Back

ⓘ ভাৰতৰ অৰ্থনীতি - অৰ্থনীতি, অসমৰ অৰ্থনীতি, মনমোহন সিং, ভাৰতীয় অৰ্থনীতিৰ বৈশিষ্ট্য, ৪ ডিচেম্বৰ, লীল বাহাদুৰ চেত্ৰী, বড়োলেণ্ড ক্ষেত্ৰীয় পৰিষদ, অমৰ্ত্য সেন ..



                                               

অৰ্থনীতি

অৰ্থনীতি হৈছে সমাজ বিজ্ঞানৰ এটা বিভাগ। ই এখন দেশ অথবা এটা অঞ্চলৰ দ্ৰব্য আৰু সেৱাৰ উৎপাদন, যোগান, বিনিময়, বিতৰণ আৰু ভোগৰ বিষয়ে আলোচনা কৰে। মানুহৰ জীৱন ধাৰণাৰ বাবে বিভিন্ন সম্পদৰ প্ৰয়োজন। সম্পদ সীমিত কিন্তু অভাৱ অসীম। এই সীমাহীন অভাৱ পুৰণৰ বাবে মানুহে যি প্ৰচেষ্টা চলায় সেই প্ৰচেষ্টা প্ৰয়োগৰ ক্ষমতা সীমাবদ্ধ। সীমিত সম্পদৰ সুব্যৱহাৰৰ দ্বাৰা সৰ্বোত্বম অভাৱ পূৰণ কৰাই হ’ল অৰ্থনীতিৰ মূল বিষয়। অৰ্থনীতি শব্দটো ইংৰাজী Economics শব্দৰ প্ৰতিশব্দ। প্ৰকৃততে Economics শব্দটো গ্ৰীক শব্দ Oikos অৰ্থাৎ পৰিয়াল আৰু Nomos অৰ্থাৎ পৰিচালনা কৰা শব্দ দুটাৰ মিলনৰ পৰা উদ্ভৱ হোৱা Oekonomos-অৰ পৰা উদ্ভুত যাৰ অৰ্থ ...

                                               

অসমৰ অৰ্থনীতি

অসমৰ অৰ্থনীতি মূলতঃ কৃষিকেন্দ্ৰিক। অসমৰ ৬৯% ব্যক্তি কৃষিৰ সৈতে জড়িত। উৎপাদিত কৃষিজাত সামগ্ৰীসমূহ হৈছে: চাহপাত, মৰাপাট, ধান, কুঁহিয়াৰ ইত্যাদি। মূল উৎপাদন ধান। ১৯৬৩ চনত প্ৰকাশ পোৱা "অসমৰ অৰ্থনীতি" শীৰ্ষক গ্ৰন্থৰ জৰিয়তে ভৱানন্দ ডেকাই অসমীয়া অৰ্থনীতিৰ ওপৰত প্ৰথমবাৰৰ বাবে বিদ্যায়তনিকভাৱে অধ্যয়ন কৰিছিল। ইয়াৰোপৰি পৰাগ দাসে "স্বাধীন অসমৰ অৰ্থনীতি" শীৰ্ষক গ্ৰন্থখনতো অসমৰ থলুৱা অৰ্থনীতিৰ সম্পৰ্কত কাম কৰি গৈছে।

                                               

মনমোহন সিং

ড॰ মনমোহন সিং শুনক ; জন্ম ২৬ চেপ্তেম্বৰ ১৯৩২) ভাৰতৰ ত্ৰয়োদশ প্ৰধানমন্ত্ৰী। এজন বিখ্যাত অৰ্থনীতিবিদ ড॰ সিং জৱাহৰলাল নেহৰুৰ পাছতে একেলেথাৰিয়ে দুবাৰ কাৰ্যনিৰ্বাহ কৰা একমাত্ৰ প্ৰধানমন্ত্ৰী আৰু প্ৰথম শিখ। মনমোহন সিঙৰ জন্ম হৈছিল গহত বৰ্তমান পাকিস্তানৰ পঞ্জাবত। ১৯৪৭ চনৰ দেশবিভাজনৰ সময়ত তেওঁলোকৰ পৰিয়াল ভাৰতলৈ আহে। অক্সফৰ্ডৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰাৰ পাছত তেওঁ ১৯৬৬-৬৯ চনত ৰাষ্ট্ৰসংঘত চাকৰি কৰে। ললিত নাৰায়ন মিশ্ৰই তেওঁক ভাৰতীয় ব্যৱসায় আৰু উদ্যোগ মন্ত্ৰালয়ৰ উপদেষ্টা নিৰ্বাচন কৰাৰ লগে লগে তেওঁৰ আমোলাতন্ত্ৰিক জীৱন আৰম্ভ হয়। ৭০ আৰু ৮০ ৰ দশকত মুখ্য অৰ্থনৈতিক উপদেষ্টা ১৯৭২-৭৬, ৰিজাৰ্ভ বেংকৰ গৱৰ ...

