Back

★ ভাৰত চৰকাৰ - ভাৰত চৰকাৰ, অসম চৰকাৰ, চৰকাৰ, অসম চুক্তি, গণৰাজ্য দিৱস, ভাৰত, ভাৰত ৰত্ন, ভাৰতৰ সংবিধান, ভাৰতীয় প্ৰশাসনিক সেৱা, আন্না হাজাৰে, ১১ এপ্ৰিল ..



                                               

ভাৰত চৰকাৰ

ভাৰত চৰকাৰ ক সাধাৰণ ভাষাত "কেন্দ্ৰীয় চৰকাৰ"বুলি কোৱা হয়। ২৮খন ৰাজ্য আৰু ৭খন কেন্দ্ৰীয় শাসিত অঞ্চলৰে গঠিত যাক "ভাৰত গণৰাজ্য"বুলি কোৱা হয়, ইয়াৰেই নিয়ন্ত্ৰণকৰ্তা হৈছে ভাৰত চৰকাৰ। ভাৰত চৰকাৰৰ মুখ্য আসন বুলি দিল্লীক বুজায়, যিহেতু চৰকাৰৰ মুখ্য কাম কাজসমূহ ইয়াৰ পৰাই পৰিচালিত হয়। ভাৰত দেশৰ নাগৰিকসকলৰ লগত সম্পৰ্কীত বুনিয়াদী দেৱানী আৰু ফৌজদাৰী আইন, যেনে নাগৰিক প্ৰক্ৰিয়া সংহিতা, ভাৰতীয় দণ্ড সংহিতা, অপৰাধ প্ৰক্ৰিয়া সংহিতা, আদি সংসদৰ দ্বাৰা নিৰ্মাণ হয়। সংঘ আৰু প্ৰতিখন ৰাজ্যৰে চৰকাৰক তিনি অংশ, কাৰ্যপালিকা, বিধায়িকা আৰু ন্যায়পালিকাৰ অন্তৰ্গত কাম কৰে।

                                               

অসম চৰকাৰ

অসম চৰকাৰ ভাৰতবৰ্ষৰ অসম ৰাজ্য আৰু ইয়াৰ ৩৩খন জিলাৰ সৰ্বোচ্চ শাসনতান্ত্ৰিক কৰ্তৃপক্ষ। এই চৰকাৰ ৰাজ্যপালসহ শাসনবিভাগ, আইনবিভাগ আৰু বিচাৰবিভাগৰ সৈতে গঠিত। ৰাজ্যপালজন হৈছে ৰাজ্যৰ সাংবিধানিক মুৰব্বী তেওঁক ৰাষ্ট্ৰপতিয়ে নিযুক্তি দিয়ে ৫ বছৰৰ বাবে। জগদীশ মুখী হৈছে অসমৰ বৰ্তমানৰ ৰাজ্যপাল। আনহাতে মুখ্যমন্ত্ৰী হৈছে চৰকাৰ প্ৰধান, তেখেতৰ হাততেই ৰাজ্যৰ প্ৰকৃত শাসনক্ষমতা ন্যস্ত থাকে। বৰ্তমানৰ অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। অসমৰ মুঠ ১২৬ জন বিধান সভাৰ সংখ্যাগৰিষ্ঠ সদস্যসকলক তেওঁ নেতৃত্ব প্ৰদান কৰে।

                                               

চৰকাৰ

চৰকাৰ হল কোনো দেশৰ সৰ্বোচ্চ সংস্থা তথা কৰ্তৃপক্ষ যাৰ মাধ্যমৰে দেশখনৰ শাসন কাৰ্য পৰিচালিত হয়। গণতান্ত্ৰিক শাসন ব্যৱস্থাত চৰকাৰ জনসাধাৰণৰ নিৰ্বাচিত প্ৰতিনিধি, যেনে সংসদীয় সদস্যৰ দ্বাৰা গঠিত হয়। চৰকাৰৰ মৌলিক দায়িত্ব জনসাধাৰণৰ অভিপ্ৰায় অনুযায়ী দেশৰ নিৰাপত্তা বিধান কৰা, সমাজৰ শান্তি বজায় ৰখা, মানুহৰ সা-সম্পত্তি ৰক্ষা কৰা আৰু বিবাদৰ ক্ষেত্ৰত বিচাৰকাৰ্য পৰিচালনা কৰা। চৰকাৰে ইয়াৰ ওপৰত আৰোপিত দায়িত্বসমূহ পালনৰ স্বাৰ্থত ৰাজহ আহৰণ কৰে আৰু শাসনকাৰ্য পৰিচালনা তথা উন্নয়নমূলক কামৰ বাবে সেয়া ব্যয় কৰে। যদিও সকল ধৰণেৰ সংস্থাৰে শাসন ব্যৱস্থা থাকে, সাধাৰণত "চৰকাৰ"শব্দটিৰ দ্বাৰা সাৰ্বভৌম ৰাষ্ট্ৰক প ...

