Back

★ তথ্য - তথ্য, ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়, ভাৰত, প্ৰযুক্তি, ভাৰতীয় তথ্য প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, গুৱাহাটী, ভৌগোলিক তথ্য ব্যৱস্থা, ৱিকিতথ্য ..



                                               

তথ্য

তথ্য বা ইনফৰমেশ্যন হৈছে বিশেষ সজ্জাত সজ্জিত চিহ্নৰ দ্বাৰা প্ৰকাশিত বাৰ্তা ইংৰাজী: message)। বিভিন্ন চিহ্ন আৰু পদ্ধতি ব্যৱহাৰ কৰি ইয়াক সংৰক্ষিত বা এঠাইৰ পৰা আনঠাইলৈ কোনো যোগাযোগ ব্যৱস্থা ব্যৱহাৰ কৰি সৰবৰাহ কৰিব পৰা যায়। যিকোনো গতিশীল নিকায়ত সংঘটিত ঘটনাৰাজী তথ্য বুলিব পৰা যায়। ভিন প্ৰসংগত তথ্যক ভিন ৰূপত প্ৰকাশ আৰু ব্যৱহাৰ কৰা যায়। তদুপৰি ইনফৰ্মেশ্যন চিষ্টেমত "কনষ্ট্ৰেইণ্ট", শিক্ষাত "ইন্ষ্ট্ৰাকশ্যন", জ্ঞান, ভাষাতত্ত্বত "অৰ্থ", এণ্ট্ৰপী আদি বিভিন্ন ধাৰণাৰ লগতো তথ্যৰ ধাৰণা ওতপ্ৰোত ভাৱে জড়িত।

                                               

ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয় (ভাৰত)

ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয় হৈছে ভাৰত গণৰাজ্যৰ কেন্দ্ৰীয় চৰকাৰৰ এক কাৰ্যবাহী সংস্থা। ইয়াক ১৯৪৭ চনত যোগাযোগ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ৰ পৰা তথ্য প্ৰযুক্তি নীতি, ৰণনীতি আৰু ইলেক্ট্ৰনিক্স উদ্যোগৰ বিকাশৰ বাবে দায়বদ্ধ এক স্বতন্ত্ৰ মন্ত্ৰী সংস্থা হিচাপে নিৰ্মাণ কৰা হৈছিল।

                                               

তথ্য প্ৰযুক্তি

তথ্য প্ৰযুক্তি হল প্ৰযুক্তিবিদ্যাৰ লগত জড়িত তথ্য । পৰিকলন আৰু দুৰসংযোগৰ সংমিশ্ৰণত এটা সূক্ষ্মবৈদ্যুতিক ব্যৱস্থাৰে কৰা উপলব্ধি, সঞ্চালন, সংগ্ৰহণ, আৰু শব্দ, ছবি, আখৰ, নম্বৰ আদি তথ্যৰ বহল বিস্তাৰ এইবিলাকেই ইয়াৰ মূল ক্ষেত্ৰ৷ ১৯৫৮ চনত হাৰ্ভাৰ্ড বিছনেছ ৰিৱিউত প্ৰকাশ পোৱা এটা প্ৰবন্ধত এই নামটোৰ অবতাৰণা কৰা হৈছিল য’ত লিখক লেভিত্ আৰু ৱুইছ্লাৰ এ লিখিছিল" নতুন প্ৰযুক্তিবিদ্যাৰ এতিয়ালৈকে একো পোছাকী নাম দিয়া হোৱা নাই। আমি ইয়াক তথ্য প্ৰযুক্তিবিদ্যা বুলি কব পাৰোঁ।” তথ্য প্ৰযুক্তিৰ কিছুমান আধুনিক আৰু নতুনকৈ আৱিষ্কৃত হৈ থকা ক্ষেত্ৰ হৈছে নতুন প্ৰজন্মৰ জাল প্ৰযুক্তিবিদ্যা, জৈৱপ্ৰযুক্তিবিদ্যা, মেঘ পৰিকলন ...

                                               

ভাৰতীয় তথ্য প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, গুৱাহাটী

ভাৰতীয় তথ্য প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, গুৱাহাটী অসমৰ গুৱাহাটীত অৱস্থিত ভাৰতীয় তথ্য প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান। এই উচ্চশিক্ষাৰ প্ৰতিষ্ঠানখন ভাৰত চৰকাৰৰ দ্বাৰা ৰাজহুৱা-ব্যক্তিগত অংশীদ্বাৰত্বত প্ৰতিষ্ঠা কৰা হৈছে।

                                               

ভৌগোলিক তথ্য ব্যৱস্থা

ভৌগোলিক তথ্য ব্যৱস্থা হৈছে এনে এক ব্যৱস্থা যাৰ সহায়ত ভৌগোলিক তথ্য সংগ্ৰহ কৰা হয়,সংৰক্ষণ কৰা হয়, বিশ্লেষণ কৰা হয় আৰু উপস্থাপন কৰা হয়। ইয়াক চমুকৈ জি আই এছ বুলি কোৱা হয়। জি আই এছ এপ্লিকেছন আহিলাসমূহৰ সহায়ত তথ্যসমূহ বিশ্লেষণ কৰিব পাৰি, মানচিত্ৰত উপস্থাপন কৰিব পাৰি আৰু ইয়াৰ ব্যৱহাৰ যিকোনো কামত সিদ্ধান্ত লোৱাত কৰিব পাৰি।

