Back

★ ভাৰতৰ সাঁচ - স্বামীমালাই ব্ৰঞ্জ আইকন, অশোক স্তম্ভ, ইষ্টাৰ্ণ বেংগল ৰেলৱে, কুন্দন, পুৰি, একতা কাপুৰ, আল্পনা, চালচিত্ৰ, ঈয়াৰুইঙ্গম, অসমৰ কুঁহিলা শিল্প, অভিযাত্ৰী ..



                                               

স্বামীমালাই ব্ৰঞ্জ আইকন

স্বামীমালাই ব্ৰঞ্জ আইকন ভাৰতৰ তামিলনাডু ৰাজ্যৰ স্বামীমালাইৰ পাৰম্পৰিক ব্ৰঞ্জৰ মূৰ্তি নিৰ্মাণ কৰা হস্তশিল্প। ২০০৮-০৯ চনত স্বামীমালাই ব্ৰঞ্জ আইকনে পেটেণ্ট, ডিজাইন আৰু ট্ৰেড মাৰ্কৰ নিয়ন্ত্ৰক জেনেৰেলৰ পৰা ভৌগোলিক স্বীকৃতি লাভ কৰিছিল।

                                               

অশোক স্তম্ভ

অশোক স্তম্ভ সম্ৰাট অশোকে উত্তৰ প্ৰদেশৰ সাৰনাথত নিৰ্মাণ কৰোৱা প্ৰসিদ্ধ শিলাস্তম্ভ আৰু স্তম্ভশীৰ্ষত থকা যৌথ সিংহমূৰ্ত্তি। স্তম্ভটোৰ শীৰ্ষত পিঠিয়া-পিঠিকৈ চাৰিটা মুখ মেলি থকা সিংহৰ এটা শিলৰ মূৰ্ত্তি আছে। এই শিলৰ মূৰ্ত্তিটোকে ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীকৰূপে গ্ৰহণ কৰা হৈছে।

                                               

ইষ্টাৰ্ণ বেংগল ৰেলৱে

ইষ্টাৰ্ণ বেংগল ব্ৰিটিছ ভাৰতৰ আৰম্ভণি কালৰ এটা ৰেল কোম্পানী আছিল আৰু ই ১৮৫৭ৰ পৰা ১৯৪২লৈ বংগ আৰু অসমত ৰেলসেৱা আগবঢ়াইছিল।

                                               

কুন্দন

কুন্দন ভাৰতৰ অলংকাৰৰ এক বিশেষ শৈলী। ভাৰতীয় ৰত্ন খচিত অলংকাৰৰ এক পৰম্পৰাগত ৰূপ হিচাপে কুন্দনত বিভিন্ন মূল্যৱান ৰত্ন সোণৰ পাতল পটিৰ ওপৰত লগাই লোৱা হয়। এনেদৰে সোণৰ পটিত ৰত্ন সংহতি থাকে আৰু সাধাৰণতে বহু ৰত্নযুক্ত হাৰ বা অলংকাৰৰ ক্ষেত্ৰত এই শৈলী অৱলম্বন কৰা হয়। এই পদ্ধতিটো ৰাজস্থান আৰু গুজৰাটৰ ৰাজকীয় দৰবাৰত উদ্ভৱ হৈছিল বুলি বিশ্বাস কৰা হয়। এই শৈলী ভাৰতত তৈয়াৰ কৰা আৰু পিন্ধা গহনাৰ এক প্ৰাচীন প্ৰকাৰ। কুন্দন শব্দটোৰ অৰ্থ হৈছে অত্যধিক পৰিশোধিত সোণ। এই শৈলীৰ অলংকাৰসমূহত এক অতি পৰিশোধিত আৰু বিশুদ্ধ ৰূপৰ গলিত সোণ ব্যৱহাৰ কৰা হয়। কুন্দনক বিকানেৰী বা জয়পুৰী গহনা বুলিও কোৱা হয়। ইয়াৰ অন্যতম বৈশি ...

