Back

★ সোণাৰি - অসমৰ নগৰ-মহানগৰ ..



সোণাৰি
                                     

★ সোণাৰি

সোণাৰি নগৰ ২৭.০৭° উত্তৰ অক্ষাংশ আৰু ৯৫.০৩° পূব দ্ৰাঘিমাংশত অৱস্থিত। সমুদ্ৰপৃষ্ঠৰ পৰা উচ্চতা ৯৬ মিটাৰ ৩১৮ ফুট। নগৰখনৰ পশ্চিম-দক্ষিণ দিশেৰে টাউকাক নৈ বৈ গৈছে, যিখন গৈ দিচাং নৈত পৰিছে। নগৰৰ মাজেৰে পাৰ হৈ গৈছে ঐতিহাসিক ধোদৰ আলি। আহোম স্বৰ্গদেউসকলৰ ৰাজত্বকালত পাইক প্ৰথা বুলি এটা ব্যৱস্থা আছিল। এই পাইকৰ দায়িত্বৰ পৰা হাত সাৰিবলৈ বহুতো লোকে ভকতৰ বেশে সত্ৰসমূহত থানিকা পাতিছিল আৰু বিনা পৰিশ্ৰমে জীৱন-নিৰ্বাহ কৰিছিল। স্বৰ্গদেউ গদাধৰ সিংহই এই ভণ্ড ভকত বা ধোদবোৰক ধৰি আনি এটা আলি সাজিবলৈ লগাই দিছিল। গোলাঘাট জিলাৰ কমাৰবন্ধাৰ পৰা ডিব্ৰুগড় জিলাৰ জয়পুৰলৈ নিৰ্মাণ কৰা এই সুদীৰ্ঘ আলিটোকে বোলা হৈছিল ধোদৰ আলি। আন এটা ঐতিহাসিক আলি নাহৰ আলি সোণাৰি নগৰত ধোদৰ আলিৰ সৈতে সংযুক্ত হৈছে।

                                     

1. জন-গাঁথনি

২০১১ চনৰ লোকপিয়ল অনুসৰি সোণাৰি নগৰৰ জনসংখ্যা ১৯,৬৭৩ জন। অধিবাসীসকলৰ গৰিষ্ঠ সংখ্যক হিন্দু ধৰ্মীয় অসমীয়াভাষী। যথেষ্ঠ সংখ্যক বাঙালী, হিন্দীভাষী, মাৰোৱাৰী, পঞ্জাবী আদি লোকেও নগৰখনত বসবাস কৰি আছে।

                                     

2. যাতায়ত

সোণাৰিৰ সৈতে নামৰূপ, নাহৰকটীয়া, তিনিচুকীয়া, শিৱসাগৰ, যোৰহাট, মৰাণ, ডিব্ৰুগড় আদি নগৰৰ সৈতে পোনপটীয়া বাছৰ সংযোগ আছে। সোণাৰিৰ পৰা আন এটা পথ অসম- নাগালেণ্ড সীমান্তৰ নামতোলালৈ গৈছে, যিটো পথে নাগালেণ্ডৰ মন জিলাক সংযোগ কৰিছে। ডিৱ্ৰুগড়- তিনিচুকীয়া- গুৱাহাটী প্ৰধান ৰেলপথ সোণাৰি নগৰৰ দক্ষিণ দিশেৰে পাৰ হৈ গৈছে। সমীপৱৰ্তী ভজো ৰেল ষ্টেচনলৈ দূৰত্ব ৪ কিঃ মিঃ। এই ষ্টেচনত মাত্ৰ ব্ৰহ্মপুত্ৰ মেইল, কামৰূপ এক্সপ্ৰেছ আৰু লিডু- গুৱাহাটী ইণ্টাৰচিটি এক্সপ্ৰেছ ৰেলহে ৰয়। অন্যান্য দূৰণিবতীয়া ৰেলসমূহ শিমলুগুৰি ষ্টেচনত ৰয়, যলৈ সোণাৰি নগৰৰ পৰা দূৰত্ব ৩২ কিঃ মিঃ।

                                     

3. অনুষ্ঠান-প্ৰতিষ্ঠান

উল্লেখযোগ্য শিক্ষানুষ্ঠান
  • সোণাৰি মহাবিদ্যালয়.
  • শংকৰদেৱ শিশু নিকেতন.
  • সোণাৰি বাণিজ্য মহাবিদ্যালয়.
  • হাজী অচিমুদ্দিন মেমোৰিয়েল স্কুল.
  • টাউন হাইস্কুল.
  • ভগৱতী প্ৰসাদ বৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়.
  • পদ্মকুমাৰী বৰুৱা ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়.
  • সোণাৰি টাউন প্ৰাথমিক বিদ্যালয়.
  • সোণাৰি জাতীয় বিদ্যালয়.
সামাজিক অনুষ্ঠান
  • প্ৰচেষ্টা.
  • পথিকৃত.
                                     
