Back

★ ভাৰতৰ শিক্ষা - ভাৰতৰ শিক্ষা, মন্ত্ৰালয়, অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ, ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযান, অবিৰত আৰু বোধগম্য মূল্যায়ন, আলফ্ৰেড হাইস্কুল ..



                                               

ভাৰতৰ শিক্ষা

ভাৰতীয় উচ্চ শিক্ষা: পৰিবৰ্তন আৰু প্ৰত্যাহ্বান: স্বাধীনতা-উত্তৰ ভাৰতত উচ্চ শিক্ষাই বহু পৰিবৰ্তনৰ মাজেদি বৰ্তমানৰ অবস্থা পাইছেহি আৰু যোৱা দশকত এই পৰিবৰ্তনৰ হাৰ আগতকৈ বেছি আছিল। ২৫বছৰতকৈ কম বয়সৰ ৬০০ নিযুত জনসমষ্টিৰ আমাৰ দেশৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰ খনে যুৱ প্ৰজন্মক সামৰি লবৰ বাবে বৰ্তমান সময়ত আৰু বহু প্ৰসাৰ তথা পৰিবৰ্তন কৰিব লাগিব। দেশৰ আৰ্থিক অৱস্থাৰ উন্নতিৰ লগে লগে মধ্যবিত্ত শ্ৰেণীৰ জনসংখ্যা বৃদ্ধি হৈছে আৰু সেই অনুপাতে উচ্চ শিক্ষাৰ চাহিদা বাঢ়িবলৈ আৰম্ভ কৰিছে। ২০২০ চনলৈ আমাৰ দেশত স্নাতক পৰ্য্যায়ৰ ছাত্ৰ-ছাত্ৰী পৃথিবীৰ ভিতৰতে বেছি আৰু স্নাতকধাৰীৰ সংখ্যা পৃথিৱীৰ ভিতৰত দ্বিতীয় হ’ব বুলি ব্ৰিটি ...

                                               

ভাৰতৰ শিক্ষা মন্ত্ৰালয়

মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়, পূৰ্বে শিক্ষাৰ মন্ত্ৰালয়, ভাৰতৰ মানৱ সম্পদ বিকাশৰ বাবে দায়বদ্ধ। ৰমেশ পখ্ৰিয়ালৰ দ্বাৰা গঠিত এই মন্ত্ৰালয় দুটা ভাগত বিভক্ত: প্ৰাথমিক, মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক শিক্ষাৰ সৈতে জড়িত স্কুলীয়া শিক্ষা আৰু সাক্ষৰতা বিভাগ আৰু বিশ্ববিদ্যালয়ৰ শিক্ষা, প্ৰযুক্তিবিদ্যাৰ শিক্ষা, বৃত্তি ইত্যাদিৰ সৈতে জড়িত উচ্চ শিক্ষাৰ বিভাগ।

                                               

অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ

অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ হৈছে অসম চৰকাৰৰ অধীনৰ এক শিক্ষা পৰিষদ। এই পৰিষদে অসমত উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ শিক্ষা ব্যৱস্থা নিয়ন্ত্ৰণ কৰে। এই পৰিষদে অসমত উচ্চতৰ মাধ্যমিক বিদ্যালয় শিক্ষান্ত পৰীক্ষা অনুষ্ঠিত কৰে আৰু উত্তীৰ্ণসকলক প্ৰমাণপত্ৰ প্ৰদান কৰে।

                                               

ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযান

ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযান হৈছে সমগ্ৰ ভাৰতৰ ৰাজহুৱা বিদ্যালয়সমূহত মাধ্যমিক শিক্ষাৰ বিকাশৰ বাবে ভাৰত চৰকাৰৰ মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়ৰ কেন্দ্ৰীয়ভাৱে পৃষ্ঠপোষকতাৰ এখন আঁচনি । ২০০৯ চনৰ মাৰ্চ মাহত ইয়াৰ কাৰ্যাৰম্ভ কৰা হয়। সকলোৰে বাবে সমতা, বৃদ্ধি আৰু বিকাশৰ হেতু চুক্তিৰ ব্যৱস্থা কৰিবলৈ ২০০৯-২০১০ ৰ পৰা আঁচনিখনৰ কাৰ্যকৰীকৰণ আৰম্ভ হয়। আঁচনিখনে এক বহুমুখী গৱেষণা, প্ৰযুক্তিগত আলোচনা, বিভিন্ন কাৰ্যকৰীকৰণ আৰু পুঁজিৰ সাহায্যক সামৰি লয়। মাধ্যমিক শিক্ষাৰ গুণগত বিকাশ আৰু নামভৰ্তিৰ শতকৰা হাৰ পাঁচ বছৰত অৰ্থাৎ ২০০৯-২০১৪ ৫২% ২০০৫-২০০৬ অনুসৰিৰ পৰা ৭৫% লৈ বৃদ্ধি কৰা ইয়াৰ মুখ্য উদ্দেশ্য। ১৫-১৬ ...

