Back

★ ভাৰতৰ পৰিবহণ - ইণ্ডিগ, ভাৰতৰ পাৰ্বত্য ৰেলপথ, হাইদৰাবাদ, গুৱাহাটী, লালবাহাদুৰ শাস্ত্ৰী, উত্তৰ-পূব সীমান্ত ৰেলৱে, মুম্বাই, বৰাক উপত্যকা, কটন বিশ্ববিদ্যালয় ..



                                               

ইণ্ডিগ

ইণ্ডিগ ভাৰতৰ এক নিম্ন খৰচৰ বিমান প্ৰতিষ্ঠান, ইয়াৰ মুখ্য কাৰ্য্যালয় ভাৰতৰ গুৰগাঁৱত অৱস্থিত। যাত্ৰী পৰিবহণৰ দৃষ্টিকোণৰ পৰা ই ভাৰতৰ সৰ্ববৃহৎ বিমানসংস্থা। ২০১৫ চনৰ আগষ্ট মাহৰ তথ্য অনুসৰি ইণ্ডিগৰ ব্যৱসায়ৰ পৰিমাণ ভাৰতৰ বজাৰৰ ৩৫.৩%। বিমান প্ৰতিষ্ঠানটিৰ বৰ্তমান ৪১টা গন্তব্যস্থলৰ ভিতৰত ৩৬টা ঘৰুৱা আৰু ৫টা আন্তৰ্জাতিক গন্তব্যস্থল আছে। ইয়াৰ প্ৰাথমিক হাব হৈছে দিল্লীৰ ইন্দিৰা গান্ধী আন্তৰ্জাতিক বিমানবন্দৰ। ২০১৪ চনত ইণ্ডিগত মুঠ ২১.৪ মিলিয়ন যাত্ৰী আভ্যন্তৰীন পৰিবহণ কৰিছিল।

                                               

ভাৰতৰ পাৰ্বত্য ৰেলপথ

দাৰ্জিলিং হিমালয়ান ৰেল, নীলগিৰি পাৰ্বত্য ৰেল আৰু কালকা-ছিমলা ৰেল একত্ৰিতভাৱে ভাৰতৰ পাৰ্বত্য ৰেলপথ নামেৰে ইউনেস্কো বিশ্ব ঐতিহ্যবাহী স্থান তালিকাত অন্তৰ্ভুক্ত। ঊনবিংশ শতাব্দী আৰু বিংশ শতাব্দীৰ প্ৰথমাৰ্ধত ব্ৰিটিছ শাসনকালত ভাৰতত পাঁচটি পাৰ্বত্য ৰেলপথ আৰম্ভ হৈছিল। এইসমূহ বৰ্তমান ভাৰতীয় ৰেলৰ দ্বাৰা পৰিচালিত। এই পাঁচটাৰ মাজত তিনিটা উত্তৰ ভাৰতৰ হিমালয় পাৰ্বত্য অঞ্চলত অৱস্থিত। এইসমূহ হ’ল দাৰ্জিলিং হিমালয়ান ৰেল, কালকা-ছিমলা ৰেল আৰু কাংড়া উপত্যকা ৰেল । অৱশিষ্ট দুটাৰ মাজত এটা হ’ল দক্ষিণ ভাৰতৰ পশ্চিমঘাটৰ নীলগিৰি পাৰ্বত্য ৰেল আৰু আনটো মহাৰাষ্ট্ৰৰ মাথেৰন পাহাৰী ৰেল। এই পাঁচটা ৰেলপথৰ মাজৰ তিনিটাক "দু ...

                                               

হাইদৰাবাদ

হাইদৰাবাদ ভাৰতৰ তেলঙ্গানা ৰাজ্যৰ ৰাজধানী। এই চহৰক "চিটি অব পাৰ্লছ"বুলি জনা যায়। হাইদৰাবাদৰ আয়তন ৬৫০ বৰ্গকিঃমিঃ আৰু জনসংখ্যা ৬৮ লাখ।

                                               

গুৱাহাটী

গুৱাহাটী বা পূৰ্বতে কোৱা গৌহাটী হৈছে ভাৰতৰ অসম ৰাজ্যৰ এখন মহানগৰ। ইয়াক প্ৰাচীন কালত "প্ৰাগজ্যোতিষপুৰ"নামেৰে জনা গৈছিল। ই উত্তৰ-পূব ভাৰতৰ বৃহত্তম মেট্ৰপলিটান এলেকা আৰু কলকাতা, পাটনাৰ পিছত পূব ভাৰতৰ তৃতীয় বৃহৎ নগৰ। ইয়াক উত্তৰ-পূব ভাৰতৰ প্ৰৱেশদ্বাৰ বুলিও কোৱা হয়। ২০১১ চনৰ লোকপিয়ল অনুসৰি ইয়াৰ জনসংখ্যা ৯,৬২,৩৩৪ জন। যোৱা দশককেইটাত গুৱাহাটীৰ যথেষ্ট ভৌগোলিক আৰু জনসংখ্যাৰ পৰিৱৰ্তন হৈছে। প্ৰাচীন প্ৰাগজ্যোতিষপুৰ আছিল কামৰূপ ৰাজ্যৰ ৰাজধানী। বৰ্তমানেও ইয়াত বহুতো পুৰণি মঠ-মন্দিৰ দেখিবলৈ পোৱা যায়। কামাখ্যা দেৱালয়, উমানন্দ মন্দিৰ, নৱগ্ৰহ মন্দিৰ, শুক্ৰেশ্বৰ মন্দিৰ, বশিষ্ঠাশ্ৰম, দৌল গোবিন্দ মন্দিৰ, ...

