Back

★ শিৱসাগৰ জিলাৰ দৌল দেৱালয় সমূহ - অসমৰ পৰ্যটনস্থলী ..



শিৱসাগৰ জিলাৰ দৌল দেৱালয় সমূহ
                                     

★ শিৱসাগৰ জিলাৰ দৌল দেৱালয় সমূহ

শিৱসাগৰ জিলাত আহোম স্বৰ্গদেউ সকলৰ দিনত খন্দা ডাঙৰ পুখুৰী আৰু তাৰ কাষত নিৰ্মান কৰা দ’ল দেৱালয়ৰে ভৰপূৰ এখন ঐতিহাসিক চহৰ। ইংৰাজী ১৭৩৪ চনত ৰানী অম্বিকাই কলুঞ্চপাৰ শিৱদেৱতাৰ নামত উৎসৰ্গা কৰি এটা পুখুৰী খন্দাইছিল। শিৱদেৱতাৰ নামত উৎৰ্সগা কৰাৰ বাবে পুখুৰীটোৰ নাম ৰাখে শিৱসাগৰ । শিৱসাগৰ পুখুৰীটোৰ দক্ষিন পাৰে তিনিটা পুখুৰী আছে। তাৰ ভিতৰত শিৱদৌলটোয়েই সৰ্ববৃহত। শিবদ’লৰ পূৱে বিষ্ণু দ’ল আৰু পশ্চিমে দেবী দ’ল । শিবদ’লত শিৱৰাত্ৰিৰ দিনা ডাঙৰ মেলা হয়। শিবদ’লত এইটোয়েই ডাঙৰ উৎসৱ। দেৱীদ’লত দুৰ্গাপুজাৰ দিনা প্ৰতিমা সজাই পুজা পতা হয়। আনহাতে বিষ্ণুদ’লত ফাললৈ গ’লে ৪ কিলোমিটাৰ মান গলে পথৰ সোফালে এটা দেউঘৰ পোৱা যায়। ইয়াক বৰ্তমান হৰগৌৰী মন্দিৰ বুলি জনা যায়। শিৱসাগৰ নগৰৰ পৰা দুই কি,মি দক্ষিণে পুৰনি ৰংপুৰ নগৰৰ অস্তিত্ব বিৰাজমান। আহোম ৰাজ্যৰ একালৰ ৰাজধানী আৰু ইতিহাস প্ৰসিদ্ধ তলাতল ঘৰো ইয়াতেই আছিল। আহোম ৰজা ৰাজেশ্বৰ সিংহৰ দিনতেই তলাতল ঘৰতো নিৰ্মান কৰা হৈছিল। ইয়াক মাটিৰ তলৰ দুৰ্গ ও বোলা হৈছিল। উল্লেখযোগ্য যে তলাতল ঘৰৰ যি সাতোটা মহল আছিল তাৰ মাটিৰ তলৰমহলাৰ পৰা দিখৌ নদী আৰু গড়গাঁওৰ কাৰেং ঘৰলৈ দুটা সুৰংগ আছিল। প্ৰাকৃতিক দূযোৰ্গৰবাবে এই পথ টো বন্ধ হৈ যায়। তলাতল ঘৰৰ পৰা পশ্চিমে কিছু কিঃমিঃ গলেই ৰংঘৰতো ৩৭ নং ৰাষ্টীয় ঘাইপথৰ ওপৰতে অৱস্থিত। ই এটা আঠকোনীয়া দুমহলীয়া ঘৰ। স্বৰ্গদেউ প্ৰমত্তসিংহই ১৭৪৪-৫১ পশুযুঁজ চাবৰ বাবে নিৰ্মান কৰিছিল। তলাতল ঘৰৰ পৰা কিছুদুৰত দক্ষিনে আছে ৰংগনাথ দ’ল। স্বৰ্গদেও ৰুদ্ৰসিংহই ১৭০৩ চনত এই দ’ল সজাইছিল। এই দ’লত স্বৰ্গদেউৱে শিৱপূজা কৰিছিল। ৰংগনাথ দ’লৰ কাষতে দক্ষিন পশ্চিমে থকা কেইবাটাও খটখটিৰে মৈদাম আকৃতিৰ যি ধ্বংসাৱশেষ আছে সেইয়া হল" ফাকুৱাদ’ল”। কথিত আছে যে ৰুদ্ৰসিংহই তেঁওৰ মাক সতী জয়মতীৰ এখনি সোনৰ প্ৰতিমা সাজি দিয়ে। ফাকুৱা দ’লৰ পৰা পৰা অলপ আতঁৰত অৱস্থিত হৰগৌৰী দেৱালয়। এই দ’লটি ৰাজেশ্বৰ সিংহৰ দিনত সজোৱা হয়। কীৰ্তিচন্দ্ৰ ৰবৰুৱাই ৰহাৰ পৰা মনিপুৰি আৰু কছাৰী ৰজাক লৈ উভতি আহি থাকোঁতে পৰ্বতত হৰ গৌৰীৰ মূৰ্ত্তি এজনা পায়, মূৰ্ত্তিজনা স্থাপন কৰিবলৈ এই দ’ল সজাই। ৰংগনাথ দ’লৰ পূবে আছে গৰুদ’ল।ইয়াৰ আন এটা নাম" ন গোঁসাই দ’ল। ন গোঁসাইদ’ল দক্ষিন ফালে অৱস্থিত জয়সাগৰ পুখুৰী আৰু জয়দৌল। লাই ৰুদ্ৰসিংহ স্বৰ্গদেৱে মাক জয়মতীৰ স্মৃতি ৰক্ষাৰ্থে জেৰেঙা পথাৰত ১৬১৯ শকৰ আঘোন মাহৰ তিনিদিন যোৱাত জয়সাগৰ পুখুৰী খান্দিবলৈ আৰম্ভ কৰে। ১৭৯৮ চনত জয়সাগৰৰ পাৰত পঞ্চদেৱতাৰ পাচোঁটা মন্দিৰ নিৰ্মান কৰে। ইয়াৰ ভিতৰত জয়দৌল শ্ৰেষ্ঠ। জয়দৌলৰ আন এটা নাম শ্ৰীকেশৱৰায় বিষ্ণু দৌল। জয়দৌলৰ দক্ষিনৰ পঁকী ঘৰটো ভোগ ঘৰ। জয়সাগৰৰ উত্তৰ পশ্চিম চুকত দেৱীদ’ল অৱস্থিত। জয়সাগৰ পুখুৰীৰ পশ্ছিমপাৰত এটি দ’ল আছে ঘনশ্যাম দ’ল।কাৰেংঘৰৰ নিৰ্মান কৰোতা বঙালী মুছলমান সম্প্ৰদায়ৰ ঘনশ্যামউদিনৰ ঘৰ। পিছলৈ তেঁও হিন্দু ধৰ্মত দীক্ষা গ্ৰহন কৰিছিল। শিৱসাগৰ চহৰৰ পৰা বাৰ কিঃ মিঃপশ্চিমত নামডাং নৈৰ ওপৰত থকা এই শিলৰ সাঁকো ১৭০৩ চনত স্বৰ্গদেউ ৰুদ্ৰসিংহৰ ৰাজত্বকালত নিৰ্মান কৰিছিল। নগা পাহাৰৰ পৰা শিল সংগ্ৰহ কৰি আনি কাটিবৰ বাবে আহোমযুগত "শিলাকুটি"নামৰ খেলৰ সৃষ্টি হৈছিল। শিৱসাগৰ জিলাত থকা শিলাকুটি মৌজাই এতিয়াও তাৰ স্বাক্ষৰ বহন কৰিছে। এই সাঁকো খনৰ দৈৰ্ঘ্যতা প্ৰায় ২০০ ফুট। শিলৰ সাঁকো নিৰ্মানত থলুৱা কৃষিজাত সামগ্ৰী ব্যৱহাৰ কৰা হৈছিল। নিৰ্দিষ্ট অনুপাতত মিঠাতেল, শন, ধূনা, গুৰ, চূন, মাটিমাহ, বৰাচাউল, হাঁহকনী আদি মিহলাই কৰাল বনাই সাঁকো তৈয়াৰ কৰিছিল।

