Back

★ ভাৰতৰ সামাজিক সম্প্ৰদায়সমূহ - আংগামী নগা, সৎনামী, হিজ্‌ৰা, দলিত, অসমীয়া জাতি, অনুসূচীত জাতি আৰু অনুসূচীত জনজাতি, আদিবাসী, ভিল জনগোষ্ঠী, জাৰোৱা জাতি, কৃষ্ণ ..



                                               

আংগামী নগা

আংগামী উত্তৰ-পূব ভাৰতৰ নাগালেণ্ড ৰাজ্যত বসবাস কৰা এটা স্থানীয় নগা জনজাতি। তেওঁলোকক ভাৰতীয় সংবিধানৰ পঞ্চম সূচী অনুসৰি অনুসূচিত জনজাতিৰূপে স্বীকৃতি দিয়া হৈছে। এই জনজাতিৰ লোকসকলে ফেব্ৰুৱাৰী মাহত পালন কৰা ’চেক্ৰেনী’ নামৰ উৎসৱটোৰ বাবে প্ৰখ্যাত।

                                               

সৎনামী

সৎনাম ধৰ্মৰ অনুগামী সকলক সৎনামী বুলি কোৱা হয়। বুৰঞ্জীবিদ শংকৰলাল টণ্ডন ৰ মতে সৎৰ অৰ্থ- আত্মা, এই নামৰ অৰ্থ চেতনাৰ গুণ, ঈ-ৰ অৰ্থ শৰীৰ বা সৎ নাম ক ধাৰণ কৰা আধাৰ। তাৎপৰ্য এইয়ে যে সেই মনুষ‍্য,যি নিজৰ কৰ্ম বা স্বভাৱত চেতনাৰ গুণক হৃদয়ত সমাৱেশ বা প্ৰৱেশ কৰা সকলক সৎনামী বুলি কোৱা হয়| গুৰু ঘাসীদাস বাবাই সৎনাম ধৰ্ম প্ৰচাৰ কৰিছিল। ১৭৫৬ চনৰ ১৮ ডিচেম্বৰ তাৰিখে ছত্তীছগঢ়ৰ গিৰৌদপুৰী ত তেখেতৰ জন্ম হৈছিল। তেখেতৰ আগতে ১৫৪৩ খ্ৰীষ্টাব্দত বীৰভানে সৎনামী জাতিক নেতৃত্ব দিছিল। ১৬৭২ চনত সৎনামী সকলে পঞ্জাবৰ নাৰনল ত মোগল সম্ৰাট ঔৰংজেৱৰ লগত যুদ্ধ কৰিছিল। ভাৰতৰ ছত্তীছগঢ়, পঞ্জাব, হাৰিয়ানা, দিল্লী, উৰিষ‍্যা, অসম আ ...

                                               

হিজ্‌ৰা

হিজিৰা বুলিলে নপুংসক, উভয়লিংগী আৰু ট্ৰান্সজেণ্ডাৰ ব্যক্তিৰ এক বিশেষ গোট বা সমাজত বাস কৰা আৰু এক উমৈহতীয়া গুৰু পৰম্পৰা অনুসৰি নীতি-নিয়ম মানি চলা ব্যক্তিসকলক বুজায়। হিজিৰা সকলে গুৰু পৰম্পৰা মানি চলে আৰু বিশেষ ৰীতি-নীতিৰে হিজিৰা সমাজত অন্তৰ্ভুক্ত হোৱাৰ পিছত হে হিজিৰা নাম লাভ কৰে। তেওঁলোকক ঠাই ভেদে আৰাৱনী, আৰুভনী, যোগপ্পা আৰু তুস্বাৰ্থত চাক্কা বুলি জনা যায় যদিও ভাৰতৰ হিজিৰা সমাজে নিজকে কিন্নৰ বুলি অভিহিত কৰে। ধৰ্মীয় বিশ্বাস অনুসৰি কিন্নৰ কুৱেৰৰ পৰিষদৰ সভাসদ আছিল আৰু নৃত্য-গীত আদিত পাৰ্গত আছিল। পাকিস্তানত হিজিৰা সকলক খাজ্যা চিৰা বুলি বুলি জনা যায়। খাজ্যা চিৰা উৰ্দু ভাষাত ট্ৰান্সজেণ্ডাৰৰ ...

