Back

★ ভাৰতৰ ভূগোল - ভাৰতৰ জলবায়ু, ভাৰতৰ বিশ্ব ঐতিহ্যবাহী স্থান, পাণ্ডুৰাংগ বমন কানে, জম্মু আৰু কাশ্মীৰ, গম, আনোৱাৰুদ্দিন চৌধুৰী, মাদাৰ টেৰেছা, কপাহ, আবুল কালাম আজাদ ..



                                               

ভাৰতৰ জলবায়ু

ভাৰতৰ জলবায়ু ভাৰতবৰ্ষৰ আয়তন ইমান বৃহৎ যে ইয়াৰ বিভিন্ন সময়ত বিভিন্ন ধৰণৰ জলবায়ু দেখা যায়। প্ৰাকৃতিক গঠন আৰু বন্ধুৰতাই ভাৰতবৰ্ষৰ বিভিন্ন ঠাইৰ জলবায়ুৰ তাৰতম্য ঘটাইছে। সেইবাবে দেশখনৰ দক্ষিণ ভাগটোৰ জলবায়ু ক্ৰান্তীয়। শীতকালত ভাৰতৰ উত্তৰাংশত একে অক্ষাংশৰ ঠাইসমূহত ৩° ৰ পৰা ৮° ছেণ্টিগ্ৰেড উত্তাপ বৃদ্ধি হয়। কাৰণ বৃহৎ হিমালয়য়ে শীতল মেৰুবায়ু ভাৰতলৈ অহাত বাধা দিয়ে। কিন্তু আমেৰিকা যুক্তৰাষ্ট্ৰ,চীন আদিত এইদৰে বাধা প্ৰাপ্ত নোহোৱা বাবে শীতল মেৰুবায়ুৱে এই অঞ্চলৰ ওপৰত প্ৰভাৱ পেলায়। দেশখনৰ বিস্তৃতি বৃহৎ হোৱা কাৰণে ইয়াৰ ভিতৰুৱা ঠাইবিলাকত গ্ৰীষ্মকালত উত্তাপ বেচি হয়। উত্তৰ পশ্চিম ভাৰতৰ নিম্নভূম ...

                                               

ভাৰতৰ বিশ্ব ঐতিহ্যবাহী স্থান

২০১২ চনৰ তথ্য অনুযায়ী, ভাৰতত ইউনেস্কোৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত বিশ্ব ঐতিহ্যবাহী স্থানৰ সংখ্যা হল ২৯ টা। ১৯৭২ চনৰ ইউনেস্কো বিশ্ব ঐতিহ্যৰ বৰ্ণনা অনুযায়ী এই স্থানসমূহ সাংস্কৃতিক অথবা প্ৰাকৃতিক ঐতিহ্যৰ দিশ থকা বিশেষ গুৰুত্বসম্পন্ন স্থান। ১৯৭২ চনৰ ১৭ অক্টোবৰ পৰা ২২ নবেম্বৰ পৰ্যন্ত ইউনেস্কোৰ এটি সাধাৰণ সম্মিলনৰ পাছত ১৯৯৭ চনৰ ১৭ নবেম্বৰত বিশ্বৰ সাংস্কৃতিক আৰু প্ৰাকৃতিক ঐতিহ্যবাহী স্থানসমূহ সংৰক্ষণাৰ্থে উক্ত চনদটো গৃহীত হৈছিল। চনদত মুঠ ২৮টা অনুচ্ছেদ আছে। সাধাৰণভাবে স্মাৰক, স্মাৰকস্থল আৰু স্মাৰক স্তম্ভ বা কেন্দ্ৰসমূহ সাংস্কৃতিক ঐতিহ্যবাহী স্থান হিচাপে প্ৰথম অনুচ্ছেদত বৰ্ণিত হৈছে। দ্বিতীয় অনুচ্ছেদ ...

                                               

পাণ্ডুৰাংগ বমন কানে

পাণ্ডুৰাংগ বমন কানে ভাৰত-ৰত্ন বঁটা বিজয়ী আছিল। তেওঁ মহাৰাষ্ট্ৰৰ প্ৰাচীন ভূগোল লেখন আৰু সম্পাদনা কৰিছিল। ১৯৪২ চনত বোম্বাই চৰকাৰে তেওঁক পাণ্ডিত্যৰ শলাগ লৈ মহামহোপাধ্যায় উপাধি প্ৰদান কৰিছিল। তেওঁ বোম্বাই বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। বোম্বাই বিশ্ববিদ্যালয়ৰ দ্বাৰা তেওঁক বিশিষ্ট সদস্য সন্মানেৰে সন্মানিত কৰিছিল। এলাহাবাদ বিশ্ববিদ্যালয়ে তেওঁলৈ ডক্টৰ অব লিটাৰেচাৰ উপাধি প্ৰদান কৰিছিল।

