Back

★ ভাৰতীয় সমাজ - অমিয় কুমাৰ দাস, ভাৰতীয় ডাক, ধন্দ কেশৱ কৰ্ৱে, ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, গুৱাহাটী, শ্ৰীমন্ত শংকৰদেৱ, ২৯ এপ্ৰিল, ১৭ এপ্ৰিল, ২৭ মাৰ্চ ..



                                               

অমিয় কুমাৰ দাস

লোকনায়ক অমিয় কুমাৰ দাস এজন ভাৰতীয় সমাজ সংস্কাৰক, গান্ধীবাদী নেতা, শিক্ষাবিদ, লেখক আৰু অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী আছিল। তেওঁ অসম চৰকাৰৰ কেবাটাও গুৰুত্বপূৰ্ণ বিভাগ যেনে শিক্ষা, শ্ৰম আৰু অসামৰিক যোগান দপ্তৰৰ মন্ত্ৰী আছিল। তেওঁ মহাত্মা গান্ধীৰ আত্মজীৱনী The Story of My Experiments with Truth অসমীয়ালৈ মোৰ সত্য অন্বেষণৰ কাহিনী নামেৰে অনুবাদ কৰিছিল। তেওঁ অসমত চাহ শ্ৰমিকৰ ভৱিষ্যনিধি কাৰ্যকৰী কৰিবলৈ অহোপুৰুষাৰ্থ কৰিছিল। তেওঁৰ অৱদানৰ প্ৰতি সন্মান জনাই ভাৰত চৰকাৰে তেওঁক ১৯৬৩ চনত দেশৰ তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মভূষণ প্ৰদান কৰে। ১৯৯৮ চনৰ ১৫ মে তাৰিখে ভাৰতীয় ডাক বিভাগে তেওঁৰ নামত এটি ডাক ট ...

                                               

ভাৰতীয় ডাক

২০১৩ চনৰ ২২ মাৰ্চ তাৰিখে অণুবৈদ্যুতিকইলেক্ট্ৰনিক ভাৰতীয় পোষ্টেল অৰ্ডাৰ e-IPO আৰম্ভ কৰা হয় কেৱল দেশৰ বাহিৰত থকা ভাৰতীয়ৰ বাবে। এইবোৰ পোষ্টেল অৰ্ডাৰৰ সহায়ত অনলাইন যোগে ২০০৫ চনৰ তথ্য জনাৰ অধিকাৰ আইনৰ মাছুল পৰিশোধ কৰাৰ সুবিধা হল। ২০১৪ চনৰ ১৪ ফেব্ৰুৱাৰী তাৰিখে এই সেৱা সকলো ভাৰতীয়ৰ বাবে মুকলি কৰি দিয়া হয়।

                                               

ধন্দ কেশৱ কৰ্ৱে

ধন্দ কেশৱ কৰ্ৱে, জনপ্ৰিয়ভাৱে মহৰ্ষি কৰ্ৱে, এগৰাকী ভাৰতীয় সমাজ সংস্কাৰক, অধ্যাপক আৰু লেখক আছিল। তেওঁ মহিলা সৱলীকৰণ আৰু মহিলাৰ অধিকাৰৰ ক্ষেত্ৰত ভালেমান পদক্ষেপ গ্ৰহণ কৰিছিল। তেওঁৰ সন্মানৰ্থে মুম্বাইৰ কুইনছ ৰডৰ নাম সলনি কৰি মহৰ্ষি কৰ্ৱে পথ ৰখা হৈছে। তেওঁ বিধৱা সকলৰ মাজত শিক্ষাৰ প্ৰচাৰত আগৰণুৱা আছিল। তেওঁ ১৯১৬ চনত দক্ষিণ এছিয়াৰ প্ৰথমখন মহিলা বিশ্ববিদ্যালয় শ্ৰীমতী নাথীবাঈ দামোদৰ ঠাকৰচি মহিলা বিশ্ববিদ্যালয় স্থাপন কৰিছিল। ভাৰত চৰকাৰে তেওঁ সমাজলৈ আগবঢ়োৱা অৱদানৰ স্বীকৃতিৰ স্বৰূপে ১৯৫৫ চনত ভাৰতৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মবিভূষণ আৰু ১৯৫৮ চনত তেওঁৰ ১০০তম জন্মদিনত ভাৰতৰ সৰ্বোচ্চ অসামৰি ...

