Back

★ সংস্কৃতি - সংস্কৃতি, অসমীয়া লোক-সংস্কৃতি, বিৰিঞ্চি কুমাৰ বৰুৱা, ১৫ এপ্ৰিল, ইংৰাজী ভাষা, ব্ৰুণেই, গীতা হাতীকাকতি, দক্ষিণ কোৰিয়া, কেৰুমণি, খিলঞ্জীয়া লোক, নাটক ..



                                               

সংস্কৃতি

সংস্কৃতি’ কোনো এটা নিৰ্দিষ্ট জাতি বা জনগোষ্ঠীৰ একচেতিয়া সম্পত্তি নহয়। ই মানৱসৃষ্ট, আৰু মানুহৰ মাজত পৰিবৰ্তিত তথা পৰিবৰ্দ্ধিত ৰূপত জীয়াই থাকে। পৃথিৱীৰ প্ৰত্যেকটো জাতি বা জনগোষ্ঠীৰ নিজ সংস্কৃতি আছে। বিভিন্ন জাতি, জনগোষ্ঠীৰ সংস্কৃতিৰ সমলৰ সমাহৰণত অসমীয়া সংস্কৃতি গঁঠিত হৈছে। সেয়ে ক’ব পাৰি যে বিশাল ভাৰতীয় সংস্কৃতিৰ দৰে অসমীয়া সংস্কৃতিও এক সমন্বয় বা মিলনৰ বস্তু। অসমীয়া সংস্কৃতি বুলিলে অসমীয়া জীৱন নিৰ্বাহ প্ৰণালীৰ সমগ্ৰতাক সাঙুৰি লয়। সামাজিক জীৱ হিচাপে মানুহে কিছুমান ৰীতি-নীতি, আচাৰ-ব্যৱহাৰ, বিশ্বাস-অবিশ্বাস, ধৰ্ম-অধৰ্ম, উৎসৱ-অনুষ্ঠান আদিৰ মাজেৰে জীৱন নিৰ্বাহ কৰে আৰু এই জীৱন নিৰ্বাহ প্ ...

                                               

অসমীয়া লোক-সংস্কৃতি

কোনো এটা জাতিৰ বৈশিষ্টসূচক শিল্প-সাহিত্য, বিশ্বাস, সমাজনীতি, ধৰ্মীয় ৰীতি-নীতি, কৃষি, কৰ্ম্ম, শিক্ষা, চৰ্চ্চা, কলা, ৰুচি আদিৰ সমাৱেশক একেলগে সংস্কৃতি বা কৃষ্টি বুলিব পাৰি। বিভিন্ন ভাষা-ভাষী, জাতি-জনজাতিৰে গঠিত অসমীয়া সংস্কৃতিৰ পৰিসৰ অতি বিশাল।

                                               

বিৰিঞ্চি কুমাৰ বৰুৱা

বিৰিঞ্চি কুমাৰ বৰুৱা অসমৰ এজন শিক্ষাবিদ, লেখক, ইতিহাসবিদ, ভাষাবিদ আৰু লোক-সাংস্কৃতিক গৱেষক। অসমৰ লোক-সংস্কৃতিৰ অমূল্য সম্পদসমূহ উদ্ধাৰৰ কাৰণে তেওঁ গোটেই জীৱন অহোপুৰুষাৰ্থ চেষ্টা কৰিছিল। বিৰিঞ্চি কুমাৰ বৰুৱাই গুৱাহাটী জালুকবাৰীৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ চৌপাশতে জীৱনৰ অধিক সময় পাৰ কৰিছিল। সেয়ে পিছলৈ তেওঁৰ নামেৰে গুৱাহাটী বিশ্ববিদ্যালয়ত বিৰিঞ্চি কুমাৰ বৰুৱা প্ৰেক্ষাগৃহৰ নিৰ্মাণ কৰা হয়। তেওঁ "Indian Film Censor Board"-ৰ সদস্য আছিল। ইয়াৰ লগতে তেওঁ "Indian Language Commission"-ৰো প্ৰতিষ্ঠাপক সদস্য আছিল। তেওঁ সামাজিক-সাংস্কৃতিক অনুষ্ঠান "Assam Academy for Cultural Relations"-ৰ প্ৰতিষ্ঠাপক আছ ...

                                               

১৫ এপ্ৰিল

১৪৬৯ - গুৰু নানক, শিখ ধৰ্ম গুৰু। মৃত্যু: ১৫৩৯. ১৯৯০ - এমা ৱাটছন, বিখ্যাত ব্ৰিটিছ অভিনেত্ৰী আৰু মডেল।. ১৯৭২ - মন্দিৰা বেদী, হিন্দী চলচ্চিত্ৰৰ অভিনেত্ৰী, ফেশ্বন ডিজাইনাৰ আৰু টেলিভিছন এংকৰ।. ১৪৫২ - লিঅনাৰ্ড দা ভিন্সি, ইটালীয়ান নৱজাগৰণ যুগৰ কালজয়ী চিত্ৰশিল্পী। মৃত্যু: ১৫১৯.

