Back

★ সমাজ - এলজিবিটি সমাজ, সাম্যবাদী সমাজ, বীণাপাণি নাট্য সমাজ, মেঘালয়ৰ মাতৃবংশীয় সমাজ, সীতানাথ ব্ৰহ্মচৌধুৰী, ২৪ মাৰ্চ, বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, ২০ আগষ্ট ..



                                               

এলজিবিটি সমাজ

এলজিবিটিকিউ+ সমাজ হল সাংস্কৃতিক আৰু সামাজিকভাৱে একত্ৰিত সংখ্যালঘু যৌন আৰু প্ৰেম অভিমুখী থকা লেছবিয়ান, গে’, বাইচেক্সুৱেল আৰু পৃথক লিংগ পৰিচয় থকা ট্ৰান্সজেণ্ডাৰ তথা কুইয়াৰ সকলৰ একত্ৰিত সমাজ। এই সমাজখনে গৌৰৱেৰে নিজক আঁকোৱালি নিজস্বতাক উদযাপন কৰে। এই সমাজে নিজৰ পছন্দ অনুসৰি জীয়াই থকা, একে লিংগৰ প্ৰেম আৰু একে লিংগৰ বিবাহ অধিকাৰ বিচাৰি তথা অইন সমাজত থকা সংখ্যাগৰিষ্ঠবাদী বিপৰীতলিংগবাদ, সমফবিয়া, বাইফবিয়া, ট্ৰান্সফবিয়াৰ বিৰুদ্ধে গঠিত এক সমাজ। গে’ প্ৰাইড বা গে’ গৌৰৱ শব্দটো এলজিবিটি সমাজৰ একটা, পৰিচয় আৰু শক্তিক বুজাবলৈ ব্যৱহাৰ কৰা হয়। এই সমাজৰ ভিতৰত গে’ গাঁও, এলজিবিটি অধিকাৰ সংঘ, বিদ্যালয় আ ...

                                               

সাম্যবাদী সমাজ

সাম্যবাদী সমাজ বা সাম্যবাদী প্ৰণালী সমাজ তথা আৰ্থনৈতিক প্ৰণালীৰ এক প্ৰকাৰ, যাক নিৰ্মাণ বলত প্ৰযুক্তিৰ বিকাশে সৃষ্টি কৰিব বুলি মাৰ্ক্সবাদী চিন্তাধাৰাত অনুমান কৰা হয়। সাম্যবাদী সমাজত উৎপাদনৰ মাধ্যম সৰ্বসাধাৰণৰ অধীন আৰু সকলোৱে মুক্তভাৱে উৎপাদিত সামগ্ৰীসমূহ লাভ কৰিব পাৰে। এই সমাজ বৰ্গহীন আৰু চৰকাৰহীন। এই সমাজত সেয়েহে শ্ৰমিকক শোষণ কৰা নহয়।. নিজৰ ক্ৰিটিক অৱ গথা প্ৰগ্ৰেম ত কাৰ্ল মাৰ্ক্সে বিকাশৰ এই স্তৰক উচ্চ-স্তৰীয় সাম্যবাদ আখ্যা দিছে। সাম্যবাদ আৰ্থ-সামাজিক বিকাশৰ এক স্তৰ যত ভৌতিক স্মপদৰ উভৈনদী দেখা যায়, কোৱা হয় উৎপাদন প্ৰযুক্তিৰ বিকাশ আৰু সমসাময়িকভাৱে উৎপাদনৰ সামাজিক সম্বন্ধৰ পৰিৱৰ্তনৰ বা ...

                                               

বীণাপাণি নাট্য সমাজ

চাৰিআলি বীণাপাণি নাট্য সমাজ বিশ্বনাথ চাৰিআলিৰ এটা সাংস্কৃতিক অনুষ্ঠান। এই অঞ্চলৰ শৈক্ষিক, সামাজিক, সাংস্কৃতিক, ব্যৱসায়িক, ৰাজনৈতিক আৰু ক্ৰীড়া জগতত এই অনুষ্ঠানটিয়ে অগ্ৰণী ভুমিকা লৈ আহিছে। ১৯৩১ চনৰ নবেম্বৰ মাহত এই অনুষ্ঠানৰ জন্ম হৈছিল।১৯৩১ চনৰ ১ নবেম্বৰত যজ্ঞেশ্বৰ বৰঠাকুৰৰ সভাপতিত্বত প্ৰথমখন অধিবেশন বহে। নাট্য সমাজৰ লগত আছে দেশপ্ৰাণ "লক্ষ্মীধৰ স্মৃতি পুথি ভঁৰাল", "বীণাপাণি নাট্য মন্দিৰ আৰু বীণাপাণি কো-অপাৰেটিভ ষ্ট’ৰ্ছ। ২০১০ চনৰ ২৬,২৭ আৰু ২৮ মাৰ্চত বীণাপাণি নাট্য সমাজে মহাৰজত জয়ন্তী উদ্‌যাপন কৰে।

