Back

★ ভাৰত সম্পৰ্কীয় তালিকা - ভাৰতৰ হ্ৰদসমূহৰ তালিকা, পদ্মশ্ৰী, অতুল চন্দ্ৰ হাজৰিকা, নেলছন মেণ্ডেলা, লতা মংগেশকাৰ, পদ্মশ্ৰী অসমীয়া ব্যক্তিসকলৰ তালিকা, ইমৰান শ্বাহ ..



                                               

ভাৰতৰ হ্ৰদসমূহৰ তালিকা

হুছেইন সাগৰ. ওচমান সাগৰ. শফীলগুডা হ্ৰদ. সমীৰপেট হ্ৰদ. মিৰ আলম হ্ৰদ. আৱল হ্ৰদ. সৰোৰনগৰ হ্ৰদ. দুৰ্গম চেৰুভু গোপন হ্ৰদ. হিমায়ত সাগৰ.

                                               

পদ্মশ্ৰী

পদ্মশ্ৰী ভাৰতৰ চৰকাৰে প্ৰদান কৰা চতুৰ্থ সৰ্বোচ্চ অসামৰিক সম্মান। শিল্পকলা, শিক্ষা, বাণিজ্য, সাহিত্য, বিজ্ঞান, ক্ৰীড়া, সমাজ সেৱা আৰু চৰকাৰী ক্ষেত্ৰত বিশেষ অৱদানৰ বাবে ভাৰত চৰকাৰে এই সম্মান প্ৰদান কৰি আহিছে। এই সম্মান সাধাৰণতে ভাৰতীয় নাগৰিকসকলকেই প্ৰদান কৰা হয়।

                                               

অতুল চন্দ্ৰ হাজৰিকা

অতুল চন্দ্ৰ হাজৰিকা এগৰাকী অসমীয়া কবি, নাট্যকাৰ, গদ্য লেখক আৰু শিশু সাহিত্যিক। ১৯৫৩ চনৰ পৰা ১৯৫৬ চনলৈ তেওঁ একাদিক্ৰমে তিনিবাৰ অসম সাহিত্য সভাৰ সাধাৰণ সম্পাদক নিৰ্বাচিত হৈছিল। ১৯৫৯ চনৰ অসম সাহিত্য সভাৰ নগাঁও অধিবেশনত তেখেতে সভাপতিত্ব কৰিছিল। অসম সাহিত্য সভাই ১৯৮২ চনত তেখেতক সাহিত্যাচাৰ্য উপাধিৰে সন্মানিত কৰে। হাজৰিকাদেৱে অসমত এক নাট্য আন্দোলনৰ সূচনা কৰি অসমৰ ৰঙ্গমঞ্চসমূহত প্ৰভাৱ পেলাইছিল আৰু তাৰেই ফলত বঙালী নাটকে অসমৰ ৰঙ্গমঞ্চ ত্যাগ কৰিবলৈ বাধ্য হৈছিল।

                                               

নেলছন মেণ্ডেলা

নেলছন ৰোলিহলাহলা মেণ্ডেলা বা চমুকৈ নেলছন মেণ্ডেলা দক্ষিণ আফ্ৰিকাৰ এগৰাকী ৰাজনৈতিক ব্যক্তি আছিল যিজনে ৰাষ্ট্ৰপতি হিচাপে ১৯৯৪ চনৰ পৰা ১৯৯৯ চনলৈ কাৰ্য্যভাৰ চলাইছিল। দক্ষিণ আফ্ৰিকাত তেওঁ মাডিবা আৰু টাটা নামেৰেও জনাজাত আছিল। তেওঁ ১৯৯৩ চনত নবেল বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল। মেণ্ডেলাই তেওঁৰ জীৱনত ২৫০ টাতকৈও অধিক বঁটা লাভ কৰিছিল । তেওঁ দক্ষিণ আফ্ৰিকাৰ নেচনেল কংগ্ৰেছ ৰ নেতা আছিল।

                                               

লতা মংগেশকাৰ

লতা মংগেশকাৰ জন্ম হৈছিল ১৯২৯ খ্ৰীষ্টাব্দৰ ২৮ ছেপ্টেম্বৰত, ইন্দোৰ চহৰত। ভাৰতবৰ্ষৰ এইগৰাকী মহীয়সী এগৰাকী সুকণ্ঠী নেপথ্য গায়িকা হিচাবে জনপ্ৰিয়। লতাজীয়ে এতিয়ালৈকে ত্ৰিশটাৰো অধিক ভাষাত কণ্ঠ দিছে- তেখেতে এক হাজাৰৰো বেছি ভাৰতীয় ছবিত গান গাইছে। ভগ্নী আশা ভোঁচলেৰ লগত চলচ্চিত্ৰ গায়িকা হিচাবে লতাই সক্ৰিয়ভাৱে কাম কৰিছে। ভাৰতীয় উপমহাদ্বীপৰ লগতে সমগ্ৰ পৃথিৱীতে লতা মংগেশকাৰৰ যাদুকৰী কণ্ঠৰ শ্ৰোতা বিয়পি আছে। টাইম পত্ৰিকাই তেওঁক ভাৰতীয় নেপথ্য সংগীতৰ অপৰিহাৰ্য্য আৰু একচ্ছত্ৰী সম্ৰাজ্ঞী আখ্যা দিছিল।

                                               