                                               

অসম চুক্তি

অসম চুক্তি ভাৰত চৰকাৰ আৰু অসম আন্দোলনৰ নেতৃত্বৰ মাজত ১৯৮৫ চনৰ ১৫ আগষ্টত নতুন দিল্লীত স্বাক্ষৰিত হোৱা এখন বুজাবুজি চুক্তি)। এই চুক্তিৰ জৰিয়তে অসম আন্দোলনৰ পৰিসমাপ্তি ঘটিছিল আৰু ইয়াৰ ফলস্বৰূপে আন্দোলনৰ নেতৃত্বই এটা ৰাজনৈতিক দল গঠন কৰি পৰৱৰ্তী সময়ত অসমত চৰকাৰ গঠন কৰিছিল। যদিও এই চুক্তিৰ জৰিয়তে অসম আন্দোলনৰ পৰিসমাপ্তি ঘটিল, চুক্তিৰ কেইবাটাও গুৰুত্বপূৰ্ণ দফা অদ্যাপি কাৰ্যকৰীকৰণ হোৱা নাই। ইয়াৰ ফলস্বৰূপে কেইবাটাও মূল সমস্যাই মূৰ দাঙি আছে।

                                               

গণৰাজ্য দিৱস (ভাৰত)

গণৰাজ্য দিৱস ভাৰতবৰ্ষৰ এক ৰাষ্ট্ৰীয় উৎসৱ। এই দিনটোতে Government of India Act ৰ সলনি ১৯৫০ চনত ভাৰতৰ সংবিধান গৃহীত হৈছিল আৰু ভাৰতৰ পৰিচালনাৰ নথিৰূপে পৰিগণিত হৈছিল। ভাৰতৰ সংবিধানখন Constituent Assembly of Indiaই ১৯৪৯ চনৰ ২৬ নৱেম্বৰত অনুমোদন জনাইছিল। ১৯৫০ চনৰ ২৬ নৱেম্বৰত এইখন গৃহীত হোৱাৰ ফলত ভাৰত এখন স্বাধীন গণতান্ত্ৰিক দেশ হোৱাৰ প্ৰক্ৰিয়া সমাপ্ত হয়। ১৯৩০ চনৰ ২৬ জানুৱাৰীৰ দিনটোতে ভাৰতীয় জাতীয় কংগ্ৰেছে পূৰ্ণ স্বৰাজৰ প্ৰস্তাৱ আগবঢ়োৱা বাবে গণৰাজ্য দিৱসৰ বাবে এই দিনটো বাছনি কৰা হয়। স্বাধীনতা দিৱস আৰু গান্ধী জয়ন্তীৰ লগতে এই দিনটো ভাৰতৰ এটা ৰাষ্ট্ৰীয় বন্ধৰ দিন।

                                               

ভাৰত ৰত্ন

ভাৰত ৰত্ন ভাৰত দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান। সাহিত্য, কলা, বিজ্ঞান, সমাজসেৱা আদি ক্ষেত্ৰত বিশিষ্ট সেৱা আগবঢ়োৱা ব্যক্তিক এই সন্মান প্ৰদান কৰা হয়। ভাৰত ৰত্ন প্ৰাপকসকলৰ কোনেও এই বিশেষ সম্মানজনক উপাধি নামৰ অঙ্গ হিচাপে ব্যৱহাৰ কৰিব নোৱাৰে। তথাপিটো ইয়াৰ ভাৰতীয় মানক্ৰমত বিশেষ স্থানৰ অধিকাৰী। ১৯৫৪ চনৰ ২ জানুৱাৰীত স্বাধীন ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি ৰাজেন্দ্ৰ প্ৰসাদে এই পুৰস্কাৰৰ প্ৰৱৰ্তন কৰিছিল। পদ্মবিভূষণ, পদ্মভূষণ আৰু পদ্মশ্ৰী সম্মানবোৰৰ লগত ভাৰত ৰত্ন বঁটা প্ৰদানো ১৩ জুলাই, ১৯৭৭ চনৰ পৰা ২৬ জানুৱাৰী, ১৯৮০ পৰ্যন্ত বন্ধ হৈ আছিল। বৰ্তমানলৈকে ৪৮ জন ব্যক্তিক এই সম্মান দিয়া হৈছে। ভাৰতীয় সকলৰ বাদে অন্য ...

                                               

ভাৰতৰ সংবিধান

ভাৰতৰ সংবিধান ভাৰতীয় প্ৰজাতন্ত্ৰৰ সৰ্বোচ্চ আইন। এই সংবিধানত চৰকাৰৰ গঠন, কাৰ্যপদ্ধতি, ক্ষমতা আৰু কৰ্তব্য নিৰ্দ্ধাৰণ, মৌলিক অধিকাৰ, ৰাষ্ট্ৰপৰিচালনাৰ নিৰ্দেশমূলক নীতি আৰু নাগৰিকসকলৰ কৰ্তব্য নিৰ্দ্ধাৰণ কৰা হৈছে। দেশৰ মৌলিক ৰাজনৈতিক আদৰ্শৰ ৰূপৰেখাটি নিৰ্দিষ্ট কৰা হৈছে। ১৯৪৯ চনৰ ২৬ নৱেম্বৰত গণপৰিষদত গৃহীত হোৱাৰ পাছত ১৯৫০ চনৰ ২৬ জানুৱাৰীৰ পৰা এই সংবিধান কাৰ্যকৰী কৰা হয়। উল্লেখ্য যে, ১৯৩০ চনৰ ২৬ জানুৱাৰীত ভাৰতীয় জাতীয় কংগ্ৰেছৰ ঐতিহাসিক স্বাধীনতা ঘোষণাৰ স্মৃতিতেই ২৬ জানুৱাৰী তাৰিখটোতে সংবিধান প্ৰবৰ্তনৰ বাবে গৃহীত কৰা হৈছিল। সংবিধানত ভাৰতীয় ৰাজ্যসংঘক এটা সাৰ্বভৌম, সমাজতান্ত্ৰিক, ধৰ্মনিৰপেক্ষ গণ ...