                                               

মেঘালয়ৰ মাতৃবংশীয় সমাজ

উত্তৰ-পূব ভাৰতৰ মেঘালয় ৰাজ্যৰ কেইবাটাও জনগোষ্ঠীত মাতৃবংশ প্ৰথাৰ প্ৰচলন আছে। নাৰীৰ উত্তৰপুৰুষৰ জৰিয়তে বংশৰ আভাস পোৱাকে মাতৃবংশ বোলে। এই সমাজ ব্যৱস্থাত কোনো এজন ব্যক্তিক তেওঁৰ মাতৃৰ বংশৰে সূচোৱা হয় আৰু সম্পত্তিৰ বা উপাধিৰ উত্তৰাধিকাৰ জড়িত থাকে। এনে ব্যৱস্থা সাধাৰণতে দেখা পোৱা পিতৃপ্ৰধান প্ৰথাতকৈ বেলেগ যত পৰিয়ালৰ পৰিচয় মূল পুৰুষজনৰ পৰা আহে। খাচি, গাৰো আৰু মেঘালয়ৰ আন উপগোটসমূহৰ মাজত অতীতৰে পৰা মাতৃবংশীয় সমাজ ব্যৱস্থা চলি আহিছে। খাচিসকলৰৰ মাতৃবংশীয় প্ৰথা পৃথিৱীৰ বৃহৎ মাতৃবংশীয় সংস্কৃতিসমূহৰ অন্যতম।

                                               

সীতানাথ ব্ৰহ্মচৌধুৰী

সীতানাথ ব্ৰহ্মচৌধুৰী অসমীয়া সাহিত্য আৰু বড়ো সাহিত্যজগতৰ এজন প্ৰসিদ্ধ লিখক, কবি, সমাজ সেৱক তথা ভাৰতৰ স্বাধীনতা আন্দোলনৰ সক্ৰিয় সদস্য আছিল। ১৯৬৪ চনত তেখেতে বঙাইগাঁৱ মহাবিদ্যালয়ৰ স্থাপন কৰিছিল।

                                               

২৪ মাৰ্চ

২৪ মাৰ্চ দিনটো গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৮৩ তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ২৮২টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

                                               

বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য

বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য অসমীয়া ভাষাৰ এজন গল্পকাৰ, ঔপন্যাসিক, কবি, নিবন্ধকাৰ আৰু সাংবাদিক। তেওঁ ১৯৭৯ চনত মৃত্যুঞ্জয় উপন্যাসৰ বাবে ভাৰতীয় জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথম অসমীয়া লেখক আছিল। তেওঁ ১৯৬১ চনত ঈয়াৰুইঙ্গম গ্ৰন্থৰ বাবে সাহিত্য অকাডেমি বঁটাও লাভ কৰিছিল। ২০০৫ চনত Love in the Time of Insurgency নামেৰে এই গ্ৰন্থৰ ইংৰাজী অনুবাদ প্ৰকাশ পায়। ১৯৮৩-১৯৮৫ বৰ্ষৰ বাবে অসম সাহিত্য সভাৰ সভাপতি হিচাপেও তেওঁ কাৰ্য্যনিৰ্বাহ কৰিছিল।

                                               

অম্বিকাগিৰি ৰায়চৌধুৰী

অম্বিকাগিৰি ৰায়চৌধুৰী কুৰি শতিকাৰ অসমৰ এজন খ্যাতমান কবি, গীতিকাৰ, গায়ক, শক্তিশালী গদ্য-লেখক, সংবাদ-সেৱী, আলোচনী সম্পাদক, দেশপ্ৰেমিক, সমাজ-সেৱক আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ অগ্ৰণী সংগ্ৰামী সেনা। ওৰে জীৱন অসম আৰু অসমীয়াৰ স্বাৰ্থৰ হকে মাত মতা আৰু জাগৰণৰ চেতনা সঞ্চাৰিত কৰিবলৈ চেষ্টা কৰা বাবে তেখেতক ‘অসম কেশৰী’ উপাধিৰে সম্বোধিত কৰা হয়। ১৯৫০ চনত তেখেত অসম সাহিত্য সভাৰ সভাপতি হিচাপে নিৰ্বাচিত হৈছিল।

                                               

২০ আগষ্ট

২০ আগষ্ট হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২৩২তম দিন। বছৰ শেষ হবলৈ ১৩৩ দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

                                               