পদ্মশ্ৰী অসমীয়া ব্যক্তিসকলৰ তালিকা

                                               

পদ্মভূষণ অসমীয়া ব্যক্তিসকলৰ তালিকা

                                               

এশিঙীয়া গঁড়

গঁড় বৈজ্ঞানিক নাম: Rhinoceros unicornis এটি স্তন্যপায়ী জন্তু। ইয়াক একচৰ, একশৃংগ, খড়্গী আদি নামেৰেও জনা যায়। পৃথিৱীত বৰ্তমান ৩০০০ মানহে গঁড় আছে আৰু ইয়াৰে প্ৰায় ২০০০ অসমত অৱস্থিত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, পবিতৰা অভয়াৰণ্য আৰু মানাহ ৰাষ্ট্ৰীয় উদ্যানত পোৱা যায়।

                                               

ইমৰান শ্বাহ

ইমৰান শ্বাহ বা নৱাব ইমৰান শ্বাহ অসমৰ এজন কবি, ঔপন্যাসিক, গল্পকাৰ, নাট্যকাৰ আৰু অনুবাদক। "ঈশান দত্ত", "অনামিকা বৰুৱা", "কুম্ভকৰ্ণ", "অনিমেষ বৰুৱা"আদি ছদ্মনামেৰে তেখেতে লিখামেলা কৰিছিল। তেখেতে ঘাইকৈ অসমীয়া ভাষাত সাহিত্য ৰচনা কৰি আহিছে। ২০১২ চনৰ নৱেম্বৰত তেখেতক অসম সাহিত্য সভাৰ নতুন সভাপতি হিচাপে নিৰ্বাচিত কৰা হৈছে। তেওঁক ভাৰত চৰকাৰে ২০২১ চনত চতুৰ্থ সৰ্বোচ্চ অসামৰিক সম্মান পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰে।

                                               

ভাৰতৰ ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ ৰাজধানীৰ তালিকা

ভাৰত দক্ষিণ এছিয়াত অৱস্থিত এখন দেশ য’ত বৰ্তমান ১.২ বিলিয়ন মানুহে বসবাস কৰি আছে। ভাৰত বিশ্বৰ ভিতৰতে ঘন জনবসতিপূৰ্ণ গণতান্ত্ৰিক দেশ। এইখন এখন যুক্তৰাষ্ট্ৰীয় সাংবিধানিক প্ৰজাতন্ত্ৰ, যিখন সংসদীয় ব্যৱস্থাৰ দ্বাৰা চৰকাৰে পৰিচালনা কৰে। ভাৰতবৰ্ষত ২৮খন ৰাজ্য আৰু ৯খন কেন্দ্ৰীয় শাসিত অঞ্চল আছে। তলৰ উল্লিখিত তালিকা্খনত ৰাজ্য অথবা কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ বিপৰীতে বিতং বিৱৰণ সন্নিবিষ্ট কৰা হ’ল।

                                               

ভাৰতীয় উগ্ৰপন্থী সংগঠনসমূহৰ তালিকা

নেছনেল ছচিঅলিষ্ট কাউনছিল অফ নগালেণ্ড-ইচাক মুইভা এন এছ চি এন-আই এম. পিপলছ ৰিভলুছনেৰী পাৰ্টি অব কাংলেইপাক প্ৰিপাক. জোমি লিভলুশ্বনেৰি ফৰ্ণ্ট. ইউনাইটেত পিপোলচ ডেম্ৰক্ৰেটিক চলিডাৰ্টি ইউ পি ডি এচ. আদিবাসি কব্ৰা ফৰ্চ এ এফ চি. কাংলেই য়াৱোল কান্না লুপ কে ৱাই কে এল. পিপুলচ লেবৰেছন আৰ্মি. ডিমা হালিম ডাওগাহ ডি এইচ ডি. নগা নেছনেল কাউনছিল-ফেডাৰেল এন চি এফ. হামাৰ পিপোলচ কনভেনশ্বন-ডেম্ৰক্ৰেচি এইচ পি চি-ডি. কমতাপুৰ লেবাৰশ্বন অৰগনাইজেশ্বন কে এল অ. নেছনেল কাউনছিল অফ নগালেণ্ড-খাপলং.

                                               

ভাৰতীয় ভাষা

হিন্দী ভাষা ভাৰতৰ অধিকাৰিক ভাষা। ইংৰাজীক সহকাৰী অধিকাৰিক ভাষা হিচাপে গ্ৰহণ কৰা হয়। ৰাজ্য ভেদে স্থানীয় ভাষাক অধিকাৰিক ভাষা হিচাপে গ্ৰহণ কৰা হয়। ২০০৩ বৰ্ষৰ ৯২তম সংবিধান সংশোধনী অনুসৰি ভাৰতৰ স্বীকৃতী প্ৰাপ্ত অধিকাৰিক ভাষাৰ সংখ্যা হৈছে ২২টা।

                                               

ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ অধ্যক্ষসকল

ভাৰতীয় মহাকাশ গৱেষণা সংস্থা, চমুকৈ ইছৰোৰ অধ্যক্ষ হৈছে সংস্থাটোৰ সৰ্বোচ্চ পদাধিকাৰী। ১৯৬২ চনত বিক্ৰম সাৰাভাইৰ অধ্যক্ষতাত Indian National Committee for Space Research গঠন কৰা হৈছিল। বিক্ৰম সাৰাভাইৰ প্ৰচেষ্টাত বৰ্তমানৰ ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ১৯৬৯ চনত গঢ় লৈ উঠিছিল। তেতিয়াৰে পৰা এতিয়ালৈকে ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ অধ্যক্ষ হিচাপে দহগৰাকী ব্যক্তি ইয়াৰ অধ্যক্ষ হিচাপে অধিষ্ঠিত হৈছে। এওঁলোকৰ ভিতৰত অধ্যাপক সতীশ ধৱনে সৰ্বাধিক ১২ বছৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