                                               

ইংৰাজী ভাষা

ইংৰাজী ইণ্ডো-ইউৰোপীয় ভাষা-পৰিয়ালৰ জাৰ্মানীয় শাখাৰ পশ্চিমীয়া দলৰ এটা ভাষা। জাৰ্মান গোত্ৰ এংগল্‌চ, ছেক্সন আৰু কিছু ভাষাৰ পৰা ইংৰাজী ভাষাৰ উৎপত্তি হৈছিল। ১৫০০ চনৰ ফালে বিৰাট স্বৰধ্বনি সৰণ Great Vowel Shift সংঘটিত হয় আৰু আধুনিক ইংৰাজীৰ উদ্ভৱ ঘটে। উইলিয়াম শ্বেক্সপিয়েৰৰ ৰচনাসহ আধুনিক ইংৰাজী সাহিত্যৰ প্ৰায়বোৰেএই আধুনিক ইংৰাজী ভাষাত লিখা। এথ্‌নলগ অনুসাৰে ইংৰাজী ভাষাৰ মাতৃভাষীৰ সংখ্যা প্ৰায় ৩৪ কোটি। মাতৃভাষীৰ সংখ্যা অনুযায়ী ইংৰাজীৰ স্থান মেণ্ডাৰিন, হিন্দী আৰু স্পেনীয় ভাষাৰ পিছতেই। প্ৰথমে ইংলেণ্ড আৰু পিছত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাজনৈতিক, অৰ্থনৈতিক, বৈজ্ঞানিক আৰু সাংস্কৃতিক প্ৰভাৱৰ কাৰণে বি ...

                                               

ব্ৰুণেই

ব্ৰুণেই দক্ষিণ পূব এছিয়াৰ এখন ৰাষ্ট্ৰ। ই এখন ৰাজতান্ত্ৰীক ইছলামী দেশ। দেশখন বৰ্ণীও দ্বীপৰ উত্তৰ উপকূলত অৱস্থিত। ইয়াৰ উত্তৰে দক্ষিণ চীন সাগৰ, আৰু বাকী সকলো দিশতে মালয়েছিয়া। ব্ৰুণেই তেল সম্পদত সমৃদ্ধ এখন ধনী ৰাষ্ট্ৰ। ১৯৬০ দশকৰ শেষৰ ফালে এই অঞ্চলৰ একমাত্ৰ দেশ হিচাপে ব্ৰুণেই ব্ৰিটিছ উপনিবেশৰ অন্তৰ্গত থকাৰ সিদ্ধান্ত লয়। ১৯৮৪ চনত এই দেশস্বাধীন হয়। ব্ৰুণেই দুটা ব্ৰুনাই বেলেগ অঞ্চলৰে গঠিত। ইয়াৰ ভিতৰত পশ্চিম অংশতো বৃহত্তৰ। এই অংশতে সমুদ্ৰ বন্দৰ আছে। এই দুই অংশক মালয়েছিয়াৰ সাৰাওয়াক প্ৰদেশে আগুৰি আছে। বন্দৰ চিৰি বেগাৱান ব্ৰুণেইৰ ৰাজধানী। ইয়াৰ আয়তন মাত্ৰ ৫,৭৬৫ বৰ্গকিলোমিটাৰ।

                                               

গীতা হাতীকাকতি

গীতা হাতীকাকতি এগৰাকী অসমীয়া গীতিকাৰ, কবি আৰু সাহিত্যিক আছিল। তেখেত আকাশবাণীৰ স্বীকৃতিপ্ৰাপ্ত গীতিকাৰ আছিল। তেখেতে এখনি পানচৈ উটি যায় আহা না, তৰা আখৰে কবিতা লিখি, জোন জ্বলে সপোনৰ, সোণফুল যেন ৰদৰ পখিলা, নিলগতে থাকা নাহিবা কাষলে আদি গীত ৰচনা কৰিছিল। তেখেতে ১৯৯০ চনত প্ৰথম প্ৰকাশ হোৱা আধাৰ আলোচনীৰো সম্পাদিকাৰূপে কাৰ্যনিৰ্বাহ কৰিছিল। ২০০৪ চনত অসম চৰকাৰে গীতিকাৰগৰাকীক সাহিত্যিক পেন্সন আৰু ২০১৬ চনত শিল্পী বঁটা প্ৰদান কৰে।

                                               

দক্ষিণ কোৰিয়া

দক্ষিণ কোৰিয়া এছিয়া মহাদেশৰ উত্তৰ-পূৱৰ এখন দেশ যাৰ দক্ষিণ অংশটো কোৰিয়া উপদ্বীপৰে গঠিত। কোৰীয় ভাষাত ইয়াৰ নাম দেহান মিন্গুক । দক্ষিণ কোৰিয়াৰ উত্তৰে উত্তৰ কোৰিয়া, পূবে জাপান সাগৰ, দক্ষিণে তথা দক্ষিণ-পূবে কোৰিয়া প্ৰণালী আৰু পশ্চিমে চীন। ছিউল হৈছে দক্ষিণ কোৰিয়াৰ বৃহত্তম চহৰ তথা ইয়াৰ ৰাজধানী। দ্বিতীয় বিশ্বযুদ্ধ শেষত কোৰিয়া উপদ্বীপেৰ উত্তৰ অংশটো ছভিয়েট সংঘৰ সেনা আৰু দক্ষিণ অংশটো আমেৰিকা যুক্তৰাষ্ট্ৰৰ সেনাই দখল কৰি ৰাখিছিল। ইয়াৰপৰাই ১৯৪৮ চনত উত্তৰ কোৰিয়া আৰু দক্ষিণ কোৰিয়া ৰাষ্ট্ৰদ্বয়ৰ আবিৰ্ভাৱ হয়। ১৯৫০-১৯৫৩ চনত হোৱা কোৰিয়া যুদ্ধৰ পাছৰ ধ্বংসপ্ৰায় দক্ষিণ কোৰিয়া ১৯৯০ চনত এক বিশ্ব ...

