল ই চ ব ৰ য ৰ জ য পঞ জ ব আৰ হ ৰ য ন ৰ ৰ জধ ন এই চহৰ দ য খন ৰ জ যৰ অ শ নহয আৰ ক ন দ ৰ য চৰক ৰ ইয ৰ শ সন
  • ভ ৰতৰ ৰ জ য ম জ ৰ মক খন জ ল ত ব ভক ত কৰ হ ছ চনৰ জ ন ৱ ৰ ত ম জ ৰ মক ক ন দ ৰ য শ স ত অঞ চল ঘ ষণ কৰ হ ছ ল, ত ত য ম জ ৰ মক ত ন খন জ ল ত ব ভক ত
  • থ ক ব প ৰ ইয ৰ জনক ভ ৰতৰ ৰ জ যব ৰৰ ভ ট ৰ আৰ জনক ক ন দ ৰ য শ স ত প ৰদ শৰ ভ ট ৰ ন ৰ ব চ ত কৰ ব ক দ জনক ভ ৰতৰ ৰ ষ ট ৰপত য মন ন ত কৰ
  • প ক স ত ন আছ ৰ জ যখনৰ ৰ জধ ন চণ ড গড ত অৱস থ ত চণ ড গড হ ছ এক ক ন দ ৰ য শ স ত অঞ চল তথ পঞ জ বৰ চ ব ৰ য ৰ জ য হ ৰ য ন ৰ ৰ জধ ন পঞ জ বৰ ৰ জ যপ লৰ
  • শক ন তল দল গ মল ন এগৰ ক অৰ ণ চল প ৰদ শ - গ ৱ - ম জ ৰ ম - ক ন দ ৰ য শ স ত অঞ চল Arunachal Pradesh - Goa - Mizoram - Union territory - AGMUT ক ড ৰৰ ভ ৰত য প ৰশ সন ক
                                     
  • ম জ ৰ মত ব দ ৰ হ আৰম ভ হয এই ব দ ৰ হৰ ফলত ই চনত ম জ ৰ মক ক ন দ ৰ য শ স ত অঞ চল ঘ ষণ কৰ হ ছ ল ইয ৰ প ছত চনৰ ফ ব ৰ ৱ ৰ ত ৰ খ ভ ৰতবৰ ষৰ
  • জ ল ত ব চ ছ ন নত ব দ আন দ লন প ৰবল হ ৱ ত ক ন দ ৰ য চৰক ৰ জ ল খনক অসমৰ পৰ আ তৰ ই ন ক ন দ ৰ য শ স ত অঞ চল হ চ প ঘ ষণ কৰ আনহ ত চনৰ এপ ৰ লত
  • হ ৰ য ন ৰ ৰ জ যৰ ব হৎ অ শ ভ ৰতৰ ৰ ষ ট ৰ য ৰ জধ ন অঞ চলৰ অন তৰ গত হ ৰ য ন ৰ ৰ জধ ন চণ ড গড এখন ক ন দ ৰ য শ স ত অঞ চল আৰ পঞ জ ব ৰ জ যৰ ৰ জধ ন
  • কন ষ ঠ মহ ব দ য লয ৰ ধ গ ব ন দ উচ চ ম ধ যম ক ব দ য লয ব ক জ ন স ব য ত ব শ স ত জ ল ল কসভ সমষ ট ৰ অন তৰ ভ ক ত৷ Falling Rain Genomics, Inc - Bokajan
  • গ লম ৰ গ ই ৰ জ Gulmarg ভ ৰতৰ ক ন দ ৰ য শ স ত অঞ চল জম ম আৰ ক শ ম ৰত থক এট প হ ৰ য অঞ চল ইয ৰ ম ল ন ম আছ ল গ ৰ ম ৰ গ Gaurimarg শ শত ব দ ত
  • Reorganisation Act, 2019 ভ ৰতৰ স সদ গ ৰহণ কৰ এখন আইন ইয ত জম ম আৰ ক শ ম ৰ ৰ জ যখনক জম ম আৰ ক শ ম ৰ আৰ ল ড খ ন ম ৰ দ ট ক ন দ ৰ য শ স ত অঞ চলত ব ভ জন কৰ ৰ