  • শ ৱস গৰ শ মল গ ৰ আমগ ৰ ন জ ৰ স ণ ৰ মৰ ণহ ট জ ল খনত ব ধ নসভ ৰ ম ঠ সমষ ট ট - আমগ ৰ ন জ ৰ ম হমৰ স ণ ৰ থ ওৰ শ ৱস গৰ শ ৱস গৰৰ
  • চৰ ইদ উ মহক ম ক আন চ ৰ খন মহক ম ৰ স ত জ ল ৰ প ঘ ষণ কৰ জ ল খনৰ সদৰ স থ ন স ণ ৰ চৰ ইদ উ ন মৰ উৎপত ত ট ই আহ ম ভ ষ ৰ শব দ চ - ৰ ই - ডয পৰ হ ছ ল খ ত আছ
  • বহল ম ট ৰ আৰ ফ ট ওখ ম ট ৰ ডৰ ক ৰ দল খন শ ৱস গৰক ওচৰৰ স ণ ৰ নগৰৰ লগত স য গ কৰ ছ ল ড ৰ ড ম ল আল List of Mediaeval Monuments Of
  • প ৱ ট ঙ খ ট আৰ ট খ উত তৰ ম হনব ৰ আৰ শলগ ৰ দক ষ ণ মৰ ণহ ট আৰ স ণ ৰ জ ল ৰ প ৰধ ন ক ৰ য লয ড ব ৰ গড ইয ৰ পৰ 40 kilometres 25 ম ইল আ তৰত
  • ব ধ ন সভ সমষ ট সম হ আছ য ৰহ ট ত ত বৰ মৰ য ন ট য ক আমগ ৰ ন জ ৰ ম হমৰ স ণ ৰ থ ওৰ শ ৱস গৰ দ ৱ শ বৰ শৰ ম ভ ৰত য জ ত য ক গ ৰ ছ মফ দ আহম দ
  • কপ ল উপত যক অঞ চলত শ সন কৰ ছ ল ন ইব উজন ৰ স ণ প ৰত সম ভৱত শ ৱস গৰৰ স ণ ৰ অঞ চল ৰ জধ ন প ত ছ ল এইজন ৰজ ৰ ৰ জসভ ত প ৰ ক - শঙ কৰ কব ম ধৱ কন দল য
  • শ ক ষ জ ৱনৰ অন তত, ত খ ত শ ক ষকত ক ব ত ত হ চ প ব চ লয প ৰথম ত ও স ণ ৰ মহ ব দ য লয ত ক ইবছৰ ম ন আৰ প ছত চনত জ গ ৰ ড মহব দ য লয ত য গদ ন কৰ
  • ধ দৰ আল জ ল খনৰ অন যতম প ৰধ ন পথ এই পথট ৱ ন মত ন জ ৰ শ মল গ ৰ স ণ ৰ আদ ঠ ই চ ই গ ছ জ ল খনত ম ঠ ৰ লপথৰ দ ৰ ঘ য ক ম প ৰধ ন ষ ট চন শ মল গ ৰ
  • শ ল প ব ল ক প ৰ ষ ন ক ৰম এক ট ফ দৰ হ তত আছ ল ক হ ৰ, কম ৰ, ক ম ৰ, চম ৰ, স ণ ৰ ত ত য গ খন কৰ, ব ঢ আদ খ লৰ ল ক শ ল পব ল কৰ ব ক শ স ধনত আত মন য গ
  • বহল ম ট ৰ আৰ ফ ট ওখ ম ট ৰ ড ৰ ক ৰ দল খন শ ৱস গৰক ওচৰৰ স ণ ৰ নগৰৰ লগত স য গ কৰ ছ চনত য ৰহ টত ই ৰ জ চৰক ৰ এখন সৰ ফ ট য ৰ লগ ড
  • মহল ম ট ৰ ওপৰত আৰ ত ন ট মহল ম ট ৰ তলত আছ চৰ ইদ উৰ ম দ ম ব চৰ ইদ ও স ণ ৰ নগৰৰ পৰ প ৰ য ক ম দ ৰত অৱস থ ত এসময ৰ আহ ম ৰ জপৰ য ল আৰ উচ চ
  • স থ পত য - ভ স কৰ য যৰ ভ তৰত এই স ক উল ল খয গ য চৰ ইদ উৰ ম দ ম ব চৰ ইদ ও স ণ ৰ নগৰৰ পৰ প ৰ য ক ম দ ৰত অৱস থ ত এসময ৰ আহ ম ৰ জপৰ য ল আৰ উচ চ