১৫ জুন

১৫ জুন ইংৰাজী: 15 June হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৬৬তম অধিবৰ্ষত ১৬৭তম দিন। বছৰ শেষ হবলৈ ১৯৯ দিন বাকী থাকে। বুৰঞ্জীৰ পাতত আজিৰ দিনটোৰ কেইটামান উল্লেখযোগ্য ঘটনা হ’ল - ঔৰংগজেৱৰ আনুষ্ঠানিকভাৱে আগ্ৰাৰ সিংহাসনত আৰোহণ কৰে ১৬৫৯ চনৰ আজিৰ দিনটোত।. আজি শ্বহীদ কুশল কোঁৱৰৰ স্মতি দিৱস। ১৯৪৩ চনৰ ১৫ জুনত কুশল কোঁৱৰক যোৰহাট কেন্দ্ৰীয় কাৰাগাৰত ফাঁচী দিয়া হৈছিল।. বজ্ৰপাত যে প্ৰকৃততে বিদ্যুৎ শক্তি সেই কথা বেঞ্জামিন ফ্ৰেংকলিন -এ প্ৰমাণ কৰিছিল ১৭৫২ চনৰ আজিৰ দিনটোতে।. ১৯১৬ চনৰ আজিৰ দিনটোত মাৰ্কিন সমাজ বিজ্ঞানী তথা অৰ্থনীতিবিদ হাৰ্বাট আলেকজেণ্ডাৰ ছিমনৰ জন্ম হয়। ছিমনে ১৯৭৮ চনত অৰ্থনীতিৰ নোবেল বঁটা লাভ কৰিছিল। ...

                                               

১১ ছেপ্টেম্বৰ

১১ ছেপ্টেম্বৰ হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২৫৪তম দিন। বছৰ শেষ হবলৈ ১১১ দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

                                               

৩১ মাৰ্চ

১৭৭৪- ভাৰতত প্ৰথম ডাক সেৱা কাৰ্য্যালয় খোলা হৈছিল।. ১৯৮৬- মেক্সিকোত হোৱা বিমান দুৰ্ঘটনাত বিমানত থকা সকলো যাত্ৰীৰ মৃত্যু হয়। বিমানখনত ১৬৭জন যাত্ৰী আছিল।. ১৮৮৯ - পেৰিছত আইফেল টাৱাৰ উদ্বোধন কৰা হয়।. ১৯৮৩- কলোম্বিয়াৰ চহৰ পোপায়নত হোৱা বিধ্বংসী ভূমিকম্পত প্ৰায় ৫০০জন ব্যক্তিৰ মৃত্যু হৈছিল।. ১৮৬৭- বোম্বাইত বৰ্তমানৰ মুম্বাইত প্ৰাৰ্থনা সমাজ স্থাপনা কৰা হৈছিল।. ১৮৮২ - কলকাতাত প্ৰথম টেলিফোন এক্সচেঞ্জ আৰম্ভ হয়।.

                                               

ঋতুস্ৰাৱ আৰু সামাজিক দৃষ্টিভঙ্গী

ঋতুস্ৰাৱ আৰু সামাজিক দৃষ্টিভঙ্গী এক গুৰুত্বপূৰ্ণ বিষয় কাৰণ এই প্ৰক্ৰিয়াটো বহুতো সমাজত কিছু বিশেষ ধাৰণা, গোপনীয়তা আৰু পৌৰাণিক কাহিনীৰ দ্বাৰা পৰিবেষ্টিত হৈ আহিছে। ঋতুস্ৰাৱ এটা প্ৰাকৃতিক প্ৰক্ৰিয়া যি ছোৱালীৰ ক্ষেত্ৰত সাধাৰণতে ১১ ৰ পৰা ১৪ৰ বছৰ বয়সৰ ভিতৰত প্ৰথম হয় আৰু ই তেওঁলোকৰ মাজত বয়ঃসন্ধি আৰম্ভ হোৱাৰ এটা সূচক। ঋতুস্ৰাৱক লৈ কৰা কিছুমান সামাজিক আৰু সাংস্কৃতিক দৃষ্টিভঙ্গী এজনী ছোৱালীৰ জীৱনত বহুতো দিশৰ পৰা বাধাৰ সৃষ্টি কৰে। বহুতো ধৰ্মই পৰম্পৰাগতভাৱে ঋতুস্ৰাৱক ৰীতি-নীতিৰে অশুচি বুলি বিবেচনা কৰে যদিও নৃতত্ত্ববিদসকলে কয় যে পবিত্ৰ আৰু অশুচি ধাৰণাবোৰ ঘনিষ্ঠভাৱে সংযোজিত হব পাৰে।

                                     

