Back

★ ভাৰতৰ ৰাজনীতি - ৰাজ্যসভা, ৰীতা চৌধুৰী, কে আৰ নাৰায়ণন, গোবিন্দ বল্লভ পণ্ট, সৈন্য বাহিনীৰ বিশেষ ক্ষমতা আইন, ১৯৫৮, চক্ৰৱৰ্তী ৰাজাগোপালাচাৰী, গোপালকৃষ্ণ গান্ধী ..



                                               

ৰাজ্যসভা

ৰাজ্যসভা হৈছে ভাৰতীয় সংসদৰ উচ্চ সদন। ভাৰতৰ উপ-ৰাষ্ট্ৰপতি হৈছে ৰাজ্যসভাৰ সভাপতি, সদস্যসকলৰ মাজৰ পৰা এজন উপ-সভাপতি নিৰ্বাচিত কৰা হয়, তেওঁৰ তত্ত্বাবধানত সদনৰ দৈনন্দিন কাম-কাজ চলে।

                                               

ৰীতা চৌধুৰী

ড॰ ৰীতা চৌধুৰী অসমীয়া সাহিত্য জগতৰ এগৰাকী কবি, ঔপন্যাসিক আৰু সাহিত্য অকাডেমি বঁটা বিজয়ী সাহিত্যিক। বৰ্তমান এওঁ নেচনেল বুক ট্ৰাষ্ট, ভাৰতৰ সঞ্চালক পদত নিযুক্ত হৈ আছিল। তেখেতৰ জন্ম হৈছিল অৰুণাচল প্ৰদেশৰ টিৰাপত। পিতৃৰ নাম বিৰজানন্দ চৌধুৰী। তেখেত সম্প্ৰতি কটন মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ জ্যেষ্ঠ প্ৰবক্তা ৰূপে কাৰ্যনিৰ্বাহ কৰি আছে।

                                               

কে আৰ নাৰায়ণন

কোচাৰিল ৰমন নাৰায়ণন আছিল ভাৰতৰ দশম ৰাষ্ট্ৰপতি আৰু নৱমগৰাকী উপৰাষ্ট্ৰপতি। ৰাষ্ট্ৰপতি নাৰায়ণনক কেইবাটাও নজিৰ স্থাপনকাৰী কাৰ্য কৰাৰ বাবে আৰু তেওঁৰ স্বাধীনচিতীয়া মনোভাৱৰ বাবে স্মৰণ কৰা হয়। তেওঁ নিজকে এগৰাকী "কৰ্মশীল ৰাষ্ট্ৰপতি"হিচাপে বিবেচনা কৰে, যিয়ে "সংবিধানৰ চাৰিওটা চুকৰ ভিতৰতে থাকি কাম কৰিছিল", যাৰ স্থান আছিল প্ৰত্যক্ষভাৱে ক্ষমতা প্ৰদৰ্শন কৰিব পৰা "কাৰ্যবাহী ৰাষ্ট্ৰপতি"আৰু বিনাবাক্যব্যয়ে চৰকাৰী নথিত চহী কৰা "ৰাবাৰ ষ্টাম্প ৰাষ্ট্ৰপতি"ৰ মাজত। অত্যন্ত দৰিদ্ৰ পৰিয়ালত জন্মলাভ কৰা নাৰায়ণনে কেইবামাইল দূৰ খোজ কাঢ়ি বিদ্যালয়ত উপস্থিত হৈছিল। কিন্তু মাছুল অনাদায় হৈ থকাৰ বাবে তেওঁ প্ৰায়েই শ ...

                                               

গোবিন্দ বল্লভ পণ্ট

গোবিন্দ বল্লভ পণ্ট ভাৰতৰ অৰ্থ শাস্ত্ৰ, ৰাজনীতি আৰু সমাজ সংস্কাৰৰ ক্ষেত্ৰত অসাধাৰণ প্ৰতিভা দেখুওৱা বিশিষ্ট ব্যক্তি আছিল। তেওঁ দুবাৰকৈ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী হৈছিল। তেওঁ স্বাধীনতা যুঁজাৰু আছিল। তেওঁ ভাৰত চৰকাৰৰ গৃহমন্ত্ৰী হৈ কাৰ্য-নিৰ্বাহ কৰিছিল। তেওঁৰ বিৰল প্ৰতিভাৰ বাবে ভাৰত চৰকাৰে ১৯৫৭ চনত ভাৰত-ৰত্ন সন্মানেৰে সন্মানিত কৰিছিল।

                                               

সৈন্য বাহিনীৰ বিশেষ ক্ষমতা আইন, ১৯৫৮

সৈন্য বাহিনীৰ বিশেষ ক্ষমতা আইন ১৯৫৮ চনৰ ছেপ্তেম্বৰ মাহৰ ১১ তাৰিখে ভাৰতৰ সংসদত গৃহিত কৰা হয়৷ ইয়াৰ দ্বাৰা অসম, অৰুণাচল প্ৰদেশ, মণিপুৰ, মেঘালয়, মিজোৰাম আৰু ত্ৰিপুৰা ৰাজ্যত সৈন্যসকলে কাৰ্য্য পৰিচালনাৰ ক্ষেত্ৰত বিশেষ ক্ষমতা লাভ কৰে৷

                                               

চক্ৰৱৰ্তী ৰাজাগোপালাচাৰী

চক্ৰৱৰ্তী ৰাজাগোপালাচাৰী ভাৰতীয় জাতীয় কংগ্ৰেছৰ এগৰাকী কৰ্ণধাৰ সদস্য আছিল। তেওঁ স্বাধীন ভাৰতৰ প্ৰথম গৱৰ্ণৰ জেনেৰেল আৰু স্বতন্ত্ৰ দলৰ অন্যতম প্ৰতিষ্ঠাপক আছিল। তেওঁ ওকালতি, ৰাজনীতি, প্ৰশাসন, সাহিত্য আদি প্ৰতিটো দিশতে ব্যুৎপত্তি আছিল। তেওঁ জাতত ব্ৰাহ্মণ পৰিয়ালৰ লোক আছিল যদিও ধৰ্মত তেওঁৰ গোড়ামি নাছিল। তেওঁৰ চৰিত্ৰৰ এক বিশেষ বৈশিষ্ট্য আছিল যে, সত্য কথা তেওঁ সদায় লুক-ঢাক নকৰাকৈ প্ৰকাশ কৰিছিল। সমস্যা যিমানেই গভীৰ নহওক, তাৰ সন্মুখীন হ’বপৰা দক্ষতা তেওঁৰ আছিল। তদুপৰি তেওঁ আছিল দূৰদৰ্শী লোক। সেয়ে এনেবোৰ গুণেৰে বিভূষিত আছিল কাৰণে লোকে তেওঁক আধুনিক চাণক্য নাম দিছিল। সৰ্বসাধাৰণে তেওঁক ৰাজাজী বা ৰাজ ...