                                               

ভাৰতীয় অৰ্থনীতিৰ বৈশিষ্ট্য

ৰাষ্ট্ৰসংঘ পৃথিৱীৰ দেশ সমূহক দুটা ভাগত ভাগ কৰিছে। উন্নত ৰাষ্ট্ৰ আৰু উন্নয়নশীল ৰাষ্ট্ৰ। ভাৰত এখন উন্নয়নশীল ৰাষ্ট্ৰ। ভাৰতীয় অৰ্থনীতিৰ বৈশিষ্ট্য বিষয় তলত বহলে আলোচনা কৰা হল। কম জনমুৰি আয়: ভাৰতত জাতীয় আয়ৰ লগতে জনমুৰি আয়ৰ মাত্ৰাও খুবেই কম। বিশ্ব বেংকৰ প্ৰতিবেদন মতে, ২০০৫ চনত ভাৰতৰ জনমুৰি আয় আছিল $৭২০। কেবল কিছুমান দেশক বাদ দি ভাৰত পৃথিবীৰ সবাতোকৈ কম জনমুৰি আয় থকা দেশ। ২০০৫ চনত চুইজাৰলেণ্ডৰ জনমুৰি আয় ভাৰতৰ জনমুৰি আয়তকৈ ৫৪ গুণ বেছি আছিল, আমেৰিকা যুক্তৰাষ্ট্ৰত ৬১ গুণ, জাৰ্মানীত ৪৮ গুণ আৰু জাপান ৫৪ গুণ বেছি ভাৰতৰ জনমুৰি আয়তকৈ। যদিও বিনিময় হাৰত গণনা কৰা জনমুৰি আয়, পৃথিবীৰ বিভিন্ন দেশৰ ...

                                               

৪ ডিচেম্বৰ

৪ ডিচেম্বৰ দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৩৩৮ তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২৭টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা –

                                               

লীল বাহাদুৰ চেত্ৰী

লীল বাহাদুৰ চেত্ৰী এগৰাকী ভাৰতীয় সাহিত্যিক। অসমৰ গুৱাহাটীত জন্মগ্ৰহণ কৰা লীল বাহাদুৰ চেত্ৰীয়ে নেপালী ভাষাত সাহিত্য ৰচনা কৰে। তেওঁ আৰ্য বিদ্যাপীঠ মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ প্ৰাক্তন মুৰব্বী অধ্যাপক। ১৯৮৭ চনত তেওঁৰ উপন্যাস ব্ৰহ্মপুত্ৰকো ছেও ছাও ৰ বাবে নেপালী ভাষাৰ সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল। তেওঁৰ আন এখন উপন্যাস বাচীন নেপালৰ ত্ৰিভুৱন বিশ্ববিদ্যালয়ৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত হৈছে। ২০১৬ চনত তেওঁৰ নেপালী ভাষা আৰু সাহিত্যলৈ আগবঢ়োৱা অৱদানৰ বাবে নেপালৰ জগদম্বা শ্ৰী পুৰস্কাৰ লাভ কৰিছিল। ২০২০ চনত ভাৰত চৰকাৰে সাহিত্য আৰু শিক্ষাক্ষেত্ৰত তেওঁৰ অৱদানৰ স্বীকৃতি স্বৰূপে ভাৰতৰ চতুৰ্থ অসামৰিক সন্মা ...

