Back

★ ভাৰতৰ ইতিহাস - ভাৰতৰ ৰেল পৰিবহণৰ ইতিহাস, অসমৰ ইতিহাস, দ্য ডিস্কভাৰী অৱ ইণ্ডিয়া, গ্ৰন্থ, প্ৰাক-ইতিহাস, ভাৰতৰ জাতীয় পতাকা, ভাৰতৰ সংস্কৃতি, পুনে, আকবৰৰ নৱৰত্ন ..



                                               

ভাৰতৰ ৰেল পৰিবহণৰ ইতিহাস

ভাৰতৰ ৰেল পৰিবহণৰ ইতিহাস আৰম্ভ হৈছিল ঊনৈশ শতিকাৰ মাজভাগৰ পৰা। ১৮৪৯ চনত ভাৰতত এক কিলোমটাৰো ৰেলপথ নাছিল। ১৯২৯ চনলৈ দেশৰ বেছিভাগ জিলা সামৰি ৪১,০০০ মাইল ৰেলপথ বহুওৱা হৈছিল। সেই সময়ৰ হিচাপত ৰেলৱেৰ মূলধন আছিল ৬৮৭ মিলিয়ন ষ্টাৰ্লিং।

                                               

অসমৰ ইতিহাস

অসমৰ ইতিহাস হৈছে পূব, পশ্চিম আৰু উত্তৰৰ পৰা অহা মানুহৰ সংমিশ্ৰণৰ ইতিহাস আৰু লগতে ভাৰতীয়-আৰ্য, অষ্ট্ৰ-এচিয়াটিক আৰু তিব্বতীয়-বাৰ্মীয় সংস্কৃতিৰ মিলনৰ ইতিহাস। ৰাজনৈতিকভাৱে অসমক কেইবাবাৰো আক্ৰমণ কৰা হৈছিল, কিন্তু ১৮২১ চনত মান আৰু ১৮২৬ চনত ব্ৰিটিছৰ আগমণ পৰ্যন্ত ই কোনো বাহিৰাগত শক্তিৰ বহতীয়া বা উপনিবেশ হিচাপে থাকিবলগীয়া হোৱা নাছিল। কেইবাটাও সূত্ৰৰপৰা অসমৰ ইতিহাস জানিব পাৰি। লোকগাঁথা, মহাভাৰতৰ দৰে মহাকাব্য, মধ্যযুগত ৰচিত কালিকা পুৰাণ আৰু যোগিনী তন্ত্ৰৰ পৰা ঐতিহাসিক যুগৰ কথা জানিব পাৰি। বিভিন্ন শিলালিপি আৰু তাম্ৰফলিৰ পৰা প্ৰাচীন অসমৰ কথা গম পোৱা যায়। আহোম সাম্ৰাজ্যত আহোম আৰু অসমীয়া ভাষাত "ব ...

                                               

দ্য ডিস্কভাৰী অৱ ইণ্ডিয়া (গ্ৰন্থ)

দ্য ডিস্কভাৰী অৱ ইণ্ডিয়া নামৰ গ্ৰন্থখন ভাৰতৰ প্ৰথমজন প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৱে ১৯৪২-১৯৪৬ চনত আহমেদনগৰ দুৰ্গত তেওঁৰ কাৰাবাসৰ সময়ছোৱাত ৰচনা কৰিছিল। দ্য ডিস্কভাৰী অৱ ইণ্ডিয়াক ভাৰতৰ চহকী সাংস্কৃতিক ঐতিহ্য, ইতিহাস আৰু দৰ্শনৰ এক দস্তাবেজ হিচাপে গণ্য কৰা হয়। গ্ৰন্থখন ১৯৪৪ চনত ৰচনা কৰা হৈছিল যদিও ১৯৪৬ চনতহে প্ৰকাশিত হয়।

                                               

প্ৰাক-ইতিহাস

প্ৰাক-ইতিহাস -ৰ অৰ্থ "ইতিহাসে ঢুকি পোৱাৰ আগৰ"। মূল ইংৰাজী শব্দ Prehistory লেটিন ভাষাৰ præ, and historia শব্দৰ সংযোগত সৃষ্টি হৈছে। মানৱ ইতিহাসৰ নথিভুক্ত তথ্যৰ প্ৰচলনৰ আগৰ সময়ছোৱাকে প্ৰাক-ইতিহাসৰ অন্তৰ্ভুক্ত কৰা হয়। লিখন পদ্ধতিৰ আৱিষ্কাৰৰ পাছৰেপৰা ইতিহাসৰ সমল ৰূপে পোৱা লিখিত তথ্যকে নথিভুক্ত তথ্য বোলা হৈছে। প্ৰাক-ইতিহাস যিকোনো লিখিত ইতিহাসৰ পূৰ্বৰ সময়ছোৱা। বহলাই কবলৈ গলে মানৱ প্ৰজাতিৰ অস্তিত্বৰ আৰম্ভণিৰপৰা লিখন পদ্ধতিৰ আৱিষ্কাৰলৈ গোটেই সময়-কাল প্ৰাক-ইতিহাসৰ অন্তৰ্গত। ১৮৩০ চনৰ আশে-পাশে প্ৰথমে প্ৰত্নতাত্বিক পল টাৰ্নেলে প্ৰাক-ইতিহাসৰ বৰ্ণনা দিবলৈ anté-historique শব্দটো ব্যৱহাৰ কৰিছিল। দক্ষিণ ...