                                               

ভাৰতীয় প্ৰশাসনিক সেৱা

ভাৰতীয় প্ৰশাসনিক সেৱা চমুকৈ আই এ এছ সৰ্বভাৰতীয় সেৱাৰ প্ৰশাসনিক বিভাগ। ই ভাৰতৰ প্ৰতিষ্ঠিত অসমৰিক সেৱাসমূহৰ ভিতৰত অন্যতম। ভাৰতীয় পুলিচ সেৱা আৰু ভাৰতীয় বৈদেশিক সেৱাৰ লগতে ভাৰতীয় প্ৰশাসনিক সেৱা সৰ্বভাৰতীয় সেৱাৰ মুখ্য তিনিটা বিভাগ। এই সেৱাৰ বিষয়া সকলে ভাৰত চৰকাৰ আৰু প্ৰতিটো ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চললৈ সেৱা আগবঢ়ায়। আই এ এছ বিষয়া সমূহে ভাৰত চৰকাৰৰৰ অধীনস্থ বিভিন্ন ৰাজহুৱা খণ্ডৰ উদ্যোগতো সেৱা আগবঢ়ায়। ৱেষ্টমিনিষ্টাৰ সংসদীয় চৰকাৰ অনুধাৱন কৰা আন দেশৰ দৰে ভাৰতীয় প্ৰশাসনিক সেৱা ভাৰতৰ স্থায়ী আমোলাতন্ত্ৰৰ অন্তৰ্ভুক্ত। ইয়াৰ লগতে ই ভাৰত চৰকাৰৰ কাৰ্যনিৰ্বাহকৰ অংশ। সেয়ে আমোলাতন্ত্ৰ সাধ ...

                                               

আন্না হাজাৰে

আন্না হাজাৰে হল ভাৰতৰ সমাজ সংস্কাৰক। তেওঁৰ প্ৰকৃত নাম কিচান বাবুৰাও হাজাৰে । তেওঁ ভাৰতৰ মহাৰাষ্ট্ৰ ৰাজ্যৰ আহমেদনগৰ জিলাৰ ৰালেগন সিদ্ধি গাঁৱৰ উন্নয়ন কাৰ্যসূচীৰ কাৰণে বিশেষ জনপ্ৰিয়তা অৰ্জন কৰিছিল। আনাৰ কাৰণেএই গাঁৱখনে এখন আদৰ্শ গাঁও হিচাপে পৰিচয় লাভ কৰিছিল। এই কামৰ স্বীকৃতিৰ বাবে তেওঁক ১৯৯২ চনত ভাৰত চৰকাৰে পদ্মভূষণ সন্মানেৰে সন্মানিত কৰে। ২০১১ চনৰ ৫ এপ্ৰিলৰ পৰা তেওঁ চৰকাৰী কাৰ্যলয়ত আৰু সমাজৰ পৰা দুৰ্নীতি নিৰ্মুলৰ কাৰণে জন লোকপাল বিল আইনৰূপে বলবৎ কৰাৰ কাৰণে আমৰণ অনশন কাৰ্যসূচী আৰম্ভ কৰে।

                                               

ভাৰত

ভাৰত বা ভাৰতীয় প্ৰজাতন্ত্ৰ দক্ষিণ এছিয়াত অৱস্থিত এখন সাৰ্বভৌম গণতান্ত্ৰিক ৰাষ্ট্ৰ। ভৌগোলিক আয়তনৰ ফালৰ পৰা ভাৰত পৃথিৱীৰ ভিতৰত সপ্তম বৃহত্তম ৰাষ্ট্ৰ, জনসংখ্যাৰ ফালৰ পৰা দ্বিতীয় তথা সৰ্ববৃহৎ গণতন্ত্ৰ। দক্ষিণে ভাৰত মহাসাগৰ, পশ্চিমে আৰৱ সাগৰ আৰু পূবে বঙ্গোপ সাগৰৰ দ্বাৰা পৰিবেষ্টিত ভাৰতৰ মুঠ উপকূলৰ দৈৰ্ঘ্য হল ৭৫১৭ কিলোমিটাৰ । এই দেশৰ চাৰিসীমাত অৱস্থিত ৰাষ্ট্ৰসমূহ হল: পশ্চিমে পাকিস্তান, উত্তৰ-পূবত চীন, নেপাল আৰু ভূটান, পূবে বাংলাদেশ আৰু ম্যানমাৰ। ভাৰত মহাসাগৰৰ মাজত অৱস্থিত শ্ৰীলঙ্কা, মালদ্বীপ আৰু ইন্দোনেচিয়া লগতে থাইলেণ্ড ভাৰতৰ নিকতৱৰ্তী ৰাষ্ট্ৰ। হিন্দু সভ্যতাৰ বসতি অঞ্চল তথা ঐতিহাসিক বাণিজ্ ...

                                               

১১ এপ্ৰিল

১৯৭১ - তাজউদ্দীন আহমেদ বাংলাদেশৰ প্ৰথম প্ৰধানমন্ত্ৰী হিচাপে শপথ গ্ৰহণ কৰে।. ১৯৭১ - স্বাধীন বাংলাদেশ চৰকাৰ গঠিত হয়।. ১৯০৫ - আইনষ্টাইনে তাৰ আপেক্ষিকতাৰ তত্ত্ব থিয়ৰী অফ ৰিলেটিভিটি প্ৰকাশ কৰে।. ১৯৭০ - এপোলো ১৩ উৎক্ষেপণ কৰা হয়।. ১৯১৯ - আন্তৰ্জাতিক শ্ৰম সংস্থা প্ৰতিষ্ঠিত হয়।.