                                               

শিশুৰ বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ অধিকাৰ আইন, ২০০৯

শিশুৰ বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ অধিকাৰ আইন অথবা শিক্ষাৰ অধিকাৰ আইন ২০০৯ চনৰ ৪ আগষ্টত ভাৰতীয় সংসদে প্ৰণয়ন কৰা এখন আইন। ২০১০ চনত আইনখন বলৱৎ হোৱাৰ লগে লগে প্ৰতিজন শিশুৰ বাবে শিক্ষাক মৌলিক অধিকাৰ গণ্য কৰা ১৩৫খন দেশৰ ভিতৰত ভাৰতো এখন হিচাপে পৰিগণিত হয়। শিক্ষা আইনখনে বিনামূলীয়া আৰু বাধ্যতামূলক শব্দ দুটাৰ সমন্বয় ঘটাইছে। বিনামূলীয়া শিক্ষাই ব্যক্তিগত খণ্ডৰ বিদ্যালয়সমূহত নামভৰ্তি কৰা শিশুসকলক বাদ দি বাকী কোনো শিশুয়েই কোনোধৰণৰ মাচুল পৰিশোধ নকৰাকৈ বিনা অসুবিধাত প্ৰাথমিক শিক্ষা সম্পূৰ্ণ কৰিব পৰাটো বুজাইছে। বাধ্যতামূলক শিক্ষাই চৰকাৰ আৰু স্থানীয় কৰ্তৃপক্ষক ৬ ৰ পৰা ১৪ বছৰ বয়সৰ শিশুৰ বাব ...

                                               

অবিৰত আৰু বোধগম্য মূল্যায়ন

অবিৰত আৰু বোধগম্য মূল্যায়ন হল কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদৰ দ্বাৰা ভাৰতৰ ৬ষ্ঠৰ পৰা ১০ম পৰ্যায়ৰ শিক্ষাৰ্থী সকলৰ বাবে প্ৰবৰ্তন কৰা এটা নতুন শিক্ষা পদ্ধতি।

                                               

ৰাষ্ট্ৰীয় ভেষজবিজ্ঞান শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠান, গুৱাহাটী

ৰাষ্ট্ৰীয় ভেষজবিজ্ঞান শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠান, গুৱাহাটী ভাৰত চৰকাৰৰ ৰসায়নিক আৰু সাৰ মন্ত্ৰণালয়ে ২০০৮ চনত প্ৰতিষ্ঠা কৰা আন সাত খন বিদ্যালয়ৰ অন্যতম ভাৰতীয় ৰাজহুৱা ভেষজবিজ্ঞান গৱেষণা প্ৰতিষ্ঠান। প্ৰতিষ্ঠানখনে ভেষজবিজ্ঞানত স্নাতকোত্তৰ আৰু ডক্টৰেট পৰ্যায়ৰ ডিগ্ৰী প্ৰদান কৰে। ৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ প্ৰতিষ্ঠান হিচাপে মানৱ সম্পদ উন্নয়নত প্ৰতিষ্ঠানখনে ভাৰতীয় ভেষজবিজ্ঞান উদ্যোগত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। ভাৰতৰ বিজ্ঞান বিষয়ক বিভিন্ন উদ্যোগৰ লগতে প্ৰচুৰ সম্ভাৱনাময় ঔষধ প্ৰস্তুতকৰণৰ ক্ষেত্ৰ খনত ই প্ৰত্যক্ষ ভাৱে জড়িত হৈ আছে।

                                               

সৰ্ব ভাৰতীয় প্ৰযুক্তি শিক্ষা পৰিষদ

সৰ্ব ভাৰতীয় প্ৰযুক্তি শিক্ষা পৰিষদ ভাৰত চৰকাৰৰ মানৱ সম্পদ উন্নয়ন মন্ত্ৰণালয়ৰ উচ্চশিক্ষা বিভাগৰ অধীনত আৰু বিশ্ববিদ্যালয় অনুদান আয়োগৰ অন্তৰ্ভুক্ত ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰযুক্তি শিক্ষাৰ পৰিষদ। ১৯৪৫ চনৰ নৱেম্বৰ মাহত এই পৰিষদ চৰকাৰৰ উপদেষ্টা পৰিষদ হিচাপে গঠন কৰা হৈছিল। ১৯৮৭ চনত সংসদৰ বিধেয়কৰ দ্বাৰা ই ভাৰতৰ প্ৰযুক্তি আৰু ব্যৱস্থাপনা শিক্ষাৰ আঁচনি প্ৰস্তুতকৰণ আৰু ৰূপায়ণৰ জৰিয়তে সুসংবৰ্ধিত উন্নয়নৰ আইনী ক্ষমতা লাভ কৰে। পৰিষদে ভাৰতীয় প্ৰতিষ্ঠান সমূহৰ বিশেষ স্নাতক আৰু স্নাতকোত্তৰ পাঠ্যক্ৰমক স্বীকৃতি প্ৰদান কৰে। সৰ্ব ভাৰতীয় প্ৰযুক্তি শিক্ষা পৰিষদৰ অন্তৰ্গত ১০টা শিক্ষাবৰ্ড আছে। সেই কেইটা হল: ...

                                               

অসম মাধ্যমিক শিক্ষা পৰিষদ

অসম মাধ্যমিক শিক্ষা পৰিষদ হল অসমৰ মাধ্যমিক আৰু উচ্চ মাধ্যমিক বিদ্যালয়সমূহক স্বীকৃতি প্ৰদান, বিদ্যালয়সমূহত উন্নত মানৰ শিক্ষাৰ নিশ্চিতকৰণ আৰু পৰীক্ষা আয়োজনৰ কৰ্তৃত্ব থকা ৰাজ্যিক পৰ্যায়ৰ এক পৰিষদ। এই পৰিষদে অসমত উচ্চ মাধ্যমিক বিদ্যালয় শিক্ষান্ত পৰীক্ষা High School Leaving certificate, HSLC আয়োজন কৰে আৰু উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীসকলক প্ৰমাণপত্ৰ প্ৰদান কৰে।

                                               