                                               

ভাৰতৰ জাতীয় পতাকা

ভাৰতৰ জাতীয় পতাকা হ’ল সোঁমাজত চৌব্বিশডাল দণ্ডযুক্ত নীলা অশোক চক্ৰ সহ গেৰুৱা, বগা আৰু সেউজীয়া আনুভূমিক আয়তাকাৰ ত্ৰিবৰ্ণৰঞ্জিত পতাকা। ১৯৪৭ চনৰ ২২ জুলাই গণপৰিষদৰ এখন অধিবেশনত এই পতাকাৰ বৰ্তমান ৰূপটো ভাৰত অধিৰাজ্যৰ চৰকাৰী পতাকা হিচাবে গৃহীত হৈছিল। পৰৱৰ্তীকালত ইয়ে ভাৰতীয় প্ৰজাতন্ত্ৰৰ জাতীয় পতাকাৰ মৰ্যাদা লাভ কৰে। ভাৰতত এই পতাকাক সাধাৰণতে "ত্ৰিৰঙ্গা"বা "ত্ৰিবৰ্ণৰঞ্জিত পতাকা"বোলা হয়। পিঙ্গলি ভেংকয়াৰ দ্বাৰা অংকিত ভাৰতীয় জাতীয় কংগ্ৰেছৰ "স্বৰাজ"পতাকাৰ ভিত্তিতে এই পতাকাৰ নক্সা প্ৰস্তুত কৰা হৈছিল। আইনত, কেৱলমাত্ৰ খাদী বস্ত্ৰৰেহে জাতীয় পতাকা প্ৰস্তুত কৰাৰ নিয়ম আছে। ভাৰতীয় মানক ব্যুৰোৱে এই ...

                                               

ভাৰতৰ সংস্কৃতি

ভাৰতৰ সংস্কৃতি হৈছে ভাৰতবাসীৰ জীৱন ধাৰণ প্ৰক্ৰিয়া। ভাৰতৰ ভাষা, ধৰ্ম, নৃত্য, সংগীত, স্থাপত্য, সাজ-পাৰ, আৰু খাদ্যভাস দেশখনৰ বিভিন্ন অঞ্চলত বিভিন্ন প্ৰকাৰৰ দেখা পোৱা যায়। প্ৰায়ে ভাৰতীয় সংস্কৃতিত বিভিন্নতা পৰিলক্ষিত হয় যদিও, সমগ্ৰ ভাৰত উপমহাদেশজুৰি প্ৰসাৰিত এই সাংস্কৃতিক সমন্বয়ক ইয়াৰ সহস্ৰাধিক বছৰীয়া পুৰণি ইতিহাসৰ দ্বাৰা প্ৰভাৱিত কৰিছে। ভাৰতীয় ধৰ্ম, ভাৰতীয় দৰ্শন আৰু ভাৰতীয় খাদ্যৰ দৰে ভাৰতৰ সংস্কৃতিৰ বহু ভিন্ন উপাদানে সমগ্ৰ বিশ্বক সদায়ে আকৰ্ষিত কৰি আহিছে।

                                               

অসমৰ চিত্ৰকলাৰ ইতিহাস

অসমৰ চিত্ৰকলাৰ ইতিহাস সুকুমাৰ কলাসমূহৰ ভিতৰত চিত্ৰকলা এবিধ অন্যতম কলা। মধ্যযুগৰ সময়ছোৱাতে অসমৰ চিত্ৰকলাৰ প্ৰথম নিদৰ্শন দেখা পোৱা গৈছিল। সেই সময়ত ৰজাঘৰ আৰু সত্ৰসমূহত চিত্ৰকলাৰ সাধনা কৰা হৈছিল। সেই সময়তে পুথিৰ আকাৰত চিত্ৰ সম্পৰ্কীয় গ্ৰন্থও প্ৰকাশ হৈছিল। সেই চিত্ৰসমূহ মূলতঃ দুটা শৈলীত ৰচনা কৰা হৈছিল, এটা ধৰ্মনিৰপেক্ষ ৰাজকীয় শৈলী আৰু আনটো হৈছে ধৰ্মমিশ্ৰিত সত্ৰীয়া শৈলী। এই ৰচনা শৈলী সম্পৰ্কে পণ্ডিত সুনীতিকুমাৰ চট্টোপাধ্যায়ে উল্লেখ কৰি গৈছে। পূৰ্ব ভাৰতৰ পুথিচিত্ৰৰ গৱেষণা কৰা পণ্ডিত ৰজতানন্দ দাশগুপ্তই পূৰ্বাঞ্চলৰ পুথিচিত্ৰক সাতোটা শৈলীত অন্তৰ্ভুক্ত কৰিছে। পিছে অসমৰ দৰে সৰু ঠাই এখনিত পোৱা ক ...

                                               

পুনে

পুনে ভাৰতৰ মহাৰাষ্ট্ৰ ৰাজ্যৰ এখন মহানগৰ। ইয়াক পূৰ্বতে পুনা নামেৰে জনা গৈছিল। মহাৰাষ্ট্ৰৰ মুলা আৰু মুথা নদীৰ সংগম স্থলীত ইতিহাস প্ৰসিদ্ধ পুনে নগৰী অৱস্থিত। ‘দাক্ষিণাত্যৰ ৰাণী’ নামেৰে পৰিচিত পুনে নগৰী মাৰাঠা সকলৰ সাংস্কৃতিক ৰাজধানী বুলিও জনা যায়। সপ্তদশ শতিকাত পুনে নগৰী মাৰাঠা সকলৰ ৰাজধানী আছিল। তাৰ পিছত কিছুবছৰ পুনে মোগল সাম্ৰাজ্যৰ অধীন হয় যদিও পিছত পুনেক পুনৰ উদ্ধাৰ কৰি মাৰাঠা সকলে ৰাজধানী পাতে। ১৮১৭ চনত ব্ৰিটিছ সকলে পুনেত আধিপত্য বিস্তাৰ কৰে। ব্ৰিটিছ ভাৰতৰ অন্তৰ্গত বোম্বে প্ৰেছিডেন্সিৰ পুনে ঋতুকালীন ৰাজধানী আছিল।

                                               

ভাৰতীয় চলচ্চিত্ৰ

ভাৰতীয় চলচ্চিত্ৰ ই বিংশ শতাব্দীৰ আৰম্ভণিৰে পৰা বিশ্বৰ চলচ্চিত্ৰত গভীৰ প্ৰভাৱ পেলাবলৈ সক্ষম হৈছে। ভাৰতীয় চলচ্চিত্ৰই অন্ধ্ৰপ্ৰদেশ, অসম, বিহাৰ, গুজৰাট, হাৰিয়ানা, জম্মু আৰু কাশ্মীৰ, কৰ্ণাটক, কেৰালা, মহাৰাষ্ট্ৰ, মণিপুৰ, উৰিষ্যা, পঞ্জাব, তামিলনাডু, উত্তৰ প্ৰদেশ আৰু পশ্চিমবঙ্গৰ পৰা নিৰ্মাণ হোৱা চলচ্চিত্ৰসমূহক সামৰি লয়। দক্ষিণ এছিয়া, মধ্য-প্ৰাচ্য, দক্ষিণ-পূব এছিয়া আৰু পূৰ্বৰ ছোভিয়েট সংঘত ভাৰতীয় চলচ্চিত্ৰৰ গুণগ্ৰাহী দৰ্শক আছে। চলচ্চিত্ৰ ভাৰতৰ এক অতি জনপ্ৰিয় মাধ্যম। দেশখনত বছৰি বিভিন্ন ভাষাত এহাজাৰতকৈয়ো অধিক ছবি নিৰ্মাণ হৈছিল। ইংলেণ্ড, আমেৰিকা যুক্তৰাষ্ট্ৰ আদি দেশতো বিভিন্ন ভাষাত নিৰ্মিত ভ ...