Users also searched:

কেন্দ্ৰীয় শাসিত অঞ্চল, শসত, অঞচল, কনদৰয, কনদৰযশসতঅঞচল, দাদৰা আৰু নগৰ হাভেলী আৰু দমন আৰু দিউ, ভৰতৰ, কমন, বৰতম, জনসখয, দৰয, হভল, কইখন, নদৰয, বৰতমন, ভৰতৰঠজনসখযকমন, বৰতমনভৰতৰৰজযকইখন, ভৰতৰনদৰযশসতঅঞচলক, ভৰতৰজনসখয, ভৰতৰমপ, ভৰতৰজলকইখন, ইযৰ, ঘনতব, দৰযশসতঅঞচলমনক, ৰজয, দৰনগৰহভলদমনআৰদউ, ভৰতৰবৰতমজনসখযইযৰঘনতবকমন, লাডাখ, লডখ, লাক্ষাদ্বীপ,

...

Encyclopedic dictionary

Translation

জম্মু–কাশ্মীৰ হব কেন্দ্ৰীয় শাসিত.

ভাৰতৰ সৰ্ববৃহৎ কেন্দ্ৰীয় শাসিত অঞ্চল কোনটো? পুডুছেৰী. দিল্লী. চণ্ডিগড়. দমন আৰু দিউ কেন্দ্ৰীয় তালিকা. ৰাজ্যিক তালিকা. সমৱৰ্তী তালিকা. ওপৰৰ এটাও নহয়. আদৰ্শ বিদ্যালয় ৰাষ্ট্ৰীয়. ক্ৰমিক নং. ৰাজ্য কেন্দ্ৰীয় শাসিত অঞ্চল. টিকাদান কৰা হিতাধিকাৰীৰ সংখ্যা. ১. আন্দামান ও নিকোবৰ দ্বীপপুঞ্জ. ২,৯৩৮. ২. অন্ধ্ৰ প্ৰদেশ. ২,৪৩,২৪৩. ৩. অৰুণাচল প্ৰদেশ. ১০,৮৮৯. ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চল. ইয়াত ৰাজ্য কেন্দ্ৰীয় শাসিত অঞ্চল জিলা পৰ্যায়ৰ ব্যৱস্থা, নাগৰিক সমিতি সংস্থা, স্বেচ্ছাসেৱক, নাগৰিক আৰু যাৱতীয় সকলোবোৰ ডমেইনৰ বিশেষজ্ঞসকলে জড়িত হব লাগে.





বৰ্তমান ভাৰতৰ ৰাজ্য কেইখন ২০২০.

Search Results ভাৰতৰ প্ৰধানমন্ত্ৰী PMIndia. আন্দামান আৰু নিকোবৰ. Total Confirmed: 6255 দাদৰা এণ্ড নগৰ হাভেলী এণ্ড দমন এণ্ড দিউ. Total Confirmed:​.


মোদীৰ লাডাখ ভ্রমণৰ তাৎপৰ্য – NECentric.

জম্মু কাশ্মীৰ আৰু লাডাখ কেন্দ্ৰীয় প্ৰশাসনিক ন্যায়াধিকৰণৰ দ্বাৰা সামৰি লোৱা হব জিতেন্দ্ৰ সিং. Tweeted by @DrJitendraSingh. প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ ৰাজ্যমন্ত্ৰী. সৰৱ শিৱ সেনা কংগনাৰ পৰিৱৰ্তে লাডাখ. লাডাখ সীমান্তত প্ৰকৃত নিয়ন্ত্ৰণৰেখা উলংঘা কৰিছে চীনে। চীনা সেনাৰ অতৰ্কিত আক্ৰমণত কেইবাগৰাকীও ভাৰতীয় জোৱান শ্বহীদ হৈছে। শেহতীয়াভাৱে পুনৰ সেনাবাহিনীক.





ভারতের একটি প্রবাল দ্বীপের উদাহরণ হল.