                                               

গোপীনাথ বৰদলৈ

গোপীনাথ বৰদলৈ আছিল স্বাধীন অসমৰ প্ৰথম মুখ্যমন্ত্ৰী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ সক্ৰিয় কৰ্মী। ৰাজনীতিৰ ক্ষেত্ৰত তেখেত মহাত্মা গান্ধীৰ অহিংসা নীতিৰ সমৰ্থক আছিল। অসম আৰু অসমীয়াৰ প্ৰতি তেখেতৰ অৱদানৰ বাবে তেতিয়াৰ অসমৰ ৰাজ্যপাল জয়ৰাম দাস দৌলতৰামে তেখেতক লোকপ্ৰিয় উপাধিৰে বিভূষিত কৰিছিল। ভাৰতে স্বাধীনতা লাভ কৰা পাছত ধৰ্মৰ ভিত্তিত ভাৰত বিভাজনৰ সময়ত মুছলিম লিগে সেই সময়ৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ সৈতে আলোচনা কৰি অসমখন সেই সময়ৰ পূব পাকিস্তান আৰু বৰ্তমানৰ বাংলাদেশৰ অংশ কৰিব বিচাৰিছিল যদিও বৰদলৈৰ প্ৰবল বিৰোধিতাৰ বাবে অসম বাংলাদেশৰ অংশ হোৱাৰ পৰা ৰক্ষা পৰে।

                                               

ইনাৰ লাইন পাৰ্মিট

ইনাৰ লাইন পাৰ্মিট অথবা আন্তঃৰাজ্যিক পাৰপত্ৰ হৈছে কোনো ভাৰতীয় নাগৰিকক দেশখনৰ সুৰক্ষিত অঞ্চলসমূহত অভ্যন্তৰীণ ভ্ৰমণৰ অনুমতি দিয়াৰ বাবে সংশ্লিষ্ট ৰাজ্য চৰকাৰৰ কৰ্তৃপক্ষই জাৰি কৰা এক সীমিত সময়ৰ বাবে বৈধ চৰকাৰী ভ্ৰমণ নথি। সেই সুৰক্ষিত ৰাজ্যসমূহৰ বাহিৰৰ ভাৰতীয় নাগৰিকে তেনে ৰাজ্যত প্ৰৱেশৰ অনুমতি লোৱাতো বাধ্যতামূলক। এই নথিৰ দ্বাৰা ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ নিকটৱৰ্তী কেইবাটাও অঞ্চলত চলাচল নিয়ন্ত্ৰণৰ বাবে চৰকাৰে প্ৰচেষ্টা চলায়। জানুৱাৰী ২০২০-ৰ অনুসৰি অৰুণাচল প্ৰদেশ, মিজোৰাম, নাগালেণ্ড আৰু মণিপুৰত প্ৰৱেশৰ বাবে ইনাৰ লাইন পাৰ্মিট প্ৰয়োজন। আইএলপি কেইবাপ্ৰকাৰৰো: এটা কেৱল পৰ্যটকৰ বাবে আৰু আনটো ...

                                               

ভাৰতীয় পতাকাবিধি

ভাৰতীয় পতাকাবিধি হৈছে ভাৰতৰ জাতীয় পতাকা ব্যৱহাৰৰ ক্ষেত্ৰত বান্ধি দিয়া নিয়ম। ভাৰতীয় মানক ব্যুৰোৱে এই পতাকা উৎপাদনৰ পদ্ধতি আৰু নিৰ্দিষ্ট নিয়ম-কানুন স্থিৰ কৰি দিছে। জাতীয় পতাকাৰ উৎপাদনৰ অধিকাৰ কেৱল খাদী উন্নয়ন আৰু গ্ৰামীণ শিল্প কমিশ্যনৰ হাতত ন্যস্ত। ১৯৬৮ চনত প্ৰথমবাৰৰ বাবে পতাকাবিধিখন গৃহীত কৰা হৈছিল। এই বিধিখন ২০০৮ চনৰ সংশোধন কৰা হয়।

                                               

ভাৰতীয় মৌলিক অধিকাৰ, নিৰ্দেশাত্মক নীতি আৰু মূল কৰ্তব্য

মৌলিক অধিকাৰ, ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশাত্মক নীতি আৰু মূল কৰ্তব্য ভাৰতীয় সংবিধানৰ তিনিটা প্ৰধান অংশ। এই তিনিটা অংশত নাগৰিকসকলৰ প্ৰতি ৰাষ্ট্ৰৰ ° মৌলিক দায়দায়িত্ব আৰু ৰাষ্ট্ৰৰ প্ৰতি নাগৰিকসকলৰ কৰ্তব্যসমূহৰ বিশদ ব্যাখ্যা দিয়া হৈছে। এই অংশসমূহে চৰকাৰী নীতিনিৰ্ধাৰণ আৰু নাগৰিকসকলৰ আচাৰ-আচৰণৰ ক্ষেত্ৰত এটা সাংবিধানিক অধিকাৰ পত্ৰৰ ভূমিকা পালন কৰে। এই অংশ তিনিটা ১৯৪৭ পৰা ১৯৪৯ চনৰ মধ্যবৰ্তী সময়ত গণপৰিষদৰ দ্বাৰা ৰচিত মূল সংবিধানৰ অত্যন্ত গুৰুত্বপূৰ্ণ তিনিটা অংশ হিচাপে বিবেচিত হয়। মৌলিক অধিকাৰ হ’ল সকলো নাগৰিকৰ মানবাধিকাৰৰ মূলভিত্তি। সংবিধানৰ তৃতীয় খণ্ডত বৰ্ণিত এই অধিকাৰসমূহ জাতি, জন্মস্থান, ধৰ্ম ...