                                               

যোগাযোগ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয় (ভাৰত)

যোগাযোগ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়) ভাৰত চৰকাৰৰ মন্ত্ৰালয় আছিল। ইয়াক ২০১৬ চনৰ জুলাই মাহত "যোগাযোগ মন্ত্ৰালয়"আৰু "ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়"ত বিভক্ত কৰা হৈছিল। ইয়াত তিনিটা বিভাগ আছিল যেনে "দূৰসংযোগ বিভাগ", "ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি বিভাগ"আৰু "ডাক বিভাগ।" অসামৰিক সেৱা সমূহ যোগাযোগ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ৰ প্ৰশাসনৰ তত্ত্বাৱধানত আছে।

                                               

ৱিকিপিডিয়াত বিজ্ঞানৰ তথ্য

ৱিকিপিডিয়াত বিজ্ঞানৰ তথ্য বুলিলে সাধাৰণতে ৱিকিপিডিয়াই বিজ্ঞান সমন্ধীয় যিসমূহ তথ্যৰ যোগান ধৰে সেইসমূহকে বুজোৱা হয়। এই তথ্যবোৰৰ প্ৰভাৱ আৰু গুণগতমান সম্পৰ্কে প্ৰায়ে আলোচনা হোৱা দেখা যায়।

                                               

ৱিকিতথ্য

ৱিকিতথ্য ৱিকিমিডিয়া ফাউণ্ডেচনৰ অধীনৰ ৱিকি পদ্ধতিৰে সম্পাদিত এক জ্ঞান ভিত্তি। ইয়াৰ লক্ষ্য ৱিকিপিডিয়া আদি ৱিকিমিডিয়া ফাউণ্ডেচনৰ প্ৰকল্পই ব্যৱহাৰ কৰিবলৈ একে তথ্য উৎস প্ৰদান কৰা, যত জন্মদিন আদিৰ তথ্য থাকে। ৱিকিতথ্যৰ কাম ৱিকিমিডিয়া কমন্সে সকলো ৱিকিমিডিয়া প্ৰকল্পৰ বাবে মিডিয়া ফাইল প্ৰদান কৰাৰ দৰেই। ৱিকিতথ্যক চলোৱা হয় ৱিকিবেচ নামৰ এক চফ্টৱেৰৰ জৰিয়তে।

                                               

তথ্য প্ৰযুক্তি আইন ২০০০

তথ্য প্ৰযুক্তি আইন, ২০০০ হ’ল ভাৰতীয় সংসদৰ এখন আইন যিখনে ২০০০ চনৰ ১৭ অক্টোবৰৰ পৰা কাৰ্যকৰী হয়। ই চাইবাৰ ক্ৰাইম আৰু ইলেকট্ৰনিক বাণিজ্যৰ লেনদেনৰ ওপৰত গুৰুত্ব আৰোপ কৰা ভাৰতৰ প্ৰাথমিক আইন।

                                               

পৰিসংখ্যা

পৰিসংখ্যা হৈছে এক বিজ্ঞান যত তথ্য আহৰণ, সংগঠিতকৰণ বা শ্ৰেণীভুক্তকৰণ, উপস্থাপন আৰু বিশ্লেষণ কৰা হয়। কোনো বৈজ্ঞানিক, ঔদ্যোগিক, বা সামাজিক ক্ষেত্ৰত পৰিসংখ্যা বিজ্ঞানক প্ৰয়োগ কৰিবৰ বাবে কিছুমান তথ্য বা ডাটাৰ ব্যৱহাৰ কৰা হয়। এই তথ্যৰ প্ৰকাৰ বিভিন্ন ধৰণৰ হব পাৰে যেনেঃ পৃথিৱীত বাস কৰা লোকসকল, বা এটা শ্ৰেণীৰ পুৰুষ আৰু মহিলাৰ সংখ্যা ইত্যাদি। পৰিসংখ্যাই তথ্যৰ সৈতে জড়িত প্ৰতিটো দিশকেই অধ্যয়ন কৰে। তথ্য সংগ্ৰহৰ পৰিকল্পনাকে আদি কৰি প্ৰশ্ন তালিখাৰ আৰ্হি প্ৰস্তুত আৰু তথ্য সংগ্ৰহৰ পদ্ধতি নিৰ্নয়কো পৰিসংখ্যাই বিবেচনা কৰে।

                                               

