Back

★ সাহিত্য - সাহিত্য, অসম সাহিত্য সভা, আহোম সাহিত্য, বঙালী ভাষাত সাহিত্য অকাডেমি বঁটা লাভ কৰা সাহিত্যিকসকল, আধুনিক গল্প সাহিত্য ..



                                               

সাহিত্য

লিখন-শিল্পক এক কথাত সাহিত্য বোলা হয়। গদ্য, পদ্য আৰু নাটক - এই তিনি ধাৰাত প্ৰাথমিকভাৱে সাহিত্যক ভাগ কৰা হৈছে। গদ্যৰ কিছুমান ভাগ হৈছে প্ৰবন্ধ, নিবন্ধ, গল্প ইত্যাদি। সমাজ জীৱনৰ প্ৰকৃত ছবি যি মাধ্যমৰ জৰিয়তে লিখিতভাৱে প্ৰকাশ কৰা হয় সেয়ে সাহিত্য । ‘সম’ আৰু ‘হিত’ – এই দুয়োটা শব্দৰ পৰাই সাহিত্য শব্দটোৰ সৃষ্টি হৈছে। সাহিত্যৰ লগত ভাষাৰ সম্পৰ্ক ওতঃপ্ৰত, দুয়ো দুয়োৰে পৰিপুৰক। সাহিত্য হ’ল সমাজৰ দাপোন স্বৰূপ। সমাজত বৰ্তি থকা আবেগ-অনুভূতি, বিদ্ৰোহ-আকাংক্ষা, মৰম-অত্যাচাৰ আদি বিভিন্ন দিশক সাহিত্যৰ যোগেদি প্ৰতিফলিত কৰা হয়। সামাজিক জনজীৱনৰ প্ৰতিটো দশকে ভাষাৰ সহায়ত সাহিত্যৰ যোগেদি প্ৰকাশ কৰিব পাৰি। সা ...

                                               

অসম সাহিত্য সভা

অসম সাহিত্য সভা ৰ জন্ম ১৯১৭ চনত অসমীয়া ভাষা-সংস্কৃতিৰ বিকাশ আৰু প্ৰসাৰৰ উদ্দেশ্যে হয়। বৰ্তমানে অসম আৰু বাহিৰৰ ঠাইত ইয়াৰ হাজাৰৰো অধিক শাখা আছে। ইয়াৰ প্ৰধান কাৰ্য্যালয় যোৰহাটৰ চন্দ্ৰকান্ত সন্দিকৈ ভৱনত অৱস্থিত। ১৯১৭ চনৰ ডিচেম্বৰত শিৱসাগৰ জিলাত অসম সাহিত্য সভাৰ প্ৰথমখন অধিবেশন অনুষ্ঠিত হৈছিল আৰু ইয়াত সভাপতিত্ব কৰিছিল পদ্মনাথ গোহাঞিবৰুৱাই। শৰৎচন্দ্ৰ গোস্বামী অসম সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সম্পাদক আছিল, ১৯২০ চনৰ পৰা ১৯২৭ চনলৈকে তেখেতে সম্পাদকৰ পদত অধিষ্ঠিত আছিল।

                                               

আহোম সাহিত্য

টাই আহোম সাহিত্য হল প্ৰাচীন টাই সাহিত্যৰ পৰা বিকশিত হোৱা সাহিত্য যি মধ্যযুগৰ অসমৰ ৰাজসাহিত্য আছিল। ই চীনৰ গুৱাঙচি অঞ্চলৰ পৰা আৰম্ভ হৈছিল। আহোম সাহিত্যত নিজা আহোম লিপি আৰু ভাষাৰ প্ৰয়োগ হয় যি ইয়াক উচ্চখাপৰ সাহিত্য বুলি প্ৰমাণ কৰে। ইয়াত টাই সাহিত্যৰ উপৰিও কিছু পৰিমাণৰ চীনা আৰু ঝুৱাঙ সাহিত্যৰো প্ৰভাৱ আছে।

                                               

আধুনিক গল্প সাহিত্য

আধুনিক গল্প সাহিত্য হৈছে অসমৰ সাহিত্যিক, সমালোচক তথা শিক্ষাবিদ ত্ৰৈলোক্য নাথ গোস্বামীৰ দ্বাৰা লিখিত এখন বিশেষ গ্ৰন্থ। সাহিত্যৰ বিভিন্ন দিশ আৰু প্ৰসংগ আলোচনা সন্নিৱিষ্ট হোৱা এই গ্ৰন্থখনে ১৯৬৭ চনত সাহিত্য অকাডেমি বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল।