                                               

ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, গুৱাহাটী

ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, গুৱাহাটী হৈছে ভাৰতৰ ষষ্ঠখন ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান। এই প্ৰযুক্তিবিদ্যাৰ প্ৰতিষ্ঠানখন ভাৰত চৰকাৰে অসমৰ গুৱাহাটীত প্ৰতিষ্ঠা কৰে। ভাৰত চৰকাৰে ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, গুৱাহাটী ক এখন "ৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ প্ৰতিষ্ঠান"ৰূপে স্বীকৃতি দিছে।

                                               

শ্ৰীমন্ত শংকৰদেৱ

শ্ৰীমন্ত শংকৰদেৱ একাধাৰে এগৰাকী ধৰ্ম প্ৰচাৰক, সমাজ সংগঠক, সুগায়ক, নৰ্তক, অভিনেতা, কবি, চিত্ৰকৰ আছিল। শংকৰদেৱ অসমীয়া জাতি-সাহিত্য-সংস্কৃতি নিৰ্মাতা। তেওঁ সাংস্কৃতিক প্ৰমূল্যৰে নৱবৈষ্ণৱ ধৰ্ম অথবা একশৰণ ধৰ্ম প্ৰচাৰ কৰি অসমীয়া সমাজ-জীৱনক একত্ৰিত আৰু সংহত কৰিছিল। অসমীয়া তথা ভাৰতীয় সাংস্কৃতিক জীৱনলৈ তেওঁ যি বিস্ময়কৰ অৱদান আগবঢ়াই গল, তাৰ বাবে তেওঁক মহাপুৰুষ আৰু অৱতাৰী পুৰুষৰূপে আখ্যা দিয়া হয়।

                                               

২৯ এপ্ৰিল

১৯৩৬ - জুবিন মেহতা, প্ৰাচ্য আৰু প্ৰাশ্চাত্যৰ শাস্ত্ৰীয় সঙ্গীতৰ ভাৰতীয় পৰিচালক।. ১৯৭০ - এন্দ্ৰে আগাচী, আমেৰিকান টেনিছ খেলুৱৈ।. ১৮৪৮ - ৰাজা ৰবি বৰ্মা, বিখ্যাত ভাৰতীয় চিত্ৰশিল্পী আছিল। মৃত্যু: ২ অক্টোবৰ, ১৯০৬.

                                               

১৭ এপ্ৰিল

১৯৭৯ - সিদ্ধাৰ্থ সূৰ্য্যনাৰায়ণ, তামিল, তেলুগু, হিন্দী আৰু মালয়ালম চলচ্চিত্ৰৰ অভিনেতা।. ১৯৭২ - মুত্তিয়া মুৰলিধৰণ, শ্ৰীলঙ্কাৰ ক্ৰিকেট খেলুৱৈ।. ১৯৬৬ - বিক্ৰম, প্ৰকৃত নাম কেণ্ডি জন ভিক্টৰ, দক্ষিণ ভাৰতীয় অভিনেতা আৰু গায়ক।. ১৮০৬ - মণিৰাম দেৱান, উনৈশ শতিকাৰ অসমৰ সমাজ জীৱনৰ প্ৰভাৱশালী ব্যক্তি আছিল। মৃত্যু:১৮৫৮ চনৰ ২৬ ফেব্ৰুৱাৰী.

                                               

২৭ মাৰ্চ

২০১৭ - অৰুণ শৰ্মাৰ মৃত্যু। তেখেত একাধাৰে এজন নাট্যকাৰ, ঔপন্যাসিক, প্ৰবন্ধ লিখক, কবি তথা অনাতাঁৰ শিল্পী আছিল।. ১৯৬৮ - য়ুৰি গেগেৰিন, ৰুছ দেশৰ ইউৰি গেগৰিন প্ৰথম মহাকাশচাৰী ব্যক্তি। প্ৰশিক্ষণৰ সময়ত হোৱা বিমান দুৰ্ঘটনাত তেখেত নিহত হয়।.

                                               

২৭ ছেপ্টেম্বৰ

১৯২২ চনৰ আজিৰ দিনটোতে সংগীতজ্ঞ বীৰেন্দ্ৰ কুমাৰ ফুকনৰ জন্ম হয়।. ২০০৩ চনৰ আজিৰ দিনটোতে প্ৰথম বাৰৰ বাবে বিশ্বত বিজ্ঞানীসকলৰ দ্বাৰা নিগনিৰ ক্ল’ন সম্পন্ন হয়।. আজি বিশ্ব পৰ্যটন দিৱস।. ১৯৩২ চনৰ আজিৰ দিনটোতে ভাৰতীয় চলচ্চিত্ৰ পৰিচালক য়শ চোপ্ৰাৰ জন্ম হয়।. ১২৯০ খ্ৰীষ্টাব্দৰ আজিৰ দিনটোতে চীনত হোৱা প্ৰবল ভূমিকম্পৰ ফলত এক লাখ লোকৰ মৃত্যু হয়।. ১৮২৫ খ্ৰীষ্টাব্দৰ আজিৰ তাৰিখতে ইংলেণ্ডৰ ষ্টকটন আৰু ডাৰলিংটন চহৰৰ মাজত ভাপচালিত ইঞ্জিনে টনা পৃথিৱীৰ প্ৰথম যাত্ৰীবাহী আৰু মালবাহী ৰেলগাড়ীৰ চলাচল আৰম্ভ হয়।. ১৯৫৮ চনৰ আজিৰ দিনটোতে ভাৰতৰ মিহিৰ সেনে ইংলিছ চেনেল সাঁতুৰি অতিক্ৰম কৰে। ইংলিছ চেনেল সাঁতুৰি পাৰ হোৱা তে ...