                                               

কংগ্ৰেছৰ কাঁচিয়লি ৰদত

কংগ্ৰেছৰ কাঁচিয়লি ৰদত হৈছে অসমৰ বুৰঞ্জীবিদ আৰু সাহিত্যিক বেণুধৰ শৰ্মাৰ দ্বাৰা লিখিত এখনি ৰাজনৈতিক ইতিহাসমূলক গ্ৰন্থ। ১৯৫৯ চনত পোনপ্ৰথমবাৰৰ বাবে প্ৰকাশিত হোৱা গ্ৰন্থখনত অসমৰ স্বাধীনতা সংগ্ৰামৰ পৰা আৰম্ভ কৰি পৰৱৰ্তী অসমৰ ৰাজনৈতিক বাতাৱৰণৰ বিস্তৰ বিৱৰণ সন্নিৱিষ্ট হৈছে। ১৯৬০ চনৰ সাহিত্য অকাডেমি বঁটাৰ বাবে গ্ৰন্থখন মনোনীত হৈছিল।

                                               

ভাৰতৰ উচ্চতম ন্যায়ালয়

ভাৰতৰ উচ্চতম ন্যায়ালয় বা ভাৰতৰ চুপ্ৰীম কোৰ্ট হল ভাৰতৰ সৰ্বোচ্চ বিচাৰ বিভাগীয় অধিকৰণ আৰু ভাৰতৰ সংবিধানৰ অধীনত সৰ্বোচ্চ আপীল আদালত। ই ভাৰতৰ সৰ্বোচ্চ সাংবিধানিক আদালত। সংবিধানৰ চতুৰ্থ ভাগৰ পঞ্চম অধ্যায় অনুসৰি ইয়াক গঠন কৰা হৈছিল। ভাৰতৰ উচ্চতম ন্যায়ালয় সাংবিধানিক পৰ্যালোচনাৰ অধিকাৰ প্ৰাপ্ত। ভাৰতৰ মুখ্য ন্যায়াধীশ আৰু আন ৩০জন ন্যায়াধীশক লৈ ভাৰতৰ উচ্চতম ন্যায়ালয় গঠিত। দেশৰ সৰ্বোচ্চ আপীল আদালত হিচাপে ভাৰতৰ উচ্চতম ন্যায়ালয় প্ৰাথমিকভাৱে ভাৰতৰ বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ উচ্চ ন্যায়ালয় আৰু অন্যান্য আদালত আৰু ট্ৰাইবুনেলৰ ৰায়ৰ বিৰুদ্ধে আপীল গ্ৰহণ কৰে। ভাৰতৰ নাগৰিকৰ মৌলিক ...

                                               

আকবৰৰ নৱৰত্ন

ভাৰতৰ মহান মোগল বাদশ্বাহ আকবৰ স্বয়ং নিৰক্ষৰ হোৱা সত্ত্বেও ইতিহাসবিদ, চিত্ৰকাৰ, বিচাৰক, ধৰ্মগুৰু, কলাকাৰ তথা বুদ্ধিজীৱীৰ বিশেষ প্ৰেমী আছিল। কোৱা হয় যে আকবৰৰ ৰাজসভাত এনে নজন গুণী ব্যক্তি আছিল যাক কালক্ৰমত আকবৰৰ নৱৰত্ন বুলি জনা গৈছিল। ৰহীম এজন প্ৰতিষ্ঠিত কবি আছিল আৰু আকবৰৰ সংৰক্ষক বৈৰম খানৰ পুত্ৰ আছিল।

                                               

কিৰাট

কিৰাট বা কিৰাত পৰ্বতীয়া অঞ্চল বিশেষকৈ হিমালয় আৰু ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চল অঞ্চলত বসবাস কৰা লোকসকলক বুজোৱা সাধাৰণ সংস্কৃত শব্দ। কিৰাটসকল মূলত চীনা-তিব্বতীয় গোষ্ঠীৰ অন্তৰ্গত আছিল বুলি বিশ্বাস কৰা হয়। মধ্য হিমালয়ৰ কিৰাটসকল পূৱ নেপাল, ছিক্কিম আৰু ভাৰতৰ দাৰ্জিলিঙৰ লিম্বু, য়াক্‌খা, ৰায়, সুনুৱাৰ, ধিমাল আৰু লেপচা জনজাতি আৰু কাঠমাণ্ডু উপত্যকাৰ থলুৱা নেৱাৰ জনজাতিৰ এক মুখ্য অংশ। কেতিয়াবা কিৰাট শব্দৰ অৰ্থক কেতিয়াবা অৱনমিত, পাহাৰীয়া জনজাতি বুলি কোৱা হয় আনহাতে আন পণ্ডিতসকলে এই শব্দটোৰ বাবে অধিক সন্মানীয় অৰ্থ দাবী কৰে। তেওঁলোকৰ মতে, কিৰাট শব্দয়ে সিংহৰ চৰিত্ৰ বহন কৰা লোক বা পৰ্বতবাসীক বুজায়। অ ...