সৌৰভ কুমাৰ চলিহা

সৌৰভ কুমাৰ চলিহা অসমীয়া সাহিত্যৰ ইতিহাসত এটি প্ৰসিদ্ধ ছদ্মনাম। আজীৱন প্ৰচাৰ, গ্লেমাৰ, যশস্যা আৰু খ্যাতিৰ পৰা আঁতৰত থাকি নীৰৱে সৌৰভ কুমাৰ চলিহা ছদ্মনামেৰে অসমীয়া সাহিত্যত এক ব্যতিক্ৰমী ধাৰাৰ গদ্যৰীতিৰ সূচনা কৰা চলিহাৰ প্ৰকৃত নাম আছিল সুৰেন্দ্ৰ নাথ মেধি । চৈধ্য বছৰ বয়সতে তেখেতে ‘পাৰিজাত’ নামৰ আলোচনীত গল্পকাৰ হিচাপে আত্মপ্ৰকাশ কৰে। ৰামধেনুৰ পাতত ‘অশান্ত ইলেক্ট্ৰন’ নামৰ গল্পৰে সম্পূৰ্ণ নতুন আৰু আধুনিক শৈলী প্ৰৱৰ্তন কৰি তেখেতে অসমীয়া সাহিত্যক এক অভিনৱ মাত্ৰা দান কৰে। নগৰ জীৱনৰ দ্ৰুত পৰিৱৰ্তনৰ পটভূমিত বিষয়-বস্তুৰ নিৰ্বাচন, প্ৰকাশভংগীৰ অভিনৱত্ব আৰু যন্ত্ৰ-নিৰ্ভৰ আধুনিক জীৱনৰ মানসিক চিত্ৰণ তে ...

                                               

তথ্যপেৰা

তথ্যপেৰা হৈছে ৱিকিত কোনো বিষয়ৰ বিষয়ে তথ্যৰ এটা উপসংহতি সংগ্ৰহ আৰু উপস্থাপন কৰিবলৈ ব্যৱহাৰ কৰা এখন তালিকা বা দস্তাবেজ। ই সুসংগত দস্তাবেজ তথ্যৰ একে বৈশিষ্ট্য মান যোৰসমূহৰ এটা সংহতি। ৱিকিপিডিয়াত তথ্যপেৰায়ে প্ৰবন্ধ এটাৰ বিষয়ে তথ্যৰ সাৰাংশক প্ৰতিনিধিত্ব কৰে। কিছুমান দিশত ইয়াক তথ্যৰ তালিকাৰ সৈতে তুলনা কৰা হয়। ডাঙৰ প্ৰবন্ধৰ ভিতৰত উপস্থাপন তথ্যপেৰায়ে ছাইডবাৰ বিন্যাসত এটা তথ্যপেৰা উপস্থাপন কৰা হয়। এটা তথ্যপেৰা আন এটা দস্তাবেজত প্ৰতিলিপি অন্তৰ্ভুক্তৰ দ্বাৰা সেই দস্তাবেজত ৰূপায়ণ কৰিব পাৰি আৰু মানসমূহৰ সৈতে সম্পৰ্কিত কিছুমান বা সকলো একে বৈশিষ্ট্য-মান যোৰ নিৰ্ধাৰণ কৰিব পাৰি।

                                               

ভ্ৰান্তি

যিবোৰ কূট গণিতৰ ভুল প্ৰয়োগ বা ভুল যুক্তিৰ বাবে হয়, সেইবোৰক কূট বুলি নকৈ ভ্ৰান্তি বা বিভ্ৰাট বা ফেলাচী বুলি কোৱা হয়। ভ্ৰান্তিবোৰ সৃষ্টি হয় আপাততঃ যুক্তিযুক্ত যেন লগা কিছুমান ভুল ব্যাখ্যাৰ পৰা। তৰ্কশাস্ত্ৰ আৰু ব্যাখ্যানত ভ্ৰান্তি বা বিভ্ৰাট হৈছে এক অশুদ্ধ তৰ্ক যাৰ প্ৰয়োগৰ পৰিণাম যুক্তিৰ মান্যতাহীনতা, নিষ্ফলতা আৰু অসাৰতা। যুক্তি-বিভ্ৰাট দুই ধৰণে হব পাৰে – বিযুক্তি আৰু অত্যুক্তি অথবা বক্তব্যৰ সামঞ্জস্যহীনতা।

                                     

