Back

★ শিক্ষা - শিক্ষা, মনোবিজ্ঞান, শিশু শিক্ষা সমিতি, অসম, ইন্দিৰা মিৰি, অনুৰাধা শৰ্মা পূজাৰী, প্ৰহ্লাদ চন্দ্ৰ তাছা, ৰাষ্ট্ৰীয় শৈক্ষিক অনুসন্ধান আৰু প্ৰশিক্ষণ পৰিষদ ..



                                               

শিক্ষা

ব্যক্তিৰ মন, চৰিত্ৰ বা শাৰীৰিক ক্ষমতালৈ গঠনমূলক অৱদান আগবঢ়োৱা যিকোনো ধৰণৰ কাৰ্য্য বা অভিজ্ঞতাকে বিস্তৃত অৰ্থত শিক্ষা বোলা হয়। এই সংজ্ঞাৰ আধাৰত শিক্ষাৰ মূল বৈশিষ্ট্যসমূহ হৈছে: শিক্ষা প্ৰদানৰ বাবে উৎসুক ব্যক্তিৰ সহায়. জ্ঞান, পাৰদৰ্শিতা আৰু তথ্য আহৰণৰ প্ৰয়োজনীয়তা. মানসিক উৎকৰ্ষ সাধন।. ভ্ৰান্ত চিন্তাধাৰা পৰিহাৰ কৰাৰ প্ৰয়োজনীয়তা আৰু সক্ষমতা. এজন শিক্ষিত ব্যক্তি শুদ্ধ বিশ্লেষণ ক্ষমতা, পৰিস্কৃত চিন্তা কৰাৰ ক্ষমতা উপযুক্তভাবে প্ৰয়োগ কৰি স্বনিৰ্ধাৰিত লক্ষ্যত উপনীত হবলৈ সক্ষম হয়। সেয়েহে, শিক্ষা হৈছে প্ৰাণীৰ অনুধাৱন সক্ষমতা cognitive cartography, যি ধাৰকক অভিজ্ঞতা আৰু উৎকৰ্ষ সাধনৰ মাজত সংগল ...

                                               

শিক্ষা মনোবিজ্ঞান

মনোবিজ্ঞানৰ এটা শাখা হৈছে শিক্ষা মনোবিজ্ঞান । শিক্ষা আৰু মনোবিজ্ঞান দুয়োটাই আচৰণৰ লগত জড়িত। মনোবিজ্ঞানে মানুহ তথা প্ৰাণীৰ আচৰণ অধ্যয়ন কৰে আৰু শিক্ষাই সেই আচৰণৰ পৰিবৰ্তন, পৰিশোধন আৰু উন্নতি সাধন কৰে। শিক্ষাৰ লক্ষ্য দৰ্শনে নিৰ্ধাৰণ কৰে যদিও এই লক্ষ্যত উপনীত হোৱাত সহায় কৰে মনোবিজ্ঞানেহে। শিক্ষা-ব্যৱস্থাক অধিক বাস্তৱমুখী আৰু কাৰ্যকৰী কৰি তুলিবলৈ শিক্ষাত মনোবিজ্ঞানৰ সূত্ৰ, তথ্য, পদ্ধতি, নীতি আদি প্ৰয়োগ কৰা হয়। শিক্ষা মনোবিজ্ঞানৰ ক্ষেত্ৰই পৰামৰ্শ, শ্ৰেণীকোঠা, জীৱনৰ প্ৰতি খোজতে শিক্ষা পদ্ধতিৰ মূল্যায়নৰ লগত জড়িত শৈক্ষিক ক্ৰীড়া-কলাপৰ উৎকৰ্ষ সাধন কৰিবলৈ প্ৰধানকৈ গুণগত পদ্ধতিৰ ওপৰত নিৰ্ভৰ কৰে।

                                               

শিশু শিক্ষা সমিতি, অসম

শিশু শিক্ষা সমিতি, অসম হৈছে এটা বে-চৰকাৰী শৈক্ষিক সংগঠন যি অসমত এক বহল পৰিসৰৰ ব্যক্তিগত বিদ্যালয়ৰ প্ৰণালী সঞ্চালিত কৰে। ই হৈছে বিদ্যা ভাৰতী অখিল ভাৰতীয় শিক্ষা সংস্থানৰ সংবদ্ধ এক প্ৰাদেশিক সংস্থা। ১৯৭৯ চনৰ ২১ এপ্ৰিলৰ এই অনুষ্ঠানটো গঠন কৰা হৈছিল। বৰ্তমান ইয়াৰ সাধাৰণ সম্পাদক হৈছে শ্ৰীযুত সদা দত্ত। সংস্থাটোৰ মুখ্য কাৰ্য্যালয় ৰাধা গোৱিন্দ বৰুৱা পথ, প্ৰশান্ত পথ, গুৱাহাটী, অসমত অৱস্থিত।