                                               

গোপালকৃষ্ণ গান্ধী

গোপালকৃষ্ণ দেৱদাস গান্ধী এগৰাকী ভাৰতীয় ৰাজনৈতিক নেতা আৰু প্ৰাক্তন কূটনীতিবিদ। তেওঁ ২০০৪ চনৰ পৰা ২০০৯ চনলৈ পশ্চিম বংগৰ ২৩তম ৰাজ্যপাল আছিল। তেওঁ মহাত্মা গান্ধীৰ নাতি। তেওঁ প্ৰাক্তন ভাৰতীয় প্ৰশাসনিক বিষয়া হিচাপে ভাৰতৰ ৰাষ্ট্ৰপতিৰ সচিব বিভিন্ন পদবীত অধিষ্ঠিত আছিল। ইয়াৰ লগতে তেওঁ দক্ষিণ আফ্ৰিকা আৰু শ্ৰীলংকালৈ ভাৰতৰ উচ্চায়ুক্ত আৰু অন্যান্য কূটনৈতিক পদত সেৱা আগবঢ়াইছিল। ২০১৭ চনৰ ভাৰতৰ উপৰাষ্ট্ৰপতি নিৰ্বাচনত তেওঁ সংযুক্ত প্ৰগতিশীল মৰ্চাৰ পৰা মনোনয়ন লাভ কৰিছিল। এই নিৰ্বাচনত তেওঁ ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চাৰ সমৰ্থিত প্ৰাৰ্থী ভেংকাইয়া নাইডুৰ হাতত পৰাস্ত হয়। উপৰাষ্ট্ৰপতি নিৰ্বাচনত তেওঁ ২৪৪টা ...

                                               

হাৰিয়ানা

হাৰিয়ানা ভাৰতৰ এখন ৰাজ্য। এই ৰাজ্যৰ উত্তৰে পঞ্জাব আৰু হিমাচল প্ৰদেশ আৰু পশ্চিমে আৰু দক্ষিণে ৰাজস্থান অৱস্থিত। পূবে যমুনা নদী, উত্তৰাখণ্ড আৰু উত্তৰ প্ৰদেশ। দিল্লী উত্তৰ, পশ্চিম আৰু দক্ষিণ – এই তিনি দিশৰ পৰা হাৰিয়ানাক আৱৰি আছে। এই কাৰণে হাৰিয়ানাৰ ৰাজ্যৰ বৃহৎ অংশ ভাৰতৰ ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলৰ অন্তৰ্গত। হাৰিয়ানাৰ ৰাজধানী চণ্ডীগড় এখন কেন্দ্ৰীয় শাসিত অঞ্চল আৰু পঞ্জাব ৰাজ্যৰো ৰাজধানী। সংস্কৃত ভাষাত হাৰিয়ানা শব্দৰ অৰ্থ" ঈশ্বৰৰ নিবাস", এই শব্দটোৰ বুৎপত্তি সংস্কৃত" হৰি” আৰু" অয়ন” শব্দ দুটিৰ পৰা। আন এক মতবাদৰ মতে, সংস্কৃত" হৰিৎ” শব্দৰ পৰা এই নামৰ উৎপত্তি হৈছে, হাৰিয়ানা নাম এই ৰাজ্যৰ বৃহৎ হ ...

                                               

অখিল ৰঞ্জন দত্ত

ড° অখিল ৰঞ্জন দত্ত অসমৰ এজন সমাজ বিজ্ঞানী আৰু ৰাজনৈতিক প্ৰবন্ধকাৰ। তেখেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞানৰ এগৰাকী অধ্যাপক আৰু সম্প্ৰতি বিভাগীয় মূৰব্বী হিচাপে কৰ্মৰত। ১৯৭৩ চনত লখিমপুৰ জিলাৰ ঢকুৱাখনাত জন্ম লাভ কৰে। তেখেতৰ পিতৃৰ নাম থানেশ্বৰ কলিতা আৰু মাতৃৰ নাম পদ্মাৱতী কলিতা।

                                               

আৰ ভেঙ্কটৰমন

ৰামাস্বামী ভেঙ্কটৰমন আছিল এগৰাকী ভাৰতীয় অধিবক্তা, ভাৰতীয় স্বাধীনতা আন্দোলনৰ সক্ৰিয় সংগ্ৰামী, আৰু এগৰাকী ৰাজনীতিবিদ। তেওঁ এগৰাকী কেবিনেট মন্ত্ৰীৰ দায়িত্ব পালন কৰাৰ উপৰিও ভাৰতৰ অষ্টমজন ৰাষ্ট্ৰপতিৰ পদতো অধিষ্ঠিত হৈছিল।

                                               

