Back

★ আইন - আই এম ডি টি আইন, ১৯৮৩, আন্তৰ্জাতিক মানৱ অধিকাৰ আইন, হিন্দু বিবাহ আইন, ১৯৫৫, বাল্য বিবাহ নিৰোধক আইন, ১৯২৯, নাগৰিকত্ব, সংশোধনী, আইন, ২০১৯, কপিৰাইট ..



                                               

আই এম ডি টি আইন, ১৯৮৩

আই এম ডি টি আইন বা অবৈধ অনুপ্ৰৱেশকাৰী আইন, ১৯৮৩ Act, 1983) হৈছে অসমৰ অনুপ্ৰৱেশকাৰী সমস্যাৰ সৈতে জড়িত আৰু কেৱল অসমত প্ৰযোজ্য হোৱাকৈ ১৯৮৩ চনত গৃহীত কৰা এখন আইন। এই আইনখন ইতিমধ্যে বাতিল কৰা হৈছে।

                                               

আন্তৰ্জাতিক মানৱ অধিকাৰ আইন

আন্তৰ্জাতিক মানৱ অধিকাৰ আইন সামাজিক, আঞ্চলিক তথা গাৰ্হস্থ্য স্তৰত মানৱ অধিকাৰ প্ৰচাৰৰ হেতু পৰিকল্পিত আন্তৰ্জাতিক আইনৰ এক অঙ্গ। আন্তৰ্জাতিক আইনৰ এটি ৰূপ হিচাপে আন্তৰ্জাতিক মানৱ অধিকাৰ আইন মূলত কিছুমান চুক্তিৰে গঠিত, আন্তঃৰাষ্ট্ৰীয় আইনৰ এক ৰূপ হিচাপে, আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ আইনসমূহ প্ৰাথমিকভাৱে কোনো সন্ধি, সাৰ্বভৌম ৰাষ্ট্ৰৰ মাজত বুজাপৰা ইত্যাদিৰ পৰা সন্মতি প্ৰকাশ কৰা পক্ষকেইটাৰ মাজত এক আইনী বান্ধোন গঢ় দিয়া, আৰু প্ৰচলিত আন্তঃৰাষ্ট্ৰীয় আইনৰ উদ্দেশ্যেৰে উদ্ভৱ হয়, তথা ই এক প্ৰথাগত আন্তৰ্জাতিক আইন। অন্যান্য আন্তঃৰাষ্ট্ৰীয় মানৱধিকাৰ উপকৰণ, যি নেকি আইনগত ভাৱে বাধ্যতামূলক নহয়, আন্তঃৰাষ্ট ...

                                               

হিন্দু বিবাহ আইন, ১৯৫৫

হিন্দু বিবাহ আইন হৈছে ১৯৫৫ চনত ভাৰতীয় সংসদত গৃহীত হোৱা এখন আইন। হিন্দু ক’ড বিলৰ অংশ হিচাপে আৰু তিনিখন বিল গৃহীত কৰা হৈছিল। সেইকেইখন হৈছে হিন্দু উত্তৰাধিকাৰী আইন, হিন্দু নাবালক আৰু অভিভাৱকত্ব আইন আৰু হিন্দু দত্তক আৰু চোৱাচিতা আইন ।

                                               

বাল্য বিবাহ নিৰোধক আইন, ১৯২৯

বাল্য বিবাহ নিৰোধক আইন, ১৯২৯ ২৮ চেপ্তেম্বৰ ১৯২৯ তাৰিখে ভাৰতৰ ইম্পেৰিয়েল বিধান পৰিষদত গৃহীত হয়। এই আইন যোগে বিবাহৰ নিম্নতম বয়স ছোৱালীৰ বাবে ১৪ বছৰ আৰু ল’ৰাৰ বাবে ১৮ বছৰ নিৰ্ধাৰণ কৰা হয়, যিটো পৰৱৰ্তী সময়ত ছোৱালীৰ বাবে ১৮ বছৰ আৰু ল’ৰাৰ বাবে ২১ বছৰলৈ সংশোধিত কৰা হয়। হৰিবিলাস সাৰদাএই আইনখনৰ পৃষ্ঠপোষকতা কৰা বাবে ই ‘সাৰদা আইন’ নামেৰে বিশেষভাবে পৰিচিত। উত্থাপনৰ ছমাহ পিছতে ১৯৩০ চনৰ ১ এপ্ৰিলত এই আইন কাৰ্যকৰী হয়। ই ভাৰতৰ সামাজিক সংস্কাৰ আন্দোলনৰ ফল। ব্ৰিটিছ কৰ্তৃপক্ষৰ পৰা শক্তিশালী বিৰোধ হোৱা সত্বেও এই বিধেযকখন ভাৰতীয় লোকৰ সংখ্যাগৰিষ্ঠতা থকা ব্ৰিটিছ ভাৰত চৰকাৰৰ দ্বাৰা ই গৃহীত হৈছিল। ব্ৰিটিছ ক ...

                                               

নাগৰিকত্ব (সংশোধনী) আইন, ২০১৯

নাগৰিকত্ব আইন, ২০১৯ Act, 2019, চমুকৈ কা, পূৰ্বতে কেব) হৈছে ভাৰতৰ সংসদৰ দ্বাৰা ২০১৯ চনৰ ১১ ডিচেম্বৰত গৃহীত এখন আইন। এই আইনখন নাগৰিকত্ব আইন, ১৯৫৫-ৰ সংশোধিত ৰূপ আৰু ইয়াৰ দ্বাৰা ভাৰতৰ চুবুৰীয়া দেশ পাকিস্তান, বাংলাদেশ আৰু আফগানিস্তানৰ নিৰ্যাতিত আৰু ২০১৪ চনৰ ৩১ ডিচেম্বৰৰ আগলৈকে ভাৰতত অবৈধভাৱে প্ৰৱেশ কৰা হিন্দু, বৌদ্ধ, শিখ, জৈন, পাৰ্চী আৰু খ্ৰীষ্টান ধৰ্মীয় সংখ্যালঘু লোকসকলক ভাৰতৰ নাগৰিকত্ব প্ৰদান কৰা হব। ইছলাম ধৰ্মৰ লোকসকলক ইয়াত অন্তৰ্ভুক্ত কৰা হোৱা নাই। এই আইনখনত প্ৰথমবাৰৰ বাবে ধৰ্মক ভাৰতীয় নাগৰিকত্ব লাভ কৰাৰ ক্ষেত্ৰত এক প্ৰমুখ মানদণ্ড হিচাপে ব্যৱহাৰ কৰা হৈছে। হিন্দুবাদী শাসক দল ভাৰতীয় জনত ...