                                     

★ ভাৰত চৰকাৰ

  • ভ ৰত চৰক ৰক স ধ ৰণ ভ ষ ত ক ন দ ৰ য চৰক ৰ ব ল ক ৱ হয খন ৰ জ য আৰ খন ক ন দ ৰ য শ স ত অঞ চলৰ গঠ ত য ক ভ ৰত গণৰ জ য ব ল ক ৱ হয ইয ৰ ই
  • অসম চৰক ৰ ভ ৰতবৰ ষৰ অসম ৰ জ য আৰ ইয ৰ খন জ ল ৰ সৰ ব চ চ শ সনত ন ত ৰ ক কৰ ত পক ষ এই চৰক ৰ ৰ জ যপ লসহ শ সনব ভ গ, আইনব ভ গ আৰ ব চ ৰব ভ গৰ স ত গঠ ত
  • য ক তৰ জ য, ফ ৰ ন স, জ প ন, ইট ল আদ ৰ চৰক ৰ একক ন দ ৰ য আনহ ত আম ৰ ক য ক তৰ ষ ট ৰ, ভ ৰত ৰ ছ য অষ ট ৰ ল য আদ ৰ চৰক ৰ য ক তৰ ষ ট ৰ য স সদ য পদ ধত ৰ
  • অসম চ ক ত ভ ৰত চৰক ৰ আৰ অসম আন দ লনৰ ন ত ত বৰ ম জত চনৰ আগষ টত নত ন দ ল ল ত স ব ক ষৰ ত হ ৱ এখন ব জ ব জ চ ক ত ই ৰ জ Memorandum of
  • ক ন ত ত ত য ভ ৰতৰ স থ য স ব ধ ন ন ছ ল আইনসম হ পৰ ৱৰ ত ত ঔপন ব শ ক ভ ৰত চৰক ৰ অধ ন য ম ক ওপৰত ন ৰ ভৰশ ল আছ ল চনৰ আগষ টত ড ব আৰ আম ব দক ৰক
  • জনক মৰ ণত তৰ ভ ৱ ভ ৰত ৰত ন প ৰদ ন কৰ হয ক ন ত প ছত আইন জট লত ৰ ব ব স ভ ষচন দ ৰ বস ৰ ভ ৰত ৰত ন ঘ ৰ ই অন ৰ ব ব ভ ৰত চৰক ৰ ব ধ য হয এইট ৱ ই প ৰস ক ৰ
  • স ব ধ নখন প ৰবৰ তনৰ লগ লগ প ৰ বপ ৰচল ত চনৰ ভ ৰত শ সন আইনৰ অৱস ন ঘট দ শৰ সৰ ব চ চ আইন হ ৱ ৰ ব ব ভ ৰত চৰক ৰ প ৰবৰ ত ত প ৰত খন আইনক স ব ধ ন - অন সৰ হ কৰ
  • ব ভ গ এই স ৱ ৰ ব ষয সকল ভ ৰত চৰক ৰ আৰ প ৰত ট ৰ জ য আৰ ক ন দ ৰ য শ স ত অঞ চলল স ৱ আগবঢ য আই এ এছ ব ষয সম হ ভ ৰত চৰক ৰৰৰ অধ নস থ ব ভ ন ন ৰ জহ ৱ
  • ব ক ষম ত ৰ প ৰস ক ৰ ভ ৰত চৰক ৰ ক ষ ভ ষণ প ৰস ক ৰ মহ ৰ ষ ট ৰ চৰক ৰ পদ মশ ৰ ভ ৰত চৰক ৰ পদ মভ ষণ ভ ৰত চৰক ৰ ব শ বব ক জ ত
  • ভ ৰত ব ভ ৰত য প ৰজ তন ত ৰ ই ৰ জ Republic of India দক ষ ণ এছ য ত অৱস থ ত এখন স ৰ বভ ম গণত ন ত ৰ ক ৰ ষ ট ৰ ভ গ ল ক আয তনৰ ফ লৰ পৰ ভ ৰত প থ ৱ ৰ
  • প ৰত ষ ঠ ত হয - এপ ল উৎক ষ পণ কৰ হয - স ব ধ ন ব ল দ শ চৰক ৰ গঠ ত হয - ত জউদ দ ন আহম দ ব ল দ শৰ প ৰথম প ৰধ নমন ত ৰ হ চ প শপথ
                                     
