Back

★ অলিম্পিকত ভাৰত - গ্ৰীষ্মকালীন অলিম্পিক ২০১২ত ভাৰত, গ্ৰীষ্মকালীন অলিম্পিক ২০১৬ত ভাৰত, সুশীল কুমাৰ, কৰ্ণম মালেশ্বৰী, শিৱ থাপা, অলিম্পিক, বলবীৰ সিং, যোগেশ্বৰ দত্ত ..



                                               

গ্ৰীষ্মকালীন অলিম্পিক ২০১২ত ভাৰত

ভাৰতে ইংলেণ্ডৰ লণ্ডনত অনুষ্ঠিত ২০১২ অলিম্পিক ত ভাগ লৈছিল। ২০১২ চনৰ ২৭ জুলাইৰ পৰা ১২ আগষ্ট লৈকে এই প্ৰতিযোগিতা অনুষ্ঠিত হৈছিল। ভাৰতীয় অলিম্পিক সংস্থাই ১৩ টা বিভিন্ন শাখাত মুঠ ৮৩ জন খেলুৱৈক এই প্ৰতিযোগিতাত ভাগ ল’বলৈ সুবিধা দিছিল। ২০১২ লণ্ডন অলিম্পিকৰ উদ্বোধনী অনুষ্ঠানত ভাৰতৰ পতাকা বহন সুশীল কুমাৰে কৰিছিল আৰু সামৰণি অনুষ্ঠানত মেৰি কমে কৰিছিল। ২০১২ লণ্ডন অলিম্পিক প্ৰতিযোগিতাত ভাৰতে মুঠ ৬ টা পদক দখল কৰে। ইয়াৰ ভিতৰত দুটা ৰূপৰ আৰু ৪ টা ব্ৰঞ্জৰ পদক আছিল।

                                               

গ্ৰীষ্মকালীন অলিম্পিক ২০১৬ত ভাৰত

ভাৰতে ৫ৰ পৰা ২১ আগষ্ট ২০১৬লৈ ব্ৰাজিলৰ ৰিঅ দ্য জেনেৰিঅত অনুষ্ঠিত হৈ থকা ২০১৬ গ্ৰীষ্মকালীন অলিম্পিক ত অংশগ্ৰহণ কৰিছে। ১৯০০ চনত পেৰিছত অনুষ্ঠিত গ্ৰীষ্মকালীন অলিম্পিকত ভাৰতৰ অংশগ্ৰহন সম্পৰ্কে আনুষ্ঠানিক বিতাণ্ডা আছে যদিও ১৯২০ চনৰে পৰা অনুষ্ঠিত প্ৰতিখন গ্ৰীষ্মকালীন অলিম্পিকতেই ভাৰতে অংশগ্ৰহণ কৰি আহিছে। এইবাৰ ভাৰতীয় অলিম্পিক এছচিয়েছনে অলিম্পিকলৈ গ্ৰীষ্মকালীন অলিম্পিক ইতিহাসত বৰ্তমানলৈকে ৰাষ্ট্ৰখনৰ পৰা সৰ্ব বৃহৎ ৰাষ্ট্ৰীয় দল সৰ্বমুঠ ১১৮ জন ক্ৰীড়াবিদ, ২০১২ চনৰ ৮৩ জনীয়া দলটোতকৈ ৩৫ জন অধিক প্ৰেৰণ কৰিছে।

                                               

সুশীল কুমাৰ

সুশীল কুমাৰ এজন ভাৰতীয় মল্লযোদ্ধা। ২০১০ চনৰ ৱ’ৰ্ল্ড চেম্পিয়নস্বিপৰ ৬৬ কেজিৰ ফ্ৰি ষ্টাইল শাখাত স্বৰ্ণ আৰু ২০১২ চনৰ লণ্ডন অলিম্পিকত ৰূপ আৰু ২০০৮ চনৰ বেইজিং অলিম্পিকত ব্ৰঞ্জৰ পদক পাই ক্ৰমাগতভাৱে দুখন অলিম্পিকত পদক পোৱা সুশীল কুমাৰ একমাত্ৰ ভাৰতীয়। ২০১২ চনৰ অলিম্পিকৰ চুড়ান্ত খেলত কুমাৰক জাপানৰ তাতচুহিৰ’ য়’নেমিটচুৱে পৰাস্ত কৰে। বেইজিং অলিম্পিকত তেওঁ কাজাখাস্তানৰ লিঅ’নিড স্পিৰিড’ন’ভ হৰুৱাই ব্ৰঞ্জ পদক দখল কৰিছিল। ১৯৫২ চনৰ হেলচিংকি অলিম্পিকত কে. দি. যাদৱে অৰ্জন কৰা মল্লযুদ্ধৰ ব্ৰঞ্জৰ পদকটিৰ পছত বেইজিঙৰ পদকটো আছিল মল্লযুদ্ধত ভাৰতৰ দ্বিতীয় অলিম্পিক পদক। ২০০৯ চনৰ জুলাই মাহত তেওঁ ভাৰতীয় ক্ৰীড়া ...