★ সমাজ

  • এলজ ব ট ক উ সম জ ই ৰ জ LGBTQ Community হ ল স স ক ত ক আৰ স ম জ কভ ৱ একত ৰ ত স খ য লঘ য ন আৰ প ৰ ম অভ ম খ Sexual and romantic orientation থক
  • স ম যব দ সম জ ব স ম যব দ প ৰণ ল সম জ তথ আৰ থন ত ক প ৰণ ল ৰ এক প ৰক ৰ, য ক ন ৰ ম ণ বলত প ৰয ক ত ৰ ব ক শ স ষ ট কৰ ব ব ল ম ৰ ক সব দ চ ন ত ধ ৰ ত অন ম ন
  • ল কন য ক অম য ক ম ৰ দ স - এজন ভ ৰত য সম জ স স ক ৰক, গ ন ধ ব দ ন ত শ ক ষ ব দ, ল খক আৰ অসম চৰক ৰৰ প ৰ ক তন মন ত ৰ আছ ল ত ও অসম চৰক ৰৰ
  • Srimanta Sankardeva, জন ম: - ম ত য এক ধ ৰ এগৰ ক ধৰ ম প ৰচ ৰক, সম জ স গঠক, স গ য ক, নৰ তক, অভ ন ত কব চ ত ৰকৰ আছ ল শ কৰদ ৱ অসম য জ ত - স হ ত য - স স ক ত
  • Brahmachoudhury অসম য স হ ত য আৰ বড স হ ত যজগতৰ এজন প ৰস দ ধ ল খক, কব সম জ স ৱক তথ ভ ৰতৰ স ব ধ নত আন দ লনৰ সক ৰ য সদস য আছ ল চনত ত খ ত বঙ ইগ ৱ
  • ৰ ণ - ক ষ ণ নন দ ব ৰহ মচ ৰ ৰ ম ত য ত খ ত অসমৰ এগৰ ক সম জস ৱক, সম জ স স ক ৰক, ধৰ মগ ৰ আৰ স ব ধ নত স গ ৰ মৰ ম ক ত য জ ৰ আছ ল - মধ ৰ ম
  • ব ৰ ন দ ৰ ক ম ৰ ভট ট চ ৰ যৰ একম ত ৰ কব ত প থ স ন ধ যস বৰত সন ন ৱ ষ ট কব ত সম হত সম জ সচ তনত ৰ চ ত ৰ স ন দৰভ ব প ৰত ফল ত হ ৱ দ খ য য ব ষ ণ ৰ ভ এত য ক ম ন
  • গ ত ক ৰ, গ য ক, শক ত শ ল গদ য - ল খক, স ব দ - স ৱ আল চন সম প দক, দ শপ ৰ ম ক, সম জ - স ৱক আৰ ভ ৰতৰ স ব ধ নত স গ ৰ মৰ অগ ৰণ স গ ৰ ম স ন ওৰ জ ৱন অসম আৰ
  • মণ ৰ ম দ ৱ ন ই ৰ জ Maniram Dewan উন শ শত ক ৰ অসমৰ সম জ জ ৱনৰ প ৰভ ৱশ ল ব যক ত আছ ল ত ও ৰ জন ম হয চনৰ এপ ৰ লত শ ৱস গৰ জ ল ৰ চ ৰ ঙত ত ও ৰ
  • চ ৰ আল ব ণ প ণ ন ট য সম জ ব শ বন থ চ ৰ আল ৰ এট স স ক ত ক অন ষ ঠ ন এই অঞ চলৰ শ ক ষ ক, স ম জ ক, স স ক ত ক, ব যৱস য ক, ৰ জন ত ক আৰ ক ৰ ড জগতত এই
                                     