                                               

কেৰুমণি

কেৰুমণি বা কেৰু হৈছে অসমীয়া পম্পৰাগত কাণত পিন্ধা এবিধ অলংকাৰ। ইয়াল অকল সোণেৰে গঢ়োৱা হয়। বাখৰ খটোৱা নহয়। অসমৰ বৰপেটা জিলাত ই এক বিশিষ্ট অলংকাৰ। আগতে এই অলংকাৰ পদ বৰপেটা অঞ্চলৰ বয়সীয়া মহিলা সকলে পৰিধান কৰিছিল। অৱশ্যে আজিকালি বৰপেটাৰ উপৰি অন্যান্য ঠাইৰ মহিলায়ো পৰিধান কৰে। এটা সময়ত এইপদ অলংকাৰৰ ব্যৱহাৰ কমি গৈছিল যদিও এতিয়া ই পৰিশীলিত ৰূপত পুনৰ ব্যৱহাৰ হ’বলৈ ধৰিছে। চানেকি অনুযায়ী কেৰুৰ নাম বেলেগ বেলেগ। যেনে: সোণৰ কেৰু, ৰূপৰ কেৰু, বাখ্ৰাম কেৰু, জাংফাই কেৰু, লং কেৰু ইত্যাদি।

                                               

খিলঞ্জীয়া লোক

খিলঞ্জীয়া লোকসকল হৈছে এনে নৃগোষ্ঠীয় লোক যিসকল কোনো অঞ্চলৰ প্ৰথম বাসিন্দা অথবা প্ৰথম পৰিচিত বাসিন্দা। আন কোনো লোক যিসকলে শেহতীয়াকৈ কোনো অঞ্চলত বসবাস, দখল বা উপনিবেশ স্থাপন কৰিছে তেওঁলোকক খিলঞ্জীয়া লোক বোলা নহয়। খিলঞ্জীয়া লোকসকল ভূমিপুত্ৰ, থলুৱা লোক, প্ৰথম জনগণ, প্ৰথম জাতি আদি নামেৰেও জনা যায়। সাধাৰণতে কোনো গোটক খিলঞ্জীয়া হিচাপে বৰ্ণনা কৰা হয় যেতিয়া তেওঁলোকে পৰম্পৰাগত সংস্কৃতি বা আন কোনো প্ৰাৰম্ভিক সংস্কৃতিৰ সৈতে সম্পৰ্কিত দৃষ্টিভঙ্গিসমূহ মানি চলে। সকলো খিলঞ্জীয়া লোকেই এনে বৈশিষ্ট্য মানি নচলিবও পাৰে, কাৰণ বহুতো ক্ষেত্ৰত তেওঁলোক ঔপনিবেশিক সংস্কৃতি যেনে সাজপাৰ, ধৰ্ম বা ভাষা আঁকোৱালি ...

                                               

জাহ্নু বৰুৱা

জাহ্নু বৰুৱা একাধিক দেশী-বিদেশী পুৰস্কাৰ তথা সন্মানেৰে বিভূষিত এগৰাকী অসমীয়া চলচ্চিত্ৰ পৰিচালক। তেখেতে অসমীয়া আৰু হিন্দী ভাষাত কেবাখনো বোলছবি পৰিচালনা কৰিছে।

                                               

ৰাখাল পূজা

ৰাখাল পূজা অসমৰ গোৱালপাৰা অঞ্চলত প্ৰচলিত এক অনুষ্ঠান। উজনি অসমৰ গৰখীয়া সবাহ আৰু নামনি অসমৰ গোপাল সেৱা একে কামনাৰে অনুষ্ঠিত হোৱা অনুষ্ঠান। গৰুৰ বেমাৰ হ’লে গোৱালপাৰা অঞ্চলত পথাৰত বা গোহালিত মাহ-প্ৰসাদ আৰু বিশেষকৈ কলৰ নৈবেদ্য ৰাখাল বা গৰখীয়া সকললৈ আগবঢ়োৱা হয়। গৰখীয়াই আশীৰ্বাদ দি সেই প্ৰসাদ গ্ৰহন কৰিলে গৰুৰ অসুখ ভাল হয় বুলি বিশ্বাস কৰা হয়। নামনি অসমত হ’লে গোহালিত আৰৈ চাউল, কল, গাখীৰ আৰু চেনিৰ গোপাল ভোগ গৰখীয়ালৈ আগবঢ়ায়। গৰখীয়াই আশীৰ্বাদ দিয়ে। উজনি অসমত গৰু, ম’হ, ছাগলী হেৰালে বা অসুখ বিসুখ হ’লে গৰখীয়া ল’ৰাক চোতালত কল আৰু মাহ-প্ৰসাদৰ নৈবেদ্য দিয়ে, জলপান খোৱায় আৰু কোনো কোনোৱে ভোজো খ ...

                                               

নাটক

নাটক সাহিত্যৰ এটি বিশেষ ধৰণ। সাধাৰণতে এটি লিখিত পাণ্ডুলিপি অনুসৰণ কৰি অভিনয় কৰি নাটক পৰিবেশন কৰা হয়। নাটক লিখা হয় অভিনয় কৰাৰ কাৰণে। গতিকে নাটক লিখাৰ আগতেই অভিনয়ৰ যোগ্যতা থকা বাঞ্ছনীয়। নাটকত স্থান, সময় আৰু পৰিবেশৰ বৰ্ণনা থকাৰ উপৰিও সংলাপ থাকে। সংলাপৰ মাজেদিয়ে একোজন অভিনেতাই নাটকৰ বিভিন্ন বিষয় উপস্থাপন কৰে। তথাপি সংলাপেই শেষ কথা নহয়। সংলাপবিহীন অভিনয়ো নাটকৰ অংশ।

                                               