                                               

লালবাহাদুৰ শাস্ত্ৰী

লালবাহাদুৰ শাস্ত্ৰী কঠোৰ শ্ৰম, কৰ্তব্যনিষ্ঠা, অসীম অধ্যৱসায়ৰ মাজেৰে নিজক প্ৰতিষ্ঠা কৰি যোৱা এইজন ব্যক্তিয়েই ভাৰতৰ দ্বিতীয় প্ৰধানমন্ত্ৰী হিচাপে শাসন ভাৰ গ্ৰহণ কৰিছিল। প্ৰধানমন্ত্ৰী জৱহৰলাল নেহেৰুৰ মৃত্যৰ পিছত খালী আসন পূৰাবলৈ লালবাহাদুৰ শাস্ত্ৰীৰ নামেই ৰাইজৰ জল্পনা-কল্পনাৰ যতি পেলাব পাৰিছিল। তেওঁৰ মহান দেশভক্তিৰ প্ৰতি শ্ৰদ্ধা জনাই দেশে তেওঁক ১৯৬৬ চনত ভাৰত-ৰত্ন উপাধিৰে সন্মানিত কৰিছিল। কথাতকৈ হাতে কামে আগবাঢ়ি য়োৱাটোহে মহান- এনে আদৰ্শৰে লালবাহাদুৰ অনুপ্ৰাণিত আছিল বাবেই তেওঁৰ বাসভৱনৰ সন্মুখৰ মাটিডৰাত ফুলনিৰ সলনি ৰূপান্তৰিত কৰিছিল ঘেঁহু পথাৰলৈ। তেওঁ স্বাধীনতা যুঁজাৰু আছিল।

                                               

উত্তৰ-পূব সীমান্ত ৰেলৱে

উত্তৰ-পূব সীমান্ত ৰেলৱে হল ৰেলৱে ভাৰতীয় ৰেলৰ ষোলটা ৰেল মণ্ডলৰ আটাইতকৈ সৰু ৰেল মণ্ডল, অথচ ই আটাইতকৈ বেছি ৰাজ্যক সামৰি লৈছে। উত্তৰ-পূব সীমান্ত ৰেলৱেৰ মানচিত্ৰই সামৰি লোৱা ৰাজ্যকেইখন হল- অসম, মেঘালয়, পশ্চিমবংগ, বিহাৰ, নাগালেণ্ড, ত্ৰিপুৰা, অৰুণাচল প্ৰদেশ, মিজোৰাম আৰু মণিপুৰ। এই জনটোৱে উত্তৰ পূৰ্বাঞ্চলৰ আঠোখন ৰাজ্যৰ বাসিন্দালৈ সেৱা আগবঢ়োৱাৰ উপৰিও উত্তৰ বংগ আৰু পূব বিহাৰলৈয়ো সেৱা আগবঢ়াইছে। উত্তৰ-পূব সীমান্ত ৰেলৱেৰ সদৰ গুৱাহাটীৰ অন্তৰ্গত মালিগাঁৱত।

                                               

মুম্বাই

মুম্বাই ভাৰতৰ অন্তৰ্ভুক্ত মহাৰাষ্ট্ৰ ৰাজ্যৰ ৰাজধানী। মুম্বাই প্ৰায় ১ কোটি ৪০ লাখ মানুহৰ বাসস্থান। মুম্বাইক ভাৰতৰ অৰ্থনৈতিক কেন্দ্ৰবিন্দু বুলি কোৱা হয়, কাৰণ ভাৰতীয় ৰিজাৰ্ভ বেংক আৰু বম্বে ষ্টক এক্সচেঞ্জকে আদি কৰি বহু অৰ্থনৈতিক প্ৰতিষ্ঠানৰ কেন্দ্ৰীয় কাৰ্যালয় এই নগৰত অৱস্থিত। তদুপৰি ভাৰতৰ বোলছবি উদ্যোগো ইয়াতেই অৱস্থিত। নৱী মুম্বাই আৰু থানে সহ মুম্বাই মহানগৰীয় অঞ্চল বিশ্বৰ সৰ্বাধিক জনবহুল মহানগৰীয় অঞ্চলসমূহৰ অন্যতম। ভাৰতৰ পশ্চিম উপকূলত অৱস্থিত মুম্বাই এক স্বাভাৱিক সমুদ্ৰবন্দৰো। ২০০৯ চনৰ তথ্য অনুযায়ী, এই চহৰ আলফা বিশ্ব নগৰী হিচাপে ঘোষিত। যি সাতোটা দ্বীপক কেন্দ্ৰ কৰি আধুনিক মুম্বাই মহানগ ...