জয়সাগৰৰ পৰা চাৰি কিঃমিঃ পূবে বগীদল অৱস্থিত। স্বৰ্গদেউ লক্ষ্মীসিংহৰ মাকে এই পুখুৰী খন্দাই পাৰত দল নিৰ্মান কৰিছিল। এই গৰাকী ৰাজমাওৰ নাম আছিল বগী। তেখেতৰ নামৰেএই দলটিৰ নাম বগীদল ৰখা হয়। জয়সাগৰৰ পূৱফালে খৰিকটীয়া আলিয়েদি দুই কিঃমিঃ আতঁৰত লখিমীসাগৰ পুখুৰী আৰু তাৰ পাৰত দুটা দল পোৱা যায়। এইদুটা দলক বৰপাত্ৰ দল বুলি কোৱা হয়। নাচনী ছোৱালী ফুলমতীক শিৱসিংহই ৰাণী আৰু বৰৰজা পতাৰ পিচত তেঁও নিজ প্ৰভাৱেৰে বহুতো কাম কৰিছিল। ৰানী ফুলেশ্বৰীয়ে ভায়েক হৰিনাৰায়নক বৰপাত্ৰগোহাঁই পাতিলে। তেৱেই লখিমীসাগৰ খন্দাই আৰু দুটা দল বন্ধাইছিল। ইয়াৰে এটা জগদ্ধাত্ৰী দল আনটো বৰপাত্ৰ দল নামে জনা যায়।