                                               

ইন্দিৰা মিৰি

ইন্দিৰা মিৰি আছিল অসমৰ এগৰাকী শিক্ষাবিদ, বিদূষী মহিলা, এডিনবৰা বিশ্ববিদ্যালয়ত শিক্ষা লভা। তেখেতে কৰ্মজীৱনৰ আৰম্ভণিতে মেৰীয়া মণ্টেছৰীৰ পৰা প্ৰত্যক্ষভাৱে দীক্ষা পাইছিল। সৰুকালত তেখেতৰ নাম মেৰেং আছিল বুলি অনুৰাধা শৰ্মা পূজাৰীয়ে তেখেতৰ মেৰেং উপন্যাসত লিখিছে।মেৰেং ইন্দিৰা মিৰিৰ জীৱনভিত্তিক উপন্যাস।

                                               

অনুৰাধা শৰ্মা পূজাৰী

অনুৰাধা শৰ্মা পূজাৰী অসমৰ এগৰাকী লেখিকা আৰু সাংবাদিক। ১৯৮৭ চনত তেখেতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা সমাজ শাস্ত্ৰ বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। ১৯৯৩ চনত কলিকতাৰ পৰা সাংবাদিকতাৰ পাঠ্যক্ৰম গ্ৰহণ কৰে। তাৰ পিছত পশ্চিমবংগ বোলছবি কেন্দ্ৰ, তথ্য আৰু সাংস্কৃতিক দপ্তৰৰ অধীনত আৰ্ট এণ্ড ফিল্ম -এপ্ৰিছিয়েচন পাঠ্যক্ৰমৰ শিক্ষা গ্ৰহণ কৰে। তেখেতে কমাৰ্চিয়েল আৰ্ট এণ্ড কম্পিউটাৰ গ্ৰাফিক্সৰ শিক্ষা গ্ৰহণ কৰি কলিকতাৰ একাডেমী অফ ফাইন আৰ্টচৰ অধীনৰ প্ৰতিষ্ঠানত কিছুদিন শিক্ষকতা কৰে। ইয়াৰ পিছত গুৱাহাটীৰ পৰা প্ৰকাশিত আমাৰ অসম কাকতত কিছুদিন সাংবাদিকতা কৰি উঠি বৰ্তমান সাদিন কাকত আৰু সাতসৰী নামৰ অসমীয়া মাহেকীয়া ...

                                               

প্ৰহ্লাদ চন্দ্ৰ তাছা

প্ৰহ্লাদ চন্দ্ৰ তাছা এগৰাকী ভাৰতীয় লিখক আৰু শিক্ষাবিদ। শিক্ষা বিষয়ক ৰচনাৰ বাবে তেওঁ বিশেষভাৱে জনাজাত। তেওঁ ২০১৭ চনলৈ অসম সাহিত্য সভাৰ উপসভাপতি আছিল। ইয়াৰ আগতে তেওঁ অসম সাহিত্য সভাৰ সম্পাদক হিচাপে নিয়োজিত আছিল। তেওঁৰ শিক্ষা আৰু সামাজিক সমস্যাৰ ওপৰত কেইবাখনো গ্ৰন্থ প্ৰকাশিত হৈছে। তাৰে ভিতৰত অসমৰ চাহ বাগিচাৰ শ্ৰমিকসকলৰ জীৱনৰ ওপৰত ৰচনা কৰা "অসমৰ চাহ জনগোষ্ঠী"বিশেষ ভাবে উল্লেখযোগ্য। ২০১৬ চনত ভাৰত চৰকাৰে সাহিত্য আৰু শিক্ষা জগতত তেওঁৰ অৱদানৰ স্বীকৃতি স্বৰূপে ভাৰতৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী প্ৰদান কৰে।

                                     