                                               

পুৰি

পুৰি ভাৰতীয় উপমহাদেশত প্ৰচলিত এবিধ আটাৰে নিৰ্মিত ঘিঁউ বা তেলত ভজা সৰু, কোমল, ঘূৰণীয়া ৰুটি। ইয়াক ৰাতিপুৱাৰ আহাৰৰ বাবে বা জলপান বা লঘু আহাৰ হিচাপে খোৱা হয়। ইয়াক সাধাৰণতে পুৰি ভাজিৰ দৰে এটা আকৰ্ষণীয় তৰকাৰী বা ভাজিৰে পৰিৱেশন কৰা হয় যদিও ইয়াক মিঠা ব্যঞ্জনৰ সৈতেও খাব পাৰি। পুৰি নামটো সংস্কৃত শব্দ পুৰিকাৰ পৰা আহৰণ কৰা হৈছে। ইয়াৰ অৰ্থ হৈছে "পূৰণ কৰা।"পুৰিক সচৰাচৰ ৰাতিপুৱাৰ আহাৰ আৰু জলপান হিচাপে পৰিৱেশন কৰা হয়। প্ৰসাদ হিচাপে প্ৰাৰ্থনাত আগবঢ়োৱা অন্যান্য নিৰামিষ খাদ্যৰ সৈতে আনুষ্ঠানিক ৰীতি-নীতিৰ অংশ হিচাপে ইয়াক বিশেষ বা আনুষ্ঠানিক অনুষ্ঠানতো পৰিৱেশন কৰা হয়।

                                               

একতা কাপুৰ

একতা কাপুৰ এগৰাকী ভাৰতীয় টেলিভিছন প্ৰযোজক, চলচ্চিত্ৰ প্ৰযোজক, পৰিচালক আৰু বালাজী টেলিফিল্মছৰ পৰিচালন অধিকৰ্তা তথা ক্ৰিয়েটিভ হেড। ভাৰতৰ টেলিভিছনৰ ক্ষেত্ৰখনলৈ আমূল পৰিবৰ্তন অনাত তেওঁৰ অপৰিসীম অৱদান আছে। তেওঁক ভাৰতৰ টেলিভিছনৰ জেৰিণা আৰু ভাৰতৰ টেলিভিছনৰ ৰাণী বুলি সম্বোধিত কৰা হয়। ২০২০ চনত ভাৰত চৰকাৰে তেওঁক ভাৰতৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী প্ৰদান কৰে।

                                               

আল্পনা

আল্পনা বা ৰংগোলী হৈছে পিঠাগুড়ি, আটা আদিত ৰং মিহলাই তাৰ সহায়েৰে উপাসনাৰ স্থান, ঘৰৰ দুৱাৰ-মুখ আদিত অঁকা মাঙ্গলিক চিত্ৰ। আল্পনা কলা ভাৰতীয় উপমহাদেশত উদ্ভৱ হৈছে। পৰম্পৰাগত আল্পনা পিঠাগুড়ি বা আটাৰে বনায় যদিও ঠাই ভেদে ৰঙীন চাউল, ৰঙীন বালি, কোৱাৰ্টজ পাউডাৰ, ফুলৰ পাপড়ি, আৰু ৰঙীন শিলৰ দৰে সামগ্ৰী ব্যৱহাৰ কৰা দেখা যায়। ইয়াক সাধাৰণতে ভাৰতীয় উপমহাদেশৰ দেৱালী, তিহাৰ, ওনাম, পোংগল সংক্ৰান্তি আৰু অন্যান্য হিন্দু উৎসৱৰ সময়ত তৈয়াৰ কৰা হয়। তদুপৰি পূজা-পাৰ্বন, বিবাহ-সবাহ, মাংগলিক অনুষ্ঠান ইত্যাদি সমাবেশৰ দৰে অনুষ্ঠানত আল্পনা প্ৰস্তুত কৰা হয়। কলা আৰু পৰম্পৰা দুয়োটা জীয়াই ৰাখিবলৈ আল্পনাৰ নক্সা আৰ ...