                                               

জম্মু আৰু কাশ্মীৰ

জম্মু আৰু কাশ্মীৰ ভাৰতৰ সকলোতকৈ উত্তৰত অৱস্থিত ৰাজ্য। হিমালয় পৰ্বমালাত ৰাজ্যখনৰ অধিকাংশ অৱস্থিত, ৰাজ্যখনৰ চাৰিসীমাত ভাৰতৰ আন দুখন ৰাজ্য হিমাচল প্ৰদেশ আৰু পঞ্জাব আছে, ৰাজ্যখনৰ উত্তৰ পূৱ দিশত আছে চীন দেশ, লাইন অৱ কণ্ট্ৰলে ৰাজ্যখনক পশ্ছিম দিশত পাকিস্তান অধিকৃত কাশ্মীৰ আৰু উত্তৰ-পশ্ছিম দিশত পাকিস্তানৰ গিলগিট-বল্টিষ্টান প্ৰদেশৰ পৰা পৃথক কৰিছে। ভাৰতীয় সংবিধানৰ দফা ৩৭০ৰ অনুসৰি জম্মু আৰু কাশ্মীৰ এখন শ্বায়ত্ব শাসিত ৰাজ্য, আৰু ইয়াৰ অধীনত ৰাজ্যখনে আন ৰাজ্যৰ তুলনাত কিছুমান বিশেষ ক্ষমতা লাভ কৰে। স্বাধীনতাৰ পূৰ্বৰ ব্ৰিটিছ শাসিত জম্মু আৰু কাশ্মীৰ প্ৰিন্সলি প্ৰদেশৰ অধিকাৰকলৈ পাছৰ সময়ত ভাৰত,পাকিস্তান ...

                                               

গম

গম বা ঘেঁহু ভাৰতৰ দ্বিতীয় প্ৰধান শস্য। উত্তৰ আৰু পশ্চিম ভাৰতৰ ই প্ৰধান খাদ্য শস্য। আন খাদ্য বস্তুতকৈ গম খাদ্য হিচাপে বেছি পুষ্টিকাৰক। গম এবিধ শীতকালীন ৰবি শস্য।

                                               

আনোৱাৰুদ্দিন চৌধুৰী

আনোৱাৰুদ্দিন চৌধুৰী এগৰাকী ভাৰতীয় প্ৰকৃতিবিদ আৰু ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰাণী বিশেষজ্ঞ। তেওঁ এগৰাকী পক্ষীবিদ, স্তন্যপায়ীবিদ, অসামৰিক সেৱা বিষয়া, ফটোগ্ৰাফাৰ আৰু লেখক। তেওঁ ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলৰ বন্যপ্ৰাণী সমূহৰ অধ্যয়ন কৰাৰ বাবে বিখ্যাত। তেওঁ উত্তৰ পূব ভাৰতৰ ৰাইন ফাউণ্ডেচনৰ সন্মানীয় মুখ্য কাৰ্যবাহী বিষয়া। তেওঁ অসমৰ লখিমপুৰ জিলা আৰু বাক্সা জিলাৰ উপায়ুক্ত আৰু অসম চৰকাৰৰ সচিব হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। বৰ্তমান তেওঁ বৰাক উপত্যকা সংমণ্ডলৰ ডিভিছনেল কমিছনাৰ। তেওঁ উত্তৰ-পূৰ্বাঞ্চলৰ চৰাইকুলৰ ওপৰত গৱেষণা কৰি পোন প্ৰথমবাৰৰ বাবে অসম, অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মিজোৰাম আৰু মেঘালয়ৰ পক্ষীৰ বি ...

                                               

মাদাৰ টেৰেছা

মাদাৰ টেৰেছা এগৰাকী কেথলিক খ্ৰীষ্টান পন্থীয় নান আছিল। তেখেত মূলতঃ এলবেনিয়ান জাতিৰ ব্যক্তি পাছলৈ এখেতে ভাৰতীয় নাগৰিকত্ব গ্ৰহণ কৰিছিল। এখেতে কলিকতাত মিছনেৰীজ অফ চেৰিটি স্থাপন কৰিছিল। ১৯৫০ চনৰপৰা মিছনেৰীজ অফ্‌ চেৰিটিৰ জৰিয়তে এখেতে দুখীয়া, অনাথ, ৰোগী আৰু মৃত্যমুখী মানুহৰ সহায়ৰ বাবে কাম কৰিছিল। ভাৰতত এই কামৰ ভেঁটি স্থাপন হলেও পাছলৈ মিছনেৰীজ অফ্‌ চেৰিটিৰ কাম-কাজ সমগ্ৰ বিশ্বলৈ বিয়পি পৰে। পোপ জন পল দ্বিতীয়-ই এখেতক মৃত্যুৰ পাছত কলিকতাৰ স্বৰ্গীয় টেৰেছা সন্মানেৰে বিভূষিত কৰে। মাদাৰ টেৰেছাই জীৱন কালত বহুতো বঁটা আৰু সন্মানেৰে বিভূষিত হোৱাৰ উপৰিও ভাৰত চৰকাৰে ১৯৮০ চনত তেখেতক ভাৰতৰত্ন প্ৰদান কৰে। ...