                                               

বড়োলেণ্ড ক্ষেত্ৰীয় পৰিষদ

বড়োলেণ্ড ক্ষেত্ৰীয় পৰিষদ বা বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল চমুকৈ বিটিচি অসমৰ এক স্বায়ত্বশাসিত অঞ্চলৰ পৰিষদ। অসমৰ বড়োলেণ্ড অঞ্চলত শাসন কাৰ্য সম্পাদন কৰিবলৈ এই পৰিষদৰ গঠন কৰা হয়। ২০০৩ চনৰ ১০ ফেব্ৰুৱাৰী তাৰিখে এই পৰিষদ স্থাপন কৰা হয়। ইয়াত মুঠ ৪৬জন কাৰ্যকৰী সদস্য আছে আৰু প্ৰত্যেকৰে নিজ সমষ্টি আছে। বড়োলেণ্ড ক্ষেত্ৰীয় পৰিষদৰ অন্তৰ্গত অঞ্চলক চৰকাৰী ভাবে বড়োলেণ্ড ক্ষেত্ৰীয় অঞ্চল বা বড়োলেণ্ড টেৰিটৰিয়েল ৰিজিয়ন চমুকৈ বিটিআৰ বোলে। বৰ্তমান বড়োলেণ্ড ক্ষেত্ৰীয় পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য হৈছে ইউপিপিএল দলৰ প্ৰমোদ বড়ো আৰু উপ-মুখ্য কাৰ্যবাহী সদস্য হৈছে গোবিন্দ বসুমতাৰী। ইয়াৰ মুখ্য কাৰ্যাল ...

                                               

অমৰ্ত্য সেন

অমৰ্ত্য সেন এগৰকী বিশিষ্ট ভাৰতীয় অৰ্থনীতিবিদ। ১৯৯৮ চনত অৰ্থনীতি বিষয়ত পৃথিৱীৰ সৰ্ব্বোচ্চ সন্মান নবেল বঁটা লাভ কৰে। তেওঁৰ জীৱন জোৰা সাধনা আৰু গৱেষণাই অৰ্থনীতিৰ প্ৰচলিত ধাৰণাৰে কুঁৱলি ফালি বিশ্বৰ কল্যাণকামী অৰ্থনীতিৰ ক্ষেত্ৰত এক নতুন তত্ত্ব দাঙি ধৰিবলৈ সক্ষম হয়। তেওঁৰ এই তত্ত্বত পৃথিৱীৰ দৰিদ্ৰ আৰু দুৰ্ভিক্ষসকলৰ কল্যাণ উন্নয়নৰ সুগম পথৰ সন্ধান পোৱা যায়। ১৯৯৯ চনত ভাৰত চৰকাৰে তেওঁক ভাৰতৰ শ্ৰেষ্ঠ সন্মান ভাৰত-ৰত্ন সন্মানেৰে সন্মানিত কৰে। ইয়াৰ উপৰিও তেওঁ মহলানবিশ বঁটা, দেশীকোত্তম সন্মান, জিন মায়েৰ গ্লবেল চিটিজেনশ্বিপ এৱাৰ্ড, এছিয়াটিক ছচাইটিৰ ইন্দিৰা গান্ধী সোণৰ পদক, এডিনবাৰ্গ পদক, নৱম কাটাল ...

                                               

জৱাহৰলাল নেহৰু মহাবিদ্যালয়

জৱাহৰলাল নেহৰু মহাবিদ্যালয় ইংৰাজী: Jawaharlal Nehru College ১৯৮৬ চনত স্থাপন কৰা অসমৰ কামৰূপ জিলাৰ বকো অঞ্চলত অৱস্থিত এখন উচ্চশিক্ষাৰ প্ৰতিষ্ঠান। মহাবিদ্যালয়খন গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত।

                                               

কুলধৰ শইকীয়া

কুলধৰ শইকীয়া ভাৰতীয় আৰক্ষী সেৱাৰ অসম মেঘালয় কেডাৰৰ এগৰাকী অৱসৰপ্ৰাপ্ত বিষয়া৷ তেখেত অসমৰ আৰক্ষী সঞ্চালক-প্ৰধান হিচাপে কাৰ্য্যনিৰ্বাহ কৰিছিল৷ তেখেত অসমৰ এগৰাকী উল্লেখযোগ্য সাহিত্যিক। বৰ্তমান অসম সাহিত্য সভাৰ সভাপতি। আৰক্ষী বিভাগত তেওঁ দেখুৱা উৎকৃষ্ট কাৰ্যদক্ষতাৰ বাবে তেখেতে ৰাষ্ট্ৰপতিৰ পৰা দুবাৰকৈ ৰাষ্ট্ৰপতিৰ আৰক্ষী পদক লাভ কৰিছে। অসম আৰক্ষী সমাজৰ কল্যাণৰ বাবে তেখেতে "প্ৰজেক্ট প্ৰহৰী" নামৰ এক অভিলাষী প্ৰকল্প আৰম্ভ কৰিছিল। ইয়াৰ লগতে তেখেত অসম প্ৰকল্প নামেৰে অৰ্থনৈতিক নীতি গৱেষণা গোট এটা গঠন কৰিছিল। আৰক্ষী সেৱাৰ লগত জড়িত শইকীয়া এজন সুসাহিত্যিক। তেখেতে ১৯৯৮ চনত মুনীন বৰকটকী বঁটা আৰু ২০০০ ...