আলফ্ৰেড হাইস্কুল

এই বিদ্যালয়খন ভাৰতত ব্ৰিটিছ শাসনৰ সময়ত ৰাজনৈতিক এজেণ্ট কৰ্ণেল সিঙে নিৰ্মাণ কৰাইছিল, আৰু সৌৰাষ্ট্ৰ অঞ্চলৰ প্ৰথম ইংৰাজী মাধ্যমৰ বিদ্যালয় আছিল। এই বিদ্যালয় খনক ৰাজকোট ইংৰাজী বিদ্যালয় বুলি কোৱা হৈছিল। ১৮৫৩ চনত ১৭ অক্টোবৰত এই বিদ্যালয় খনৰ স্থাপন কৰা হয়, আৰু পিছলৈ ই এখন পূৰ্ণ পৰ্যায়ৰ উচ্চ মাধ্যমিক বিদ্যালয়ত পৰিণত হয়। ১৮৬৮ চনত ইয়াক ৰাজকোট হাইস্কুল বুলি জনা যায়, আৰু ১৯০৭ চনত ইয়াক আলফ্ৰেড হাইস্কুল নামেৰে নামকৰণ কৰা হয়। জুনাগাধ ৰ নৱাব নৱাব ছাৰ মহম্মদ বাহাদুৰ খানজী বাবিৰ দ্বাৰা কাথিৱাৰৰ বাবে এলফ্ৰেড হাইস্কুলৰ বৰ্তমানৰ ভৱনসমূহ নিৰ্মাণ কৰা হৈছিল, আৰু এডিনবাৰ্গৰ ডিউক প্ৰিন্স আলফ্ৰেডৰ স্মৃত ...

                                               

ভাৰতৰ সাধাৰণ নিৰ্বাচন, ১৯৫৭

১৯৫৭ৰ ভাৰতৰ সাধাৰণ নিৰ্বাচন যোগে ২য় লোকসভাৰ সদস্যসকলক নিৰ্বাচিত কৰা হৈছিল। নিৰ্বাচন ২৪ ফ্ৰেব্ৰুৱাৰীৰ পৰা ১৪ মাৰ্চৰ ভিতৰত অনুষ্ঠিত হৈছিল। First past the post ভোটিং পদ্ধতি ব্যৱহাৰ হোৱা এই নিৰ্বাচনত মুঠ লোকসভা সমষ্টি আছিল ৪০৩ টা আৰু আসনৰ সংখ্যা আছিল ৪৯৪খন। ৯১ টা সমষ্ঠিত ২জনকৈ আৰু ৩১২ টা সমষ্টিত এজনকৈ সদস্য নিৰ্বাচিত কৰা হৈছিল। প্ৰথম লোকসভাৰ দৰে ৩জনীয়া আসনৰ কোনো লোকসভাৰ সমষ্টি এইটো নিৰ্বাচনত নাছিল। পূৰ্বৱৰ্তী নিৰ্বাচনৰ তুলনাত এইটো নিৰ্বাচনত আসনৰ সংখ্যা ৫খন বৃদ্ধি পাইছিল। একাধিক আসনযুক্ত লোকসভাৰ সমষ্টিৰ ব্যৱস্থাটো পৰৱৰ্তী নিৰ্বাচনৰ পৰা বাতিল কৰা হৈছিল। জৱাহৰলাল নেহৰুৰ নেতৃত্বত ভাৰতীয় জাতীয় ...

                                               

ভাৰতীয় বিজ্ঞান শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠান বেৰহামপুৰ

ভাৰতীয় বিজ্ঞান শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠান বেৰহামপুৰ এখন ভাৰতীয় স্বয়ংশাসিত শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠান। এয়া ভাৰত চৰকাৰৰ শিক্ষা মন্ত্ৰালয়ৰ দ্বাৰা ওড়িশাৰ ব্ৰহ্মপুৰত প্ৰতিষ্ঠা কৰা হৈছিল। উচ্চতৰ বৈজ্ঞানিক শিক্ষা আৰু অনুসন্ধানসহ স্নাতক আৰু স্নাতকোত্তৰ স্তৰৰ বৈজ্ঞানিক অনুসন্ধানক প্ৰত্যাশিত কৰা আৰু উচ্চ গুণ সম্পন্ন শিক্ষাবিদ গঠন ইয়াৰ উদ্দেশ্য আছিল। এই অনুষ্ঠানক ভাৰত চৰকাৰে ‘ৰাষ্ট্ৰীয় মহত্ত্বপূৰ্ণ প্ৰতিষ্ঠান মান্যতা প্ৰদান কৰিছে। ২০১৬-১৭ শিক্ষাবৰ্ষৰ আগষ্ট মাহত ই আনুষ্ঠানিকভাৱে কাৰ্যকৰী হৈছিল। এইখন ভাৰতৰ আন সাতটা ইছাৰ ভিতৰত অন্যতম।

                                               

সংঘ লোক সেৱা আয়োগ (ইউ. পি. এছ. চি)

সংঘ লোক সেৱা আয়োগ হৈছে ভাৰত চৰকাৰৰ দ্বাৰা স্থাপিত কেন্দ্ৰীয় সংস্থা যি অসামৰিক সেৱা পৰীক্ষা, অভিযান্ত্ৰিক সেৱা পৰীক্ষা, চিকিৎসা সেৱা পৰীক্ষা, ৰাষ্ট্ৰীয় সামৰিক একাডেমী পৰীক্ষা আদি গুৰুত্বপূৰ্ণ পৰীক্ষা অনুষ্ঠিত কৰে ।

                                               