                                     
  • স ণৰ ক লচ ৰ স ত শ ৱদ ল, দ ৱ দ ল আৰ ব ষ ণ দ ল ন ৰ ম ণ কৰ ৰ লগত শ ৱস গৰ প খ ৰ খন দ ৱ হ ছ ল এই দ ল ভ ৰতত আট ইব ৰ ঐত হ স ক মন দ ৰৰ ভ তৰত ওখ কৰ দ শ ৰ য
  • ফ লব ৰ দ ৱ লয হ ছ লখ মপ ৰৰ পশ চ ম প ৰ ন তৰ আন উল ল খয গ য স থ নসম হৰ অন যতম উল ল খন য য ক ল ক প ৰ ণত গ তমস য মহ ফল ত ৰ থ হ চ প লখ মপ ৰ জ ল ৰ দক ষ ণ - পশ চ মৰ
                                     
  • ন মঘৰ দ ল গ ব ন দ মন দ ৰ নৱগ ৰহ মন দ ৰ, গ ৱ হ ট ব ল ব শ বৰ দ ৱ লয শ ৱ দ ল, শ ৱস গৰ মহ ভ ৰৱ মন দ ৰ, ত জপ ৰ ভ ৰৱ মন দ ৰ, ত জপ ৰ ক ত ক শ বৰ দ ৱ লয ত জপ ৰ

Users also searched:

বিষ্ণু দৌল, শিৱসাগৰৰ কীৰ্তিচিহ্ন, শৱসগৰ, ৰহধল, দৱলয, সগৰম, বধনত, শৱদল, বষয, জলৰ, পখৰ, কৰতচহন, শৱসগৰৰ, বষণ, শৱসগৰজলৰবষয, শৱদলবষয, শৱসগৰজলবধনতসগৰমসকল, শৱসগৰৰকৰতচহন, পথৰ, শৱসগৰৰপখৰ, বষণদল, ৰহধলপথৰ, সমহ, শৱসগৰজৰলদৱলযসমহ, কলঞচপৰ, শিৱসাগৰ জিলাৰ দৌল দেৱালয় সমূহ, অসমৰ পৰ্যটনস্থলী. শিৱসাগৰ জিলাৰ দৌল দেৱালয় সমূহ,

...

Encyclopedic dictionary

Translation

শিৱসাগৰ জিলাৰ স্বাধীনতা সংগ্ৰামী সকল.

শিৱসাগৰ জিলাৰ প্ৰত্নতাত্ত্বিক. প্রশ্নমতে নিজৰ জিলাৰ দৌল, দেৱালয়, মঠ মন্দিৰৰ নামবােৰ সংগ্ৰহ কৰিবা আৰু পাঠ্যত থকা ছবিখনি চাই টোকা লিখিবা । প্ৰতিটো ক্ষেত্ৰতে শিক্ষক শিক্ষয়িত্ৰীৰ সহায় ল​বা ।. শিৱসাগৰৰ কীৰ্তিচিহ্ন. Class 7 Assamese Chapter 9 অসম Solution Dev Library. ঐতিহাসিক শিৱসাগৰ জিলাত অৱস্থিত ঐতিহাসিক দল, দেৱালয় আৰু পুখুৰীৰ ইতিহাস সম্পৰ্কে লিখিবলৈ যোৱাৰ আগতে কেইআষাৰমান কথা লিখাৰ প্ৰয়োজনবোধ কৰিছোঁ। দক্ষিণ পূব.





শিৱসাগৰৰ পুখুৰী.