★ শিক্ষা

  • ব স ত ত অৰ থত শ ক ষ ব ল হয এই স জ ঞ ৰ আধ ৰত শ ক ষ ৰ ম ল ব শ ষ ট যসম হ হ ছ জ ঞ ন, প ৰদৰ শ ত আৰ তথ য আহৰণৰ প ৰয জন য ত শ ক ষ প ৰদ নৰ ব ব উৎস ক
  • ৰ ষ ট ৰস ঘ শ ক ষ ব জ ঞ ন আৰ স স ক ত স স থ United Nations Educational, Scientific, and Cultural Organization ব ইউন স ক UNESCO হ ছ ৰ ষ ট ৰস ঘৰ
  • ন দ নম লক চ ক ৎস আৰ ক ৰ যকৰ ব ক শত, ব শ ষ শ ক ষ ব অত ৰ ক ত প ৰয জন য ত শব দট ৱ ব কল ঙ গত ৰ ব ব চ ক ৎস ম নস ক অথব মনস ত ত ব ক সহ য ৰ প ৰয জন
  • অসম উচ চতৰ ম ধ যম ক শ ক ষ স সদ ই ৰ জ Assam Higher Secondary Education Council AHSEC হ ছ অসম চৰক ৰৰ অধ নৰ এক শ ক ষ পৰ ষদ এই পৰ ষদ অসমত উচ চতৰ
  • মন ব জ ঞ নৰ এট শ খ হ ছ শ ক ষ মন ব জ ঞ ন ই ৰ জ Educational psychology শ ক ষ আৰ মন ব জ ঞ ন দ য ট ই আচৰণৰ লগত জড ত মন ব জ ঞ ন ম ন হ তথ প ৰ ণ ৰ
  • স ক ল য শ ক ষ আৰ স ক ষৰত ব ভ গ আৰ ব শ বব দ য লয ৰ শ ক ষ প ৰয ক ত ব দ য ৰ শ ক ষ ব ত ত ইত য দ ৰ স ত জড ত উচ চ শ ক ষ ৰ ব ভ গ স ক ল য শ ক ষ আৰ
  • অসম ম ধ যম ক শ ক ষ পৰ ষদ ই ৰ জ Secondary Education Board of Assam SEBA হ ল অসমৰ ম ধ যম ক আৰ উচ চ ম ধ যম ক ব দ য লয সম হক স ব ক ত প ৰদ ন, ব দ য লয সম হত
  • শ ক ষ ক ম ল ক অধ ক ৰ গণ য কৰ খন দ শৰ ভ তৰত ভ ৰত এখন হ চ প পৰ গণ ত হয শ ক ষ আইনখন ব ন ম ল য আৰ ব ধ যত ম লক শব দ দ ট ৰ সমন বয ঘট ইছ ব ন ম ল য
  • সৰ ব ভ ৰত য প ৰয ক ত শ ক ষ পৰ ষদ ভ ৰত চৰক ৰৰ ম নৱ সম পদ উন নয ন মন ত ৰণ লয ৰ উচ চশ ক ষ ব ভ গৰ অধ নত আৰ ব শ বব দ য লয অন দ ন আয গৰ অন তৰ ভ ক ত ৰ ষ ট ৰ য
  • ৰ ষ ট ৰ য ভ ষজব জ ঞ ন শ ক ষ আৰ গৱ ষণ প ৰত ষ ঠ ন, গ ৱ হ ট en: National Institute of Pharmaceutical Education and Research, Guwahati ব NIPER - Guwahati
                                     