                                               

মুছলমান মহিলা (বিবাহৰ অধিকাৰ সুৰক্ষা) আইন, ২০১৯

মুছলমান মহিলা আইন, ২০১৯ Act, 2019) ভাৰতৰ সংসদত গৃহীত হোৱা এখন আইন, য’ত তিনি তালাকক অপৰাধ ৰূপে গণ্য কৰা হৈছে। ২০১৭ চনত উচ্চতম ন্যায়ালয়ে মুছলমান পুৰুষসকলে পত্নীক সহজে বিবাহ বিচ্ছেদ দিব পৰা তিনি তালাকৰ ব্যৱস্থাৱলীক অসংবিধানিক বুলি ঘোষণা কৰে। সংখ্যালঘু নেতৃত্বই তিনি তালাকক নিয়ন্ত্ৰণ কৰিবলৈ সংসদে উপযুক্ত আইন প্ৰণয়নৰ বিবেচনাৰ বাবে পৰামৰ্শ আগবঢ়াইছিল। ২০১৭ চনৰ ডিচেম্বৰত উচ্চতম ন্যায়ালয় আৰু তিনি তালাক গোচৰৰ উদ্ধৃতি দি চৰকাৰে মুছলমান মহিলা বিবাহ অধিকাৰৰ সুৰক্ষা বিধেয়ক, ২০১৭ দাখিল কৰে। এই বিধেয়কত প্ৰস্থাৱ কৰা হৈছিল যে যি কোনো ৰূপত- মুখৰ কথাৰে, লিখিত ভাবে বা ইলেক্ট্ৰনিক মাধ্যমেৰে তিনি তালাক অ ...

                                               

কোম্পানী আইন ২০১৩

কোম্পানী আইন ২০১৩ হ’ল ভাৰতীয় কোম্পানী আইন সম্পৰ্কিত এখন সংসদ আইন যিয়ে এটা প্ৰতিষ্ঠানৰ সংযোজন, এটা কোম্পানিৰ দায়িত্ব, পৰিচালক আৰু পৰিসমাপ্তি বা অৱসান -ক নিয়ন্ত্ৰণ কৰে। এই আইনখনৰ মুঠ অধ্যায়ৰ সংখ্যা ২৯টা, কোম্পানী আইন ১৯৫৬ ৰ ধাৰাৰ সংখ্যা ৬৫৮ৰ বিপৰীতে এই আইনখনৰ ধাৰাৰ সংখ্যা হ’ল ৪৭০টা আৰু অনুচ্ছেদৰ সংখ্যা ৭টা। বৰ্তমান এই আইনত কেৱল ৪৩৮ টা ধাৰা আছে। কোম্পানী বিল ২০১২, খনক ভাৰতৰ ৰাষ্ট্ৰপতিয়ে ২০১৩ চনৰ ২৯ আগষ্ট তাৰিখে সন্মতি জ্ঞাপন কৰাৰ পিছত ২০১৩ চনৰ ৩০ আগষ্ট তাৰিখে ভাৰত চৰকাৰৰ ৰাজপত্ৰত জাননী হিচাপে জাৰি কৰা হয়। অৱশেষত এইখনেই কোম্পানী আইন ২০১৩ হিচাপে স্বীকৃতি লাভ কৰে। আইনখন স্তৰে স্তৰে কাৰ্যত ...

                                               

বিশেষ বিবাহ আইন, ১৯৫৪

বিশেষ বিবাহ আইন, ১৯৫৪ ভাৰতৰ সংসদে গৃহীত কৰা এখন আইন। ধৰ্ম বা বিশ্বাস নিৰ্বিশেষে ভাৰতৰ সকলো নাগৰিক আৰু প্ৰবাসী ভাৰতীয় নাগৰিকৰ বিশেষ বিবাহৰ মৰ্যাদা দিবলৈ এই আইন উপস্থাপন কৰা হৈছিল। ১৯ শতিকাৰ শেষৰ ফালে প্ৰস্তাৱিত আইনৰ এক অংশৰ পৰা এই আইন উদ্ভৱ হৈছে। বিশেষ বিবাহ আইনৰ অনুসৰি পঞ্জীভূক্ত বিবাহত ব্যক্তিগত আইন প্ৰযোজ্য নহয়।

                                               

তেজপুৰ আইন মহাবিদ্যালয়

তেজপুৰ আইন মহাবিদ্যালয় হৈছে এখন চৰকাৰী আইন মহাবিদ্যালয়। এই মহাবিদ্যালয়খন অসমৰ তেজপুৰ চহৰৰ ধনুৱা নগৰ, মহাভৈৰৱ পথৰ দাঁতিত দৰং মহাবিদ্যালয়ৰ কাষতে অৱস্থিত। ৰাজ্যখনৰ পুৰণা আইন মহাবিদ্যালয় সমূহৰ ভিতৰত এখন।

                                               

বাল্যবিবাহ নিষেধ আইন, ২০০৬

বাল্যবিবাহ নিষেধ আইন, ২০০৬ ভাৰতৰ সংসদে গৃহীত কৰা এখন আইন। ২০০৭ চনৰ ১ নৱেম্বৰ তাৰিখৰ পৰা জম্মু আৰু কাশ্মীৰ আৰু পুডুচেৰীৰ ৰেনকেন্টৰ বাদে সমগ্ৰ ভাৰতত এই আইন কাৰ্যকৰী হয়। এই আইনে পূৰ্বৰ পৰা প্ৰচলিত বাল্যবিবাহ নিৰোধক আইন, ১৯২৯ ক প্ৰতিস্থাপন কৰিলে। ২০১৭ চনৰ অক্টোবৰ মাহত ভাৰতৰ উচ্চতম ন্যায়ালয়ে নাবালিকা পত্নীৰ লগত যৌন কাৰ্যৰ বিষয়ে এক মাইলৰ খুঁটি স্বৰূপ ৰায়দান দিয়ে। এই ৰায়ে ভাৰতীয় আইনব্যৱস্থাত থকা ব্যতিক্ৰমক অপসাৰণ কৰে। পূৰ্বৰ আইন মতে নাবালিকা পত্নীক ধৰ্ষণকাৰী ব্যক্তিয়ে আইনী সুৰক্ষা লাভ কৰিছিল।