ভয়ঙ্কর রূপ নিয়ে ধেয়ে আসছে Aajkaal. নীলের কোলে শ্যামল সে দ্বীপ। আরব সাগরের কোলে ভাসমান একগুচ্ছ সবুজ দ্বীপখণ্ড নিয়ে গড়ে উঠেছে লাক্ষাদ্বীপ। মোট ৩৬টি দ্বীপ রয়েছে লাক্ষাদ্বীপের সংসারে। যার. ভারতের প্রবাল দ্বীপ কোথায় দেখা যায়. কেন্দ্রশাসিত অঞ্চলগুলির সংস্থা. হ্যাঁ ব্যাংক YES লাক্ষাদ্বীপ আইএফসিসি এবং এমআইসিআর কোড সম্পর্কিত: লক্ষ্মীপুর. ভারতের একটি প্রবাল দ্বীপের নাম কি. Lakshadweep Tourism Contact 100miles for better experience. লাক্ষাদ্বীপ, মিনিকয় আৰু অমিনদীৱী দ্বীপপুঞ্জ নাম পরিবর্তন অধিনিয়ম, ১৯৭৩ ৫. ধাৰাৰ দ্বাৰা প্রতিষ্ঠাপিত ১১ ৭৩ তাংৰ পৰা । ৫ সংবিধান দশম সংশােধন অধিনিয়ম, ১৯৬১ ২ ধৰািৰ.


দৈনিক নতুন কভিড ১৯ ঘটনাৰ ৮০% ৰোধিক.

মহাৰাষ্ট্ৰ. ১১. উৰিষ্যা. তামিলনাডু. তামিলনাডু. হিমাচল প্ৰদেশ. ১২. কেৰালা. বিহাৰ. হাৰিয়ানা. তামিলনাডু. ১৩. ঝাৰখণ্ড. পশ্চিমবংগ. দাদৰা আৰু নগৰ হাভেলী. ত্ৰিপুৰা. ১৪. অসম. য়ামিন হাজৰিকা বঁটাৰ বাবে. দাদৰা আৰু নগৰ হাভেলী কেন্দ্ৰীয় শাসিত অঞ্চলৰ ছিলভাছাত চিকিৎসা মহাবিদ্যালয় স্থাপনত কেবিনেটৰ অনুমোদন. 22 Nov, 2018. প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ পৌৰহিত্যত. দেশত কৰণাত মৃত্যু কিমানৰ, এজনো. আৰু দিউলৈ ১৯৬৩ ৰ বিনিয়ম ৬ৰ ধাৰা ২ আৰু অনুসূচী ১ৰ দ্বাৰা দাদৰা আৰু নগৰ হাভেলি. ১৯৬৩ ৰ এই অধিনিয়মখন ভাৰতীয় দণ্ড সংহিতা বুলি অভিহিত হব আৰু ইয়াৰ বিহু ৰ ২ জম্মু আৰু​.


কৰিমগঞ্জ.

Governor Speech Assamese, 2021.p65 Assam Legislative. এখন ৰাষ্ট্রৰ চৰকাৰ হল সেই যন্ত্র যিয়ে ৰাষ্ট্ৰখনৰ প্ৰশাসনীয় কাম কাজ আৰু আঁচনি. আৰু নীতিসমূহ এখন বৃহৎ আৰু শক্তিশালী ৰাষ্ট্ৰৰ অঙ্গৰাজ্যও হয়, ফলত আঞ্চলিক স্বায়ত্বশাসন আৰু. জাতীয় একতা উদাহৰণস্বৰূপে, ১৯৬২ চনৰ অক্টোবৰ মাহত চীনদেশে ভাৰত আক্রমণ. কৰাৰ. অসমৰ মানচিত্ৰ. দুৰ্যোগ ব্যৱস্থাপনা আইন, ২০০৫. সামলা হল ২০১৩ চনৰ ২৯ অক্টোবৰত ভাৰত চৰকাৰ, অসম চৰকাৰ আৰু. বগুন দৈমাৰী নেতৃতাধীন সংস্থাৰ কু কর্মসমূহ পােহৰলৈ অনাৰ বাবে অপৰাধ অনুসন্ধান বিভাগ আৰু. অনুসন্ধানকারী সংস্থা.





