Back

★ বিজ্ঞান - বিজ্ঞান, পদাৰ্থ বিজ্ঞান, শ্ৰীমন্ত শঙ্কৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়, পৰিসাংখ্যিক বল বিজ্ঞান, পৰিৱেশ বিজ্ঞান, চিকিৎসা বিজ্ঞান ..



                                               

বিজ্ঞান

বিজ্ঞান হৈছে এক প্ৰণালীবদ্ধ অধ্যয়ন যত বিশ্বব্ৰহ্মাণ্ড সম্পৰ্কীয় জ্ঞানসমূহ অৰ্জন কৰি প্ৰামাণ্য বৈজ্ঞানিক তত্ত্ব বা সম্ভাৱনাৰ ৰূপত সংগঠিত কৰি ৰখা হয়। এটা পুৰণি অথচ আজিও প্ৰাসংগিক অৰ্থ হল এৰিষ্টটলৰ মত - বৈজ্ঞানিক জ্ঞান এনে নিৰ্ভৰশীল জ্ঞান যাক যুক্তি আৰু কাৰণসহ ব্যাখ্যা কৰিব পাৰি। পুৰণি কালত বিজ্ঞানক দৰ্শনৰ লগত ৰিজোৱা হৈছিল। আধুনিক যুগৰ প্ৰথম ভাগত "বিজ্ঞান"আৰু "দৰ্শন"শব্দ দুটা ইংৰাজী ভাষাত সলনাসলনিকৈও ব্যৱহাৰ হৈছিল। ১৭শ শতিকাৰ ফালে "প্ৰাকৃতিক দৰ্শন"ক এতিয়াৰ "প্ৰাকৃতিক বিজ্ঞান"সাধাৰণ "দৰ্শন"ৰ পৰা পৃথক গণ্য কৰা হৈছিল। কিন্তু "বিজ্ঞান"ক কোনো বিশেষ বিষয়ৰ নিৰ্ভৰযোগ্য জ্ঞান বুজাবলৈ বহল ভাৱত ব্য ...

                                               

পদাৰ্থ বিজ্ঞান

পদাৰ্থ বিজ্ঞান হৈছে প্ৰাকৃতিক বিজ্ঞানৰ এটা গুৰুত্বপূৰ্ণ শাখা যত স্থান-কালৰ মাজেৰে পদাৰ্থ, ইয়াৰ গতি আৰু আচৰণকে ধৰি অন্যান্য সংযুক্ত ধাৰণাসমূহ, যেনে শক্তি আৰু বল ইত্যাদি বিষয়সমূহ অধ্যয়ন কৰা হয়। বুনিয়াদী বৈজ্ঞানিক অধ্যয়নৰ ক্ষেত্ৰসমূহৰ ভিতৰত পদাৰ্থ বিজ্ঞান অন্যতম আৰু ইয়াৰ মূল উদ্দেশ্য হৈছে প্ৰকৃতিৰ পৰিঘটনাসমূহ পুংখানুপুংখভাৱে অধ্যয়ন কৰা। পদাৰ্থ বিজ্ঞান প্ৰাচীন বিদ্যায়তনিক বিষয়সমূহৰ ভিতৰত অন্যতম। সম্ভৱতঃ জ্যোতিৰ্বিজ্ঞানৰ অন্তৰ্ভুক্তিৰ ফলস্বৰূপে ই প্ৰাচীনতম বিদ্যায়তনিক বিষয় হিচাপে স্বীকৃতি লাভ কৰিছে। শেষৰ দুটা সহস্ৰাব্দলৈ পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান, জীৱ বিজ্ঞান আৰু গণিতৰ কিছুসংখ্ ...