                                               

২২ মে

১৯০৬ – ৰাইট ভাতৃদ্বয়ে" উৰন্ত সৰঞ্জাৰ Flying-Machine”ৰ পেটেণ্ট লাভ কৰে।. ১৮৪৯ – আমেৰিকাৰ ৰাষ্ট্ৰপতি আব্ৰাহাম লিংকনে" লাইফ ব’ট”ৰ পেটেণ্ট লাভ কৰে। যিকোনো আবিস্কাৰৰ পেটংণ্ট লাভ কৰা তেঁৱেই একমাত্ৰ আমেৰিকান ৰাষ্ট্ৰপতি।. ২০০০ – শ্ৰীলংকাত জাফানা অধিকাৰ কৰা প্ৰায় ১৫০ জনতকৈ অধিক সন্ত্ৰাসবাদী হত্যা কৰা হয়।. ১৭৬২ – ছুইডেন আৰু প্ৰুছিয়াই হামবাৰ্গ চুক্তিত সাক্ষৰ কৰে।. ১৯৯০ – উত্তৰ আৰু দক্ষিণ উনান সংযুক্ত হৈ নতুন য়ুনান গণতন্ত্ৰৰ প্ৰতিস্থা কৰে।.

                                               

২৫ মে

২০১৮ - প্ৰধানমন্ত্ৰী শেখ হাছিনা আৰু নৰেন্দ্ৰ মোদীয়ে শান্তি নিকেতনত বাংলাদেশ ভৱন উদ্বোধন কৰেন।. ১৯৮৮ - অমিয় কুমাৰ দাস, ভাৰতীয় সমাজ সংস্কাৰক, গান্ধীবাদী নেতা, শিক্ষাবিদ, লেখক আৰু অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী মৃত্যু: ১৯৭৫ চন.

                                               

মুথুলক্ষ্মী ৰেড্ডী

মুথুলক্ষ্মী ৰেড্ডী এগৰাকী ভাৰতীয় সমাজ সংস্কাৰক, চিকিৎসক, ৰাজনীতিবিদ, মহিলাৰ অধিকাৰ কৰ্মী আৰু লেখিকা। তেওঁ ভাৰতৰ প্ৰথম মহিলা বিধায়ক। ১৯২৭ চনত তেওঁক মাদ্ৰাজ বিধান পৰিষদৰ সদস্য হিচাপে মনোনীত কৰা হৈছিল। তেওঁ ভাৰতৰ তৃতীয় পুৰণি চিকিৎসা মহাবিদ্যালয় মাদ্ৰাজ মেডিকেল কলেজ ৰ প্ৰথম ছাত্ৰী আছিল। তেওঁ চৰকাৰী মাতৃত্ব আৰু চকু চিকিৎসালয়ৰ প্ৰথম মহিলা শল্য চিকিৎসক। ইয়াৰ লগতে তেওঁ ভাৰতৰ প্ৰথম মহিলা জিলা পৰিষদৰ উপ-সভাপতি, ৰাজ্য সমাজ কল্যাণ উপদেষ্টা বোৰ্ডৰ প্ৰথম সভাপতি আৰু মাদ্ৰাজ পৌৰনিগম অভয় হোমৰ প্ৰথম পৌৰমাতা আছিল। ১৯৫৬ চনত ভাৰত চৰকাৰে তেওঁৰ সমাজলৈ আগবঢ়োৱা অৱদানৰ স্বীকৃতি স্বৰূপে ভাৰতৰ তৃতীয় সৰ্বোচ্চ ...

                                               

ভাৰতৰ ভুৱা বাতৰি

ভাৰতৰ ভুৱা বাতৰি: দেশখনৰ যিবোৰ মিছা খবৰ আৰু অপপ্ৰচাৰ মানুহৰ মুখেমুখে, পৰম্পৰাগত মাধ্যমবোৰৰ যোগেদি বা শেহতীয়াকৈ ডিজিটেল মাধ্যমৰ বিভিন্ন ৰূপত, যেনে সম্পাদিত ভিডিঅ’, মিম, অপৰীক্ষিত বিজ্ঞাপন আৰু সামাজিক মাধ্যমত ৰতনা হোৱা গুজৱ আদিৰ যোগেদি বিয়পি পৰে, সেইবোৰেই ভাৰতৰ ভুৱা বাতৰি। সামাজিক মাধ্যমৰ যোগেদি বিয়পি পৰা ভুৱা বাতৰি দেশখনৰ কাৰণে এক জটিল সমস্যা হৈ দেখা দিছে, যিয়ে জনতাক হিংসাত্মক হোৱাৰ প্ৰতিও প্ৰৰোচিত কৰিব পাৰে। ২০১৮ত সামাজিক মাধ্যমৰ যোগেদি বিয়পি পৰা ভুৱা বাতৰিৰ বাবে কমেও ২০ জন মানুহৰ মৃত্যু হৈছিল। ৰয়টাৰ ইন্সটিটিউট ফৰ দ্য ষ্টাডী অৱ জাৰ্ণেলিজিমৰ Rasmus Kleis Nielsen-এ ভাবে যে" পশ্চিমীয়া ...