Assamese One Year Achievement Booklet Indian Railway.

ৰাষ্ট্ৰীয় ফেশ্বন প্রযুক্তিবিদ্যা সংস্থা. বস্ত্র মন্ত্রালয়, ভাৰত চৰকাৰ. হােজ, খাচ, নতুন দিল্লী ১১০০১৬ ভাৰত. গিদানৰ বাবে মত প্রকাশ প্ৰ পত্র. ভাৰত. INDIAsize. য়ুনিক স্কেন আই. Dotoma, Kokrajhar দতমা: কোকৰাঝাৰত. সংগীত নাটক অকাডেমি, নতুন দিল্লী আৰু সত্ৰীয়া কেন্দ্ৰ, গুৱাহাটীৰ উদ্যোগত.





আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি.

এক সংবাদমেলযোগে দিল্লীৰ মুখ্যমন্ত্ৰী কেজৰিৱালে কয়, ইতিমধ্যে টীকাকৰণৰ বাবে ৰাজ্যখনত প্ৰায় 300 টা কেন্দ্ৰ স্থাপন কৰা হৈছে আৰু যদিহে কেন্দ্ৰই পৰ্যাপ্ত. AIIMS All India Institute Of Medical Science. Defacement of Public Property Act ও অন‍্যান‍্য আইন অনুযায়ী ১৩ টি এফ আই আর করেছে দিল্লী পুলিশ বলেই সূত্রেরখ গত বৃহস্পতিবার পূর্ব দিল্লীর কল‍্যানপুরে ৬জনকে গ্রেফতার করে পুলিশ।. নাচি বাগি আমি দিল্লী পামগৈ. দিল্লী সাহারানপুর দেহরাদুন অর্থনৈতিক করিডরের কাজ দ্রুত গতিতে চলছে। এর ফলে দিল্লী থেকে দেহরাদুনের দূরত্ব ২৩৫ কিলোমিটারের পরিবর্তে ২১০ কিলোমিটার হবে।. দিল্লী – All India Trinamool Congress. নয়া দিল্লীঃ কেন্দ্রের নয়া কৃষি আইনের বিরুদ্ধে দিল্লী সীমান্তে চলা কৃষকদের আন্দোলনের আজ ৮৫ তম দিন। ২৬ জানুয়ারি ট্রাক্টর প্যারেডে হওয়ার হিংসাপর প্রতিটি. দিল্লী থেকে দেহরাদুন পর্যন্ত নতুন. ইয়াৰ প্ৰতি লক্ষ্য ৰাখিয়ে স্কুল–কলেজ বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে দিল্লী.


ট্ৰাম্পৰ নিৰ্বাচনী সভাৰ বাবে.

১ কৰিমগঞ্জ এইছ পি চি কৰিমগঞ্জ এছ চি এইছ পি চি শিলচৰ এইছ পি চি স্বায়ত্বশাসিত জিলা নতুন কি. ১১ নৱেম্বৰ ২০২০ খণ্ড ১ ৰাজপত্ৰ বিজ্ঞপ্তি. ভাৰতৰ নিৰ্বাচন আয়োগ. ১ অক্টোবৰ. কলম ইতিহাস:নৱেম্বৰ 306.১. Published on November 1, 2020 News Source: জনমভূমি সংবাদ ১ নৱেম্বৰ: আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড. প্ৰতিষেধকৰ নাটনি ৰাজ্যত ব্যাহত হব. Page 1. 26 নৱেম্বৰ 2019 26 নৱেম্বৰ 2020. আহক আমাৰ সন্তানক শিক্ষিত কৰি তুলিবলৈ প্ৰয়াস কৰাে. আৰু আমাৰ মৌলিক কর্তব্যবােৰ পালন কৰাে৷. ভাৰত চৰকাৰ. ন্যায় বিভাগ. ভাৰত চৰকাৰ. সত্যমেৱ. তালিকাভুক্ত অনুষ্ঠান সাংস্কৃতিক. 1, 2, 3, 4 5, 6, 7. 8, 9, 10, 11, 12, 13, 14. 15, 16, 17, 18, 19, 20, 21. 22, 23, 24, 25, 26, 27, 28. 29, 30, 1, 2, 3, 4, 5. আজিৰ তাৰিখ ৬ নৱেম্বৰ৷. উল্লেখযোগ্য দিৱস সমুহ - -. ১ আন্তৰাষ্ট্ৰীয় ৰেডক্ৰছ দিৱস সপ্তাহ. আজিৰ দিনটোৰ.