                                               

কপাহ

কপাহ হৈছে বিশ্বৰ ক্ৰান্তীয় আৰু উপ-ক্ৰান্তীয় অঞ্চলত স্থানীয়ভাবে দেখা পোৱা এবিধ উদ্ভিদৰ প্ৰজাতি। ই প্ৰধানকৈ আমেৰিকা, আফ্ৰিকা আৰু ভাৰতত বিস্তৃত হৈ আছে। বনৰীয়া কপাহৰ আটাইতকৈ বেছি বৈচিত্ৰ্য মেক্সিকো ত দেখা পোৱা যায়।

                                               

আবুল কালাম আজাদ

মৌলানা আবুল কালাম আজাদ চমুকৈ Maulana Abul Kalam Azad, জন্ম: ১৮৮৮ - মৃত্যু: ১৯৫৮) এজন ভাৰতীয় মুছলিম পণ্ডিত, ৰাজনীতিজ্ঞ আৰু ভাৰতীয় স্বাধীনতা আন্দোলনৰ প্ৰমুখ নেতা হিচাপে জনাজাত। ১৯৯২ চনত মৌলানা আবুল কালাম আজাদক ভাৰত চৰকাৰে মৰণোত্তৰ ভাবে দেশৰ সৰ্ব্বোচ্চ সন্মান ভাৰত-ৰত্ন বঁটাৰে সন্মানিত কৰিছিল। স্বাধীনোত্তৰ কালত তেওঁ ভাৰত চৰকাৰৰ শিক্ষা মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। প্ৰতি বছৰে তেওঁৰ জন্ম দিনটো ভাৰতত ৰাষ্ট্ৰীয় শিক্ষা দিৱস হিচাপে পালন কৰা হয়।

                                               

কুঁহিয়াৰ

কুঁহিয়াৰ এবিধ তৃণজাতীয় শস্য। কুঁহিয়াৰ আমাৰ দেশৰ এবিধ অৰ্থশস্য হিচাপে বিখ্যাত কৃষি। কুঁহিয়াৰৰ পৰা চেনি-গুৰ তৈয়াৰ কৰা হয়। পৃথিৱীৰ মুঠ উৎপাদনৰ ১/৪ অংশ ভাৰতে উৎপাদন কৰে। এই খেতিৰ বাবে বছৰটোৰ ১০ ৰ পৰা ১২ মাহ পৰ্য্যন্ত সময় লাগে। অৰ্থাৎ কুঁহিয়াৰ গছ গোটেই বছৰ ধৰি জীয়াই থাকে। ভাৰতত কুঁহিয়াৰৰ উন্নত সঁচ উদ্ভাৱনৰ একমাত্ৰ কেন্দ্ৰ হল কোইম্বাটোৰ। কুঁহিয়াৰ এবিধ বছৰেকীয়া খেতি। ই অতিশয় ৰসাল আৰু মিঠা স্বাদযুক্ত। চ’ত, ব’হাগ মাহত ইয়াক ৰোৱা হয় আৰু পুহৰ পৰা চ’ত মাহৰ ভিতৰত পেৰা হয়। এই খেতিৰ বাবে মানুহ অধিক লাগে। বিভিন্ন জাতৰ কুঁহিয়াৰ বোৰ হ’ল – আঁকি, পুৰা, পিয়াজী, মক, ইকৰা পুৰা, জাভা, বোম্বাই, পা ...

                                               

ব্ৰহ্মাণ্ড পুৰাণ

ব্ৰহ্মাণ্ড পুৰাণ হৈছে মহৰ্ষি বেদব্যাস প্ৰণীত সংস্কৃত ভাষাত ৰচিত হিন্দু ধৰ্মৰ অষ্টাদশ মহাপুৰাণৰ ভিতৰত অন্যতম। মধ্যযুগীয় ভাৰতীয় সাহিত্যত এই পুৰাণক" বায়বীয় পুৰাণ” বা" বায়বীয় ব্ৰহ্মাণ্ড” নামেৰেও উল্লেখ কৰা হৈছে। ১২ হাজাৰ শ্লোকৰে সমৃদ্ধ এই পুৰাণত পৌৰাণিক ভূগোল, জ্যোতিৰ্বিজ্ঞান, আধ্যাত্ম ৰামায়ণ আদি বিষয় সমাহিত।

                                               