  • আৰ উচ চ ন য য লয ৰ দ ব জ ৰদ ৰ কৰ ত ল চনত ব ৰ ট ছ ভ ৰত গঠন কৰ ৰ উদ দ শ য ভ ৰত চৰক ৰ আইন ৰচন কৰ হয স ইব ব অসম ক গ ৰ ছ চনৰ ব ধ নসভ ন ৰ ব চনত
  • সন ম লন আৰম ভ হ ছ ল চনৰ এই ত ৰ খত স য ক ত ম ক ত ব হ ন অসম চৰক ৰ আৰ ভ ৰত চৰক ৰৰ ম জত ত ৰ প ক ষ ক চ ক ত স ব ক ষৰ ত হ ছ ল আজ অভ ৰ চ ক ৰ ড
  • হ ছ ল বৰ তম ন এই দ নট ক পৰ ষদৰ প ৰত ষ ঠ দ ৱস হ চ প প লন কৰ হয ভ ৰত চৰক ৰ অসম চৰক ৰ আৰ ইউন ইট ড প পলছ ড ম ক ৰ ট ক চল দ ৰ ট ৰ ম জত স ব ক ষৰ ত ব জ ব জ ৰ
  • এগৰ ক প ৰখ য ত ল খক, ৰ জন ত ব দ আছ ল, ত ও চনত ভ ৰত চৰক ৰ ত ও ল দ শৰ সৰ ব ব চ চ সন ম ন ভ ৰত ৰত ন ব ট ৰ সন ম ন ত কৰ ত ও ৰ জন মৰ দ নট শ শ দ ৱস
  • হ ৰ য ন ৰ ৰ জধ ন পঞ জ বৰ ৰ জ যপ লৰ গ ষ মক ল ন আৱ স ছ মল ত আছ চনত ভ ৰত দ ব খণ ড ত হ ৱ ৰ সময ত, পঞ জ ব দ ভ গ হ এভ গ ভ ৰতত আৰ আনভ গ প ক স ত নত
  • মহ ব দ য লয ৰ হ স পত লত দ ন দ থ গ ছ ল কনকলত বৰ ৱ ব ট অসম চৰক ৰ পদ মশ ৰ ভ ৰত চৰক ৰ জ ত য স ম প ৰদ য ক সমন বয ব ট ন শ যন ল ফ উণ ড শ যন
  • ঘ ষণ কৰ ল আৰ ভ ৰত স ব ধ ন হ ৱ ৰ লগ লগ অসমৰ পৰ ও ই ৰ জ শ সন অন ত পৰ চনৰ আগষ টত ভ ৰত স ব ধ ন হ ৱ ৰ প ছত অসমত ন জ ক চৰক ৰ গঠন হয স ব ধ ন
  • ব ল দ শ দক ষ ণ এছ য ৰ এখন ৰ ষ ট ৰ দ শখনৰ উত তৰ, প ব আৰ পশ চ ম স ম ত ভ ৰত আৰ দক ষ ণ - প ব স ম ত ম য নম ৰ দক ষ ণ বঙ গ পস গৰ ব ল দ শ আৰ ভ ৰত য অঙ গৰ জ য
  • প ৰৱৰ তনৰ দ ব ৰ এই সভ ভঙ গ কৰ ব প ৰ চনৰ আগষ টত ব ৰ ট ছ স সদত ভ ৰত চৰক ৰ অধ ন য ম Government of India Act 1935 গ হ ত হয এই অধ ন য মৰ উপবন ধ
  • চনৰ আজ ৰ দ নট ত আক শ ট বল ট হ ছ বৰ তম ন ব শ বৰ সকল তক কম খৰচ তথ ভ ৰত চৰক ৰ আই আই ট ব ম ব আৰ ভ ৰত য ন ৰ ম ত QUADৰ সহয গত ব ৰ ট ছ ক ম প ন ড ট ৱ ণ ড
  • শ সনক ব জ য ব ৰ ট ছৰ ন য ন ত ৰণত থক অঞ চলট ক প ৰচল ত ভ ষ ত ইণ ড য ব ভ ৰত ব ল হ ছ ল ব ৰ ট ছ ইণ ড য ব ল ক ৱ প ৰত যক ষভ ৱ য ক তৰ জ যৰ শ সনত থক
  • ইণ ড য মহ ৰ ষ ট ৰ চৰক ৰ ক ল অ প ট ৰ অৱ ম উজ ক, গ জৰ ট চৰক ৰ ম ল ড ক ইন, ব হ ৰ চৰক ৰ পয ট ছ অৱ ম উজ ক, উত তৰ প ৰদ শ চৰক ৰ ম দ ৰ জ ব শ বব দ য লয ৰ
  • গ ৰহণ কৰ চনত ভ ৰত আৰ আম ৰ ক ৰ চ ভ ল ন উক ল য ৰ এগ ৰ ম ণ ট ব লখনৰ ব ৰ ধ ত কৰ ল ফ ট ফ ৰণ ট চৰক ৰল সমৰ থন উঠ ই ল ৱ ৰ ব ব চৰক ৰ প ৰ য ভ গই হ বল
                                     
  • ম ণ ক চৰক ৰ ই ৰ জ Manik Sarkar এগৰ ক ভ ৰত য ৰ জন ত ব দ ত ও ৰ ম ৰ চৰ পৰ ৰ ম ৰ চল ত ৰ প ৰ ৰ ম খ য মন ত ৰ আছ ল ত ও কম উন ষ ট প ৰ ট
  • ব ধ নসভ ন ৰ ব চনত জয হ চৰক ৰ গঠন কৰ চনৰ ব ল দ শৰ স ব ধ নত য দ ধৰ সময চ ৱ ত প ব প ক স ত নৰ পৰ বহ স খ যক ল ক ভ ৰত তথ অসমল প ৰব ৰজন কৰ ব ল দ শৰ
  • গ ৱ হ ট উচ চ ন য য লয অসমৰ সৰ ব চ চ ন য য লয ভ ৰত চৰক ৰ অধ ন য ম, বলবৎ হ ৱ ৰ প ছত চনৰ ম ৰ চত ইয ক প ৰত ষ ঠ কৰ হয প ৰ ব ইয ক
  • শ কৰদ ৱ ব ট অসম চৰক ৰৰ দ ব ৰ চনত স গ ত ন টক এক ড ম ব ট ভ ৰত চৰক ৰ স গ ত ন টক এক ড ম অসম স হ ত য সভ ৰ ত ত বৰ অধ ব শনৰ স গ ত অধ ব শনৰ
  • চনত ষ ট ড অ ট জ য ত চ ত ৰবন ফ ল ম ষ ট ড অ ছ চ ইট ন ম ৰ এখন চৰক ৰ ন য ন ত ৰ ত পঞ জ ভ ক ত সম ত ৰ অধ নল অন হয এই সম ত খনত বহ ক ইট চৰক ৰ
  • কৰ প ৰ শ যন, ভ ৰত চৰক ৰ এক জ ক উট ভ ক উন স ল ম ম ব ৰ, চ ল ড ৰ ন স ফ ল ম চ চ ইট ম ম ব ৰ, ব ৰ ড অব ট ৰ ষ ট জ, প ৱৰ আৰ ট ষ টছ ৱ লফ য ৰ ফ ণ ড, ভ ৰত চৰক ৰ চ য ৰম ন

Users also searched:

চৰকাৰ, চৰকৰ, তলক, চৰকৰৰ, জযক, বনধৰ, চকৰ, আচন, অসমচৰকৰৰচকৰ, চৰকৰবনধৰতলক, চৰকৰঘৰৰতলক, অসমচৰকৰৰআচন, চৰকৰআচন, নদআৰজযকচৰকৰ, অসম চুক্তি, আনদলনৰ, চকত, আনদলন, অসমচকত, কতয, সশধন, সবধনত, ইতহস, নগৰকতব, হছল, নরঅসমচকত, নগৰকতবসশধনআইন, অসমআনদলনৰইতহস, অসমৰসবধনতআনদলন, btrচকতpdf,

...