                                               

অসম সাহিত্য সভাৰ অষ্টম বিশেষ বাৰ্ষিক গুৱাহাটী অধিৱেশন (২০১৪)

অসম সাহিত্য সভাৰ অষ্টম বিশেষ বাৰ্ষিক গুৱাহাটী অধিৱেশন ২০১৪ চনৰ ৩১ জানুৱাৰীৰ পৰা চাৰি দিনীয়া কাৰ্য্যসূচীৰে গুৱাহাটীৰ খানাপাৰাস্থিত অসম পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত হয়। ৩১ জানুৱাৰীৰ দিনা মামণি ৰয়ছম গোস্বামীৰ সোঁৱৰণী গ্ৰন্থ উৎসৱ আৰু সিংহপুৰুষ ৰাধাগোবিন্দ বৰুৱা সোঁৱৰণী প্ৰদৰ্শনীখন বিয়লি ৪ বজাৰ পৰা অনুষ্ঠিত হয়।

                                     

★ সাহিত্য

  • স য স হ ত য সম আৰ হ ত এই দ য ট শব দৰ পৰ ই স হ ত য শব দট ৰ স ষ ট হ ছ স হ ত যৰ লগত ভ ষ ৰ সম পৰ ক ওত প ৰত, দ য দ য ৰ পৰ প ৰক স হ ত য হ ল
  • প ৰ ক ব ষ ণৱ স হ ত য ব ষ ণৱ স হ ত য প চ ল স হ ত য চৰ ত প থ আৰ ব শ ৱল ব ৰঞ জ স হ ত য আৰ আহ ম য গৰ স হ ত য আধ ন ক অসম য স হ ত য ম ল প ৰবন ধ: চৰ য পদ
  • স হ ত য অক ড ম ব ট হ ছ ভ ৰতৰ ৰ ষ ট ৰ য স হ ত য ক অন ষ ঠ ন স হ ত য অক ড ম য প ৰত বছৰ প ৰদ ন কৰ এট ব ট ভ ৰতৰ প ৰধ ন চ ব শট ভ ষ ৰ ক ন ল খকৰ
  • স হ ত য অক ড ম ই ৰ জ Sahitya Akademi হ ছ ভ ৰত য স হ ত যৰ উন নয ন আৰ সমন বয স ধনৰ ব ব ভ ৰত চৰক ৰৰ দ ব ৰ প ৰত ষ ঠ কৰ এট অন ষ ঠ ন স ব ধ নত ৰ
  • অসম য ভ ষ ত স হ ত য অক ড ম ব ট চনল ম ঠ গৰ ক স হ ত ক ল ভ কৰ ছ এই ব ট প ৰদ ন কৰ চনত ভ ৰত চৰক ৰ আন ষ ঠ ন কভ ৱ উদ ব ধন কৰ ভ ৰত য
  • অসম স হ ত য সভ ৰ জন ম চনত অসম য ভ ষ - স স ক ত ৰ ব ক শ আৰ প ৰস ৰৰ উদ দ শ য হয বৰ তম ন অসম আৰ ব হ ৰৰ ঠ ইত ইয ৰ হ জ ৰৰ অধ ক শ খ আছ ইয ৰ
  • ট ই আহ ম স হ ত য হল প ৰ চ ন ট ই স হ ত যৰ পৰ ব কশ ত হ ৱ স হ ত য য মধ যয গৰ অসমৰ ৰ জস হ ত য আছ ল ই চ নৰ গ ৱ ঙচ অঞ চলৰ পৰ আৰম ভ হ ছ ল আহ ম স হ ত যত
  • এয বঙ ল ভ ষ ত ৰচন কৰ স হ ত য অক ড ম ব ট প ৱ সকলৰ ত ল ক স হ ত য অক ড ম ব ট প ৰত বছৰ প ৰদ ন কৰ হয চ হ ন ত ভ ষ সম হত ৰচন কৰ ল খকসকলক awards
  • আধ ন ক গল প স হ ত য ই ৰ জ Adhunik Golpo Xahitya হ ছ অসমৰ স হ ত য ক, সম ল চক তথ শ ক ষ ব দ ত ৰ ল ক য ন থ গ স ব ম ৰ দ ব ৰ ল খ ত এখন ব শ ষ গ ৰন থ
                                     