                                               

দলিত

দলিত শব্দৰ দ্বাৰা ভাৰতৰ এনে কিছু জাতিগত গোষ্ঠীক বু্ুজোৱা হয় যিসকল সচৰাচৰ নিপীড়িত আৰু পিছপৰা জাতিৰূপে চিহ্নিত। সংস্কৃত আৰু হিন্দী ভাষাত দলিত শব্দৰ অৰ্থ হৈছে "ভগ্ন"বা "ছেদেলিভেদেলি।"দলিতসকলক হিন্দু ধৰ্মৰ চাৰি বৰ্ণ ব্যৱস্থাৰ পৰা নিলগাই ৰখা হৈছে আৰু পঞ্চম বৰ্ণ হিচাপে দেখা গৈছে, যি পঞ্চমা নামেৰেও পৰিচিত। দলিতসকল বৰ্তমানে হিন্দু ধৰ্ম, বৌদ্ধ ধৰ্ম, শিখ ধৰ্ম, খ্ৰীষ্টান ধৰ্ম আৰু বিভিন্ন লোকধৰ্ম সহ বিভিন্ন ধৰ্মীয় বিশ্বাসক বিশ্বাস কৰে। ভাৰতৰ ২০১১ চনৰ লোকপিয়ল অনুসৰি দলিতসকলৰ সংখ্যা ২০ কোটি যি ভাৰতৰ জনসংখ্যাৰ ১৬%। দলিত শব্দটো ১৯৩৫ চনৰ পূৰ্বৰ ব্ৰিটিছ ৰাজৰ লোকপিয়লৰ শ্ৰেণীবিভাজনৰ সময়ৰ শোকগ্ৰস্ত শ্ৰেণ ...

                                               

অসমীয়া জাতি

অসমীয়া জাতি হৈছে বিভিন্ন সময়ত, বিভিন্ন কাৰণত অসমলৈ অহা বিভিন্ন প্ৰজাতিৰ লোকৰ সংমিশ্ৰণতে গঢ় লৈ উঠা এটা বৃহত্তৰ জাতি। সময়ৰ লগে লগে তেওঁলোকৰ বিভিন্ন ভাষা, সংস্কৃতি আদি মিলি গৈ এই জাতিৰ ভাষা-সংস্কৃতিৰ ৰূপ লৈছে। প্ৰকৃততে স্বৰ্গদেউ চুকাফা হৈছে পাহাৰ-ভৈয়াম জাতি জনগোষ্ঠী এক কৰি গঢ় দিয়া অসমীয়া জাতিৰ পিতৃ পুৰুষ তথা প্ৰথম অসমীয়া

                                               

অনুসূচীত জাতি আৰু অনুসূচীত জনজাতি

অনুসূচীত জাতি আৰু অনুসূচীত জনজাতি হৈছে ঐতিহাসিকভাৱে সুবিধা-বঞ্চিত ভাৰতৰ কিছু জনগোষ্ঠীক দিয়া অনুষ্ঠানিক অভিধা। এই দুই অভিধা ভাৰতৰ সংবিধানে স্বীকৃতি দিয়ে আৰু নৃগোষ্ঠীসমূহক এটি বা আনটো বিভাগত অভিহিত কৰা হয়। ভাৰতীয় উপমহাদেশত ব্ৰিটিছ শাসনৰ অধিকাংশ সময়ত এনে জনগোষ্ঠীসকলক হতাশাগ্ৰস্ত শ্ৰেণী হিচাপে অভিহিত কৰা হৈছিল। বৰ্তমান কালত অনুসূচীত জাতিৰ লোকসকলক কেতিয়াবা দলিত নামেৰে অভিহিত কৰা হয়, যাৰ অৰ্থ সংস্কৃত ভাষাত "ভগ্ন"বা "ছেদেলিভেদেলি"। অৰ্থনীতিবিদ, সংস্কাৰক তথা ভাৰতৰ সংবিধানৰ প্ৰণেতা বি আৰ আম্বেদকাৰে দলিত শব্দটোৰ জনপ্ৰিয়তা বৃদ্ধি কৰে আৰু তেওঁ নিজেই এজন দলিত আছিল। আম্বেদকৰে মহাত্মা গান্ধীয়ে ব ...

                                               

আদিবাসী

আদিবাসী হল ভাৰতীয় উপমহাদেশৰ জনজাতি -সকলৰ সম্মিলিত শব্দ, যিসকলক ভাৰতৰ থলুৱা লোক হিচাপে বিবেচনা কৰা হয়। পিছে ভাৰতে আনুষ্ঠানিক ভাবে জনজাতিসকলক খিলঞ্জীয়া লোক হিচাপে বিবেচনা নকৰে। আদিবাসী লোকসকল কোনো এক অঞ্চলত স্থায়ীভাবে বসবাস কৰে নতুবা যাযাবৰ জীৱন-যাপন কৰে। এই শব্দটো আন দেশৰ জাতিগত সংখ্যালঘু, যেনে বাংলাদেশৰ চাকমা, নেপালৰ থাৰু তথা পাকিস্তানৰ ভিল আদিৰ বাবেও ব্যৱহাৰ কৰা হয়। আদিবাসীসকল ২০১১ চনৰ লোকপিয়ল অনুসৰি ভাৰতৰ জনসংখ্যাৰ ৮.৬% বা প্ৰায় ১০.৪ কোটি। আদিবাসী সমাজ অন্ধ্ৰপ্ৰদেশ, ছত্তিশগড়, গুজৰাট, ঝাড়খণ্ড, মধ্যপ্ৰদেশ, মহাৰাষ্ট্ৰ, ওড়িশা, পশ্চিমবঙ্গ, উত্তৰ পূব ভাৰত আৰু আন্দামান আৰু নিকোবৰ দ্বী ...