                                               

বৰাক উপত্যকা

বৰাক উপত্যকা ভাৰতৰ অসম ৰাজ্যৰ দক্ষিণ অঞ্চলত অৱস্থিত। এই উপত্যকাৰ মুখ্য চহৰ হৈছে শিলচৰ। এই অঞ্চল বৰাক নদীৰ নামেৰে নামাকৰণ কৰা হৈছে। বৰাক উপত্যকা অসমৰ তিনিখন প্ৰশাসনিক জিলা: কাছাৰ, কৰিমগঞ্জ আৰু হাইলাকান্দি জিলাৰে গঠিত। এই তিনি জিলাৰ ভিতৰত কাছাৰ আৰু হাইলাকান্দি ব্ৰিটিছ ভাৰতৰ কাছাৰ জিকা আৰু কৰিমগঞ্জ ছিলেট জিলাৰ অন্তৰ্গত আছিল। ১৯৪৭ চনত ছিলেট জিলাৰ পৰা কৰিমগঞ্জ পৃথক কৰা হয়। বৰ্তমান ছিলেট জিলা বাংলাদেশৰ অন্তৰ্গত।

                                               

কটন বিশ্ববিদ্যালয়

কটন বিশ্ববিদ্যালয় ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্য অসমৰ গুৱাহাটী মহানগৰত অৱস্থিত এখন উচ্চশিক্ষাৰ প্ৰতিষ্ঠান। ১৯০১ চনত কটন কলেজ হিচাপে ব্ৰিটিছ চৰকাৰে ইয়াক প্ৰতিষ্ঠা কৰিছিল। প্ৰথমে কলকাতা বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত কটন কলেজ পিছলৈ গৌহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত হৈছিল। ২০১১ চনত কটন কলেজ ৰাজ্যিক বিশ্ববিদ্যালয় স্থাপন হোৱাত কটন কলেজ ইয়াৰ অন্তৰ্ভুক্ত হল। ২০১৭ চনত অসম চৰকাৰে কটন কলেজ ৰাজ্যিক বিশ্ববিদ্যালয়ৰ নাম সলনি কৰি কটন বিশ্ববিদ্যালয় ৰাখিলে তথা কটন কলেজক এখন পূৰ্ণ পৰ্যায়ৰ বিশ্ববিদ্যালয়ৰ মৰ্যাদা দিয়া হল। কটন কলেজ উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথম উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান।

                                               

দাৰ্জিলিং হিমালয়ান ৰেল

দাৰ্জিলিং হিমালয়ান ৰেল পশ্চিমবংগৰ শিলিগুড়িৰ পৰা দাৰ্জিলিং চহৰলৈ চলাচল কৰা এখন 2 ft নেৰগজ ৰেল পৰিসেৱা। এই ৰেল টয় ট্ৰেন বা পুতলা ৰেল নামে জনাজাত। দাৰ্জিলিং হিমালয়ান ৰেল ভাৰতীয় ৰেল কৰ্তৃপক্ষৰ দ্বাৰা পৰিচালিত হয়। ১৮৭৯ চনৰ পৰা ১৮৮১ চনৰ মাজভাগত নিৰ্মাণ কৰা এই ৰেলপথৰ দৈৰ্ঘ্য ৮৬ কিলোমিটাৰ ৫৩ মাইল। সমুদ্ৰপৃষ্ঠৰ পৰা ইয়াৰ উচ্চতা শিলিগুড়িত ১০০ মিটাৰ ৩২৮ ফুট আৰু দাৰ্জিলিঙত ২,২০০ মিটাৰ ৭,২১৮ ফুট। বৰ্তমানে এইখন ভাপ ইঞ্জিনৰ দ্বাৰা চলে। দাৰ্জিলিঙৰ মেল ট্ৰেনৰ বাবে ডিজেল ইঞ্জিন ব্যৱহাৰ কৰা হয়। ১৯৯৯ চনত ইউনেস্কো দাৰ্জিলিং হিমালয়ান ৰেলক বিশ্ব ঐতিহ্যবাহী স্থানৰ তালিকাভুক্ত কৰা হয়। ২০০৫ চনত নীলগিৰি পা ...

                                               

বৰাহগিৰি ভেংকট গিৰি

বৰাহগিৰি বেংকটগিৰি ভাৰতৰ চতুৰ্থ গৰাকী ৰাষ্ট্ৰপতি আছিল। তেওঁ বিভিন্ন ৰাজ্যত ৰাজ্যপাল হিচাপে কৰ্মৰত আছিল। তেওঁ ১৯৬৯ চনত ভাৰতৰ ৰাষ্ট্ৰপতি হিচাপে কাৰ্য্যভাৰ গ্ৰহন কৰে। তেওঁ জৱাৰহৰলাল নেহেৰু মন্ত্ৰীসভাৰ শ্ৰম আৰু উদ্যোগ দপ্তৰৰ মন্ত্ৰী আছিল। শ্ৰীলঙ্কাত ভাৰত হাইকমিচনাৰ হিচাপে নিযুক্তি লাভ কৰিছিল আৰু অখিল ভাৰতী ট্ৰেড ইউনিয়ন কংগ্ৰেছৰো অধ্যক্ষ আছিল। স্বাধীনাত সংগ্ৰামৰ এগৰাকী মুক্তি যুঁজাৰু আছিল। ১৯৭৫ চনত ভাৰত চৰকাৰে তেওঁক দেশৰ সৰ্বোচ্চ সন্মান ভাৰত-ৰত্ন উপাধি প্ৰদান কৰে।

                                               