Page 1 খণ্ড 1 সংখ্যা 6 মার্চ 2020.

ঘ মােৰ সপূর্ণ জ্ঞান আৰু বিশ্বাসমতে এই লােকসভা সমষ্টিৰ পদটো পূৰণ কৰাৰ কাৰণে মই জম্মু কাশ্মীৰ, আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ, চন্দিগড়, ডাদৰ আৰু নগৰ হাভেলী, ডমন আৰু ডিউ. মুখ্যমন্ত্রীসকলৰে ১৬–১৭ জুনত. লকডাউনৰ সময়ছোৱাত আন্দামান নিকোবৰ দ্বীপপুঞ্জ আৰু লক্ষদ্বীপলৈ খাদ্য সামগ্ৰীৰ অবিৰত যোগান অব্যাহত ৰাখিছে ভাৰতীয় খাদ্য নিগমে এফচিআই ৷ জটিল ভৌগোলিক​. আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ. ঙ কৃষি নিৰ্ভৰশীলতা. চ বর্ধিত নিবনুৱা সমস্যা আৰু. ছ পৰিকল্পনা ভিত্তিক উন্নয়ন। ১১ ভাৰতৰ কেন্দ্ৰীযু শাসিত অঞ্চল কেইটা কি কি? উত্তৰঃ ১ আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ. UNIT 7.pmd. তেওঁ আছিল ১৯৭৭ৰ চামৰ দিল্লী, আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ আৰক্ষী সেৱাৰ ​ৰাষ্ট্ৰীয় ৰাজধানী দিল্লী, আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ, লাক্ষাদ্বীপ, দমন আৰু দিউ.


কুরিয়ার শিপিংয়ের হার দিল্লি.

চণ্ডীগড় করে আশিকি তে আয়ুষ্মান বাণীর সঙ্গী এই বিগ বস বিজয়ী! Raima Chakraborty Updated: 13 Nov 2020,:00 PM. Subscribe. রূপান্তরকামী চরিত্রে বাণী? Fashion. করোনা রুখতে বিকল্প ওষুধে সাফল্য, নয়া আবিষ্কার PGI চণ্ডীগড়ের! চণ্ডীগড়: করোনা সংক্রমণ যে হারে গোটা বিশ্বে ছড়াচ্ছে, তাতে প্রতিষেধক আবিষ্কারের জন্য মরিয়া. IeBangla গত ৯ সেপ্টেম্বর চণ্ডীগড়. কোভিড ১৯ নিয়ন্ত্রণ ও কনটেনমেন্ট বিষয়ে পদক্ষেপ গ্রহণে ছত্তিশগড় এবং চণ্ডীগড় রাজ্য কেন্দ্রশাসিত অঞ্চলের সরকারকে সাহায্যের জন্য কেন্দ্রীয় সরকার এক উচ্চ. চণ্ডীগড় করে আশিকী থেকে সরে এলেন. ASSAM TIMES POST লকডাউনৰ মাজতে পক্ষীকূলৰ নিৰ্ভয় কোলাহলত হঠাৎ প্ৰাণ পাই উঠিল চণ্ডীগড় মহানগৰী.


...
Free and no ads
no need to download or install

Pino - logical board game which is based on tactics and strategy. In general this is a remix of chess, checkers and corners. The game develops imagination, concentration, teaches how to solve tasks, plan their own actions and of course to think logically. It does not matter how much pieces you have, the main thing is how they are placement!

online intellectual game →