                                               

জাতীয় আইন বিশ্ববিদ্যালয় আৰু ন্যায়িক একাডেমী, অসম

জাতীয় আইন বিশ্ববিদ্যালয় আৰু ন্যায়িক একাডেমী, অসম অসমৰ গুৱাহাটীত অৱস্থিত এখন ভাৰতৰ স্বায়ত্বশাসিত আইন বিদ্যালয়। এইখন ভাৰতৰ ১৭খন নামজ্বলা জাতীয় আইন বিদ্যালয়ৰ অন্যতম। ২০০৯ চনৰ পঞ্চদশ অসম বিধেয়কৰ ফলশ্ৰুতিত ২০১০ চনত অসম চৰকাৰে আইন শিক্ষাৰ ক্ষেত্ৰৰ বাবে এই ৰাজহুৱা বিশ্ববিদ্যালয়খন স্থাপন কৰে। অধ্যাপক ডঃ গুৰজীৎ সিং এই বিশ্ববিদ্যালয়ৰ প্ৰথম উপাচাৰ্য আছিল। বিশ্ববিদ্যালয়খনৰ বৰ্তমান উপাচাৰ্য অধ্যাপক ডঃ বিজেন্দৰ কুমাৰ।

                                               

তথ্য জনাৰ অধিকাৰ আইন, ২০০৫

তথ্য জনাৰ অধিকাৰ আইন, ২০০৫ ভাৰতৰ সংসদৰ দ্বাৰা গৃহীত এখন আইন, যত নাগৰিকসকলে লোক কৰ্তৃপক্ষৰ নিয়ন্ত্ৰণৰ অধীনত থকা তথ্য যাতে সহজে লাভ কৰিব পাৰে তাৰবাবে ব্যৱহাৰিক পদ্ধতি এটা প্ৰৱৰ্তন কৰা হৈছে। এই আইনখন জম্মু আৰু কাশ্মীৰৰ বাদে ভাৰতৰ সকলোবোৰ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত প্ৰযোজ্য। তথ্য জনাৰ অধিকাৰ সংক্ৰান্তত জম্মু আৰু কাশ্মীৰৰ জম্মু আৰু কাশ্মীৰ তথ্য জনাৰ অধিকাৰ, ২০০৯ শীৰ্ষক এখন নিজা আইন আছে। এই আইনৰ অধীনত নাগৰিকে লোক কৰ্তৃপক্ষৰ নিয়ন্ত্ৰণৰ অধীনত থকা তথ্য নিৰ্দিষ্ট মাচুলৰ বিনিময়ত বিচাৰিব পাৰে। এই আইনখন ২০০৫ চনৰ ১৫ জুনত সংসদত গৃহীত হৈছিল আৰু সেই বছৰৰে ১২ অক্টোবৰৰ পৰা পূৰ্ণ কাৰ্যকৰী হৈছিল। চৰক ...

                                               

অপৰাধিক ষড়যন্ত্ৰ

অপৰাধিক ষড়যন্ত্ৰ ভাৰতীয় আইনমতে এক অপৰাধ যি দৰাচলতে কোনোৱে অপৰাধ সংঘটিত কৰাত বা হোৱাত বা হৈ থকাত হাতে কামে লাগি সাহায্য কৰাটো ঠিক নুবুজাই বৰঞ্চ পৰ্দাৰ আঁৰত থাকি কোনো এক অপৰাধ বা বেআইনী পন্থাৰে অভীষ্ট সিদ্ধি কৰিবৰ বা হবৰ বাবে আন এজন বা ততোধিকৰ লগত লগলাগি অভিসন্ধি ৰচনা কৰাটো বুজায়। উদেশ্যিত মূল অপৰাধ বা তাৰ আনুষঙ্গিক কোনো কাৰ্য্য সংঘটিত বা সম্পাদিত হোৱা অৱস্থাত ষড়যন্ত্ৰকাৰীজন তেওঁৰ লগৰীয়া কেইজনৰ সৈতে ঘটনাস্থলৰ পৰা নিৰাপদ দুৰত্বত অৱস্থান কৰি থাকে।

                                               

কপিৰাইট

কপিৰাইট এটা আইনী সংজ্ঞা। স্ৰষ্টাৰ নিজৰ সৃষ্টিৰ, ছপা, প্ৰচাৰ, বিতৰণ, আৰু প্ৰদৰ্শন, সংৰক্ষণৰ ওপৰত স্ৰষ্টাৰ আৰু অকল স্ৰষ্টাৰ আইনী অধিকাৰ থাকে। এই আইনী অধিকাৰকে কপিৰাইট বোলা হয়। এই আইনী অধিকাৰ অনুযায়ী স্ৰষ্টাই নিজৰ কৰ্মক কেনেকৈ কি চৰ্তত আনক ব্যৱহাৰ কৰিবলৈ দিব, তাৰ সম্পূৰ্ণ অধিকাৰ নিজেই বহন কৰে। সাধাৰণতে ৰচয়িতাৰ সমগ্ৰ জীৱনকাল আৰু তেখেতৰ মৃত্যুৰপৰা নিৰ্দিষ্ট এক কালৰ ভিতৰত ৰচয়িতাৰ নামত এই আইনী অধিকাৰ থাকে। দেশৰ আইন ব্যৱস্থাই কপিৰাইটৰ কাল আৰু অন্যান্য চৰ্ত নিৰ্ধাৰণ কৰে। কপিৰাইট বৌদ্ধিক সম্পত্তিৰ অধিকাৰৰ Intellectual Property Right অন্তৰ্গত। এই আইনৰ অধীনতে ট্ৰেডমাৰ্ক, পেটেণ্ট আদিও আছে। কিন্তু ক ...