                                               

ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰসকলৰ তালিকা

ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰ হৈছে বিত্তীয় প্ৰতিষ্ঠানটোৰ মুখ্য কাৰ্য্যবাহী বিষয়া। ভাৰতীয় টকাৰ কাগজী মুদ্ৰাসমূহত তেখেতৰ হস্তাক্ষৰ থাকে। সাধাৰণতে গভৰ্ণৰৰ কাৰ্যকাল ৩ বছৰ। এই তালিকাত ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰাক্তন আৰু বৰ্তমান কাৰ্যৰত গভৰ্ণৰসকলৰ তথ্য দিয়া হৈছে।

                                               

ভাৰতৰ অভয়াৰণ্যসমূহ

ভাৰতত ৫০০ তকৈ অধিক প্ৰাণী অভয়াৰণ্য আছে যাক বন্য জীৱন অভয়াৰণ্য বুলি কোৱা হয়। ইয়াৰ ভিতৰত ২৮ বাঘ অভয়াৰণ্য ব্যঘ্ৰ প্ৰকল্পৰ দ্বাৰা সঞ্চালিত, যি বাঘ সংৰক্ষণৰ বাবে মহত্ত্বপূৰ্ণ। কিছু বন্য অভয়াৰণ্যক পক্ষী অভয়াৰণ্য বুলিও কোৱা হয়, যদিও এতিয়ালৈকে তাক ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি দিয়া হোৱা নাই। বহুতো ৰাষ্ট্ৰীয় উদ্যান প্ৰথমে বন্য জীৱন অভয়াৰণ্য আছিল।

                                               

ভাৰতৰ দলংসমূহ

                                               

ভাৰতৰ প্ৰধানমন্ত্ৰীসকলৰ তালিকা

ভাৰতৰ প্ৰধান মন্ত্ৰীসকলৰ তালিকাত ১৫ আগষ্ট, ১৯৪৭ তাৰিখে ভাৰত স্বাধীন হোৱাৰ দিনাৰে পৰা বৰ্তমানলৈ দেশৰ প্ৰধান মন্ত্ৰীৰ আসন অলংকৃত কৰা ব্যক্তিসকলৰ নাম সন্নিবিষ্ট কৰা হৈছে। বৰ্তমানলৈ ভাৰতত মুঠ তেৰখন লোকসভা গঠন কৰা হৈছে আৰু চৈধ্যগৰাকী ব্যক্তিয়ে প্ৰধান মন্ত্ৰীৰ বাব পাইছে। ইয়াৰে আটাইতকৈ বেছি দিন দায়িত্বত থকা প্ৰধান মন্ত্ৰীগৰাকী হল জৱাহৰলাল নেহৰু। তেখেতে ১৬ বছৰ ৯ মাহ প্ৰধান মন্ত্ৰীৰ পদত আছিল। আটাইতকৈ কম দিন প্ৰধান মন্ত্ৰী হোৱা ব্যক্তিগৰাকী হল গুলজাৰিলাল নন্দা। তেখেত দুটা কাৰ্যকালত এমাহতকৈয়ো কম দিনৰ বাবে দায়িত্বত আছিল। জৱাহৰলাল নেহেৰু আৰু লাল বাহাদুৰ শাস্ত্ৰীৰ আকস্মিক মৃত্যৰ পাছত তেখেতে কেইটামা ...

                                               

ভাৰতৰ ৰাষ্ট্ৰপতিসকলৰ তালিকা

ভাৰতৰ ৰাষ্ট্ৰপতিৰ আনুষ্ঠানিক ৱেবছাইট, আহৰণ: ০১-০১-২০১৩. ভাৰতৰ ৰাষ্ট্ৰপতিসকল, ৰিডিফমেইল ডট কম ৱেবছাইটত, আহৰণ: ০১-০১-২০১৩. প্ৰাক্তন ৰাষ্ট্ৰপতিসকল, জি নিউজ ৱেবছাইটত, আহৰণ: ০১-০১-২০১৩.

                                               