                                               

শ্ৰীমন্ত শঙ্কৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়

শ্ৰীমন্ত শঙ্কৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয় গুৱাহাটী, অসমত অৱস্থিত একমাত্ৰ স্বাস্থ্য বিজ্ঞানৰ বিশ্ববিদ্যালয় তথা উত্তৰ-পূৱ ভাৰতৰ প্ৰথমখন স্বাস্থ্য বিজ্ঞানৰ বিশ্ববিদ্যালয়। ‌ এই বিশ্ববিদ্যালয়খনি অসম চৰকাৰে ২০০৯ চনত সমগ্ৰ অসম ৰাজ্যৰ চিকিৎসা বিজ্ঞানৰ শিক্ষা আৰু ইয়াৰ মানদণ্ড উন্নতিৰ হেতুকে শ্ৰীমন্ত শঙ্কৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয় আইন ২০০৭ ৰ দ্বাৰা স্থাপন কৰে। ‌

                                               

পৰিসাংখ্যিক বল বিজ্ঞান

পৰিসাংখ্যিক পদাৰ্থ বিজ্ঞান, পৰিসাংখ্যিক বল বিজ্ঞান বা পৰিসাংখ্যিক তাপগতিবিজ্ঞান হৈছে পদাৰ্থ বিজ্ঞানৰ এটা ভাগ। এই বিভাগত বৃহৎসংখ্যক কণিকাৰে গঠিত কোনো প্ৰণালীৰ তাপগতিবৈজ্ঞানিক ব্যৱহাৰ সম্পৰ্কে সম্ভাবিতা তত্ত্বৰে অধ্যয়ন কৰা হয়। পৰিসাংখ্যিক বল বিজ্ঞানে প্ৰতিটো সুকীয়া পৰমাণু বা অণুৰ অণুবীক্ষণিক ধৰ্মসমূহৰ লগত আমাৰ চিনাকি স্থূল পদাৰ্থৰ ধৰ্মসমূহৰ সম্পৰ্ক নিৰ্ণয় কৰে। অৰ্থাৎ ই তাপগতিবিজ্ঞানক বৰ্ণনা কৰাৰ বাবে কোৱাণ্টাম বলবিজ্ঞান, ধ্ৰুপদী বলবিজ্ঞান আৰু অণুবীক্ষণিক স্তৰৰ বলবিজ্ঞানৰ সংমিশ্ৰিত ক্ষেত্ৰ।

                                               

পৰিৱেশ বিজ্ঞান

পৰিৱেশ বিজ্ঞান হৈছে, ভৌতিক, জীৱবৈজ্ঞানিক আৰু তথ্য-প্ৰযুক্তিৰ সমন্বয়ত পৰিৱেশ আৰু পৰিৱেশৰ বিভিন্ন সমস্যাসমূহৰ অধ্যয়ন তথা সমাধানৰ সৈতে জড়িত বিজ্ঞানৰ এটা বহুবিভক্ত শাখা। বৰ্তমান এই শাখাই পৰিস্থিতিক তন্ত্ৰসমূহৰ সম্পৰ্কে সম্পূৰ্ণ, গুণগত আৰু বহুবিভক্ত মাৰ্গ প্ৰদৰ্শন কৰে। পৰিৱেশ বিজ্ঞানৰ সৈতে সম্পৰ্কৃত ক্ষেত্ৰবোৰ হৈছে- পৰিৱেশ অধ্যয়ন আৰু পৰিস্থিতিক অভিযান্ত্ৰিকী। পৰিৱেশ অধ্যয়নে বিশেষকৈ পৰিৱেশৰ সৈতে মানুহৰ সম্পৰ্ক, জ্ঞান আৰু নীতিসমূহৰ অধ্যয়ন কৰে আৰু পৰিস্থিতিক অভিযান্ত্ৰিকীয়ে প্ৰতিটো দিশতে পৰিৱেশৰ গুণগত উৎকৰ্ষ সাধনৰ বাবে আৰ্হি আৰু প্ৰযুক্তি সম্পৰ্কত মনোনিৱেশ কৰে। পৰিৱেশ বিজ্ঞানী সকলে ভূ-প্ৰক্ ...

                                               