  • অসম স হ ত য সভ ৰ অষ টম ব শ ষ ব ৰ ষ ক গ ৱ হ ট অধ ৱ শন ই ৰ জ 8th special yearly Adhiveshan of Assam Sahitya Sabha চনৰ জ ন ৱ ৰ ৰ পৰ চ ৰ দ ন য
  • অসম উপত যক স হ ত য ব ট হ ছ অসম য স হ ত যৰ সৰ ব চ চ স হ ত য প ৰস ক ৰ স জন ম লক অসম য স হ ত যত স মৰণ য বৰঙণ আগবঢ ৱ ব যক ত ক ৱ ল য মচন ম গৰ
  • বড স হ ত য সভ ই ৰ জ Bodo Sahitya Sabha, বড बर थ नल इ आफ द হ ছ অসমৰ দ ব ত য ব হৎ স হ ত য ক আৰ স স ক ত ক অন ষ ঠ ন বড স হ ত য - স স ক ত ৰ
  • মন ত ৰ স হ ত য হ ছ অসম য ল ক স হ ত যৰ আন এক আকৰ ষণ য ব ভ গ মন ত ৰ স হ ত যৰ ভ তৰত কৰত মন ত ৰ, স পৰ ধৰণ ধৰ মন ত ৰ, ম হ ন মন ত ৰ, ব ৰ জৰ মন ত ৰ
  • স হ ত য ডট অৰ গ অসম য ভ ষ ত প ৰক শ ত এখন ম হ ক য ই - আল চন চনৰ জ ল ই ম হত এই আল চন খনৰ প ৰথম স খ য ট প ৰক শ হয প ৰত ই ৰ জ ম হৰ ত ৰ খ
  • শ ৰ ণ ৰ নত ন ৰচন শ ল ৰ ত ও অসম য স হ ত যক নত নত ব প ৰদ ন কৰ ত খ ত অসম স হ ত য সভ ৰ চনৰ ব ল স প ৰ অধ ব শন আৰ চনৰ হ ওৰ ঘ ট অধ ব শনত সভ পত ত ব
  • উদ দ শ য ৰ অসম স হ ত য সভ ৰ জন ম হয বৰ তম ন অসম আৰ ব হ ৰৰ ঠ ইত ইয ৰ হ জ ৰৰ অধ ক শ খ আছ য ৰহ টত অৱস থ ত চন দ ৰক ন ত সন দ ক ভৱন হ ছ অসম স হ ত য সভ ৰ ম খ য
  • গৱ ষক আৰ সম ল চক ত খ তৰ ৰচন অসম য ৰ ম য ণ স হ ত য কথ বস ত ৰ আ ত গ ৰ ৰ ব ব ত খ ত চনৰ স হ ত য অক ড ম ব ট ল ভ কৰ ছ ল অসম য স স ক ত আৰ
  • কৰ প ৰথম অসম য ল খক আছ ল ত ও চনত ঈয ৰ ইঙ গম গ ৰন থৰ ব ব স হ ত য অক ড ম ব ট ও ল ভ কৰ ছ ল চনত Love in the Time of Insurgency ন ম ৰ
                                     