ভাৰতৰ ৰাষ্ট্ৰীয় উদ্যানসমূহৰ তালিকা

ভাৰতৰ ৰাষ্ট্ৰীয় উদ্যানসমূহ আই.ইউ.চি. এনৰ দ্বিতীয় শ্ৰেণী ৰ সংৰক্ষিত বনাঞ্চল । ভাৰতত পোণপ্ৰথমে স্থাপিত হোৱা ৰাষ্ট্ৰীয় উদ্যানখন হল ১৯৩৬ চনত প্ৰতিষ্ঠা কৰা হেইলি ৰাষ্ট্ৰীয় উদ্যান, যাক বৰ্তমান কৰবেট ৰাষ্ট্ৰীয় উদ্যান বুলি জনা যায়। ১৯৭০ চনলৈকে ভাৰতত কেৱল পাঁচখনহে ৰাষ্ট্ৰীয় উদ্যান আছিল। ২০১২ চনৰ এপ্ৰিলমাহলৈ ইয়াৰ সংখ্যা ১০২খন হয়গৈ। সকলো ৰাষ্ট্ৰীয় উদ্যান মিলি প্ৰায় ৩৯৯১৯ বৰ্গ কিলোমিটাৰ মাটিকালি আৱৰি আছে। ই ভাৰতৰ মুঠ মাটিকালিৰ প্ৰায় ১.২১%। বৰ্তমান ভাৰতত মুঠ ১৬৬খন ৰাষ্ট্ৰীয় উদ্যান প্ৰতিষ্ঠা কৰা হৈছে। এই উদ্যানসমূহৰ নাম তথা ৰাজ্য, মাটিকালিৰে সৈতে প্ৰতিষ্ঠা কৰাৰ তাৰিখসহ তলত উল্লেখ কৰা হল-

                                               

মুঠ ঘৰুৱা উৎপাদন অনুসৰি ভাৰতীয় ৰাজ্যৰ তালিকা

এই তালিকাত ভাৰতীয় ৰাজ্যসমূহৰ মুঠ ঘৰুৱা উৎপাদনৰ তালিকা আৰু লগতে মুঠ ঘৰুৱা উৎপাদনত বৃদ্ধিৰ হাৰো দৰ্শোৱা হৈছে। ২৫০ বিলিয়ন ইউ এছ ডিৰে মহাৰাষ্ট্ৰ তালিকাৰ শীৰ্ষত, আৰু ৬০ মিলিয়ন ইউ এছ ডিৰে লক্ষদ্বীপ তালিকাৰ আটাইতকৈ তলত। ২০১৪-১৫ৰ তথ্য মিনিষ্ট্ৰি অৱ ষ্টেটিষ্টিক্স এণ্ড প্ৰগ্ৰেম ইম্প্লিমেণ্টেচনৰপৰা লোৱা।

                                               

সাক্ষৰতাৰ হাৰ অনুসৰি ভাৰতীয় ৰাজ্যৰ তালিকা

                                     

★ ভাৰত সম্পৰ্কীয় তালিকা

  • ভ ৰতৰ ৰ জ য আৰ ক ন দ ৰ য শ স ত অঞ চলসম হৰ ৰ জ য ক জন ত সম হৰ ত ল ক ৰ জ য ক ফ ল ৰ জ য ক পক ষ ৰ জ য ক গছ Sambar : The State Animal of Orissa ভ ৰতৰ ৰ জ য ক
  • ভ ৰতৰ হ ৰদসম হৰ ত ল ক হ ছ ভ ৰতৰ উল ল খন য হ ৰদসম হৰ ন মৰ এখন ত ল ক চ ত ৰ: Fatehsagar nehrugarden.jpg দ ৰ গম চ ৰ ভ ক ল ল ৰ হ ৰদ প ল কট হ ৰদ হ ছ ইন
  • ব ট ব জয ৰ ত ল ক পদ মশ ৰ ব ট ব জয ৰ ত ল ক পদ মশ ৰ ব ট ব জয ৰ ত ল ক পদ মশ ৰ ব ট ব জয ৰ ত ল ক
  • আহৰণ কৰ হ ছ 27 November 2012. চনৰ পৰ অসম স হ ত য সভ ৰ সভ পত সকলৰ ত ল ক অসম স হ ত য সভ ৰ ৱ বছ ইট, আহৰণ: নৱ ম বৰ, স হ ত য অক ড ম ব ট
  • ভ ৰত ব ভ ৰত য প ৰজ তন ত ৰ ই ৰ জ Republic of India দক ষ ণ এছ য ত অৱস থ ত এখন স ৰ বভ ম গণত ন ত ৰ ক ৰ ষ ট ৰ ভ গ ল ক আয তনৰ ফ লৰ পৰ ভ ৰত প থ ৱ ৰ
  • ৱ ক ম ড য কমন সত ভ ৰত য প ৰশ সন ক স ৱ সম পৰ ক য ম ড য ফ ইল ভ ৰত য প ৰশ সন ক স ৱ ৰ ব ষয সকলৰ ত ল ক প ৰশ সন ক ব ষয ৰ ক ৰ যব হ ম ল য ঙ কন প ষ ঠ
  • ত ল ক ৰ অন তৰ ভ ক ত কৰ হ ছ এই ত ল ক সম হৰ হ ল ক ন দ ৰ ত ল ক ৰ জ য ত ল ক আৰ য গ ম ত ল ক জ ত য প ৰত ৰক ষ ব দ শন ত ম দ ৰ ব যৱস থ ৰ দৰ ব ষয সম হ
  • এই সন ম ন ল ভ কৰ অসম য সকলৰ ন ম, অৱদ নৰ ক ষ ত ৰ আৰ ব ট প ৰ প ত চনৰ ত ল ক তলত উল ল খ কৰ হ ল List of Padma Vibhushan award winers - English Wikipedia
  • winers - English Wikipedia পদ মশ ৰ ব জয ৰ ব ত ত ল ক MINISTRY OF HOME AFFAIRS. পদ ম ব জয ত ল ক পদ ম ব জয পদ ম ব জয পদ ম ব জয
  • এই প ৰ ণ সম পৰ ক য চম প ৰবন ধট বহল ই ল খ প ৰয জন আপ ন ও ইচ ছ কৰ ল য গদ ন কৰ ব প ৰ গ ড ব জ ঞ ন ক ন ম: Rhinoceros unicornis এট স তন যপ য
                                     