কৰমচান্দ উত্তমচান্দ গান্ধী

কৰমচান্দ উত্তমচান্দ গান্ধী বা কাবা গান্ধী আছিল পোৰবন্দৰ ৰাজ্যৰ এগৰাকী ৰাজনীতিৰ সৈতে জড়িত ব্যক্তি। তেওঁ পোৰবন্দৰ, ৰাজকোট, আৰু ৱাংকানেৰ অঞ্চলৰ দেৱান আছিল। তেওঁ মহাত্মা গান্ধীৰ দেউতাক আছিল।

                                               

ভাৰতৰ ৰামচাৰ ক্ষেত্ৰসমূহৰ তালিকা

ভাৰতত বৰ্তমান ৪২টা ৰামচাৰ ক্ষেত্ৰ আছে। এইবোৰ ৰামচাৰ সন্মিলনৰ অধীনত "আন্তৰ্জাতিক গুৰুত্ব"ৰ আৰ্দ্ৰভূমি হিচাপে স্বীকৃতিপ্ৰাপ্ত। ১৯৭১ চনৰ ২ ফেব্ৰুৱাৰী তাৰিখে ইৰানৰ ৰামচৰ চহৰত অনুষ্ঠিত ‘ৰামচৰ সন্মিলন’ৰ যোগেদি বিশ্বজুৰি আৰ্দ্ৰভূমিসমূহৰ সংৰক্ষণৰ আইন প্ৰণয়ন কৰা হয়। ডব্লিউডব্লিউএফ-ইণ্ডিয়াৰ মতে, আৰ্দ্ৰভূমিসমূহ ভাৰতৰ আটাইতকৈ বেছি বিপদাপন্ন পৰিস্থিতি তন্ত্ৰ। অৰণ্য ধ্বংস, ভূমিৰ লৱণৰ পৰিমাণ বৃদ্ধি, অত্যধিক পানী জমা হোৱা, জল প্ৰদূষণ, আক্ৰমণ প্ৰজাতি, অত্যধিক বিকাশ আৰু পথ নিৰ্মাণে দেশৰ আৰ্দ্ৰভূমি ক্ষতিগ্ৰস্ত কৰিছে। ২০২০ চনৰ ডিচেম্বৰ মাহলৈকে ভাৰতত ৪২টা স্বীকৃতিপ্ৰাপ্ত ৰামচাৰ ক্ষেত্ৰ আছে।

                                     

★ ভাৰতৰ ভূগোল

  • স ম ন ত অঞ চল আদ ত বৰষ ণ বছৰ ছ ণ ট ম ট ৰ পৰ যন ত হয উচ চতৰ ম ধ যম ক ভ গ ল ব জ ঞ ন দ ব ত য খণ ড দ ব ত য ব ৰ ষ কৰ ব ব ল খকদ বয - ড ল ক শ বৰ
  • বৰ ণ ত হ ছ দ ব ত য অন চ ছ দত প ৰ ক ত ক ব শ ষত ব, ভ ত ত ব ক আৰ প ৰ ক ত ক ভ গ ল স ক ৰ ন ত স থ ন আৰ প ৰ ক ত ক স থলসম হক প ৰ ক ত ক ঐত হ যব হ স থ ন আখ য
  • ব জ ঞ ন দ ট শ খ আছ অসম য বড ই ৰ জ শ ক ষ অৰ থন ত ব ৰঞ জ ৰ জন ত ভ গ ল ন তত ত ব গণ ত পদ ৰ থ ব জ ঞ ন ৰস য ন ব দ য উদ ভ দ ব জ ঞ ন প ৰ ণ ব জ ঞ ন
  • Kane - ভ ৰত - ৰত ন ব ট ব জয আছ ল ত ও মহ ৰ ষ ট ৰৰ প ৰ চ ন ভ গ ল ল খন আৰ সম প দন কৰ ছ ল চনত ব ম ব ই চৰক ৰ ত ও ক প ণ ড ত যৰ শল গ
  • পদ ৰ থ - ব জ ঞ ন ব ভ গ পৰ স খ য ব ভ গ কম প উট ৰ ব জ ঞ ন আৰ তথ য প ৰয ক ত ব ভ গ ভ গ ল ব ভ গ ভ তত ত ব ব জ ঞ ন ব ভ গ আণৱ ক জ ৱব জ ঞ ন আৰ জ ৱপ ৰয ক ত ব ভ গ উদ ভ দ
  • 000 ফ ট স গৰ প ষ ঠৰ পৰ উচ চত ৰ ব ব ধত ৰ ব ব জম ম আৰ ক শ ম ৰৰ জ ৱ - ভ গ ল ব চ ত ৰ যত ৰ পৰ প ৰ ণ উত তৰ - পশ চ ম য ক ইট য বনভ ম হ ম লয ন উপ - ক ৰ ন ত য
  • পঞ জ ব দ ব ত য এই দ খন ৰ জ যত শত শ গম উৎপ দন হয উচ চতৰ ম ধ যম ক ভ গ ল ব জ ঞ ন দ ব ত য খণ ড দ ব ত য ব ৰ ষ কৰ ব ব ল খকদ বয - ড ল ক শ বৰ
  • চ ৰ বয ন উচ চ ব দ য লয ত ভৰ ত হ ছ ল সৰ ত ত ও ৰ প ৰ য ব ষয আছ ল স গ ত, ভ গ ল আৰ ব ৰঞ জ ত ও স ন দৰক ম ণ ড ল ন বজ ব প ৰ ছ ল ত ও সময সময গ ৰ জ ৰ
  • মহ ব দ য লয ৰ পৰ চনত ভ গ ল ব ষয ত সন ম নসহ কল শ খ ৰ স ন তক ড গ ৰ ল ভ কৰ ছ ল ত ৰপ ছত ত ও চনত গ হ ট ব শ বব দ য লয ৰ পৰ ভ গ ল ব ষয ত স ন তক ত তৰ
  • hirsutum L. and Gossypium barbadense L. cotton ogtr.gov.au উচ চতৰ ম ধ যম ক ভ গ ল ব জ ঞ ন দ ব ত য খণ ড দ ব ত য ব ৰ ষ কৰ ব ব ল খকদ বয - ড ল ক শ বৰ
  • ত ও ক ক ন স ক লল নপঠ য ই ঘৰত ন জ উৰ দ ভ ষ ৰ উপৰ ও ন য য দৰ শন, ভ গ ল অ ক শ স ত ৰ, ইত হ স আদ আৰব আৰ প ৰ ছ ভ ষ ত শ ক ইছ ল চনত ত ও ম ছৰৰ
                                     