ভূপেন হাজৰিকা সেতু

ভূপেন হাজৰিকা সেতু বা ঢলা-শদিয়া দলং হৈছে অসমৰ তিনিচুকীয়া জিলাৰ শদিয়া আৰু ঢলাক সংযোগ কৰা লোহিত নদীৰ ওপৰত অৱস্থিত এখন এখলপীয়া পথ দলং। এই দলং খনে অসম আৰু অৰুণাচল প্ৰদেশৰ মাজৰ যোগাযোগ সহজ কৰি তুলিব। ২০১১ চনত নিৰ্মাণ কাৰ্য আৰম্ভ হোৱা এই দলঙৰ নিৰ্মাণকাৰ্য ২০১৭ চনত শেষ হয়। ২০১৭ চনৰ ২৬ মে তাৰিখে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াএই দলংখন আনুষ্ঠানিক ভাৱে মুকলি কৰে।। ভূপেন হাজৰিকাৰ স্মৃতিত দলং খনৰ নাম ভূপেন হাজৰিকা সেতু নামেৰে নামকৰণ কৰা হৈছে। ৯.১৫ কিঃমিঃ দৈৰ্ঘৰ এই দলং ভাৰতৰ তথা এছিয়াৰ দীৰ্ঘতম নদী দলং। অসমৰ একেবাৰে পূব প্ৰান্তত অৱস্থিত এই দলং খনে অসম আৰু অৰুণাচল প্ৰদেশৰ যোগাযোগ ব্যৱস্থ ...

                                     

★ ভাৰতৰ পৰিবহণ

  • আভ যন তৰ ন পৰ বহণ কৰ ছ ল চনৰ ম ৰ চৰ মত ইণ ড গ ই দ ন ক খন ব ম ন ট গন তব যস থলল ব ম ন স ৱ আগবঢ য ইয ৰ ট স থ ন হ ছ ভ ৰতৰ ভ তৰৰ আৰ
  • দ ৰ জ ল হ ম লয ন ৰ ল, ন লগ ৰ প ৰ বত য ৰ ল আৰ ক লক - ছ মল ৰ ল একত ৰ তভ ৱ ভ ৰতৰ প ৰ বত য ৰ লপথ ই ৰ জ Mountain Railways of India ন ম ৰ ইউন স ক ব শ ব
  • হ ইদৰ ব দৰ প ৰধ ন ব ছ আস থ ন হ ছ মহ ত ম গ ন ধ ব ছ আস থ ন চহৰখনত ৰ জ য ক পৰ বহণ ন গমৰ নতক ও অধ ক ব ছ চল চল কৰ চহৰখনৰ প ৰধ ন ৰ ল য ত য ত ব যৱস থ ৰ
  • চ ট ব ছ স ৱ অত স ব ধ জনক ব যক ত গত আৰ অসম ৰ জ য ক পৰ বহণ ন গমৰ চ ট ব ছৰ উপৰ ও ৰ জ য ক পৰ বহণ ন গমৰ শ ত - ত প ন য ন ত ৰ ত চ ট ব ছ উপলব ধ গ ৱ হ ট ৰ
  • গ ব ন দ বল লভ পণ টৰ ন ত ত বত প ৰথম প ৰ ল য ম ণ টৰ চ ক ৰ ট ৰ আৰ প ছল গ হ - পৰ বহণ দপ তৰৰ মন ত ৰ হ চ প ন য ক ত হয ত ৰ প ছত ক গ ৰ ছৰ ন ছ ক অধ ব শনৰ সভ পত
  • অধ নল অন হয উন নততৰ মটৰ পৰ বহণ ব যৱস থ ৰ ব ব দ ৰ জ ল হ ম লয ন ৰ লৱ ল কচ নৰ সন ম খ ন হ ৱ ত চনত স মগ ৰ পৰ বহণ সম প ৰ ণৰ প বন ধ কৰ দ য
  • ম উন চ প য ল কম ছন ৰৰ ক ৰ যক লৰ ম য দ আঢ বছৰ ম ম ব ইৰ জন পৰ বহণ ব যৱস থ ৰ অন তৰ গত পৰ বহণ ম ধ যমব ৰ হ ল ম ম ব ই প ত লব হ ৰ ল, ব হন ম ম ব ই ইল কট ৰ ক
  • ব দ ক ন দ ৰ য চৰক ৰ ৰ জ য সম হত আইন প ৰণয ন কৰ ব ন ৱ ৰ আক শ ক ষ পৰ বহণ অপৰ ধম লক আইনৰ দৰ ক ইব ট ও ব ষয য গ ম ত ল ক ভ ক ত এই সকল ক ষ ত ৰত ক ন দ ৰ
  • গ ৱ হ ট ৰ পৰ ম ঘ লয ৰ ম জ ৰ প ৰ হ শ লচৰ স ম ইছ ব যক ত গত আৰ অসম ৰ জ য ক পৰ বহণ ন গমৰ ব ছ এই অঞ চলত ন য ম য ক চল চল কৰ লগত বৰ ক উপত যক ক গ ৱ হ ট
  • ত ও ভ ৰতত ল ব ৰ প ৰ ট ও প ৰত ষ ঠ কৰ ত ও ৰ চ ষ ঠ ত প নপ ৰথম ব ৰৰ ব ব পৰ বহণ বন ৱ স ঘ স থ পন হয অখ ল ভ ৰত য ৰ লৱ কৰ মচ ৰ স গঠনৰ ত ও অন যতম গ ৰ
  • অধ নল অন হয উন নততৰ মটৰ পৰ বহণ ব যৱস থ ৰ ব ব দ ৰ জ ল হ ম লয ন ৰ লৱ ল কচ নৰ সন ম খ ন হ ৱ ত চনত স মগ ৰ পৰ বহণ সম প ৰ ণৰ প বন ধ কৰ দ য
                                     