                                               

গুপ্ত সাম্ৰাজ্য

গুপ্ত সাম্ৰাজ্য হৈছে প্ৰাচীন ভাৰতত মহাৰাজ শ্ৰী গুপ্তই প্ৰতিষ্ঠা কৰা এক সাম্ৰাজ্য। এই সাম্ৰাজ্য ভাৰত উপমহাদেশৰ প্ৰায়ভাগ অঞ্চললৈকে বিস্তৃত আছিল। গুপ্ত সাম্ৰাজ্যৰ কাল হৈছে ৩২০-ৰ পৰা ৫৫০ চন। গুপ্তসকলৰ শাসনকালত বিৰাজমান শান্তি তথা সমৃদ্ধিৰ বাবে বৈজ্ঞানিক আৰু কলাত্মক চিন্তা-চৰ্চাসমূহৰ উদ্গতি ঘটিছিল। সেয়ে এই কালছোৱা ভাৰতৰ সোণালী যুগ বুলি অভিহিত কৰা হয়। এই সময়ছোৱাতে ভাৰতে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা, আভিযান্ত্ৰিক, কলা, ভাষা, সাহিত্য, তৰ্কবিজ্ঞান, গণিত, জ্যোতিৰ্বিদ্যা, ধৰ্ম আৰু দৰ্শনৰ ক্ষেত্ৰত নতুন মাইলৰ খুঁটিত উপনীত হৈছিল আৰু এই উপাদনবোৰেই সমূহীয়াকৈ হিন্দু সংস্কৃতিৰ ৰূপ লৈছিল। প্ৰথম চন্দ্ৰগুপ ...

                                               

মহেন্দ্ৰপাল

মহেন্দ্ৰপাল ভাৰতৰ বেংগল অঞ্চলৰ পাল সাম্ৰাজ্যৰ চতুৰ্থ ৰজা। তেওঁ ৰজা দেৱপালৰ আৰু মাতৃ ৰাণী মাহাতাৰ পুত্ৰ যদিও পাল বংশত বিভিন্ন ঠাইত মহেন্দ্ৰপালৰ নাম উল্লেখ আছে, পূৰ্বতে ইতিহাসবিদে মহেন্দ্ৰপালক প্ৰতিহাৰ ৰাজবংশৰ প্ৰথম মহেন্দ্ৰপালৰ লগত একাকাৰ কৰা কৰিছিল। তেওঁলোকে দেবপালৰ পিছত প্ৰথম বিগ্ঝপালৰ কথা কৈছিল। কিন্তু ১৯৮৭ত জগজ্জীবনপুৰত তেওঁৰ তাম্ৰশাসন আবিষ্কাৰ হল আৰু এই কথা পোহৰলৈ আহিল যে দেবপালৰ পিছত মহেন্দ্ৰপালহে ৰজা হৈছিল। মহেন্দ্ৰপালৰ ৰাজত্বৰ সপ্তম বছৰৰ এই সিংহাসনৰ বিষয়ে আৰু জনা যায় যে তেওঁৰ মহাসেনাপতি বজ্ৰদেব নন্দদীৰ্ঘিকাই উদ্ৰঙ্গ নামৰ ঠাইত এটা বৌদ্ধ বিহাৰ স্থাপন কৰিছিল। তাম্ৰশাসনত মহেন্দ্ৰপালৰ ...

                                               

মৌৰ্য সাম্ৰাজ্য

মৌৰ্য সাম্ৰাজ্য লৌহ যুগৰ অবিভক্ত প্ৰাচীন ভাৰতৰ এক বৃহৎ ৰাজনৈতিক শক্তি। খ্ৰীষ্টপূৰ্ব ৩২২-১৮৫ লৈকে মৌৰ্য ৰাজবংশই মৌৰ্য সাম্ৰাজ্যত ৰাজত্ব কৰিছিল। ইণ্ডো-গংগা সমভূমিৰ মগধ ৰাজ্য আৰু উত্তৰ প্ৰদেশৰ পূব অংশৰ পৰা উদ্ভৱ হোৱা মৌৰ্য সাম্ৰাজ্যৰ ৰাজধানী আছিল পাটলিপুত্ৰ। ৩২২ খ্ৰী:পূ:ত চন্দ্ৰগুপ্ত মৌৰ্যই নন্দ ৰাজবংশক ক্ষমতাচ্যুত কৰি মৌৰ্য সাম্ৰাজ্যৰ প্ৰতিষ্ঠা কৰে আৰু চাণক্যৰ সহায়ত আলেকজেণ্ডাৰৰ দ্বিগ্বিজয়ৰ সময়ত মহাজনপদসমূহৰ অস্থিৰতাৰ সুযোগ লৈ ভাৰতৰ মধ্য আৰু পশ্চিম অংশলৈ দ্ৰুতগতিত সাম্ৰাজ্য বিস্তাৰ কৰে। ৩১২ খ্ৰী:পূ:লৈ মৌৰ্য সাম্ৰাজ্যই ভাৰতবৰ্ষৰ সমগ্ৰ উত্তৰ-পশ্চিম অংশলৈ বিস্তৃতি লাভ কৰে। ইয়াৰ পিছত চন্দ্ৰগ ...

                                     