  • প জ - প তল, ঔষধ, চ ন আৰ গ ড প ৰস ত তকৰণত অসমৰ ক হ য ৰ শ ল উচ চতৰ ম ধ যম ক ভ গ ল ব জ ঞ ন দ ব ত য খণ ড দ ব ত য ব ৰ ষ কৰ ব ব ল খকদ বয ড ল ক শ বৰ
  • ব ৰহ ম ণ ড ন ম ৰ ও উল ল খ কৰ হ ছ হ জ ৰ শ ল কৰ সম দ ধ এই প ৰ ণত প ৰ ণ ক ভ গ ল জ য ত ৰ ব জ ঞ ন, আধ য ত ম ৰ ম য ণ আদ ব ষয সম হ ত ব ৰহ ম ণ ডৰ ব ষয
  • ব শ ষ ক ষ ত ৰত ত ও ক ত য ও ব শ ষ জ ঞ ন আহৰণ কৰ ব পৰ ন ছ ল, য ৰ ভ তৰত আছ ভ গ ল আৰ ইত হ স গত ক কৰমচ ন দ প ৰন দৰত ম খ য মন ত ৰ হ চ প ক ৰ যন ৰ ব হ
  • অসমৰ ম ট ক ল বৰ গ ক ল ম ট ৰ ই ভ ৰতৰ এখন মজল য আক ৰৰ ৰ জ য অসমখনক প ৰধ নক ত ন ট ভ গ ল ক অঞ চলত ভ গ কৰ ব প ৰ ৰ জ যখনৰ উত তৰ অ শ জ ৰ আছ
  • ব ভ গ পদ ৰ থ ব জ ঞ ন ব ভ গ ৰস য ণ ব জ ঞ ন ব ভ গ পৰ ব শ ব জ ঞ ন ব দ য প ঠ ভ গ ল ব ভ গ জ ৱব জ ঞ ন ব দ য প ঠ উদ ভ দ ব জ ঞ ন ব ভ গ প ৰ ণ ব জ ঞ ন ব ভ গ ব যৱস থ পন
  • কৰ ছ ল চনত, ত খ ত অসম য ভ ষ ত ভ ৰত ব ৰঞ জ আৰ ই ৰ জ ভ ষ ত ভ ৰতৰ ভ গ ল ল খ প ৰক শ কৰ ছ ল আৰ চনত এখন জৰ প ব ষয ৰ প থ ও ল খ ছ ল বল ন ৰ য ণ
  • উত তৰ - প ব ভ ৰত ব ল ল ভ ৰতৰ এক ব ৰ প বদ শত থক স তভন ৰ জ যসম হ, ছ ক ক ম আৰ উত তৰ বঙ গৰ ক ছ অ শক দ ৰ জ ল জলপ ইগ ৰ আৰ ক চব হ ৰ জ ল ব জ ৱ হয
  • ক ন দ ৰ আৰ ব হত তম নগৰ বঙ ল ত কলক ত ক আগত কল ক ত ব ল ক ৱ হ ছ ল ই ভ ৰতৰ মহ নগৰসম হৰ ভ তৰত অন যতম হ গল ৰ প ব দ শত অৱস থ ত এই নগৰৰ প ৰ এল ক ৰ জনস খ য
  • নত ন দ ল ল ই ৰ জ New Delhi, হ ন দ नई द ल ल হ ছ ভ ৰতৰ ৰ জধ ন ই ভ ৰত চৰক ৰ আৰ ৰ ষ ট ৰ য ৰ জধ ন অঞ চলৰ দ ল ল চৰক ৰ ক ন দ ৰ ৰ প ক ম কৰ নত ন
  • ৰ জ য জনস খ য ৰ ঘনত বৰ ব চ ৰত এই ৰ জ য ভ ৰতৰ চত ৰ থ সৰ ব ধ ক জনবহ ল ৰ জ য পশ চ মব গ ম ঠ ঘৰ ৱ উৎপ দনত ভ ৰতৰ ত ত য ব হত তম অৱদ নক ৰ এই ৰ জ যৰ প ৰ ব
  • অঞ চল উত তৰ - প ৱ ভ ৰতৰ আন আন ৰ জ যৰ দৰ অৰ ণ চল প ৰদ শৰ সৰহ স খ যক ল ক ত ব বত য ব শ দ ভৱ দ ত ব য ব শ বয দ ধৰ সময ৰ চ ন ভ ৰতৰ একম ত ৰ স য গক ৰ ব খ য ত
  • ৰ জন ত প ৰ ন ত ক খণ ড শ বছৰ ম স খ য প ষ ঠ উচ চতৰ ম ধ যম ক ভ গ ল ব জ ঞ ন দ ব ত য খণ ড দ ব ত য ব ৰ ষ কৰ ব ব ল খকদ বয - ড ল ক শ বৰ
                                     