                                               

চালচিত্ৰ

চালচিত্ৰ ভাৰতৰ পশ্চিম বংগত প্ৰচলিত পাৰম্পৰিক চিত্ৰশৈলী পটচিত্ৰৰ এটি ভাগ। পৰম্পৰাগতভাৱে ই দুৰ্গা প্ৰতিমাৰ উপৰিভাগত অংকিত অৰ্ধ গোলাকাৰ দেৱ-দেৱীৰ কাহিনীমূলক পটচিত্ৰ। চালচিত্ৰত পঞ্চানন শিৱ, মহিষাসুৰ বধ, নন্দীভৃঙ্গী, শুম্ভ-নিশুম্ভৰ যুদ্ধ আদি কাহিনী সমূহ প্ৰদৰ্শিত কৰা হয়। এই চিত্ৰকলাৰ এক নিজস্ব ৰূপৰেখা আৰু শৈলীগত দৃঢ় বুনিয়াদ আছে। আচলতে ইযাক মূল গাঁথনিক সঠিক অনুপাতৰ বাবে তৈয়াৰ কৰা হৈছিল। পাৰম্পৰিক কলাবিধ এতিয়াও বৰ্তী আছে।

                                               

ঈয়াৰুইঙ্গম

ঈয়াৰুইঙ্গম অসমীয়া সাহিত্য জগতৰ লেখত ল’বলগীয়া উপন্যাসসমূহৰ মাজত অন্যতম এখন উপন্যাস। ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য এই উপন্যাসৰ ৰচয়িতা। দ্বিতীয় বিশ্বযুদ্ধ আৰু ভাৰতৰ স্বাধীনতা লাভৰ কালছোৱাৰ আগে-পিছে টাংখুল নগা সমাজলৈ অহা বিভিন্ন ঘাট-প্ৰতিঘাটৰ কাহিনী এই উপন্যাসত বৰ্ণিত হৈছে। ঈয়াৰুইঙ্গমে উত্তৰ-পূব ভাৰতৰ জনগোষ্ঠী ভিত্তিক উপন্যাস সমূহৰ মাজত এখন সুকীয়া আসন দখল কৰি আছে। এই উপন্যাসৰ বাবে ৰচক বীৰেন্দ্ৰকুমাৰ ভট্টাচাৰ্যদেৱে ১৯৬১ চনত সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল। উপন্যাসখনি প্ৰথম প্ৰকাশিত হৈছিল ১৯৬০ চনত।

                                               

অসমৰ কুঁহিলা শিল্প

কুঁহিলা শিল্প অসমৰ এবিধ পাৰম্পৰিক লোককলা আৰু কুটিৰ শিল্প। কুঁহিলা পথাৰৰ পানী তল যোৱা ঠাইত হোৱা এবিধ গছ। কুঁহিলাৰ গা কোমল, সোপোকা আৰু পাতল। ইয়াৰ দ্বাৰা কঠ, পুতলা, মুখা, মূৰ্তি ইত্যাদি আদি তৈয়াৰ কৰা হয়।অসম আৰু পশ্চিম বংগৰ কিছু অঞ্চলত এই কুঁহিলা ব্যৱহাৰ কৰি অতীজৰে পৰা শিল্প চৰ্চা কৰি অহা হৈছে। এই শিল্প ঘাইকৈ অসমৰ ধুবুৰী, গোৱালপাৰাৰ কিছু অংশৰ লগতে নগাঁও জিলাৰ বটদ্ৰৱা, নলবাৰী জিলাৰ মাখিবাহা আৰু মাজুলীত দেখা যায়। সেইদৰে পশ্চিম বংগৰ বীৰভূমি জিলাত এই শিল্প বিদ্যমান।