                                               

কৰ্ণম মালেশ্বৰী

কৰ্ণম মালেশ্বৰী এগৰাকী ভাৰতীয় ভাৰোত্তলক। তেওঁ ২০০০ চনত অষ্ট্ৰেলিয়াৰ ছিডনীত অনুষ্ঠিত হোৱা অলিম্পিক খেলৰ ৬৯ কেজি শাখাৰ ভাৰোত্তলনত ব্ৰঞ্জৰ পদক লাভ কৰিছিল। তেওঁ অলিম্পিকত পদক লাভ কৰা প্ৰথম গৰাকী ভাৰতীয় মহিলা। অলিম্পিক, বিশ্ব চেম্পিয়নশ্বিপ, এছিয়ান গেমছ আদিত পদক লাভ কৰা কৰ্ণম মালেশ্বৰীক ভাৰত চৰকাৰে ১৯৯৫ চনত ক্ৰীড়া জগতৰ সৰ্বোচ্চ সন্মান ৰাজীৱ গান্ধী খেলৰত্ন বঁটা প্ৰদান কৰিছিল। ১৯৯৯ চনত ভাৰত চৰকাৰে তেওঁক ভাৰতৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী প্ৰদান কৰে।

                                               

শিৱ থাপা

শিৱ থাপা অসমৰ এগৰাকী বক্সিং খেলুৱৈ। পুনেস্থিত সেনা ক্ৰীড়া প্ৰতিষ্ঠানত প্ৰশিক্ষণ লৈ থকা এইগৰাকী বক্সাৰে ২০১২ চনত হবলগীয়া লণ্ডন অলিম্পিকত ভাগ লোৱাৰ যোগ্যতা অৰ্জন কৰিছে। ফ্লাইৱেইট শাখাত ভাৰতৰ হৈ প্ৰতিদ্বন্দ্ব্বীতা কৰিবলৈ যোগ্যতা অৰ্জন কৰা শিৱ থাপা অলিম্পিকলৈ নিৰ্বাচিত হোৱা দেশৰ কনিষ্ঠতম বক্সাৰ।

                                               

অলিম্পিক

আধুনিক অলিম্পিক হৈছে বৰ্তমান বিশ্বত অনুষ্ঠিত সৰ্ববৃহত অনুষ্ঠান সমূহৰ এটা। অলিম্পিকক মূলতঃ গ্ৰীষ্মকালীন আৰু শীতকালীন দূটা ভাগত ভাগ কৰা হয়, অলিম্পিক খেলসমূহত পৃথিৱীৰ বিভিন্ন দেশৰ হাজাৰ খেলুৱৈ প্ৰতিযোগীয়ে বিভিন্ন ধৰণৰ খেলত অংশগ্ৰহণ কৰে। অলিম্পিকক বিশ্বৰ সকলোতকৈ প্ৰাচীন আৰু সকলোতকৈ মৰ্যদাপূৰ্ণ ক্ৰীড়া প্ৰতিযোগিতা বুলি গণ্য কৰা হয়। বৰ্তমান অলিম্পিক দূবছৰৰ মূৰত অনুষ্ঠিত হয়, এখন গ্ৰীষ্মকালীন অলিম্পিক হৈ যোৱাৰ পাছত পাছৰখন শীতকালীন অলিম্পিক অনুষ্ঠিত হয়, অৰ্থাৎ দুখন গ্ৰীষ্মকালীন বা দুখন শীতকালীন অলিম্পিকৰ মাজৰ অন্তৰ চাৰি বছৰ। খ্ৰীষ্ট পূৰব ৪ৰ্থ শতিকাত প্ৰাচীন গ্ৰীচৰ অলিম্পিয়া চহৰত অনুষ্ঠিত হোৱা ...