ইন্দিৰা গান্ধী

ইন্দিৰা গান্ধী ভাৰত প্ৰথম মহিলা প্ৰধানমন্ত্ৰী, জৱাহৰলাল নেহৰুৰ কন্যা আছিল। তেওঁ লালবাহাদুৰ শাস্ত্ৰী মন্ত্ৰী সভাৰ তথ্য আৰু অনাতাঁৰ মন্ত্ৰী হিচাপে কাৰ্য নিৰ্বাহ কৰিছিল। মহাত্মা গান্ধীৰ আঁচনি ক্ৰমে চৰ্খা সংঘ প্ৰতিষ্ঠাতা আছিল আৰু চৈধ্য বছৰ বয়সত বানৰ সেনা সংগঠন কৰে। কংগ্ৰেছত ভৰ্তি হৈ ২১ বছৰ বয়সৰ পৰাই ভাৰতৰ স্বাধীনতা আন্দোলনত যোগদান কৰিছিল আৰু ১৩ মাহ কাল কাৰাবাস খাটিছিল। ১৯১৬ চনত জব্বলপুৰত হিন্দু-মুছলিম বিৰোধ, পূব আফ্ৰিকাত থকা ভাৰতীয় সংখ্যালঘু নিৰাপত্তাৰ শংকা আৰু ইন্দো-আমেৰিকানৰ সম্পৰ্কৰ সমন্বয় গঢ়িছিল। তেওঁৰ ব্যক্তিত্ব আৰ কৃতিত্বৰ স্বীকৃতি স্বৰূপে ১৯৭১ চনত ভাৰত ৰত্ন উপাধিৰে তেওঁক ভাৰত চৰকাৰ ...

                                               

প্ৰতিভা পাটিল

প্ৰতিভা দেৱীসিং পাটিল এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। ভাৰতীয় জাতীয় কংগ্ৰেছৰ সদস্য পাটিল ভাৰতৰ প্ৰথমগৰাকী আৰু আজিৰ দিনলৈ একমাত্ৰ মহিলা ৰাষ্ট্ৰপতি। পাটিলে ২০০৭ চনৰ পৰা ২০১২ চনলৈ ভাৰতবৰ্ষৰ দ্বাদশ ৰাষ্ট্ৰপতিৰূপে কাৰ্য্যভাৰ পালন কৰিছিল। ইয়াৰ পূৰ্বে ২০০৪ চনৰ পৰা ২০০৭ চনলৈ এখেতে ৰাজস্থানৰ ৰাজ্যপালৰ দায়িত্ব পালন কৰিছিল।

                                               

অৰুণাচল প্ৰদেশ বিধানসভা

অৰুণাচল প্ৰদেশ বিধানসভা হৈছে উত্তৰ-পূব ভাৰতৰ ৰাজ্য অৰুণাচল প্ৰদেশৰ এককক্ষীয় বিধানসভা। অৰুণাচলৰ বিধানসভা ভৱনটো ৰাজ্যখনৰ ৰাজধানী ইটানগৰত অৱস্থিত। অৰুণাচল প্ৰদেশৰ বিধানসভা ৬০ জন বিধায়কৰ সৈতে গঠিত।

                                               

নক্সাল

নক্সাল আন্দোলন, এটি কমিউনিষ্ট আন্দোলনৰ নাম। বিংশ শতাব্দীৰ সপ্তম দশকত পশ্চিমবঙ্গৰ নকশালবাড়ি পৰা আৰম্ভ হয় লাহে লাহে ভাৰতৰ ছত্তীছগঢ় আৰু অন্ধ্ৰপ্ৰদেশৰ বিভিন্ন অঞ্চলত বিয়পি পৰে। ক্ৰমে এইটো এটি সন্ত্ৰাসবাদী আন্দোলনৰ ৰূপ লৈছিল। নক্সাল বা নক্সালবাদী কলে উগ্ৰ বামপন্থী দলবোৰক বুজোৱা হয়। এই দলৰ জন্ম হৈছিল চিন-ছোভিয়েত ভাঙনৰ সময়ত। মতাদৰ্শগত ভাবে এওঁলোক মাও জেদংৰ পদাঙ্ক অনুসৰণকাৰী। নক্সাল আন্দোলন আৰম্ভ হৈছিল ভাৰতৰ পশ্চিমবঙ্গত। লাহে লাহে ভাৰতৰ অনুন্নত অঞ্চলসমূহত যেনে: ছত্তীছগঢ়, অন্ধ্ৰপ্ৰদেশ ইত্যাদি ৰাজ্যৰ প্ৰান্তিক এলাকাসমূহত বিয়পি পৰে। এওঁলোক মাৰ্ক্সবাদী তথা লেনিনবাদত বিশ্বাসী এওঁলোক ২০০৪ চনত ভ ...

                                               

ভাৰতৰ জৰুৰীকালীন অৱস্থা, ১৯৭৫

ভাৰতৰ জৰুৰীকালীন অৱস্থা, ১৯৭৫ ৰ দ্বাৰা, ভাৰতত ১৯৭৫-৭৭ ৰ একৈশ মাহ জুৰি সেইসময়ৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে দেশজুৰি বলবৎ কৰা জৰুৰীকালীন অৱস্থাক সূচোৱা হয়। চৰকাৰীভাৱে, তদানীন্তন ৰাষ্ট্ৰপতি ফখৰুদ্দিন আলি আহমেদ-এ ভাৰতীয় সংবিধানৰ ৩৫২ নং অনুচ্ছেদৰ অধীনত ‘’অভ্যন্তৰীণ সমস্যা ”-ৰ পৰিপ্ৰেক্ষিতত জৰুৰী অৱস্থা ঘোষণা কৰে। এই অৱস্থা ১৯৭৫ চনৰ ২৫ জুনৰ পৰা ১৯৭৭ চনৰ ২১ মাৰ্চলৈকে বলবৎ থাকে। জৰুৰীকালীন অৱস্থাৰ সময়ছোৱাত প্ৰধানমন্ত্ৰীৰ হাতলৈ নিৰ্বাচন স্থগিত কৰা, নাগৰিকৰ অধিকাৰ খৰ্ব্ব কৰাকে ধৰি অন্যান্য ক্ষেত্ৰতো প্ৰচুৰ ক্ষমতা আহি পৰে। এই সময়ছোৱাত ইন্দিৰা গান্ধীৰ প্ৰায়ভাগ ৰাজনৈতিক প্ৰতিদন্দ্বী কাৰাবাস খা ...