চিকিৎসা বিজ্ঞান

চিকিৎসা বিজ্ঞান ৰোগ উপশমৰ বিজ্ঞান আৰু কলা। মানৱ শৰীৰ আৰু মনৰ স্বাস্থ্য ভালে ৰখাৰ উদ্দেশ্যেৰে ৰোগ নিৰাময় আৰু ৰোগ প্ৰতিষেধৰ বিষয়ে চিকিৎসা বিজ্ঞানত অধ্যয়ন কৰা হয় আৰু প্ৰয়োজন অনুসৰি বিভিন্ন পদ্ধতি ব্যৱহাৰ কৰা হয়। সমসাময়িক চিকিৎসা বিজ্ঞানে স্বাস্থ্য বিজ্ঞানৰ অধ্যয়ন, গৱেষণা, আৰু সংশ্লিষ্ট প্ৰযুক্তিবিদ্যাৰ ব্যৱহাৰেৰে লব্ধ জ্ঞানৰ আধাৰত ঔষধ বা শল্য চিকিৎসাৰ ছাৰ্জাৰী দ্বাৰা ৰোগ নিৰাময়ৰ কৰাৰ চেষ্টা কৰে। ঔষধ আৰু শল্য চিকিৎসাৰ উপৰিও মনোচিকিৎসা psychotherapy, কৃত্ৰিম অংগ সংস্থাপন, আণৱিক ৰশ্মিৰ প্ৰয়োগ, বাহ্যিক উপায় যেনে, স্প্লিণ্ট Splint আৰু ট্ৰেকছন), জৈৱিক সামগ্ৰী তেজ, অণু জীৱ ইত্যাদি, শক্তিৰ ...

                                     

★ বিজ্ঞান

  • ব জ ঞ ন Science, ল ট ন শব দ scientiaৰ পৰ য ৰ অৰ থ জ ঞ ন হ ছ এক প ৰণ ল বদ ধ অধ যয ন য ত ব শ বব ৰহ ম ণ ড সম পৰ ক য জ ঞ নসম হ অৰ জন কৰ প ৰ ম ণ য
  • য ৰহ ট ব জ ঞ ন আৰ প ৰয ক ত ব দ য প ৰত ষ ঠ ন, অসম চৰক ৰৰ দ ব ৰ চনত চৰক ৰ ব জ ঞ ন মহ ব দ য লয ন ম ৰ য ৰহ ট জ ল ত প ৰত ষ ঠ কৰ হয জ ল খনৰ
  • পদ ৰ থ ব জ ঞ ন ই ৰ জ Physics হ ছ প ৰ ক ত ক ব জ ঞ নৰ এট গ ৰ ত বপ ৰ ণ শ খ য ত স থ ন - ক লৰ ম জ ৰ পদ ৰ থ, ইয ৰ গত আৰ আচৰণক ধৰ অন য ন য স য ক ত
  • শ ৰ মন ত শঙ কৰদ ৱ স ব স থ য ব জ ঞ ন ব শ বব দ য লয গ ৱ হ ট অসমত অৱস থ ত একম ত ৰ স ব স থ য ব জ ঞ নৰ ব শ বব দ য লয তথ উত তৰ - প ৱ ভ ৰতৰ প ৰথমখন স ব স থ য
  • পৰ স খ য ক পদ ৰ থ ব জ ঞ ন পৰ স খ য ক বল ব জ ঞ ন ব পৰ স খ য ক ত পগত ব জ ঞ ন হ ছ পদ ৰ থ ব জ ঞ নৰ এট ভ গ এই ব ভ গত ব হৎস খ যক কণ ক ৰ গঠ ত ক ন প ৰণ ল ৰ
  • পৰ ৱ শ ব জ ঞ ন ই ৰ জ Environmental science হ ছ ভ ত ক, জ ৱব জ ঞ ন ক আৰ তথ য - প ৰয ক ত ৰ সমন বয ত পৰ ৱ শ আৰ পৰ ৱ শৰ ব ভ ন ন সমস য সম হৰ অধ যয ন
  • কম প উট ৰ ব জ ঞ ন হ ল তথ য আৰ ইয ৰ পৰ স কৰণ স কলন processing সম বন ধ ত ত ত ব ক theoretical ব ষয সম হৰ প ৰণ ল বদ ধ অধ যয ন study থ ৰত ক বল গ ল
  • চ ক ৎস ব জ ঞ ন ৰ গ উপশমৰ ব জ ঞ ন আৰ কল ম নৱ শৰ ৰ আৰ মনৰ স ব স থ য ভ ল ৰখ ৰ উদ দ শ য ৰ ৰ গ ন ৰ ময আৰ ৰ গ প ৰত ষ ধৰ ব ষয চ ক ৎস ব জ ঞ নত অধ যয ন
  • জ ৱ ব জ ঞ ন ব ৰ ট ছ ই ৰ জ Biology, আম ৰ ক য ই ৰ জ : Life sciences ব Bioscience হ ছ ব জ ঞ নৰ এট শ খ য ত জ ৱৰ য ন - গছ - গছন জ ৱ - জন ত ম ন হ
                                     