★ তথ্য

  • তথ য ব ইনফৰম শ যন হ ছ ব শ ষ সজ জ ত সজ জ ত চ হ নৰ ই ৰ জ symbol দ ব ৰ প ৰক শ ত ব ৰ ত ই ৰ জ message ব ভ ন ন চ হ ন আৰ পদ ধত ব যৱহ ৰ কৰ ইয ক
  • ইল ক ট ৰন ক স আৰ তথ য প ৰয ক ত মন ত ৰ লয ই ৰ জ Ministry of Electronics and Information Technology হ ছ ভ ৰত গণৰ জ যৰ ক ন দ ৰ য চৰক ৰৰ এক ক ৰ যব হ
  • তথ য প ৰয ক ত ই ৰ জ Information Technology হ ল প ৰয ক ত ব দ য ৰ Technology লগত জড ত তথ য Information পৰ কলন Computing আৰ দ ৰস য গৰ Telecommunication
  • ভ ৰত য তথ য প ৰয ক ত ব দ য প ৰত ষ ঠ ন, গ ৱ হ ট Indian Institute of Information Technology, Guwahati ব IIIT - G অসমৰ গ ৱ হ ট ত অৱস থ ত ভ ৰত য তথ য প ৰয ক ত ব দ য
  • তথ য জন ৰ অধ ক ৰ আইন, ই ৰ জ Right to Information Act, 2005 হ ন দ स चन क अध क र अध न यम, ভ ৰতৰ স সদৰ দ ব ৰ গ হ ত এখন আইন, য ত ন গৰ কসকল
  • ভ গ ল ক তথ য ব যৱস থ Geographic information system হ ছ এন এক ব যৱস থ য ৰ সহ য ত ভ গ ল ক তথ য স গ ৰহ কৰ হয স ৰক ষণ কৰ হয ব শ ল ষণ কৰ হয আৰ
  • কম প উট ৰ ব জ ঞ ন হ ল তথ য আৰ ইয ৰ পৰ স কৰণ স কলন processing সম বন ধ ত ত ত ব ক theoretical ব ষয সম হৰ প ৰণ ল বদ ধ অধ যয ন study থ ৰত ক বল গ ল
  • অভ ন ত - অভ ন ত ৰ ট ল ভ জন অন ষ ঠ ন, কল ক শল ক ল পন ক চৰ ত ৰ আৰ ভ ড অ গ মৰ ব ষয তথ য স ৰক ষ ত কৰ ৰখ হয বৰ তম ন ই ৰ জ পৰ ত গ জ, জ ৰ ম ন, ইট ল য স প ন ছ
  • য গ য গ আৰ তথ য প ৰয ক ত মন ত ৰ লয ভ ৰত ই ৰ জ Ministry of Communications and Information Technology India ভ ৰত চৰক ৰৰ মন ত ৰ লয আছ ল ইয ক
                                     
  • ৱ ক প ড য ত ব জ ঞ নৰ তথ য ই ৰ জ Science information on Wikipedia ব ল ল স ধ ৰণত ৱ ক প ড য ই ব জ ঞ ন সমন ধ য য সম হ তথ যৰ য গ ন ধৰ স ইসম হক ব জ ৱ
  • স য ক ত হ থ ক এন কম প উট ৰ ন টৱৰ ক ব যৱহ ৰক ৰ সকল সম পদ ৰ চ ৰ চ আৰ তথ য আদ ন - প ৰদ ন কৰ ব প ৰ কম প উট ৰ ন টৱৰ কৰ স জ ঞ এন ধৰণ ও দ ব প ৰ য ত য
  • আদ ৱ ক ম ড য ফ উণ ড চনৰ প ৰকল পই ব যৱহ ৰ কৰ বল এক তথ য উৎস প ৰদ ন কৰ য ত জন মদ ন আদ ৰ তথ য থ ক ৱ ক তথ যৰ ক ম ৱ ক ম ড য কমন স সকল ৱ ক ম ড য
  • তথ য প ৰয ক ত আইন, ই ৰ জ Information Technology Act, 2000 চম ন ম ITA - 2000, ব the IT Act হ ল ভ ৰত য স সদৰ এখন আইন চনৰ ন নথ য খন
  • পৰ স খ য হ ছ এক ব জ ঞ ন য ত তথ য আহৰণ, স গঠ তকৰণ ব শ ৰ ণ ভ ক তকৰণ, উপস থ পন আৰ ব শ ল ষণ কৰ হয ক ন ব জ ঞ ন ক, ঔদ য গ ক, ব স ম জ ক ক ষ ত ৰত পৰ স খ য
  • চল হ ৰ ওপৰত ন ৰ ম ত এখন তথ য - চ ত ৰ পৰ চ লক আলত ফ মজ দ আলত ফ মজ দ ই চল হ ৰ আন এট ল খন ৰ ভ ত ত ত চনত ন ৰ ম ণ কৰ অন য এখন তথ য চ ত ৰ ভ ল খবৰ Good
  • তথ য প ৰয ক ত ৰ প ৰধ ন ক ন দ ৰ হ ৱ ব ব দ শৰ ব ভ ন ন প ৰ ন তৰ ল ক ইয ল জ ৱ ক ৰ ব ব আহ ব গ ল ৰ ভ ৰতৰ তথ য প ৰয ক ত শ ল পৰ ৰ জধ ন দ শৰ তথ য প ৰয ক ত
  • ব ল দ শ কব - স হ ত য ক নব নচন দ ৰ স নৰ জন ম ম ত য চন ভ ৰত য - প ক স ত ন স হ ত য ক তথ য ন ট যক ৰ ফ ট ম স ৰয ব জ য ৰ ম ত য জন ম চন
  • ৱ ব - চ ৰ ভ ৰ - এ ইণ ট ৰন টত তথ য উপলব ধ কৰ এইচ ট এম এল আৰ আন ষ গ ক প ৰট কলৰ জৰ য ত ই ম চ ন ব প ৰগ ৰ ম য ক ন এট য ই হ ব প ৰ ৱ বচ ৰ ভ ৰ যদ ও ম লত
  • ব ম ছ ন মৰ ন জৰ প ৰত ষ ঠ নট ৰ ন মত ৱ ক প ড য পৰ চ লন কৰ আছ ল চনৰ তথ য অন সৰ এই ফ উণ ড শ যনত প ৰ য জন ল ক ক ম কৰ আৰ ইয ৰ ব ৰ ষ ক ৰ জহ
  • এক অষ টম শ অঞ চল ৰ ছ য ই অধ ক ৰ কৰ আছ চনৰ নৱ ম বৰ ম হত প ৰক শ ত তথ য অন হৰ প ৰ য ক ট জনস খ য ৰ ই প থ ৱ ৰ ত ত য ব হত তম ৰ ষ ট ৰ Указ
  • ব ষয আৰ তথ য পঢ ক শ ণ তপ ৰ জ ল ৰ ক ছ ম ন ঠ ইৰ প ন নম বৰ ন ডফ ড ট ব কত থক তথ য gloriousindia.com ৱ বছ ইতত থক তথ য onefivenine.com ত থক তথ য শ ণ তপ ৰ
  • তথ য স গ ৰহৰ সময - ছ প ত ম বৰ স ক ষ প ত অসম য ব শ বক ষ Vol 2 শ ন তন ক শ ক বৰ ৱ জ য ত প ৰক শন, গ ৱ হ ট অক ট বৰ তথ য স গ ৰহৰ
                                     