                                               

বলবীৰ সিং

বলবীৰ সিং দচাংঝ এগৰাকী ভাৰতীয় ফিল্ড হকী ক্ৰীড়াবিদ। তেওঁ ফিল্ড হকীৰ পুৰুষৰ ভাৰতৰ ৰাষ্ট্ৰীয় দলৰ সদস্য আছিল আৰু অলিম্পিকত ভাৰতীয় দলৰ হৈ খেলিছিল। ১৯৪৮ চনৰ লণ্ডন অলিম্পিক, ১৯৫২ চনৰ হেলছিংকী অলিম্পিক আৰু ১৯৫৬ চনৰ মেলবৰ্ণ অলিম্পিকত ভাৰতে সোণৰ পদক লাভ কৰাত তেওঁ উল্লেখযোগ্য অৱদান আগবঢ়াইছিল। হেলছিংকী অলিম্পিকত তেওঁ ভাৰতীয় দলৰ উপকেপ্তেইন আৰু মেলবৰ্ণ অলিম্পিকত কেপ্তেইন আছিল। তেওঁক বিশ্বৰ শ্ৰেষ্ঠতম হকী খেলুৱৈসকলৰ অন্যতম হিচাপে গণ্য কৰা হয়। তেওঁক "আধুনিক ধ্যানচন্দ"বুলিও অভিহিত কৰা হয়। ইয়াৰ লগতে হকীৰ চেণ্টাৰ ফৰৱাৰ্ডত খেলা তেওঁ শ্ৰেষ্ঠতম খেলুৱৈ বুলিও কোৱা হয়। তেওঁ অলিম্পিকৰ পুৰুষৰ ফিল্ড হকীৰ চূড ...

                                               

যোগেশ্বৰ দত্ত

যোগেশ্বৰ দত্ত এজন ভাৰতীয় কুস্তি খেলুৱৈ। তেওঁ ২০১২ গ্ৰীষ্মকালীন অলিম্পিকত পুৰুষৰ ৬০ কেজি ফ্ৰীষ্টাইল কুস্তিত একটি ব্ৰঞ্জ পদক জয় কৰিছিল।

                                               

লিয়েণ্ডাৰ পেজ

লিয়েণ্ডাৰ পেজ এজন ভাৰতীয় টেনিচ খেলুৱৈ। ১৯৭৩ চনৰ ১৭ জুনত তেওঁৰ কলকাতাত জন্ম হয়। কলকাতাতেই তেওঁ ডাঙৰ-দীঘল হয় । তেওঁৰ মাতৃ জেনিফাৰ পেজ এগৰাকী বিখ্যাত বাস্কেটবল খেলুৱৈ আছিল আৰু ১৯৮০ চনৰ এছিয় বাস্কেটবল প্ৰতিযোগিতাত তেওঁ ভাৰতীয় দলক নেতৃত্ব দিছিল । পিতৃ ভাচ পেজ ব্ৰঞ্জপদক জয়ী ১৯৭২ মিউনিক অলিম্পিক দলৰ হকী খেলুৱৈ। লিয়েণ্ডাৰ পেজ তেওঁৰ মাতৃৰ দিশৰ পৰা কবি মাইকেল মধুসূদন দত্তৰ বংশধৰ।

                                               

পি. ভি. সিন্ধু

পুষৰলা ভেংকট সিন্ধু হৈছে এগৰাকী ভাৰতীয় বেডমিণ্টন খেলুৱৈ। ২০১৩ চনৰ ১০ আগষ্টত সিন্ধু ৱৰ্ল্ড চেম্পিয়নশ্বিপত পদক বিজয়ী প্ৰথম ভাৰতীয় একক খেলুৱৈ হিচাপে পৰিগনিত হয়। পি. ভি. সিন্ধুৱে ২০১৬ গ্ৰীষ্মকালীন অলিম্পিকত জাপানৰ নোজমি ওকুহাৰাক ২১-১৯, ২১-১০ ব্যৱধানত পৰাজিত কৰি মহিলাৰ বেডমিণ্টন একক ইভেণ্টৰ ফাইনেলত প্ৰৱেশ কৰে। ফাইনেলত তেওঁ বিশ্বৰ প্ৰথম স্থান অধিকাৰী কেৰলিনা মেৰিণৰ বিৰুদ্ধে প্ৰথম খেলত ২১-১৯ ৰ অগ্ৰগতি লাভ কৰে, দ্বিতীয় খেলত ১২-২১ ব্যৱধানত পৰাজিত হয় আৰু তৃতীয় তথা অন্তিম খেলতো ১৫-২১ ব্যৱধানত পৰাজিত হৈ ৰূপৰ পদক লাভ কৰে। তেওঁ হৈছে অলিম্পিকৰ মহিলা বেডমিণ্টনত ৰূপৰ পদক বিজয়ী প্ৰথম ভাৰতীয় মহিলা। ...