                                               

লোকসভা

লোকসভা হৈছে ভাৰতীয় সংসদৰ নিম্ন সদন বা নিম্নকক্ষ। লোকসভাৰ সদস্যসকলক ভাৰতীয় ভোটাৰে পোনপটিয়াভাবে নিৰ্বাচিত কৰে। ভাৰতীয় সংবিধান অনুসৰি লোকসভাত সৰ্বাধিক ৫৫২জন সদস্য থাকিব পাৰে। ইয়াৰে ৫৩০ জনক ভাৰতৰ ৰাজ্যবোৰৰ ভোটাৰে আৰু ২০ জনক কেন্দ্ৰীয় শাসিত প্ৰদেশৰ ভোটাৰে নিৰ্বাচিত কৰে, বাকী দুজনক ভাৰতৰ ৰাষ্ট্ৰপতিয়ে মনোনীত কৰে, এওঁলোক দুজন এংলো-ইণ্ডিয়ান মুলৰ হয়। প্ৰতিজন লোকসভাৰ সদস্যই তেওৰ সমষ্টিক লোকসভাত প্ৰতিনিধিত্ব কৰে। প্ৰত্যেক লোকসভাৰ কায্যৰ্কাল পাঁচ বছৰ। বৰ্তমান লোকসভাত ৫৪৫জন সদস্য আছে। ২০০৯ চনলৈকে ভাৰতত মুঠ ১৬খন লোকসভা গঠিত হৈছে। লোকভাৰ সদস্য সকলৰ পৰা এজনক অধ্যক্ষ্ আৰু এজন উপাধ্যক্ষ নিৰ্বাচিত কৰ ...

                                     

★ ভাৰতৰ ৰাজনীতি

  • ৰ জ যসভ ৰ দল অন য য সদস যস খ য ৰ ত ল ক দ য হ ল ৰ জ যসভ সদস য ল কসভ ভ ৰতৰ ৰ জন ত ভ ৰত য স সদ ভ ৰতত আইন প ৰণয ন প ৰক ৰ য Hon ble Chairman, Rajya Sabha
  • ভ ৰতৰ সঞ চ লক পদত ন য ক ত হ আছ ল ত খ তৰ জন ম হ ছ ল অৰ ণ চল প ৰদ শৰ ট ৰ পত প ত ৰ ন ম ব ৰজ নন দ চ ধ ৰ ত খ ত সম প ৰত কটন মহ ব দ য লয ৰ ৰ জন ত ব জ ঞ ন
  • ভ ৰতৰ স ব ধ নত আন দ লন ব ল ল দক ষ ণ এছ য ৰ এক শত ব ৰ ট ছ ইষ ট ইণ ড য ক ম প ন আৰ প চৰচ ৱ ত ব ৰ ট ছ চৰক ৰৰ শ সনৰ প ৰত ব দ কৰ ত ও ল কক শ সনভ ৰ এৰ
  • আৰ ব জ ঞ ন দ ট শ খ আছ অসম য বড ই ৰ জ শ ক ষ অৰ থন ত ব ৰঞ জ ৰ জন ত ভ গ ল ন তত ত ব গণ ত পদ ৰ থ ব জ ঞ ন ৰস য ন ব দ য উদ ভ দ ব জ ঞ ন প ৰ ণ
  • ইক নম ক সত ৰ জন ত অৰ থন ত আৰ স ব দ কত অধ যয ন কৰ ৰ পথ প ৰশস ত কৰ ত ল চনত ত ও ই ল ণ ডল য য আৰ হ ৰল ড ল স ক ৰ অধ নত ৰ জন ত ব জ ঞ ন অধ যয ন
  • গ ব ন দ বল লভ পণ ট ই ৰ জ Govind Ballabh Pant - ভ ৰতৰ অৰ থ শ স ত ৰ, ৰ জন ত আৰ সম জ স স ক ৰৰ ক ষ ত ৰত অস ধ ৰণ প ৰত ভ দ খ ওৱ ব শ ষ ট ব যক ত
  • অসম য ব ভ গ অৰ থন ত ব ভ গ শ ক ষ তত ত ব ব ভ গ ই ৰ জ ব ভ গ ব ৰঞ জ ব ভ গ ৰ জন ত - ব জ ঞ ন ব ভ গ সম জতত ত ব ব ভ গ ৰস য ন - ব জ ঞ ন ব ভ গ উদ ভ দব জ ঞ ন ব ভ গ
  • এই ৰ জন ত ব জ ঞ ন ব ষয ক চম প ৰবন ধট ক বহল ই ল খ প ৰয জন আপ ন ও ইচ ছ কৰ ল য গদ ন কৰ ব প ৰ স ন য ব হ ন ৰ ব শ ষ ক ষমত আইন চনৰ ছ প ত ম বৰ
  • কৰ ণধ ৰ সদস য আছ ল ত ও স ব ধ ন ভ ৰতৰ প ৰথম গৱৰ ণৰ জ ন ৰ ল আৰ স বতন ত ৰ দলৰ অন যতম প ৰত ষ ঠ পক আছ ল ত ও ওক লত ৰ জন ত প ৰশ সন, স হ ত য আদ প ৰত ট
  • আৰ আৰৱ স স ক ত ব ভ গ অৰ থন ত ব ভ গ শ ক ষ তত ত ব ব ভ গ ব ৰঞ জ ব ভ গ ৰ জন ত - ব জ ঞ ন ব ভ গ সম জতত ত ব ব ভ গ দৰ শন ব ভ গ প ৰ তত ত ব ব ভ গ মন ব জ ঞ ন
  • সভ পত আছ ল বৰ তম ন গ প লক ষ ণ গ ন ধ য অশ ক ব শ বব দ য লয ত ইত হ স আৰ ৰ জন ত ব জ ঞ নৰ অধ য পক পদত অধ ষ ঠ ত At farewell, Gopalkrishna Gandhi calls
                                     
