Back

ⓘ প্ৰকৃতি - প্ৰকৃতি, সংৰক্ষণ স্থিতি, কেশৱ মহন্ত, ভাইৰাছ, ৰবীন বেনাৰ্জী, ৬ ছেপ্টেম্বৰ, তৎসম, কবীন ফুকন, বৈজ্ঞানিক নামকৰণ পদ্ধতি, আই ইউ চি এন ৰঙা তালিকা ..



                                               

প্ৰকৃতি

ব্যাপক অৰ্থত প্ৰকৃতি বুলিলে প্ৰাকৃতিক, ভৌতিক বা বস্তুতাত্বিক পৃথিৱী বা বিশ্বব্ৰহ্মাণ্ডক বুজায়। "প্ৰকৃতি" শব্দই ভৌতিক পৃথিৱীত ঘটি থকা পৰিঘটনাবোৰ, লগতে জীৱনক নিৰ্দেশ কৰে। প্ৰকৃতিৰ অধ্যয়ন বিজ্ঞানৰ এটা বৃহৎ অধ্যায়। যদিও মানুহৰ কামবোৰ প্ৰাকৃতিক পৰিঘটনাৰ পৰা পৃথক বুলি ভবা হয়, তথাপি মানুহো প্ৰকৃতিৰে এটা অংগ। প্ৰকৃতিৰ ইংৰাজী nature শব্দটো লেটিন শব্দ natura ৰ পৰা আহৰণ কৰা হৈছে, ইয়াৰ অৰ্থ হৈছে "essential qualities, innate disposition", আৰু অতীজতে ইয়াৰ আক্ষৰিক অৰ্থ আছিল "জন্ম birth"। Natura হৈছে গ্ৰীক শব্দ physis φύσιςৰ লেটিন অনুবাদ। ই প্ৰকৃততে উদ্ভিদ, প্ৰাণী আদিৰ অন্তৰ্নিহিত বৈশিষ্ট্য আৰু পৃথি ...

                                               

সংৰক্ষণ স্থিতি

আই ইউ চি এন ৰঙা তালিকাৰ অন্তৰ্গত বিভাগসমূহৰ লৈখিক চিত্ৰ। প্ৰকৃতি সংৰক্ষণৰ আন্তঃৰাষ্ট্ৰীয় সংস্থা IUCN, অস্থায়ীভাৱে বিশ্ব সংৰক্ষণ সংস্থা ১৯৯০-২০০৮দ্বাৰা প্ৰকাশিত ৰঙা তালিকাৰ অন্তৰ্গত বিভাগসমূহ:

                                               

কেশৱ মহন্ত

কেশৱ মহন্ত অসমৰ এজন কবি, গীতিকাৰ আৰু শিক্ষাবিদ। জীৱনকালত তেখেতে প্ৰকৃতি আৰু মানৱতাক লৈ শতাধিক গীত ৰচনা কৰি যায়। বিভিন্ন বঁটা আৰু সন্মানৰ উপৰিও সাহিত্যৰাজীৰ বাবে তেখেতে ২০০১ চনত অসম চৰকাৰৰ পৰা সাহিত্যিক পেঞ্চনো লাভ কৰিছিল।

                                               

ভাইৰাছ

ভাইৰাছ এটি লেটিন শব্দ যাৰ অৰ্থ হল বিষ । নিউক্লিয় প্ৰটিনৰ দ্বাৰা গঠিত অকোষীয়, ৰোগ সৃষ্টিকাৰী, অবিকল্পী পৰজীৱী, অণু-আণুবীক্ষণিক বস্তু, যি অকল জীৱিত পোষক কোষত বংশবৃদ্ধি কৰিব পাৰে, কিন্তু কোষৰ বাহিৰত জড় প্ৰকৃতিৰ,সেইবিলাকক ভাইৰাছ বোলে। বিজ্ঞানৰ যি শাখাত ভাইৰাছ সম্বন্ধে চৰ্চা আৰু গৱেষণা কৰা হয় তাক ভাইৰলজি বোলে। এই শাখাৰ বিশেষজ্ঞজনক ভাইৰলজিষ্ট বোলে। ১৮৯৬ খ্ৰীষ্টপূৰ্বত উইলিয়াম বাইজিৰিংকেয়ে ধঁপাত পাতৰ মজেইক ৰোগৰ জীৱাণুক প্ৰথমে "ভাইৰাছ" আখ্যা দিয়ে।

                                               