                                               

মেৰী কম

মাংগ্‌তে চাংগ্‌নেইজেং মেৰী কম, চমুকৈ মেৰী কম ভাৰতৰ মণিপুৰ ৰাজ্যৰ এগৰাকী মুষ্টিযোদ্ধা। তেওঁ পাঁচবাৰ ৱৰ্ল্ড এমেচাৰ বক্সিং চেম্পিয়নশ্বিপত শ্ৰেষ্ঠ খিতাপ বিজয়ী আৰু ছয়খন বিশ্ব মুষ্টিযোদ্ধা প্ৰতিযোগিতাৰ প্ৰত্যেকখনতে পদকজয়ী একমাত্ৰ মহিলা মুষ্টিযোদ্ধা। তেওঁ ২০১২ চনৰ চামাৰ অলিম্পিকৰ ৫১ কিলোগ্ৰাম পৰ্যায়ত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ নিৰ্বাচিত হোৱা একমাত্ৰ ভাৰতীয় মহিলা মুষ্টিযোদ্ধা। AIBA-ৰ ৰেংকিঙত সদ্যহতে তেওঁৰ স্থান বিশ্বৰ চতুৰ্থ। ২০১২ চনৰ লণ্ডন অলিম্পিকত তেওঁ মহিলা মুষ্টিযুদ্ধৰ ৫১ কিলোগ্ৰাম শ্ৰেণীত অংশগ্ৰহণ কৰি ব্ৰঞ্জৰ পদক অধিকাৰ কৰে। ২০২০ চনত মেৰী কমক ভাৰতৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক সম্মান পদ্মবিভ ...

                                               

বিজয় কুমাৰ

বিজয় কুমাৰ ভাৰতৰ এজন শ্বুটাৰ। ২০১২ চনৰ লণ্ডন অলিম্পিকৰ পুৰুষৰ ২৫ মিটাৰ ৰেপিড ফায়াৰ পিষ্টল শাখাৰ তেওঁ ৰূপৰ পদক বিজয়ী। কুমাৰৰ ঘৰ হিমাচল প্ৰদেশৰ হমিৰপুৰ জিলাৰ হৰষৌৰ গাঁঁৱত, কুমাৰ বৰ্তমান ভাৰতীয় সেনাৰ ড’গ্ৰা ৰেজিমেন্ট ৰ ছুবেদাৰ মেজৰ হিচাপে কৰ্মৰত। তেওঁৰ খেলত বৰ্তমান পৃষ্ঠপোষকতা কৰে অলিম্পিক গ’ল্ড কুৱেষ্ট এ। তেওঁ Army Marksmanship Unit ত ২০০৩ চনৰ পৰা নিয়োজিত হৈ আছে। কুমাৰৰ প্ৰশিক্ষক ৰাছিয়াৰ পাৱেল স্মিৰ’ন’ভ।

                                               

গ্ৰীষ্মকালীন পেৰালিম্পিক ২০১৬ত ভাৰত

ভাৰতে ২০১৬ চনৰ ৭ ছেপ্টেম্বৰৰ পৰা ১৮ ছেপ্টেম্বৰলৈ ব্ৰাজিলৰ ৰিঅ দি জেনেৰিঅত অনুষ্ঠিত ২০১৬ গ্ৰীষ্মকালীন পেৰালিম্পিক ক্ৰীড়া ত অংশগ্ৰহণ কৰে। ১৯৬৮ চনৰ পেৰালিম্পিক ক্ৰীড়াৰ পৰা ভাৰতীয় খেলুৱৈ সকলে গ্ৰীষ্মকালীন পেৰালিম্পিকৰ ১৯৭৬ আৰু ১৯৮০ চনৰ সংস্কৰণক বাদ দি প্ৰতিটো সংস্কৰণত যোগদান কৰি আহিছে। ২০১৬ চনৰ ৮ আগষ্ট তাৰিখে ভাৰতীয় পেৰালিম্পিক সন্থায়ে ১৯ জনীয়া১৬জন পুৰুষ আৰু ৩ গৰাকী নাৰী প্ৰতিনিধিৰ দল ৰিঅ পেৰালিম্পিকৰ ৫তা খেলৰ বাবে ঘোষণা কৰে। পেৰালিম্পিকৰ ইতিহাসত ভাৰতে গ্ৰীষ্মকালীন পেৰালিম্পিকলৈ পঠিওৱা ইয়ে আটাইতকৈ বেছি সংখ্যক প্ৰতিযোগী। লগতে এইবাৰ ভাৰতে নিজৰ উৎকৃষ্ট প্ৰদৰ্শন দাঙি ধৰে। ভাৰতে ২টা সোণ, ১টা ...