Encyclopedic dictionary

Translation

অসম চৰকাৰৰ আঁচনি.

Warren buffettStockMarketSCAM NE News24 News News, Latest. চৰকাৰী আঁচনিসমূহত আধাৰ কিয় বিচৰা হয়? ইয়াৰ জৰিয়তে আঁচনিসমূহত নকল আৰু ভুৱা তথ্যসমূহ নোহোৱা কৰি শুদ্ধ তথ্য প্ৰদানৰ জৰিয়তে প্ৰত্যক্ষ লাভ কাৰ্য্যসূচী প্ৰণয়ন. কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰ. NORTH EAST ASSAM TIMES POST. Skip to content A A. A A. মই প্ৰৱেশ কৰিছো. অসম চৰকাৰ Cachar District প্রধান ঘৰ তথ্য আৰু সেৱাসমূহ নথি ​পত্ৰসমূহ আমাৰ সৱিশেষ যোগাযোগ কৰক. faq সঘনাই সোধা প্ৰশ্ন feedback মতামত জনাব. অধিক. চৰকাৰী বন্ধৰ তালিকা ২০২১. চৰকাৰৰ কাৰ্যাৱলীৰ খাতিয়ান ভাৰতৰ. চৰকাৰে নহয় সমাজ সেৱকে নিৰ্মান কৰি দিলে দলং. By অসম দৰ্শন. November 29, 2020. 0. 94. Facebook Twitter Pinterest WhatsApp. মঙলদৈ পশ্চিম মঙলদৈৰ ৰঙামাটি ​কলাইগাওঁ পথৰ পৰা কামেইপাৰা হৈ হীৰাপাৰালৈ যোৱা.





Btr চুক্তি pdf.

Press release assam accord clause 6 implementation. আজি ভাৰত চৰকাৰ আৰু এছিয়ান ইনফ্ৰাচট্ৰাকচাৰ ইনভেষ্টমেন্ট বেংক AIIB ৰ মাজত লোনৰ চুক্তি স্বাক্ষৰিত হয়। অসমৰ বিদ্যুৎ ট্ৰেন্সমিশ্যন চিষ্টেমৰ সুদৃঢ়কৰণৰ অৰ্থে. চীনের অসম চুক্তি. অসম চুক্তি সম্পৰ্কীয় হিমন্ত. অসমৰ ইতিহাসৰ এক নতুন অধ্যায় ৰচনা কৰোঁ NATIONAL REGISTER OF CITIZENS. প্রিয় নাগৰিক. আপুনি জানিবলৈ পাই অতিশয় আপ্লুত আৰু আশ্বস্ত হব যে অসম চুক্তি, ১৯৫৫ চনৰ নাগৰিকত্ব. আইন আৰু ২০০৩.


ভাৰতীয় সংবিধান আৰু শিক্ষা.

¬ÛÀ˚˛±ˆ¬1± Yojana. চকু মুকলি হল. ভাৰতৰ নাগৰিকৰ অধিকাৰ আৰু কর্তব্য ৰাষ্ট্ৰীয় সাক্ষৰতা মিছন প্রাধিকৰণ. মানৱ সম্পদ উন্নয়ন মন্ত্রালয়. ভাৰত চৰকাৰ. ন্যায় ভাৰতীয় সংবিধান বুলি কোৱা হয়।. প্ৰস্তাৱনা ভাৰতীয় সংবিধান. Constitution Day Brochre 30 Dec 2019. ২৬ জানুৱাৰীৰ দিনটো ভাৰতৰ ইতিহাসত এক অন্যতম. উল্লেখযােগ্য দিন, কিয়নাে এই দিনটোতে ভাৰতৰ সংবিধান বলৱৎ হৈছিল আৰু. প্রকৃতাৰ্থত ভাৰতবৰ্ষই এখন সার্বভৌম আৰু গণতান্ত্রিক দেশ.





ভাৰতীয় পৰিষদ আইন.

ৱেবছাইট প্ৰশাসন জলসিঞ্চন বিভাগ. ডিজিটেল সংবাদ, তেজপুৰঃ তেজপুৰৰ অসমীয়া ক্লাৱৰ কলা বীথিকাত দেওবাৰে এক চিত্ৰ প্ৰদৰ্শনী উদ্বোধন কৰে ভাৰতীয় প্ৰশাসনিক সেৱাৰ অৱসৰপ্ৰাপ্ত বিষয়া এম জি ভি কে. ভাৰতীয় গণতন্ত্ৰ class 10. ব্যক্তি, ৰাজহুৱা অভিযোগ আৰু পেঞ্চন. সমগ্ৰ দেশত ২০১০ বৰ্ষতে দুনীৰ্তিৰ অভিযোগ থকা ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়াসকলৰ.


ভাৰত কুইজ.