  • ত ও স বগ হত উপন ত হয প ৰ চ ন ভ ৰত তথ দক ষ ণ - প ব এচ য ৰ ধৰ ম, ইত হ স, ভ গ ল ইত য দ দ শৰপৰ ফ - হ য নৰ ট ক ৰ ব শ ষ গ ৰ ত ব আছ ত ও ৰ ভ ৰমণ ট ক সম হ
  • ড ব ৰ গড ক ভ ৰতৰ চ হ নগৰ ব ল জন য য ড ব ৰ গড নগৰ অসমৰ ৰ জধ ন চহৰ গ ৱ হ ট ৰ পৰ ক ল ম ট ৰ ম ইল প ৱত অৱস থ ত ড ব ৰ গড নগৰ উত তৰ - প ৱ ভ ৰতৰ য গ য গ
  • ত ৰ প ৰ ই ৰ জ Tripura ভ ৰতৰ উত তৰ প ৰ ব ঞ চলৰ এখন ৰ জ য ই ভ ৰতৰ স তভন ৰ জ যৰ ম জত ম ট ক ল ৰ ফ লৰপৰ ত ত য তম সৰ ৰ জ য ইয ৰ ম ট ক ল হ ছ
  • প ড ছ ৰ ত ম ল: ப த ச ச ர অৰ থ: নত ন চহৰ ব পণ ড চ ৰ ভ ৰতৰ এখন ক ন দ ৰ য শ স ত অঞ চল প ৰ বৰ ফ ৰ ন সৰ অধ ক ত চ ৰ অঞ চল পণ ড চ ৰ ক ৰ কল, ম হ
  • পৰ চ ত আছ ল, হ ছ ভ ৰতৰ দক ষ ণ - পশ চ ম উপক লৰ পৰ - ৰ পৰ ক ল ম ট ৰ দ ৰত বত আৰৱ স গৰত অৱস থ ত দ ব পপ ঞ জৰ সম হ দ ব পপ ঞ জট ভ ৰতৰ এক ক ন দ ৰ য শ স ত
  • ম ছলম ন - স খ য গৰ ষ ঠ দ শৰ ম জত ব ল দ শৰ অৱস থ ন ৰ থ যদ ও ব ল দ শত ম ছলম নৰ স খ য ভ ৰতৰ স খ য লঘ ম চলন ততক কম গঙ গ - ব ৰহ মপ ত ৰৰ উৰ বৰ অৱব হ ক ত অৱস থ ত এই দ শখনত
  • এঞ জ ল ৰ এপ মন ম কব ত অৱলম বন কৰ হ ছ ল ওদ ছ ন ত য ইত হ স আৰ স স ক ত ক ভ গ ল সম পৰ কত ওড শ ত ম য দৰ পন মহ নদ আৰ নদ প ৰব হ ত হ ছ কৰ ণ

Users also searched:

ভাৰতৰ জলবায়ু, ৰতৰ, জলশয, ভৰতবৰষ, উদভদ, জলবয, বজঞন, জনসখয, ভগলক, জলবযকবল, আমৰভৰতবৰষ, চমবতহক, অসমৰজলবয, ৰতৰভগলকবৱৰণ, জলশযআৰজলবয, ভৰতৰ, ৰতৰজলবপৰতউদভদকষআৰজনসখয, বৱৰণ, অসমৰ, বতহ, আমৰ, জলব, সপতম, সপতমশণৰবজঞন, ভৰতৰজলবয, ভাৰতৰ বিশ্ব ঐতিহ্যবাহী স্থান, ষটৰ, উদযন, ৰচন, যবহ,

...