★ ভাৰতৰ ইতিহাস

  • ভ ৰতৰ ৰ ল পৰ বহণৰ ইত হ স আৰম ভ হ ছ ল ঊন শ শত ক ৰ ম জভ গৰ পৰ চনত ভ ৰতত এক ক ল মট ৰ ৰ লপথ ন ছ ল চনল দ শৰ ব ছ ভ গ জ ল স মৰ ম ইল ৰ লপথ
  • অসমৰ ইত হ স হ ছ প ব, পশ চ ম আৰ উত তৰৰ পৰ অহ ম ন হৰ স ম শ ৰণৰ ইত হ স আৰ লগত ভ ৰত য - আৰ য, অষ ট ৰ - এচ য ট ক আৰ ত ব বত য - ব ৰ ম য স স ক ত ৰ ম লনৰ
  • ক ৰ ব সৰ সময ছ ৱ ত ৰচন কৰ ছ ল দ য ড স কভ ৰ অৱ ইণ ড য ক ভ ৰতৰ চহক স স ক ত ক ঐত হ য, ইত হ স আৰ দৰ শনৰ এক দস ত ব জ হ চ প গণ য কৰ হয গ ৰন থখন
  • ক ষ ত ৰ হ ছ প ৰ চ ন ভ ৰতৰ ইত হ স য ত ত ও আগৰ পৰ প ৰত ষ ঠ ত থ প ৰ নত ন দ ল ল ৰ জৱ হৰল ল ন হৰ ব শ বব দ য লয ৰ প ৰ চ ন ইত হ স ব ভ গৰ অধ য পক, এম ৰ ট
  • প ৰ ক - ইত হ স ই ৰ জ Prehistory - ৰ অৰ থ ইত হ স ঢ ক প ৱ ৰ আগৰ ম ল ই ৰ জ শব দ Prehistory অৰ থ: before history অথব before knowledge acquired
  • ভ ৰতৰ জ ত য পত ক ই ৰ জ National flag of India হ ল স ম জত চ ব ব শড ল দণ ডয ক ত ন ল অশ ক চক ৰ সহ গ ৰ ৱ বগ আৰ স উজ য আন ভ ম ক আয ত ক ৰ ত ৰ বৰ ণৰঞ জ ত
  • ব যক ত ভৱ নন দ ড ক ই ম ত য বৰণ কৰ ছ ল চনৰ আজ ৰ দ নট ত স হ ত য ক, ইত হ স গৱ ষক তথ সম জকৰ ম ক মত স হ ত য ৰত ন, অম ব ক চৰণ চ ধ ৰ ৰ ম ত য হ ছ ল
  • ভ ৰতৰ স স ক ত ই ৰ জ Culture of India হ ছ ভ ৰতব স ৰ জ ৱন ধ ৰণ প ৰক ৰ য ভ ৰতৰ ভ ষ ধৰ ম, ন ত য, স গ ত, স থ পত য, স জ - প ৰ, আৰ খ দ যভ স দ শখনৰ ব ভ ন ন
  • অসমৰ চ ত ৰকল ৰ ইত হ স স ক ম ৰ কল সম হৰ ভ তৰত চ ত ৰকল এব ধ অন যতম কল মধ যয গৰ সময ছ ৱ ত অসমৰ চ ত ৰকল ৰ প ৰথম ন দৰ শন দ খ প ৱ গ ছ ল স ই সময ত ৰজ ৰ
  • দৰ শক আছ ভ ৰতৰ উপৰ ও ক ইখনম ন অন য দ শত, য ন - ৱ ষ ট ইণ ড জ, ওচ ন য আৰ দক ষ ণ আফ ৰ ক ত এই ছব ৰ এখন ড ঙৰ বজ ৰ আছ ভ জপ ৰ ছব ৰ ইত হ স ৰ ক ন দন
  • ম ৰ ঠ प ण ভ ৰতৰ মহ ৰ ষ ট ৰ ৰ জ যৰ এখন মহ নগৰ ইয ক প ৰ বত প ন ন ম ৰ জন গ ছ ল মহ ৰ ষ ট ৰৰ ম ল আৰ ম থ নদ ৰ স গম স থল ত ইত হ স প ৰস দ ধ প ন
  • পদত ত খ ত অধ ষ ঠ ত হ ছ ল ত ও ৰ স হ ত যত ব ৰঞ জ ৰ সমল ভৰ থক ৰ ব ব ত ও ক ইত হ স ৰত ন, ব ৰঞ জ ৰ য দ কৰ আদ ন ম ৰ ও বহ ত ব ভ ষ ত কৰ ছ ল ৰত নক ন ত বৰক কত দ ৱ
  • ভ ৰতৰ উচ চতম ন য য লয ব ভ ৰতৰ চ প ৰ ম ক ৰ ট ই ৰ জ Supreme Court of India হ ল ভ ৰতৰ সৰ ব চ চ ব চ ৰ ব ভ গ য অধ কৰণ আৰ ভ ৰতৰ স ব ধ নৰ অধ নত সৰ ব চ চ
                                     
  • প ৰ ক ষ গ হ অসম চ ক ৎস মহ ব দ য লয ৰ ইত হ স ড ব জ ল গ স ব ম চ প ত ম বৰ মহ ল চ ক ত সকৰ ইত হ স স দ ন. ব ৰ হ ৱ ইট স ক ল অফ ম ড চ ন
  • Persian chronicles, or simply as Behar in the Gurucharitas. Nath 1989, প ষ ঠ 86 Princely States of India ক চ ব হ ৰৰ ৰ জ ইত হ স ক চ ব হ ৰৰ ব ষয তথ য
  • সভ পত পদত অধ ষ ঠ ত হ ছ ল ত ও ৰ স হ ত যত ব ৰঞ জ ৰ সমল ভৰ থক ৰ ব ব ত ও ক ইত হ স ৰত ন ব ৰঞ জ ৰ য দ কৰ আদ ন ম ৰ ও বহ ত ব ভ ষ ত কৰ ছ ল ৰত নক ন ত বৰক কত দ ৱ
  • প ৰ গঐত হ স ক অসমৰ ল খ ত ইত হ স প ৰ ণ, তন ত ৰ শ স ত ৰ আদ ত স ম ত প ৰ চ ন ক লত অসমক প ৰ গজ য ত ষ ন ম ৰ জন গ ছ ল মহ ৰঙ গ সম ভৱত ময ৰঙ গ দ নৱ ন মৰ
  • গ হ ঞ বৰ ৱ ব ল ম ৰ গ ল - ল খক: ড ল ল গগ অসম য মধ যব ত ত শ ৰ ণ ৰ ইত হ স - ল খক: ড প ৰফ ল ল মহন ত ইত হ স স ৱৰ ছশট বছৰ - ল খক: সৰ ব নন দ ৰ জক ম ৰ
  • স খ যক হ জ অধ ৱ শনৰ সভ পত অসমৰ ব তৰ ক কত - আল চন ৰ ড ৰশ বছৰ য ইত হ স সম প দন - ত ৰ ম ৰ আল কৰ য ত ৰ ৰ য খণ ড প ৰক শ - অন ত ম
  • প ব ভ ৰতৰ অৰ ণ চল প ৰদ শত অৱস থ ত এক প ৰত নত ত ত ব ক ঐত হ যম লক স থ ন ভ ষ মকনগৰ ন মন দ ব উপত যক জ ল ৰ ৰ ইঙত অৱস থ ত অসমৰ চ ত য ৰ জ যৰ ইত হ স ব জড ত
  • মণ ডল ৰ সভ পত আছ ল বৰ তম ন গ প লক ষ ণ গ ন ধ য অশ ক ব শ বব দ য লয ত ইত হ স আৰ ৰ জন ত ব জ ঞ নৰ অধ য পক পদত অধ ষ ঠ ত At farewell, Gopalkrishna Gandhi
  • কৰ ছ তদ পৰ ধ দৰ আল য নম বৰ ৰ ষ ট ৰ য ঘ ইপথক স য গ কৰ ছ ইত হ স মত আহ ম স বৰ গদ উসকলৰ ৰ জত বক লত প ইক প ৰথ ব ল এট ব যৱস থ আছ ল এই
                                     