  • ক ন ব ণ জ য ক ব ম ন বন দৰ ন ই তথ ৰ ল ব যৱস থ ও ইম ন স চল নহয স য পথ পৰ বহণ এই ৰ জ যৰ য ত য তৰ ম ল ভ ট তদ পৰ এই দল খন অসমৰ পৰ অৰ ণ চলৰ পথ চ ৰ
  • জ ল ৰ ৰৰ য ব ম বন দৰ চৰ ইদ উ জ ল ক ব য ম ৰ গ ৰ স য গ কৰ ছ ভ ৰতৰ ম খ য ব ম ন পৰ বহণ স স থ সম হ য ন জ ট এয ৰৱ জ, জ ট কন ক ট, ইণ ড গ এয ৰ ইণ ড য ই
  • উল ল খয গ য পথ ন ৰ ষ ট ৰ য ঘ ইপথ : ন ৰ ষ ট ৰ য ঘ ইপথ, চম ক NH 37 এট ভ ৰতৰ অন তৰ গত ৰ ষ ট ৰ য ঘ ইপথ এই পথট ৱ য ৰহ ট নগৰৰ ম জ ৰ অত ক ৰম কৰ ছ পথট ৰ
  • ল ইট ই ৰ জ Guwahati Metro Lite হ ছ ভ ৰতৰ অসম ৰ জ যৰ সৰ বব হৎ চহৰ গ ৱ হ ট ৰ ব ব প ৰস ত ৱ ত দ ৰ তগ ম পৰ বহণ ব যৱস থ প ৰথম পৰ য য য ত চ ৰ ট কৰ ড ৰয ক ত
  • আয কম গ ছ - চনত ভ ৰত য ৰ ল ল খ টন ম ল পৰ বহণ কৰ ৰ ব পৰ ত - চনত পৰ বহণ কৰ ছ ল ল খ টন ক ন ত ম ল পৰ বহণৰ এই বৰ দ ধ ত পৰ ম ণ
  • ম ত ৰ ক ইট ম ন ভ প ইঞ জ ন থক ক ম প ন খনক ল হ ল হ উন নয ন ঘট ই ভ ৰতৰ সৰ বব হৎ জ হ জ পৰ বহণ ক ম প ন ল পৰ ৱৰ ত ত কৰ ত ত ও ৰ অৱদ ন অপৰ স ম চনত ত ও
  • উদ য গ নথক নহয ইয ৰ পৰ বহণ ব যৱস থ ৰ ভ তৰত ম খ যত ৰ ল, ব ছ আৰ দশ হৰ ৰ সময ত ব ম ন পৰ বহণ ব যৱস থ সক ৰ য হ পৰ ভ ৰতৰ প ৰথম ব যক ত গত ৰ ড অ স স থ
  • ষ ট শ যন KLL - ৰ পৰ উত তৰ ভ ৰত আৰ প ব ভ ৰতত চল চল কৰ ৰ ব ব ভ ৰত য ৰ লপথ পৰ বহণ ব যৱস থ উপলব ধ গ জৰ টৰ পৰ চ লন সম ত য গ ন ধ নগৰ আৰ আহম দ ব দৰ ব ব
  • প ছ ঘ টৰ ন কটতম ৰ লৱ ষ ট চনট ম ৰক চ ল কত অৱস থ ত৷ অৰ ণ চল প ৰদ শ ৰ জ য ক পৰ বহণ স ৱ Arunachal Pradesh State Transport Services য ব ভ ন ন অঞ চলল ন য ম য
  • ভ ৰতৰ ৰ ল পৰ বহণৰ ইত হ স আৰম ভ হ ছ ল ঊন শ শত ক ৰ ম জভ গৰ পৰ চনত ভ ৰতত এক ক ল মট ৰ ৰ লপথ ন ছ ল চনল দ শৰ ব ছ ভ গ জ ল স মৰ ম ইল ৰ লপথ
                                     