                                     
  • দ প ল বৰঠ ক ৰ প ৰ থম ক তথ য জন ম জ ন ৱ ৰ বছৰ ন লমন ব গ ন, স ণ ৰ শ ৱস গৰ জ ল ম ত য ড চ ম বৰ গ ৱ হ ট প চ কণ ঠশ ল প ক ৰ যক ল
  • চ ৰ গ হ ই প ৰ থম ক তথ য জন ম ছ প ট ম বৰ, স ণ ৰ শ ৱস গৰ জ ল অসম ম ত য এপ ৰ ল, গ ৱ হ ট অসম প চ কণ ঠশ ল প ব দ যযন ত ৰ গ ট ৰ
  • গ ৱ লপ ৰ CH চ ৰ ক জলগ ও CD চৰ ইদ উ স ণ ৰ DI ড ব ৰ গড ড ব ৰ গড DH ড ম হ ছ ও হ ফল
  •  আগষ ট  1950 - 08 - 09 ড চ ম বৰ  1957 - 12 - 27 দ ন ব মল প ৰস দ চল হ স ণ ৰ সমষ ট ৰ ব ধ য ক ড চ ম বৰ  1957 - 12 - 28 নৱ ম বৰ  1970 - 11 - 06
  • 1.য ৰহ ট, 2.ত ত বৰ, 3.মৰ য ন 4.ট য ক, 5.আমগ ৰ 6.ন জ ৰ 7.ম হমৰ 8. স ণ ৰ 9.থ ওৰ 10.শ ৱস গৰ ড ব ৰ গড ন ই 1.মৰ ণ, 2.ড ব ৰ গড 3.ল হ ৱ ল, 4.দ ল য জ ন
  • ন জ ৰ ন ই শ ৱস গৰ য ৰহ ট ম হমৰ ন ই শ ৱস গৰ য ৰহ ট স ণ ৰ ন ই চৰ ইদ উ য ৰহ ট থ ও ৰ ন ই শ ৱস গৰ য ৰহ ট শ ৱস গৰ
  • চ হ নয ত ৰ ক ৰ তন উ u উ, ঊ, উম, ঊণ, স দ ৰ এ ɛ এ, এক, এল ন ধ ব ল ফল ত ল এ e এ, এৰ - পল ব ল Bell ৰ ল, ভ দ, ব দ ও ʊ ও, ওৰ ৰ হঘৰ, স ণ ৰ
  • হ ইল ক ন দ সদৰ হ ইল ক ন দ প ৰসভ ল ল নগৰ সম ত চৰ ইদ উ AS33 স ণ ৰ চৰ ইদ উ সদৰ স ণ ৰ প ৰসভ মৰ ণহ ট নগৰ সম ত দক ষ ণ শ লম ৰ - ম নক চৰ AS34 হ টশ ঙ ম ৰ
  • শইক য ভ ৰত য জ ত য ক গ ৰ ছ ম হমৰ য গ ন মহন ভ ৰত য জনত প ৰ ট স ণ ৰ ধৰ ম শ বৰ ক ৱৰ ভ ৰত য জনত প ৰ ট থ ওৰ স শ ন ত বৰগ হ ই ভ ৰত য জ ত য
  • শইক য ভ ৰত য জ ত য ক গ ৰ ছ ম হমৰ খগ ন গগ ভ ৰত য জ ত য ক গ ৰ ছ স ণ ৰ জ নক ন থ সন দ ক ন ৰ দল য ব হপ ৰ য প ৰ মধৰ বৰ ন ৰ দল য ন ওব চ
                                     