  • এইচএচএচএলচ প ৰদ ন কৰ অসম য আৰব বঙ ল শ ক ষ অৰ থন ত ই ৰ জ হ ন দ ইত হ স দৰ শন, ৰ ষ ট ৰব জ ঞ ন, স স ক ত, উদ ভ দ ব জ ঞ ন, জ ৱ প ৰয ক ত ৰস য ন
  • দ ৰ জ ল হ ম লয ন ৰ ল, ন লগ ৰ প ৰ বত য ৰ ল আৰ ক লক - ছ মল ৰ ল একত ৰ তভ ৱ ভ ৰতৰ প ৰ বত য ৰ লপথ ই ৰ জ Mountain Railways of India ন ম ৰ ইউন স ক ব শ ব
  • ক ষ ত ৰত প ৰ য অসম ভৱ ক ৰ য আছ ল ব - এ প ঠ যক ৰমত অ ক, পদ ৰ থ ব জ ঞ ন, ইত হ স জ ৱব দ য আৰ দৰ শন এই ক ইট ব ষয ৰ ক নট ক ত ও অন ৰ ছ ব ষয হ ছ প ল ব
  • হ ছ ল আৰ ৰ দশকৰ শ ষৰফ ল ই বৰ তম নৰ ৰ প প য গ ৱ হ ট ৰ ক বদন ত আৰ ইত হ স ক ইব হ জ ৰ বছৰৰ প ৰণ নগৰখনৰ উৎপত ত ৰ কথ জন ন য য যদ ও মহ ক ব য, প ৰ ণ
  • প ৰত ট উৎসৱ ধৰ ম য পৰম পৰ ৰ লগত য ক ত হ থ ক এই ফ লৰ পৰ দ ল উৎসৱৰ ইত হ স নথক নহয অসমত দ ল উৎসৱৰ প তন ম ল মহ প ৰ ষ শ ৰ মন ত শ কৰদ ৱ বছৰ বয সত
  • পদ ধত চনৰ জ নৰ পৰ আৰম ভ হয ৰ ণ ক চনত ভ ৰতৰ সম ৰ জ ঞ ঘ ষণ কৰ হ ছ ল চনত ভ ৰতৰ ব ভ জন হ ভ ৰত য অধ ৰ জ য প ছল ভ ৰত য গণৰ জ য
  • অ শগ ৰহণ কৰ ৰ ব যৱস থ কৰ আদ ব ৰ ন দ ৰ ড ক সকল ৱ ব ব শ ক ষ শ ক ষ তত ব ৰ ণ দ ৱ অসমৰ শ ক ষ ব যৱস থ যত ন বৰ ৱ ভ ৰতৰ শ ক ষ ৰ ইত হ স অধ যয ণ
  • Comprehensive History og Assam জ য ত প ৰস দ ৰচন ৱল প ৰ চ যশ সন ৱল ভ ৰতৰ ইত হ স ইত য দ পৰ ষদ শত ক ৰ প ৰস দ ধ আৰ জনপ ৰ য অসম য ক কত ব পত ৰ ক সম হৰ
ৰমিলা থাপাৰ
                                               

ৰমিলা থাপাৰ

ৰমিলা থাপাৰ হল এগৰাকী ভাৰতীয় ইতিহাসবিদ। তেওঁৰ অধ্যয়নৰ মুখ্য ক্ষেত্ৰ হৈছে প্ৰাচীন ভাৰতৰ ইতিহাস, যত তেওঁ আগৰেপৰা প্ৰতিষ্ঠিত। থাপাৰ নতুন দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ প্ৰাচীন ইতিহাস বিভাগৰ অধ্যাপক, এমিৰিটা।

Users also searched:

ভাৰতৰ ৰেল পৰিবহণৰ ইতিহাস, বৰহমপত, তৎপৰয, পৰতকৰ, সৰকষ, ভৰতৰ, ভকত, ঘটন, সমৰজযবদ, ষটৰয, আনদলন, ৰলগড, জৱৰভটকবল, সমৰজযবদআৰঅসম, ভৰতৰদঘতমষটৰযঘইপথ, পথদঘটনআৰইযপৰতকৰ, পথসৰকষদৱসৰতৎপৰয, ইতহস, বৰহমপতনদৰউৎস, ঘতম, ঘইপথ, জৱৰ, দৱসৰ, পৰবহণৰ, নদৰ, ভৰতয, ভৰতযভকতআনদলন, ভৰতৰৰলপৰবহণৰইতহস, অসমৰ ইতিহাস, অসমৰ,

...

Encyclopedic dictionary

Translation

পথ দুৰ্ঘটনা আৰু ইয়াৰ প্ৰতিকাৰ.

1 page 15 July.P65 Dainik Agradoot. আৰু ৰেল দলং দুয়োখনেই অসমৰ ভূমিত স্থাপন হৈছে৷ এয়া মোৰ ভাৰতীয় জনতা পাৰ্টীৰ আমাৰ চৰকাৰৰ পৰিচয় হল পৰিবহণৰ পৰা পৰিৱৰ্তন আৰু দেশে লাভ কৰা পৰৱৰ্তী প্ৰজন্মৰ. ভাৰতীয় ভক্তি আন্দোলন. প্ৰথম ভাৰতীয় ভাৰতৰ প্ৰথম Vikaspedia. জ্যামিতিৰ বিকাশৰ ইতিহাস ভাৰতৰ প্ৰথম ইংৰাজী গৱৰ্ণৰ জেনেৰেল. লৰ্ড ভাৰতৰ প্ৰথম ভাইচৰয়. লৰ্ড স্বাধীন ভাৰতৰ প্ৰথম গৱৰ্ণৰ জেনেৰেল. লৰ্ড ভাৰতৰ প্ৰথম মুখ্য ন্যায়াধীশ.