                                               

ৱেঞ্জবুৰী পৰীক্ষা

ৱেঞ্জবুৰী পৰীক্ষা, ইংৰাজীত Wednesbury unreasonableness test, আইনপ্ৰদত্ত কোনো স্বেচ্ছাধীন ক্ষমতাৰে সিদ্ধান্ত লওঁতে কাৰ্য্যবাহকে তেনে সিদ্ধান্তত সেই ক্ষমতাৰ অপপ্ৰয়োগ কৰিছে নেকি তাক বিচাৰ কৰি চাবৰ বাবে বিচাৰকে প্ৰয়োগ কৰা এক পৰীক্ষা যত ধনাত্মক পৰিণাম পালে তেনে সিদ্ধান্তত বিচাৰকৰ আদালতে হস্তক্ষেপ কৰাৰ অধিকাৰ বিচাৰি পায় আৰু তেনে সিদ্ধান্তক বেআইনী ঘোষণা, বাতিল অথবা আইনসংগত ৰূপলৈ সলনি কৰাৰ আদেশ কৰিব পাৰে। এছছিয়েটেদ প্ৰভিন্সিয়েল পিক্সাৰ হাউছেছ লিমিটেড বনাম ৱেঞ্জবুৰী কৰ্পৰেছন ১৯৪৮ মোকৰ্দমাত বিচাৰক লৰ্ড গ্ৰীনৰ দ্বাৰা কৰা তেনে এক পৰীক্ষান্ত দিয়া এক দৃষ্টান্তমূলক ৰায়ৰ উদ্ধৃতি দি পাচলৈ বহু দেশ-বি ...

                                     

★ আইন

  • আই এম ড ট আইন ব অব ধ অন প ৰৱ শক ৰ ন য য ধ কৰণৰ দ ব ৰ ন ৰ ধ ৰণ আইন Illegal Migrants Determination by Tribunal Act, 1983 হ ছ অসমৰ অন প ৰৱ শক ৰ
  • আন তৰ জ ত ক ম নৱ অধ ক ৰ আইন ই ৰ জ International Human Rights Law স ম জ ক, আঞ চল ক তথ গ ৰ হস থ য স তৰত ম নৱ অধ ক ৰ প ৰচ ৰৰ হ ত পৰ কল প ত আন তৰ জ ত ক
  • আইন হ ছ চনত ভ ৰত য স সদত গ হ ত হ ৱ এখন আইন হ ন দ ক ড ব লৰ অ শ হ চ প আৰ ত ন খন ব ল গ হ ত কৰ হ ছ ল স ইক ইখন হ ছ হ ন দ উত তৰ ধ ক ৰ আইন
  • আৰ ব ধ যত ম লক শ ক ষ ৰ অধ ক ৰ আইন অথব শ ক ষ ৰ অধ ক ৰ আইন চম ক RTE চনৰ আগষ টত ভ ৰত য স সদ প ৰণয ন কৰ এখন আইন চনত আইনখন বলৱৎ হ ৱ ৰ লগ
  • ব ব হ ন ৰ ধক আইন ই ৰ জ Child Marriage Restraint Act, 1929 চ প ত ম বৰ ত ৰ খ ভ ৰতৰ ইম প ৰ য ল ব ধ ন পৰ ষদত গ হ ত হয এই আইন য গ ব ব হৰ
  • আইন ই ৰ জ Citizenship Amendment Act, 2019 চম ক ক CAA প ৰ বত ক ব CAB হ ছ ভ ৰতৰ স সদৰ দ ব ৰ চনৰ ড চ ম বৰত গ হ ত এখন আইন
  • ক ম প ন আইন ই ৰ জ Companies Act 2013 হ ল ভ ৰত য ক ম প ন আইন সম পৰ ক ত এখন স সদ আইন য য এট প ৰত ষ ঠ নৰ স য জন, এট ক ম প ন ৰ দ য ত ব, পৰ চ লক
  • ব ব হৰ অধ ক ৰ স ৰক ষ আইন ই ৰ জ Muslim Women Protection of Rights on Marriage Act, 2019 ভ ৰতৰ স সদত গ হ ত হ ৱ এখন আইন য ত ত ন ত ল কক অপৰ ধ
  • আইন ভ ৰতৰ স সদ গ হ ত কৰ এখন আইন ধৰ ম ব ব শ ব স ন ৰ ব শ ষ ভ ৰতৰ সকল ন গৰ ক আৰ প ৰব স ভ ৰত য ন গৰ কৰ ব শ ষ ব ব হৰ মৰ য দ দ বল এই আইন উপস থ পন
  • ত জপ ৰ আইন মহ ব দ য লয হ ছ এখন চৰক ৰ আইন মহ ব দ য লয এই মহ ব দ য লয খন অসমৰ ত জপ ৰ চহৰৰ ধন ৱ নগৰ, মহ ভ ৰৱ পথৰ দ ত ত দৰ মহ ব দ য লয ৰ ক ষত অৱস থ ত
  • ন ষ ধ আইন ভ ৰতৰ স সদ গ হ ত কৰ এখন আইন চনৰ নৱ ম বৰ ত ৰ খৰ পৰ জম ম আৰ ক শ ম ৰ আৰ প ড চ ৰ ৰ ৰ ন ক ন টৰ ব দ সমগ ৰ ভ ৰতত এই আইন ক ৰ যকৰ
                                     