Encyclopedic dictionary

Translation

অসমৰ জলবায়ু.

২৯ – জল Vigyan Prasar. জলবায়ু. পৃষ্ঠভূমিৰ উচ্চতাৰ তাৰতম্যৰ বাবে এই পাৰ্বত্য অঞ্চলটোৰ ভিন্ন স্থানত জলবায়ুৰ প্ৰকাৰো ভিন্ন ভিন্ন৷ অক্টোবৰ মাহত শীতকাল আৰম্ভ হয় আৰু ফেব্ৰুৱাৰী পৰ্যন্ত. সপ্তম শ্ৰেণীৰ বিজ্ঞান. জলবায়ু Dhemaji District অসম চৰকাৰ, ভাৰত. শইকীয়া – ড০ তামুলী মই ভাবাে আমাৰ ভাৰত চৰকাৰে জলবায়ু পৰিবৰ্তনৰ বাবে ভালেমান পদক্ষেপ. লৈছে। ড° তামুলী – হয়। ভাৰতে. আৰু কিঅট প্রটকল সমর্থন কৰি প্রতিশ্রুতিৱদ্ধ হৈছে।. জলবায়ু কাক বোলে. জলবায়ু পৰিৱৰ্তন অহা ৮০ বছৰত ভাৰত. Климат Индии является ярким примером тропического муссонного климата. В связи с деятельностью муссона и изменениями температур на большей части страны можно выделить три основных сезона: зимний, летний и сезон дождей, продолжительность которых. আমাৰ ভাৰতবৰ্ষ. জলবায়ু পৰিৱৰ্তনৰ গৰাহত পৰা কীট. বিশ্বজুৰি জলবায়ু পৰিৱৰ্তনৰ বাবে ভাৰত দায়ী নহয় বুলি শুকুৰবাৰে মন্তব্য প্ৰকাশ কৰে কেন্দ্ৰীয় পৰিবেশ মন্ত্ৰী প্ৰকাশ জাভডেকাৰে। মূলত বিশ্বৰ উন্নত দেশ সমূহ.





কাজিৰঙা অৰ্কিড উদ্যান ৰচনা.

ৰাষ্ট্ৰীয় উদ্যান অসম ৰাজ্যিক প. এনে মানযুক্ত পণ্য বুলিলে সেইবোৰক বুজায় যিবোৰ ঐতিহ্যবাহী পৰম্পৰাগত বা গ্ৰাম্য অঞ্চলত ইতিমধ্যে বিদ্যমান, বা কোনো নতুন পণ্যও হব পাৰে বা নতুন স্বল্প ব্যয়ৰ প্ৰযুক্তি. ওৰাং ৰাষ্ট্ৰীয় উদ্যান ৰচনা. শস্য উৎপাদন ও ব্যবস্থাপনা Food CBSE. Запрос должен включать:.


জম্মু আৰু কাশ্মীৰৰ চৰকাৰী ভাষাৰ.

প্ৰকল্পৰ নাম জম্মু আৰু কাশ্মীৰৰ কিছু অংশৰ আৰ্থ সামাজিক উন্নয়ণৰ বাবে চি এছ আই আৰ ৰ গুণযুক্ত আৰু সুগন্ধিযুক্ত উদ্ভিদৰ বংশৰ প্ৰকাৰৰ বিশ্লেষণ জম্মু আৰু কাশ্মীৰ এৰমা. জম্মু ও কাশ্মীর এরপরে এবং এখন নির্মাণের ইউটিউব. কাশ্মীৰৰ ৰাজৌৰিত দীপাৱলী উদযাপন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ,চাওক ফটো জম্মু–কাশ্মীৰ আৰু লাডাখৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন অভিলাসী আচঁনি!. জম্মু আৰু কাশ্মীৰৰ বিশেষ মৰ্যাদা. আৰু পঢ়ক. user KhanikaHomeopathy Doctor. Loading qIcon. ask. QuestionsProfiles উত্তৰ দিয়ক. Vokal App bridges the knowledge gap in India in Indian languages by getting the best minds to answer questions of the common man. The Vokal App is available in 11 Indian languages. জম্মু ও কাশ্মীর অন্তহীন যুদ্ধ ইউটিউব. জম্মু আৰু কাশ্মীৰৰ শিক্ষা বিভাগে ১ মাৰ্চৰ পৰা জম্মু আৰু কাশ্মীৰৰ সকলো বিদ্যালয়ৰ পাঠদান পুনৰ আৰম্ভ কৰিবলৈ নিৰ্দেশ দিছে। নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ.