  • আৰ ক ৰ যৰ সম পৰ কৰ ব ষয অধ যয ন কৰ পদ ৰ থ ব জ ঞ নৰ ব ভ গট ক ত পগত ব জ ঞ ন ব ল হয ই ক ন প ৰণ ল ৰ স থ ল অৱস থ ৰ ধৰ মসম হ য ন উষ ণত এনট ৰপ
  • ৰ ষ ট ৰস ঘ শ ক ষ ব জ ঞ ন আৰ স স ক ত স স থ United Nations Educational, Scientific, and Cultural Organization ব ইউন স ক UNESCO হ ছ ৰ ষ ট ৰস ঘৰ
  • পৰ স থ ত ব জ ঞ ন ই ৰ জ Ecology হ ছ ক ন এট ন ৰ দ ষ ট অঞ চলৰ ভ ত ক পৰ ৱ শৰ লগত স ই অঞ চলৰ সকল প ৰক ৰৰ জ ৱৰ আন ত ক ৰ য সম হৰ ব জ ঞ ন ক অধ যয ন
  • অসম ব জ ঞ ন আৰ প ৰয ক ত ব দ য ব শ বব দ য লয ই ৰ জ Assam Science and Technology University জ ল কব ৰ গ ৱ হ ট ত অৱস থ ত অসমৰ একম ত ৰ ব জ ঞ ন আৰ
  • ৰস য ন ব জ ঞ ন হ ছ ভ ত ক ব জ ঞ নৰ এট শ খ য ত পদ ৰ থৰ গ ণ গ ণ, ক ৰ য - ব ক ৰ য স য ক ত পৰ ৱৰ তন, প ৰস ত ত পদ ধত আৰ পদ ৰ থব ৰৰ ম জত ঘট ম লনৰ
  • ভ ৰত য ব জ ঞ ন প ৰত ষ ঠ ন ই ৰ জ Indian Institute of Science, IISc ব গ ল ৰত অৱস থ ত এট উচ চ শ ক ষ আৰ গৱ ষণ প ৰত ষ ঠ ন উদ য গপত জ মচ দজ ট ট
  • ব জ ঞ ন সম ত ই ৰ জ Assam Science Society প ৰত ষ ঠ কৰ হয চনৰ পৰ অসম ব জ ঞ ন সম ত য ব জ ঞ ন জ উত ন মৰ এই দ মহ য জনপ ৰ য ব জ ঞ ন - আল চন খন
  • অসম পশ চ ক ৎস ব জ ঞ ন মহ ব দ য লয অসমৰ পশ চ ক ৎস ব ভ গৰ আগশ ৰ ৰ শ ক ষ ন ষ ঠ ন খ ন প ৰ ত অৱস থ ত মহ ব দ য লয খনৰ স থ পন ক ল চন অসমৰ পশ চ ক ৎস
  • ৰ ষ ট ৰ য ব জ ঞ ন দ ৱস ই ৰ জ National Science Day, চম ক NSD প ৰত বছৰ ফ ব ৰ ৱ ৰ ম হৰ ত ৰ খ দ নট ক প ৰখ য ত ভ ৰত য পদ ৰ থ ব জ ঞ ন চন দ ৰশ খৰ
  • মন ৰ গ ব জ ঞ ন ব ম নস ক ৰ গ ব জ ঞ ন ই ৰ জ Psychiatry হ ছ ম নস ক ৰ গৰ চ ক ৎস ব ষয ক অধ যয ন এই অধ যয নত ম নস ক ৰ গৰ ব যপ ত ক ৰণ, ন দ ন, প ৰত ক ৰ
  • উত তৰ - প ব ব জ ঞ ন আৰ প ৰয ক ত প ৰত ষ ঠ ন ই ৰ জ North East Institute of Science and Technology প ৰ বৰ আঞ চল ক গৱ ষণ গ ৰ হ ছ ব জ ঞ ন ক আৰ ঔদ য গ ক
  • অধ যয ন ব ভ গ গ ৰন থ গ ৰ ব জ ঞ ন ব ভ গ ৰস য ন - ব জ ঞ ন ব ভ গ গণ ত ব ভ গ পদ ৰ থ - ব জ ঞ ন ব ভ গ পৰ স খ য ব ভ গ কম প উট ৰ ব জ ঞ ন আৰ তথ য প ৰয ক ত ব ভ গ
  • ব শ বব দ য লয ৰ পৰ স খ য ব জ ঞ ন ব ভ গৰ অধ য পক আছ ল পৰ স খ য ব জ ঞ ন সম পৰ ক য ত ও ৰ গৱ ষণ আৰ প ঠ যপ থ সমগ ৰ ব শ বৰ পৰ স খ য ব জ ঞ ন সম জৰ ম জত সম দ ত
                                     