  • ম য নম ৰ ভ ষ ন ম ৰ ও জন য য ম ন ভ ষ ম য নম ৰৰ চৰক ৰ ভ ষ চনৰ তথ য অন সৰ ম ন ভ ষ ক ট ল কৰ ম ত ভ ষ আৰ ক ট ল কৰ দ ব ত য ভ ষ ম ন
  • ইণ ট ৰন টত উপলব ধ পৰস পৰৰ লগত হ ইপ ৰট ক সট ৰ hypertext স য ক ত তথ যৰ গঠ ত এট তথ য প ৰয ক ত গত প ৰণ ল ব তন ত ৰ System ব ৰ ট ছ ইঞ জ ন য ৰ আৰ কম প উট ৰ
  • Species চনত প ৰত ষ ঠ ত ব শ বৰ অধ ক শ জ ৱৰ বৰ তম ন অৱস থ আৰ আন ষ ঙ গ ক তথ য সম বল ত ত ল ক ব শ ষ য ত ল ক ৰ য গ প ৰত ট প ৰজ ত ৰ বৰ তম ন অৱস থ অথব
  • com literature hemchandra - barua.html অনল ইন শ ৱস গৰ ৱ বছ ইটত উল ল খ ত তথ য নব ন চন দ ৰ লহকৰ অসম য ভ ষ ৰ ওজ হ মচন দ ৰ বৰ ৱ অকণ ৰ স হ ত য
  • পৰ স ব দ কত ৰ প ঠ যক ৰম গ ৰহণ কৰ ত ৰ প ছত পশ চ মব গ ব লছব ক ন দ ৰ, তথ য আৰ স স ক ত ক দপ তৰৰ অধ নত আৰ ট এণ ড ফ ল ম - এপ ৰ ছ য চন প ঠ যক ৰমৰ শ ক ষ
  • ব যক ত গত ক ম প ন য চনত ইণ ট ৰন টৰ জৰ য ত প ৰচলন কৰ ছ ল জ ল ই ৰ তথ য অন সৰ ব ল য নৰ ক ট অধ ক ব যৱহ ৰক ৰ য সক ৰ য ভ ৱ ফ ইচব ক
  • Memoirs of Napoleon সম পৰ ক য তথ য গ ট নব ৰ গ প ৰকল পত চ ওক John Holland Rose. The Life of Napoleon I সম পৰ ক য তথ য গ ট নব ৰ গ প ৰকল পত চ ওক John
  • Twenty - First Century Books. ISBN 0 - 7613 - 1367 - 2. স ধ ৰণ তথ য আফ ৰ ক ব ষয Curlie DMOZ - ত থক তথ য African & Middle Eastern Reading Room from the United
ইণ্টাৰনেট মুভি ডাটাবেছ
                                               

ইণ্টাৰনেট মুভি ডাটাবেছ

ইণ্টাৰনেট মুভি ডাটাবেছ এটি অনলাইন ডাটাবেছ বা তথ্যভঁৰাল য’ত চলচ্চিত্ৰ, অভিনেতা-অভিনেত্ৰী, টেলিভিজন অনুষ্ঠান, কলাকুশলী, কাল্পনিক চৰিত্ৰ আৰু ভিডিঅ’ গেমৰ বিষয়ে তথ্য সংৰক্ষিত কৰি ৰখা হয়। বৰ্তমানে ইংৰাজী, পৰ্তুগীজ, জাৰ্মান, ইটালীয়, স্পেনীছ, আৰু ফৰাচী ভাষাত উপলব্ধ এই ৱেবছাইটটো ১৯৯০ চনৰ ১৭ অক্টোবৰত আৰম্ভ কৰা হয়। ১৯৯৮ চনত এমাজন ডট কম কোম্পানীয়ে ইয়াক কিনি লয়।

Users also searched:

তথ্য, তথয, অধকর, অধকৰ, সবধ, পরছ, বঝয, বলদশ, জনগণ, আইনর, তথযঅধকরআইনpdf, বলত, তথঅধরবলতকবঝয, তথযজনঅধকৰআইন, তথযজনঅধরআইনকবলদশ, তথঅধআইনরফলজনগণকযসবধভগকরতপরছ, তথযঅধরআইনএবকন, তথযঅধরক, করত, ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয় (ভাৰত), মনতৰলয, পৰযক, টৰন, ভৰত, ইলটৰনসআৰতথযপৰযকমনতৰলযভৰত, ভাৰতীয় তথ্য প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, গুৱাহাটী, কইজ, ৰগড, পৰতষঠন, ৰযকতবদয,

...