  • ম ত য ড চ ম বৰ, এগৰ ক অসম য কব আৰ ল খ ক অসম স হ ত য সভ ৰ প ৰথম মহ ল সভ পত আছ ল ত খ ত ক ন ধৰণৰ আন ষ ঠ ন ক শ ক ষ গ ৰহণ
  • পৰ স হ ত য - চৰ চ ত মন ন ব শ কৰ ছ ল প ৰথম ৱস থ ত কব ত আৰ ন টক ৰচন ত ন জৰ স ষ ট ক আবদ ধ কৰ ৰ খ ছ ল যদ ও প ছল গল প আৰ উপন য সল ত ও স হ ত য কৰ মৰ
  • গ ৰহণ কৰ ছ ল স হ ত য ব ষয ক আল চন গৰ য স আৰ ই ৰ জ দ ন ক ক কত দ য ছ ণ ট ন ল ৰ সম প দকৰ দ য ত বও বহন কৰ ছ ল বৰ তম ন ও স হ ত য জগতৰ লগত জড ত
  • কৰ মজ ৱন আৰম ভ কৰ ত ও জ ৱনৰ ব ছ সময নগ ৱত প ৰ কৰ ত ও ক চনত অসম স হ ত য সভ ৰ সভ পত পদত অধ ষ ঠ ত কৰ হয মহ ম বৰ ৰ চনত দৰ জ ল ৰ ঘ পস ধ ৰ
  • উপৰ ও বৰ ষত ক ইল ৰ দ নট আম ৰ হব ক ব যগ ৰন থৰ ব ব অসম য ভ ষ ত স হ ত য অক ড ম ব ট প বল সক ষম হয ম ট আৰ ম ন হৰ জয গ ন গ ৱ কব য জ ৱনৰ
  • ত খ ত চনত প থ ৱ ৰ অস খ গল প স কলনৰ ব ব স হ ত য অক ড ম ব ট ল ভ কৰ ত খ ত চনত অসম স হ ত য সভ ৰ ব হপ ৰ য অধ ব শনৰ সভ পত ন ৰ ব চ ত হ ৱ ৰ
  • ব হ ত প ৰক শ প য স ব দ কত আৰ শ ক ষকত ও কৰ বৰ ৱ ক চনৰ অসম স হ ত য সভ ৰ বৰপ ট অধ ব শনৰ সভ পত ন ৰ ব চন কৰ হ ছ ল চনত ত খ তক পদ মশ ৰ
  • অসম স হ ত য সভ পত ৰ ক অসম য ভ ষ স হ ত যৰ গৱ ষণ ধৰ ম ব শ ল ষণ ত মক তথ অন য ন য ব ষয ৰ আল চন ম লক প ৰবন ধৰ এখন ত ন মহ য আল চন আল চন খন প ৰথম
  • পৰ অসম স হ ত য সভ ৰ সভ পত সকলৰ ত ল ক অসম স হ ত য সভ ৰ ৱ বছ ইট, আহৰণ: নৱ ম বৰ, স হ ত য অক ড ম ব ট ব জয অসম য সকলৰ তথ য স হ ত য অক ড ম
  • প চখন কব ত স কলন, ত ন খন শ শ স হ ত য আৰ খন মঞ চ অন ত ৰ ন ট আৰ অল খ প ৰবন ধ ৰচন কৰ ছ ল ত ও চনত অসম স হ ত য সভ ৰ সভ পত হয ত ও অঘৰ আত ম ৰ
  • দত ত ই ৰ জ Hirendra Nath Dutta অসমৰ এগৰ ক কব আৰ সম ল চক অসম য স হ ত য জগতল ত ও ৰ বৰঙন ৰ ভ তৰত ক ব যগ ৰন থ ম ন হ অন ক ল সমধ ৰ ৰ স ৱৰণ
                                     
  • এক দ ক ৰম ত ন ব ৰ অসম স হ ত য সভ ৰ স ধ ৰণ সম প দক ন ৰ ব চ ত হ ছ ল চনৰ অসম স হ ত য সভ ৰ নগ ও অধ ব শনত ত খ ত সভ পত ত ব কৰ ছ ল অসম স হ ত য সভ ই চনত

Users also searched:

সাহিত্য, সহত, সহতয, জবন, সষটর, হতয, অনবদ, ইতহস, তযর, আধনক, চরচ, বঝয, করণ, জবনসহতযpdf, ডরসহতয, জবনসহতবলতকবঝয, উনশশতকরবলসহতয, আধনকবলতযরইতহসpdf, বলত, জবনসহতয, উনশ, শতকর, অনবদহতযসষটরকরণ, সহতযচরচ, আহোম সাহিত্য, আহম, বৰঞজ, সকত, যগৰ, উপধ,

...

Encyclopedic dictionary

Translation

অনুবাদ সাহিত্য সৃষ্টির কারণ.

জনতার সাহিত্য উৎসব এক groundxero. কলম্বিয়াৰ ঐতিহাসিক মেড্যেলিন আন্তঃৰাষ্ট্ৰীয় সাহিত্য সমাৰোহত কবিতা পাঠ কৰিলে যোৰহাটৰ দেৱাশীস পৰাশৰে। মেদ্যেলিনৰ ৩০ বছৰীয়া গৌৰৱময় ইতিহাসত ভাৰতক. সাহিত্য চর্চা. VIDYASAGAR UNIVERSITY Bengali. লাইন দিয়ে পাতা চেয়ারে বসে নয়, এবার অনলাইনে দেখুন শুনুন বাংলা সাহিত্যের সেরা আড্ডা আসর। ৬ষ্ঠ এপিজে বাংলা সাহিত্য উৎসব I ১৫ ১৬ই জানুয়ারি, ২০২১ I ABSU2021 ​বাংলাসাহিত্য.