উন্নত জাতের গমের নাম.

গম Vikaspedia. বৈবাহিক সম্পৰ্কত নাই উৎসাহ! বিয়াৰ তিনি বছৰ পিছত স্বামীৰ সত্য গম পাই ক্ষুব্ধ স্ত্ৰী উপস্থিত আৰক্ষী থানাত!. বাংলাদেশে গম উৎপাদন. শিশুদের জন্য ডালিয়া ভাঙা গম কখন. জমি প্রস্তুতি. গমের ফসল ভাল এবং অভিন্ন বীজ অঙ্কুরোদগমের জন্য একটি ভাল জায়গা প্রয়োজন। সেচ এলাকায় পূর্ববর্তী ফসল কাটাপর মাঠ ডিস্ক বা ছাঁচ বোর্ড লাঙ্গল.


বাণিজ্য Prag News.

হিবাই খৰধৰকৈ কপাহ অকণ আনি হেঁচি ধৰিছেহি। তাইৰ চকুত অকণমান পানী আৰু হাজাৰটা প্ৰশ্ন। মোৰ চকুত একো পঢ়িব নোৱাৰে তাই।মই শিলৰ দৰেই কঠিন।মোৰ চকু মুখত একো নেদেখে. মহানগৰীৰ সাউকুছিত অগ্নিকাণ্ড. Any of various shrubby plants of the genus Gossypium, having showy flowers and grown for the soft white downy fibers surrounding oil rich seeds. made of cotton. কপাহ related Assamese অসমীয়া words. কপাহী. Translations of কপাহ. কপাহ in Bengali বাংলা কপাহ in Bodo बड़ो কপাহ. আন্তঃৰাষ্ট্ৰীয় সাময়িকী Quickbytes. Хлопча́тник род семейства Мальвовые. Древесные и травянистые, многолетние, двулетние и однолетние растения, происходящие из тропических и субтропических районов Азии, Америки, Африки и Австралии. Культурные формы в промышленных масштабах. Assamese Whatsapp Status Story Romantic JonakAxom. জন্মৰ পিছত শিশুটিক পাতল কপাহী কাপোৰ বা কপাহ, কুহুমীয়া পানীত তিয়াই গোটেই গাটো মচি দিব পাৰি। এনেকৈয়ে প্ৰতিদিনে এবাৰকৈ দুসপ্তাহমানলৈ কৰিব পাৰি। কিয়নো.





আনলক ওৱানে কঢ়িয়াব নেকি দুৰ্গতি.

গুৰ বিক্ৰী বন্ধক লৈ পশ্চিম কাৰ্বি আংলঙৰ খেৰণিত কুঁহিয়াৰ খেতিৰ খেতিয়কৰ উত্তাল. পুৱা উঠি যদি কুঁহিয়াৰ দেখে, তেন্তে ইয়াক শুভ চীন বুলি ধৰা হয়। 8 35. কৰবালৈ যাওতে যদি আপোনাৰ সোঁ ফালে বাটত প্ৰথমে কুকুৰ বা বান্দৰ দেখে তেন্তে ধন আহিব পাৰে হাতলৈ।.


1 page 27 March Lower.P65 Dainik Agradoot.

বহল অৰ্থত প্ৰকৃতি হৈছে ব্ৰহ্মাণ্ড আৰু ব্ৰহ্মাণ্ডই হৈছে জীৱন। তেন্তে আমি মস্য পুৰাণত প্ৰকৃতিৰ মহানতাক বৰ্ণনা কৰি কোৱা হৈছে যে এজোপা গছ এশ পুত্ৰৰ সমান। অথৰ্ব. ব্রাহ্মণদা পুরাণ ইউটিউব. চিকটা পুৰাণ – দেৱজিত শইকীয়া বিশ্ব ব্ৰহ্মাণ্ডৰ আৰম্ভণি, সময় আৰু ভগৱান পুলকেশ. Sitemap Vikaspedia. ব্ৰহ্মাণ্ডৰ অন্তৰ্গত লােকবােৰৰ ধাৰক, পুৰাণ শাস্তবােৰত নানা প্রকাৰ সৃষ্টিৰ.





...
Free and no ads
no need to download or install

Pino - logical board game which is based on tactics and strategy. In general this is a remix of chess, checkers and corners. The game develops imagination, concentration, teaches how to solve tasks, plan their own actions and of course to think logically. It does not matter how much pieces you have, the main thing is how they are placement!

online intellectual game →