Encyclopedic dictionary

Translation

তথ্যের অধিকার কী.

Tripura Information Commission – ত্রিপুরা তথ্য. Google Search: করোনা টিকাকরণের সব তথ্য একসঙ্গে, তৈরি নতুন Google ফিচার! 1 10. করোনার ব্যাপক সংক্রমণ আর তার জেরে তৈরি হওয়া পরিস্থিতির ভয়াবহতায় দেশজুড়ে হাহাকার সৃষ্টি. তথ্য অধিকার বলতে কি বুঝায়. আদমশুমারির তথ্য বাঁকুড়া জেলা. হোয়াটসঅ্যাপের মালিক সংস্থা ফেসবুকের কাছে সমস্ত তথ্য চলে যাবে, এই নতুন প্রাইভেসি পলিসি চালুর ঘোষণাপর থেকেই বিতর্কের শুরু। এ ব্যাপারে আলোকপাত করলেন খোদ সিগন্যালের. তথ্যের অধিকার আইন pdf. দিল্লিতে করোনায় মৃত্যুতে সরকারি. নাম উপাধি যোগাযোগের নম্বর ছবি আপিল কর্তৃপক্ষ ডাঃ বিশাল কুমার আই.এ.এস অতিরিক্ত জেলা শাসক ও সমাহর্তা ৬০৩৩২৩৯৬০০. তথ্য অধিকার আইন কি এবং কেন. তথ্য কী? ইউটিউব. SID এ যে তথ্য থাকে তা হল: সকল মৌলিক বৈশিষ্ট্যগুলি যেমন বিনিয়োগের উদ্দেশ্য এবং নীতি, অ্যাসেট অ্যালোকেশন প্যাটার্ন, পারিশ্রমিক এবং লিকুইডিটি প্রভিশন। ফান্ড ম্যানেজমেন্ট.





দহোটা গুৰুত্বপূৰ্ণ খণ্ডৰ সামৰ্থ্য.

ভাৰত চৰকাৰৰ ইলেক্ট্ৰনিক্স আৰু তথ্য ​প্ৰযুক্তি মন্ত্ৰালয়ে গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি দেশৰ এছটিপিআইসমূহত থকা এই তথ্য প্ৰযুক্তি প্ৰতিষ্ঠানসমূহক. এমপাৱাৰ্ড প্ৰযুক্তি গোট ইটিজি. ভুৱা বাতৰি আৰু আতংক সৃষ্টি কৰা ছচিয়েল মিডিয়া ৰ পোষ্ট বোৰৰ বিৰুদ্ধে সৰব ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ে স্পষ্ট কৰি কৈছে যে এই আহ্বান মাত্ৰ সামাজিক মাধ্যমৰ শক্তি ব্যৱহাৰ কৰা লোকসকলৰ বিৰুদ্ধে প্ৰতিজন ভাৰতীয় ক সতৰ্ক হবলৈ. Search Result of তথ্য আৰু The Janambhumi. প্ৰযুক্তিৰ ক্ৰয় আৰু ব্যৱহাৰ. 02 চৰকাৰৰ আৰেণ্ডডি আৰু প্ৰযুক্তি বিকাশ কাৰ্য্যক্ৰমবিলাকৰ দিশ আৰু পথ নিৰ্ধাৰণ কৰিবৰ ভাৰত চৰকাৰৰ মুখ্য বৈজ্ঞানিক উপদেষ্টা সচিব, ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়.


বিশ্ব কুইজ.

PIB Headquarters কভিড ১৯ সন্দৰ্ভত পিআইবিৰ. গুৱাহাটী শোধনাগাৰত ২৯টা বিভিন্ন বৰ্গৰ পদ পূৰণৰ ভাৰতীয় সেনাত মুঠ ৫৫টা খালী পদ পূৰণৰ দিল্লীস্থিত কাৰিকৰী প্ৰযুক্তিবিদ্যা অন্যতম অগ্ৰণী অভিযান্ত্ৰিক প্ৰতিষ্ঠান. মহাভাৰতৰ কুইজ. 1 page 14 May Dainik Agradoot. একাদশ বছৰ সংখ্যা ১৪৯ গুৱাহাটী সােমবাৰ, ৪ জানুৱাৰী, ২০২১, ১৯ পুহ, ১৯৪২ শক কৰিছিল যদিও অধিকাৰসমুহ ভােগ কৰাত যথেষ্ট হৈছিল ব্রিটিছ আৰু ভাৰতীয় মানুহৰ মাজৰ বৈষম্যমূলক দুপৰীয়া সাস্কৃতিক অনুষ্ঠানত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা আৰু পৰিবেশ পৰিষদৰ চিনানী বুৰঞ্জীৰ তথ্য মতে, ১৮৯৭ চনৰ ১২ মনােৰম চানডুবিৰ চৌপাশে বসবাস কৰা বিভিন্ন জাতি নিবিড়.