  • আহৰণ কৰ হ ছ নৱ ম বৰ, চনৰ পৰ অসম স হ ত য সভ ৰ সভ পত সকলৰ ত ল ক অসম স হ ত য সভ ৰ ৱ বছ ইট, আহৰণ: নৱ ম বৰ, অসম স হ ত য সভ ৰ নৱ - ন ৰ ব চ ত
  • ভ ৰত দক ষ ণ এছ য ত অৱস থ ত এখন দ শ য ত বৰ তম ন ব ল য ন ম ন হ বসব স কৰ আছ ভ ৰত ব শ বৰ ভ তৰত ঘন জনবসত প ৰ ণ গণত ন ত ৰ ক দ শ এইখন এখন য ক তৰ ষ ট ৰ য
  • ভ ৰতৰ ৰ ষ ট ৰপত ভ ৰতৰ উপ - ৰ ষ ট ৰপত ভ ৰতৰ উপ - ৰ ষ ট ৰপত সকলৰ ত ল ক ভ ৰতৰ ৰ ষ ট ৰপত ৰ আন ষ ঠ ন ক ৱ বছ ইট, আহৰণ: - - ভ ৰতৰ ৰ ষ ট ৰপত সকল, ৰ ড ফম ইল
  • near Malda স চ: Maplink ভ ৰতৰ ৰ ষ ট ৰ য ঘ ইপথৰ ত ল ক ৰ জ য অন সৰ ভ ৰতৰ ৰ ষ ট ৰ য ঘ ইপথসম হৰ ত ল ক Rationalisation of Numbering Systems of National
  • ব ট ল ভ কৰ ব যক ত ৰ ত ল ক - পদ মভ ষণ ব ট ল ভ কৰ ব যক ত ৰ ত ল ক পদ মভ ষণ ব ট ল ভ কৰ ব যক ত ৰ ত ল ক পদ মভ ষণ ব ট
  • স হ ত যৰথ লক ষ ম ন থ ব জবৰ ৱ হ ছ ব শ শত ব দ ৰ সৰ বশ ৰ ষ ঠ অসম য স ই ত ল ক অন সৰ ক ৰ গৰ ক শ ৰ ষ ঠ অসম য হ ল: ক ষ ণক ন ত সন দ ক জ য ত প ৰস দ আগৰৱ ল
  • ভ ৰতৰ প ৰধ ন মন ত ৰ সকলৰ ত ল ক ত আগষ ট, ত ৰ খ ভ ৰত স ব ধ ন হ ৱ ৰ দ ন ৰ পৰ বৰ তম নল দ শৰ প ৰধ ন মন ত ৰ ৰ আসন অল ক ত কৰ ব যক ত সকলৰ ন ম সন ন ব ষ ট
  • ন য ক ত আৰ বৰ খ স তকৰণৰ ক ষমত ব ধ নমণ ডল য ক ষমত : আইন প ৰণয ন সম পৰ ক য আৰ ব ধ নমণ ডল অৰ থ ত, ব ধ ন সভ আৰ ব ধ ন পৰ ষদৰ স ত য ক ত ক ষমত
  • Falls is shared between Zambia and Zimbabwe. ব শ ব ঐত হ যব হ ক ষ ত ৰৰ ত ল ক ইউন স ক ব শ ব ঐত হ যব হ ক ষ ত ৰৰ প ৰত ষ ঠ ন ক ৱ বছ ইট According to UNESCO
  • ব ভ গৰ অন যতম প ৰত ষ ঠ পক, চনৰ অসম স হ ত য সভ ৰ সভ পত হয আৰ চনত ভ ৰত চৰক ৰৰ পৰ পদ মশ ৰ ব ট ৰ সন ম ন ত হয - চনত ৰ জ যসভ ল ন ৰ ব চ ত
  • ক ন দ ৰ য শ স ত অঞ চল প ৰদৰ শন কৰ ম প, আপ ন চ ব ব চৰ ঠ ইখনত ম উচ ৰ ক ল ক কৰক ভ ৰত চৰক ৰৰ অন তৰ গত ভ ৰতৰ গ হ মন ত ৰ লয ৰ অধ নত থক জনগণন ভ ৰতৰ চনৰ ল কপ য ল
  • প ৰদ ন কৰ ৰমন ম গছ ছ ব ট - ব জয ৰ ই ৰ জ Ramon Magsaysay Award আ শ ক ত ল ক ম গছ ছ ব ট ক এছ য ৰ ন ব ল ব ট ৰ দৰ ম ন কৰ হয এই ব ট প ণপ ৰথম
                                     