  • ভ ৰত য জ ত য ক গ ৰ ছ ম হমৰ ৰত ন শ বৰ ক ৱৰ ভ ৰত য জ ত য ক গ ৰ ছ স ণ ৰ ব মল প ৰস দ চল হ ভ ৰত য জ ত য ক গ ৰ ছ ব হপ ৰ য প ৰ মধৰ বৰ ন ৰ দল য
  • জ ত য ক গ ৰ ছ ম হমৰ ব দ ধ বৰ ৱ ভ ৰতৰ ব প লৱ কম উন ষ ট প ৰ ট স ণ ৰ সত য ত ত ভ ৰত য জ ত য ক গ ৰ ছ ইন দ ৰ থ ওৰ য গ ন গগ ভ ৰতৰ ম ৰ ক সব দ
  • চন দ ৰ ব জবৰ ৱ ভ ৰত য জ ত য ক গ ৰ ছ ন জ ৰ স ণ ৰ থ ন ৰ ম গগ ভ ৰত য জ ত য ক গ ৰ ছ স ণ ৰ প ৰ ণ নন দ চ ত য ভ ৰত য জ ত য ক গ ৰ ছ ব হপ ৰ য
  • হ ত শ বৰ শইক য ভ ৰত য জ ত য ক গ ৰ ছ ম হমৰ পদ ম আৰন ধৰ ন ৰ দল য স ণ ৰ ভদ ৰ শ বৰ ব ঢ গ হ ই ন ৰ দল য থ ওৰ ব ৰ ক প ৰস দ ত ল গ ন ৰ দল য
  • জ ত য ক গ ৰ ছ ম হমৰ ন ৰদ ক ম ৰ ভ ৰত য জ ত য ক গ ৰ ছ স ণ ৰ সত য ত ত ভ ৰত য জ ত য ক গ ৰ ছ থ ওৰ ট ক শ বৰ দ হ ঙ য ভ ৰত য
  • জ ত য ক গ ৰ ছ ম হমৰ লক ষ প ৰস দ বৰগ হ ই ভ ৰত য জ ত য ক গ ৰ ছ স ণ ৰ শৰৎ বৰকটক ভ ৰত য জ ত য ক গ ৰ ছ থ ওৰ দ ৱ নন দ ক ৱৰ ভ ৰত য জ ত য
  • বৰবৰ ৱ ন ৰ দল য ন জ ৰ ট ক শ বৰ চ ত য ভ ৰত য জ ত য ক গ ৰ ছ স ণ ৰ প ৰ ণ নন দ চ ত য ভ ৰত য জ ত য ক গ ৰ ছ থ ওৰ দ ৰ গ শ বৰ শইক য ভ ৰত য
  • ৰ ভ ল শ যন ৰ কম উন ষ ট প ৰ ট ন জ ৰ ট ক শ বৰ চ ত য ভ ৰত য জ ত য ক গ ৰ ছ স ণ ৰ ব মল প ৰস দ চল হ ভ ৰত য জ ত য ক গ ৰ ছ থ ওৰ দ ৰ গ শ বৰ শইক য ভ ৰত য

Users also searched:

সণৰ, সোণাৰি, অসমৰ নগৰ-মহানগৰ. সোণাৰি,

...

Encyclopedic dictionary

Translation

সোণাৰিৰ অসাধু ব্যৱসায়ীক.

সোণালী জয়ন্তী বৰ্ষ অতিক্ৰম কৰা সোণাৰি মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক পদৰ বাবে. কাৰ স্বাৰ্থত ঘিলামৰাত কাৰ্য. পোষ্টটো Share কৰি শিক্ষাৰ্থী সকলক উপকৃত কৰিবলৈ অনুৰোধ জনালোঁ চৰাইদেউ জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা উচ্চ শিক্ষা গ্ৰহণ কৰিবলৈ সোণাৰি, মৰাণ, গড়গাঁওলৈ বহুতো ছাত্র ছাত্ৰী. সোণাৰিত কৰ্তব্যৰত অৱস্থাত পলিং. SONARI COLLEGE সোণাৰি মহাবিদ্যালয়. Home ADMINISTRATION PRINCIPALS DESK TEACHING STAFF NON TEACHING STAFF GOVERNING BODY GENERAL INFO ADMISSION PROCEDURE RULES & REGULATIONS CODE OF CONDUCT DEPARTMENTS FACILITIES​. সোণাৰিত কৰণাত আক্ৰান্ত দুজন Janabarta. চৰাইদেউ জিলাৰ সদৰ চহৰ সোণাৰিৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত আজি সদৌ অসম ছাত্ৰ সন্থাৰ সোণাৰি আঞ্চলিক সমিতিয়ে প্ৰতিবাদ সাব্যস্ত কৰে।.