                                               

অসমৰ লোকবাদ্য

অসমৰ গাঁৱে-ভূঞে সিঁচৰতি হৈ আছে নানা-বৰণীয়া লোক সংস্কৃতিৰ সম্ভাৰ। অসমৰ শিল্পীয়ে বজোৱা বাদ্যসমূহে এই সম্ভাৰ সমৃদ্ধ কৰাত প্ৰচুৰ অৰিহণা যোগাইছে। অসমৰ সম্পদ হিচাপে চিহ্নিত সাঁচিপতীয়া পুথিবোৰত বাদ্যযন্ত্ৰৰ উল্লেখ আছে। পুৰণি বুৰঞ্জীত পঞ্চশব্দৰ বিৱৰণ আছে। শংখ,মৃদংগ,পাখোজাজ,দুন্দুভি আৰু ঢোল এই পাঁচোটাক একেলগে পঞ্চশব্দ বোলে। মহাপুৰুষ মাধৱদেৱৰ বৰগীতত বাদ্যযন্ত্ৰৰ বিষয়ে পোৱা যায়। এই বাদ্যযন্ত্ৰবোৰ পোন প্ৰথম কোনে,কেতিয়া আৱিষ্কাৰ কৰিছিল তাৰ উল্লেখ নাই যদিও এইটো ঠিক যে বাদ্যযন্ত্ৰবোৰ চহাসকলৰ সৃষ্টি।

                                               

অভিযাত্ৰী

অভিযাত্ৰী হৈছে অসমীয়া সাহিত্যিক নিৰুপমা বৰগোহাঞি ৰচিত এখনি আত্মজীৱনীমূলক উপন্যাস। এই উপন্যাসখনত অসম প্ৰাদেশিক মহিলা সমিতিৰ জন্মদাত্ৰী চন্দ্ৰপ্ৰভা শইকীয়ানীৰ জীৱন আৰু কৰ্মৰ খতিয়ান দাঙি ধৰা হৈছে। চন্দ্ৰপ্ৰভা শইকীয়ানী বিষয়ক প্ৰথমখন অসমীয়া উপন্যাস। গ্ৰন্থখনে ১৯৯৬ চনত সাহিত্য অকাডেমি বঁটা লাভ কৰে।১৯৯৭ চনত ‘অভিযাত্ৰী’ ইংৰাজী ভাষালৈ অনুবাদ কৰে প্ৰদীপ্ত বৰগোহাঞিয়ে।

                                     