বিবাহ

’বি’ উপসৰ্গ পূৰ্বক ’বহ’ ধাতুৰ পিছত ’ঘঞ’ প্ৰত্যয় যোগ হৈ বিবাহ শব্দ নিষ্পন্ন হৈছে। বিবাহ শব্দ‍ই শুভ পৰিণয়, শুভ মিলন আদি অৰ্থকে বুজায়। যিহেতু নানা ধৰণৰ মঙ্গল কামনাৰে এই বিবাহ কাৰ্য সম্পাদন কৰা হয় সেয়েহে বিবাহ শব্দৰ আগত শুভ শব্দ প্ৰয়োগ কৰা হয়।

                                     

★ সংস্কৃতি

  • স স ক ত ক ন এট ন ৰ দ ষ ট জ ত ব জনগ ষ ঠ ৰ একচ ত য সম পত ত নহয ই ম নৱস ষ ট আৰ ম ন হৰ ম জত পৰ বৰ ত ত তথ পৰ বৰ দ ধ ত ৰ পত জ য ই থ ক প থ ৱ ৰ
  • এক লগ স স ক ত ব ক ষ ট ব ল ব প ৰ ব ভ ন ন ভ ষ - ভ ষ জ ত - জনজ ত ৰ গঠ ত অসম য স স ক ত ৰ পৰ সৰ অত ব শ ল ব ভ ন ন প ৰত ক আৰ বস ত ৱ স স ক ত এট ৰ
  • ভ ৰতৰ স স ক ত ই ৰ জ Culture of India হ ছ ভ ৰতব স ৰ জ ৱন ধ ৰণ প ৰক ৰ য ভ ৰতৰ ভ ষ ধৰ ম, ন ত য, স গ ত, স থ পত য, স জ - প ৰ, আৰ খ দ যভ স দ শখনৰ ব ভ ন ন
  • সম ন খ জ দ য বল সক ষম কৰ ত ল ছ শ ক ষ - দ ক ষ চ ন ত - চৰ চ ধৰ ম - স স ক ত সকল ত আজ খ ষ ট ন প ৰভ ৱ স পষ ট ম ল স স ক ত ৰ পৰ ক ৰম ব ছ ন ন হ পৰ ছ
  • জনপ ৰ য স স ক ত ই ৰ জ Popular culture হ ল স স ক ত ৰ প ৰক ৰসম হৰ লগত সম পৰ ক ত এট ম খ য ধ ৰণ জনপ ৰ য স স ক ত ক স ধ ৰণ জনত ৰ স স ক ত ব ল ক ব
  • ৰ ষ ট ৰস ঘ শ ক ষ ব জ ঞ ন আৰ স স ক ত স স থ United Nations Educational, Scientific, and Cultural Organization ব ইউন স ক UNESCO হ ছ ৰ ষ ট ৰস ঘৰ
  • অৰ থন ত ব ষয ত স ন তক ত তৰ ড গ ৰ ল ভ কৰ ছ ল ত খ ত গ ৱ লপ ৰ জ ল ৰ ল ক স স ক ত A study of the folk culture of Goalpara District ব ষয ত গৱ ষণ কৰ প
  • ছদ ম ন মত স উজ প তৰ ক হ ন ৰ স ন বৰ ৱ ছদ ম ন মত জ তকৰ ম ল অসমৰ ল ক - স স ক ত প ৰণ অসম য কথ স হ ত য চ ইজ ৰল ণ ড ভ ৰমণ এব ল ৰ ন ট ব ষ ণৱ গ ৰ শ কৰদ ৱ
  • চক ৰৱৰ ত অসম য চলচ চ ত ৰৰ অভ ন ত আৰ চলচ চ ত ৰ আৰ মঞ চ ন টকৰ পৰ চ লক জন ম: জ ন ৱ ৰ আন তৰ জ ত ক সৰ বজন ন স স ক ত দ ৱস ব ব চ এই দ নত
  • গ নত সমস ময ক সম জ, স স ক ত ৰ জন ত দ ৰ ন ত আদ স পষ টভ ব প ৰত ফল ত হ ৱ দ খ য য ত খ তৰ কৰ মৰ জ য অসমৰ কল - স স ক ত জগতৰ প ৰভ ত উন নয ন স ধনৰ
  • প ৰণ অসম য সম জ আৰ স স ক ত শ ৰ ষক গ ৰন থখন মহ শ বৰ ন ওগৰ দ ব ৰ ৰচ ত চনত ব ণ মন দ ৰ প ৰক শন প ৰথম প ৰক শ কৰ এই গ ৰন থখনত অসমৰ স ম জ ক স স ক ত ক
  • ব যৱহ ৰৰ ক ৰণ এইট বৰ তম নৰ ব শ বৰ সব ত ক ব ছ অধ ক ত দ ব ত য ভ ষ স স ক ত আৰ প ৰয ক ত ৰ নত ন নত ন আন তৰ জ ত ক পৰ ভ ষ ৰ অধ ক শই ই ৰ জ পৰ আহ ছ
  • ইদ ন পৰ যটন আৰ ব ণ জ যত ই ৰ জ ভ ষ ৰ প ৰস ৰ হ ছ ব ৰ ণ ইৰ স স ক ত দ ঢ ভ ব ম লয স স ক ত আৰ ইছল ম ধৰ মৰ দ ব ৰ প ৰভ ৱ ত হ ছ ইয ৰ স স ক ত ৰ জনগ থন ৰ
                                     