                                               

ভিল জনগোষ্ঠী

ভিল জনজাতি হৈছে চাওঁতাল আৰু গণ্ডৰ পিছতেই ভাৰতবৰ্ষৰ তৃতীয়টো বৃহৎ জনজাতি। ভাৰতৰ গুজৰাট, মহাৰাষ্ট্ৰ, মধ্যপ্ৰদেশ আৰু ৰাজস্থানত মূলত ভিলসকলৰ বসতি দেখা পোৱা যায়।

                                               

জাৰোৱা জাতি

জাৰোৱা বা অং ভাৰতৰ আন্দামান দ্বীপপুঞ্জৰ এটা আদিবাসী আন্দামানীয়া জাতি। তেওঁলোক দক্ষিণ আন্দামান দ্বীপ আৰু মধ্য আন্দামান দ্বীপত থাকে আৰু বৰ্তমানে তেওঁলোকৰ সংখ্যা ২৫০ৰ পৰা ৪০০গৰাকী। বাহিৰা লোকৰ লগত তেওঁলোকৰ ভাব-বিনিময় নেওচা আৰু তেওঁলোকৰ সমাজ, সংস্কৃতি আৰু পৰম্পৰাৰ বিষয়ে ভালদৰে জানিব পৰা যোৱা নাই। জাৰোৱা সকলে ভাৰতত আদিবাসী বুলি স্বীকৃতি পাইছে। বাকী আন্দামানীয়া লোকৰ লগতে জাৰোৱা সকলো বহু হেজাৰ বছৰৰ পৰা দ্বীপবিলাকত থাকি আছে। বহু আগৰে পৰা বাহিৰা মানুহে আন্দামান দ্বীপপুঞ্জৰ কথা জানিছিল যদিও খুব শেহতীয়াকৈহে বাহিৰা লোক তেওঁলোকৰ ওচৰলৈ কেতিয়াবা যোৱা হৈছিল আৰু এই সম্পৰ্কবোৰ স্থায়ী হৈ পৰিছে। তেওঁলো ...

                                               

কৃষ্ণ

কৃষ্ণ হিন্দু ধৰ্মৰ এজন আৰাধ্য দেৱতা। কৃষ্ণৰ আক্ষৰিক অৰ্থ "আন্ধাৰ, কলা, ঘন নীলা"। এই ধৰ্মৰ বিভিন্ন সম্প্ৰদায়ে বিভিন্ন দৃষ্টিকোণেৰে কৃষ্ণৰ পূজা কৰে। একাধিক বৈষ্ণৱ সম্প্ৰদায়ত তেওঁক বিষ্ণুৰ অষ্টম অৱতাৰ ৰূপে গণ্য কৰা হয়, অন্যহাতে কৃষ্ণ ধৰ্মৰ অন্যান্য সম্প্ৰদায়সমূহত তেওঁক স্বয়ং ভগবান বা সৰ্বোচ্চ ঈশ্বৰৰ মৰ্যাদা দিয়া হয়। তেখেতক হিন্দুধৰ্মৰ এখন ধৰ্মগ্ৰন্থ ভাগৱৎ গীতাৰ প্ৰৱৰ্তক বুলিও জনা যায়। বৈষ্ণৱ ধৰ্মবিশ্বাস অনুসৰি শ্ৰীকৃষ্ণক স্বয়ং ভগৱান অথবা সৰ্বোচ্চ ঈশ্বৰৰ মৰ্যাদা দিয়াও হয়। মহাভাৰত কাব্যত তেখেতে কূটনীতিজ্ঞ হিচাবে পাণ্ডৱ পক্ষত এক মুখ্য ভূমিকা পালন কৰিছে। ভাগৱত পুৰাণত কৃষ্ণক প্ৰায়েই বা ...

                                               

কৈৱৰ্ত

কৈৱৰ্ত অসমৰ এটা প্ৰাচীন আদিম জাতি। "কৈ"মানে পানী "ৱৰ্ত"মানে বাস কৰা। পানীৰ পাৰত বা নদীৰ পাৰত বাস কৰা জাতি। কৈৱৰ্ত দুই ধৰণৰ- হালোৱা কৈৱৰ্ত আৰু জালোৱা কৈৱৰ্ত। খেতি-বাতি কৰি খোৱাসকল হালোৱা কৈৱৰ্ত আৰু মাছ মাৰি জীৱন নিৰ্বাহ কৰা সকল জালোৱা কৈৱৰ্ত। এইসকল সমগ্ৰ অসমৰ জিলাতে সিচৰিত হৈ আছে। তেওলোক অসমত ছ-সাত হাজাৰ বছৰ আগতে আহিছিল বুলিজনা যায় ইতিহাসৰ মতে। উজনি অসমৰ লগতে নামনি অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকা আৰু আন নদী বা বিলৰ আশে পাশে বাস কৰিছিল। নলবাৰী জিলাৰ বৰভাগ, বুকিয়া, বৰগাছা আদি ঠাইত এওঁলোক বেছিকৈ পোৱা গৈছিল। কিন্তু বানপানীৰ কাৰণে তেওঁলোক পিছলৈ অসমৰ বিভিন্ন ঠাইলৈ নিজৰ বাসস্থান সলালে। নামনি অসমৰ কামৰূ ...