★ ভাৰতৰ সাঁচ

  • ক ষ ট পৰম পৰ গতভ ৱ ব যৱহ ৰ কৰ হয আৰ প ৰয জন য আক ত ৰ মড লট মমৰ ভৰ ত স চ প ৰস ত ত কৰ হয এই মম প ল ট ন ছ অৰ য ণ ট ল ৰ ব জ ঞ ন ক ন ম: Platanus
  • ব ৰ ট ছ ভ ৰতৰ ৰ লস ৱ যদ ও শ শ পৰ য য ত ই আছ ল, ঊন শ শত ক ৰ ভ ৰতবৰ ষৰ উন নয নত ৰ লৱ ই এক মচ ব ন ৱ ৰ স চ বহ ৱ ইছ ল মহ দ শ য দ ৰত বৰ দ শখনত ই ত ত য ৰ
  • প ৰক ৰ য ট কৰ হয ইয ৰ সময ত গল ত মম গ থন ত ঢ ল দ য হয আৰ ড জ ইন অন সৰ স চ স ষ ট কৰ হয ইয ৰ প ছত খ দ ই প ৰক ৰ য অন সৰণ কৰ হয খ দ ই প ৰক ৰ য ত
  • ত ৰপ ছত সৰ সৰ বল বন ই গ ল ক ৰ আক ত ত ব ল ল ৱ হয ক ছ ম ন গ ল আক ত ৰ স চ ব যৱহ ৰ কৰ ঘ ৰণ য ক ক ট লয ত ৰ প ছত প ৰ ব ৰ ঘ উ ব ত লত ড ব ই ভজ
  • অৱদ ন আগবঢ ইছ ত ও ৰ ক ইখনম ন জনপ ৰ য ধ ৰ ব হ ক হ ল: হম প চ, ক উ ক স চ ক ক ভ বহ থ ক হ ন ঘৰ ঘৰ ক কহ ক ছ ৰজ, কচ ট জ ন দ গ ক কচম ছ
  • আজ ক ল বন ই ব ক ৰ কৰ ষ ট ক ৰ হ চ প আল পন য উপলব ধ হ ছ তদ পৰ ক ছ ম ন স চ আৰ স জ ল ব যৱহ ৰ কৰ ও সহজত জট ল আল পন বন ব প ৰ আউটল ইন সম প ৰ ণ হ ৱ ৰ
  • হ চ প হ ন দ ধৰ মৰ ওপৰত, ঘ ইক অসমৰ ব ষ ণব ধৰ মৰ ওপৰত ইছল ম আদৰ শৰ ক ন স চ ন ই আৰ স ই দ শৰ পৰ অসমৰ স স ক ত ল ইছল ম য উপ দ ন অহ ন ই ক ন ত ব যৱহ ৰ ক
  • ইয ৰ যথ ষ ট জনপ ৰ য ত ব দ ধ প ইছ ম ৰ ত ৰ চ ল ৰ ওপৰত এট অৰ ধব ত ত ব হৰ স চ ৰখ হয আৰ ইয ৰ ওপৰত এট বহল ড ঠ ক প ৰ ট ন দ য হয ক প ৰৰ ব ঢ থক
  • ব যক ত ত খ ত এগৰ ক প ৰত নতত ত বব দ, স ব দ ক, ব ৰঞ জ ব দ, গৱ ষক আৰ ভ ৰতৰ স ব ধ নত স গ ৰ মৰ এগৰ ক আগশ ৰ ৰ ম ক ত য দ ধ আছ ল চনৰ অসম স হ ত য
                                     