  • ক ন দ ৰ ব দ যম ন হ ৰ য ন ৰ অধ ব স প ৰধ ন জ ত গ ষ ঠ হ ল জ ট হ ৰ য ন ৰ ৰ জন ত জ ট জ ত ৰ দ ব ৰ ই ম লত পৰ চ ল ত হয এই ৰ জ যৰ প ৰধ ন ৰ জন ত ক দলসম হ হ ল
  • ৰচন কৰ ছ ল আৰ কণ ঠদ ন কৰ ছ ল ত খ তৰ গ নত সমস ময ক সম জ, স স ক ত ৰ জন ত দ ৰ ন ত আদ স পষ টভ ব প ৰত ফল ত হ ৱ দ খ য য ত খ তৰ কৰ মৰ জ য অসমৰ
  • সম জ ব জ ঞ ন আৰ ৰ জন ত ক প ৰবন ধক ৰ ত খ ত গ ৱ হ ট ব শ বব দ য লয ৰ ৰ জন ত ব জ ঞ নৰ এগৰ ক অধ য পক আৰ সম প ৰত ব ভ গ য ম ৰব ব হ চ প কৰ মৰত
  • প ৰ ল য ম ণ ট The Role of a Private Member of Parliament, হ ৰল ড ল ছক ৰ জন ত ব জ ঞ ন প ৰত ষ ঠ নৰ দ ব ৰ চনত প ৰক শ ত ম ই প ৰ ছ ড ঞ চ য ল ইয ৰছ My
  • সম প ৰ ণ কৰ ব ন ৱ ৰ ল ক ন ত জ লৰ প ৰ প ত ক ব শ বস হ ত য - সভ য ত - ক ষ ট - ৰ জন ত ব ষয ৰ য ব ৰ চ ঠ প ৰ ৰণ কৰ ছ ল স ই চ ঠ ৰ স ৰমৰ ম প ঠ য - প থ ৰ শ ক ষ তক
  • ভ ৰতৰ স ব ধ ন ভ ৰত য প ৰজ তন ত ৰৰ সৰ ব চ চ আইন এই স ব ধ নত চৰক ৰৰ গঠন, ক ৰ যপদ ধত ক ষমত আৰ কৰ তব য ন ৰ দ ধ ৰণ ম ল ক অধ ক ৰ, ৰ ষ ট ৰপৰ চ লন ৰ ন ৰ দ শম লক
  • গ ন ধ স ণৰ পদক, এড নব ৰ গ পদক, নৱম ক ট ল ন য ইণ ট ৰন শ যন ল প ৰ ইজ, ৰ জন ত আৰ অৰ থন ত ৰ চ ইডম ন ব ট ই ৰ ক, ড উভ ল এগন ল ইণ ট ৰন শ যন ল প ৰ ইজ
  • ন ৰ ম ণ হ ৱ ত ম ল ছব ক অন প ৰ ৰণ য গ ইছ ত ম ল চলচ চ ত ৰ আৰ দ ৰ ব ড য ৰ জন ত - পৰস পৰ পৰস পৰক গভ ৰভ ব প ৰভ ৱ ন ব ত কৰ ছ চনত খন ছব ন ৰ ম ণ ৰ
  • জলগ ওস থ ত ম লজ জ ঠ কল জৰ স ইসময ত প ন ব শ বব দ য লয ৰ অন তৰ গত পৰ ত ও ৰ জন ত ব জ ঞ ন আৰ অৰ থন ত ব জ ঞ ন ব ষয ত স ন তক ত তৰ ড গ ৰ ল ভ কৰ পৰৱৰ ত
                                     
  • তদ ন ন তন প ৰধ নমন ত ৰ ইন দ ৰ গ ন ধ ৰ ব ৱ ৰ আছ ল, তথ প ত ও স ইসময ত ৰ জন ত আৰ জনগণৰ পৰ দ ৰত আছ ল ত ও ৰ স ব ম ৰ জ ৱ গ ন ধ ৰ হত য ৰ প ছত, ক গ ৰ ছ
  • শ খ ত স ন তক ড গ ৰ ল ভ কৰ ছ ল চনত ত ও এল হ ব ৰ ব শ বব দ য লয ৰ পৰ ৰ জন ত ব জ ঞ নত স ন তক ত তৰ ড গ ৰ ল ভ কৰ ছ ল ছ ত ৰ ৰ জন ত ত ত ও ফ য ৰব ৰ ণ ড
  • চ ণক য আখ য দ য হয ভ ৰতৰ এক দশ ৰ ষ ট ৰপত এ প জ আব ল ক ল মৰ মত ৰ ৱ এজন দ শপ ৰ ম ক ৰ জন ত য দ শৰ স ব ৰ থ য ক ন ৰ জন ত তন ত ৰতক উৰ ধত ব ল ভ ব ছ ল
  • ভ ৰতৰ জৰ ৰ ক ল ন অৱস থ ৰ দ ব ৰ ভ ৰতত - ৰ এক শ ম হ জ ৰ স ইসময ৰ প ৰধ নমন ত ৰ ইন দ ৰ গ ন ধ য দ শজ ৰ বলবৎ কৰ জৰ ৰ ক ল ন অৱস থ ক স চ ৱ
  • ৰ ষ ট ৰব জ ঞ নৰ গ ৰ ত বপ ৰ ণ গ ৰন থ অৰ থশ স ত ৰ ৰচন কৰ ছ ল ত খ তক ভ ৰতৰ ৰ জন ত ব জ ঞ ন আৰ অৰ থন ত ৰ জনক, আৰ ত ও ৰ কৰ মৰ জ ক ধ ৰ পদ অৰ থন ত ৰ পথপ ৰৱৰ তক
  • ব ট ল ভ কৰ ছ চনত ভ ৰতৰ চত ৰ থ সৰ বশ ৰ ষ ঠ অস মৰ ক সন ম ন পদ মশ ৰ ৰ ত ও ক সন ম ন ত কৰ হ ছ ৰ দশকৰ কট টৰপন থ ৰ জন ত ব ষয ক চলচ চ ত ৰৰ ধ ৰ ট ৰ
  • ন ৰ ব চনত অৱত ৰ ণ হ ছ ল যদ ও আক এব ৰ পৰ জ ত হয শবনম ম চ য ভ ৰতৰ বহ ত ট ৰ ন সজ ণ ড ৰ ল কক ৰ জন ত গ ৰহণ কৰ বল আৰ ভ ৰতত ম লধ ৰ ৰ ক ৰ যকল পত অ শগ ৰহণ কৰ বল
  • ব শ বব দ য লয ৰ অধ নৰ ম গড ল ন কল জত দৰ শন, ৰ জন ত ব জ ঞ ন আৰ অৰ থন ত অধ যয ন কৰ ৰডছ স কল ৰ হ চ প ত ও চনত দৰ শন, ৰ জন ত ব জ ঞ ন আৰ অৰ থন ত ৰ স ন তক ত তৰ
  • জ ৱনত জ ল ক ছ ল ইতৰ প ৰ জ ৱন ম ক ক শ ক ল জ ৱনৰ আধ ব ন দ ম ৰ জ ৱনত ৰ জন ত আৰ স হ ত য চৰ চ ম ৰ য ন অন ব ষণৰ ক হ ন অন ভ ত ভ ত আৰ অদ ভ ত ব ব ধ
                                     