  • স ন গ ধ বত হ এখন আক শৰ তলত প লছ গ ন ও ম ৰ গ ত, ত ম ৰ স ৰ, ত ও ৰ কণ ঠ ল ক - স স ক ত আৰ স ন দৰ যব ধ আম ৰ স ণস ৰ য গ তৰ গ ত ক ৰসকল প ৰ ক - শ কৰ য গৰ পৰ
  • দ ছ প ৰ চ ন ক লৰ পৰ ই দক ষ ণ ক ৰ য ৰ স স ক ত ইয ৰ প ৰত ৱ শ চ নৰদ ব ৰ প ৰভ ৱ ত বৰ তম ন দক ষ ণ ক ৰ য ৰ স স ক ত হ ছ অত য ধ ন ক অৰ থন ত ক ও স ম জ ক
  • ম চ গ ভৰ ৰ ঐন তমৰ স ৰ আদ য ম জ ল ৰ জন - জ ৱন ম খ ৰত কৰ ৰ খ সত ৰ য স স ক ত ম জ ল ৰ ম ল দ শ ম ৎশ ল প, ম খ শ ল প, ব হ ব তৰ শ ল প, গ গ ল গছ আৰ ক হ ল
  • ম ছলম নসকল ও দ য - ল ৱ ৰ ম জ ৰ অসমৰ ব ক ত ন জক প ৰত ষ ঠ কৰ সমন বয ৰ স স ক ত গঢ দ ছ অসমৰ প ৰণ ম ছলম নসকল অসম য জ ত সত ত ৰ ব ক ত জ ণ গ অসম য
  • স গ য ক, নৰ তক, অভ ন ত কব চ ত ৰকৰ আছ ল শ কৰদ ৱ অসম য জ ত - স হ ত য - স স ক ত ন ৰ ম ত ত ও স স ক ত ক প ৰম ল যৰ নৱব ষ ণৱ ধৰ ম অথব একশৰণ ধৰ ম প ৰচ ৰ
  • হ ছ ক কতখনৰ লগত প ৰত য ক শন ব ৰ এখন প ষ ঠ ৰ পৰ প ৰ ক য ত স ব স থ য, স স ক ত প ৰক ত আৰ য ৱ প ৰজন ম সম পৰ ক য ল খন প ৰক শ প য প ৰ ব চল, এখন
  • ক ৰ ৰ ন ম ব ল গ ব ল গ য ন স ণৰ ক ৰ ৰ পৰ ক ৰ ব খ ৰ ম ক ৰ জ ফ ই ক ৰ ল ক ৰ ইত য দ অসমৰ স স ক ত ক ষ: ড ন ৰ য ন দ স, ড পৰম নন দ ৰ জব শ
  • ক ন গ টক খ লঞ জ য হ চ প বৰ ণন কৰ হয য ত য ত ও ল ক পৰম পৰ গত স স ক ত ব আন ক ন প ৰ ৰম ভ ক স স ক ত ৰ স ত সম পৰ ক ত দ ষ ট ভঙ গ সম হ ম ন চল
  • ব ট ৰফ ল ই ছ চ কপ ৰ ৰ হ ণ ড ল পদ মশ ৰ কমল ক ম ৰ ৰ ষ ট ৰ য ব ট স স ক ত ব ষয ত, ভ প ন হ জৰ ক ব ট পদ মভ ষণ ডলফ ন ফ ল মছ প ৰ ইভ ট
  • খ ৱ য আৰ ক ন ক ন ৱ ভ জ খ ৱ য গৰখ য ই ন ম গ ই আশ ৰ ব দ দ গ ৰহন কৰ অসম য ল ক স স ক ত ন ৰ মলপ ৰভ বৰদল জ ন ৱ ৰ স স কৰণ, প ষ ঠ
  • কমল ক ম ৰ ৰ ষ ট ৰ য ব ট কল স হ ত য, স স ক ত আৰ ব জ ঞ ন - প ৰয ক ত ৰ ক ষ ত ৰত গ ৰ ত বপ ৰ ণ বৰঙণ ৰ ব ব ব যক ত ব শ ষ ব গ টক প ৰদ ন কৰ এট ভ ৰত য
  • অধ নস থ আনন দৰ ম বৰ ৱ ভ ষ কল স স ক ত প ৰত ষ ঠ নৰ প ৰথমগৰ ক সঞ চ লক হ চ প ন য গ কৰ হয খ লঞ জ য ভ ষ কল স স ক ত সম পৰ ক য গৱ ষণ আৰ প ৰক শনৰ
                                     
  • শ কৰদ ৱ ড ৱৰৰ স প ৰ ধ ন য দ শ প ৰণ অসম য সম জ আৰ স স ক ত অসম য গ ত স হ ত য অসম য প ৰ মগ থ অসম য স হ ত যৰ
  • হ ন দ ধৰ মৰ প ৰধ ন শ স ত ৰ চ ৰ খন ব দৰ অন যতম এখন ব দ ব দ ক য গৰ সভ যত আৰ স স ক ত অধ যয নৰ ক ষ ত ৰত যজ ৰব দ অপৰ হ ৰ য প ৰত ল ম, অন ল ম, চ ৰ বৰ ণ, জ ত ভ দ
  • স ম শ ৰণত গঢ ল উঠ এট ব হত তৰ জ ত সময ৰ লগ লগ ত ও ল কৰ ব ভ ন ন ভ ষ স স ক ত আদ ম ল গ এই জ ত ৰ ভ ষ - স স ক ত ৰ ৰ প ল ছ প ৰক তত স বৰ গদ উ চ ক ফ
  • ব ৰহ মপ ত ৰ এছ য ৰ ভ তৰত অন যতম দ ঘল নদ ই ভ ৰতৰ একম ত ৰ প ৰ ষ নদ অসমৰ স স ক ত আৰ সভ যত ৰ স ত ব ৰহ মপ ত ৰ নদ অ গ গ ভ ৱ জড ত সভ যত সদ য নদ - ক ন দ ৰ ক
  • স ব শ ল মহ ব হ ব ৰহ মপ ত ৰ নদ প ৱৰ পৰ পশ চ মল ব গ ছ অসমৰ সভ যত স স ক ত ল ইতৰ লগত গভ ৰভ ৱ জড ত চনৰ প ৰবল ভ ম কম পৰ প ছত ন মন অসমত ল ইতৰ