  • শ শ শ ক ষ সম ত অসম হ ছ এট ব - চৰক ৰ শ ক ষ ক স গঠন য অসমত এক বহল পৰ সৰৰ ব যক ত গত ব দ য লয ৰ প ৰণ ল সঞ চ ল ত কৰ ই হ ছ ব দ য ভ ৰত অখ ল ভ ৰত য
  • ৰ ষ ট ৰ য ম ধ যম ক শ ক ষ অভ য ন ই ৰ জ National Mission for Secondary Education হ ছ সমগ ৰ ভ ৰতৰ ৰ জহ ৱ ব দ য লয সম হত ম ধ যম ক শ ক ষ ৰ ব ক শৰ ব ব
  • ভ ৰত য উচ চ শ ক ষ পৰ বৰ তন আৰ প ৰত য হ ব ন: স ব ধ নত - উত তৰ ভ ৰতত উচ চ শ ক ষ ই বহ পৰ বৰ তনৰ ম জ দ বৰ তম নৰ অবস থ প ইছ হ আৰ য ৱ দশকত এই পৰ বৰ তনৰ
  • Miri আছ ল অসমৰ এগৰ ক শ ক ষ ব দ, ব দ ষ মহ ল এ ড নবৰ ব শ বব দ য লয ত শ ক ষ লভ ত খ ত কৰ মজ ৱনৰ আৰম ভণ ত ম ৰ য মণ ট ছৰ ৰ পৰ প ৰত যক ষভ ৱ দ ক ষ
  • ভ ৰত য ব জ ঞ ন শ ক ষ আৰ গৱ ষণ প ৰত ষ ঠ ন ব ৰহ মপ ৰ ই ৰ জ Indian Institute of Science Education and Research Berhampur স ক ষ প ইছ ৰ ব ৰহ মপ ৰ
  • পদ মশ ৰ ভ ৰতৰ চৰক ৰ প ৰদ ন কৰ চত ৰ থ সৰ ব চ চ অস মৰ ক সম ম ন শ ল পকল শ ক ষ ব ণ জ য, স হ ত য, ব জ ঞ ন, ক ৰ ড সম জ স ৱ আৰ চৰক ৰ ক ষ ত ৰত ব শ ষ
  • আৰ ট এণ ড ফ ল ম - এপ ৰ ছ য চন প ঠ যক ৰমৰ শ ক ষ গ ৰহণ কৰ ত খ ত কম ৰ চ য ল আৰ ট এণ ড কম প উট ৰ গ ৰ ফ ক সৰ শ ক ষ গ ৰহণ কৰ কল কত ৰ এক ড ম অফ ফ ইন আৰ টচৰ
  • প ৰহ ল দ চন দ ৰ ত ছ জন ম: আগষ ট এগৰ ক ভ ৰত য ল খক আৰ শ ক ষ ব দ শ ক ষ ব ষয ক ৰচন ৰ ব ব ত ও ব শ ষভ ৱ জন জ ত ত ও চনল অসম স হ ত য সভ ৰ
  • আৰ আম ৰ ক ৰ ইল নয ব শ বব দ য লয ৰ পৰ আন ষ ঠ ন ক শ ক ষ গ ৰহণ কৰ চনত অসম প ৰ থম ক শ ক ষ ব ৰ ডৰ সচ ব পদত ন য ক ত হয প ছত শ ব লঙৰ ছ ইণ ট এডমণ ডজ
  • চনৰ অক ট বৰত গ ৱ হ ট ব শ বব দ য লয ৰ শ ক ষ ব ভ গৰ ক ছ স খ যক ছ ত ৰ - ছ ত ৰ ক ল অসম য ৱ ক প ড য ৰ শ ক ষ প ৰকল পৰ স চন কৰ হয ইয ত অ শগ ৰহণক ৰ সকলক
                                     