                                     

★ ভাৰতীয় সমাজ

  • ল কন য ক অম য ক ম ৰ দ স - এজন ভ ৰত য সম জ স স ক ৰক, গ ন ধ ব দ ন ত শ ক ষ ব দ, ল খক আৰ অসম চৰক ৰৰ প ৰ ক তন মন ত ৰ আছ ল ত ও অসম চৰক ৰৰ
  • আয ব দ ধ আৰ কৰ মচ ৰ ৰ ক ৰ য যদক ষত ব দ ধ ৰ ব ব ড ক স ৱ ক ৰ জ য ক সম জ - ন ৰ পত ত আ চন ৰ ক ন দ ৰ ব ন দ কৰ ৰ ব ব গ ৰ ম য ড ক ঘৰ সম হক
  • এপ ৰ ল নৱ ম বৰ জনপ ৰ য ভ ৱ মহৰ ষ কৰ ৱ এগৰ ক ভ ৰত য সম জ স স ক ৰক, অধ য পক আৰ ল খক আছ ল ত ও মহ ল সৱল কৰণ আৰ মহ ল ৰ অধ ক ৰৰ
  • প ৰ বত ইল কট ৰন ক স এণ ড কম উন ক শ বন ব ভ গ ব ল জন গ ছ ল Humanities আৰ সম জ ব জ ঞ ন ব ভ গ পদ ৰ থ ব জ ঞ ন ব ভ গ গণ ত ব ভ গ ম ক ন ক ল ইঞ জ ন য ৰ ব ভ গ
  • নৱব ষ ণৱ ধৰ ম অথব একশৰণ ধৰ ম প ৰচ ৰ কৰ অসম য সম জ - জ ৱনক একত ৰ ত আৰ স হত কৰ ছ ল অসম য তথ ভ ৰত য স স ক ত ক জ ৱনল ত ও য ব স ময কৰ অৱদ ন আগবঢ ই
  • ট ন ছ খ ল ৱ ভ ৰত য অভ ন ত ইৰফ ন খ নৰ বছৰ বয সত ম ত য হয জন ম: জ ন ৱ ৰ ভ ৰত য ম ক ত য জ ৰ সম জ সৱ ক গ ন ধ ব দ কৰ ম
  • শত ক ৰ অসমৰ সম জ জ ৱনৰ প ৰভ ৱশ ল ব যক ত আছ ল ম ত য চনৰ ফ ব ৰ ৱ ৰ - ব ক ৰম, প ৰক ত ন ম ক ণ ড জন ভ ক টৰ, দক ষ ণ ভ ৰত য অভ ন ত আৰ
  • তম দ ন - প ষ পলত দ সৰ জন ম ত খ ত এগৰ ক ভ ৰত য স ব ধ নত স গ ৰ ম গ ন ধ ব দ সম জ স স ক ৰক আৰ ৰ জন ত ক ন ত ৰ আছ ল ম ত য
  • ম ৰজ ফৰক গ দ চ য ত কৰ ম ৰক চ ম ব গৰ নৱ ব হয খ ৰ ষ ট ব দৰ আজ ৰ দ নট ত সম জ স স ক ৰক ৰ জ ৰ মম হন ৰ য ৰ ম ত য হয খ ৰ ষ ট ব দৰ আজ ৰ দ নট ত স ব ধ নত
  • জনতক অধ ক সন ত ৰ সব দ হত য কৰ হয ৰ জ ৰ মম হন ৰ য ভ ৰত য দ ৰ শন ক, সম জ স স ক ৰক ম ত য চন থম ছ গল ড, অষ ট ৰ ল য ন - আম ৰ ক ন
                                     