  • প ষ পলত দ সৰ জন ম ত খ ত এগৰ ক ভ ৰত য স ব ধ নত স গ ৰ ম গ ন ধ ব দ সম জ স স ক ৰক আৰ ৰ জন ত ক ন ত ৰ আছ ল ম ত য - য ৰ গ গ ৰ ন, ৰ ছ
  • প ৰচলন আছ ন ৰ ৰ উত তৰপ ৰ ষৰ জৰ য ত ব শৰ আভ স প ৱ ক ম ত ব শ ব ল এই সম জ ব যৱস থ ত ক ন এজন ব যক ত ক ত ও ৰ ম ত ৰ ব শৰ স চ ৱ হয আৰ সম পত ত ৰ ব
  • সন ত ৰ সব দ হত য কৰ হয ৰ জ ৰ মম হন ৰ য ভ ৰত য দ ৰ শন ক, সম জ স স ক ৰক ম ত য চন থম ছ গল ড, অষ ট ৰ ল য ন - আম ৰ ক ন ব জ ঞ ন
  • তম দ ন বছৰ শ ষ হ বল দ ন ব ক থ ক - অম য ক ম ৰ দ স, ভ ৰত য সম জ স স ক ৰক, গ ন ধ ব দ ন ত শ ক ষ ব দ, ল খক আৰ অসম চৰক ৰৰ প ৰ ক তন মন ত ৰ
  • শত ক ৰ প ৰখ য ত ওলন দ জ চ ত ৰশ ল প - ক ৰ ল ম ৰ ক স, প ৰভ ৱশ ল জ ৰ ম ন সম জ ব জ ঞ ন আৰ ম ৰ ক সব দৰ প ৰবক ত - হ ৰ ম ন ষ ট ইন টল, জ ৰ ম ন ভ ষ ত ত ত ব ক
  • ব ক থ ক এইদ নট ত ঘট ক ইট ম ন উল ল খয গ য ঘটন - - কলক ত ত ব ৰ হ ম সম জ প ৰত ষ ঠ হয - ই ৰ জ ব জ ঞ ন ছ ৰ ৰন ল ড ৰছ ম ল ৰ য ৰ গৰ ব জ ণ
  • জৰ য ত ই ল ণ ডত ৰজ ৰ শ সত আইনৰ শ সন স ব ক ত হয চনৰ আজ ৰ দ নট ত ম ৰ ক ন সম জ ব জ ঞ ন তথ অৰ থন ত ব দ হ ৰ ব ট আল কজ ণ ড ৰ ছ মনৰ জন ম হয ছ মন চনত
  • ব ন ৱ ভ ৱ ৰ জন ম হ ছ ল চনৰ আজ ৰ দ নট ত ই ৰ জ ম ছন ৰ ব শ ষ ট সম জ স ৱ ক স স ক ৰক এন ব ছ ন তৰ ম ত য হয চনৰ আজ ৰ দ নট ত প ক স ত নৰ
  • ফৰ চ সকলৰ পৰ স ব ধ নত ল ভ কৰ - মণ ৰ ম দ ৱ ন, উন শ শত ক ৰ অসমৰ সম জ জ ৱনৰ প ৰভ ৱশ ল ব যক ত আছ ল ম ত য চনৰ ফ ব ৰ ৱ ৰ - ব ক ৰম
  • অম ল য ক প বৰ বৰ ৱ ছদ মন মত ব জবৰ ৱ ই ক প বৰ ৰচন স হ ত য স ষ ট কৰ এজন সম জ স স ক ৰক হ চ প ও চ ন ক দ ছ লক ষ ম ন থ ব জবৰ ৱ ৰ প ত দ নন থ ব জবৰ ৱ ই ৰ জৰ
  • সৰ ব চ চ অস মৰ ক সম ম ন শ ল পকল শ ক ষ ব ণ জ য, স হ ত য, ব জ ঞ ন, ক ৰ ড সম জ স ৱ আৰ চৰক ৰ ক ষ ত ৰত ব শ ষ অৱদ নৰ ব ব ভ ৰত চৰক ৰ এই সম ম ন প ৰদ ন কৰ
                                     
  • প ৰণ অসম য সম জ আৰ স স ক ত শ ৰ ষক গ ৰন থখন মহ শ বৰ ন ওগৰ দ ব ৰ ৰচ ত চনত ব ণ মন দ ৰ প ৰক শন প ৰথম প ৰক শ কৰ এই গ ৰন থখনত অসমৰ স ম জ ক স স ক ত ক
  • বয সত ম ত য হয জন ম: জ ন ৱ ৰ ভ ৰত য ম ক ত য জ ৰ সম জ সৱ ক গ ন ধ ব দ কৰ ম হ ম ভৰ ল ৰ বছৰ বয সত ম ত য হয আন তৰ জ ত ক
  • স ৱ ক ৰ য য লয খ ল হ ছ ল - ব ম ব ইত বৰ তম নৰ ম ম ব ইত প ৰ ৰ থন সম জ স থ পন কৰ হ ছ ল - কলক ত ত প ৰথম ট ল ফ ন এক সচ ঞ জ আৰম ভ হয
  • ব ট কল জৰ অধ যক ষ হ চ প ন য ক ত হয এই পদৰপৰ চনত অৱসৰ লয আৰ সম জ কল য ণ পৰ ষদত সভ ন ত ৰ হ চ প য গদ ন কৰ ত ও গ ৱ হ ট কন য মহ ব দ য লয ৰ
  • আৰ খ ৰ ষ ট ধৰ ম য ল ক নথক নহয ত ও ল কৰ সম জ ব যৱস থ প ত ত ন ত ৰ ক যদ ও ম ত ত ন ত ৰ ক ম হ ৰ সম জ ব যৱস থ ও ক ছ ম ন স ম জ ক অন ষ ঠ নত পৰ লক ষ ত
  • ম ৰজ ফৰক গ দ চ য ত কৰ ম ৰক চ ম ব গৰ নৱ ব হয খ ৰ ষ ট ব দৰ আজ ৰ দ নট ত সম জ স স ক ৰক ৰ জ ৰ মম হন ৰ য ৰ ম ত য হয খ ৰ ষ ট ব দৰ আজ ৰ দ নট ত স ব ধ নত
  • স ব ধ নত স গ ৰ ম সম জস ৱক আৰ স হ ত য ক আছ ল অসম য সম জ জ ৱনত ত খ ত আগবঢ ই য ৱ সম জ স ৱ ৰ ব ব ত ও ক ত য গব ৰ উপ ধ ৰ ব ভ ষ ত কৰ হ ছ ল
  • প ষ পলত দ স এগৰ ক ভ ৰত য স ব ধ নত স গ ৰ ম গ ন ধ ব দ সম জ স স ক ৰক আৰ ৰ জন ত ক ন ত ৰ ত ও চনৰ পৰ চনল ৰ জ য সভ ৰ স সদ
  • আব ৰ হ ম ল কনৰ জন ম হ ছ ল ম ত য এপ ৰ ল, চনৰ আজ ৰ দ নট ত আৰ য সম জ প ৰত ষ ঠ ত মহৰ ষ দয নন দ সৰস বত ৰ জন ম হ ছ ল ম ত য অক ট বৰ