কৰনা জয়! সোণাৰিত সুস্থ হৈ ঘৰলৈ.

অবৈধ মাটি খনন অব্যাহত সোণাৰিৰ বিভিন্ন প্ৰান্তত ৷ অভিজিত ভূঞাৰ প্ৰতিবেদন. শুক্ৰবাৰ Whatsapp Email. চৰাইদেউ, ২৫ ডিচেম্বৰ সোণাৰিত অব্যাহত আছে মাটিৰ অবৈধ খনন কাৰ্য।. সোণাৰি Malayalam translation of সোণাৰি. সোণাৰি চলাপথাৰ শ্যাম গাঁওত পয় চাংকেন পালন. আজি বহাগ বিহুৰ প্রথমটো দিন গৰু বিহু. সোণাৰি মহাবিদ্যালয় ছাত্ৰ একতা. যোগেন মহনে কেবিনেট মন্ত্ৰীত্ব লাভ কৰাৰ পাছতেই দেওবাৰে চৰাইদেউ জিলাৰ সোণাৰি অসামৰিক চিকিৎসালয় পৰিদৰ্শন কৰে ৷. সোণাৰি অসামৰিক চিকিৎসালয়. ১০৬, সোণাৰি. ১০৭, থাওৰা. ১০৮, শিৱসাগৰ. শিৱসাগৰ জিলা যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত। শিৱসাগৰ জিলা ৩টা মহকুমাৰে গঠিত ​. ১.শিৱসাগৰ মহকুমা. ২.নাজিৰা মহকুমা. ৩.​সোনাৰি মহকুমা. ৰাজহ.


সোণাৰিত উত্তপ্ত পৰিস্থিতি – প্ৰথম.

চৰাইদেউঃ চৰাইদেউ জিলাৰ দুটাকৈ অতি গুৰুত্বপূৰ্ণ সমষ্টি হল সোণাৰি ১০৬ নং আৰু মাহমৰা ১০৫ নং। দুয়োটা সমষ্টি বিজেপিয়ে দখল কৰিবলৈ সক্ষম হৈছে। কালি ঘোষণা হোৱা. সোণাৰি চাপৰিত ভয়ংকৰ পথ দূৰ্ঘটনা. সোণাৰিৰ বিভিন্ন প্ৰান্তত কৰণাৰ বিৰুদ্ধে যুঁজ চিকিৎসক তথা স্বাস্থ্যকৰ্মীৰ. বিশ্বব্যাপী ছানিধৰা মহামাৰী কৰণা ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰিবলৈ অসম চৰকাৰৰ. সোণাৰিৰ ভজোত পথ দূৰ্ঘটনা The Sentinel. পত্নী ৷ বৰ্তমান চৰাইদেউ জিলাৰ সদৰ সোণাৰি আৰক্ষী থানাত ৰখা হৈছে ৰিতুল শইকীয়াক । জানিবপৰা মতে সোণাৰি থানা চৌহদতে ৰিতুল শইকীয়াক লগত ৰাখি এক সংবাদমেল সম্বোধন. সোণাৰি Assamese translation of সোণাৰি. ব‍্যাহত সোণাৰি মৰাণ যাতায়ত । গড়কাপ্তানী পথছোৱা ইমানেই জৰাজীৰ্ণ যে যাতায়তৰ ক্ষেত্ৰত যমৰ যাতনা ভূগিছে অঞ্চলবাসীয়ে । পৰিৱৰ্তনকামী চৰকাৰখনে এই জৰাজীৰ্ণ.





সোণাৰিত, জব্দ বৃহৎ পৰিমাণৰ ড্ৰাগছ.