                                               

ধেমাজি মহাবিদ্যালয়

স্বচলিত বতৰ তথ্য কেন্দ্ৰ Automatic weather information centre শিশু শিক্ষা আৰু বৃত্তি বিকাশ কেন্দ্ৰ CECDC

                                               

অভিজিৎ বেনাৰ্জী

অভিজিৎ বিনায়ক বেনাৰ্জী এগৰাকী ভাৰতীয়-আমেৰিকান অৰ্থনীতিবিদ। তেওঁ বৰ্তমান আমেৰিকা যুক্তৰাষ্ট্ৰৰ মেছাচুচেটছ প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ অৰ্থনীতিৰ ফৰ্ড ফাউণ্ডেচন ইন্টাৰনেচনেলৰ অধ্যাপক। অভিজিৎ বেনাৰ্জীয়ে তেওঁৰ পত্নী ইস্থাৰ ডাফ্লো আৰু মাইকেল ক্ৰেমাৰৰ সৈতে "গোলকীয় দৰিদ্ৰতা নিৰ্মূলৰ বাবে তেওঁলোকৰ পৰীক্ষামূলক অভিগমন"ৰ বাবে ২০১৯ চনৰ অৰ্থনীতিৰ নবেল বঁটা প্ৰদান কৰা হয়। অভিজিৎ বেনাৰ্জী আৰু তেওঁৰ পত্নী ইস্থাৰ ডাফ্লো নবেল বঁটা লাভ কৰা ষষ্ঠ বিবাহিত দম্পতি।

                                               

ভাৰতীয় টকা

ভাৰতীয় টকা হৈছে ভাৰতৰ চৰকাৰী মুদ্ৰাৰ নাম। ভাৰতীয় মুদ্ৰাৰ মুখ্য নাম হৈছে ৰুপীয়া, ইংৰাজীত Rupee, কিন্তু কেৱল বঙালী আৰু অসমীয়া ভাষাতহে ইয়াক টকা বুলি কোৱা হয়। ভাৰতীয় ৰিজাৰ্ভ বেংকে টকা প্ৰস্তুত কৰি বাণিজ্যিক বেংকসমূহৰ দ্বাৰা ৰাইজৰ মাজত বিতৰণ কৰে। আধুনিক ভাৰতীয় টকাক পইছালৈ ভাগ কৰা হৈছে। বৰ্তমান এটকাত ১০০ পইছা থাকে। কাগজৰ নোট ৫, ১০, ২০, ৫০, ১০০, ২০০, ৫০০, আৰু ২০০০ টকাত পোৱা যায়। লগতে ধাতুৰ মুদ্ৰা ৫০ পইছা, ১ টকা, ২ টকা ৫ টকা আৰু ১০ টকা পোৱা যায়। ৰুপীয়া শব্দটো ৰূপৰ পৰা আহিছে, কাৰণ ভাৰতত আগতে মুদ্ৰা ৰূপেৰে নিৰ্মাণ কৰা হৈছিল। ২০১০ চনৰ ১৫ জুলাইত ভাৰতৰ কেন্দ্ৰীয় কেবিনেটে টকাৰ এটি প্ৰতীক চিহ ...

                                               

ভাৰতীয় টকাৰ ইতিহাস

খ্ৰীষ্টপূৰ্ব ষষ্ঠ শতিকাৰ পৰাই ভাৰতীয় টকাৰ ইতিহাস আৰম্ভ হয়। চীনা ৱেন আৰু লিডিয়ান ষ্টেটাৰৰ লগতে প্ৰাচীন ভাৰত মুদ্ৰাৰ প্ৰাৰম্ভিক প্ৰচলনকাৰী দেশসমূহৰ অন্যতম।হিন্দী ৰূপিয়া শব্দটো মৰিয়াই চেপেটা কৰা ৰূপ অৰ্থাৎ ৰূপৰ মূদ্ৰা বা মোহৰ মাৰি চিহ্নিত কৰা কাৰ্যক বুজোৱা সংস্কৃত শব্দ ৰূপ ৰ পৰা উদ্ভৱ হৈছে। এই ৰূপ শব্দটো আকৌ আকাৰ বা আকৃতি বুজোৱা সৰ্বনাম পদ ৰূপ ৰ পৰা উলাইছে আৰু ই মূলতঃ দ্ৰাবিড় ভাষাৰ শব্দ। কৌটিল্যৰ অৰ্থশাস্ত্ৰতো ৰূপৰ মোহৰ ৰূপ্যৰূপ, সোণৰ মোহৰ সুৱৰ্ণৰূপ আৰু সীহৰ মোহৰ সীহৰূপ ৰ কথা উল্লেখ আছে। শ্বেৰ শ্বাহ সূৰী য়ে তেওঁৰ পাঁচ বছৰীয়া শাসনকালত ১৫৪০-১৫৪৫ ১৭৮ ৰতি ওজনৰ ৰূপৰ মুদ্ৰা ৰূপিয়া নামেৰে প ...