                                     

★ অলিম্পিকত ভাৰত

  • ভ ৰত ই ল ণ ডৰ লণ ডনত অন ষ ঠ ত অল ম প কত 2012 Summer Olympics ভ গ ল ছ ল চনৰ জ ল ইৰ পৰ আগষ ট ল ক এই প ৰত য গ ত অন ষ ঠ ত হ ছ ল ভ ৰত য
  • জ ন ৰ অ ত অন ষ ঠ ত হ থক গ ৰ ষ মক ল ন অল ম প কত অ শগ ৰহণ কৰ ছ চনত প ৰ ছত অন ষ ঠ ত গ ৰ ষ মক ল ন অল ম প কত ভ ৰতৰ অ শগ ৰহন সম পৰ ক আন ষ ঠ ন ক ব ত ণ ড
  • শ খ ত স বৰ ণ আৰ চনৰ লণ ডন অল ম প কত ৰ প আৰ চনৰ ব ইজ অল ম প কত ব ৰঞ জৰ পদক প ই ক ৰম গতভ ৱ দ খন অল ম প কত পদক প ৱ স শ ল ক ম ৰ একম ত ৰ ভ ৰত য
  • কৰ ছ ল ত ও অল ম প কত পদক ল ভ কৰ প ৰথম গৰ ক ভ ৰত য মহ ল অল ম প ক, ব শ ব চ ম প য নশ ব প, এছ য ন গ মছ আদ ত পদক ল ভ কৰ কৰ ণম ম ল শ বৰ ক ভ ৰত চৰক ৰ
  • প ৰত ষ ঠ নত প ৰশ ক ষণ ল থক এইগৰ ক বক স ৰ চনত হ বলগ য লণ ডন অল ম প কত ভ গ ল ৱ ৰ য গ যত অৰ জন কৰ ছ ফ ল ইৱ ইট শ খ ত ভ ৰতৰ হ প ৰত দ বন দ ব ব ত
  • সকলৰ ব ব প ৰ অল ম প ক আৰ চ মন য সকলৰ ব ব য ৱ অল ম প ক খ লৰ আধ ন ক অল ম প কত অন তৰ ভ ক ত ঊল ল খয গ য ত ৰ পৰ ব শ শত ক ত IOCয ব ভ ন ন অৰ থন ত ক
  • আছ ল চনৰ লণ ডন অল ম প কত ৰয ল অপ ৰ হ উচত অন ষ ঠ ত অল ম প ক স গ ৰহ লয প ৰদৰ শন ত ত ও ক সন ম ন ত কৰ হ ছ ল চনত ভ ৰত চৰক ৰ ত ও ক ৰ ড ক ষ ত ৰল
  • হ ন দ य ग श वर दत त এজন ভ ৰত য ক স ত খ ল ৱ ত ও গ ৰ ষ মক ল ন অল ম প কত প ৰ ষৰ ক জ ফ ৰ ষ ট ইল ক স ত ত একট ব ৰঞ জ পদক জয কৰ ছ ল য গ শ বৰ
  • দ ব ত প ৰত য গ ত ত ক ৱ ৰ ট ৰ ফ ইন ল পৰ যন ত আগ ব ঢ চনৰ আটল ন ট অল ম প কত ফ ৰ ন ন দ ম ল জ ন ক পৰ জ ত কৰ ব ৰঞ জ পদক ল ভ কৰ স ই বছৰ ত ও ৱৰ ল ড
  • ভ ৰত য একক খ ল ৱ হ চ প পৰ গন ত হয প ভ স ন ধ ৱ গ ৰ ষ মক ল ন অল ম প কত জ প নৰ ন জম ওক হ ৰ ক - - ব যৱধ নত পৰ জ ত কৰ মহ ল ৰ ব ডম ণ টন
                                     