অসমৰ মানচিত্ৰ.

Assam History MCQ All Competitive Exam অসম Dev Library. বৃটিছ শাসন প্রতিষ্ঠাই অসমত ৰাজনৈতিক, আর্থিক আৰু সামাজিত দিশত, সুদুৰপ্ৰসাৰী. পৰিৱর্তন সাধন কৰিলে। ১৮৫৭ মনত বৃদ্ধি পাইছিল। ১৭ শ শতিকাৰ পৰা ১৯৪৭ চনলৈ অসমৰ ইতিহাস. ১৫৭.


ইতিহাস কাক বোলে.

প্ৰাক ঐতিহাসিক যুগত বিজ্ঞানৰ. প্রাক ঐতিহাসিক অসম. ইতিহাস খণ্ড. প্রশ্ন১। উত্তৰ দিয়া. ক নৰকাসুৰ কোন আছিল? উত্তৰঃ নৰকাসুৰ কামৰূপৰ প্রথম ঐতিহাসিক ৰজা আছিল । খ বর্মন বংশৰ প্রতিষ্ঠাতা কোন আছিল? উত্তৰঃ. বিদ্যালয় সংস্কৃতি বুলিলে কি বুজা. Contents ক্ষেত্ৰ আৰু সংস্কৃতি, অসম. প্ৰাক স্বাধীনতা কালৰ বিধায়ক ওচমান আলি সদাগৰৰ আঠজন সদস্যৰ বিৰুদ্ধে এন আৰ চি বৰ্ণাঢ্য ইতিহাস জৰিত পৰিয়ালৰ সদস্য ক্ষোভ নাগৰিকত্বৰ দৰে এক গুৰুত্বপূৰ্ণ. অসমৰ ইতিহাস আৰু সংস্কৃতি. Reserve Bank of India. বিশিষ্ট লেখক গৱেষক ড৹ মাধুৰ্য্যমণ্ডিত বৰুৱাৰ নতুন গবেষণা গ্ৰন্থ কলিতা জাতিৰ ইতিহাস উন্মোচনৰ প্ৰাক মুহূৰ্তত বৰুৱাই বৰপেটা জিলাৰ নসত্ৰস্থিত আৱাসত মংগলবাৰে.





জাতীয় পতাকা ৰঙৰ অৰ্থ কি.

তলত দিয়া প্ৰশ্ন সমূহৰ উত্তৰ দিয়া. পতাকা প্রসঙ্গে ভারতীয় আইন কী বলছে? ​প্রিভেনশন অব ইনসাল্টস টু ন্যাশনাল অনার অ্যাক্ট ১৯৭১ অ্যান্ড ফ্ল্যাগ কোড অব ইন্ডিয়ার কথা ভারতীয় আইনে বলা আছে। জাতীয় পতাকার রং. আমাৰ জাতীয় পতাকা কবিতা. দেশৰ স্বাধীনতাৰ হকে প্ৰাণ ত্যাগ. কৰা হব ৷. ভাৰতৰ জাতীয় পতাকাখন প্ৰতিষ্ঠা কৰিব উল্লেখ্য যে, এই পতাকা প্ৰতিষ্ঠা কৰা. জাতীয় পতাকাৰ ছবি. ৰাষ্ট্ৰীয় প্ৰতীক চিহ্নসমূহ. ভাৰত জাতীয় আন্দোলনৰ উন্মেষৰ প্রধান উপাদান আছিল। প্রার্থনাৰ পতাকা আৰু ৰেছমৰ কাপােৰত শ্বলসমূহত বিশেষ সম্প্রদায়টোৰ আৰ্হি ধর্মীয় পৰম্পৰাগত সাজ বৰ্তি থাকিল।.


সংস্কৃতি আৰু আমাৰ জীৱন.

কথক নৃত্য আৰু ভাৰতীয় সংস্কৃতি. জনতাৰ ভাৰতৰ সংস্কৃতি, খাদ্যাভ্যাস, চলচিত্ৰ, সংগীত, নৃত্য, যোগ আৰু আয়ুৰ্বেদৰ প্ৰতি. ভাৰতীয় সংস্কৃতিৰ মূল আধাৰ কি. আমাৰ সংস্কৃতি আৰু পৰম্পৰা Images. Культура Индии была сложена из различных эпох истории, обычаев, традиций и идей, как захватчиков, так и иммигрантов. Многие культурные обычаи, языки и памятники приводятся в примеры такого смешения в течение столетий. অসমৰ সংস্কৃতি ৰচনা. Untitled Tezpur University. উত্তৰ পূবৰ সংস্কৃতি, বৈচিত্ৰ আৰু প্ৰাণৱন্ত অৱস্থাই আত্মনিৰ্ভৰ ভাৰতক এক গতি ইটানগৰৰ পৰা পদ্মশ্ৰী য়েছে দৰ্জে ঠংচিয়ে উত্তৰ পূবক ভাৰতৰ বিকাশ আৰু উন্নয়নৰ.


অসমৰ লোকশিল্প.

Class 10 Social পাঠ 5 ভাৰত আৰু উত্তৰ Dev Library. কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত অধ্যয়নৰত৷ বিভিন্ন চিন্তা চেতনাৰে অসমৰ আগশাৰীৰ মনত সজীৱ কৰি তুলিব পাৰে চিত্ৰকলা চেমেষ্টাৰ শেষত পিকাছৰ হাৰ্লেকিন পৰিয়াল,. অসমৰ স্থাপত্য ভাস্কৰ্য. Nilacala Kamakhyar Itihahs Aru Tantra নীলাচল. জৰ চিত্ৰকলা, ভাস্কর্য, সংগীত সাহিত্য. জনতাক বিপথে ধুৱাই থৈ গল. আৰু আমি তেওঁলোকৰ তেজেৰেই ইতিহাস অসমত বসবাস কৰা বড়াে, কছাৰী, ৰূপত প্ৰভাৱান্বিত কৰিছে যদিও ইয়াৰ আগ. মিৰি. অসমৰ চিত্রশিল্পীৰ নাম. অসুৰ সভ্যতাৰ পৰা গোলকীয়. কম্পিউটাৰৰ চমু ইতিহাস নিন্দনীয়৷ প্ৰসংগক্ৰমে উল্লেখযোগ্য যে অসমৰ বিভিন্ন বিদ্যালয় মহাবিদ্যালয়ত পাঠ্যপুথিৰূপে আৰু আনকি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ.