  • শ কৰ আজ ন শ ক ষ ন ক তন, কমলপ ৰ English: Sankar Ajan Shiksha Niketan, Kamalpur হ ছ কমলপ ৰ অঞ চলৰ এখন ল খত ল বলগ য ব দ য লয চনৰ জ ন ৱ ৰ ত ৰ খ
  • ৰ জখ ৱ ব ণ ধৰ ৰ জখ ৱ ই প ৰ থম ক শ ক ষ আৰ ম ধ যম ক শ ক ষ ড ব ৰ গড ত গ ৰহণ কৰ আৰ ত ৰ প ছত ৰ জখ ৱ কল কত ল উচ চ শ ক ষ গ ৰহণৰ ব ব য য চনত কল কত ৰ
  • চনৰ এপ ৰ লত য ৰহ টত স থ প ত হ ৱ এই ব শ বব দ য লয খন অসমত ক ষ শ ক ষ গৱ ষণ আৰ ক ষ সম প ৰস ৰণৰ হক ক ম কৰ আহ ছ প ৰথম য ৰহ টৰ অসম ক ষ
  • চলচ চ ত ৰ কন য দ ন, অহ ত ক আৰ ৰণ গন উল ল খয গ য ত ও অসম য ল ক স গ তৰ শ ক ষ গ ৰহণ কৰ ছ ল ত খ তৰ প ত তথ ল ক স গ তশ ল প ব প ন প ট ৱ ৰ ৰ পৰ ইয ৰ পৰ
  • আগষ ট - আগষ ট এগৰ ক ভ ষ তত বব দ, ল খক, শ ক ষ ব দ আৰ শ ক ষ প ৰশ সক ম চ ভ ষ ৰ স ৰক ষণ আৰ উন নয নৰ প ৰত এখ ত উল ল খয গ য বৰঙন
  • ভ ৰত য অভ ন ত ৰ প ন ত অৱস থ ত ভ ৰত য চলচ চ ত ৰ আৰ দ ৰদৰ শন প ৰত ষ ঠ ন শ ক ষ গ ৰহণ কৰ উৰ ম ল ই বৰ তম নল ক ভ ল স খ যক ন টক, চ ট চ ন ম আৰ দ ৰদৰ শনৰ
  • জ বল য প ৰ থম ক আৰ প ৰৱ শ ক শ ক ষ হ ল চ ইল ড স ক ল, গ ৱ হ ট ৰ পৰ ল ভ কৰ ইয ৰ প ছত উচ চতৰ ম ধ যম ক আৰ স ন তক শ ক ষ সন দ ক ছ ৱ ল মহ ব দ য লয ৰ
  • ল খ ক অসম স হ ত য সভ ৰ প ৰথম মহ ল সভ পত আছ ল ত খ ত ক ন ধৰণৰ আন ষ ঠ ন ক শ ক ষ গ ৰহণ নকৰ ক য অস ধ ৰণ প ণ ড ত যৰ পৰ চয দ গ ছ অসম য ক ব য স হ ত যত
  • গ ৱ হ ট ত প ৰ ৰম ভ ক শ ক ষ গ ৰহণ কৰ উচ চ ম ধ যম ক শ ক ষ উত তৰ লখ মপ ৰৰ ছ ইণ ট ম ৰ জ হ ইস ক লৰ পৰ সম প ত কৰ উচ চতৰ ম ধ যম ক শ ক ষ কটন কল জত ব জ ঞ ন
  • ক ইব খন মহ ব দ য লয ত অধ য পকৰ প ক ম কৰ ছ চনত, ত খ তক স হ ত য আৰ শ ক ষ ৰ ক ষ ত ৰত ভ ৰতৰ চত ৰ থ শ ৰ ষ ঠ অস মৰ ক সন ম ন পদ মশ ৰ ব ট প ৰদ ন কৰ
                                               

ৰাষ্ট্ৰীয় শৈক্ষিক অনুসন্ধান আৰু প্ৰশিক্ষণ পৰিষদ

ৰাষ্ট্ৰীয় শৈক্ষিক অনুসন্ধান আৰু প্ৰশিক্ষণ পৰিষদ ইংৰাজী: National Council of Educational Research and Training, চমুকৈ NCERT হল ১৯৬১ চনত ভাৰত চৰকাৰৰ দ্বাৰা স্থাপিত এটা সংস্থা যত বিদ্যালয় শিক্ষাৰ সৈতে জড়িত কাৰ্যকলাপত কেন্দ্ৰীয় চৰকাৰ তথা ৰাজ্য চৰকাৰক উপদেশ দিয়া হয়।

Users also searched:

শিক্ষা, শকষর, শকষ, পদধত, বজঞন, পরটল, লকষয, সজঞ, শকষপদধত, শকরলকষয, শকষরসজঞ, বশকষপরটল, সধনমলকশকষ, শষকpdf, শকষবজঞন, ধনমলক, শষক, শিশু শিক্ষা সমিতি, অসম, সমত, শকষসমতঅসম, প্ৰহ্লাদ চন্দ্ৰ তাছা, চনদৰ, পৰহল, পৰহলচনদৰতছ,

...

Encyclopedic dictionary

Translation

শিক্ষা কি.