  • আৰ ভ ৰতৰ স ব ধ নত ল ভৰ ক লছ ৱ ৰ আগ - প ছ ট খ ল নগ সম জল অহ ব ভ ন ন ঘ ট - প ৰত ঘ টৰ ক হ ন এই উপন য সত বৰ ণ ত হ ছ ঈয ৰ ইঙ গম উত তৰ - প ব ভ ৰতৰ জনগ ষ ঠ
  • হয প তল জন ত আৰ ম ন হৰ ৰ পৰ ব ব এক ন ৰ দ ষ ট আক ত দ বল ব ভ ন ন স চ ব যৱহ ৰ কৰ হয প ৰস ত ত ৰ ব ব ক হ ল শ ল প য কল ক ত ৰ স ন দৰ য ব দ ধ
  • স ন ধ ৰ য য ব দ ধ ৰ ক ৰণ খ লট ৰ পৰ আগব ঢ থক ক ঠৰ অ শট ত পক ষ আদ ৰ স চ ক ট দ য হয স ধ ৰণত আয ত ক ত ৰ খ লট ৰ আক ৰ অলপ ড ঙৰ, ব হ ব ক ঠ ৰ
  • ক ম ৰ দ স, জ য ত প ৰস দ আগৰৱ ল ৰ স স পৰ শল আহ ত ও ল কৰ স ন ন ধ যত ত খ ত ভ ৰতৰ স ব ধ নত স গ ৰ মৰ লগত জড ত হ পৰ এক সময ত চন দ ৰপ ৰভ শইক য ন য
  • আলফ ৰ সৰহ স খ যক সদস য ব ল দ শত ধৰ প ল ৱ হয ব ল দ শৰ বদল হ ৱ চৰক ৰ ভ ৰতৰ লগত ৰ জন ত ক আৰ ক টন ত ক সম পৰ ক বঢ ৱ ৰ উদ দ শ য এই পদক ষ প আগবঢ য
  • ঘটন ই ত ও ৰ বন ধ ৰ পৰ য লট ক ব চ ছ ন ন কৰ ৰ লগত ধ ল ক য ৰ মনত মচ ব ন ৱ ৰ স চ বহ ৱ য ন জক ম নৱ য তথ স ম জ কভ ৱ দ য বদ ধ অন ভৱ কৰ ধ ল ক য ই এজন
  • ব ব অকল ধ ত ৰ ওপৰত ন ৰ ভৰ কৰ হ ৱ ন ছ ল ধ ত গল ৱ খন জৰপৰ আহৰণ কৰ ব স চ - প ৰয গ আদ ৰ ক ন স ক ষ য প ৰ কঐত হ স ক আম ৰ ক ত প ৱ হ ৱ ন ই অৱশ য প ৰ
  • circular DNA - cccDNA ৰ প ন তৰ হয ই চ ৰ ট ভ ইৰ ল এম আৰ এন এ স ষ ট কৰ ক মত স চ হ চ প ব যৱহ ত হয আট ইতক দ ঘল এম আৰ এন এ - ট জ ন মৰ নত ন কপ ক প চ ড
  • ম স গ ৰহণ আৰ ব তৰণ কৰ উদ য গ সম হৰ প ৰত ত ও ল কৰ সমৰ থন প ৰদৰ শন কৰ ভ ৰতৰ ক ছ ম ন জ গ হ, য ন দ ল ল প ন ব ল ৰ আৰ ক ইখনম ন চহৰত উত তৰ প ৱ পৰ

Users also searched:

অশোক স্তম্ভ, সতমভ, অশক, অশকসতমভ, কুন্দন, কনদন, পুৰি, উপজযই, শবদত, আগয, পৰকশ, সমৱ, বকত, ঘৰল, english, এটশবদতপৰকশকৰinenglish, জইত, উপজযইমৰকন, এটশবদতপৰকশকৰঘৰলসমৱবট, বকতযৰজনম, আগযহৱনই, জনম, জইতপৰনয, আল্পনা, আলপন, চালচিত্ৰ, চলচতৰ, ঈয়াৰুইঙ্গম, ঈযৰইঙগম, অসমৰ লোকবাদ্য,

...

Encyclopedic dictionary

Translation

নামফাকে MyGov Blogs.

কে দিল্লিতে অশোক স্তম্ভ এনেছিলেন? অশোকের শিলালেখ কোন লিপিতে লেখা হয়েছিল? ​D অশোক 88. ধর্মাশোকের নাম কোন গ্রন্থে পাওয়া যায়? A জুনাগর লিপি B সারনাথ লিপি. জাল ২০০০ আৰু ৫০০ টকাৰে ভৰিছে দেশ. এই ১০ টকীয়া নোটৰ ওপৰত থাকিব লাগিব অশোক স্তম্ভ। News18 Assam Last Updated: December 2, 2020, 7:39 PM IST. Share this: আপোনাৰ ওচৰত ১০ টকীয়া নোট থাকিলে আপোনাৰো ভাগ্য ফুলিব পাৰে। জনাক কিদৰে. অশোক Ashoka the Great Biography In Bangla Dev Library. এই নোটে মহাত্মা গান্ধীর ছবির ডান পাশে থাকছে অশোক স্তম্ভ ও ইলেকট্রোটাইপ ২০ সংখ্যার জলছাপ। অন্য পিঠে থাকছে অজন্ত ইলোরা গুহাচিত্র। নোটের পিছনে ইংরেজি এবং.