Users also searched:

সংস্কৃতি, সকত, উপদন, জনপরয, পশচমবঙগর, লদখর, উপজ, ভরত, সকতউপদন, পশচমবঙগরসকত, জযসকত, লদখরসকত, ভরতসকত, উপজদরসকত, জনপরযসকত, শলপ, শলপওসকত, অসমীয়া লোক-সংস্কৃতি, অসমৰ, অনষঠন, অসময, পৰৱশয, সগত, উৎসৱ, কইজ, অসমৰলকটযঅনষঠন, অসমৰলকপৰৱশযকল, অসমৰলকউৎসৱ, অসমৰসকতৰচন, অসমযসকত,

...

Encyclopedic dictionary

Translation

সংস্কৃতি উপাদান.

সংস্কৃতির ওভারভিউ ভিডিও সংস্কৃতি খান একাডেমি. সংস্কৃতি এবং ঐতিহ্য. কালী মন্দির. প্রকাশিত: 06 Jun. 2018. কসবা কালী মন্দির. ফেসবুকে বিতরণ করুন টুইটারে বিতরণ করুন বিস্তারিত দেখুন ওয়েবসাইট নীতি সহায়তা আমাদের সাথে. উপজাতিদের সংস্কৃতি. কমিউনিস্টদের সংস্কৃতি Kolkata24x7. এই সকলো জাতি জনগোষ্ঠীৰ দীঘলীয়া সংমিশ্ৰনত অসমীয়া সংস্কৃতি এখন বুটাবচা কাপোৰৰ দৰে ৰংচঙীয়া হৈ উঠিছে। ইয়াৰে স্থানীয় মানুহখিনিক অসমীয়া Assamese বুলি কোৱাৰ লগতে এই. জনপ্রিয় সংস্কৃতি. Untitled. কালচার ও সংস্কৃতি. ১. কালচার্‌ শব্দের একটা নতুন বাংলা কথা হঠাৎ দেখা দিয়েছে চোখে পড়েছে কি? কৃষ্টি। ইংরেজি শব্দটার আভিধানিক অর্থের বাধ্য অনুগত হয়ে ঐ কুশ্রী শব্দটাকে কি. ভারত কি সংস্কৃতি. সাংস্কৃতিক অধ্যয়নের ক্ষেত্রে. সংস্কৃতি এবং ঐতিহ্য. লোক সংস্কৃতির অমূল্য ভান্ডার ঝাড়গ্রাম। এখানকার মূলবাসীদের বিভিন্ন অনুষ্ঠানকে কেন্দ্র করে লোকনৃত্য, গীত, ছড়া প্রবাদ, প্রবচন, লোককথা,.





অসমৰ লোক নাট্য অনুষ্ঠান.

চৰ চাপৰিৰ মুছলমান সমাজ আৰু লোক. আমাদের অনেক নিজেদের লোক অসময়ে আমাদের ছেড়ে চলে গেছেন । করোনার প্রথম ঢেউ সাফল্যের সঙ্গে মোকাবিলা করার পরে দেশ আত্মবিশ্বাসে ভরপুর হয়ে উঠেছিল, কিন্তু এই তুফান দেশকে. অসমৰ লোক সংগীত. Governor Speech Assamese 2019 Assam Legislative. ইতিহাস প্ৰসিদ্ধ মৰাণ জনজাতি আৰু অসমীয়া লোক সংস্কৃতিৰ অনন্য লোক উৎসৱ মৰাণ নিজ গোষ্ঠীৰ স্বকীয় মৰাণ লোক ভাষা সংস্কৃতি আগতেও নিকপকপীয়া হৈ আছিল,আজিও আছে.


বিৰিঞ্চি কুমাৰ ভট্টাচাৰ্যৰ কবিতা.

Axamiya Bhasha Aru Sanskriti অসমীয়া ভাষা আৰু. আইন মহাবিদ্যালয়, খাগৰিজান মহাবিদ্যালয়,পুৰণিগুদাম বিৰিঞ্চি কুমাৰ বৰুৱা মহাবিদ্যালয়,হাতীচোং মহাবিদ্যালয়,নগাঁও বাণিজ্য মহাবিদ্যালয়,পলিটেকনিকৰ লগতে. জীৱনৰ বাটত কবিতা. D, 6 KBVSASU. ১৮৯১ চনত জোনাকীত পদ্মনাথ গােহাঞি বৰুৱাৰ ভানুমতী. ১৮৯২ চনত লাহৰী, ১৮৯০ চনত ননাথ শৰ্মা আৰু বিৰিঞ্চি কুমাৰ বৰুৱাৰ উপন্যাসত প্রথম আধুনিক চিন্তা. সংস্কাৰকামী মনােভাব বা. ডাৱৰ আৰু নাই. ভাষাবিদ, সাহিত্যাচার্য, শিক্ষাবিদ. পিতাৰ নাম: দিলীপ কুমাৰ বৰুৱা. ঘৰ নং: ১৪ক। বয়স: 24 লিংগ: পুৰুষ। নাম: সুকুমাৰ বৰুৱা স্বামীৰ নাম: বিৰিঞ্চি কুমাৰ বৰুৱা. ঘৰ নং: ৭৩​। বয়স 52 লিংগ: মহিলা. GRD9738174. GRD9738185.