  • তম দ ন বছৰ শ ষ হ বল দ ন ব ক থ ক - অম য ক ম ৰ দ স, ভ ৰত য সম জ স স ক ৰক, গ ন ধ ব দ ন ত শ ক ষ ব দ, ল খক আৰ অসম চৰক ৰৰ প ৰ ক তন মন ত ৰ
  • ম থ লক ষ ম ৰ ড ড জ ল ই জ ল ই এগৰ ক ভ ৰত য সম জ স স ক ৰক, চ ক ৎসক, ৰ জন ত ব দ, মহ ল ৰ অধ ক ৰ কৰ ম আৰ ল খ ক ত ও ভ ৰতৰ প ৰথম
  • আমল অশ ক ৰ ইয পৰম পৰ গত জল স ৰক ষণ ক শল প ৰয গৰ ব ব জন জ ত এগৰ ক ভ ৰত য সম জ স ৱ ক আৰ চনত ৰ জস থ নত স ষ ট হ ৱ ভয কৰ খৰ পৰ স থ ত য
  • প ষ পলত দ স এগৰ ক ভ ৰত য স ব ধ নত স গ ৰ ম গ ন ধ ব দ সম জ স স ক ৰক আৰ ৰ জন ত ক ন ত ৰ ত ও চনৰ পৰ চনল ৰ জ য সভ ৰ স সদ
  • ব জ ঞ ন, ক ৰ ড সম জ স ৱ আৰ চৰক ৰ ক ষ ত ৰত ব শ ষ অৱদ নৰ ব ব ভ ৰত চৰক ৰ এই সম ম ন প ৰদ ন কৰ আহ ছ এই সম ম ন স ধ ৰণত ভ ৰত য ন গৰ কসকলক ই প ৰদ ন
  • ব ৰ ন দ ৰ ক ম ৰ ভট ট চ ৰ যৰ একম ত ৰ কব ত প থ স ন ধ যস বৰত সন ন ৱ ষ ট কব ত সম হত সম জ সচ তনত ৰ চ ত ৰ স ন দৰভ ব প ৰত ফল ত হ ৱ দ খ য য ব ষ ণ ৰ ভ এত য ক ম ন
  • ক ন দ ৰ য ব শ বব দ য লয ব শ বব দ য লয খনত ম ঠ ষ ল লখন ব দ য প ঠ আছ এইসম হত সম জ ব জ ঞ ন, কল জ ৱ ব দ য ভ ত ক ব দ য পৰ ৱ শ ব দ য তথ য ব জ ঞ ন, প ৰয ক ত
  • স হ ত যক ৰ চ ম ৱ ল ট ইলৰ ক লৰ জৰ ম ত য হয ঘ চনৰ আজ ৰ দ নট ত ৰ জন ত তথ সম জ স ধ ৰক গ গ প ৰস দ বৰ ম ৰ ম ত য হয ঙ চনৰ আজ ৰ দ নট ত ভ ৰতৰ প ৰস দ ধ
  • আব ৰ হ ম ল কনৰ জন ম হ ছ ল ম ত য এপ ৰ ল, চনৰ আজ ৰ দ নট ত আৰ য সম জ প ৰত ষ ঠ ত মহৰ ষ দয নন দ সৰস বত ৰ জন ম হ ছ ল ম ত য অক ট বৰ
  • ম ত য জ ন ৱ ৰ চনৰ আজ ৰ দ নট ত প ৰখ য ত দ ৰ শন ক, গণ তজ ঞ, সম জ সম ল চক পণ ড ত ব ৰ ট ৰ ণ ড ৰ ছ লৰ ম ত য ত ও চনত Marriage And morals
  • পৰ সম জতত ত ব Sociology ব ষয ত স ন তক ত তৰ ড গ ৰ ল ভ কৰ ছ ল ম চ সম জ আৰ স স ক ত ৰ পৰ ৱৰ তন আৰ প ৰগত শ ৰ ষক গৱ ষণ ৰ ব ব ড ব ৰ গড ব শ বব দ য লয ৰ
                                     