  • অসমৰ ব হত তম ৰ লৱ ষ ট চন, আৰ ভ ৰতৰ প রথম সম প র ণ - ভ ব স ৰ - শক ত দ চল ৱ ৰ ল ষ ট চন ইয ৰ ক ষত অসম ৰ জ য ক পৰ বহণ ন গমৰ ব ছ আস থ ন অৱস থ ত গ ৱ হ ট
  • ব ভ ন ন প ৰক ৰৰ ভ ছ সম হ হ ছ পৰ বহণ ভ ছ ভ ৰতৰ ম জ ৰ ক ন অন য দ শল ভ ৰমণ কৰ য ক ন দ জন ব দ শ ক এক লগ পৰ বহণ ভ ছ ব ভ ৰমণ ভ ছ প ৰদ ন কৰ হয
  • এত য ও চল আছ দ ল ল ত য ত য তৰ দ ব ত য প ৰধ ন ব যৱস থ ট ৱ ই হ ল দ ল ল পৰ বহণ স ৱ ৰ ব চ ব শ বৰ ব হত তম চ এন জ ব চস ৱ হ চ ব জন জ ত এই স ৱ ৰ দ ব ৰ
  • ভ ৰতৰ গ হমন ত ৰ আৰ প ছৰ ব হ ৰৰ ৰ জ যপ ল - পদব ৰ দ য ত বত আছ ল ত ও ৰ ল, ব ণ জ য, স সদ য ব ষয ক ৰ ড জ হ জ পৰ বহণ ক ষ য গ য গ
  • প ৰকল পৰ অ শ শ লঘ ট শ লঘ টৰ ব ক ত ব ৰহ মপ ত ৰ নদ ক ম খ য দ ৱ লয শ লঘ টৰ ন পৰ বহণ কল য বৰৰ শ লঘ ট ক ম খ য প হ ৰৰ ন মন ত আৰম ভ হ ছ ঐত হ স ক অশ ক ষ টম
  • ঘ টসম হ ই অসমৰ ব প ৰ ব ণ জ য তথ পৰ বহণ ব যৱস থ ত এক গ ৰ ত বপ ৰ ণ ভ ম ক ল ছ ল চনত শৰ ইঘ ট দলঙ হ ৱ ৰ প ছত পৰ বহণ ব যৱস থ ত ব য পক পৰ ৱৰ তন ঘট ছ ল
  • অৱস থ ত হ ৱ ব ব অঞ চলট ল য ত য তৰ ব যৱস থ অত স চল ইয ত অসম ৰ জ য ক পৰ বহণ ন গমৰ অন তৰ গত এট ব ছ আস থ ন হ ৱ ৰ উপৰ ও এট ব চৰক ৰ ব ছ আস থ ন আছ ইয ৰ
  • প ৰ য সকল ঠ ইল ক ইয ৰপৰ ন য ম য ক ব ছ চল চল কৰ ইয ত অসম ৰ জ য ক পৰ বহণ ন গমৰ এট ব ছ আস থ ন আছ উজন অসমৰ ব ভ ন ন ঠ ইল অহ - য ৱ কৰ ৰ স ব ধ ৰ থ
  • অসম ঔদ য গ ক উন নয ন ন গম, অসম প ট ৰ ক ম ক লছ, ভ ৰত য অন তৰ দ শ য জল পৰ বহণ ন গমৰ সদস য আছ ল ইয ৰ পৰ ত ও দ ট বছৰৰ ব ব ভ ৰত য চ হ স স থ ৰ সভ পত
কালাদান মাল্টি মডেল ট্ৰানজিট ট্ৰান্সপোৰ্ট প্ৰজেক্ট
                                               

কালাদান মাল্টি মডেল ট্ৰানজিট ট্ৰান্সপোৰ্ট প্ৰজেক্ট

কালাদান মাল্টি মডেল ট্ৰানজিট ট্ৰান্সপোৰ্ট প্ৰজেক্ট হৈছে এটা প্ৰায় ৪৮৪ মিলিয়ন ডলাৰৰ প্ৰকল্প যিটোৱে ভাৰতৰ কলিকতা বন্দৰৰ লগত ম্যানমাৰৰ ৰাখাইন ৰাজ্যৰ ছিত্তেৰ লগত সংযোগ কৰিছে। তাৰ পাছত ম্যানমাৰৰ ছিত্তেৰ পৰা চিন ৰাজ্যৰ পালেট্‌ৱা লগত কালাদান নদীৰ যোগেদি সংযোগ কৰা হৈছে। পালেট্‌ৱাৰ পৰা স্থলপথেৰে ভাৰতৰ মিজোৰাম ৰাজ্য সংযোগ কৰা হৈছে।

Users also searched:

হাইদৰাবাদ, হইদৰবদ, গুৱাহাটী, গৱহট, উত্তৰ-পূব সীমান্ত ৰেলৱে, সমনত, ৰলৱ, উততৰপব, উততৰপবসমনতৰলৱ, মুম্বাই, মবই, ইনডযনস, মনচতর, সমরট, শহর, ভরমন, মটক, নমবই, বইইনডযনসটম, মবইশহরজল, বইশহরমনচতর, বইসমরট, মবইভরমন, মবইমটক, জরমবই, বৰাক উপত্যকা, দকষণ, অসমৰ, ভমক, অৰথন,

...

Encyclopedic dictionary

Translation

হাইদৰাবাদ Archives TIME8.