  • স ব য ত বশ স ত আইন ব দ য লয এইখন ভ ৰতৰ খন ন মজ বল জ ত য আইন ব দ য লয ৰ অন যতম চনৰ পঞ চদশ অসম ব ধ য কৰ ফলশ ৰ ত ত চনত অসম চৰক ৰ আইন শ ক ষ ৰ ক ষ ত ৰৰ
  • তথ য জন ৰ অধ ক ৰ আইন ই ৰ জ Right to Information Act, 2005 হ ন দ स चन क अध क र अध न यम, ভ ৰতৰ স সদৰ দ ব ৰ গ হ ত এখন আইন য ত ন গৰ কসকল
  • ব ষ ণ ৰ ম ম ধ চৰক ৰ আইন মহ ব দ য লয অসমৰ গ ৱ হ ট ত অৱস থ ত আইন মহ ব দ য লয চনত স থ প ত এই মহ ব দ য লয প ৰ বত আৰ ল ল কল জ হ চ প জন জ ত আছ ল
  • হ ন দ ব ধৱ প নৰ ব ব হ আইন খন চনৰ জ ল ইৰ দ ন গ হ ত হ ছ ল এই আইনখন ইষ ট ইণ ড য ক ম প ন ৰ শ সনৰ অধ নত অহ সকল এল ক ত হ ন দ ব ধৱ ৰ প নৰ ব ব হক
  • ভ ৰত য খ ৰ ষ ট ন ব ব হ আইন ভ ৰত য স সদৰ দ ব ৰ গ হ ত এখন আইন ভ ৰতত বসব স কৰ খ ৰ ষ ট নধৰ ম লম ব সকলৰ ব ব হক আইন স ব ক ত আৰ ন য ন ত ৰণ কৰ
  • তথ য প ৰয ক ত আইন ই ৰ জ Information Technology Act, 2000 চম ন ম ITA - 2000, ব the IT Act হ ল ভ ৰত য স সদৰ এখন আইন চনৰ ন নথ য খন
  • ম ল ব ৰ ব ব হ আইন ব ৰ ট ছ ভ ৰতৰ অন তৰ গত ম দ ৰ জ চৰক ৰ চনৰ ম ল ব ৰ ব ব হ কম চনৰ পৰ মৰ শ মৰ ম প ৰণয ন কৰ এক আইন আছ ল এই আইন ম দ ৰ জ প ৰ চ ড ন স ৰ
  • স ব ধ নৰ ব ধ ন অন য য ব যৱস থ ৰ প গ ৰহণ কৰ হ ছ চনৰ ন গৰ কত ব আইন অন য য এজন ব যক ত ভ ৰত য ন গৰ ক হ ব, যদ হ - জন মস ত ৰ চনৰ জ ন ৱ ৰ
  • অপৰ ধ আইনৰ সকল ম ল ব ষয ক স মৰ ল ৱ ট ৱ ইয ৰ উদ শ য, ই এক ব য পক ব ধ ন ব আইন চনত ভ ৰত য দণ ড ব ধ আইনৰ খচৰ প ৰস ত ত হ ছ ল যদ ও ব ৰ ট ছ শ সনৰ আৰম ভণ ত
  • ভ ৰতৰ স ব ধ ন ভ ৰত য প ৰজ তন ত ৰৰ সৰ ব চ চ আইন এই স ব ধ নত চৰক ৰৰ গঠন, ক ৰ যপদ ধত ক ষমত আৰ কৰ তব য ন ৰ দ ধ ৰণ ম ল ক অধ ক ৰ, ৰ ষ ট ৰপৰ চ লন ৰ ন ৰ দ শম লক
                                     
  • ভ ৰতবৰ ষত চ ক ত সম পৰ ক য আইন ভ ৰত য চ ক ত আইন ই ৰ জ Indian Contract Act, 1872 ত সন ন ৱ ষ ট কৰ হ ছ এই আইনখন ই ৰ জ শ সনৰ সময ত অন ম দ ত
  • কৰ চনৰ আজ ৰ দ নট ত ক ন দ ৰ য আইন সভ ৰ পৰ মৰ শ নকৰ ক ভ ৰতক প ৰথম মহ সমৰত জড ত কৰ ৰ প ৰত ব দত ক গ ৰ ছৰ আইন সভ ত য গ কৰ চন দ ৰ অভ ম খ ৰ ছ য ৰ
  • ত ও দ ল ল ব শ বব দ য লয ৰ পৰ স ন তক ত তৰ ড গ ৰ ল ভ কৰ ইয ৰ উপৰ ত ও আইন ব ষয ৰ স ন তক ড গ ৰ ধ ৰ চনত অভ ম ন চলচ চ ত ৰত এট শ শ ৰ চৰ ত ৰৰ অভ নয ৰ
  • জম ম আৰ ক শ ম ৰ প নৰ গঠন আইন ই ৰ জ Jammu and Kashmir Reorganisation Act, 2019 ভ ৰতৰ স সদ গ ৰহণ কৰ এখন আইন ইয ত জম ম আৰ ক শ ম ৰ ৰ জ যখনক
  • পৰ চ ল ত হয ভ ৰত দ শৰ ন গৰ কসকলৰ লগত সম পৰ ক ত ব ন য দ দ ৱ ন আৰ ফ জদ ৰ আইন য ন ন গৰ ক প ৰক ৰ য স হ ত ভ ৰত য দণ ড স হ ত অপৰ ধ প ৰক ৰ য স হ ত
  • ন প লৰ নত ন প ৰধ ন মন ত ৰ ৰ প শপত গ ৰহণ কৰ চনত আজ ৰ দ নট ত ঈশ বৰচন দ ৰ ব দ য স গৰৰ উদ য গত ভ ৰতত ব ধব ব ব হ আইন প ৰচলন হয ব ব চ এই দ নত
  • কৰ আৰ ত ন বছৰ ক ল আইন পঢ যদ ও ম জত ৰ পণ আইন মহ ব দ য লয এৰ বৰদল য ব শ বব দ য লয ৰ আইন মহ ব দ য লয ত ভৰ ত হয এই আইন মহ ব দ য লয ত ত ও অধ যক ষ
  • প ৰত ল প যধ ক ৰ অধ ন য ম ই ৰ জ The Copyright Act 1957 হ ছ ভ ৰতৰ স বত বৰ অধ ক ৰ ৰক ষ ৰ ব ব চনত প ৰণয ন কৰ এক ব ধ য ক এই অধ ন য মখন
  • বৰ ৱ ৰ জন ম হয চনৰ আজ ৰ দ নট ত লৰ ড ক ৰ জনৰ প ৰথম ব গ ব ভ জন আইন ক ৰ যকৰ হয খ ৰ ষ ট ব দৰ আজ ৰ দ নট ত ই ৰ জ ভ ষ ত প ৰথম অভ ধ ন

Users also searched:

আই এম ডি টি আইন, ১৯৮৩, চকত, ভৰতয, সবধন, সশধন, নগৰকতব, আনদলন, পৰষদ, আছৰ, btrচকতpdf, অসমআনদলনpdf, নরঅসমচকত, ভৰতযপৰষদআইন, আছৰসবধন, নগৰকতবসশধনআইন, কআনদলন, আইএমডটআইন, অসমচকতpdf, আন্তৰ্জাতিক মানৱ অধিকাৰ আইন, অধকৰ, আনতৰজত, মলক, নগৰ, গণতনত, মনৱ, ভৰতযআইন, ভটমগণতনতঅধকৰ, অধৰলকবজ, উপভতঅধৰক, নগৰকবল,

...

Encyclopedic dictionary

Translation

আছুৰ সংবিধান.