  • স ব ধ নত স গ ৰ ম সম জস ৱক আৰ স হ ত য ক আছ ল অসম য সম জ জ ৱনত ত খ ত আগবঢ ই য ৱ সম জ স ৱ ৰ ব ব ত ও ক ত য গব ৰ উপ ধ ৰ ব ভ ষ ত কৰ হ ছ ল
  • আকৰ ষণ কৰ বল ক ৰমবৰ দ ধম ন হ ৰত ভ ৰত য ব যৱস য ক ছব ব ৰৰ ট ইলৰ দ খ ওৱ হ ছ ল য ৱ ন ৰ ম ত সকল ত ও ল কৰ ছব ত ভ ৰত য সম জ আৰ স স ক ত ৰ ব ভ ন ন উপ দ নক
  • জন ম হ ছ ল চনৰ আজ ৰ দ নট ত ক শৱ স নৰ ন ত ত বত কলক ত ত আদ ব ৰহ ম সম জ প ৰত ষ ঠ ত হয চনৰ আজ ৰ দ নট ত চৰক ৰ ভ ৱ প ৰথম ব শ বয দ ধৰ স মৰণ
  • ধৰ ম, আৰ সম ভবত ব ক ট তক ও অধ ক অন গ ম আছ ক ছ ম ন অত ধ ৰ ম ক সম জ তথ স স ক ত ৰ স ত ভ ৰত হ ছ ব শ বৰ এখন ধ ৰ ম ক ব ভ ন নত থক ৰ ষ ট ৰ ইয ৰ
  • হ ম ভৰ ল - এগৰ ক ভ ৰত য ম ক ত য জ ৰ সম জ স ৱ ক সৰ ব দয ন ত ৰ আৰ গ ন ধ ব দ কৰ ম ত ও ক ব শ ষক ন ৰ সবল কৰণ আৰ সম জৰ আৰ থ কভ ৱ
  • ব ছ ন ই যদ ও ন ত ব ব ক, ম নৱ য স ন হ - প ৰ মৰ দ ব ত অক তৰ ন জৰ ধৰ ম আৰ সম জ পৰ ত য গ কৰ এক অভ ৱন য মহত ত বৰ পৰ চয দ ছ এক ব যত ক ৰম চৰ ত ৰ গজ ন
  • ত লক, জ ল ই - আগষ ট এগৰ ক ভ ৰত য শ ক ষক, স ব দ ক, উক ল, সম জ স স ক ৰক তথ ভ ৰত য স ব ধ নত আন দ লনৰ জড ত সক ৰ য ব যক ত ত ও ৰ
  • প ছত ত ও গ ৱ হ ট ৰ কটন কল জৰ পৰ সম জ শ স ত ৰ ব ষয ত স ন তক ড গ ৰ ল ভ কৰ ত ৰ প ছত ত ও প ণ ব শ বব দ য লয ৰ পৰ সম জ শ স ত ৰ ব ষয ত স ন তক ত তৰ ড গ ৰ
  • শ ৰ শ ৰ শ কৰদ ৱ ড ৱৰৰ স প ৰ ধ ন য দ শ প ৰণ অসম য সম জ আৰ স স ক ত অসম য গ ত স হ ত য অসম য প ৰ মগ থ

Users also searched:

ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, গুৱাহাটী, পৰতষঠন, ৰযকতবদয, গৱহট, ভৰযকতবদযপৰতষঠনগৱহট, ২৯ এপ্ৰিল, এপৰল, ১৭ এপ্ৰিল, ভৰতৰ, ভৰত, ধনত, সগৰম, কইজ, গণৰজয, অসময, পৰথম, গণতনতৰ, ভৰতয, আটইতক, জতয, সভপত, আটইতকঘলদন, ভৰতজতযকগৰছৰপৰথমসভপত, অসমযসহতযৰকইজ, ফবৱৰ, তমগণৰজযদৱস, ভৰতযগণতনতৰclass, ভৰতৰপৰথমধনতসগৰমবলআখদযহয, দৱস, সহতযৰ,

...

Encyclopedic dictionary

Translation

দীপাৱলীৰ আটচবাজীৰ আন্ধাৰ দিশটো.

গুৱাহাটী বিশ্ববিদ্যালয়, বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ উন্নীত অধ্যয়ন প্ৰতিষ্ঠান, অসম অভিযান্ত্ৰিক মহাবিদ্যালয়, ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান আদিৰ দৰে. কামৰূপ জিলাৰ উত্তৰ গুৱাহাটীৰ. ঘৰ ❯ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা ❯ গৱেষণা আৰু উন্নয়ন প্ৰতিষ্ঠান. গৱেষণা অসমৰ ভাৰতীয় মান সময়ৰ প্ৰচাৰৰ সুবিধাসমূহ ৰ দ্বাৰা গুৱাহাটী মহানগৰৰ ভিতৰত বৃক্ষৰাজিৰে আৱৰা প্ৰগতিশীল মেপ সজা আৰু বনানীকৰণ স্থান।.





অসম বিধানসভা নিৰ্বাচনৰ এগজিট পলঃ.

২৯ এপ্ৰিল ২০২০ সময়: পুৱা ৩:৪৬ বজা. স্হান: ভাৰতীয় ষ্টেট বেংকৰ এ টি এম, পুৰণি বাছ আস্হানৰ সমীপত, ধেমাজি নগৰ. এগৰাকী লোকে মাক্স পৰিধান কৰি মুখত সম্পূৰ্ণ আৱৰণেৰে. পৃথিৱীৰ কিছু উল্লিখযোগ্য দিৱস. ২৯ এপ্ৰিল বৃহস্পতিবাৰে নিশা ৯ ২০ বজাত ওদালগুৰি অসামৰিক চিকিৎসালয়ত শেষ নিশ্বাস. সুপ্ৰভাত যোৱা ২৯ এপ্ৰিল, ২০১৬. অসমকে ধৰি দেশৰ ৫ খন ৰাজ্যত হবলগীয়া নিৰ্বাচন আৰু কেইবাখনো ৰাজ্যৰ উপ ​নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি নিৰ্বাচন আয়োগে আজি পুৱা ৭ বজাৰ পৰা অহা ২৯ এপ্ৰিলৰ সন্ধিয়া.


ভাৰতীয় গণতন্ত্ৰ class 10.