হাইদৰাবাদ. List of proposals. Agri Nutri Connect for promoting dietary diversity and addressing malnutrition among tribal populations in Telangana. Key Proposal Details. Integrate crop–livestock technologies and management practices to build resilience into existing food systems to be more sustainable, profitable. তৰুণ গগৈৰ চিতাভস্মৰ প্ৰতি নূন্যতম. মই ভাবোঁ যে আমাৰ উপস্থিতি, অৰ্থাৎ গুগলৰ উপস্থিতি হাইদৰাবাদ আৰু মাইছৰৰ দৰে ঠাইত বৃদ্ধি পাব ধৰিছে। মাইক্ৰছফটেও একেধৰণৰ কাম কৰি আছে। ভাৰতবৰ্ষৰ পৰা ওলাই অহা ভাল. আৰম্ভ হল হাইদৰাবাদ পৌৰ Asomiya Pratidin. গ্ৰেটাৰ হাইদৰাবাদ পৌৰ নিগমৰ নিৰ্বাচনত কংগ্ৰেছৰ শোচনীয় প্ৰদৰ্শনৰ পিছতে তেলেংগানা প্ৰদেশ কংগ্ৰেছ কমিটীৰ অধ্যক্ষ পদৰ পৰা পদত্যাগ কৰিলে উত্তম কুমাৰ. November 2020 – Page 9 – NEN Network. আৰম্ভ হল হাইদৰাবাদ পৌৰ নিগম নিৰ্বাচনৰ ভোটগননা… – Asomiya Pratidin – অসমীয়া প্ৰতিদিন Highest. ইণ্টাৰনেটৰ দুই পিতৃপুৰুষৰ এজন. মুখ্যপৃষ্ঠা হাইদৰাবাদ. হাইদৰাবাদ Videos in Assamese. সকলো খবৰ ফটো ভিডিঅ. No stories found matching this​.





গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী.

১৭৭ গৰাকী যাত্ৰীসহ পুৱাই গুৱাহাটীত উপস্থিত হলহি বিশেষ বিমান।বাংগালুৰুৰ পৰা আহিছে পুৱাই বিমানখন।দিল্লীৰ পৰাও আহিব… গুৱাহাটী. গুৱাহাটী উত্তৰ গুৱাহাটীৰ মাজৰ. ঘৰ ❯ প্ৰকাশন তথা সংসাধন ❯ নিয়ম কানুন ❯ গুৱাহাটী মহানগৰ উন্নয়ন. বাতৰিকাকত বাৰ্ষিক প্ৰতিবেদন পাঠ্যক্ৰম সামগ্ৰী নিয়ম কানুন অসম প্ৰশাসনীয় সংস্কাৰ আৰু প্ৰশিক্ষণ. The Inside Story Headline 8. Change Language. অসমীয়া ENGLISH हिन्दी বাংলা मराठी ગુજરાતી ಕನ್ನಡ தமிழ் മലയാളം తెలుగు ਪੰਜਾਬੀ اردو ଓଡ଼ିଆ WATCH LIVE TV. Download App. Follow Us on. Trending Topics: Election2021 LurinjyotiGogoi AkhilGogoi Covid19. Search. অসম.


ভাৰত বাংলাদেশ ভাৰ্চুৱেল সন্মিলনৰ.

উত্তৰ পূব সীমান্ত ৰেলৱে NRF, north east forntier railway, কৰ্মচাৰী সকলৰ শ্ৰমদান কাৰ্যসূচী । উত্তৰ পূব সীমান্ত ৰেলৱে NFR ৰ কৰ্মচাৰী সকলে মঙ্গলবাৰে স্বচ্ছ পাখৱাৰা swacha. Site Map TIME8. ষ্টেচন পােৱাৰ সম্ভাৱনা আছেবুলি উত্তৰ পূব সীমান্ত ৰেলৰ ঘৰলৈ ঘূৰিব পাৰিছোঁ। অৱশ্যে যােৱা ১৫ মেৰপৰা । অতি সােনকালে আৰম্ভ কৰা হ​ব বুলিও হব বুলি বিত্তমন্ত্রী সীতাৰমণে কাম​. এমাহলৈ বৃদ্ধি ৰেলৰ টিকটৰ ধন ঘূৰাই. নামৰূপ. নামৰূপ হৈছে পাটকাই পৰ্বত শ্ৰেণী ৰ নামনি অঞ্চলত অসমৰ উত্তৰ পূব প্ৰান্তত অৱস্থিত আৰু ডিব্ৰুগড় জিলাৰ এখন সৰু লিডু ৰেলৱে ষ্টেচন ভাৰতৰ পূব প্ৰান্তৰ ব্ৰডগজ ৰেলৱে ষ্টেচন। ই ৰঙিয়া মহকুমাৰ সদৰ তথা উত্তৰ পূব সীমান্ত ৰেলৱেৰ ডিভিজনেল হেড কোৱাৰ্টাৰ।. উত্তৰ পূব সীমান্ত ৰেলৱেৰ ৰেলৱে. নামৰ ৰাষ্ট্ৰখনৰ ভূ খণ্ড পূর্ব পাকিস্তান আৰু পশ্চিম পাকিস্তান নামে দুটা খণ্ডত বিভক্ত হব। উত্তৰ পশ্চিম সীমান্ত প্রদেশৰ অবিসম্বাদী নেতা তথা সীমান্ত গান্ধী নামে খ্যাত সম্প্রদায়ৰ সকলাে যাত্রীকে ৰেলৰ পৰা.





বাজার মুম্বাই.