Users also searched:

এলজিবিটি সমাজ, সমজ, এলজবট, এলজবটসমজ, সাম্যবাদী সমাজ, সমজতততবর, সমজবজঞন, সমজততবরপরকতওপরধ, সজঞ, সমজতত, পরকত, পরধ, যজমন, বযবসথ, আলচন, সমজতততব, সমযবদ, সমজতনতর, সমজতনতরবইpdf, সমজবজঞনpdf, সমজতততববইpdf, সমজততবরপরকতওপরধআলচনকর, যজমনবযবসথক, সমজতততবরজনকক, সমযবদসমজ, সমজতততবরসজঞ, বীণাপাণি নাট্য সমাজ, নটকৰ, অসময, নটক,

...

Encyclopedic dictionary

Translation

বিবাহবিচ্ছেদ মানেই যে তিক্ততামাখা.

তারপর এঘাট ওঘাট সেঘাটের জল খেতে খেতে, এসে ভিড়েছিলো এলজিবিটি মুভমেন্টের এক গোটা এই সুশীল সমাজের কাছে এই সুতীক্ষ্ণ প্রশ্নবাণ ছুঁড়তে চায়, আজকের অর্জুন হয়ে​।. অসম্পূর্ণ মানুষ ও সমকামীতা বনাম. এলজিবিটি কমিউনিটিআর এক সদস্য সোহম বললেন​, আমরা কোনও দিনই অন্যায় করিনি। তাই সমাজ যে দিন বদলাবে, সে দিন প্রতিটি দিনই প্রতিটা মানুষের ভ্যালেন্টাইন্স ডে হবে।. ৩৭৭ ধারা বাতিলেপর এলজিবিটি. LGBT Valentines Day: সমাজ যেদিন বদলাবে, সেদিন প্রতি দিনই ভ্যালেন্টাইন্স ডে হবে। সুপ্রিম কোর্টের সেই ঐতিহাসিক রায়েপর এবছরের ১৪ ফেব্রুয়ারি কি আদৌ এলজিবিটি. Untitled 1 Sappho for Equality. সমাজে এলজিবিটি শ্রেণীর অন্তর্ভুক্ত মানুষদের এখনও সেই আগের মতোই অপমান, শারীরিক ও ত্রিপুরার ঠিক এমনই একটি সমাজ থেকে উঠে এসেছেন ত্রিপুরার প্রথম সগর্বে ঘোষিত.





সমাজবিজ্ঞান pdf.

Pin on সাহিত্য Pinterest. খ চর্যাপদ: কবি পরিচয়, সমাজ. গ তুর্কী আক্রমণ ও বিজয়: সমাজ ও সাহিত্যে তার প্রভাব. ঘ প্রাক্ চৈতন্য নির্বাচিত কবিতা. সাম্যবাদী, কান্ডারী হুশিয়ার, আমার কৈফিয়ত, ফরিয়াদ. সমাজতত্ত্বের প্রকৃতি ও পরিধি. ব্রাহ্মন্যবাদী সমাজ আর নয় Dailyhunt. বিধান দ্বারা. সাম্যের বৈশিষ্ট্যকে সমবায় সমিতির কাজ কর্মে বজায় রাখা হয়। জন্ম দিয়েছে। সমাজ সাম্যবাদী ব্যবস্থা থেকে যখন শ্রেণীবিভক্ত সমাজে পরিণত হল, তখন তা কিন্তু. সমাজতত্ত্ব বই pdf. সমসাময়িক বিশ্ব ৰাজনীতি AHSEC. সাম্যের অধিকার. ০৯ অগস্ট ২০১৪ ০০:১৪ যে সমাজ প্রতিটি নাগরিককে অবাধ প্রত্যয়ে কাজ করিবার স্বাধীনতা ও সুযোগ দিতে পারে, তাহাই একটি যথার্থ আধুনিক সভ্য সমাজ। ২০১৪ সালের ভারত.


অসমীয়া নাট্য সাহিত্যৰ ইতিহাস কোন শতিকাৰ পৰা আৰম্ভ হয়.