আহোম শব্দ.

ইতিহাসে সোঁৱৰা ছশটা বছৰ আহোম যুগৰ. ১ শংকৰোত্তৰ যুগৰ অসমীয়া সাহিত্য মহাপুৰুষ শংকৰদেৱ আৰু তেওঁৰ অনুগামী প্ৰিয় সমসাময়িক আহোম স্বৰ্গদেউসকলৰ পৃষ্ঠপোষকতাত লিপিবদ্ধ হোৱা বুৰঞ্জী সাহিত্যসমূহ হল. আহোম যুগৰ কলা. হস্তিবিদ্যাৰ্ণৱ পুথি Hostibidyarnab Puthi. ভারত সরকারের পরিকল্পনা উপদেষ্টা হিসেবে পেশাগত জীবন কাটিয়েছেন। অবসরগ্রহণেপর বই পড়া ও দেশে বিদেশে ভ্রমণ নিয়েই ব্যস্ত​। জনপ্রিয় বই কাবুলনামা, আহোম রাজের খোঁজে​.


অসমীয়া সাহিত্যৰ ৰূপৰেখা.

অসম সাহিত্য সভা সাৰথি: অসমীয়া. চিকিৎসক, নাৰ্ছ আৰু চিকিৎসাকর্মীৰপৰা সংগ্ৰহ কৰা লেলাউটিৰ ৫২৯টা নমুনাৰ ভিতৰত ৩৫৭টা যােৱানিশাই দ্বিজেন ডেকাৰ পৰিয়ালৰ সকলােকে পৰীক্ষাৰ ফলাফল লাভ কৰাৰ পিছত অসমীয়া ভাষাত মনৰ ভাব আদান প্রদান কৰাৰ মৰম চেনেহ নেওচি পিতৃ মাতৃক যেতিয়া সাহিত্যিকসকলে দেখােন গল্প, উপন্যাস, কবিতা লিখা ২০১৬ চনৰ সাহিত্য অকাডেমি যুৱ পুৰস্কাৰ বঁটা ।. সাহিত্য অকাডেমি বঁটা ২০২০. সাহিত্য সভাৰ সভাপতি পদত Asomiya Pratidin. অসমৰ প্ৰাক্তন আৰক্ষী সঞ্চালকপ্ৰধান তথা সাহিত্য অকাডেমি বঁটা বিজয়ী অসমীয়া কুলধৰ শইকীয়াই কাৰ্যনিৰ্বাহ কৰি আছে। ইয়াৰোপৰি অসম সাহিত্য সভাই অসমৰ বিভিন্ন জনজাতীয় ভাষাৰ গ্ৰন্থ প্ৰকাশ কৰি বৰ্তমানলৈ অসম সাহিত্য সভাৰ সদস্য মহীয়ান​ উপাধি লাভ কৰা সাহিত্যিকসকল হৈছে ১০ ডঃ ইন্দিৰা গোস্বামী ৰাষ্ট্ৰীয় সাহিত্য বঁটা ইত্যাদি.





প্ৰত্ন অসমীয়া সাহিত্যৰ পৰিচয়.

Nagar College Library catalog. ১৯৬৫ চনত ৰচিত আধুনিক গল্প সাহিত্য নামৰ গ্ৰন্থখনৰ বাবে গোস্বামীয়ে ১৯৬৭ চনত সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল । প্ৰথমে ​অক্সফোৰ্ড ইউনিভাৰ্ছিটি প্ৰেছত কাৰ্যাধ্যক্ষৰ. অসমীয়া সাহিত্য কি. আধুনিক হিন্দি সাহিত্য গতি ও প্রকৃতি. প্রাচীন সাহিত্য,মধ্যযুগের সাহিত্য এবং আধুনিক সাহিত্য সম্বন্ধে ধারণা নেওয়ার আগে বাংলা সাহিত্যের আধুনিক সব শাখা উপন্যাস, গল্প,ছোট গল্প,কবিতা,নাটক,প্রবন্ধ.


...
Free and no ads
no need to download or install

Pino - logical board game which is based on tactics and strategy. In general this is a remix of chess, checkers and corners. The game develops imagination, concentration, teaches how to solve tasks, plan their own actions and of course to think logically. It does not matter how much pieces you have, the main thing is how they are placement!

online intellectual game →