  • ম ষ ট য দ ধ AIBA - ৰ ৰ ক ঙত সদ যহত ত ও ৰ স থ ন ব শ বৰ চত ৰ থ চনৰ লণ ডন অল ম প কত ত ও মহ ল ম ষ ট য দ ধৰ ক ল গ ৰ ম শ ৰ ণ ত অ শগ ৰহণ কৰ ব ৰঞ জৰ পদক
  • উদ হৰণ স বৰ প চনৰ শ ত ক ল ন অল ম প ক আৰ চনৰ গ ৰ ষ মক ল ন অল ম প কত জ প নৰ ক ড আছ ল GIA, ক ৰণ এই দ ই অল ম প ক ইট ল ত অন ষ ঠ ত হ ছ ল আৰ ইট ল য
  • কমনৱ লথ গ মছত ক জ শ খ ত ৰ পৰ পদক ল ভ কৰ ছ ল ম ৰ ব ই চ ন য ৰ অ অল ম প কত মহ ল ৰ ক জ ৰ শ খ ল অ শগ ৰহণ কৰ বল অৰ হত অৰ জন কৰ ছ ল ক ন ত ত ও
  • চনত জ ত য স তৰত প ৰথম আত মপ ৰক শ কৰ ব ম ব ইল দ ৱ ব ইজ অল ম প কত মহ ল ৰ ব য ক ত গত আৰ দলগত ব ভ গত ভ ৰতক প ৰত ন ধ ত ব কৰ দলগত ব ভ গত
  • লগত মহ ল ৰ দলগত ইভ ন টত স বৰ ণপদক ল ভ কৰ ছ ল দ প ক গ ৰ ষ মক ল ন অল ম প কত খ ল ৰ য গ যত অৰ জন কৰ ছ ল আৰ ত ত মহ ল ৰ ব যক ত গত আৰ দলগত ইভ ন টত প ৰত দ বন দ ব ত
  • জ ল ই - গ ৰ ষ মক ল ন অল ম প কত ভ ৰতক প ৰত ন ধ ত ব কৰ প ৰথম মহ ল আছ ল, য ত য ত ও চনৰ গ ৰ ষ মক ল ন অল ম প কত ট ন ছ প ৰত য গ ত ত প ৰত দ বন দ ব ত
  • ইভ ণ টত ট ব ভ ন ন আন ত ৰ ষ ট ৰ য পদক অৰ জন কৰ ছ ত ও চনৰ এথ ন স অল ম প কত ৰ পৰ পদক ল ভ কৰ ছ ল ইয ৰ আগত ত ও ভ ৰত য স ন ৰ দ গ ৰ ন ড য ৰ ৰ জ ম ণ টৰ
  • ত ও অল ম প কৰ ক স ত শ খ ত পদক ল ভ কৰ প ৰথম গৰ ক ভ ৰত য মহ ল আৰ অল ম প কত পদক ল ভ কৰ চত ৰ থ গৰ ক ভ ৰত য মহ ল ছ প ট ম বৰ চনত হ ৰ য ন ৰ
  • গ ৰ ষ ম য ৱ অল ম প কত ভ ৰতক প ৰত ন ধ ত ব কৰ ছ ল ইয ত ত ও প ৰ ষৰ ক জ ভ ৰ ত ত লন শ খ ত স ণৰ পদক অৰ জন কৰ ছ ল ইয ৰ লগত য ৱ অল ম প কত স ণৰ পদক ল ভ
  • আৰ জ ণ ট ন ৰ ৰ জধ ন ব উনছ আইৰ ছত অন ষ ঠ ত হ ৱ য ৱ অল ম প কত ত ও স ণৰ পদক ল ভ কৰ ইয ৰ লগত ত ও য ৱ অল ম প কত স ণৰ পদক ল ভ কৰ প ৰথম গৰ ক ভ ৰত য মহ ল ত
  • জ মন ষ ট হ চ প অল ম প ক খ ল খ ল ৰ য গ যত অৰ জন কৰ গ ৰ ষ মক ল ন অল ম প কত মহ ল ৰ আৰ ট ষ ট ক ব শ ল প ক জ মন ষ ট কচ ব ভ গৰ ব ব ন ৰ বচ ত হয
                                     