অসমীয়া প্ৰতিদিন, Author at Asomiya Pratidin. এচ দেৱে ১৯৪৮ চনৰ ৫ এপ্ৰিল পৰা ১৯৪৮ চনৰ ৭ এপ্ৰিল লৈ অসম উচ্চ ন্যায়ালয়ৰ প্ৰথম মুখ্য ২০১০ চনৰ ১৭ এপ্ৰিলৰ পৰা তেওঁক গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে. ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি. Ministry of Corporate Affairs IEPF. বৰষুণঃডিমাপুৰৰ পৰা নগাঁও অভিমুখে আহি থাকোতে চলোৱা অভিযানত ১৭ লাখকৈ টকা জব্দ কৰে।.





শ্বহীদ দিৱস কেতিয়া পালন কৰা হয়.

দেশৰ ৫ খন ৰাজ্যত বিধানসভা News On AIR. বেংগলে আঠটা পৰ্যায়ত, ২৭ মাৰ্চ, এক এপ্ৰিল, ছয় এপ্ৰিল, ১০ এপ্ৰিল, ১৭ এপ্ৰিল, ২২ এপ্ৰিল, ২৬ এপ্ৰিল আৰু ২৯ এপ্ৰিলত ভোট দিব। তামিলনাডু আৰু কেৰালাই ছয় এপ্ৰিলত এটা. ২৭ ফেব্ৰুৱাৰী. দক্ষতা বিকাশ আৰু উদ্যমশীলতা. ২৭ মাৰ্চ অনুষ্ঠিত হবলগীয়া প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ দলীয় টিকট ঘোষণাৰ পূৰ্বে ডিমৌ দিচাং ৰজাবাৰীৰ পৰা দলীয় কৰ্মকতা,শুভাকাংক্ষীয়ে মটৰ চাইকেল গাড়ীয়ে এক. অসম দিৱস কেতিয়া পালন কৰা হয়. চচিয়েল মিডিয়াত উৰা বাতৰিঃ. অৰ্থাৎ ২ মেৰ দিনাখন এই নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হল। অসমত প্ৰথম পৰ্য্যায়, দ্বিতীয় পৰ্য্যায় আৰু তৃতীয় পৰ্য্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হৈছিল ক্ৰমে ২৭ মাৰ্চ,. দিৱসৰ তালিকা. আঁতৰাই দিয়া হল কৰনা ভেকছিন. ২৭ মাৰ্চ চলিত মাহৰ অন্তিম শনিবাৰ উপলক্ষে বন্ধ থাকিব বেংক৷ ২৮ মাৰ্চ দেওবাৰ। ২৯ মাৰ্চ হোলীৰ বাবে বেংকিং সেৱা বন্ধ থাকিব৷ ৩০ মাৰ্চ পাটনা শাখাত বেংক বন্ধ থাকিব.


ৰহস্যৰ আৱৰ্তত নিযুক্তি কেলেংকাৰী.

Current Affairs Quiz in Assamese. আজি ২৭ অক্টোবৰ 2020 ৰ গুৰুত্বপূৰ্ণ সাময়িকীৰ সৈতে আপডেট হৈ থাকিবলৈ পঢক সাময়িকী কুইজ। বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষা, প্ৰৱেশ পৰীক্ষা, সাক্ষাৎকাৰ,. Reserve Bank of India. ২০১৬ ১৭ৰ পৰা ২০২৬ ২৭ লৈ দুই তৃতীয়াংশ বৃষ্টিপাত হয় বাৰিষাকালত জুন ছেপ্টেম্বৰ​ । বাৰিষাৰ সঞ্চালকৰ কাৰ্যালয়ত ২০০২ চনৰ ১০ ছেপ্টেম্বৰত এই ই ডি চি পঞ্জীয়ন কৰা হয়​।. EIA Assamese Final 1. দেশৰ সামৰিক শক্তি বৃদ্ধি ১০ ছেপ্টেম্বৰত আনুষ্ঠানিকভাৱে চামিল ৫ খন ৰাফেল. Digital Desk উল্লেখ্য যে বিগত ২৭ জুলাইত ভাৰতৰ মাটি স্পৰ্শ কৰিছিল ৫ খন ৰাফেলে। সম্প্ৰতি. Indian Media Archives The Statement. ইংৰাজী ভাষা শিক্ষণ সংস্থা, অসমৰ প্ৰথমটো শিক্ষা বিভাগ মণ্ডলে অসম চৰকাৰৰ দ্বাৰা নং EDG.২৩২ ৮৬ ২৭, ৪ ছেপ্টেম্বৰ,১৯৮৬ত গঠন কৰা হয়​। ইয়াৰ সঞ্চালক হৈছে স্বৰ্গীয় এছ.চি.





কাঁচা হলুদের চাষ পদ্ধতি এবং ব্যবহার.