সৰ্বশিক্ষা অভিযান

সকলোবোৰ শিশুক ২০০৭ চনৰ ভিতৰত, প্ৰাথমিক বিদ্যালয়ত পাঁচ বছৰীয়া শিক্ষা সমাপ্ত কৰাৰ সুযোগ দিয়া।. প্ৰাথমিক স্তৰত সৃষ্টি হোৱা সামাজিক আৰু লিংগ বৈষম্য ২০১০ চনৰ ভিতৰত আঁতৰ কৰাৰ ব্যৱস্থা কৰা।. জীৱনৰ কাৰণে শিক্ষা প্ৰদানকাৰী গুণগত প্ৰাথমিক শিক্ষা বিস্তাৰত গুৰুত্ব প্ৰদান।. ২০১০চনৰ ভিতৰত প্ৰাথমিক শিক্ষাক সাৰ্বজনীন আৰু ৬-১৪ বছৰৰ শিশুসকলক শিক্ষা সম্পূৰ্ণ কৰা।. ২০১০চনৰ ভিতৰত আঠ বছৰীয়া প্ৰাথমিক শিক্ষা সম্পূৰ্ণ কৰাৰ সুযোগ দিয়া।. সকলোবোৰ শিশুকে ৬ৰ পৰা ১৪ বছৰ বয়সলৈকে ২০০৩ চনৰ ভিতৰত বিদ্যালয়, শিক্ষা নিশ্চিত কেন্দ্ৰ, বিকল্প বিদ্যালয়,বিদ্যালয়ৰ প্ৰত্যাৱৰ্তন শিবিৰ আদিত সামৰি লোৱা।.

                                     

★ ভাৰতৰ শিক্ষা

  • মহ ব দ য লয স মৰ ভ ৰতৰ উচ চ শ ক ষ ব যৱস থ প থ ব ৰ ভ তৰত ই এক ব শ ল শ ক ষ ব যৱস থ ভ ৰতত প ৰ য খন মহ ল মহ ব দ য লয আছ দ ৰ আৰ ম ক ত শ ক ষ প দ ধত ৰ
  • স ক ল য শ ক ষ আৰ স ক ষৰত ব ভ গ আৰ ব শ বব দ য লয ৰ শ ক ষ প ৰয ক ত ব দ য ৰ শ ক ষ ব ত ত ইত য দ ৰ স ত জড ত উচ চ শ ক ষ ৰ ব ভ গ স ক ল য শ ক ষ আৰ
  • অসম উচ চতৰ ম ধ যম ক শ ক ষ স সদ ই ৰ জ Assam Higher Secondary Education Council AHSEC হ ছ অসম চৰক ৰৰ অধ নৰ এক শ ক ষ পৰ ষদ এই পৰ ষদ অসমত উচ চতৰ
  • ৰ ষ ট ৰ য ম ধ যম ক শ ক ষ অভ য ন ই ৰ জ National Mission for Secondary Education হ ছ সমগ ৰ ভ ৰতৰ ৰ জহ ৱ ব দ য লয সম হত ম ধ যম ক শ ক ষ ৰ ব ক শৰ ব ব
  • শ ক ষ ক ম ল ক অধ ক ৰ গণ য কৰ খন দ শৰ ভ তৰত ভ ৰত এখন হ চ প পৰ গণ ত হয শ ক ষ আইনখন ব ন ম ল য আৰ ব ধ যত ম লক শব দ দ ট ৰ সমন বয ঘট ইছ ব ন ম ল য
  • হ ল ক ন দ ৰ য ম ধ যম ক শ ক ষ পৰ ষদৰ দ ব ৰ ভ ৰতৰ ষ ঠৰ পৰ ম পৰ য য ৰ শ ক ষ ৰ থ সকলৰ ব ব প ৰবৰ তন কৰ এট নত ন শ ক ষ পদ ধত এই নত ন পদ ধত ত
  • ৰত ন ভ ৰতৰ সৰ ব চ চ অস মৰ ক সন ম ন স হ ত য, কল ব জ ঞ ন, সম জস ৱ আদ ক ষ ত ৰত ব শ ষ ট স ৱ আগবঢ ৱ ব যক ত ক এই সন ম ন প ৰদ ন কৰ হয ক ৱল ভ ৰতৰ ব যক ত ক
  • ৰ ষ ট ৰ য ভ ষজব জ ঞ ন শ ক ষ আৰ গৱ ষণ প ৰত ষ ঠ ন, গ ৱ হ ট en: National Institute of Pharmaceutical Education and Research, Guwahati ব NIPER - Guwahati
  • সৰ ব ভ ৰত য প ৰয ক ত শ ক ষ পৰ ষদ ভ ৰত চৰক ৰৰ ম নৱ সম পদ উন নয ন মন ত ৰণ লয ৰ উচ চশ ক ষ ব ভ গৰ অধ নত আৰ ব শ বব দ য লয অন দ ন আয গৰ অন তৰ ভ ক ত ৰ ষ ট ৰ য
  • পদ মশ ৰ ভ ৰতৰ চৰক ৰ প ৰদ ন কৰ চত ৰ থ সৰ ব চ চ অস মৰ ক সম ম ন শ ল পকল শ ক ষ ব ণ জ য, স হ ত য, ব জ ঞ ন, ক ৰ ড সম জ স ৱ আৰ চৰক ৰ ক ষ ত ৰত ব শ ষ
  • অসম ম ধ যম ক শ ক ষ পৰ ষদ ই ৰ জ Secondary Education Board of Assam SEBA হ ল অসমৰ ম ধ যম ক আৰ উচ চ ম ধ যম ক ব দ য লয সম হক স ব ক ত প ৰদ ন, ব দ য লয সম হত
  • ৰ জক টৰ আলফ ৰ ড হ ইস ক ল ম হনদ স গ ন ধ উচ চ ম ধ যম ক ব দ য লয ভ ৰতৰ আট ইতক প ৰণ শ ক ষ প ৰত ষ ঠ নসম হৰ ভ তৰত অন যতম এই ব দ য লয খন ভ ৰতত ব ৰ ট ছ শ সনৰ
  • সময চ ৱ ভ ৰতৰ ব ব অত শয জট ল আছ ল ভ ষ ব ব দ দ শখন অস থ ৰ কৰ ৰ খ ছ ল আৰ ৰ জ য প নৰ গঠন আয গ গঠন কৰ হ ছ ল এই সময চ ৱ ত উচ চ শ ক ষ ব শ ষক
                                     
