Back

ⓘ কম্পিউটাৰ বিজ্ঞান - কম্পিউটাৰ বিজ্ঞান, কম্পিউটাৰ নেটৱৰ্ক, যোৰহাট বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, পূব কামৰূপ মহাবিদ্যালয়, কম্পিউটাৰ প্ৰ’গ্ৰাম ..



                                               

কম্পিউটাৰ বিজ্ঞান

কম্পিউটাৰ বিজ্ঞান হল তথ্য আৰু ইয়াৰ পৰিস্কৰণ/সংকলন সম্বন্ধিত তাত্বিক বিষয়সমূহৰ প্ৰণালীবদ্ধ অধ্যয়ন । থোৰতে ক’বলৈ গ’লে কম্পিউতাৰ বিজ্ঞানৰ সংজ্ঞা এয়েই হোৱা উচিত যদিও বৰ্তমান যুগত ইয়াৰ সৰ্বাত্মকতা আৰু জনপ্ৰিয়তাৰ পৰিপ্ৰেক্ষিতত বহুজনে বিভিন্ন প্ৰসংগত ইয়াক বিভিন্ন ধৰণে উত্থাপন আৰু প্ৰয়োগ কৰা দেখা যায়। এনে কিছুমান সমাৰ্থক হিচাবে ব্যৱহাৰ কৰা নাম হ’ল কম্পিউটাৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা computer science & engineering/technology, তথ্য প্ৰযুক্তি information technology, তথ্য পৰিস্কৰণ/সংকলন data processing ইত্যাদি। পিছে আমাৰ এই নিবন্ধত আমি "তথ্য আৰু ইয়াৰ পৰিস্কৰণ/সংকলন সম্বন্ধিত তাত্বিক বিষয়স ...

                                               

কম্পিউটাৰ নেটৱৰ্ক

কম্পিউটাৰ নেটৱৰ্ক হৈছে এনে এক ব্যৱস্থা য’ত একাধিক কম্পিউটাৰ আৰু হাৰ্ডৱেৰ উপাদানসমূহ যোগাযোগ মাধ্যমৰ দ্বাৰা ইটো সিটোৰ লগত সংযুক্ত হৈ থাকে। এনে কম্পিউটাৰ নেটৱৰ্ক ব্যৱহাৰকাৰীসকলে সম্পদ আৰু তথ্য আদান-প্ৰদান কৰিব পাৰে। কম্পিউটাৰ নেটৱৰ্কৰ সংজ্ঞা এনেধৰণেও দিব পাৰি: যেতিয়া কোনো এক কম্পিউটাৰৰ কমেও এটা প্ৰচেচে আঁতৰত থকা অন্য এক কম্পিউটাৰৰ এটি প্ৰচেচলৈ তথ্য প্ৰেৰণ কৰিব বা প্ৰচেচৰ পৰা তথ্য গ্ৰহণ কৰিব পাৰে, তেন্তে তেনে কম্পিউটাৰ দুটাক নেটৱৰ্কত থকা বুলিব পাৰি। ইয়াত কম্পিউটাৰে যিকোনো পৰিকলন যন্ত্ৰকে বুজাইছে। কম্পিউটাৰ নেটৱৰ্কসমূহক বিভিন্ন বৈশিষ্ট্যৰ ওপৰত ভিত্তি কৰি বিভিন্ন ভাগত ভগাব পাৰি। এনে কেইটামান ...

                                               

যোৰহাট বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান

যোৰহাট বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, অসম চৰকাৰৰ দ্বাৰা ১৯৭১ চনত "চৰকাৰী বিজ্ঞান মহাবিদ্যালয়" নামেৰে যোৰহাট জিলাত প্ৰতিষ্ঠা কৰা হয়। জিলাখনৰ বিজ্ঞান উচ্চ শিক্ষাৰ অন্যতম কেন্দ্ৰস্থল হ’ল এই প্ৰতিষ্ঠানটো। যোৰহাট নগৰীৰ উপকন্থৰ চটাই ত অৱস্থিত ইয়াৰ ৰয়েল কম্বিনেচনৰ বাবে জনাজাত আছিল। ২০০৯-২০১০ বৰ্ষৰ পৰা ইয়াত ইলেকট্ৰনিকছ এণ্ড কমিউনিকেশ্বন ইঞ্জিনিয়াৰিং আৰু পাৱাৰ ইলেকট্ৰনিকছ আৰু ইন্সট্ৰুমেণ্টেশ্যন ইঞ্জিনিয়াৰিং ‌এই দুটা অভিযান্ত্ৰিক পাঠ্যক্ৰম আৰম্ভ কৰি ইয়াক যোৰহাট বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান হিচাপে নামকৰণ কৰা হৈছে। এই অভিযান্ত্ৰিক পাঠ্যক্ৰমসমূহ AICTE -অৰ মান্যতাপ্ৰাপ্ত। এই প ...