Download PDF File. বীণাপাণি নাট্য সমাজ সূৰ্য্য বৰা একান্ক নাট প্ৰতিযোগিতা চাৰিআলিৰ নাট্য জগতৰ ভোটাতৰা হৈ জিলিকি থাকিব ৷ এই এখেত একেধাৰে কবি, প্ৰৱন্ধকাৰ আৰু সমাজ সংস্কাৰক আছিল।.





অসম প্ৰকাশন পৰিষদ বঁটা.

সীতানাথ ব্ৰহ্মচৌধুৰীক Asomiya Pratidin. অৱদান অপৰিসীম৷ মেদিনী মোহন চৌধুৰী, সীতানাথ ব্ৰহ্মচৌধুৰী, ভৱেন নাৰ্জী, ৰং বং টেৰাঙ,. সুদীৰ্ঘ দিন আৰু ৰাতি. Class 12 Adv Assamese Chapter 6 অন্বেষণ Dev Library. অনা অসমীয়া স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ মাজত ৰচনা প্ৰতিযোগিতা আহ্বান কৰি শ্ৰেষ্ঠ বিবেচিত ৰচনাক এই বঁটা প্ৰদান কৰা হয়। সীতানাথ ব্ৰহ্মচৌধুৰী স্মাৰক বঁটা. অসমীয়া. শুচিব্ৰতা ৰায়চৌধুৰী. ৰঙালী বিহু এটি টোকা বিশ্বজিৎ. উত্তৰঃ কবি পৰিচয় অন্বেষণ কবিতাটিৰ কবি সীতানাথ ব্ৰহ্মচৌধুৰী।অসমীয়া ৰোমান্টিক কবিসকলৰ অন্যতম । ৰোমান্টিক ভাৱাদৰ্শ, প্ৰেম আৰু সৌন্দৰ্যৰ প্ৰকাশ ঘটিছে তেওঁৰ.


৭২ তম গণৰাজ্য দিৱস.

অসমত পুনৰ আৰম্ভ হব কা আন্দোলন. ২০২০ চনৰ ২৪ মাৰ্চ। সেই দিনটোতে ভাৰতত ঘোষণা কৰা হল লকডাউন। ইতিমধ্যে সমগ্ৰ বিশ্বৰে প্ৰায়বোৰ দেশতে বলৱৎ কৰা হৈছিল লকডাউন। কভিড সৃষ্ট পৰিৱেশ পৰিস্থিতিৰ লগত​. কুৰুক্ষেত্ৰ কত আৰু কিয় বিখ্যাত. অসম বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা. বৰপেটা বৰপেটা চহৰৰ প্ৰতিদিনে বৃদ্ধি পাবলৈ দৰিছে জুৱা, মদ, ড্ৰাগছ, আৰু গাঁজাৰ অবাধ বেহা। ড্ৰাগছৰ পয়োভৰে যুৱ প্ৰজন্মক ধ্বংসৰ গৰাহলৈ… Read More হিমন্ত. Digital Desk​মাৰ্চ 16, 2021. 69. আটাইতকৈ দীঘল দিন. Golaghat, Golaghat গোলাঘাট: গোলাঘাটত ২৪. ভোগৰ উৎসৱৰ দিনাই ২৪ ঘণ্টীয়া অনশনত বহিল KMSS Maidul Islam 14 জানু 20 @.


Sixth Round Table of ASEAN India Network of Think Tanks থ.

বিজ্ঞান নিয়ে পশ্চিমবঙ্গে পাঠরত সমস্ত ছাত্র ছাত্রীদের জন্য. তারিখ ঃ ২০ আগষ্ট, ২০১৭. Revised Calendar Assam Legislative Assembly. সােমবাৰ, ৪ আগষ্ট, ২০১৪ চন ঃ. ১ প্রশ্ন সমূহ। বৃহস্পতিবাৰ, ৭ আগষ্ট, ২০১৪ চন ১ প্রশ্ন সমূহ । ২ অন্যান্য ২০ অসমৰ আৰক্ষী মহাপৰিদৰ্শক বিশেষ শাখা কাহিলীপাৰা, গুৱাহাটী ১৯।.





Indian para athletics team for Tokyo Paralympics to be India TV.

কারেন্ট অ্যাফেয়ার্স ১৫ জুন, ২০১৯. By. Sub Editor. June 18, 2019. 108. 0 Current Affairs 15 June 2019. সুরক্ষায় নজর দিয়ে ১৫ জুন খুলবে. তবে এই সময়েও মানুষের সুবিধার কথা মাথায় রেখে স্যামসাং তাদের মোবাইল সহ অন্যান্য প্রোডাক্টের ওয়্যারেন্টি ১৫ জুন পর্যন্ত বাড়িয়েছে। ওয়ারেন্টি শেষ হওয়ার. ICSI CSEET July 2021 registration window to be open till June 15. Government provides advance information on Vaccine Doses Supply availability till 15 June to States and UTs. In addition to this, every month balance 50% of the CDL cleared vaccine doses would be available for direct procurement by.