  • ভ ৰতৰ স ব ধ ন ভ ৰত য প ৰজ তন ত ৰৰ সৰ ব চ চ আইন এই স ব ধ নত চৰক ৰৰ গঠন, ক ৰ যপদ ধত ক ষমত আৰ কৰ তব য ন ৰ দ ধ ৰণ ম ল ক অধ ক ৰ, ৰ ষ ট ৰপৰ চ লন ৰ ন ৰ দ শম লক
  • ন শ ন - ই - প ক স ত ন ব ল ঘ ষণ কৰ প ক প ৰধ নমন ত ৰ নৱ জ শ বৰ ফ ভ ৰতৰ - শ শ ৰ ব ব ব ধ যত ম লক ব ন ম ল য শ ক ষ ম ল ক অধ ক ৰৰ অন তৰ ভ ক ত কৰ হয চনৰ আজ ৰ দ নট ত
  • ক ৰ যকৰ হ ছ ল এইখন ভ ৰতৰ আন স তট ইছ ৰ ভ তৰত অন যতম গ ণ ত মক শ ক ষ আৰ ম ল ক ব জ ঞ নৰ য গ দ গৱ ষণ ক উৎস হ ত কৰ বল ভ ৰত চৰক ৰৰ শ ক ষ মন ত ৰ লয ৰ দ ব ৰ
  • ত ও ন ন শ ক ষ ৰ শ ক ষ ত হ ছ ল ঘৰ ৱ পৰ ব শৰ পৰ ই ত ও সৰ ত ই ৰ জন ত ক শ ক ষ আয ত ত কৰ ছ ল স ইসময ত আনন দ ভৱন ক গ ৰ ছৰ প ৰধ ন ক ৰ য য লয আছ ল
  • ক ন ড ৰ ষ ঠ ব হত তম ভ ষ প ৰ ৱ পঞ জ ব ভ ষ ভ ৰতৰ ট চৰক ৰ ভ ষ ৰ এট ভ ৰতৰ পঞ জ ব ৰ জ যত য গ য গ, শ ক ষ প ৰশ সন, ব যৱস য আৰ গণম ধ যমত এই ভ ষ ব যবহ ত
  • ভ ব উল ল খয গ য চনত ভ ৰত চৰক ৰ স হ ত য আৰ শ ক ষ জগতত ত ও ৰ অৱদ নৰ স ব ক ত স বৰ প ভ ৰতৰ চত ৰ থ সৰ ব চ চ অস মৰ ক সন ম ন পদ মশ ৰ প ৰদ ন কৰ
  • শ ন তক খ ল ধ ল ৰ প ৰত হ ত ও ৰ আগ ৰহ আছ ল ব ছ প ৰ থম ক আৰ হ ইস ক ল য শ ক ষ শ ষ কৰ ত ও কটন মহ ব দ য লয ত ন ম ভৰ ত কৰ স ই সময ত ত ও ৰ ফ টবলৰ প ৰদৰ শ ত
  • তত ত বৱধ নত থ ক শ ক ষ লয ইয ৰ প ছত চনত ৰ ধ ক ষ ণণক ত ৰ পট ৰ ল থ ৰ ন ম ছন স ক লল পঠ ৱ হয ব ৰ চম ইয ন জ এজন গ ড ব ৰ হ মণ হ ল ও, শ ক ষ গ ৰহণৰ ক ষ ত ৰত
  • মহ ব দ য লয ত অধ য পকৰ প ক ম কৰ ছ চনত, ত খ তক স হ ত য আৰ শ ক ষ ৰ ক ষ ত ৰত ভ ৰতৰ চত ৰ থ শ ৰ ষ ঠ অস মৰ ক সন ম ন পদ মশ ৰ ব ট প ৰদ ন কৰ হ ছ ল আৰ
  • ঢ ক ৰ স ন ব ভ গৰ ব দ য লয ত শ ক ষ গ ৰহণ আৰম ভ কৰ ছ ল ক ন ত হ ইস ক ল য শ ক ষ স কৰ ৰ আগ য ই প ত ৰ ম ত য হ ৱ ত ব ষ ণ ৰ ভ ত জপ ৰত সম বন ধ য ল কৰ
  • শ শ শ ক ষ সম ত অসম হ ছ এট ব - চৰক ৰ শ ক ষ ক স গঠন য অসমত এক বহল পৰ সৰৰ ব যক ত গত ব দ য লয ৰ প ৰণ ল সঞ চ ল ত কৰ ই হ ছ ব দ য ভ ৰত অখ ল ভ ৰত য
                                     