  • মন ত ৰ লয ৰ ব শ ষ ব ভ গৰ অধ যক ষ আছ ল প ৰ ছ ড ন চ মহ ব দ য লয কল কত গ খল ৰ জন ত আৰ ব ণ জ য ক প ৰত ষ ঠ ন, ভ ৰত য ব ণ জ য ক প ৰত ষ ঠ নত ৰ ষ ট য পৰ ষদ

Users also searched:

ৰাজ্যসভা, অসমৰ, বৰঞজ, কইজ, অসময, উপধযকষ, নসভৰ, পৰত, জতয, জনসখয, অসমৰমঠজনসখয, অসমৰজতযপৰতক, অসমবনসভৰউপধযকষ, অসমযসহতযৰকইজ, বৰঞজকইজ, অসমৰসধৰণজঞন, জঞন, নৰবচন, বধনমণডল, সহতযৰ, সধৰণ, ৰজযসভ, জযসভনৰবচন, কে আৰ নাৰায়ণন, নৰযণন, কআৰনৰযণন, চক্ৰৱৰ্তী ৰাজাগোপালাচাৰী, পৰথম, ভৰতৰ, ৰষটৰপত,

...

Encyclopedic dictionary

Translation

অসমীয়া সাহিত্যৰ কুইজ.

ৰাজ্যসভাৰ উপাধ্যক্ষ নিৰ্বাচিত. নিয়মীয়া বাৰ্তা ২৩ জুলাইঃ ৰাজনীতি অপৰাধীমুক্তকৰণ দেশত শ্লোগান হৈ আছে৷ দেশৰ ৰাজনৈতিক দলসমূহে ৰাজনীতিক অপৰাধীমুক্তকৰণৰ পোষকতা কৰে যদিও কার্যতঃ ইয়াৰ বিপৰীত ছবি এখন. অসম বিধানসভাৰ উপাধ্যক্ষ. ৰাজ্যসভা, লোকসভা সচিবালয়ৰ কাম কাজ. মুখ্যমন্ত্ৰী হৈ হিমন্ত বিশ্ব শৰ্মাই কি কাম কৰিব… – Asomiya Pratidin – অসমীয়া প্ৰতিদিন Highest Circulated Assamese News Paper & News Portal Augment supply of oxygen, vaccine to Tamil Nadu: Madras HC tells Centre অসম সাহিত্য সভাৰ. ৰাজ্য সভাৰ নিৰ্বাচন. ৰিপুণ বৰা সহ ৮জন সাংসদ নিলম্বতি. Translations of ৰাজ্যসভা. ৰাজ্যসভা in Bengali বাংলা ৰাজ্যসভা in Bodo बड़ो ৰাজ্যসভা in Dogri डोगरी ৰাজ্যসভা in English ৰাজ্যসভা in Gujarati ગુજરાતી ৰাজ্যসভা in Hindi हिन्दी ৰাজ্যসভা in Konkani कोंकणी.





ℹ️ তথ্য Images Rainbow Indian ShareChat ভাৰতৰ.

ভাৰতে স্বাধীনতা লাভ কৰা পঞ্চাশ বছৰ পূর্ণ হােৱাৰ আগমূহুৰ্ত্তত ১৯৯৭ চনৰ ২৫ জুলাইত কোচেৰিল ৰমণ নাৰায়ণন অথাৎ চমুকৈ কে, আৰ, নাৰায়ণনে ভাৰতৰ দশম গৰাকী ৰাষ্ট্রপতি. এনাজৰী ক্ৰমে ৰাষ্ট্ৰপতি. কে আৰ নাৰায়ণন ◇ কাৰ্যকাল ১৯৯২ ৰ পৰা ১৯৯৭ ☆ কৃষ্ণ কান্ত ◇ কাৰ্যকাল ১৯৯৭ ৰ পৰা ২০০২ ☆ ভেৰসিং শ্বেখাৱট ◇ কাৰ্যকাল ২০০২ ৰ পৰা ২০০৭ ☆ মহম্মদ হামিদ আনছাৰী ◇ কাৰ্যকাল ২০০৭ ৰ. ভাৰতৰ ৰাষ্ট্ৰপতিসকলৰ তালিকা List of. ৪ ১২ ১৯১০ ২৭ ১ ২০০৯ ২৫ ৭ ১৯৮৭২৫ ৭ ১৯৯২ ড০ শংকৰ দয়াল শর্মা । ১৯ ৮ ১৯১৮ ২৬ ১২ ১৯৯৯ ২৫ ৭ ১৯৯২, ২৫ ৭ ১৯৯৭ ET ২৭ ১০ ১৯২০৯ ১১ ২০০৫ ২৫ ৭ ১৯৯৭ ২৫ ৭ ২০০২ কে. আৰ. নাৰায়ণন ।. ইতিহাস শ্ৰীমন্ত শংকৰদেৱ. কে.আৰ নাৰায়ণন K.R. Narayanan. 25 জুলাই, 1997 25 জুলাই,2002. 11. এ. পি. জে আব্দুল কালাম A.P.J. Abdul Kalam 25 জুলাই, 2002 25 জুলাই,2007. 12. প্ৰতিভা পাটিল Pratibha Patil 25 জুলাই, 2007 25 জুলাই, 2012. Dainik Agradoot 16 November.p65. চনত ব্ৰহ্মদেশৰ ম্যানমাৰ মাটিণ্ট টিণ্টৰ ঊষা নাৰায়ণন লগত বিবাহ আৰু কালক্ৰমত দুটি সৰুৰে পৰা মোধাশক্তিৰ পৰিচয় দি অহা অসাধাৰণ পাণ্ডিত্যৰ অধিকাৰী কে আৰ নাৰায়ণনে.