সোণাৰি উন্নয়ন প্ৰাধিকৰণত তিলক নেওগ, বিশ্বনাথ চাৰিআলি উন্নয়ন প্ৰাধিকৰণত যোগেন মহন্ত, কৰিমগঞ্জ উন্নয়ন প্ৰাধিকৰণত দেৱব্ৰত সাহা, মংগলদৈ উন্নয়ন প্ৰাধিকৰণত. লকডাউনৰ মাজতে অসমৰ ৰাইজক এটি সুখবৰ. কাৰ স্বাৰ্থত ঘিলামৰাত কাৰ্য সম্পাদন কৰিছে সোণাৰি চাপৰিৰ দুই চিকিৎসকে? নিয়মীয়া বাৰ্তা, ৯ জুলাইঃ লখিমপুৰ জিলাৰ ঘিলামৰা চিকিৎসালয়ৰ অন্তগত সোণাৰি চাপৰি প্ৰাথমিক. সোণাৰি সাপেখাতীত Asomiya Pratidin. সোণাৰি সাপেখাতীত দুৰ্নীতিৰ বিৰুদ্ধে ৩ সংগঠনৰ প্ৰতিবাদ. অসমীয়া প্ৰতিদিন ৰ দ্বাৰা. প্ৰদৰ্শন তথা বিক্ৰী কেন্দ্ৰ অসম. সোণাৰি, ২১ মে সোণাৰিত কভিড ১৯ পজিটিভত আক্ৰান্ত দুজন। এগৰাকী সোণাৰিৰ বিমলা দেৱী​। বয়স ৩৫। সোণাৰি নগৰৰ ৩ নং ৱাৰ্ডৰ বাসিন্দা। ১৮ মেত বিহাৰৰ পৰা অহাৰ পাছত. সোণাৰি থানা পালেহি সদ্য মুক্তি. সোণাৰি সমষ্টিৰ ভোটগ্ৰহণ কেন্দ্ৰত কৰ্তব্যৰত পলিং বিষয়াৰ মৃত্যু। ১৪৭ নম্বৰ শালকঠানী চাহ বাগিচাৰ ভোটগ্ৰহন কেন্দ্ৰত কৰ্তব্যৰত অৱস্থাত ধলি পৰে বিষয়াজন ।.


সোণাৰিত দুই আলফা সদস্য আটক G Plus.

সােণাৰি আৰক্ষীয়ে জিলাখনৰ বিভিন্ন প্ৰান্তত অবৈধ ড্রাগছ ব্যৱসায়ৰ বিৰুদ্ধে অভিযান চলাই থকাৰ সময়তে আজি বিয়লি পুনৰ নগৰখনৰ মাজমজিয়াত সোণাৰি আৰক্ষীয়ে. New Page – sonari college. সোণাৰি সোণাৰি মহাবিদ্যালয় ছাত্ৰ একতা সভা ৰ তৰফৰ পৰা লুৰীণ দালৈ বিদায় সম্ভাষণ ৷৷. Nibedita Rajkumari Quotes YourQuote. উত্তৰ পশ্চিম যোৰাহাটৰ ১ নং সোণাৰি গাঁৱত নিজা পুৰণি বাসগৃহত বৰ্তমান পাঁচহাজাৰ ব্ৰইলাৰ একেলগে পুহিব পৰাকৈ ব্ৰইলাৰ ফাৰ্মৰ লগতে দুবিধ মাঠিকালিৰ দুটাকৈ ফিছাৰীৰ. চৰাইদেউৰ দুটাকৈ অতি গুৰুত্বপূৰ্ণ. সোণাৰিৰ অসাধু ব্যৱসায়ীক ট্রেডলাইচেন্স প্রদান নেতা–পালিনেতাৰ এইসকলৰ জৰিয়তে চলাই আছে বহিঃ জিলাৰ পৰা অনা শাক–পাচলিৰ ব্যৱসায়৷ শেহতীয়াকৈ সোণাৰি আঞ্চলিক ছাত্র.


সোণাৰি মহাবিদ্যালয়ৰ অধ্যাপক.

নিউজ ডেস্কঃ এক নৃশংস হত্যাকাণ্ডই আজি জোকাৰি যায় চৰাইদেউ জিলাৰ সদৰ সোণাৰি নগৰ । নিজ ভাতৃ আৰু ভতিজাই অতি নিৰ্মম ভাবে মৰিয়াই মৰিয়াই হত্যা কৰিলে এগৰাকী. শিৱসাগৰ জিলাৰ প্ৰশাসনিক তথ্য. টাই আহোম যুৱ পৰিষদ, অসম টাইপা ৰ চৰাইদেউ জিলা সমিতিৰ উদ্যোগত আজি সোণাৰি নগৰত এক ছেনিটাইজেশ্বন কাৰ্যসূচী হাতত লোৱা হয়।. সোণাৰি নগৰৰ বিভিন্ন সমস্যা. Assamese translation of সোণাৰি. অসমীয়া Assamese meaning of ​সোণাৰি. one who makes gold ornaments or deals with gold সোণাৰি sonnaaৰi. সোণাৰি related English words. one who makes gold ornaments or deals with gold. Translations of সোণাৰি. সোণাৰি in Bengali. স্বাৱলম্বিতাৰ উৎকৃষ্ট নিদৰ্শন. নিউজ ডেস্কঃ সোণাৰি চাপৰিত ভয়ংকৰ পথ দূৰ্ঘটনা চাৰিকড়িয়া নদীৰ ওপৰৰ পকী দলঙত সংঘটিত হৈছে এই পথ দূৰ্ঘটনা। জানিব পৰা মতে, আজি পুৱা ৭ মান বজাত সোণাৰি চাপৰি দিশৰ.