  • ত লস ৰ জন ম হ ছ ল বৰ ষৰ আজ ৰ দ নট ত ত ও বছৰ বয সত হ ইস ক ল য শ ক ষ সম প ৰ ণ কৰ প টন ব জ ঞ ন মহ ব দ য লয ৰ পৰ বছৰ বয সত ব এছ. ছ আৰ
  • অণ ম চ ধ ৰ ৰ জন ম হয নলব ৰ ৰ পক ৱ গ ৱত ৷ ক ন ত নগ ওতহ ত ও ৰ প ৰ থম ক শ ক ষ আৰম ভ হয পঞ চম শ ৰ ণ প ৱ ৰ প ছত ত ও ম ক - দ উত কৰ লগত গ ৱ হ ট ত থ ক বল
  • প ড ছ ৰ ত ম ল: ப த ச ச ர অৰ থ: নত ন চহৰ ব পণ ড চ ৰ ভ ৰতৰ এখন ক ন দ ৰ য শ স ত অঞ চল প ৰ বৰ ফ ৰ ন সৰ অধ ক ত চ ৰ অঞ চল পণ ড চ ৰ ক ৰ কল, ম হ
  • ছ ত ৰ - ছ ত ৰ য শ ক ষ গ ৰহণ কৰ আছ শ হত য ক ব শ বব দ য লয খনৰ উপ চ ৰ যৰ প ব ন দ ক ম ৰ জ নক ন য ক ত দ য হ ছ গৱ ষণ ৰ দ শত ব শ বব দ য লয খনৰ ভ ৰতৰ ক ন দ ৰ য
  • প ৰ থম ক ব দ য লয ত প ৰ ৰম ভ ক শ ক ষ গ ৰহণ কৰ ছ ল ত ৰপ ছত ত ও বৰস পজ ন হ ইস ক লত শ ক ষ গ ৰহণ কৰ হ ইস ক ল য শ ক ষ শ ষ হ ৱ ৰ প ছত ত ও ড ব ৰ গড
  • প ৰশ ক ষণ লয পণ ড ত অজয চক ৰৱৰ ত আৰ জয দ প জয প ৰৱ ল ৰ ত ও স গ তৰ শ ক ষ ল ভ কৰ লক ষ ণ ৰ ভ টখ ণ ড স গ ত ব দ য প ঠৰ পৰ ত ও স গ তৰ ব শ ৰদ ড গ ৰ

Users also searched:

ভাৰতৰ শিক্ষা, ভৰতৰ, ভৰতয, শকষ, class, শৰণ, বযৱসথ, পৰচন, আধন, পরচন, অগতনগত, সকত, চতৰ, শরণ, পৰথম, আধনশকষবযৱসথ, কনইৰ, কনইৰচতৰদশমশরণ, ভৰতযসকতclass, অগতনগতশকষ, পরচনভৰতযশকষclass, পৰথমশষক, পৰচনভৰতযশকষclass, ভৰতৰশকষ, পচনভৰতযকষদশমশৰণ, ভাৰতৰ শিক্ষা মন্ত্ৰালয়, শকষকৰ, সজঞ, পৰযজনযত, মধযম,

...

Encyclopedic dictionary

Translation

প্ৰাচীন ভাৰতীয় শিক্ষা দশম শ্ৰেণী.

নতুন শিক্ষা নীতিৰ জৰিয়তে Dainik Agradoot. অনুষ্ঠিত এক সংবাদ মাধ্যমত অসম মাধ্যমিক শিক্ষা পৰিষদৰ অধ্যক্ষ ৰমেশ চান্দ জৈনে সেই ইয়াৰ পিছতে ভাৰতৰ শিক্ষা প্ৰযুক্তিৰ প্ৰতিষ্ঠান হিচাপে বাইজুছৰ পিচতে স্থান লাভ. ভাৰতীয় সংস্কৃতি class 10. Untitled. স্বাধীনোত্তৰ ভাৰতবৰ্ষৰ শিক্ষা ব্যৱস্থাত গান্ধীজীৰ ধাৰণাই আত্মপ্ৰকাশ কৰাৰে পৰা ভাৰতীয় সমাজত এক আমূল পৰিবৰ্তনে ধৰা দিয়ে ৷ কিন্তু কিমান ভাৰতীয় নাগৰিকে.





শৈক্ষিক অসমতা.

নতুন শিক্ষানীতি আত্মনিৰ্ভৰ ভাৰতৰ. শিক্ষা মন্ত্ৰালয়ৰ দ্বাৰা আয়োজিত এই সন্মিলনৰ বিষয় বস্তু হৈছে ৰোল অৱ নিউ ইয়াৰ জৰিয়তে ভাৰতৰ শিক্ষা ব্যৱস্থা কেন্দ্ৰীভূত কৰি বিশ্বমানৰ পৰ্যায়ত ভাৰতৰ.


মাধ্যমিক শিক্ষা কাক বোলে.

২০২১বৰ্ষ ফেব্ৰুৱাৰী শেষ সপ্তাহৰ. ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযানৰ ধাৰণা, অভিযানৰ নিৰীক্ষণ, অভিযানৰ লক্ষ্য আৰু উদ্দেশ্য, মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক শিক্ষাৰ গুণগত মানদণ্ডৰ উন্নীতকৰণ, আঁচনিখনৰ অসমৰ পুৰণি শিক্ষা ব্যৱস্থাত বিশেষভাৱে স্থান লাভ কৰা কেইখনমান শিক্ষানুষ্ঠান. হল মাধ্যমিক শিক্ষা সংসদে ইয়াৰ মানদণ্ড সমান. স্বাধীনোত্তৰ কালৰ ভাৰতবৰ্ষ আৰু অসমৰ মাধ্যমিক শিক্ষা. HS 1ST YEAR ANNUAL EXAM NOTICE Dr. BKB COLLEGE. অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ. ASSAM HIGHER SECONDARY. EDUCATION COUNCIL. BAMUNIMAIDAM GUWAHATI 21. Email Id: ahsec1@. Website: c., Phone No.: 0361 ​2551565. ADVERTISEMENT. Dated 10.5.2018. No. AHSEC EST Jr.