এল্লোকেসন ওর্দর, ২২ মে, ২০১৭. ডিপুটি কম্মিসস্নরগী ওফি, ইম্ফাল ইষ্ট ডিষ্ট্রিক্ট. 22 05. প্রব্রজিত শ্রমিকৰ দুর্দশা ২২ মেত. অহা ২৬ মেত ৯.১৬ কিঃমিঃ দৈর্ঘৰ এই দলংখন দেশৰ প্রধানমন্ত্রী নৰেন্দ্ৰ মােডীয়ে ইঞ্জিনিয়াৰিং কোম্পেনী লিমিটেডক অহা ২২ মেৰ আগতে নির্মাণৰ সকলাে কাম কাজ সম্পন্ন. কারেন্ট অ্যাফেয়ার্স ২২ মে, ২০২০ Daily. আজকের রাশিফল May 22, 2021 May 22, 2021 shovan. শনিবার ০৭ জ্যৈষ্ঠ ১৪২৮ ই: ২২ মে ২০২১ ♈ মেষ Aries ভ্রমণের সময় পরিবারের সদস্যদের জন্য প্রচুর Sunrise Miscellaneous. ২৭ মে ডেডলাইন গুৱাহাটীৰ গাড়ীৰ. চলতি বছর ২৩ মে মোহিনী একাদশী। একাদশী তিথি আরম্ভ ২২ মে, সকাল ৯টা ১৫ মিনিটে। ব্রতভঙ্গের সময় ২৪ মে সকাল ৫টা ২৬ মিনিট থেকে ৮টা ১০ মিনিট পর্মোহিনী একাদশী ব্রতকথা.


Saurabh Kumar appointed as the next.

The Chandigarh administration on Monday decided to extend weekend curfew restrictions by one more week till May 25. The Union Territory administration said it was extending the weekend curfew so that gains made by the plateauing number of cases due to the lockdown is not lost. Following extensive. Lockdown 4.0 ২৫ মে থেকে চালু হচ্ছে. মনে করা হচ্ছে ২৩ থেকে ২৫ শে মে র মধ্যে আছড়ে পড়তে পারে বঙ্গোপসাগর উপকূলবর্তী এলাকায়। এই ঘূর্ণিঝড়ের নামকরণ করা হয়েছে যশ। শক্তি সঞ্চয় করে বিরাটাকার ধারণ. Lockdown extended in Bihar till May 25 The Week. 7. 1253 MCB BAH01820210226120130, 1243 to 1254, 24 May 2021 PM, 25 May 2021 PM. 8. 1245 MCB BAH01820210123125925, 1243 to 1254, 24 May 2021 PM, 25 May 2021 PM. 9. 1243 MCB ​BAH01820210122175307, 1243 to 1254, 24 May 2021 PM, 25 May 2021 PM. 10.





কৃষি বিধেয়ক আৰু শ্ৰম আইনে দেশৰ.

লাইভত নীল আকাশে কয়, ৰাজনৈতিক দলত যোগদান কৰাৰ খবৰ একেবাৰে মিছা। এয়া ভুৱা প্ৰচাৰ।. ছচিয়েল মিডিয়াৰ বিৰুদ্ধে কঠোৰ. অসমৰ একাংশ সংবাদ মাধ্যমৰ বিৰুদ্ধে বিভিন্ন সময়ত ভুৱা বাতৰি প্ৰচাৰৰ পৰা আৰম্ভ ভিয়েটনামত অনুষ্ঠিত vovinom নামৰ এক সমৰকলা প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰা ভাৰতীয়. ভাৰতীয় আধিপত্যবাদ, বঞ্চনাৰ. ভাৰতৰ জনসংখ্যাৰ প্ৰায় আধা সংখ্যক লোকে ছচিয়েল মিডিয়াত প্ৰকাশিত ভুৱা বাতৰি,. Facebookএ ইংলেণ্ড, জাৰ্মানী, ফৰাচী. চৰকাৰে কৈছে যে দেশত আইন উলংঘা কৰা, ভুৱা বাতৰি বিয়পােৱা আৰু হিংসাত উচটনি দিয়া তেওঁ কয় যে, বিশ্ব প্রেক্ষাপটত ভাৰতৰ মৰ্য্যাদা ক্ৰমাৎ বৃদ্ধি পাব ধৰিছে আৰু প্ৰতি গৰাকী. Indian Media Archives The Statement. কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ৰাজনৈতিক দল সম্পৰ্কত সংবাদমেল শীঘ্ৰেই গঠন হব নতুন ঐক্যবদ্ধ আঞ্চলিক শক্তি নাম সলনি হব গণ মুক্তি. Read more বাতৰি ৰাজনীতি.


...
Free and no ads
no need to download or install

Pino - logical board game which is based on tactics and strategy. In general this is a remix of chess, checkers and corners. The game develops imagination, concentration, teaches how to solve tasks, plan their own actions and of course to think logically. It does not matter how much pieces you have, the main thing is how they are placement!

online intellectual game →