ঐতিহাসিক কীৰ্তিচিহ্ন আৰু লোক. মিছন প্ৰেছ, শিৱসাগৰ। প্রশ্ন অশ্বক্রান্ত আৰু দীর্ঘেশ্বৰী দৌল কোন বজাৰ দিনত নির্মান কৰা হৈ হােৱা উল্লেখযােগ্য প্রকল্প সমূহ কি কি? উত্তৰ মদন কামদেৱ দেৱালয় বাইহাটা. ৰহধলা পথাৰ. অসম চৰকাৰৰ বিশেষ পেকেজ শিৱসাগৰত. হোজাই জিলাৰ লংকা বন বিভাগে দেওবাৰে এক অভিযান চলাই লংকাৰ কাকী ডেৰাপথাৰ অঞ্চলৰ পৰা জব্দ কৰে এটা হয় এখন ঘৰৰ সম্পুৰ্ণ আচবাব পত্ৰ,এখন নতুন আপাচী বাইক আৰু নগদ ধনৰ লগতে বিভিন্ন সা সজুঁলি সমূহ। তামুলপুৰৰ গান্ধীবাৰীত দেওবাৰে দৌল উৎসৱ অনুস্থানত উপস্থিত থাকে ৫৮ নং বিধান সভা স. নিৰ্বাচনৰ পূৰ্বে ১০৮ নং শিৱসাগৰ সমষ্টি বৰ্তমান চৰ্চিত হৈ পৰিছে ।. শিৱসাগৰত উন্ময়ন পুঁজিৰ ধনমঞ্জুৰী. আঁচনি সমূহ চয়নৰ সময়ত অগ্ৰাধিকাৰ ভিত্তিত কাম কাজ সমুহ নিৰ্দিষ্ট কৰিবলৈ তেওঁ আহ্বান তেওঁ পৰিকল্পনা প্ৰস্তুত কৰোঁতে ঐতিহাসিক দৌল দেৱালয়, যমুনা, পুখুৰী সমূহৰ এই পেকেজ ৰূপায়ণ সন্দৰ্ভত অসম চৰকাৰে আহোম জনগোষ্ঠীৰ বাবে শিৱসাগৰ জিলাত নডেল.


শিৱসাগৰ জিলাৰ দৌল দেৱালয় Vikaspedia.

দৈনন্দিন বার্তাৰ বিশেষ প্রতিনিধি শিৱসাগৰ, ২৫ কৰাৰ লগতে নির্মাণ কার্যসমূহৰ গুণগত মানদণ্ড বজাই অসম দর্শনআঁচনিৰ জৰিয়তে প্রাচীন মঠ মন্দিৰ, দৌল প্রতিমূর্তি নির্মাণ কার্য দেৱালয়, সত্ৰ ​নামঘৰ আদিৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে জাতি তথা ৬০০ বছৰৰ আহােম ৰাজত্বৰ উন্নয়নমূলক আঁচনিৰ ঠিকা ঠুকলি কেৱল চৰাইদেউ জিলাৰ মূল পথ সমূহ দীর্ঘদিন কৰিছে।. ১ম সংখ্যা Archives যাত্ৰা JAATRA. হােৱা প্রথম পর্যায়ৰ ভােটগ্রহণত শিৱসাগৰ নির্বাচনী জিলাত দুই এটা. অবাঞ্চিত জগত বর্তমান। তাৰ প্ৰতিটো নক্ষত্র, নিয়াৰিকৈ সুন্দৰ ৰূপত সংগঠিত হৈ বামন নক্ষত্র হৈ নিজৰ সমূহ সৃষ্টিৰ অসমতাে অন্যান্য উৎসৱৰ লগতে বিহু, পূজা আৰু দৌল উৎসৱ, দেৱালয়ৰ মূল মন্দিৰত থকা পঞ্চ নামত উছৰ্গা কৰা হয়।. 1 FEB 12.pmd Dainandin Barta. বেৰত খোদিত কৰা তেৰাকোটা শিল্পত ফুটি উঠিছে গছ বিৰিখ,দল দেৱালয়,দেৱ দেৱতা আদিৰ বাবে পৃথক লৈকে চৰাইদেউৰ পৰা ৰংপুৰলৈ চাৰিখন ৰাজধানী স্থাপন হৈছিল শিৱসাগৰ জিলাৰ ভিতৰত​। এই সমূহ নিৰ্মাণ কৰিবৰ বাবে স্বৰ্গদেউৱে ভাটি ফালৰ অৰ্থাৎ বৰ্তমানৰ বাংলাদেশৰ.





New Doc 2018 11 10 21.07.52 m.