অসমৰ প্ৰথম মাধ্যমিক বিদ্যালয় খনৰ নাম কি.

Untitled. দ্বাদশ অধ্যায়টিত ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযানৰ ধাৰণা সমূহ. সামৰি লােৱা হৈছে। ত্রয়ােদশ অধ্যায়টিত ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযান ৰ ধাৰণাওপৰত আলােচনা কৰা. মাধ্যমিক শিক্ষা কাক বোলে. Home Asom Khobor Page 2. কৃষ্ণ মােহন ত্রিপাঠী, নির্দেশক – শিক্ষা ​মাধ্যমিক, ভূতপূর্ব অধ্যক্ষ, হাইস্কুল আৰু ৰাষ্ট্ৰীয় শিক্ষা নীতি 2019 এ এনে এক ভাৰত ​কেন্দ্রিক শিক্ষা ব্যৱস্থাৰ. সপােন দেখিছে যি.


বিদ্যালয় পৰিচালনা সমিতি গঠন.

আধুনিক ভাৰতীয় শিক্ষা ব্যৱস্থাৰ. সকলো চৰকাৰী বিদ্যালয়ে শিশুক বিনামূলীয়া শিক্ষা প্ৰদান কৰিব আৰু বিদ্যালয়ৰ পৰিচালনা বিনামূলীয়া আৰু বাধ্যতামূলক প্ৰাথমিক আৰু মাধ্যমিক শিক্ষাৰ আইনগত ব্যৱস্থা। ধনলক্ষ্মী আঁচনিৰ বাবে ২০০৯ ২০১০ বৰ্ষত মুঠ ১০ কোটি টকা ধাৰ্য্য কৰা হৈছে।. প্ৰাক প্ৰাথমিক শিক্ষাৰ প্ৰয়োজনীয়তা. NEP 2019 - MyGov Innovate. প্রাথমিক, মাধ্যমিক আৰু উচ্চ শিক্ষাত সহজ লভ্য ৰেহাই পার্থক্য নির্ণয় কৰিব পাৰিব. ভাৰতৰ চৰকাৰী অধিকাৰ হিচাবে গ্রহণ কৰা হৈছিল যদিও শিশুৰ অধিকাৰ মুক্ত আৰু বিনামূলীয়া শিক্ষা. আইন সংসদৰ দ্বাৰা ২০০৯ চনৰ আগষ্ট মাহলৈকে গৃহীত হােৱা নাছিল। সর্বশিক্ষা ৬ বছৰ পৰা ১৪ বছৰ. বয়সৰ শিশুসকলক বিনামূলীয়া আৰু বাধ্যতামূলক প্রাথমিক শিক্ষা প্রদান কৰা।. শিশুৰ অধিকাৰ আৰু সুৰক্ষা আইন এখনৰ নাম. ¬ÛÀ˚˛±ˆ¬1± Yojana. Поправка к конституции. ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযান. কন্যা শিশু সৱলীকৰণৰ Litcul. আছে৷ উচচ প্রাথমিক পর্যায়ত পৰীক্ষাত বহা আৰু উত্তীর্ণ হোৱাটো বাধ্যতামূলক কৰাৰ যোগেদি কোনো আশা নাই৷ চৰকাৰে শিক্ষাৰ অধিকাৰ আইন প্রণয়ন কৰিলে যোৱা ২০০৯ চনতেই৷ এই আইন বিনামূলীয়া মধ্যাহু ভোজন আৰু বিনামূলীয়া পাঠ্যপুথি যোগানৰ ব্যৱস্থা কৰিছিল আৰু হৈছে৷ শিশুসকলক জ্ঞান লাভৰ অধিকাৰৰ পৰা চৰকাৰে বঞ্চিত কৰা হৈছে আৰু এই ক্ষেত্রত.


ভাৰতীয় জাতীয় কংগ্ৰেছৰ জন্ম কেতিয়া হৈছিল.

প্ৰাচীন বিনিময় প্ৰথাৰে আজিৰে পৰা. সদস্য দিপুল পাটগিৰী, সৰ্ব ভাৰতীয় যুৱ অগপ দলৰ কেন্দ্ৰীয় সাধাৰণ পৰিষদৰ সদস্য. কৰুণা ভাইৰাছ আৰু শিক্ষা. শিক্ষকৰ শিক্ষা আৰু প্রশিক্ষণ. সৰ্ব শিক্ষা অভিযান, ৰাষ্ট্ৰীয় শিক্ষাৰ পৰিবৰ্তন অনাৰ চেষ্টা কৰিছে । ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্রশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰস্তুত কৰা সকলাে ৰাষ্ট্ৰীয় পাঠ্যক্ৰম আৰু আন পাঠ 8, ভূগোল বিজ্ঞান অধ্যয়নত প্ৰযুক্তিৰ প্ৰয়োগ পাঠ 22, ভাৰতীয় সংবিধান.





মাধ্যমিক শিক্ষা আয়োগ.

Class 12 Education Chapter 1 অসম আৰু ভাৰতৰ. অসম মাধ্যমিক শিক্ষা পৰিষদে বাতিল কৰিছে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ লগতে হাইমাদ্ৰাছা পৰীক্ষা। ৰাজ্যত কভিডৰ বৰ্ধিত সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ছেবাই গ্ৰহণ. বৃত্তিমূলক শিক্ষা কাক বোলে. Search Result of নগালেণ্ড মাধ্যমিক শিক্ষা. অধিক জানিবলৈ আগ্ৰহী নেকি. ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা. ছোৱালী বিদ্যালয়সমূহ সহ​ শৈ. আন্তঃগাথনি উন্নয়ন বৃত্তিমূলক শিক্ষা শৈক্ষিক নথি লেখ্যৰ কোষাগা. ছাত্ৰীনিবাসৰ.