                                               

আও নগা

আও ভাৰতৰ নাগালেণ্ড ৰাজ্যৰ এটা প্ৰধান নগা জনজাতি। এওঁলোক খ্ৰীষ্টান ধৰ্মান্তৰিত হোৱা প্ৰথমটো নগা জনাজাতি। খ্ৰীষ্টান ধৰ্মৰ লগতে পশ্চিমীয়া শিক্ষাব্যৱস্থাকো আওসকলে পোনপ্ৰথমে গ্ৰহণ কৰি লয়। ১৮৭২ চনত এমেৰিকান বেপ্টিষ্ট মিছ্যনেৰী এডৱিন ক্লাৰ্ক মলুংকিমং, নামৰ এখন আও গাঁৱত ভৰি দিয়াৰ পিছৰে পৰাই খ্ৰীষ্টান ধৰ্ম নাগালেণ্ডত প্ৰবেশ কৰে। আওসকলৰ প্ৰধান ভূমি হৈছে পূবে চুলা উপত্যকা ৰ পৰা পশ্চিমে মোককচাং জিলালৈকে। আও নগাসকলে বছৰজুৰি কৃষিৰ লগত জড়িত নানা উৎসৱ পালন কৰে।

                                               

কেওঁট জনগোষ্ঠী

কেওঁটসকল মূলতঃ আৰ্য গোষ্ঠীৰ লোক। কৰ্ম অনুযায়ী পিছলৈ ‘জালোৱা কেওঁট’ আৰু ‘হালোৱা কেওঁট’ আদি উপগোটত বিভক্ত হৈছিল। উদাহৰণ স্বৰূপ খেতি বাতি কাম কৰা বা খেতি বাতিৰ বাবে সঁজুলি বনোৱা লোক সকল হালোৱা কেওঁট হল আৰু পুৰনি কালত জীৱিকাৰ বাবে মাছ ধৰা কামৰ বাবে যিসকলে জাল, খালৈ আদি বনাই নিজৰ জীৱিকা নিৰ্বাহ কৰিছিল তেওঁলোক হল জাল কেওঁট। কিন্তু হালোৱা আৰু জালোৱা কেওঁটৰ মাজত বহুতখিনি পাৰ্থক্য আছে। হালোৱা কেওঁট সকলৰ গাত কলিতা,বামুণসকলৰ দৰে আৰ্য লক্ষণ বিৰাজমান। বহুতে কেওঁটৰ হালোৱা ভাগটোক কলিতাৰে এটা উপগোট বুলি কয় আৰু কেওঁট কলিতা বুলি কয়। কেওঁট কলিতা সকলক বৰ কলিতা, সৰু কলিতা,বামুণ আদিৰ লগতে উচ্চ স্থান দিয়া হয ...

                                               

জামাতিয়া সম্প্ৰদায়

জামাতিয়া সম্প্ৰদায় ত্ৰিপুৰা ৰাজ্যৰ উপ-জনজাতি সমুহৰ ভিতৰত তৃতীয় বৃহৎ উপ জনজাতি। জামাতিয়া শব্দৰ মুল জামাত শব্দৰ অৰ্থ হল সংগ্ৰহ। পিছত তেওঁলোকে জামাতক জামাতিয়া লৈ নামাকৰণ কৰে। জামাতিয়া সম্প্ৰদায়ৰ লোক এতিয়াও নিজৰ সম্প্ৰদায়ৰ নিয়ম অনুসৰি একত্ৰিত হৈ থাকে।

                                               

নাথ-যোগী সম্প্ৰদায়

নাথ-যোগী ভাৰতবৰ্ষৰ এক ধৰ্মীয় সম্প্ৰদায়। সাধনাৰ জৰিয়তে শিৱক লাভ কৰাত এই সম্প্ৰদায়ৰ লোকে বিশ্বাস ৰাখে। শিৱ এই সম্প্ৰদায়ৰ আদি গুৰু। ইয়াৰোপৰি নাথসকলৰ বহুজন গুৰু আছে। এইসকলৰ ভিতৰত ৯-১০ শতাব্দীৰ মৎসেন্দ্ৰনাথ আৰু গোৰক্ষনাথৰ দ্বাৰা বিকশিত বিচাৰ আৰু সংগঠনসমূহ মহত্ত্বপূৰ্ণ। গোৰক্ষনাথক নাথ পন্থাৰ প্ৰৱৰ্তক বুলি কোৱা হয়৷ নাথ ৰক্ষকসকলক যোগী বুলি কোৱা হৈছিল। পিছলৈ এই দুয়োটা শব্দৰ সংযোগ ঘটাই নাথ-যোগী বুলি ব্যৱহাৰ কৰা হয়। নাথ শব্দৰ আভিধানিক অৰ্থ প্ৰভু, অধিকাৰী, গৰাকী, ৰক্ষক, স্বামী ইত্যাদি। ৰাজগুহ্য ৰ মতে না শব্দৰ অৰ্থ অনাদি ৰূপ আৰু থ শব্দৰ অৰ্থ স্থাপন কৰা। সংস্কৃত ব্যাকৰণ বিদ পাণিনিয়ে আগবঢ়োৱা ন ...