Final CUTS CITEE. সময়তে ১৯৮৩ Bত কংগ্ৰেছ দলে আইএমডিটি আইনখন প্রাণ ৰে। এম ডি টি আইন প্রবর্তন কৰি বিদেশী নাগৰিক কোনে হার্য আৰু এই অলর বিশাল সম্পদি ২০০৫5াৰ ১১ জুলাই তাৰিখে দুপ্রীম কাটে আই এম ডি. টি আইন অসংবিধানিক বুলি ৰায় দিয়ে।. কা আন্দোলন. অসম চুক্তি আৰু ইয়াৰ দফাসমূহ অসম. অসম আন্দোলনৰ পাছত ২০০৫ৰ ১২ জুলাইত উচ্চতম ন্যায়ালয়ে আই এম ডি টি এক্ট ১৯৮৩ বাতিল কৰিলে। আই এম ডি টি বাতিল হোৱাৰ পাচতেই উত্থাপন হৈছিল অসমত বিদেশী চিনাক্তকৰণৰ. Btr চুক্তি pdf. ¬ÛÀ˚˛±ˆ¬1± Yojana. A কর ছাড় পাওয়ার আইন B বাণিজ্য সম্পর্কীয় আইন C আন্তর্জাতিক বাণিজ্যে মেধাভিত্তিক A কম্পিউটার B আই টি C ইলেকট্রনিক্স D ইঞ্জিনিয়ারিং A 1981 B 1982 C 1983 D 1984.





ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ আয়োগ.

সাময়িক গুৰুত্বপূৰ্ণ তাৰিখ আৰু. ১৯৫৮ ৬৭ চনলৈ তেওঁ ৰাজ্যিক আইন আয়োগৰ আৰু ১৯৬২ ১৯৬৭ চনলৈ ৰাজ্যিক বাৰ কাউন্সিল আৰু ইয়াৰ ন্যায়াধীশ চেমাই উত্তৰ প্ৰদেশ মানৱ অধিকাৰ আয়োগৰ অধ্যক্ষ হিচাপেও কাৰ্যনিৰ্বাহ ২০০৯ চনৰ ১৯ এপ্ৰিলৰ পৰা ২১ এপ্ৰিললৈ অনুষ্ঠিত হোৱা পঞ্চম আন্তৰ্জাতিক ন্যায়াধীশ. মৌলিক অধিকাৰ. বছৰৰ কোনটো দিনত কি দিৱস পালন কৰা হয়. মোদীৰ ভাৰতত ভূলণ্ঠিত মানৱ অধিকাৰঃ বিশ্ব প্ৰতিবেদনত হিউমেন ৰাইটছ ৱাচ অতি চাঞ্চল্যকৰ এই অভিযোগ উত্থাপিত হৈছে আন্তৰ্জাতিক মানৱ অধিকাৰ সংস্থা হিউমেন ৰাইটছ ৱাচৰ ২০২১. ভাৰতীয় আইন. সীমান্তই ৰিঙিয়াই Earshot. কৰণাৰ বৰ্ধিত সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ওড়িশাৰ সকলো চহৰত সান্ধ্য আইন জাৰি ৷ কোভিড ১৯ৰ প্ৰদুৰ্ভাৱ বৃদ্ধি আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষ্যে প্ৰধানমন্ত্ৰী মোদীয়ে ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ আয়োগৰ কাৰ্যাল.


জমির ওয়ারিশ আইন.

আইন জানার গল্প thedefen. ১৯৫৫ র নাগরিকত্ব আইন অনুযায়ী, জন্মের তারিখের নিরিখেও নাগরিকত্ব দেওয়া হয়। ১৯৫০ ১০নং ধারা অনুযায়ী, যদি কেউ ভারতীয় নাগরিককে বিবাহ করে ভারতের নাগরিক হন,.





যৌতুক প্রথার উৎপত্তি হয়েছে কোন সমাজ থেকে.

বাল্য বিবাহ নিরোধ আইন, ১৯২৯ ১৯২৯. বাল্য বিবাহ নিৰোধক আইন ১৯২৯. বাংলাদেশে যৌতুকের হার. পণপ্রথা নিষিদ্ধকরণ আইন Vikaspedia. বাল্যবিবাহ নিরোধ আইন উপমহাদেশে বাল্যবিবাহ নিরোধের প্রথম আইনটি প্রবর্তিত হয় ১৯২৯ সালে। হয়ে দাঁড়িয়েছে বাল্য বিবাহ।.


নাগৰিকত্ব সংশোধনী আইন pdf.

বৃহৎ নদীবান্ধ আৰু নাগৰিকত্ব. বৃহৎ বাইক ৰেলী l জাতিধবংশী নাগৰিকত্ব ​সংশোধনী আইন,২০১৯ বাতিলৰ দাবীত এই প্ৰতিবাদ ৷. দ্বৈত নাগৰিকত্ব. নাগৰিকত্ব সংশোধনী আইন ২০১৯. নিয়মীয়া বাৰ্তা, ১৮ জানুৱাৰীঃ নাগৰিকত্ব সংশোধনী আইন, ২০১৯ কা ৰ বিধি প্রণয়নৰ কাম আৰম্ভ কৰিছে কেন্দ্রীয় গৃহ মন্ত্রালয়ে৷ বৃহস্পতিবাৰে এই বিধি প্রস্তুত সম্পর্কীয়.


বহু বিবাহের কুফল.

Download Now Asomiya BJP – Barta. তেনেকুৱা এটি ঘৰৰ পৰাই গোলাকাৰ ফ্ৰেমত বন্ধা জাল লৈ মহিলা এগৰাকীক মাছলৈ ওলোৱা দেখিলোঁ । সময়ত ৰাজ্যখনৰ ভৱিষ্যতৰ কথা ভবা উচিত নহবনে, নে মনে মনে থাকি নিজক সুৰক্ষিত কৰিব? আৰু বিদেশীক বৰপীৰা পাৰি দিয়া ভয়ংকৰ এখন আইন জাপি দিছে সেইটো হলে ভালকৈ বুজিছে । ১০ ডিচেম্বৰ, ২০১৯ । হিন্দু বা মুছলমান, সকলো বাংলাদেশী অসমৰ পৰা বহিষ্কাৰ হবই লাগিব ।. শিশু বিবাহ কি অসমীয়া. Kikhobor, Author at সাহিত্য ডট অৰ্গ Page 2 of 9. যে৷ মুছলিম মহিলা বিবাহৰ অধিকাৰ সুৰক্ষা আইন ২০১৯ বলৱৎ কৰাৰ পিছতেই দেশজুৰি মুছলিম. কৈশোরে বিয়ে না করার ব্যাপারে ব্যক্তিগত ইচ্ছাই একমাত্র উপায়. বাল্যবিবাহৰ বাবে দায়ী কোন আৰু. কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰামণে Forbes ৰ 100 আটাইতকৈ প্ৰভাৱশালী মহিলা 2020 ৰ তালিকাত 41তম স্থান লাভ কৰিছে। মুছলিম মহিলা বিবাহৰ অধিকাৰৰ সুৰক্ষা আইন, 2019, আৰু.