  • ব য কৰণ আৰ প ৰ ক ত ব জ ঞ ন ন মৰ ব য কৰণ আৰ ৰ পতত ত বৰ ত ত ত ব ক ধ ৰণ ৰ ম ল ক গ ৰন থখনৰ ৰচক হ ল ড ৰম শ প ঠক ক ত পখন প ৰথম প ৰক শ প য চনৰ ম ৰ চ
  • Nature and Causes of Wealth of Nations ন মৰ ক ত প খনত অৰ থন ত ক সম পদৰ ব জ ঞ ন Science of Wealth ব ল ক ছ স ম থৰ এই স জ ঞ ক ড ভ ড ৰ ক ৰ ড জন ষ ট ৱ ৰ ট
  • আঞ চল ক ব জ ঞ ন ক ন দ ৰ, গ ৱ হ ট ই ৰ জ Regional Science Centre, Guwahati অসমৰ গ ৱ হ ট ত অৱস থ ত এখন ব জ ঞ ন ক ন দ ৰ ই অসম আৰ সমগ ৰ উত তৰ ভ ৰতৰ
  • গণ - স য গ অধ যয ন ক ন দ ৰ ৰস য ন - ব জ ঞ ন ব ভ গ জ ৱ - ব জ ঞ ন ব ভ গ গণ ত ব ভ গ উদ ভ দ ব জ ঞ ন ব ভ গ ভ ষজ ব জ ঞ ন ব ভ গ পদ ৰ থ - ব জ ঞ ন ব ভ গ পৰ স খ য ব ভ গ পৰ কলন
  • ড হ ৰণ য চন দ ৰ ভ ঞ জন ম হয ত ও ৰ প ত নগ ও জ ল ৰ এগৰ ক প ৰখ য ত ব জ ঞ ন শ ক ষক গ প ল ভ ঞ কল কত ব শ বব দ য লয অন ষ ঠ ত কৰ ম ট ৰ ক পৰ ক ষ ত
  • অসমৰ উচ চশ ক ষ ৰ অন যতম ক ন দ ৰৰ প পৰ চ ত ড ব ৰ গড ব শ বব দ য লয ত কল ব জ ঞ ন ব ণ জ য আৰ প ৰয ক ত ব দ য ব ষয ক শ ক ষ দ নৰ ব ব ব ভ ন ন ব ভ গ আৰ অধ যয ন
  • ৰ স য ন ক ব জ ঞ ন ব ভ গ প ৰ ক ত ক ব জ ঞ ন ব ভ গ ঔষধ শ ল প ব ভ গ গ ণ ত ক ব জ ঞ ন ব ভ গ আণৱ ক ব জ ঞ ন আৰ জ ৱ প ৰয ক ত ব ভ গ পদ ৰ থ ব জ ঞ ন ব ভ গ ছ ত ৰ ব স
  • কথ অৰ থ ৎ ভ ষ আৰ istics ৰ অৰ থ জ ঞ ন ব ব জ ঞ ন H. A. Gleason ৰ মত ভ ষ ব জ ঞ ন হ ল এন এব ধ ব জ ঞ ন য ভ ষ ট ৰ অভ যন তৰ ণ গঠন ব শ ল ষণ কৰ ভ ষ ট

Users also searched:

বিজ্ঞান, বজঞ, বজঞন, মযগজন, চনত, শরণ, সপতম, বকস, বজঞনসপতমশরণ, বজঞনবই, বঞমযগজন, বজঞনক, বজঞচনত, বজঞনমল, লযবজঞন, জঞন, জঞনবকস, শ্ৰীমন্ত শঙ্কৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়, শকৰদৱ, শকৰদৱৰ, শঙকৰদৱ, গহই, ৰচনৱল, শঙকৰদৱৰ, সকতল, অসময, পতন, পৰসদ, ৰমনত, শকৰদৱৰৰচনৱল,

...