সত্ৰাধিকাৰ – TIME8.

প্রদেশক জাৰি কৰা নির্দেশনাৰ ম্যাদ ১২ মার্চ, ২০১৭ৰ পৰা ১১ ছেপ্টেম্বৰ, ২০১৭লৈ ছমাহ অধিকতৰ অবধিৰ. বাবে পুনৰীক্ষণ সাপেক্ষে সম্প্রসাৰিত কৰিছে। এই বেংকটো, বেংকিং. Untitled Assam Jatiya Bidyalay. সেৱাৰ যােগনীয়াৰৰ ক্ষেত্ৰত গুজৰাট ১,১১,​১৯৮ ছেপ্টেম্বৰ। ১৮৮৯৪৫ ২৬৪৪০৩ ১১ ১০ ১১ ​২০১৭ অনুষ্ঠিত জিএছটি পৰিষদৰ ২৩তম বৈঠকত, প্ৰ পত্র জিএছটিআৰ ৩খ অনুসৰি দাখিল কৰিবলগীয়া. বিভিন্ন দাবীৰ লগতে পৃথক. ইনফ্ল 11% বৃদ্ধি প্রদর্শণ কৰিবলৈ সক্ষম হৈছে, যি বিগত বৰ্ষৰ. এপ্রিলৰ পৰা ছেপ্টেম্বৰ মাহৰ সময়চোৱাত ইয়াৰ পূর্ব বৰ্ষৰ $36.1. বিলিয়নৰ তুলনাত $39.9 বিলিয়ন বৃদ্ধি কৰিবলৈ সক্ষম. ¬ÛÀ˚˛±ˆ¬1± Yojana. ২৫% অধিক মূল্য লাভ কৰে। ২২ ছেপ্টেম্বৰ, ২০২০ ত বিহাৰৰ এক কাৰ্যসূচীত প্রধানমন্ত্রী মােদী ১১ জুন, ২০২০ ত ইণ্ডিয়ান চেম্বাৰ অৱ কমাৰ্ছৰ ৯৫ সংখ্যক বার্ষিক. পূর্ণাংগ অধিৱেশন.





মাৰ্চ ২০২১ – NewsFile Online Oxomiya.

১৯৮০ চনৰ ৩১ মাৰ্চত ইয়াৰ মূল্য হৈছিল ১২৯। অৰ্থাৎ ১৯৭৯ ৮০ বিত্তীয় বৰ্ষত ছেনছেক্সৰ ৰিটাৰ্ন ২৯%। এনেকৈ যদি পৰবৰ্তী প্ৰত্যেকটো ৩১ মাৰ্চ তাৰিখে আমি ছেনছেক্সৰ​. অংশীদাৰী জলসিঞ্চন ব্যৱস্থাপনা. প্ৰফেচাৰ গোৱিন্দ স্বৰূপ, এফআৰএচ মাৰ্চ 23, 1929 – চেপ্তেম্বৰ 7, 2020. by প্ৰোফচাৰ কে. বিজয়ৰাঘৱন. Sep 08 2020. Professor Govind Swarup was an exceptional scientist. His pioneering works in radio astronomy have attained global. আমেৰিকা যুক্তৰাষ্ট্ৰত PMIndia. ১৯৭০ চনৰ জানুৱাৰী মাহৰ ৩১ তাৰিখে তেওঁ অসম নাগালেণ্ড উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্ত হয় আৰু ১৯৭২ চনৰ ২০০২ চনৰ ৩১ মাৰ্চ তাৰিখে তেওঁ অৱসৰ গ্ৰহণ কৰে।. সাময়িকী কুইজ ৩১ মাৰ্চ শেহতীয়া. এই পেন কাৰ্ড আৰু আধাৰ কাৰ্ড সংযোগ কৰাৰ অন্তিম সময়সীমা ২০২০ চনৰ ৩১ মাৰ্চ ধৰি দিয়া হৈছে‌। সৰ্বশেষৰ পৰিসংখ্যা অনুসৰি ২০২০ চনৰ ২৭ জানুৱাৰী তাৰিখলৈ ইতিমধ্যে ৩০.​৭৫. প্ৰফেচাৰ গোৱিন্দ স্বৰূপ, এফআৰএচ. আপুনি আপোনাৰ আধাৰ কাৰ্ডপেন নম্বৰৰ সৈতে লিংক কৰিছে নেকি? যদি আপুনি নকৰে, আজিয়ে কৰক​।.


...
Free and no ads
no need to download or install

Pino - logical board game which is based on tactics and strategy. In general this is a remix of chess, checkers and corners. The game develops imagination, concentration, teaches how to solve tasks, plan their own actions and of course to think logically. It does not matter how much pieces you have, the main thing is how they are placement!

online intellectual game →