ভাৰত বাংলদেশৰ অষ্টম মৈত্ৰী. আত্মনিৰ্ভৰ ভাৰত অভিযানৰ বাবে কেন্দ্ৰীয় বিত্তমন্ত্ৰীৰ বিভিন্ন সংস্কাৰমূলক ঘোষণা. 25 May 2020. বিশ্বজুৰি ত্ৰাসৰ সৃষ্টি কৰা কভিড ১৯ সংক্ৰমণৰ ফলত দেশৰ অৰ্থনীতত এক জটিল. ভাৰতৰ ভূগোল. কাইলৈ পুনৰ ভাৰত বন্ধ অসমত কেনেদৰে. গ্ৰীষ্মকালত সমগ্ৰ ভাৰতৰ পৰ্যটকসকলে বন্ধ কটাবলৈ আহে। ২০০৮ চনত তিনি নিযুততকৈও অধিক পৰ্যটক গোৱা ভ্ৰমণ কৰা বুলি জনা গৈছিল, যাৰ ভিতৰত আধা নিযুততকৈও অধিক বিদেশী. ভাৰতৰ জনসংখ্যা 2020. ভাৰত আৰু বাংলাদেশৰ মাজত মৈত্ৰী. দুটা অক্সিজেন গােট ভাৰতৰ ৰাজস্থানত স্থাপন কৰাৰ লগতে এটা অসমৰ চিৰাং জিলাৰ ভাৰত চৰকাৰে লাভ কৰা অক্সিজেন উৎপাদন গােটৰ জৰিয়তে অসমৰ লগতে চিৰাং জিলাবাসী উপকৃত হব বুলি.





জঘন্য ধৰ্ষণ–হত্যাকাণ্ড! আৰক্ষীৰ.

সোমবাৰে কামৰূপ মেট্ৰত ১০০০ৰো অধিকজনৰ দেহত ধৰা পৰে কোভিড পজিটিভ। তাৰপাছতেই কামৰূপ মহানগৰ জিলাৰ চৰকাৰী বেচৰকাৰী শিক্ষানুষ্ঠান বন্ধৰ নিৰ্দেশ প্ৰশাসনৰ। কামৰূপ. End of wait for PUBG fans! Battlegrounds Mobile India registration. কভিড চিকিৎসাৰ পৰা অৱশেষত বাদ দিয়া হল প্লাজমা থেৰাপী. এইমছ, আইচিএমআৰ কভিড ১৯ ৰাষ্ট্ৰীয় টাস্ক ফৰ্চ আৰু কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ যুটীয়া নিৰীক্ষণ. বছৰৰ কোনটো দিনত কি দিৱস পালন কৰা হয়. চিৰাং জিলাৰ বেংতলৰ নাবালিকা ছাত্ৰী এগৰাকীক ধৰ্ষণ কৰি মৃত্যুমুখলৈ ঠেলি দিয়াৰ এক জঘন্য কাণ্ড সংঘটিত হৈছে৷ এই অপৰাধত আজি চিৰাং আৰক্ষীয়ে বেংতল.


5.85 MB.

পূর্বোত্তর রাজ্যগুলিকে ষষ্ঠ তপশীল এর আওতায় এনে এবং ইনার লাইন পারমিট চালু করে সেখানে বাঙালীদের খেদানোর রাস্তা পরিষ্কার করা হচ্ছে। প্রথমেই NRCর মত আইন করে বাঙালীদের. নাগাল্যান্ড, মণিপুর, মেঘালয় এবং. আঠোবা মাইতিই বলেছেন, কেন্দ্রীয় সরকার রাজি না হওয়া পর্যন্ত বিক্ষোভ অব্যাহত থাকবে। তিনি অবশ্য সীমান্ত রাজ্যে ইনার লাইন পারমিট ব্যবস্থা চালু করার কেন্দ্রের​.





ভাৰতীয় সংবিধানৰ 370 অনুচ্ছেদ.

6 মৌলিক অধিকার এবং 10 মূল দায়িত্ব ভারতীয়. Fundamental Rights, Directive Principles and Fundamental Duties of India. মৌলিক অধিকাৰ আৰু কৰ্তব্য. Constitution Day Brochre 30 Dec 2019. পিছে তেওঁলােকে পাহৰি সংবিধানৰ নিৰ্দেশাত্মক নীতি জম্মু আৰু কাশ্মীৰক মূল ভাৰতীয় কাশ্মীৰত কমেও ১০৬ খুন আইন ৰাইজৰ মৌলিক অধিকাৰ হৰণ কৰা আৰু এইবাৰ সেই সংখ্যা পাৰ হব। সভাৰ দায়িত্ব আৰু কৰ্তব্যৰ বিজ্ঞানবিভাগৰ অন্তৰ্গত ৰাজনীতি বিজ্ঞান সহযােগত. মৌলিক অধিকাৰ আৰু নির্দেশাত্মক. Untitled eGyanKosh. অধিকাৰ আৰু ভাৰতীয় সংবিধান,মানৱ অধিকাৰ বিকাশৰ ক্ষেত্ৰত শৈক্ষিক. শিক্ষানুষ্ঠানসমূহৰ সকলােৰে বাবে শিক্ষা প্রদান কৰাৰ উদ্দেশ্যে ভাৰতবৰ্ষৰ সংবিধানৰ মৌলিক অধিকাৰ. আৰু অনুচ্ছেদ ৪৫ ঃ ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশাত্মক নীতিৰ অধীনত মুক্ত, বিনামুলীয়া. আৰু যত শিক্ষাৰ পুনৰ গঠনৰ মূল নীতি নিদের্শনা সম্পন্ন কৰাত অধিক গুৰুত্ব আৰােপ কৰিছিল। এই.


...
Free and no ads
no need to download or install

Pino - logical board game which is based on tactics and strategy. In general this is a remix of chess, checkers and corners. The game develops imagination, concentration, teaches how to solve tasks, plan their own actions and of course to think logically. It does not matter how much pieces you have, the main thing is how they are placement!

online intellectual game →