Pravin Assamese Praksh Saikya copy Final.p65 ICICI Bank.

কোম্পানীর ওয়েবসাইটে. বাতিক্রমী আইটেমে উল্লেখিত রাশী বিনিয়ােগের মূলোর ওপর নির্ধারিত. কোম্পানী আইন ২০১৩, ধারা ১৩৩ ভারতীয় এএস অনুযায়ী পড়তে. Untitled Cimmco Ltd. ঐচ্ছিক বিষয় ১ শিশু আইন, ২০১৩ নারী ও শিশু নির্যাতন Publisher, বাংলাদেশ লবুক কোম্পানী. কোম্পানি নিবন্ধন অনলাইনে আসতে. তথা কোম্পানী আইন ২০১৩ অনুসৰি অনুসন্ধান আৰু পৰিদৰ্শন আদিৰ বিষয়ে আলােচনা কৰা হব। এই পাঠ্যবিষয়টি অধ্যয়ন কৰোঁতে মূল পাঠৰ সোঁ তথা বাওঁফালে কিছুমান আয়তাকাৰ বাকচ. ¬ÛÀ˚˛±ˆ¬1± Yojana. I কেন্দ্ৰীয় আইন বা ৰাজ্যিক আইনৰ আধাৰত প্ৰতিষ্ঠিত কোনো শাখা নতুবা চৰকাৰ বা স্থানীয় প্ৰশাসন বা কোম্পানী আইন, ২০১৩ ৰ ২ নং দফাৰ অধীনত কোনো চৰকাৰী কোম্পানীৰ. ভাৰতৰ ৰাজপত্ৰ – Socio Legal Literary. উত্তরাধিকারী যেখানে ঋণগ্রহীতা একটি যেটি কোম্পানি আইন 19562013 এর অধীনে অন্তর্ভুক্ত একটি. কোম্পানি বা Company incorporated under the Companies Act 1956 2013 or any other body corporate, the partner s from time to time of the​. Untitled Greenply. গ. ৪. ৫.১. ক্রেডিট ইনফর্মেচন কোম্পানী. ১. ৬. পাওনা ধন সংগ্রহ। কডৰ প্রতিশ্রুতি আৰু মান পূৰণ কৰা । গ আপােনাৰ প্রয়ােজন অনুসৰি আমাৰ যােজনা আৰু সেৱাই যথাযথ আইন আৰু বিনিময়.


ভারতের বিবাহ বিচ্ছেদ আইন.

Age of Marriage: আইন ও বিতর্ক: কেন মেয়েদের. প্রেসকার্ড নিউজ ডেস্ক: এলাহাবাদ হাইকোর্টের লখনউ বেঞ্চ সিদ্ধান্ত নিয়েছে যে বিশেষ বিবাহ আইন, ১৯৫৪ এর অধীনে বিবাহ নিবন্ধনের জন্য অফিসারকে ৩০ দিনের নোটিশ. তথ্যের অধিকার আইন. আদালতের বিবাহ এবং নিবন্ধন এর. তাঁর বিশেষ মূল্যবান কথা বলেছিলেন বাল্য বিবাহের উপর আমার প্রবল ঘৃণা. ও প্রতি ​অলােচনার অনুষঙ্গে এবং সাংস্কৃতিক ১৮৫৮ র ২ আগস্ট ব্রিটিশ পার্লামেন্ট একটি আইন প্রণয়ন. বিশেষ বিবাহ আইনটি কী. Right on property Anandabazar. অবিবাহের ফলেই এক বিশেষ ধরণের উপাদন ব্যবস্থার কিার সন্ত্র হয়েছে এবং লুকম্পূর্ণ হয়ে ওঠায় জলি ব্যবস্থা ও বিবাহ, ব্যবস্থার সঙ্গে লিঙ্গ বিজন সম্পর্কিত হয়ে. পড়েছে। এখানেই যেমন ১১৯৫​ তি হিন্দু বিবাহ আইন, ১৯৫৪ এ.





উত্তৰ পূৰ্বাঞ্চলৰ সংস্কৃতি.

খিলঞ্জীয়াৰ ভূমি অধিকাৰৰ দিশৰ পৰা. তৰফৰ পৰা প্ৰতিশ্ৰুতি দিছো যে অসমত এখন চিকিৎসা মহাবিদ্যালয় স্থানীয় ভাষাত আৰম্ভ কৰা হব। অমিত শ্বাহ এতিয়া এখন নতুন দেশ,তেওঁৰ ক্ষেত্ৰত ভাৰতীয় আইন… ইতিমধ্যে গুৱাহাটী, যোৰহাট, তেজপুৰ আদি চহৰৰ হোষ্টেল সমূহত থকা ছাত্ৰ ছাত্ৰী সকল কৰণাত আক্ৰান্ত হৈছে।. গুৱাহাটী চিকিৎসা মহাবিদ্যালয়. Untitled Golaghat Commerce College. ১৯৯৪চনত সংসদত গৃহীত এক আইন অনুসৰি তেজপুৰ বিশ্ববিদ্যালয় স্থাপন কৰা হৈছিল। এই বিশ্ববিদ্যালয়খন প্ৰথম অৱস্থাত দৰং কলেজৰ পৰা পৰিচালনা কৰা হৈছিল। নপামত থকা.


সহবাস সম্মতি আইন কবে পাশ হয়.