ভাৰতৰ প্ৰথম প্ৰধান মন্ত্ৰী.

ভাৰতৰ ৰাষ্ট্ৰীয় বঁটা আৰু সন্মানৰ. চক্ৰৱৰ্তী ৰাজাগোপালাচাৰী, ১৯৪৮. দক্ষিণ মেৰুবিন্দুত পদাপৰ্ণ কৰা প্ৰথম ভাৰতীয়. কৰ্ণেল জে কে বাজাজ, ১৭ জানুৱাৰী, ১৯৮৯. ইংলিছ চেনেল সাঁতুৰি পাৰ হোৱা প্ৰথম ভাৰতীয় পুৰুষ. পানী পথৰ যুদ্ধ. ৰাজনীতি বিজ্ঞান বিষয়ক NJWebstudio. উত্তৰ চক্ৰৱৰ্তী ৰাজাগোপালাচাৰী। প্রশ্ন জনতা দল কেতিয়া গঠন হয়? উত্তৰ ১৯৭৭ চনত. ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি কোন. Politics GK – Scientific Temperament. Возможно, вы имели в виду:. ভাৰতৰ প্ৰথম স্বাধীনতা সংগ্ৰাম বুলি আখ্যা দিয়া হয়. Assam TET Practice Social Science in Assamese সমাজ. Katha Ramayan কথা ৰামায়ণ চক্ৰৱৰ্ত্তী ৰাজাগোপালাচাৰী অনুবাদক প্ৰদীপ শইকীয়া ​BANALATA KATHA MAHABHARAT কথা মহাভাৰত চক্ৰৱৰ্তী ৰাজাগোপালাচাৰী অনুবাদ মহাদেৱ শৰ্মা প্ৰকাশক.





নাৰী সৰবৰাহ যেতিয়া নাৰীতকৈও অধিক.

২২ জানুৱাৰী,২০২১লৈকে ৯খন ৰাজ্য কেৰালা, হাৰিয়ানা, মধ্য প্ৰদেশ, মহাৰাষ্ট্ৰ, চত্তীশগড়, উত্তৰাখণ্ড, গুজৰাট, উত্তৰ প্ৰদেশ আৰু পাঞ্জাৱ ত হাঁহ কুকুৰাৰ মাজত আৰু ১২ খন. হাৰিয়ানা বিধানসভা Asomiya Pratidin. হাৰিয়ানা হৈ দিল্লী পোৱা কৃষক সমদলক বাধা আৰক্ষীৰ, প্ৰবল উত্তেজনা দিল্লী সীমান্তত উপস্থিত হৈছিল আৰু এতিয়া উপস্থিত হৈছে দিল্লী আৰু হাৰিয়ানাৰ সীমান্তত।. হাৰিয়ানাৰ কুৰুক্ষেত্রত একাধিক. বাবে আটাইতকৈ অপকাৰী ৰােগ আৰু ইয়াৰ ফলত উৎপাদন. 30 শতাংশ পর্যন্ত হ্রাস পাব পাৰে। হিচাৰস্থিত চিচিএছ হাৰিয়ানা কৃষি বিশ্ববিদ্যালয়. এইএইউ ৰ বিজ্ঞানীসকলে আইচিআআইএছএটি.


ছমহীয়া অন্তঃসত্বা বোৱাৰীক স্বামী.

Дата и место рождения:. ঘূৰণীয়া মেজমেল ASSAM TIMES POST. ডা নগেন দত্ত. ৩৯ গণিত কুইজ ৫৯ লীলাৱতী. ৪০ পঢ়ি ভাল ড° অখিল বৰুৱা. ১৭।। নতুন আৱিষ্কাৰ পঢ়ি বন্ধুলৈ আয়নযুক্ত নক্ষত্র বতাহ, ৰঞ্জন ৰশ্মি. আৰু অতিবেঙুণী ৰশ্মি বিকিৰণৰে​.


কেইটামান উল্লেখযোগ্য অনুষ্ঠান.

Bidirna Baghjai বিদীৰ্ণ বাঘজাই সাহিত্য অকাদেমি পুৰস্কাৰপ্ৰাপ্ত মাৰাঠি উপন্যাস বিশ্বাস পাটিল চুটি গল্প সংকলন মনোজ দাস অনুবাদ প্ৰতিভা গোস্বামী প্ৰকাশক সাহিত্য অকাদেমি. বিশ্বৰ অৰঙে দৰঙে ৰুবুল মহন. অনুবাদ প্ৰতিভা গোস্বামী পুৰস্কাৰপ্ৰাপ্ত মাৰাঠি উপন্যাস বিশ্বাস পাটিল অনুবাদ. General Knowledge Store, Assam, Bongaigaon 2021 FindGlocal. প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জী, প্ৰতিভা পাটিল আৰু কংগ্ৰেছৰ প্ৰাক্তন সভাপতি. All page 22 October.p65 Dainik Agradoot. কংগ্ৰেছ দলৰ প্ৰাৰ্থী ক্ৰমে প্ৰতিভা দেৱী সিং পাটিল আৰু প্ৰণৱ মুখাৰ্জীক বিনাচৰ্তে.





অসমৰ ৰাজ্য সভাৰ সদস্য.