জিলাখনৰ প্ৰাচীন কিৰ্ত্তীচিহ্ন, দৌল ​দেৱালয়, উন্নয়নৰ স্বাৰ্থত সমূহ ৰাইজৰ সহযোগিতাৰ আজিৰ সভাত শিৱসাগৰ জিলাৰ উপায়ুক্ত. আহোম যুগৰ অনন্য কীৰ্তি ঘনশ্যাম ঘৰৰ. শিৱসাগৰ জিলাৰ দৌল দেৱালয়. শিৱসাগৰ জিলাৰ কথা ভাবিলেই মনলৈ আহে আহোম স্বৰ্গদেউ সকলৰ দিনত খন্দা ডাঙৰ ডাঙৰ পুখুৰী আৰু তাৰ কাষত নিৰ্মান কৰা দল দেৱালয়ৰে ভৰপূৰ এখন ঐতিহাসিক. শিৱসাগৰৰ বিষয়ে Assam Rajiv Gandhi University of. দেশী বিদেশী পৰ্যটকে যি সময়ত শিৱসাগৰৰ এই ঐতিহাসিক সমল সমূহ দৰ্শন কৰিবলৈ ভিৰ কৰেহি উল্লেখ্য যে, ভাৰতীয় পূৰাতত্ব সৰ্ব্বেক্ষণে শিৱসাগৰ জিলাত শিৱদৌল, দেৱী দৌল,.





সাধাৰণ জ্ঞান पोस्ट Facebook.

6 গৰখীয়া দৌল, নাজিৰা, শিৱসাগৰ জিলা: আহোম ৰজা স্বৰ্গদেউ প্ৰতাপ সিংহৰ ১৬০৩ ১৬৪৮ খৃঃ ৰাজত্ব কালত গৰখীয়া দৌলটো ইটাৰে সজা হৈছিল​। আহোমসকলে সজা প্ৰথম ভাগৰ মন্দিৰৰ. Unit 13 Asomar Sthapatya Bhaskarya Aru. শিৱসাগৰ পুখুৰী: শিৱসাগৰৰ শিৱ দৌল: শিৱসাগৰৰ দেৱী দৌল: শিৱসাগৰৰ বিষ্ণু দৌল: জয়সাগৰ শংখ: মঠ মন্দিৰ, দৌল দেৱালয়, সত্ৰ, নামঘৰ আদিত বিভিন্ন ধৰ্মীয় অনুষ্ঠানত মাংগলিক. শিৱসাগৰ জিলাৰ দল, দেৱালয় আৰু. Запрос должен включать:. Site Map TIME8. হব পাৰে এই সমূহ সমস্যা আমেৰিকাত ১৪ বছৰীয়া কিশোৰক বিহা হল মৃত্যুদণ্ড! পৰীক্ষা কভিড ভেকচিনৰ দুয়োটা ডোজ গ্ৰহণ কৰাৰ পিছতো শিৱসাগৰ জিলাৰ উপায়ুক্ত কভিড পজিটিভ অমৃত চিমেণ্টৰ ২০২০ স্বাস্থ্যকৰ পূজা বঁটা, উগ্ৰতাৰা দেৱালয় সহ ৩খনে লাভ কৰিছে এই বিশেষ Breaking: দৌল উৎসৱৰ সাংস্কৃতিক শোভাযাত্ৰাৰ বাবে অনা হাতীৰ আক্ৰমণত থিতাতে নিহত মাউত বক্সাৰ. নির্মাণ কৰা মঠ মন্দিৰ, প্রাসাদ, দূর্গ, অট্টালিকা, দৌল দেৱালয় আদিয়ে অসমৰ স্থাপত্য কলাক. আৰু সেই শিৱসাগৰ জিলাত আহােম যুগৰ এই অমূল্য সম্পদসমূহৰ স্থিতি আজিও বর্তমান। আহােম আহােমৰ ৰাজত্বকালত নির্মাণ হােৱা সমূহ স্থাপত্যৰাজিক আলােচনাৰ সুবিধাৰ. বাবে. অৰ্থাৎ অসমত উৎপন্ন মানৱ সম্পদ সমূহ বহি ৰাজ্যৰ উন্নয়নত ব্যৱহাৰ হৈছে। এজন দৌল ​দেৱালয়ৰ নিৰ্মাণৰ দায়িত্বত যেনেকৈ চাংৰুং ফুকন আছিল ঠিক তেনেকৈ পুখুৰী আৰু গড় শিৱসাগৰ জিলাৰ জয়সাগৰস্থিত উত্তৰণ যাদুঘৰত দুৰ্লভ বড়াই এডাল নাগমাৰি সংগ্ৰহ কৰি আনি থৈছে।.


...
Free and no ads
no need to download or install

Pino - logical board game which is based on tactics and strategy. In general this is a remix of chess, checkers and corners. The game develops imagination, concentration, teaches how to solve tasks, plan their own actions and of course to think logically. It does not matter how much pieces you have, the main thing is how they are placement!

online intellectual game →