                                               

পূব কামৰূপ মহাবিদ্যালয়

পূব কামৰূপ মহাবিদ্যালয় কামৰূপ জিলাৰ বাইহাটা চাৰিআলিত অৱস্থিত এখন চৰকাৰী শিক্ষানুষ্ঠান। অঞ্চলটোৰ কেইগৰাকীমান শিক্ষাবিদৰ উদ্যোগত ১৯৭২ চনত মহাবিদ্যালয়খন প্ৰতিষ্ঠা লাভ কৰিছিল । গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনস্থ এই মহাবিদ্যালয়খনে বিভিন্ন দিশত সুনাম অৰ্জন কৰি আজিৰ দিনত সমগ্ৰ অসমৰ ভিতৰতে এখন আগশাৰীৰ মহাবিদ্যালয় ৰূপে পৰিগণিত হৈছে। স্নাতকোত্তৰ পাঠ্যক্ৰম জৈৱপদাৰ্থ বিজ্ঞান, পদাৰ্থ বিজ্ঞান আৰু কম্পিউটাৰ বিজ্ঞান বিষয়ত আৰম্ভ কৰা হৈছ।

                                               

কম্পিউটাৰ প্ৰ’গ্ৰাম

কম্পিউটাৰ প্ৰ’গ্ৰাম হৈছে কম্পিউটাৰৰ দ্বাৰা কোনো এক কাৰ্য সমাধান কৰিবৰ বাবে তৈয়াৰ কৰা নিৰ্দেশাৱলীৰ সমষ্টি। কম্পিউটাৰে এই নিৰ্দেশাৱলী অনুসৰি উল্লেখিত কাৰ্যটো সমাধা কৰে। এক কম্পিউটাৰে প্ৰ’গ্ৰাম অবিহনে কোনো কাৰ্য সমাধা কৰিব নোৱাৰে। প্ৰ’গ্ৰামৰ নিৰ্দেশাৱলীসমূহ ক্ৰমাগত ভাবে কেন্দ্ৰীয় প্ৰচেচৰত নিৰ্বাহ কৰি কাৰ্যটো সমাধা কৰে। প্ৰ’গ্ৰামবোৰৰ এক পোনপতিয়াকৈ নিৰ্বাহ কৰিব পৰা ৰূপ থাকে, যাক এক্সিকিউটেবল ফৰ্ম বোলা হয়। এটা প্ৰ’গ্ৰাম মানুহে পঢ়িব পৰা ৰূপ -ৰ পৰা কম্পাইলাৰ, এচেম্বলাৰ আদিৰ সহায়ত নিৰ্বাহ কৰিব পৰা ৰূপলৈ পৰিবৰ্তন কৰিব পৰা যায়। চৰ্চ কোড সমূহ প্ৰ’গ্ৰামিং ভাষাত লিখা হয় আৰু কম্পাইলাৰ সহায়ৰ এক্স ...

                                               

দেৰগাঁও কমল দুৱৰা মহাবিদ্যালয়

দেৰগাঁও কমল দুৱৰা মহাবিদ্যালয় গোলাঘাট জিলাৰ দেৰগাঁওত অৱস্থিত এখন মহাবিদ্যালয়। ১৯৬২ এই মহাবিদ্যালয় স্থাপন কৰা হৈছিল। দেৰগাঁও কমল দুৱৰা মহাবিদ্যালয় ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত।

Free and no ads
no need to download or install

Pino - logical board game which is based on tactics and strategy. In general this is a remix of chess, checkers and corners. The game develops imagination, concentration, teaches how to solve tasks, plan their own actions and of course to think logically. It does not matter how much pieces you have, the main thing is how they are placement!

online intellectual game →