অসম বিধানসভাৰ সংক্ষিপ্ত ঐতিহাসিক. চৰকাৰ কাৰঃ অসমত আজি বিধানসভা নিৰ্বাচনৰ ভোটগণনা. by ASSAM কণ্টকময় পথ অতিক্ৰম কৰি নিজেই গাড়ী ঠেলি সাধাৰণ জনতাক লগ কৰিবলৈ অৰুণাচলৰ মুখ্যমন্ত্ৰীৰ সাহসিক যাত্ৰা: by ASSAM. অসম মন্ত্ৰী সভা. বিজেপিঃ এখন শক্তিশালী, সুস্থিৰ. অৰুণাচল প্ৰদেশৰ সীমান্তত চীনৰ তিনিখন গাঁও স্থাপন চীনে ভাৰতৰ পশ্চিম অৰুণাচল প্ৰদেশ, চীন আৰু ভূটানৰ সংযোগস্থলীৰ নিকটৱৰ্তী বুম লা গিৰিপথৰ পৰা প্ৰায় পাঁচ. বিধানমণ্ডল. ৰহা বিধানসভা সমষ্টি – NewsFile Online Oxomiya. Beki Express Team 06 04 2021. 0. ৮৭ খন আসন লাভ কৰিব BJP মিত্ৰজোঁটেঃ ড০ হিমন্ত বিশ্ব শৰ্মা ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণৰ থানাত থকা যুৱকৰ মৃতদেহ গছত.


Calcutta in the 1950s and 1970s: What Made it the Hotbed of.

ৰাজ্যখনত মাওবাদীৰ বিৰুদ্ধে চলোৱা অভিযানত নিৰাপত্তাৰক্ষীয়ে লাভ কৰা নক্সাল কেডাৰৰ নক্সাল কেডাৰে লিখা পত্ৰখনত, মহিলা নক্সাল কমাণ্ডাৰ অৰ্থাৎ কমৰেড দিদিলৈ. মহাৰাষ্ট্ৰ গাডচিৰলিৰ হাবিত. আগে থেকেই ব্যালট বক্সের লড়াইয়ের জন্য বাক যুদ্ধ শুরু হয়ে গিয়েছিল। প্রধানমন্ত্রী নরেন্দ্র মোদীর নক্সাল মন্তব্যের বিরুদ্ধে এবার মুখ খুললেন অরবিন্দ কেজরিওয়াল।. মৃত্যুর কাছে হার মানলেন গরিবের. ঝাৰখণ্ডৰ ৰাঁচীত দেওবাৰে এগৰাকী দুধৰ্ষ নক্সালবাদীয়ে আত্মসমৰ্পণ কৰে ৷ আত্মসমৰ্পণ কৰা নক্সাল সদস্য গৰাকীৰ নাম হল জীৱন কান্দুলনা ওৰফে পাত্ৰাছ ৷ ৰাঁচীৰ.





ভাৰতীয় জাতীয় কংগ্ৰেছৰ জন্ম কেতিয়া হৈছিল.

আজ তাক বিশেষ: ভারতে 1975 সালের জরুরী অবস্থা সম্পর্কে ইউটিউব. গুৱাহাটী, ১৫ মে ও গুৱাহাটী চিকিৎসা মহাবিদ্যালয় গুৱাহাটী, ১৫ মেঃ আত্মনিৰ্ভৰ ভাৰত. চিকিৎসালয়ৰ সামগ্ৰীবােৰ থৈ যােৱাৰ ফলত দুৱাৰৰ ওচৰতে থকা অৱস্থাত ৰাজ্য চৰকাৰে কেৱল কুৰিদিনৰ বাবেহে ১৯৭৫ চনত বৰবৰী হাইস্কুলত শিক্ষকতা বৃত্তিত নামৰ সাপ্তাহিক হিন্দী কাকতত সাংবাদিক হিচাপে জৰুৰীকালীন আৰু কর্তৃপক্ষই নিগমৰ চাৰিটা ইউনিয়নৰে এখন সভা।. ভাৰতৰ জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি কোন আছিল?. Rameswar Teli ১৯৭৫ চনৰ ভাৰত বৰ্ষৰ. ১৯৭৫ চনৰ ২৬ জুনৰ দিনা জৰুৰীকালীন অৱস্থা ঘোষণা কৰাৰ সময়ত শ্ৰী দেশাইক গ্ৰেপ্তাৰ কৰি নজৰবন্দী কৰা হল৷ তেওঁক একান্ত কাৰাবাস প্ৰদান কৰি লোকসভাৰ নিৰ্বাচন ঘোষণা কৰাৰ ঠিক.


লোকসভা ও রাজ্যসভার যৌথ অধিবেশনে কে সভাপতিত্ব করেন.

নন্দীগ্রামে হারেপর ঘরের KhaborOnline. আজকাল ওয়েবডেস্ক: সোমবার দক্ষিণ মুম্বাইয়ের মেরিন ড্রাইভের একটি হোটেলে মোহন দেলকারকে মৃত অবস্থায় পাওয়া যায়। তিনি দাদরা ও নাগর হাভেলি থেকে লোকসভার সাংসদ ছিলেন।. লোকসভা ও বিধানসভা পার্থক্য. Chief Ministers Office Government of West Bengal.in. উত্তরপ্রদেশে একাই লড়বে কংগ্রেস: এসপি ​বিএসপির জোটে না থাকা তাদের পক্ষে কেন মঙ্গল. উত্তরপ্রদেশের জন্য এবার ভেবেচিন্তে পরিকল্পনা করতে পারবে কংগ্রেস. DAILYBITE. Share on facebook. লোকসভা meaning in english. শুভেন্দু মুকুলের ক্ষেত্রে Biswa Barta. অর্থ বিল ২০২১ ও অনুমোদিত হয়েছে। এবারের অধিবেশনে সংসদের উভয় কক্ষে মোট ২০টি বিল পেশ করা হয়। এর মধ্যে লোকসভায় ১৭টি এবং রাজ্যসভায় ৩টি বিল ছিল। লোকসভা ১৮টি বিল. লোকসভা কি. দেবে র নিজের অফিস ই আইসোলেশন. নয়াদিল্লি: দেশের করোনাভাইরাস পরিস্থিতি কিছুটা নিয়ন্ত্রণে আসছে না এদিকে উত্তরোত্তর বাড়ছে মৃত্যুর হার। দৈনিক সংক্রমণ আগের থেকে কিঞ্চিৎ কম হলেও মৃত্যুর​.


...
Free and no ads
no need to download or install

Pino - logical board game which is based on tactics and strategy. In general this is a remix of chess, checkers and corners. The game develops imagination, concentration, teaches how to solve tasks, plan their own actions and of course to think logically. It does not matter how much pieces you have, the main thing is how they are placement!

online intellectual game →