Encyclopedic dictionary

Translation

বিজ্ঞান মেলা.

বিজ্ঞান সম্মত ভাবে করলা চাষ Matir Katha. এই বিভাগের সমস্ত আপডেট খবর পেতে হলে অবশ্যই ক্লিক করুন।. বিজ্ঞান বাক্স. HISMA401.L2.pdf. প্রযুক্তি ও বিজ্ঞান. ১০০ টাকা ছাড় ৩৯৯ টাকার রিচার্জে, Jio গ্রাহকদের জন্য সুযোগ. Apr 01. বিজ্ঞান কি. Science news, Environment news and Technology update in Bengali. Featured আবহাওয়া ইন্টারভিউ তথ্যমূলক দেশ প্রযুক্তি বঙ্গ বিচিত্রা বিজ্ঞান বিদেশ নেওয়া হােক বা না হােক মাস্ক পরতে হবে: প্রধানমন্ত্রীর মুখ্য বিজ্ঞান উপদেষ্টা.





পত্নী প্ৰসাদ.

যাত্ৰা JAATRA সত্ৰীয়া নৃত্য আৰু. Description. মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিৰচিত নিমি নৱসিদ্ধ সংবাদ সম্পাদক ড° নবীন চন্দ্ৰ শৰ্মা প্ৰকাশক অশোক বুক ষ্টল প্ৰথম প্ৰকাশ 2012 দ্বিতীয় প্ৰকাশ 2017. Regular Price Rs. 95 Sale Price Rs. মহাপুৰুষ শংকৰদেৱৰ গুপ্ত নাম কি আছিল. শংকৰদেৱৰ ৰচনাত পৰিৱেশৰ চিন্তা. শঙ্কৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী মাধৱদেৱ প্ৰতিটো সম্ভোধন, স্বাস্থ্য সম্পৰ্কীয় তথা গুৱাহাটী বিশ্ববিদ্যালয় কৰ্ট সভাৰ.


চিকিৎসা ক্ষেত্রে বিজ্ঞান.

অনুবাদ চিকিৎসা বিজ্ঞান – অভিধান. রোগীর সঙ্গে কথা বলতে বলতে মস্তিষ্কে জটিল অস্ত্রোপচার, নজির গড়লেন জেলার ডাক্তাররা. পূর্ব বর্ধমানের গলসির মনোহর সুজাপুর গ্রামের বৃদ্ধ বদরে আলম পড়ে গিয়ে আহত হন। Aug 11. প্রাচীন ভারতের চিকিৎসা বিজ্ঞান. চিকিৎসা বিজ্ঞান ও সমীরণ INDIAN CULTURE. ঘোষিত হল 2020 সালের চিকিৎসা বিজ্ঞান বিভাগে নোবেল পুরস্কার বিজয়ীদের নাম । এবছর যুগ্মভাবে নোবেল সম্মান পেলেন হারভে জে অলটার, মাইকেল হাউটন ও চার্লস এম রাইস ।. চিকিৎসা বিজ্ঞানে রোজার উপকারিতা. Chikitsha Biggan, Missing Samaj Aru Lokobiswas চিকিৎসা. স্বাস্থ্য ও চিকিৎসা বিজ্ঞান ক্ষেত্রে ভারত ও জর্ডন পরস্পরের সঙ্গেসহযোগিতা করে যাবে। আজ এই মর্মে একটি প্রস্তাব অনুমোদিত হল প্রধানমন্ত্রী শ্রীনরেন্দ্র মোদীর.





...
Free and no ads
no need to download or install

Pino - logical board game which is based on tactics and strategy. In general this is a remix of chess, checkers and corners. The game develops imagination, concentration, teaches how to solve tasks, plan their own actions and of course to think logically. It does not matter how much pieces you have, the main thing is how they are placement!

online intellectual game →