ৰবীন বেনাৰ্জী

ৰবীন বেনাৰ্জীৰ জন্ম হয় ১৯০৮ চনৰ ১২ আগষ্ট তাৰিখে পশ্চিম বংগৰ বহৰমপুৰ নামৰ অঞ্চলটোত। তেওঁ শান্তিনিকেতনত প্ৰাৰম্ভিক শিক্ষা লাভ কৰে। ইয়াৰ পিছত তেওঁ কলকাতা মেডিকেল কলেজত চিকিৎসাবিদ্যা অধ্যয়ন কৰে। পৰৱৰ্ত্তী পৰ্য্যয়ত বেনাৰ্জীয়ে ১৯৩৪ চনত লিভাৰপুল আৰু ১৯৩৬ চনত এডিনবাৰ্গলৈ গৈ উচ্চ শিক্ষা গ্ৰহণ কৰে।

                                               

৬ ছেপ্টেম্বৰ

১৯৫২ -- কানাডাৰ প্ৰথম টেলিভিছন ইংৰাজী: CBFT-TV মণ্ট্ৰিয়েলত মুকলি কৰা হয়। ১৯৩৯ -- দ্বিতীয় বিশ্বযুদ্ধ: দক্ষিণ আফ্ৰিকাই জাৰ্মানিৰ বিৰুদ্ধে যুদ্ধ ঘোষনা কৰিছিল। ১৯৬৮ -- ছুইজাৰলেণ্ড স্বাধীন হয়। ১৯৪৮ -- জুলিয়ানা নেডাৰলেণ্ডৰ ৰাণী হৈছিল। ১৯৯১ -- চোভিয়েট ইউনিয়নইংৰাজী: Soviet Union-এ বাল্টিক ৰাজ্যইংৰাজী: Baltic states: এষ্টনিয়াইংৰাজী: Estonia, লাটভিয়াইংৰাজী: Latvia আৰু লিথুৱানিয়াৰইংৰাজী: Lithuania স্বাধীনতা স্বীকাৰ কৰে।

                                               

তৎসম

তৎসম হৈছে আধুনিক ভাৰত-আৰ্য ভাষা পৰিয়ালৰ অসমীয়া, বঙালী, মাৰাঠী, ওড়িয়া, হিন্দী, গুজৰাটী, সিংহল আৰু দ্ৰাবিড় ভাষা পৰিয়ালৰ মালায়ালম, কানাড়া, তেলুগু আৰু তামিল ভাষাসমূহত ব্যৱহাৰ সংস্কৃত ভাষাৰ পৰা ঋণকৃত শব্দ। তৎসম শব্দসমূহ সাধাৰণতে সাধাৰণ শব্দতকৈ উচ্চতৰ আৰু অধিক পাণ্ডিত্যপূৰ্ণ পঞ্জীৰ অন্তৰ্ভুক্ত। এই শব্দসমূহ বহুতো আধুনিক ভাৰত-আৰ্য ভাষা পৰিয়াল ব্যৱহাৰ হোৱা পুৰণি ভাৰত-আৰ্য ভাষাৰ পৰা পোনপটীয়াকৈ তদ্ভৱ শব্দ হিচাপে উত্তৰাধিকাৰী। তৎসম শব্দসমূহ ইংৰাজীত গ্ৰীক বা লেটিন মূলৰ ঋণকৃত শব্দৰ ব্যৱহাৰৰ সৈতে তুলনা কৰিব পাৰি।

                                               

কবীন ফুকন

কবীন ফুকন এগৰাকী অসমীয়া কবি-সাহিত্যিক, সমালোচক আৰু শিক্ষাবিদ। "এই অনুৰাগী এই উদাস" নামৰ কাব্যগ্ৰন্থৰ বাবে ফুকনলৈ মৰণোত্তৰভাৱে আগবঢ়োৱা হয় ২০১১ চনৰ সাহিত্য অকাডেমি বঁটা। মৰণোত্তৰভাৱে এই সন্মান লাভ কৰা তেখেত চতুৰ্থজন অসমীয়া লেখক।

                                               

বৈজ্ঞানিক নামকৰণ পদ্ধতি

দ্বৈৰাশিক নামকৰণ জীৱ বিজ্ঞানত প্ৰজাতি নামকৰণৰ এটা আনুষ্ঠানিক পদ্ধতি। এই নামকৰণ পদ্ধতিত, প্ৰত্যেকটো জীৱৰ নাম দুটা অংশৰে গঠিত। নামটো লিখোঁতে লেটিন বা অন্য যিকোনো ভাষাৰ পৰা আহৰণ কৰা শব্দবোৰ লেটিন ব্যাকৰণৰ ৰূপত লিখা হয়। যেনে," assam” শব্দটো" assama ” বুলি লিখা হয়। এনে নাম একোটাই দ্বিপদ নাম, দ্বৈৰাশিক নাম বা বৈজ্ঞানিক নাম ; অনানুষ্ঠানিকভাৱে লেটিন নাম বুলিও কয়। নামটোৰ প্ৰথম অংশই প্ৰজাতিটো যিটো গণৰ অন্তৰ্গত তাক চিনাক্ত কৰে; দ্বিতীয় অংশই গণটোৰ অন্তৰ্গত প্ৰজাতিটোক চিনাক্ত কৰে। উদাহৰণ স্বৰূপে, মানুহবোৰ, হম নামৰ গণটোৰ অন্তৰ্গত আৰু এই গণৰে হম চেপিয়েন্স নামৰ প্ৰজাতিটোৰ অন্তৰ্গত জীৱ। প্ৰজাতি নামকৰণ ...