ভাৰতৰ মানচিত্র.

শ্ৰী গুলজাৰি লাল নন্দ ভাৰতৰ PMIndia. ১৯৫৭ চনত তেওঁ গুৱাহাটী সমষ্টিৰ পৰা সংসদলৈ নিৰ্বাচিত হয় আৰু চৈধ্য বছৰ কাল তাৰ পাছতেই ৪২ৰ ভাৰত ত্যাগ আন্দোলন আৰম্ভ হল। ১৯৭১ চনৰ নিৰ্বাচনত পৰাজিত হোৱাৰ পিচত বৰুৱা উত্তৰ শৰণীয়াৰ নিজা ঘৰত পত্নী অণু. ভাৰতৰ ভূগোল. অসমীয়াত কথা বতৰা নিৰ্বাচন সমাগত. স্বাধীন ভাৰতৰ প্ৰথম নিৰ্বাচন অনুষ্ঠিত হৈছিল ১৯৫২ চনত । সেয়েহে এই ১৯৫৭ চনত দ্বিতীয় অসম বিধানসভাৰ নিৰ্বাচনতো কংগ্ৰেছে ক্ষমতা দখল কৰিছিল । মুখ্যমন্ত্ৰী.





তুলনামূলক ৰাজনীতি কি.

All page 18 March.p65 Dainik Agradoot. দিল্লীক পৰাস্ত কৰি পঞ্চমবাৰলৈ আই পি এলৰ খিতাপ দখল মুম্বাই ইণ্ডিয়ানছৰ কৰণামুক্ত জনপ্ৰিয় যত প্ৰতিঘৰৰ একোজনকৈ লোক দেশৰ সুৰক্ষাত নিয়োজিত হৈ আছে… ভেকচিন লোৱা বা নিগেটিভ ৰিপৰ্ট দেখুওৱা লোকেহে সোমাব পাৰিব ভোটগ্ৰহণ কেন্দ্ৰত নিৰ্বাচন আয়োগ দুধনৈত নিশা প্ৰমীলা ৰাণী ব্ৰহ্মৰ ঘৰত আৰক্ষীৰ হঠাতে প্ৰৱেশ, পি এছ অক থানালৈ, কি হৈছিল নিশা…. বিৰোধী দল বুলিলে কি বুজা. Site Map TIME8. গুৱাহাটীমৰিগাঁও, ৯ মেঃ ৰাজ্য কঁপােৱা এ পি এছ চি বিষয়াৰূপে কৰ্মৰত নলবাৰীৰ মৃগেন পাছত কলা শাখাত পি ইউ প্রি লগতে ইন্দিৰা গান্ধীয়েও পুনৰাই হাঁহিৰে ইউ তদুপৰি ১০৮ সেৱাৰ পৰা নিওতে ৰােগীৰ মৃত্যু পর্যন্ত হৈছিল। সংঘ ৰিডিং ক্লাব, শিৱসাগৰ প্ৰেছ ক্লাব, শিৱসাগৰ জিলা সাহিত্য সভা, ৰংপুৰ নির্বাচন আয়োগৰ দুৰ্বলতাৰ সুযােগ লৈ কিছুমান দল. গণতন্ত্ৰত বিৰোধী দলৰ ভূমিকা. UPSC Recruitment ২০২০: Assistant প্ৰফেছাৰ আৰু. সেই কাৰণে কোনোধৰণৰ মেডিকেল চিকিৎসা নকৰাকৈ বেজে সম্পূৰ্ণ ভাল কৰিছিল বুলি আমাৰ ৰাইজ ইতিহাস প্ৰসিদ্ধ মৰাণ জনজাতি আৰু অসমীয়া লোক সংস্কৃতিৰ অনন্য লোক উৎসৱ ​মৰাণ বিহু বিশেষ চৰকাৰে নির্ণয় কৰা মানসূচক চিহ্নসমূহ যেনে এগমার্ক, আই এছ আই মার্ক, হলমার্ক, এফ পি অ গ্ৰাহক হিচাপে সামগ্ৰী বা সেৱা ক্ৰয় কৰোতে সদা সজাগ আৰু সচেতন হৈ থকা আমাৰ কৰ্তব্য ǀ.


সর্বাত্মক শিক্ষাৰ উদ্দেশ্য কি.

About School Ghilamara Adarsha Lower Primary School. লখিমপুৰ জিলা সৰ্বশিক্ষা অভিযান মিচনৰ উদ্যোগত শিশু সমাৰোহ স্হান বঙালমাৰা ছোৱালী আৱাসিক বিশেষ কেন্দ্ৰ তাৰিখ ১৯ মাৰ্চ ২০১৯ মংগলবাৰ. 05 02 2019. Revised Compensation Schemes for the victims of. মধ্যাহ্ন ভোজনত শিক্ষকৰ ভূমিকা. গ্ৰাম্যাঞ্চলত মানসম্পন্ন শিক্ষা. সৰ্বশিক্ষা অভিযান. সবার শিক্ষা, সবার উন্নতি. Phone No. 25628190. NOTICE INVITING TENDER. TENDER NOTICE No: S 11036 1 2011 SSM 93550. DATE:20.12.13. Sealed Tender in prescribed form issued by the office of the undersigned is hereby invited from bonafide Government.


...
Free and no ads
no need to download or install

Pino - logical board game which is based on tactics and strategy. In general this is a remix of chess, checkers and corners. The game develops imagination, concentration, teaches how to solve tasks, plan their own actions and of course to think logically. It does not matter how much pieces you have, the main thing is how they are placement!

online intellectual game →