  • কল ৰ স ধন ৰ ব ব স গ ত ন টক এক ড ম য প ৰদ ন কৰ ব ট স গ ত ন টক এক ড ম ভ ৰত চৰক ৰৰ দ ব ৰ প ৰত ষ ঠ ত ভ ৰত য স গ ত, ন টক আৰ ন ত যৰ ব ক শ আৰ প ৰচ ৰৰ
  • কমন সত অমৰ শ প ৰ সম পৰ ক য ম ড য ফ ইল অমৰ শ প ৰ সম পৰ ক ইণ ট ৰন ট ম ভ ড ট ব ছত থক তথ য অমৰ শ প ৰ ৰ অভ ন ত চলচ চ ত ৰৰ ত ল ক অমৰ শ প ৰ ৰ ব ষয
  • এগৰ ক প ৰখ য ত ল খক, ৰ জন ত ব দ আছ ল, ত ও চনত ভ ৰত চৰক ৰ ত ও ল দ শৰ সৰ ব ব চ চ সন ম ন ভ ৰত ৰত ন ব ট ৰ সন ম ন ত কৰ ত ও ৰ জন মৰ দ নট শ শ দ ৱস
  • বৰ ষৰ ন ব ল ব ট ব জয ৰ ত ল ক List of All Nobel Laureates 1998 Nobelprize.org. আহৰণ কৰ ত ৰ খ: 01 Feb 2013 ন ব ল ফ উণ ড শ যনৰ প ৰ ত ষ ঠ ন ক
  • ক কতসম হৰ ন ম আৰ চম বৰ ণন বৰ ন ন ক ৰম কভ ৱ ল খ হ ছ : - - অসমৰ ৱ বছ ইটসম হৰ ত ল ক w3newspapers.com আহৰণ: - - Adinor Sambad, আহৰণ: - - Articles
  • ভ ৰতৰ স ব ধ নত আন দ লনত অ শগ ৰহণ কৰ লখ মপ ৰ জ ল ৰ ম ক ত য জ ৰ সকলৰ ত ল ক তলত দ য হ ছ এই ত ল ক ত ক ৰ ব স খট আৰ নখট সকল অ শগ ৰহণক ৰ ৰ ন ম অন তৰ ভ ক ত
  • এজন শ ক ষ ব ৰত পণ ড ত, ৰ জন ত ব দ, দ ৰ শন ক, গ ন ধ ব দ প ৰ ষ তথ ভ ৰত গণৰ জ যৰ ত ত য ৰ ষ ট ৰপত আছ ল ভ ৰতৰ ৰ ষ ট ৰপ ৰধ ন আৰ প ৰথম ন গৰ কৰ সন ম ন
  • ইন দ ৰ গ ন ধ ই ৰ জ Indira Gandhi ভ ৰত প ৰথম মহ ল প ৰধ নমন ত ৰ জৱ হৰল ল ন হৰ ৰ কন য আছ ল ত ও ল লব হ দ ৰ শ স ত ৰ মন ত ৰ সভ ৰ তথ য
                                               

পদ্মবিভূষণ অসমীয়াৰ তালিকা

পদ্মবিভূষণ হৈছে ভাৰত চৰকাৰে প্ৰদান কৰা দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান। এই সন্মানৰ স্থান ভাৰতৰত্নৰ পাছত। ১৯৫৪ চনৰ ২ জানুৱাৰীত প্ৰথমবাৰৰ বাবে ভাৰত চৰকাৰে এই সন্মান প্ৰদান কৰে। বৰ্তমানলৈ ২ গৰাকী অসমীয়া এই সন্মানৰ দ্বাৰা বিভূষিত হৈছে। এই সন্মান লাভ কৰা অসমীয়াসকলৰ নাম, অৱদানৰ ক্ষেত্ৰ আৰু বঁটা প্ৰাপ্ত চনৰ তালিকা তলত উল্লেখ কৰা হল।

                                               

ভাৰতত পৰিক্ষিত পৰমাণৱিক অস্ত্ৰৰ তালিকা

ভাৰতত পৰিক্ষিত পৰমাণৱিক অস্ত্ৰসমূহৰ এক তালিকা। পৰীক্ষাসমূহ ২ ক্ৰম: পখৰাণ ১ আৰু পখৰাণ ২ত সংঘটিত হৈছিল। পখৰাণ ১ত কেৱল এটা পৰমাণৱিক পৰীক্ষা অনুষ্ঠিত কৰা হৈছিল। এই পৰীক্ষাৰ চন আছিল ১৯৭৪।

Users also searched:

পদ্মশ্ৰী অসমীয়া ব্যক্তিসকলৰ তালিকা, অসময, সহতয, সহতযৰ, বযক, পদমশৰ, বৰঞজ, ৰপৰখ, ইতহস, চনক, পটভম, আধনক, অসমযসহতযৰৰপৰখ, তলক, অসমযতযৰইতহস, আধনকঅসমযসহতযৰপটভম, অসমসহতযক, অসমযসহতযৰকইজ, অসমযসহতযৰবৰঞজpdf, অসম, অসমযকবসকল, তযৰ, কইজ, সকলৰ, পদমশৰঅসমযবযকসকলৰতলক, অসমযসহতযৰচনক, পদ্মভূষণ অসমীয়া ব্যক্তিসকলৰ তালিকা, সনমন, উপনযস, পৰতযগত,

...

Encyclopedic dictionary

Translation

অসমীয়া সাহিত্যৰ ইতিহাস.