                                               

আই ইউ চি এন ৰঙা তালিকা

আই ইউ চি এন ৰঙা তালিকা ১৯৬৩ চনত প্ৰতিষ্ঠিত বিশ্বৰ অধিকাংশ জীৱৰ বৰ্তমান অৱস্থা আৰু আনুষাঙ্গিক তথ্য সম্বলিত তালিকা বিশেষ; যি তালিকাৰ যোগে প্ৰতিটো প্ৰজাতিৰ বৰ্তমান অৱস্থা অথবা বিলুপ্তিৰ সম্ভাৱনা সম্পৰ্কে সম্যক ধাৰণা পোৱা যায়। আন্তৰ্জাতিক প্ৰকৃতি আৰু প্ৰাকৃতিক সম্পদ সংৰক্ষণ সংঘই প্ৰতি বছৰে এই তালিকা প্ৰকাশ কৰে। কোনো কাৰণে নিৰ্দিষ্ট কোনো প্ৰজাতি বা উপ-প্ৰজাতি বিলুপ্তিৰ সন্মুখীন হলে সেইটো নিৰূপনৰ বাবে সঠিক মানদণ্ড প্ৰয়োগ কৰা হয়। এই মানদণ্ড বিশ্বৰ সকলো দেশত বা সকলো ঠাইত একে। এই তালিকা তৈয়াৰ কৰাৰ অন্যতম উদ্দেশ্য হৈছে জনসাধাৰণক সচেতন কৰা আৰু নিৰ্দিষ্ট প্ৰজাতিটোৱে সন্মুখীন হোৱা ভাবুকি প্ৰতিহত কৰ ...

                                               

বিপন্ন প্ৰজাতি

বিপন্ন প্ৰজাতি বা বিলুপ্তপ্ৰায় প্ৰজাতি হৈছে প্ৰকৃতিত বিলুপ্ত হোৱাৰ সম্ভাৱনা থকা কিছুমান জীৱ প্ৰজাতি যিবোৰক আন্তৰ্জাতিক প্ৰকৃতি আৰু প্ৰাকৃতিক সম্পদ সংৰক্ষণ সংঘই ৰঙা তালিকাত অন্তৰ্ভুক্ত কৰিছে। "বিপন্ন" হৈছে IUCNৰ বন্য জীৱসমষ্টিৰ সংৰক্ষণ স্থিতি সম্পৰ্কীয় পৰিকল্পনাত ঘোৰ সংকটজনক ৰ পাছতেই স্থান প্ৰাপ্ত দ্বিতীয় বৃহৎ বিভাগ। ২০১২ চনৰ আই ইউ চি এন ৰঙা তালিকাত সমগ্ৰ বিশ্বৰ ৩০৭৯টা প্ৰাণী আৰু ২৬৫৫টা উদ্ভিদ প্ৰজাতিক বিপন্ন EN হিচাপে অন্তৰ্ভুক্ত কৰা হৈছিল। ১৯৯৮ চনত এই সংখ্যা আছিল ক্ৰমে, ১১০২ আৰু ১১৯৭। বহু ৰাষ্ট্ৰই সংৰক্ষণ-নিৰ্ভৰ প্ৰজাতিসমূহৰ সুৰক্ষাৰ বাবে আইন প্ৰণয়ন কৰিছে: যেনে, চিকাৰ নিষিদ্ধকৰণ।

                                               

ভবেন বৰুৱা

ভবেন বৰুৱা অসমৰ এগৰাকী কবি, প্ৰবন্ধকাৰ আৰু সমালোচক। প্ৰতীকধৰ্মীতা আৰু নব্য-ৰমন্যাসবাদৰ দ্বাৰা অনুপ্ৰাণিত হোৱা অসমীয়া কবিসকলৰ ভিতৰত তেখেত অন্যতম। সোণালী জাহাজ তেখেতৰ শ্ৰেষ্ঠ কাব্য-কৃতি বুলি গণ্য কৰা হয়। এই গ্ৰন্থৰ বাবে তেখেতে ১৯৭৮ চনত যুটীয়াভাৱে প্ৰকাশন পৰিষদ বঁটা আৰু ১৯৭৯ চনত সাহিত্য অকাডেমি বঁটা লাভ কৰে।

Free and no ads
no need to download or install

Pino - logical board game which is based on tactics and strategy. In general this is a remix of chess, checkers and corners. The game develops imagination, concentration, teaches how to solve tasks, plan their own actions and of course to think logically. It does not matter how much pieces you have, the main thing is how they are placement!

online intellectual game →