  • ইভ ণ টত স বৰ ণ পদক জ ক লগত ব যক ত গত ইভ ণ টত ৰ পৰ পদক জ ক এথ ন স অল ম প কত ব ন দ ৰ ই অল ম প ক অভ ল খ ভঙ গ কৰ সত ব ও ক ন পদক জ ক ব ন ৱ ৰ ল ত ও
  • ফ ফ আৰ IOCয চ ড ন ত স দ ধ ন ত গ ৰহণ কৰ ব পৰ ন ছ ল চনৰ অল ম প কত অল ম প কত প নৰ ফ টবল অন তৰ ভ ক ত হয অৱশ য এই সময ল ব শ বক পৰ জনপ ৰ য ত ই
  • ম ট ৰ দ ৰ প ৰত য গ ত ত ভ ৰতক প ৰত ন ধ ত ব কৰ ত ও চনৰ ব ইজ অল ম প কত অ শগ ৰহন কৰ ছ ল বৰ তম ন এছ য ত প ভ ম ম ৰ স থ ন হল দ ব ত য ক ৰ ড ব দ
  • অল ম প কৰ মহ ল একক প ৰত য গ ত ৰ ব ব য গ যত অৰ জন কৰ অৱশ য চনৰ অল ম প কত ত ও ৰ উপস থ ত কম সময ৰ ব ব আছ ল য হ ত ত ও মহ ল ৰ ব যক ত গত খ লৰ প ৰথম
  • এইট ছ ইন ৰ ইন দ ন ছ য ন অপ ন ৰ ত ত য ট খ ত প গ ৰ ষ মক ল ন অল ম প কত ভ ৰত Saina Nehwal India Medal Hopes Badminton Delhi Commonwealth Games
  • চনত লণ ডনত অন ষ ঠ ত গ ৰ ষ মক ল ন অল ম প কত খ ল ভ ৰত য ফ টবল দলৰ অধ ন য ক আছ ল ট ল ম ৰণ আও ত ও অল ম প কত ভ ৰতৰ হ ৰ ষ ট ৰ য পত ক বহন কৰ ছ ল
  • ম ট ৰৰ ভ ৰত য ৰ ৰ কডৰ অধ ক ৰ চনত ৰ অ ত অন ষ ঠ ত হ ৱ গ ৰ ষ মক ল ন অল ম প কত ত ও ভ ৰতক শ বটপ টত প ৰত ন ধ ত ব কৰ ৰ ব ব ন ৰ ব চ ত হ ছ ল ক ৰ ত ও ৰ
  • অল ম প ক, ৰ মৰ গ ৰ ষ মক ল ন অল ম প ক আৰ টক অ ৰ গ ৰ ষ মক ল ন অল ম প কত অ শগ ৰহণ কৰ ছ ল ক ৰ ড জগতল ত খ তৰ অৱদ নৰ ব ব ত খ তক ভ ৰতৰ চত ৰ থ সৰ ব চ চ
  • প লন কৰ হয হক খ ল ৱ ধ য ন চ ন দ ভ ৰতৰ হ আৰ চনত অল ম প কত স ণৰ পদক ল ভ কৰ ছ ল চনৰ পৰ ল ক ত ও ট গল ত ও ৰ আত মজ ৱন

Users also searched:

লিয়েণ্ডাৰ পেজ, লযণডৰ, লযণডৰপজ, বিজয় কুমাৰ, কমৰ, বজয, বজযকমৰ, গ্ৰীষ্মকালীন পেৰালিম্পিক ২০১৬ত ভাৰত, গমস, অলমপক, অলমপ, ৰলমপক, ষমক, রষমকলন, কথয, সরবশষ, অলমপমটক, অলমপগমসক, রষমকলনঅলমপকগমস, অলমপকগমস, ভরত, সরবশষঅলমপগমসকথযহয, রচন, অলমপকগমসভরত, অলমপকগমসরচন, ভৰত, গষমকনৰলমপকতভৰত, অলমপকগমসকতবছরপরহয, অলিম্পিকত ভাৰত,

...

Encyclopedic dictionary

Translation

होम पेज Facebook.