                                               

বনিয়া

বনিয়া এটা ভাৰতীয় জাতি। বনিয়াসকল সাধাৰণতে ব্যৱসায় বাণিজ্যৰ লগত জড়িত। বনিয়াসকল সাধাৰণতে বেংক, টকা-পইচা ঋণ দিয়া, শস্য বা মচলা বিক্ৰেতা, আৰু আধুনিক যুগত বিভিন্ন বাণিজ্যিক উদ্যোগৰ লগত জড়িত।

                                     

★ ভাৰতৰ সামাজিক সম্প্ৰদায়সমূহ

  • আ গ ম উত তৰ - প ব ভ ৰতৰ ন গ ল ণ ড ৰ জ যত বসব স কৰ এট স থ ন য নগ জনজ ত ত ও ল কক ভ ৰত য স ব ধ নৰ পঞ চম স চ অন সৰ অন স চ ত জনজ ত ৰ প স ব ক ত দ য
  • দৰ ই সৎন ম সকলৰ স বক য ব শ ষ ট য, ভ ষ ক ষ ট স স ক ত ন ত য, গ ত, স ম জ ক ৰ ত - ন ত প ন ধন - উৰণ, আ - অল ক ৰ আদ আছ ত ও ল ক এক শ বৰব দত ব শ ব স কৰ
  • গ ৰন থৰ লগত ব ৎস য নৰ ক মস ত ৰত হ জ ৰ সকলৰ ব ষয উল ল খ আছ হ জ ৰ সকল স ম জ ক ব শ ষ গঠনৰ দ ব ৰ গঠ ত সম জত এক লগ ব স কৰ এই সম জৰ ম ৰব ব জনক গ ৰ
  • দল ত শব দৰ দ ব ৰ ভ ৰতৰ এন ক ছ জ ত গত গ ষ ঠ ক ব জ ৱ হয য সকল সচৰ চৰ ন প ড ত আৰ প ছপৰ জ ত ৰ প চ হ ন ত স স ক ত আৰ হ ন দ ভ ষ ত দল ত শব দৰ অৰ থ
  • চম ক ST হ ছ ঐত হ স কভ ৱ স ব ধ - বঞ চ ত ভ ৰতৰ ক ছ জনগ ষ ঠ ক দ য অন ষ ঠ ন ক অভ ধ এই দ ই অভ ধ ভ ৰতৰ স ব ধ ন স ব ক ত দ য আৰ ন গ ষ ঠ সম হক এট
  • আদ ব স হ ল ভ ৰত য উপমহ দ শৰ জনজ ত tribe - সকলৰ সম ম ল ত শব দ, য সকলক ভ ৰতৰ থল ৱ ল ক হ চ প ব ব চন কৰ হয প ছ ভ ৰত আন ষ ঠ ন ক ভ ব জনজ ত সকলক
  • ভ ল জনজ ত হ ছ চ ও ত ল আৰ গণ ডৰ প ছত ই ভ ৰতবৰ ষৰ ত ত য ট ব হৎ জনজ ত ভ ৰতৰ গ জৰ ট, মহ ৰ ষ ট ৰ, মধ যপ ৰদ শ আৰ ৰ জস থ নত ম লত ভ লসকলৰ বসত দ খ প ৱ
                                     
  • দক ষ ণ ভ ৰতত ক ষ ণভক ত ৰ আন দ লন ব য প পৰ উত তৰ ভ ৰতত ক ষ ণধৰ মৰ সম প ৰদ য সম হ স প ৰত ষ ঠ ত হয প ৰ য এক দশ শত ব দ ত দশম শত ব দ ৰ পৰ ই ভক ত আন দ লনৰ
  • ভ ৱ বৰ থল আছ ক ন ক ন পণ ড তৰ মত ম গ ল য সকল অসমল অহ ৰ আগত দক ষ ণ ভ ৰতৰ দ ৰ ব ড জ ত ৰ এচ ম ল ক অসমল আহ ছ ল স ই সকল ন দ য ল আৰ ত ও ল ক ব ৰহ মপ ত ৰ
  • আও ভ ৰতৰ ন গ ল ণ ড ৰ জ যৰ এট প ৰধ ন নগ জনজ ত এও ল ক খ ৰ ষ ট ন ধৰ ম ন তৰ ত হ ৱ প ৰথমট নগ জন জ ত খ ৰ ষ ট ন ধৰ মৰ লগত পশ চ ম য শ ক ষ ব যৱস থ ক
  • প ক স ত নত ন থসকলৰ অৱস থ ন আছ ন প ল, ভ ট ন, ছ ক ম আদ ৰ জ যত ন থসকলৰ বসব স আছ ভ ৰতৰ ভ তৰত সকল তক ব ছ স খ যক আছ পশ চ মব গত ইয ৰ ভ তৰত সৰ ব ধ ক পৰগণ ত
  • ক ও টসকল ম লত আৰ য গ ষ ঠ ৰ ল ক কৰ ম অন য য প ছল জ ল ৱ ক ও ট আৰ হ ল ৱ ক ও ট আদ উপগ টত ব ভক ত হ ছ ল উদ হৰণ স বৰ প খ ত ব ত ক ম কৰ ব খ ত
  • বন য এট ভ ৰত য জ ত বন য সকল স ধ ৰণত ব যৱস য ব ণ জ যৰ লগত জড ত বন য সকল স ধ ৰণত ব ক, টক - পইচ ঋণ দ য শস য ব মচল ব ক ৰ ত আৰ আধ ন ক
  • জ ম ত য সম প ৰদ য ত ৰ প ৰ ৰ জ যৰ উপ - জনজ ত সম হৰ ভ তৰত ত ত য ব হৎ উপ জনজ ত জ ম ত য শব দৰ ম ল জ ম ত শব দৰ অৰ থ হল স গ ৰহ প ছত ত ও ল ক জ ম তক