Page 1 Layout 1 দুরন্ত বার্তা. যায়। এছাড়া ফৌজদারী আইনের দুর্বলতা, ডাকাত জমিদার ও ডাকাত পুলিশ যােগসাজসের প্রবীণ অর্থাৎ যাঁদের বয়স ষাট বা অধিকর্তারা ২০০৬ এর পরিসংখ্যান অনুসারে পৃথিবীতে. ছিলেন ৬৯ বাল্যবিবাহ রদ করার পক্ষেই ছিলেন মেয়েপুরুষদের সকলেরই বেশি বয়সে বিবাহ. হওয়া. সারদা আইন. Jago Bangla 16 - All India Trinamool Congress. করে আনেন। এবং বিষয়টিতে প্রশাসনকে বিষয়টিতে নাক গলাতে নিষেধ করেন। নির্যাতন, যৌন হেনস্থা, পাচার, শিশুশ্রম, বাল্যবিবাহ প্রভৃতি আটকাতে চাইলে সহায় হবে এই আইন।.





সংযুক্ত মুক্তি বাহিনী অসম.

অসম চুক্তি আৰু ইয়াৰ দফাসমূহ অসম. লগতে তিনিচুকীয়াৰ মাৰ্ঘেৰিটাৰ মহকুমা মুখ্য ন্যায়িক আহিবলগা অসমৰ লােকসকলক স্বাস্থ্য পৰীক্ষা আৰু ৰখাৰ ব্যৱস্থাক ছাত্র ছাত্রীক অনুত্তীর্ণ কৰি ৰখাটো বন্ধ কৰা হৈছিল, কিন্তু সেই আইন সংশােধন কবৰ দৰে ড° ভার্গিজ কুৰিয়ানৰ লেখীয়া এজন তেওঁৰ সোঁৱৰণী আলেখ্যবিলাকত জাতীয় । অসম কৃষি বিশ্ববিদ্যালয়ে এই কৃষক গােটটোৱে ধাৰাবাহিকভাৱে খেতি. ৰাজনৈতিক কুইজ. National Law University and Judicial Academy Exam Craze. অসম আৰু অসমীয়াৰ প্ৰতি কেন্দ্ৰীয় চৰকাৰ কিমান নাগৰিকত্ব সংশোধনী আইন ৰাজ্যসভাত জৰীপ, সাংস্কৃতিক বিশ্ববিদ্যালয় স্থাপন, অসমৰ জাতীয় জীৱনৰ আয়ুস ৰেখা স্বৰূপ হব পৰা.


আৰ টি আই.

Document DLD 504 Unit 10.pmd SelfStudys. কিন্তু মন্ত্ৰী হিমন্তৰ বিভাগটোৱে যোৱা ১১ ছেপ্টেম্বৰত কল্পজ্যোতি শইকীয়াই নামৰ এজন যুৱকে তথ্য জনাৰ অধিকাৰ আইন, ২০০৫ ৰ অধীনত দাখিল কৰা তথ্য বিচৰা আবেদন আজি. তথ্য অধিকার আইন কি এবং কেন. তথ্য জনাৰ অধিকাৰ আইনৰ সংশোধন আৰু. ইজৰাইলে কৰনা ভাইৰাছৰ হাস্পতালত চলােৱা এই প্রতিষেধকৰ পৰীক্ষাৰ. প্রতিষেধক আৱিষ্কাৰ কৰা বুলি অলপতে দাবী তথ্য অনুসৰি এই প্রতিষেধকত এন্দুৰৰ দেহত. কৰাৰ পিছত শেহতীয়াকৈ. তথ্য জানার অধিকার আইন কি বাংলাদেশ. তথ্য জনাৰ অধিকাৰ তথ্য প্ৰযুক্তি. আৰটিআইএ নাগৰিকক প্রথমবাৰ ইমান তথ্য জানিবলৈ. সক্ষম নাই, যি নাগৰিকক সর্বোচ্চতা প্রদানত বিশ্বাস কৰে আৰু এনে আইন. প্রণয়ন কৰিব তথ্য জনাৰ অধিকাৰ আইন, 2005​, আপােনালৈ লৈ আনিলে. স্মাৰক পত্ৰ নমুনা. ¬ÛÀ˚˛±ˆ¬1± Yojana. NCF 2005 ৰ মতে. শিশুৰ কোনাে পাঠ্যপুথিত সন্নিবিষ্ট কৰা বিভিন্ন ধাৰণা সম্পর্কীয় জ্ঞান, তথ্য আৰু. উদাহৰণ অভিজ্ঞতাৰ সম্পর্কে জনাৰ পিছত এই অভিজ্ঞতা সমূহৰ লগত পাঠ্যপুথিৰ জ্ঞানৰ শিক্ষাৰ অধিকাৰ আইন 2009 অনুসৰি.


IndusInd Bank.

যতীন বৰাৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে তথ্য আৰু প্ৰযুক্তি আইন আৰু কপিৰাইট আইনৰ অধীনত ৪৫৮ ১৯ নম্বৰত গীতানগৰ আৰক্ষী থানাত এটা গোচৰ ৰুজু কৰিছে। উল্লেখযোগ্য যে. ইতিহাসত আজিৰ দিনটো ১২ অক্টোবৰ. কপিৰাইট ফ্ৰী ভিডিঅ আৰু ফটো মানে কি? ইণ্টাৰনেটত উপলব্ধ যিকোনো ফটো বা ভিডিঅ আমি ব্যৱসায়িক কাৰণত ব্যৱহাৰ কৰিব নোৱাৰো। যদি কৰোঁ তেন্তে উচিত ক্ৰেডিট দিয়াৰ. কপিৰাইট নীতি PIB. কপিৰাইট নীতি. এই ৱেবছাইটে আপোনাৰ পোনপটীয়া পৰিচয় যেনে, নাম, ফোন নম্বৰ বা ই ​মেইল উল্লেখ নকৰে। যেতিয়া আপোনাৰ ব্যক্তিগত তথ্য জানিবলৈ বিচৰা হব তাৰ কাৰণ কেৱল আপোনাৰ. অসমীয়া ই বুক সাৰথি: অসমীয়া. মনত ৰাখিব যাতে ফটো বা video বোৰ কপিৰাইট ফ্ৰী হয়। Copyright থকা ফটো বা video ব্যৱহাৰ কৰিলে আপোনি আৰু আপোনাৰ ৱেবচাইট বিপদত পৰাৰ সম্ভাৱনা থাকে। আপোনাৰ ৱেবচাইটটো Google search.





...
Free and no ads
no need to download or install

Pino - logical board game which is based on tactics and strategy. In general this is a remix of chess, checkers and corners. The game develops imagination, concentration, teaches how to solve tasks, plan their own actions and of course to think logically. It does not matter how much pieces you have, the main thing is how they are placement!

online intellectual game →