সমগ্র শিক্ষা অভিযান দক্ষিণ. কবে পরীক্ষা হবে তা পরে বিজ্ঞপ্তি দিয়ে জানাবে শিক্ষা দফতর। পরিস্থিতি বিবেচনা করে পরে নেওয়া হবে বলে শিক্ষা দফতর সূত্রে খবর। তবে পরীক্ষা এখনই বাতিল করার কথা. শিক্ষা বিজ্ঞান. উচিৎ শিক্ষা eBook: Bhattacharja, Shishir. জেলা শিক্ষা ও প্রশিক্ষণ কেন্দ্র ডি আই ই টি ​, কৈলাশহর. বিদ্যানগর, পো পাইতুরবাজার, কৈলাশহর, ঊনকোটি, ত্রিপুরা ৭৯৯২৭৭. ফোন 03824 ​223667. ওয়েবসাইট নীতি সহায়তা আমাদের সাথে​. শিক্ষা পদ্ধতি. উনিশ শতকের বাংলা শিক্ষা সংস্কার. শিক্ষার ধারণা ও লক্ষ্য আজকের আমাদের আর্টিকেলের আলোচনার বিষয় WBCHSE এর একাদশ একাদশ শ্রেণী – শিক্ষা বিজ্ঞান Education উত্তরঃ শিক্ষা শব্দটি সংস্কৃত শাস থেকে এসেছে। ৩. বাংলার শিক্ষা পোর্টাল. শিক্ষা – All India Trinamool Congress. এখানে উচ্চশিক্ষা সম্পর্কিত বিভিন্ন জরুরি তথ্য রয়েছে। ওঁরা কী বলেন. সার্বিক শিক্ষার লক্ষ্যে শিক্ষক, শিক্ষাবিদ, শিক্ষা​ বিশেষজ্ঞ, সক্রিয় শিক্ষাকর্মীদের মতামত অত্যন্ত.





শিক্ষা Archives জাগৰন নিউজ.

বিদ্যা নিকেতনৰ সাফল্যৰ পিছত এইবাৰ অসমত শিশু শিক্ষা সমিতিৰ শংকৰদেৱ উচ্চতৰ এনে ধাৰাবাহিক সফলতাৰ অন্তত শিশু শিক্ষা সমিতি, অসমে গুৱাহাটীৰ চন্দ্ৰপুৰত এখন. কোৰোণাৰ সংহাৰৰ মাজতে শংকৰদেৱ শিশু. ASSAM TIMES POST গুৱাহাটীঃ বিদ্যা ভাৰতীৰ সংবদ্ধ,শিশু শিক্ষা সমিতি,অসমৰ গুৱাহাটী বিভাগৰ প্ৰধানাচাৰ্য আৰু বিষয় প্ৰমুখ সকলৰ তিনিদিনীয়া বাৰ্ষিক যোজনা বৈঠকখন. কভিডত আক্ৰান্ত হৈ মৃত্যু শিক্ষক. ৭ নৱেম্বৰ তাৰিখে শিশু শিক্ষা সমিতি অসমৰ কুমাৰ ভাগৱতী আৰু বিদ্যা ভাৰতী উত্তৰ অসম. বিদ্যাভাৰতী,অখিল ভাৰতীয় শিক্ষা. নলবাড়ি শংকরদেব নিকেতনে শিশু শিক্ষা সমিতি অসমের বাৰ্ষিক সাধারণ সভা অনুষ্ঠিত. নলবাড়ি অসম, ১৬ জুন হি.স. বিদ্যাভারতী অখিল ভারতীয় শিক্ষা সংস্থানের সংবদ্ধ শিশু শিক্ষা.


অসম লেখিকা সন্থা ডিব্ৰুগড় শাখাৰ.

অসম সাহিত্য সভাৰ নতুন সমিতিৰ ভোটগণনা পূৰ্ণগতিত চলিছে হোজাইৰ বালিকা মহাবিদ্যালয়ত। এইবাৰ সাহিত্য সভাৰ পদত প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান কুল শইকীয়া,. অসম সাহিত্য সভাৰ নিৰ্বাচন. গুৱাহাটীঃ বৰ্তমান অসম সাহিত্য সভাত বলিছে নিৰ্বাচনী বতাহ। সভাৰ সভাপতি, উপ সভাপতি আৰু প্ৰধান সম্পাদকৰ পদৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিবলৈ মনোনয়ন সংগ্ৰহ কৰা. অসম সাহিত্য সভাৰ ষষ্ঠ পূৰ্ণাংগ. ড০ বসন্ত কুমাৰ গোস্বামী, সূৰ্যকান্ত হাজৰিকা, পখিলা কলিতা, কুলধৰ শইকীয়া, ড০ কৰবী ডেকা হাজৰিকা, ড০ জয়শ্ৰী গোস্বামী মহন্ত আৰু প্ৰহ্লাদ চন্দ্ৰ তাছা। উপ সভাপতি​.





...
Free and no ads
no need to download or install

Pino - logical board game which is based on tactics and strategy. In general this is a remix of chess, checkers and corners. The game develops imagination, concentration, teaches how to solve tasks, plan their own actions and of course to think logically. It does not matter how much pieces you have, the main thing is how they are placement!

online intellectual game →