সোণাৰিৰ বিভিন্ন প্ৰান্তত কৰণাৰ.

Sonari, Charaideo সোণাৰি: চুকাফা নগৰ শাখা সাহিত্য সভা নামেৰে সাহিত্য সভাৰ নতুন সমিতি গঠন. সোণাৰি Archives TIME8. বিহুৱানেৰে সম্ভাষণ জনাই চৰাইদেউৰ কভিড চিকিৎসালয়ৰপৰা বিদায় দিয়া হল দহজন কভিড আক্ৰান্তক। সোণাৰিৰ ৰজাপুখুৰীস্থিত চৰাইদেউ জিলা অসামৰিক চিকিৎসালয়ত.


Chief Electoral Officer, Assam.

গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত সোণাৰিত দুই আলফা সদস্য আটক। চৰাইদেউ জিলাৰ ডাঙৰীকুমাৰ আৰু সাপেখাতি সেনা শিবিৰৰ লগতে সাপেখাতি আৰক্ষীৰ যুটীয়া অভিযানত কেডাৰ. সোণাৰিত টাইপাৰ উদ্যোগত The Janambhumi. সোণাৰি চাপৰিত হোম কোৱাৰেণ্টাইনত থকা ৭ পৰিয়ালক ১০ দিনৰ খাদ্য সামগ্ৰী যোগান. ৰাতাবাৰী, জনিয়া, সোণাৰি, ৰঙাপাৰা. মিঠাপাণবল্চ, মিঠাই আৰিফা বেগম। সোণাৰি. আৰিফা বেগম. সোণাৰি. উপকৰণ ক ১ নাৰিকল গুৰি ১ কাপ ২ মিঠাই মেইড ৪ টেবুল চামুচ ৩ পাণ দুখিলা মিহিকৈ কটা ৪ খোৱা ৰং উপকৰণ খ ১ ​গুলকাণ দুই. Sonari, Charaideo সোণাৰি: চুকাফা নগৰ শাখা. প্ৰথম খবৰ, সোণাৰি: সোণাৰিৰ জৱকা চাহ বাগিচাত উত্তপ্ত পৰিস্থিতি। চাহ শ্ৰমিকক বিভিন্ন প্ৰকাৰে শোষন কৰি অহাৰ অভিযোগ উত্থাপিত কৰি চাহ শ্ৰমিক সকল উত্তেজিত হৈ.





মিঠাপাণবল্চ, মিঠাই আৰিফা বেগম.

Tag: সোণাৰি. অন্ধবিশ্বাসঃ সপোনত দেখা সোণৰ কলহ উলিয়াবলৈ নিজৰ ঘৰৰ ভেটি খান্দি ওৰে. সোণাৰি চলাপথাৰ শ্যাম গাঁওত পয়. If you are sure about correct spellings of term সোণাৰি then it seems term without suffix, prefix or re search for exact term সোণাৰি in near future. সোণাৰিত নৃশংস হত্যাকাণ্ড Headline 8 The. নাজিৰা কে জি বি, নাজিৰা মৰাণহাট কে জি বি, মৰাণহাট সোণাৰি কে জি বি, সোণাৰি ডিব্ৰুগড় কে জি বি, ডিব্ৰুগড় নাহৰকটীয়া কে জি বি, নাহৰকটীয়া তিনিচুকীয়া কে জি বি, তিনিচুকীয়া.


...
Free and no ads
no need to download or install

Pino - logical board game which is based on tactics and strategy. In general this is a remix of chess, checkers and corners. The game develops imagination, concentration, teaches how to solve tasks, plan their own actions and of course to think logically. It does not matter how much pieces you have, the main thing is how they are placement!

online intellectual game →