Users also searched:

আংগামী নগা, আগম, ইতহস, উৎসৱ, হরনবল, জনজত, উপনযস, জতয, শৰমৰ, উমকনত, আনদলন, উততৰ, বঞচল, মণপৰৰজতযউৎসৱ, মণপৰৰ, ৰজয, সকলৰ, হরনবলউৎসৱ, উততৰপবঞচলৰজয, উমকনতশৰমৰউপনযস, ঈযৰইগম, জনজতউপনযস, হৰআনদলনক, আগমনগ, চমনগসকলৰইতহস, সৎনামী, সশলষট, বদরহ, ছলন, আওরঙগজব,

...

Encyclopedic dictionary

Translation

মণিপুৰৰ জাতীয় উৎসৱ.

Unit 5.pmd. আংগামী ঝাপু ফিজোৰ নেতৃত্বত ১৯৫৬ চনতেই আৰম্ভ হোৱা নগা স্বাধীনতাৰ ইতিহাস ব্রিটিছসকলৰ দিনতে ছাইমন কমিছনক দিয়া স্বাধীনতাৰ প্রস্তাৱৰে প্রস্ফুটিত হোৱা বুলি কব পাৰি।. হর্নবিল উৎসৱ. জাতি, মাটি আৰু মুক্তিচেতনা জাতীয়. আংগামী জাপো ফিজ ১৯০৩ ১৯৯০ এগৰাকী নগা সংগ্ৰামী নেতা ৷. Obuchi ist das dritte Kind des LDP Politikers Keizō.





রাজা টোডরমল কে ছিলেন.

অইল মাৰাথনত অৰেগা, লাগাছু বিজয়ী. সৎনামী বিদ্রোহ কোন্ মুঘল সম্রাটের আমলে হয়? আকবর. জাহাঙ্গীর. শাহজাহান. ঔরঙ্গজেব. 431 994. Category: ইংরাজী. Which is the correct form of the given sentence They discussed about the matter. They had discussed about the. ঔরঙ্গজেবের রাজপুত নীতি. সৎনামী বিদ্রোহ কোন মোগল Vokal. Who was Balaji Vishwanath? বালাজি জবশ্বনাথ কে জিললন? 2​. When did Nadir Shah invade India? নাজির শাহ েলব ভারত আক্রমণ েলরন? 3. Where did the Satnami revolt cheifly spread? সৎনামী জবলরাহ প্রধানত কোথায় িজিলয়জিল? 4. In which year.


দলিত আন্দোলনে আম্বেদকর এর ভূমিকা.

দলিত নিম্নবর্ণ জাঠ পাতিদার. অমানবিক! দলিত কিশোরকে প্রবল মারধর করে গায়ে মূত্রত্যাগ! শাস্তি দিতে ১৮ বছরের দলিত Dalit কিশোরকে মারধরের পাশাপাশি তার গায়ে মূত্রত্যাগও করল চার অভিযুক্ত। এমনই​.





আহোম বুৰঞ্জী pdf.

অসমীয়া হিচাপে সকলোৱে গৌৰব অনুভব. সংকট নোহোৱা কৰিবৰ বাবে অসমীয়া জাতি ঐক্যবদ্ধ হব লাগিব৷ জাতি–মাটি–ভেটি আৰু সম্পদৰ অধিকাৰ সুৰক্ষিত কৰিবৰ বাবে অসম জাতীয় পৰিষদৰ হাত শক্তিশালী কৰিবলৈ আহ্বান. অসমীয়া সংস্কৃতিলৈ আহোম সকলৰ অৱদান. Madhyamik 2021: আপাতত সম্ভব নয় মাধ্যমিক. কাৰণ অসমীয়া জাতি ভাৰতবর্ষৰ ১৩৫ কোটি মানুহৰ মাজত শক্তিশালী জাতি হিচাপে প্রতিষ্ঠা কৰিবলৈ হলে প্রতিটো জাতি ​জনগোষ্ঠী সবল হবই লাগিব৷ মুখ্যমন্ত্রীগৰাকীয়ে. সুত জাতি. Untitled KKHSOU. চতুর্থ দশকত পূর্ববংগৰ পৰা অহা মৈমনসিংসকলেও নিজৰ মাতৃভাষা ত্যাগ কৰি অসমীয়া জনগােষ্ঠীক লৈয়েই অসমীয়া জাতি । সেয়েহে এওঁলােকৰ আচাৰ – নীতি, কলা সংস্কৃতিৰ লগতে বহুতাে.