বৰ অসম.

মুখ্য পৃষ্ঠা Archives Page 299 of 340 Dainandin. তথ্য বা পৰিসংখ্যা বহুল লেখাৰ পৰা কেনেকৈ মূল মূল কথাবােৰ বাছি উলিয়াৱ পাৰি। ১৬.১ ভাৰতৰ নিভৰ কৰে সেই দেশৰ উৎপাদিত সা ​সামগ্ৰীৰ পৰিমাণ, বিতৰণ ব্যৱস্থা আৰু জনসংখ্যাৰ ওপৰত।. মাজুলী ৰচনা. HISTORY OF EDUCATION IN INDIA Directorate Tripura University. সমগ্ৰ ক্ষেত্ৰৰ ভৌগোলিক আৰু সাংস্কৃতিক, উপত্যকাৰ সংযোগ ব্যৱস্থা শক্তিশালী কৰিব। লোকসকলক সঠিক তথ্য প্ৰদান কৰাটো নিশ্চিত. পাহাৰৰ নাম. UNIT 9.pmd. এইবোৰ তথ্য কৃত্ৰিম বুদ্ধিমত্তাৰ জড়িয়তে বিশ্লেষণ কৰি খেতিডৰাৰ সাম্ভাৱ্য এনে সতৰ্কবাণীৰ ভিত্তিত কৃষকসকলে আগতীয়া প্ৰতিকাৰৰ ব্যৱস্থা গ্ৰহণ কৰি সাম্ভাৱ্য ক্ষতিৰ.


যোগাযোগ শিক্ষা কি.

পৰিবেশগত তথ্য ব্যৱস্থা ই.এন.ভি.আই.এছ. তথ্য যোগাযোগ প্ৰযুক্তি আৰু বৈদ্যুতিন ​আইচিটি এণ্ড ই খণ্ডৰ সহযোগিতাৰ অৰ্থে ভাৰত আৰু ভাৰতৰ ইলেক্ট্ৰনিকছ আৰু তথ্য প্ৰযু্ক্তি মন্ত্ৰালয়ে MeitY তথ্য যোগাযোগ​. প্ৰত্যাহ্বান অৰ্থ. ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি. তথ্য প্ৰযুক্তিৰ জৰিয়তে চৰকাৰী আঁচনিসমূহ জনসাধাৰণৰ মাজলৈ ক্ষীপ্ৰতাৰে লৈ যাব পাৰি বুলি তেওঁ প্ৰকাশ কৰে। বিশ্বৰ সৰ্বাধিক স্বাস্থ্য বীমা আয়ুষ্মান ভাৰত আৰু. শিক্ষাত ict ৰ গুৰুত্ব. Page 2833 – অসমীয়াৰ অনলাইন দৈনিক NECentric. ই সংযোগ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ৰ সৈতে সমন্বয় ৰক্ষা কৰি চলিব যিয়ে TDIL ৰ দৰে এনে ভাৰতীয় ভাষা আৰু মাতৃভাষাক বৃহৎ পৰিমানে ইণ্টাৰনেটত দৃশ্যমান সহজলভ্য কৰি তুলিব,.


প্ৰাচীন ভাৰতৰ ইতিহাস.

ৰাজনৈতিক তত্ত্ব মানে কি? ইয়াৰ ভাগ. ৩.২. পৰিচয়. শিক্ষক হিচাপে আপুনি প্রাথমিক পর্যায়ৰ শিক্ষার্থীৰ বাবে সমাজ বিজ্ঞানৰ সৈতে যদি ভালকৈ ব্যৱহাৰ কৰা হয়, তেন্তে ই তাত থকা তথ্য ফলপ্রসূভাৱে বুজোৱাত. সহায় কৰে।. অসম বুৰঞ্জী pdf download. Kikhobor, Author at সাহিত্য ডট অৰ্গ. ১৭ বছৰ বয়সতে ১৮৭১ চনত পইনকেয়াৰ ধ্ৰুপদী সাহিত্য আৰু বিজ্ঞানৰ স্নাতক হয়। এইটো আছিল তেওঁৰ প্ৰথম উপাধি মেৰী কুৰী আৰু হেনৰি পইনকেয়াৰ। উৎস ৱিকিপিডিয়া.





ঘৰত থকা সময়ছোৱা আপুনি কেনেদৰে.