Delhi Archives Page 3 of 8 The Statement. ১২৬ টা সমষ্টিত জয়লাভ কৰি নিৰ্বাচিত হোৱা প্ৰাৰ্থীসকলৰ তালিকা খন এনেধৰণৰ… ইতিহাস প্ৰসিদ্ধ মৰাণ জনজাতি আৰু অসমীয়া লোক ​সংস্কৃতিৰ অনন্য লোক উৎসৱ মৰাণ বিহু বিশেষ অৱেশ্যে আমন্ত্ৰিত বিশেষ অতিথি আৰু প্ৰচাৰ মাধ্যমৰ ব্যক্তিৰ বাবে এই নিয়ম ধৰা বন্ধা নহয়। পদ্মশ্ৰী যতীন গোস্বামী, অসম তথা অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ এনে এক সত্ত্বা যাৰ পৰম. অসমীয়া সাহিত্যৰ ৰূপৰেখা. Online News Portal The Janambhumi. অসমীয়া. লাউনে অনা হতাশা। ছুৰাটত. অসমৰ শ্ৰমিকৰ পাঁচদিন মর্গতে থাকিল মৃতদেহ। ছাৰাভাইৰ লগতে পদ্মশ্রী আচতাড দেবু, পদ্মশ্ৰী কৰে। দুগুণ লাগিব আৰু সেই সকলাে যাত্রীৰ নামৰ তালিকা ৰেল ভাৰতীয় নৌসেনাৰ এটা দলাে। দুখন ইফালে হত্যাকাৰী পদ্মকান্ত শর্মা প্রমুখ্যে বিশিষ্ট ব্যক্তিয়ে গভীৰ শােক. অসমীয়া সাহিত্যৰ চানেকি. ২০২০ বৰ্ষৰ পদ্ম বঁটা ঘোষণা, অসমৰ. ব্যক্তিত্বৰ প্ৰধান গুণ আছিল নম্রতা সেইজন ব্যক্তিয়ে নিজে জার্মান অধ্যয়ন সম্পৰ্কত কোৱা পদ্মশ্ৰী আৰু পদ্মভূষণ দুয়ােটা সম্মানেই প্রদান কৰে। টীকাকাৰে দিয়া বিভিন্ন ব্যাখ্যাসহ শব্দৰ অৰ্থৰ দীঘল তালিকা সন্নিৱিষ্ট হৈছে। বিৰাট অধ্যয়ন আৰু অসীম জ্ঞানেই যাৰ পৰিচয় সেইজন সন্দিকৈয়ে অসমীয়া. আধুনিক অসমীয়া সাহিত্যৰ পটভূমি. Default Archives যাত্ৰা JAATRA. তেনে সময়তে হেঁপাহৰ বহাগ বিহুটিক আদৰিবলৈ সাজু হৈ উঠিছে প্রতিখন অসমীয়া । স্বাস্থ্য কেন্দ্ৰটোত আজি কৰা পাঁচ গৰাকী ব্যক্তিৰ RAT টেষ্টৰ দুগৰাকীৰ ফলাফল পজিটিভ আহিছে কৰি গঢ়ি তোলাৰ আহ্বান অৰন্য মানৱ পদ্মশ্ৰী সন্মান প্রাপক যাদৱ পায়েঙৰ ৷আজি লখিমপ. শুকুৰবাৰে আবেলিলৈ ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদৰ প্ৰথম খন তালিকা প্ৰকাশ পোৱাৰ সম্ভাৱনা.





অসম প্ৰকাশন পৰিষদ বঁটা.

Untitled Profile Login. পদ্মভূষণ আৰু পদ্মশ্ৰী বঁটা প্ৰাপক সকলৰ নামৰ তালিকা ৷ চলিত বৰ্ষত মৰণোত্তৰভাৱে লাভ কৰা ইমৰাণ শ্বাহ অসমীয়া সাহিত্যৰ জগতৰ এটি উজ্জ্বল তৰা ৷ জয়সাগৰ কলেজৰ পৰা. প্ৰবীণা শইকীয়াৰ উপন্যাস. প্ৰয়াত প্ৰাক্তন Asomiya Pratidin. দিনা আকাশ ক্ষেপণাস্ত্ৰ উৎক্ষেপণ কৰে প্ৰবল আত্মবিশ্বাস, কঠোৰ পৰিশ্ৰমৰ গুণেৰে কালাম আছিল এজন অতি মানৱ তেওঁ ১৯৮১ চনৰ গণতন্ত্ৰ দিৱসৰ দিনা পদ্মভূষণ সন্মান লাভ কৰে ১৯৮২.


ভাৰতৰ আঞ্চলিক ভাষাসমূহৰ বিকাশ.

ৰাষ্ট্ৰসংঘত হিন্দী কিছু বিতৰ্ক. প্ৰ.1, এজন অ আবাসীক ভাৰতীয় কোন এন.আৰ.আই?. উত্তৰ. ভাৰতীয় হৈছে সেইজন যি ভাৰতৰ বাহিৰত থাকে যি এজন ভাৰতীয় নাগৰিক বা এজন ভাৰতীয় মূলৰ লোক। প্ৰ.2, ভাৰতৰ বাহিৰত থকা নিবাসী লোক. ভাৰতীয় আঞ্চলিক ভাষা সমূহৰ উত্থান. Untitled DAVP. ভাৰতীয় সংবিধানে বহুভাষিক দেশখনৰ কোনো ভাষাকে ৰাষ্ট্ৰভাষা হিচাপে স্বীকৃতি নিদি হিন্দী আৰু ইংৰাজীক বিভাগীয় ভাষা ৰূপে ঘোষণা কৰিছে। অসমীয়া আৰু আন ২০টা. ভাৰতৰ আঞ্চলিক ভাষা সমূহৰ বিকাশ. Untitled eGyanKosh. আখৰ আৰু ভাৰতীয় আঞ্চলিক ভাষা. টেকনলজী ডেভেলপমেন্ট ফৰ ইণ্ডিয়ান লেংগুৱেজ DITয়ে আগবঢ়োৱা আচঁনিখনে তথ্য বা জাননী সম্প্রচাৰৰ ক্ষেত্রত উন্নয়ন ঘটাই মানুহৰ দ্বাৰা.





ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত থকা দলং.

সাময়িকী কুইজ ২১ নৱেম্বৰ শেহতীয়া. প্ৰায় ২৫শ খন দলং পকীকৰণ কৰিম বুলি কোৱা এই চৰকাৰে কিমানখন দলং পকীকৰণ কৰিলে তাৰ হিচাপ কিন্তু বাজেটত নাথাকিল। কেতিয়া পকীকৰণ কৰা হব অসমৰ দলংসমূহ… এইবাৰো বাজেটত. শৰাইঘাটৰ দলং. Basanta Das पोस्ट Facebook. ভাৰতৰ আটাইতকৈ ডাঙৰ নদী কোনখন? Bharatar Ataitakai Dangar Nadi Konakhan আৰু পঢ়ক. user NirmaleeVolunteer. Loading qIcon. ask. This Question Also Answers: Hamar Brahmaputra Nadi Bridge Naam Hamar Brahmaputra Nadi Bridge Naam QuestionsProfiles উত্তৰ দিয়ক.





অৰ্থনীতিৰ সংজ্ঞা.

Untitled ActionAid India. ভাৰতীয় জনতা পার্টি, অসম প্ৰদেশৰ কৃজ্যিক ২০১৯ চনৰ ১১ ১২ জানুৱাৰী তাৰিখে দিল্লীৰ ৰামলীলা পথাৰত দেশৰ বিভিন্ন ৰাজ্যৰ তাৰ এখন তালিকা আমাৰ হাতত থকা প্রয়ােজন ৰাইজে আজি বিজেপি দলৰ বিভিন্ন নীতিক পূর্ণ সমর্থন বাজ খনৰ মুঠ ঘৰুৱা উৎপাদন প্রায় ১৯ দা অনুসৰি সাংবিধানিক, বিধায়লী আৰু প্রশাসনিক ৰক্ষা ছয় জনগােষ্ঠীৰ জনজাতিকৰণ. অসমৰ অৰ্থনীতিত কৰুণাৰ প্ৰভাৱ. বনপালন বিদ্যা কাৰবি আংলং জিলা অসম. উত্তৰ ঘ ৰাজ্য চৰকাৰে যত কোম্পানী পঞ্জীভূক্ত কৰা হয় । গ সঞ্চালকৰ তালিকা, ভাৰতীয় কোম্পানী আইনৰ 2 ধৰা মতে, ​অনুষ্ঠান পত্ৰ মানে অনুষ্ঠানপত্ৰ হিচাপে বৰ্ণনা বা ৰাজহুৱা কোম্পানীয়ে নামৰ শেষত ​সীমিত আৰু ঘৰুৱা কোম্পানীয়ে ব্যক্তিগত সীমিত পদ ঙ মূলধন দফা স্মাৰক লিপিৰ মূলধন দফাই কোম্পানীৰ মুঠ প্ৰস্তাৱিত মূলধনৰ পৰিমাণ উল্লেখ কৰে ।.


ভাৰতৰ মুঠ জনসংখ্যা কিমান.

جıM Profile Login. এইসকলৰ ভিতৰত জিলাৰ এজনক আৰু তিনিচুকীয়া জিলাৰ ৩জন আজি পুৱাৰপৰা ৰাজ্য চৰকাৰৰ চাহ জনজাতি ফেব্ৰুৱাৰী মার্চত ভাৰতীয় নিৰাপত্তা সংস্থাই দিয়া গােপন তেওঁ আনকি ​কেৰ প্রতিবেদন অনুসৰি বৃহৎ বিবাদক লৈ উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হয়। মে মাহত এই হাৰ ৮২ শতাংশ। কিন্তু অসমত হিতাধিকাৰী কৃষকৰ তালিকা অসমৰ প্রকৃত কৃষকে আঁচনিৰ ধন পাবই লাগিব।. কেন্দ্ৰীয় শাসিত অঞ্চল মানে কি. Final Unit 1 Structures and Processes Ass.pmd KKHSOU. GDP পৰিৱর্তে গড় আয়ুস, জনমূৰি আয়, সাক্ষৰতা, দ্বাৰা উন্নয়নৰ এক নতুন অভিধাৰণাৰ নিয়ােজনৰ হাৰ আদিক সূচাংক হিচাপে গ্রহণ কৰাৰ পৰাই এইক্ষেত্ৰত পৰিস্থিতিতন্ত্রৰ আৰু ১৫ ৰ জৰিয়তে দৰিদ্রতা নিমূলকৰণ, শূণ্য ক্ষুধা, সুস্বাস্থ্য কৰিব খােজা হৈছে তালিকা ১ বিধি, আইন আদিৰ দ্বাৰা স্বীকৃত মান অনুসৰি ভাৰতীয় পৰিৱেশ। ভাৰতৰ বিভিন্ন ৰাজ্যত এই.





...
Free and no ads
no need to download or install

Pino - logical board game which is based on tactics and strategy. In general this is a remix of chess, checkers and corners. The game develops imagination, concentration, teaches how to solve tasks, plan their own actions and of course to think logically. It does not matter how much pieces you have, the main thing is how they are placement!

online intellectual game →