মটৰচাইকেল ডায়েৰি মূল দ্য.

১ এপ্ৰিলৰ পৰা হ্ৰাস পাব পাৰে ইন হেণ্ড চেলাৰী, বাঢ়িব পাৰে PF ১ এপ্ৰিলৰ পৰা একেৰাহে ৫ ঘণ্টা কৰিব লাগিব কাম, বাঢ়িব দৰমহা! ১৫ মিনিট বেছি কাম কৰিলেও পাব অতিৰিক্ত ধন!. ৰুদ্ৰ গৌৰৱ শ্ৰেষ্ঠক মোজাম্বিক. এই সন্মিলনীয়ে অহা ১৪ আৰু ১৫ এপ্ৰিল তাৰিখে দুদিনীয়া কাৰ্যসূচীৰে ইয়াৰ ৯৫সংখ্যক বাৰ্ষিক সন্মিলনখন অনুষ্ঠিত কৰিব। সভাত এআইইউৰ বিগত বৰ্ষৰ সাফল্যসমূহৰ তথ্য,. লকডাউনে না খেয়ে নাগাল্যান্ডে. চলনিধি ব্যৱস্থাপনা পৰিগাঠনিটো এপ্ৰিল, ২০১৬ত সালসলনি কৰা হৈছিল, নিস্ক্ৰীয়তাৰ এক বিভিন্ন মহলৰ পৰা প্ৰাপ্ত অনুৰোধৰ ভিত্তিত, মতামত মন্তব্যৰ সময়ৰেখা ১৫ এপ্ৰিল. এপ্ৰিলত ১৪ দিন বন্ধ থাকিব বেংক. ১৫ এপ্ৰিলৰ পৰা পুনৰ ৰেলৰ চলাচল আৰম্ভ হোৱাৰ সম্ভাৱনা আছে।ৰেলৰ চলাচল পুনৰ আৰম্ভ কৰাৰ বাবে ভাৰতীয় ৰেলৱেই আৱশ্যকীয় প্ৰট​কল প্ৰস্তুত কৰিছে।১৫ এপ্ৰিলৰ পৰা. সাময়িকী কুইজ ১৫ এপ্ৰিল শেহতীয়া. ভোডাফোন আইডিয়া লিমিটেডে সূতৰ সৈতে বাকী থকা পৰিমাণৰ অনুজ্ঞা মাচুল ১৫ এপ্ৰিলৰ ভিতৰত পৰিশোধ কৰিব। দূৰসংযোগ বিভাগে সাতটা চক্ৰত অনুজ্ঞা মাচুল পৰিশোধ নকৰাৰ বাবে.


Untitled SSADARRANG.

ডাটাবেছত কোনটো ভাষা ব্যৱহাৰ হয়? কোনটো ভাষাত প্ৰমাণীকৰণ সেৱা প্ৰদান কৰা হয়? ইউআইডিএআই আৰু আবাসীৰ মাজত কোনটো ভাষাত ভাৱ বিনিময় হয়?keyboard arrow down. ডাটাবেছ ইংৰাজী ভাষাত. Untitled Golaghat Commerce College. শিশুৱে স্বাভাৱিক প্রক্রিয়াত ভাষা আহৰণ কৰা পদ্ধতি আলােচনাৰ জৰিয়তে এই. গােটটোত অন্ত শিশুৰ বাবে হিন্দী, বঙালী আৰু ইংৰাজী আটাইবােৰেই দ্বিতীয় ভাষা। তেওঁলােকৰ বাবে. AJBEC Hand Assam Jatiya Bidyalay. জাননী প্রমাণ পত্র প্রদত্ত ষ্টেন্টিং অর্ডাৰৰ এটা প্রতিলিপি ইংৰাজী ভাষা. আৰু সাধাৰণ শ্রমিকে বুজি পােৱা ভাষাত বিশেষ জাননী পত্ৰত. লগাই ৰাখিব।। ৪। ষ্টেণ্ডিং অর্ডাৰৰ কোনাে. ইতিহাস ইংৰাজী ভাষাৰ শিক্ষণ সংস্থা. লাগে৷ এওঁলোকে নিজেও ইংৰাজী কব পৰা হব লাগিব৷ আমাৰ মতে পাৰিলে অসমীয়া পঢ়োৱাজনে ইংৰাজী বা ইংৰাজী পঢ়োৱাজনে অসমীয়া পঢ়ালে বেয়া নহয় - যিহেতু ভাষা শিক্ষণৰ মূল. ইংৰাজী 13 জুন তাৰিখটো অসমীয়াৰ Vokal. আৰু আমাৰ ভাষাৰ সম্পদ বঢ়া কিমান কাম কৰিব পাৰোঁ, এবাৰ ভাবি চাওক। যদি বিদেশী ইংৰাজী ভাষা পঢ়ি, শিকি, চা কৰি আমি শুদ্ধকৈ. তাক লেখিব পঢ়িব পাৰোঁ, তাৰ পৰা আমাৰ মনৰ নৈতিক.


অসমের আঞ্চলিক উৎসব কি.

বুধবাৰে তামিলনাডুত চৰকাৰী বন্ধৰ. অংশগ্রহণ ৰাজীৱ বৰুৱা, কীর্তিকমল ভূঞা, মন্মথ বৈশ্য, হীৰেন গােহাঁই, চৈয়দ চাহদুল্লাহ, গৌতম শর্মা, ৰাজেন গােহাঁই, গীতা হাতীকাকতি, গুণমনি বৰা, ইদ্রিছ আলি, ডঃ পৰাগ.