BJP West Bengal মুম্বাই, নিউ দিল্লী. মুম্বাই না কেকেআর জিতবে কে? পরিসংখ্যানের বিচারে ভবিষ্যত্‍বাণী! ভারতীয় ক্রিকেট বোর্ড পরিচালিত ইন্ডিয়ান প্রিমিয়ার লিগে জনপ্রিয়তার বিচারে যদি দুই সেরা. মুম্বাই ইন্ডিয়ান্স টিম. Kolkata to Mumbai Flights, Fares @ ₹3311 15% OFF. মুম্বাই কোস্টাল রোড প্রকল্পটি মুম্বাইয়ের শহরতলির উত্তরাঞ্চলের সাথে দক্ষিণ মুম্বাইকে সংযুক্ত করার জন্য কয়েক বছর আগে পরিকল্পনা করা হয়েছিল। তবে পরিবেশগত. মুম্বাই শহরের মানচিত্র. বিদেশী, মুম্বাই, Ifsc Code Utbi0bov655 United Bank. সন্ধিয়া ৭.৩০ বজাৰ পৰা আৰম্ভ হব এই মেচখন। খেলপথাৰত নামিব কলকাতা আৰু মুম্বাই। স্ক​ৰকাৰ্ড অনুসৰি এই মেচখনত মুম্বাই ইণ্ডিয়ানছ জয়ী হোৱাৰ ৫৯ শতাংশ সম্ভাৱনা আছে।.


ভাৰতৰ দক্ষিণে কি পৰ্বত আছে.

Cropping System Approach Welcome to RKB, AAU RKB, Assam. অচিৰেই বৰাক উপত্যকা আৰু বাংলাদেশৰ মাজত নদীপথেৰে আৰম্ভ কৰা হব জাহাজ চলাচল।. অসমৰ সৰু জিলা. সাহিত্যচর্চায় গর্বিত নিজস্বতা. আনকি বৰাক উপত্যকা যত বিজেপিৰ পৰম্পৰাগত ভিত্তি, সেই ভিত্তিকো তচনচ কৰি কংগ্ৰেছে নিজৰ পতাকা উত্তোলন কৰিবলৈ সক্ষম হৈছিল। ​Who is Badaruddin আৰু লাচিতৰ হেংদাঙক কংগ্ৰেছে. খেল কুইজ. খৰাং বতৰত চাহ গছৰ প্ৰতিপালন. মধ্য ব্রহ্মপুত্র উপত্যকা অঞ্চল Central Brahmaputra Valley Zone. নামনি ব্রহ্ম YUSD 072607 Lower Brahmaputra Valley Zone. উত্তৰ পাৰৰ সমভূমি অঞ্চল ​North Bank Plains Zone. বৰাক উপত্যকা অঞ্চল Barak Valley Zone আৰু.





Cotton university.

গৱেষণা আৰু উদ্ভাৱন ৰাষ্ট্ৰীয় RUSA. ASSAM TIMES POST নিউজ ডেস্ক: কৰনা ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে কটন বিশ্ববিদ্যালয় কতিপক্ষই ছাত্ৰ ছাত্ৰী বাবে জাৰি কৰিলে গুৰুত্বপূৰ্ণ নিৰ্দেশনা।​১৭মার্চ পুৱা. Gu portal. কটন বিশ্ববিদ্যালয় তথা ঢকুৱাখনা. বিশ্বৰ বিভিন্ন প্ৰান্তৰ লগতে অসমৰ উচ্চ শিক্ষাৰ আগশাৰীৰ শিক্ষা প্ৰতিষ্ঠান কটন বিশ্ববিদ্যালয়ত বিশ্ব মানসিক স্বাস্থ্য দিৱসৰ লগত সংগতি ৰাখি এক আলোচনা চক্ৰ.


জন্মদিনত সুধাকণ্ঠৰ কুঠৰীৰ - Redtimes.

তেওঁ ২০১৭ চনৰ মে মাহত অসমৰ শদিয়াত দেশৰ সবাতোকৈ পথ দলং ভূপেন হাজৰিকা সেতু মুকলি. Destination Guide: Dāngori Assam, Tinsukia in India Tripmondo. ধুনীয়া ধুনীয়া গাওঁবোৰে আৱৰি থকা তিনিচুকীয়াৰ শদিয়া ঢলা সংযোগী ড° ভূপেন হাজৰিকা সেতু,বৰডুবিৰ টিলিঙা মন্দিৰ,মৰাণ গাওঁসমূহৰ চাহ বাগিছা,ঘৰ বাৰীবোৰ,নামঘৰ ​সত্ৰ আদিবোৰ. ১০০ আসন দখলেৰে পুনৰ দিছপুৰত বহিব. ভূপেন হাজারিকা মৃত্যু দিবস মৃত্যু দিবসে ভুপেন দা কে জানাই আমার আন্তরিক শ্রদ্ধাঞ্জলি ভূপেন হাজারিকা অসমীয়া: ভূপেন হাজৰিকা জন্মঃ ৮ সেপ্টেম্বর ১৯২৬ মৃত্যুঃ ৫. তেজপুৰ বিশ্ববিদ্যালয়ৰ অষ্টাদশ. টকা মোকলাই দিয়া হৈছে৷ অসমত ভূপেন হাজৰিকা সেতু বিজেপি চৰকাৰে সম্পূর্ণ কৰিলে৷ ইউ.





...
Free and no ads
no need to download or install

Pino - logical board game which is based on tactics and strategy. In general this is a remix of chess, checkers and corners. The game develops imagination, concentration, teaches how to solve tasks, plan their own actions and of course to think logically. It does not matter how much pieces you have, the main thing is how they are placement!

online intellectual game →