অনুসুচিত জাতি.

Untitled KBVSASU. অনুসূচীত অনুসূচীত অন্যান্য দিন পৰিপূৰক আহাৰ দিয়া জনজাতি জাতি। যাওক যদি ঘৰলৈ খাদ্য সংগ্ৰহ কৰিব দিয়া হৈছে তেন্তে কিমান দিনৰ কাৰনে দিয়া হৈছে আৰু N ৰৈ সৈতেউল্লেখ. ভাৰত চৰকাৰ আইন ১৯১৯. ভাৰতীয় সংবিধানৰ মূখ্য Quickbytes. Запрос должен включать:.


ভারতের বৃহত্তম আদিবাসী গোষ্ঠী.

আইআইটি প্রফেসরের চাকরি ছেড়ে TheWall. নরেন্দ্র মোদী সরকার আদিবাসী বনবাসীদের উৎখাত করতে চাইছে বলে অভিযোগ তুললেন বিরোধীরা। প্রতীকী ছবি। Advertisement. বাঘ ​সিংহকে জঙ্গল থেকে উৎখাত করার. আদিবাসী ভূমিজ. পঞ্চায়েত ভোট: বীরভূমের আদিবাসী. Коренны́е наро́ды народы, которые обитали на определённых землях до прихода туда переселенцев из других мест. আদিবাসী কারা. BJP faces massive setback in Tripura while the ruling ally could not. অংশু চক্রবর্তী: আদিবাসী সংস্কৃতিকে আরও মেলে ধরার জন্য জেলায় জেলায় অনুষ্ঠানমঞ্চ করা হবে। রাজ্যের অনগ্রসর শ্রেণিকল্যাণ ও আদিবাসী উন্নয়নমন্ত্রী বিনয়কৃষ্ণ বর্মন.





নেগ্রিটো জনগোষ্ঠী.

World Tribal Day 9 August EasyGk GK, Current Affairs in Bengali. ছিল চুয়াড় বিদ্রোহ, কোল বিদ্রোহ, সাঁওতাল বিদ্রোহ, মুন্ডা বিদ্রাহ, ভিল বিদ্রোহ আদিবাসী চুয়াড় বা চোয়াড় জনগোষ্ঠী পশ্চিমবঙ্গের অবিভক্ত মেদিনীপুর জেলার. আদিবাসী কারা. ভারতের বিভিন্ন জনগোষ্ঠী BengalStudents. করোনাভাইরাসের কারণে দীর্ঘদিন বন্ধ থাকাপর প্রান্তিক জনগোষ্ঠীকে বিনামূল্যে চক্ষুসেবা দিতে আবার কাজ শুরু করেছে মানবিক সাহায্য সংস্থা এমএসএস আই কেয়ার প্রোগ্রাম ও.





কৃষ্ণ শতনাম.

কেন কৃষ্ণ এর বিগ্রহের পাশে Eai Banglai. জন্মাষ্টমী উপলক্ষ্যে তাঁর আশীর্বাণীতে আম্মা বলেন, শ্রীকৃষ্ণ জয়ন্তী হল সেই দিনটি যখন বিশ্বচৈতন্য কৃষ্ণরূপে ধরায় আবির্ভূত হন সর্বজীবের আকর্ষণকারী কৃষ্ণ. কৃষ্ণ গান. শ্রী বিমল কৃষ্ণ সাহা, ডব্লিউবিসিএস. ধস্মনা বলেন, ক য়ে কৃষ্ণ, ক য়ে করোনা ভাইরাস হয়। এরজন্য করোনা ভাইরাস ভগবান শ্রীকৃষ্ণের কারণেই এসেছে। মিডিয়ার সাথে কথা বলার সময় উনি এরকম বিতর্কিত মন্তব্য.


Drugs addicted youth arrested in johat tv gautom skd– News18.

অসমৰ চৰ চাপৰি অঞ্চল অকল মুছলমান লোকৰেই বসবাস বুলিয়ে বহুতেই ভাবে যদিও শদিয়াৰ পৰা ধুবুৰীলৈকে বিস্তৃত অসমৰ চৰ চাপৰীবোৰত মিচিং, কৈৱৰ্ত, নেপালী তথা অনান্য জনগোষ্ঠীৰ. Pharma 1.pmd DIPR Assam. দেৰগাঁৱৰ ধেমাজি কৈৱৰ্ত গাঁৱৰ বাউৰিচুবাত হানি খুচি এটা বনবোন্দা হত্যাা কৰি মাংস ভাগ বতৰা কৰি ভক্ষণ কৰা একাংশ লোকে। অৰুণাচলত শনিবাৰে কেইজনমান লোকে এডাল বৃহৎ​.