লজ্জাজনক! দক্ষিণ কোৰিয়াত চকলেট.

৩০ ৰাষ্ট্ৰসংঘৰ সপ্তম সচিব প্ৰধানজনৰ নাম কি? উত্তৰঃ বেন কী মুন দক্ষিণ কোৰিয়া. দুই কোৰিয়াৰ জন্ম কাহিনী Vikaspedia. জাপান, লাওচ, দক্ষিণ কোৰিয়া, থাইলেণ্ড, ভিয়েটনাম আদি দেশত বিভিন্ন সময়ত বার্ড ফ্লুৰ প্রাদুর্ভৱ হৈছে। সাধাৰণতে যিবােৰ দেশত কুকুৰাকে ধৰি অন্যান্য চৰাইবােৰ আধা সিজাকৈ. উত্তৰ কোৰিয়াৰ ভাবুকি The Janambhumi. চীন আৰু উত্তৰ কোৰিয়াৰ বিৰুদ্ধে ৰণনীতি নির্ধাৰণৰ বাবে কিছুদিন আগতে বাইডেন প্রশাসনৰ শীর্ষ প্রতিনিধিয়ে জাপান, দক্ষিণ কোৰিয়া ভ্ৰমণৰ কাৰ্যসূচী হাতত লৈছিল।.


প্ৰশ্নঃ হৰ্ষৰ প্ৰশাসনৰ প্ৰধান.

কৰা হৈছিল। ১৯৩১ চনৰ ৫ লাখ ৭৫ হেজাৰ আৰু ১৯৪৩ ৪৫চনৰ কালছোৱাৰ ৬২২৪২৫ গৰাকী লোক বাঢ়ি গৈ যিমান হৈছিলগৈ সেই মৰ্মেও এইলোকসকলৰ সতি সন্ততি খিলঞ্জীয়া চৰ ​চাপৰিবাসী।. চতিয়া সমষ্টিত হিমন্ত বিশ্ব শৰ্মা. চকীঘাটত দুমাহ পূৰ্বে আৰক্ষী আৰু ৰাজহ চক্ৰ বিষয়া সহিতে ১৫জনকৈ খিলঞ্জীয়া লোক আহত. জামুগুৰিহাটৰ চকীঘাট পৰিদৰ্শন. আৰু লোক–সংস্কৃতিক সন্মান প্রদর্শন কৰাৰ দুর্বল কৰিব৷ খিলঞ্জীয়া লোক বিপদাপন্ন.





কোচ ৰাজবংশী খাদ্য.

দ পর্বতীয়াৰ শৈল তোৰণ আৰু অন্যান্য. ৬নং চরছান্দিয়া পূজা উজ্জাপন পরিশোধের ৰাখাল কলা কৃষ্টি সংঘ বৰপেটা ৰাগ অনুৰাগ. কোচ ৰজা নৰনাৰায়ণ. NPER023PART169.pdf. অল ইণ্ডিয়া ৰেলৱেমেনচ ফেডাৰেচনৰ সভাপতি ৰাখাল দাসগুপ্তাৰ সভাপতিত্বত অনুস্থিত নদুৱাৰ অঞ্চলত মহা শিৱ ৰাত্ৰিৰ পালন দেৱালয় মন্দিৰত ভক্তসকলৰ পূজা অৰ্চনা. হুদুম পূজা. দেশজুৰি ৰেল কৰ্মচাৰীৰ কলা দিৱস. নাম:পূজা কৌরী. পিতার নাম: হীরালাল কৌরী. বাড়ী নং: ১৬. বয়স 21 লিঙ্গ: মহিলা. 105। বাড়ী নং: ৫৫. বয়স 32 লিঙ্গ: মহিলা. 312. নাম:মিলন দেব​। স্বামীর নাম: ৰাখাল দেব. বাড়ী নং: ৫৬.


হিন্দু বিবাহ.

বিবাহ সংক্রান্ত খবর: বিবাহ. বর, বিবাহ, বিবাহ, বিবাহ করা, বিবাহ, মানুষ, মানুষ, মাধ্যমিক, উদযাপন, দম্পতি, ভালবাসা, মানত, টাক্স, Tuxedo, মামলা, ব্যয়বহুল, প্রাপ্তবয়স্ক Illustration. ১৪২৮ সালের পঞ্জিকা বিবাহ তারিখ. বিবাহ: একটি পবিত্র বন্ধন, কোনো. বিবাহ সম্পর্কিত সমস্ত খুঁটিনাটি তথ্য জানুন POPxo Bangla তে। বেনারসির লেটেস্ট ট্রেন্ড থেকে শুরু করে ডিজাইনার কালেকশন, বিয়েবাড়ি সাজানো, ব্রাইডাল মেকআপ আর্টিস্টের. বিবাহ কবিতা. বিবাহ শংসাপত্র খোয়াই জেলা. প্রতিবেশী মহিলার সঙ্গে বিবাহ বহির্ভূত সম্পর্কের কথা জেনে ফেলায় স্ত্রীকে গলায় ফাঁস লাগিয়ে খুনের অভিযোগ উঠল এক ব্যক্তির বিরুদ্ধে। ঘটনাটি ঘটে হাবড়ায়।.


...
Free and no ads
no need to download or install

Pino - logical board game which is based on tactics and strategy. In general this is a remix of chess, checkers and corners. The game develops imagination, concentration, teaches how to solve tasks, plan their own actions and of course to think logically. It does not matter how much pieces you have, the main thing is how they are placement!

online intellectual game →