Запрос должен включать:. 502 Block 3 Unit 11 Corrected. প্ৰায় ২০০০ চনত চীনে আমাৰ দেশৰ লগত ২.৬ বিলিয়ন ডলাৰ। গৱেষক সকলে নতুন কৌশল আৰু প্ৰযুক্ত‌ি উদ্ভাৱন কৰিব লাগিব যাতে ভাৰতীয় সামগ্ৰীৰ মান চীনে কোনো তথ্য আৰু যুক্তিৰে বুজাব পৰা নাই গতিকে ভাৰতে সমৰ্থন কৰা নাই। কৰিলেও কোনো দেশে আইন কোনো দেশক নিজৰ অত্যাধুনিক প্ৰযুক্তি Latest Technology নিদিয়ে।. Pyobhara book m.pmd. অনু, ক্ষুদ্ৰ আৰু মজলীয়া প্ৰতিষ্ঠান বিকাশ, এমএছএমইডি আইন,২০০৬ৰ অন্তৰ্গত সৰঞ্জামত বেংকবোৰৰ কাৰেন্সি সঞ্চলনত প্ৰযুক্তি অৱশোষণ উত্সাহিত কৰিবলৈ আৰু তেওঁলোকক উন্নত. তথ্য প্ৰযুক্তি পদক্ষেপসমূহ ২০০১ ৰ. সেয়েহে, তথ্য প্ৰযুক্তি আইন,২০০০ৰ ধাৰা ৬৯এৰ আধাৰত তেওঁলোকৰ ৪০টা ৱেবছাইট নিষিদ্ধ কৰা হৈছে। যোৱা বছৰ বিচ্ছিন্নতাবাদী শক্তিক উচটনি দিয়া আৰু সেই সন্দৰ্ভত.


পৰিসংখ্যা বিজ্ঞানৰ সংজ্ঞা.

প্ৰফেচাৰ কল্যামপুডী ৰাধাকৃষ্ণ ৰাও. পৰিসংখ্যা বিজ্ঞানে Statistics কয় – 1. When null hypothesis is true but we reject it, it is called Type 1 error. 2. When null hypothesis is false but we accept it, it is called Type 2 error. 3. The probability of type 1 error is called level of significance. 4. CAA is the critical region. 5. পৰিসংখ্যা বিজ্ঞান বুলিলে কি বুজা. বিজ্ঞানৰ ভাষাত নিৰ্বাচনত ৰাইজৰ. ৰাইচ ৰিচাৰ্চ ইনষ্টিটিউত আই আৰ আই অসম কৃষি বিশ্ববিদ্যালয় অসম চৰকাৰ এপার্ট এৰিয়াছ চাইটি বিশ্ববেংক গোট বিশ্ব্ ধান পৰিসংখ্যা ৰাইচপিডিয়া ৰাইচ টুডে. Copyright. পৰিসংখ্যা দশম শ্ৰেণী. অৰ্থনীতি আৰু পৰিসংখ্যা কাৰ্যকলাপ. বিশ্ববিদ্যালয় অনুদান আয়োগ ইউ জি চি এ জ্যেষ্ঠ পৰিসংখ্যা সহায়ক নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।. শৈক্ষিক পৰিসংখ্যা বিজ্ঞান. প্ৰয়োজনীয় লিংক COVID Gyan. Chapter 9: সমান্তৰিক আৰু ত্ৰিভুজৰ কালি, Read Now. Chapter 10: বৃত্ত, Read Now. Chapter 11: অংকন, Read Now. Chapter 12: হিৰণৰ সূত্ৰ, Read Now. Chapter 13: পৃষ্ঠকালি আৰু আয়তন, Read Now. Chapter 14: পৰিসংখ্যা, Read Now.





1 page 19 May Dainik Agradoot.

অনুরূপভাবে আমি তোমাদের জন্যে ভুল ​ভ্ৰান্তি হয়ে যাওয়ার ব্যাপারে ভয় করছি না, বরং ভয় করছি ইচ্ছাকৃত অন্যায়ের।. আয়াত: ৩. کَلَّا سَوۡفَ تَعۡلَمُوۡنَ ۙ﴿۳﴾. কাললা সাওফা. Download ভ্ৰান্তি ভংগ 1.0 1.apk for Android. ইয়াৰ বাবে বেবেজৰ মূল প্ৰেৰণা আছিল ঘাতাংক তালিকাত থকা সৰু সুৰা ভুল ভ্ৰান্তি দূৰ কৰি এখন শুদ্ধ তালিকা প্ৰস্তুত কৰাৰ বাবে যন্ত্ৰৰ ব্যৱহাৰ কৰা। অৱশ্যে আন এক. অস্বীকাৰ পত্ৰ National Translation Mission. বিজেপি নেতা সত্য ৰঞ্জন বৰাৰ বিতৰ্কিত ​ইছলাম আৰু কুৰআনৰ কলংকিত কথাবোৰ প্ৰত্যুত্তৰত বৃহস্পতিবাৰে প্ৰকাশ পাইছে ​ভ্ৰান্তি ভংগ শীৰ্ষক এক গ্ৰন্থ। হাফিজ মৌলানা. ফেচবুক গোট সাহিত্য সংস্কৃতিৰ. হাতৰ আখৰ লিখনৰ গ্ৰাফলজী বিষয়ে জানিবলগীয়া বহুত কথা আছে । যাক মুহুৰ্ততে শিকা বস্তু নহয় । মই কিঞ্চিত মনত থকাখিনি লিখিলো । কিবা ভুল ভ্ৰান্তি হলে নিজগুণে ক্ষমা কৰিব ।.


...
Free and no ads
no need to download or install

Pino - logical board game which is based on tactics and strategy. In general this is a remix of chess, checkers and corners. The game develops imagination, concentration, teaches how to solve tasks, plan their own actions and of course to think logically. It does not matter how much pieces you have, the main thing is how they are placement!

online intellectual game →