আহোম যুগৰ স্থাপত্য ভাস্কৰ্য.

সীমা বিবাদত জৰ্জৰিত অসম মেঘালয়. বিহু নৃত্য,আও নগা সকলৰ যুদ্ধ নৃত্য, দেউৰী বিহু, হৰিণ নৃত্য, তিৱা নৃত্য আৰু মিচিং জনগোষ্ঠীয় ঐ:নিতমৰে মুখৰিত ৰংঘৰ। টাই আহোম যুৱ পৰিষদৰ ৰংপুৰ মেলাত পাহাৰ ভৈয়ামৰ. অসমীয়া জাতি. পহিলা মাঘৰ দিনাই উদুলি মুদুলি. Continue. অসম নাগালেণ্ড সীমান্তৰ চুঙাজানত অসমৰ ভূমিত নগাৰ বেদখল Responsive image. গোলাঘাট জিলাৰ আও পুৰণীয়া পদ্ধতিৰে চলিছে মানকাচৰৰ বিদ্যুৎ বিভাগ ।মাটিৰ পৰা প্ৰায় ৫ ফুট মান. আহোম সকলৰ উৎসৱ. ৫ বছৰ পূর্বে স্থাপন কৰা আও. ৭. থাবল চংবি কোন সকল লোকৰ এক নৃত্য শৈলী ক গাৰো খ আও নগা গ খাচী ঘ মণিপুৰী.


নাথ সাহিত্য pdf.

নর্মদা দেবী মন্দির, অমরকণ্টক Hindu Voice. ২০১৪ সালের ১৪ সেপ্তেম্বর নাথ সম্প্রদায়ের পরম্পরাগত অনুষ্ঠানর মধ্যে যোগী আদিত্যনাথকে গোরখনাথ মন্দিরের পীঠাধিশ্বর করা হয়। তিনি ১৯৯৮ সালে প্রথমবার লোকসভা. নাথ সাহিত্য. নাথ যোগী সম্প্রদায় पोस्ट Facebook. তাই দেখে এক দেবনাথ, যিনি জানেন তিনি ঐ মহান ​নাথ যোগী সম্প্রদায় ভুক্ত, জানতে চাইলেন.


Untitled Golaghat Commerce College.

নাম:কিস্তমনি বনিয়া. পিতাৰ নাম: ধনসিং বণি. স্বামীৰ নাম: চণ্ডী বনিয়া. ঘৰ নং: ৪৭৭. ঘৰ নং: ৪৭৭. বয়স 62 লিংগ: পুৰুষ. বয়স 53 লিংগ: মহিলা। 517. LDT0006112. 518. নাম:পদ্ম জেনা. নাম:ওলন্ধৰ জোনা​. এক চোখো সংস্কার ৩ Rabindra Rachanabali. নাগরিকত্ব হারাইয়া বন্দিশালার অপরাধী বনিয়া যাওয়াই যখন ভবিতব্য, তখন কিই বা সু কিই বা কু! ভূমিহীন, জীবিকাহীন, দেশহীন ঊনমানব করিয়া তোলাই যখন নীতি ও আইন, যখন সংসদ. আপনি যদি বানিয়া মেয়ে হন তবে যে জিনিসগুলি আপনি পাবেন POPxo YouTube. সুপার বাসে নাগাল্যান্ডের মন জেলায় যাওয়ার সময় রঙাজান এলাকায় নব সন্দিকৈ এবং রুবুল বনিয়া নামের আলফাগামী দুই ছাত্রকে আটক করেছিল সিআরপিএফ ও গোলাঘাট পুলিশ।. Банья Каста. তহি কত কোটি মদন মন মুরছল অরুণ কিরণ কিয়ে অম্বর বনিয়া।। ডগ মগ দেহ থেহ নাহি বান্ধই দুহুঁ দিঠি মেহ সঘনে বরিখণিয়া। প্রেমক সায়রে ভুবন মজাওই লোচন কোণে করুণ নিরখণিয়া।. সুনাগরিকের দিন গিয়াছে, উহার কবর. এই কৰ্মশালাৰ আয়োজন কৰা সন্দীপ কলিতা সমন্বয়ী কলাকেন্দ্ৰৰ বিষয়ববীয়া বিজয় ভৰালী, নব বনিয়া প্ৰমুখ্যে প্ৰতিজন কাৰ্য্যকৰ্তাৰ শলাগ লয় অভিভাৱকসকলে ।.





...
Free and no ads
no need to download or install

Pino - logical board game which is based on tactics and strategy. In general this is a remix of chess, checkers and corners. The game develops imagination, concentration, teaches how to solve tasks, plan their own actions and of course to think logically. It does not matter how much pieces you have, the main thing is how they are placement!

online intellectual game →