তেওঁৰ পিতৃ ভেচ পেজ আছিল অলিম্পিকত অংশ লোৱা ২০১৬ চনৰ অলিম্পিকত লিয়েণ্ডাৰ পেজে​. ৯ ১১ আক্ৰমণৰ পৰা কেনেকৈ ৰক্ষা. হব বুলি লিয়েণ্ডাৰ পেজে বুধবাৰে নিশা ঘোষণা কৰে৷ ১৯৯১ চনত পেছাদাৰী টেনিছত অভিষেক…. যেতিয়া পিতৃ মাতৃ আৰু পুত্ৰ তিনিও. উত্তৰ লিয়েণ্ডাৰ পেজ ৫ ৰাষ্ট্ৰীয় ডেংগু দিৱস কোন তাৰিখে উদযাপন কৰা হয়? উত্তৰ. অষ্ট্ৰেলিয়ান অপেনৰ পৰা বিদায়. লিয়েণ্ডাৰ পেজে। অলিম্পিকত পেজে ভাৰতক প্রতিনিধিত্ব কৰিব। আমিন ষ্টেডিয়ামত সামৰণি পৰা পুলিন দাস প্রথম সদৌ অসম আন্তঃস্কুল. পেজে। আনহাতে, বর্নর্ময়.





সপ্তমবাৰলৈ মুখ্যমন্ত্ৰী হোৱা.

জব্দকৃত ট্ৰাকখনৰ নম্বৰ আছিল – UP 71 T – 2923 ।​পাছত আৰক্ষীয়ে ট্ৰাখনৰ চালক বিজয় কুমাৰ ৩০,জন ফ্ৰানঞ্চিছ ২৬ আৰু অসম চাবলৈ অহা চালকৰ বন্ধু দীপক কুমাৰ ২২ নামৰ তিনিজনক. দ্বিতীয় পর্যায়ত মিত্রজোঁটে. ত্ৰিপুৰাত বিজেপিৰ ঐতিহাসিক বিজয় ১৮ নৰেন্দ্ৰ মােডী আৰু ৰাষ্ট্রীয় সভাপতি অমিত শাহে সভাপতি বণজিৎ কুমাৰ দাসে কৈছিল যে বুথ সমিতির সভাপতিসকলেই দলৰ কাণ্ডাৰী।. বিৰোধী শক্তি ঐক্যবদ্ধ হব নোৱাৰাৰ. অভিৱৰ্তন উদযাপন সমিতিৰ সভাপতি দিলীপ কুমাৰ নাথ আৰু সম্পাদক তপন নাথ পশ্চিম কামৰূপ আঞ্চলিক যোগী সন্মিলনীৰ সভাপতি মৃণাল কুমাৰ নাথ আৰু সম্পাদক বিজয় কুমাৰ নাথে.


অলিম্পিক গেমস কত বছর পর হয়.

13th May Current Affairs in Bengali pdf Knowledge Account. প্রতিবন্ধীদের জন্য প্যারালিম্পিক এবং কিশোর ক্রীড়াবিদদের জন্য যুব অলিম্পিক গেমস। যথা, কুস্তি একটি গ্রীষ্মকালীন অলিম্পিক ক্রীড়া, যার দুটি শাখা হল: গ্রেকো ​রোমান তবে রাগবি ও গল্ফের ভুক্তির ফলে ২০১৬ ও ২০২০ অলিম্পিকে সর্বোচ্চ সীমার ২৮টি ক্রীড়াই আইএনডিজি হল ইলেকট্রনিক্স এবং তথ্য প্রযুক্তি মন্ত্রক মেইটি ভারত সরকারের উদ্যোগে এবং. অলিম্পিক মটো কি. Ichchhamoti Bangla Bengali Web Magazine for ইচ্ছামতী. খেলাধুলো. প্যারালিম্পিকে গৌরবের দিন ভারতের, সোনা জিতলেন T R B Rajaa @TRBRajaa September 10, 2016. অলিম্পিক গেমস ২০২০. সেট ১৮৮ খেলাধূলা কুইজ বাংলা কুইজ. The tournament was held in India, as announced by the AFC on 3 June 2015, and was played between 15 September and 2 October 2016. গ্রীষ্মকালীন প্যারালিম্পিক গেমস হল আন্তর্জাতিক বহু ক্রীড়া প্রতিযোগিতা ওয়েবসাইট অকার্যকর করে দেওয়ার প্রেক্ষাপটে, বাংলাদেশ ও ভারতের মধ্যে এক সাইবার যুদ্ধ যুদ্ধ শুরু হয়।.





...
Free and no ads
no need to download or install

Pino - logical board game which is based on tactics and strategy. In general this is a remix of chess, checkers and corners. The game develops imagination, concentration, teaches how to solve tasks, plan their own actions and of course to think logically. It does not matter how much pieces you have, the main thing is how they are placement!

online intellectual game →