শিল্পওবাণিজ্যমন্ত্রক সুরেশ প্রভু.

উকিল কুন্দন সিং পাঠানিয়া থেকে পরামর্শ পান. নাম. ইমেল. মোবাইল. শহর, দিল্লি, মুম্বাই. এবার আত্মহত্যার প্ররোচণার মামলা. Shop for wide collection of Kundan Jewellery online at best prices at. Checkout latest models, new arrivals, deals, discounts on Kundan Jewellery and more. FREE DELIVERY, EMI, COD possible on eligible purchases.


বোকাত যাৰ জন্ম.

Buy the Latest Kolakhar কলাখাৰ Online from APHRODITE. এতিয়া মই অলপ শুই লও দিয়া সপোন বোৰ পুৰি চাৰ খাঁৰ হৈ যোৱালে মই নিজৰ মাজতে মোৰ শিতানৰ গাৰুটিত মূৰ টো গুজি থৈ আজি শুই যাম ধুই লৈ যোৱা বৰষুণৰ কোব বোৰে বৰ বেয়া. যি আগেয়ে হোৱা নাই. গজৰাজৰ পুৰি খাই নষ্টালজিক. ৰাছিয়াৰ পৰমাণু বিজ্ঞানীসকলে এতিয়া RS 18 নামৰ এবিধ অত্যাধুনিক মিছাইল সাজি উলিয়াইছে। এই মিছাইল বিধে মুহূৰ্ততে আমেৰিকাক পুৰি চাৰখাৰ কৰি দিব পাৰিব। ৬২০০ মাইল.





আমার আল্পনা আর চিত্র রাঙ্গিয়ে নাও.

আল্পনা in Bengali বাংলা আল্পনা in Bodo बड़ो আল্পনা in Dogri डोगरी আল্পনা in English আল্পনা in Gujarati ગુજરાતી আল্পনা in Hindi हिन्दी আল্পনা in Konkani कोंकणी আল্পনা in Kannada ಕನ್ನಡ আল্পনা in Kashmiri कॉशुर. সুশীলার আল্পনা StoryWeaver. সুন্দর আল্পনা দিতে পারেন. নিজে বানিয়ে ফেলুন কাগজের আল্পনা অথবা অনলাইনে বিভিন্ন সাইট থেকে দেওয়াল সাজানোর নানারকম আল্পনা কিনে ফেলুন। এগুলি দামেও সাশ্রয়ী.


লকডাউনের কুমারটুলি: হেলায় পড়ে.

আধুনিক কবিতার চালচিত্র সুমিতা চক্রবর্তী​. By: Chakraborty, Sumita. Material type: materialTypeLabel BookPublisher:. পুরানো কলকাতার চালচিত্র pukoch pkcssab. বিষয়বস্তুঃ এক নিম্ন মধ্যবিত্ত জীবনের চালচিত্র অঙ্কিত হয়েছে নুন কবিতায় কবিতার নামকরণের মধ্যেও তার একটা. আভাস ফুটে উঠেছে।কবিতায় দেখা যায় দুভাই এর সংসার. বিশ্বকাপ ফুটবল জ্বরে কাবু কলকাতা. Показаны результаты по запросу.





10 Must Read Assamese Novels The Best Collection.

Assamese translation of ঈয়াৰুইঙ্গম. অসমীয়া Assamese meaning of ঈয়াৰুইঙ্গম. An Assamese novel by Dr Birendra Kumar Bhattacharyya. Published by Lawyers ঈয়াৰুইঙ্গম related English words. An Assamese novel by Dr Birendra Kumar Bhattacharyya. Published by. Buy Yaruingam ঈয়াৰুইঙ্গম Book Online. নহলহেঁতেন অসমীয়া ভাগৱত, নামঘোষা৷ আধুনিক অসমীয়া ভাষা সাহিত্যৰ ভেটি ৰচনা কৰা কৃপাবৰ বৰুৱাৰ কাকতৰ টোপোলা, মিৰিজীয়ৰী, ঈয়াৰুইঙ্গম, পিতাপুত্র, সেন্দূৰ, গোলাম,. Taitho projokti m. ঈয়াৰুইঙ্গম ১৯৬১. আদি উল্লেখযোগ্য. ১৯৯৭চনৰ ৬ আগষ্টত মৃত্যু হয় ড॰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্যৰ। TAGS Assam lifecycle. About Contact Careers Terms of Use Privacy Policy Copyright © 2020 Scholars Academic.