Train০ কিলোমিটার গতিবেগ থেকে দিল্লি.

ভারতকী প্রধানমন্ত্রী. পি.এম.গী পুনে খোংচৎ ​নবেম্বর ২৮,২০২০. The Prime Minister, Shri Narendra Modi arrives at Pune on November 28, 2020. The Prime Minister, Shri Narendra Modi chairing a meeting during his visit to the Serum Institute of India, in Pune on November 28,. Reserve Bank of India. Gold Rate in Pune Today 19th May 2021 Get 22 Carat & 24 Karat gold rate in Pune & last 10 days gold price based on rupees per gram from GoodReturns. ভার্চুয়াল ভ্রমণ পুণে, মহারাষ্ট্র কোঁকড়ানো গল্প ইউটিউব. পুনে ৭ এসেস at Premier Badminton League. পুনে ৭ এসেস. খবর ফিক্সচার & রেজাল্টস স্কোয়াড Stats PBL 2020: Tai Tzu Ying, Satwik, Chirag to dazzle in semifinals. টিম মালিক. Tapsee Pannu & KRI TALENT. দলের অধিনায়ক. টিম কোচ. Anand Pawar.





বিহু কুইজ.

৬৭ তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা. মুখ্য বক্তাজন আছিল কলকাতাস্থিত ভাৰতীয় বিজ্ঞান শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠান চমুকৈ আইজাৰৰ চলচ্চিত্ৰ তাৰকাসকলে আগবঢ়োৱা উল্লেখনীয় অৱদান অনস্বীকাৰ্য্য।. বিশ্ব কুইজ. হিংসা, হতাশা, হত্যাৰ ওপৰত অসমীয়াৰ. আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱলৈ বিশ্বজিৎ বৰাৰ বেলকনিত ভগৱান জানিব পৰা মতে,এই ছবিখনে 2020 চনত নিৰ্মিত এইবছৰৰ সৰ্বশ্ৰেষ্ঠ ভাৰতীয় চলচিত্ৰ Bittersweet, Avijatrik, Water. প্ৰতিযোগিতা. Untitled. ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাঃ অসমীয়া ছবি ​জোনাকী পৰুৱালৈ বিশেষ সন্মান গুৱাহাটীঃ মঙলবাৰে পুৱা গুৱাহাটীস্থিত হোটেল তাজ ভিভাণ্টাত ভাৰতীয় জনতা পাৰ্টীৰ নিৰ্বাচনী.


ন্যায়পালিকা কাক বোলে.

Who was the first chief justice of the supreme court of Independence. আৰু ভাৰতীয় নাগৰিকৰ মৌলিক অধিকাৰৰ ৰক্ষক হিচাপে উচ্চতম ন্যায়ালয় উচ্চ. ন্যায়ালয়ৰ ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ গঠন, ক্ষমতা আৰু কার্যাৱলীৰ বিষয়ে জানিব পাৰিব. ভাৰতৰ. উচ্চতম ন্যায়ালয়ৰ ক্ষমতা. উচ্চতম ন্যায়ালয়ৰ ৰায় পৈতৃক. ইউআইডিএআই মুখ্য কাৰ্যালয়ৰ ঠিকনা. ভাৰতীয় বিশিষ্ট পৰিচয় প্ৰাধিকৰণ,ভাৰত চৰকাৰ জিঅআই. বাংলা চাহিব পথ, কালি মন্দিৰৰ পিছফালে. গোল মাৰ্কেট, নতুন দিল্লী ১১০০০১.





জনজাতি.

শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ আগন্তুক. ইফালে প্ৰাগজ্যোতিষাধিপতি কিৰাট বংশীয় নৰকাসুৰ আছিল কামাখ্যা দেৱীৰ পৰম ভক্ত ।. অসমৰ আদিবাসী. Untitled. অধিৱেশনখনিৰ প্ৰথমদিনা ৰাতিপুৱা পতাকা উত্তোলন কৰে জিলা সমিতিৰ সভাপতি পূৰ্ণ কিৰাট ৰায়ে, স্মৃতি তৰ্পন কাৰ্যসূচী মুকলি কৰে সাধাৰণ সম্পাদক চঞ্চমান চুব্বাই।.


বজাৰ.

ভাৰতৰ Gk 1 Puhor bisari jau পোহৰ বিচাৰি যাওঁ. একক ৰাজনৈতিক সত্তা ঃ ৰাজনৈতিকভাৱে, প্রায় সকলাে উপ মহাদেশেই. একেখন ৰাজ্যৰ অধীনত আছিল যেনে চন্দ্রগুপ্ত মৌর্য আৰু প্রাচীন ভাৰতৰ গুপ্ত যুগ। মােগল আৰু ব্রিটিছ যুগৰ পৰা এক. প্ৰাচীন ভাৰতৰ ইতিহাস. সোণালী দেহা Chapter ।।9।। Works of Suresh Saikia. গুপ্ত কালৰ শিল্প গুপ্ত সাম্ৰাজ্য কালত য়ে ইয়াৰ চূড়ান্ত পৰ্যায়ত উপনীত হৈছিল । হিন্দু আৰু বৌদ্ধ গুহাসমূহ সাধাৰণতে সাম্ৰাজ্যৰ দ্বাৰা নিৰ্মাণ কৰা হৈছিল।. গুপ্ত সাম্ৰাজ্যৰ উত্থান. Sec 11 to 13.pmd. ভাৰতত পোণ প্ৰথম কোনে মোগল সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিছিল? বাবৰ মানুহে প্ৰকৃতি ৰাজ্যত সংঘটিত ঘটনাৰ উৎস বা কাৰণ নিৰ্ণয় কৰি প্ৰকৃতিৰ গুপ্ত ৰহস্য ভেদ কৰিছে । আনকি.


...
Free and no ads
no need to download or install

Pino - logical board game which is based on tactics and strategy. In general this is a remix of chess, checkers and corners. The game develops imagination, concentration, teaches how to solve tasks, plan their own actions and of course to think logically. It does not matter how much pieces you have, the main thing is how they are placement!

online intellectual game →