                                               

ভাৰতৰ শক্তি খণ্ড

বিদ্যুৎ শক্তিৰ উৎপাদনৰ ক্ষেত্ৰত ভাৰত হৈছে পৃথিৱীৰ ভিতৰতে তৃতীয় বৃহৎ দেশ। আনহাতে বিদ্যুৎ শক্তিৰ ব্যৱহাৰৰ তালিকাতো ভাৰতৰ স্থান তৃতীয়। ২০২০ চনৰ ৩১ মাৰ্চ পৰ্যন্ত ভাৰতৰ ৰাষ্ট্ৰীয় বিদ্যুৎ গ্ৰীডৰ সৰ্বমুঠ প্ৰতিষ্ঠাপিত বহনক্ষমতা হৈছে ৩৭০.১০৬ গিগাৱাট । নৱীকৰণযোগ্য শক্তিকেন্দ্ৰসমূহ, -এ মুঠ প্ৰতিষ্ঠাপিত ক্ষমতাৰ ৩৫.৮৬% বহন কৰে। ২০১৮-১৯ চনৰ আৰ্থিক বৰ্ষত ভাৰতৰ ৰাজহুৱা প্ৰতিষ্ঠানসমূহৰ দ্বাৰা উৎপাদিত হোৱা সৰ্বমুঠ বিদ্যুৎ শক্তি আছিল ১,৩৭২ টেৰাৱাট-আৱাৰ আৰু ৰাজহুৱা প্ৰতিষ্ঠান/অৰাজহুৱা প্ৰতিষ্ঠানৰ দ্বাৰা উৎপাদিত সৰ্বমুঠ বিদ্যুৎ শক্তিৰ পৰিমাণ আছিল ১,৫৪৭ টেৰাৱাট-আৱাৰ।২০১৮-১৯ চনত ভাৰতৰ জনমূৰি বিদ্যুৎ ব্যৱহাৰ আ ...

বম্বে ষ্টক বিনিময় কেন্দ্ৰ
                                               

বম্বে ষ্টক বিনিময় কেন্দ্ৰ

বম্বে ষ্টক বিনিময় কেন্দ্ৰ বা বম্বে ষ্টক এক্সেঞ্জ ভাৰতৰ এক ষ্টক বিনিময় কেন্দ্ৰ। ১৮৭৫ চনত মুম্বাইৰ দালাল ষ্ট্ৰীটত ইয়াক স্থাপিত কৰা হৈছিল এই বিনিময় কেন্দ্ৰ এছিয়াৰ প্ৰথম আৰু পৃথিৱীৰ দ্ৰুততম এক্সেঞ্জ বুলি পৰিগণিত। গুজৰাটৰ আহমেদাবাদত অৱস্থিত ভাৰতৰ প্ৰথম আন্তঃৰাষ্ট্ৰীয় এক্সেঞ্জ India International Exchange বম্বে ষ্টক বিনিময় কেন্দ্ৰৰ পূৰ্ণ সহযোগী সংস্থান। বম্বে ষ্টক এক্সেঞ্জত বিনিয়োগকাৰীসকলক ইকুইটি, মুদ্ৰা, পণ্যদ্ৰব্য, মিউচুৱেল ফাণ্ড আদিত বিনিয়োগৰ সুবিধা উপলব্ধ কৰিব পাৰে।

Free and no ads
no need to download or install

Pino - logical board game which is based on tactics and strategy. In general this is a remix of chess, checkers and corners. The game develops imagination, concentration, teaches how to solve tasks, plan their own actions and of course to think logically. It does not matter how much pieces you have, the main thing is how they are placement!

online intellectual game →