অসমীয়া বাদ্যযন্ত্র.

সম্পাদকৰ টোকা সাংস্কৃতিক অৱক্ষয়. জাতি এটাৰ লোকসংস্কৃতিৰ অপৰিহাৰ্য উপাদান হল লোকবাদ্য। লোকগীত আৰু লোকনৃত্য লগত ওতপ্ৰোতভাৱে জড়িত হৈ আছে বাদ্যযন্ত্ৰ৷ এটা জাতিৰ সংগীত প্ৰীতি আৰু শিল্প কলা চেতনাৰ. ঢোলৰ মাৰি ডালৰ নাম. অসমৰ লোকবাদ্য ঢোল Vikaspedia. উখল মাখল ৰাজ্যৰ চৌ দিশ৷ ৰঙালী বিহু বুলি কলেই মনলৈ আহে হুচৰি অৰ্থাৎ ঢোলৰ কথা ৷ অসমৰ প্ৰাচীন লোকবাদ্য ঢোল বিহুৰ লগত এৰাব নোৱাৰা সম্পৰ্ক ৷ ঢোলৰ কথা কলেই উজনি অসমৰ. তাল বাদ্য. নগাঁৱৰ নেহৰুবালিত সুধাকণ্ঠ ড০. নতুবা বহিঃৰাজ্যৰ শিল্পীসকলে এই লোকবাদ্য নিৰ্মাণ কৰি উপাৰ্জন কৰিছে বছৰি তিনি কোটি কৈ টকা। কেৱল এয়াই নহয় প্ৰতি বছৰে বিহুৰ সময়ত অসমৰ প্ৰয়োজনীয় ঢোল সমূহ. অসমৰ লোক নৃত্য. অসমৰ বাদ্য যন্ত্ৰ Vikaspedia. কাইলৈ দুদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিব ৰাজীৱ গান্ধী ৷ উজনি অসমৰ ৩ স্থানত নিৰ্বাচনী প্ৰচাৰ চলাব গান্ধীয়ে ৷ আজিৰে পৰা বেংক আৰু বিত্তীয় প্ৰতিষ্ঠানবোৰে আৰম্ভ কৰা.





সেই নদী নিৰবধি.

অভিযাত্ৰী समुदाय Facebook. অভিযান আৰু অভিযাত্ৰী আলোচনীৰ তেখেতে সম্পাদিকা আছিল আৰু গান্ধীজীয়ে অস্পৃশ্যতা. নিৰুপমা বৰগোহাঞি. অসমীয়া সাহিত্যিকঃ TET Qualified Forum, Assam. তেওঁলোকে পেণ্ডেল ভাঙি লৈ যাবলৈ ধৰিলে আৰু ভীষণ গোলমালৰ মাজত সভা ভংগ হল৷ অসম প্ৰাদেশিক মহিলা সমিতিৰ মুখপত্ৰ ​অভিযাত্ৰীত প্ৰকাশিত। প্ৰথম বছৰৰ প্ৰথম সংখ্যা।.


...
Free and no ads
no need to download or install

Pino - logical board game which is based on tactics and strategy. In general this is a remix of chess, checkers and corners. The game develops imagination, concentration, teaches how to solve tasks, plan their own actions and of course to think logically. It does not matter how much pieces you have, the main thing is how they are placement!

online intellectual game →