Back

★ ৰঙিয়া - অসমৰ নগৰ-মহানগৰ ..



ৰঙিয়া
                                     

★ ৰঙিয়া

ৰঙিয়া ভাৰতৰ অসম ৰাজ্যৰ কামৰূপ জিলাৰ অন্তৰ্গত এখন নগৰ। ই ৰঙিয়া মহকুমাৰ সদৰ তথা উত্তৰ-পূব সীমান্ত ৰেলৱেৰ ডিভিজনেল হেড কোৱাৰ্টাৰ। নগৰখনৰ মাত্ৰ তিনি কিলোমিটাৰ দূৰত আছে ভাৰতীয় স্থলসেনাৰ ৰেডহৰ্ণ ডিভিজন। গুৱাহাটীৰ পৰা নগৰখনলৈ দূৰত্ব ৫২ কিঃমিঃ। ৰঙিয়া এটা গুৰুত্বপূৰ্ণ ৰেল জংচন। এই ৰেল জংচনক কেন্দ্ৰ কৰিয়ে নগৰখন গঢ়ি উঠিছে।

                                     

1. ইতিহাস

ৰণ আৰু দিয়া এই দুটা শব্দৰ সংযোগত ৰঙিয়া শব্দৰ উদ্ভৱ হৈছিল। ৰঙিয়া ইতিহাসৰ নীৰৱ সাক্ষী। ইতিহাসৰ বিভিন্ন সময়ত এই অঞ্চলত বিভিন্ন আহোম, কোঁচ, মোগল, গৌড়ৰ শাসক আদি বিভিন্ন ৰাজশক্তিয়ে নিজৰ শক্তি পৰীক্ষা কৰিছিল। ৰণ দিয়া ঠাই বুলিয়ে ইয়াৰ নাম হৈছিল ৰঙিয়া। গৌড়ৰ সেনাপতি তুবৰ্কে আৰিমত্ত ৰাজ্য আক্ৰমণ কৰিবলৈ আহি ৰঙিয়া নগৰৰ পাঁচ কিঃমিঃ আঁতৰত কোঠ সাজিছিল। সেই কোঠ সজা ঠাইখন গৰীয়াকোঠ গাঁও নামেৰে জনাজাত হল। নগৰখনৰ মাত্ৰ তিনি কিঃমিঃ দূৰত আছিল ৰজা আৰিমত্তৰ ৰাজধানী। চাৰিওদিশে এটা প্ৰকাণ্ড গড় সাজি ৰজা আৰিমত্তই তেওঁৰ ৰাজধানীখন সুৰক্ষিত কৰিছিল। গড়টোক বোলা হৈছিল বৈদ্যৰ গড়। এই বৈদ্যৰ গড় আজিও বিৰাজমান। কিংবদন্তী মতে গড়টো সাজিবলৈ লওঁতে অসংখ্য গুৰি পৰুৱাই হেনো গড়ৰ নিৰ্মাণ-কাৰ্য বাধাগ্ৰস্থ কৰি তুলিছিল। তেতিয়া এজন নিঃসন্তান বৈদ্যই মন্ত্ৰবলেৰে গুৰি পৰুৱাবোৰ আঁতৰ কৰি নিৰ্মাণ-কাৰ্য সুচল কৰি তুলিছিল। কিছুমান ইতিহাসবিদৰ মতে ৰজা আৰিমত্তৰে আন এটা নাম বৈদ্যদেৱ। কিছুমানৰ মতে বৈদ্যদেৱ আছিল বংগৰ সেনাপতি। এই সেনাপতিজনে গড়টো নিৰ্মাণ কৰিছিল, আৰিমত্তই মাথোঁ ইয়াৰ পুনৰ্নিমাণ কৰিছিল। ইতিহাসৰ এক ট্ৰেজিক চৰিত্ৰ ৰজা আৰিমত্তৰ সৈতে জড়িত বিভিন্ন কিংবদন্তীৰে ৰঙিয়াৰ বুকু চপচপীয়া হৈ আছে।

ব্ৰিটিছে অন্যায়ভাৱে বঢ়োৱা ভূমি কৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ ঊনৈশ শতিকাৰ শেহৰ পিনে নগাঁও জিলাৰ ফুলগুৰি, দৰং জিলাৰ পথৰুঘাট আদি ঠাইত ৰাইজ সংগঠিত হৈছিল। ৰঙিয়াতো ১৮৯৪ত ৰাইজমেল পাতি চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধাচৰণ কৰিছিল আৰু ব্ৰিটিছৰ চিপাহীৰ হাতত নিৰিহ কৃষকে প্ৰাণ বলিদান দিছিল।

                                     

2. যাতায়াত

ৰঙিয়াৰ মাজেৰে ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ পাৰ হৈ গৈছে। নগৰখনৰ পৰা আন এটা প্ৰধান ঘাইপথ গৈছে ভাৰত-ভূটান সীমান্তৰ দৰঙালৈ। এই পথটোৱে ভূটানৰ ছামড্ৰুপ-জংখাৰ নগৰক সংযোগ কৰিছে। ৰঙিয়া এটা গুৰুত্বপূৰ্ণ ৰে’ল জংছন। এই জংছনৰ পৰা দিল্লী, মুম্বাই, কলকাতা, চেন্নাই, বাংগালুৰু, থিৰুঅনন্তপুৰম আদি ভাৰতৰ প্ৰায় আটাইবোৰ প্ৰধান মহানগৰৰ সৈতে পোনপটীয়া ৰে’ল সংযোগ আছে। ৰঙিয়াৰ পৰা আন এটা মিটাৰগজ শাখা ৰে’লপথ গৈছে মুৰ্কংচেলেকলৈ। ২০১১ চনৰ ১ চেপ্তেম্বৰৰ পৰা গজ পৰিবৰ্তনৰ কাম চলাৰ বাবে এই পথছোৱাত যাত্ৰীবাহী ৰেলৰ চলাচল বন্ধ কৰি দিয়া হয়। ২০১৪ চনৰ ৪ জানুৱাৰীৰ পৰা ব্ৰডগজলৈ পৰিৱৰ্তন হোৱা ৰঙিয়া-ৰাঙাপৰা-ডেকাৰগাঁও ৰেলপথত যাত্ৰীবাহী ৰেলৰ চলাচলৰ আৰম্ভণি হয়। ডিব্ৰুগড় জিলাৰ বগীবিলত ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ কৰি থকা দলংখন সম্পূৰ্ণ হোৱাৰ পাছত এই ৰে’লপথটো ডিব্ৰুগড়ৰ সৈতে সংযোজিত হ’ব।

                                     

3. উল্লেখযোগ্য শিক্ষানুষ্ঠান

মহাবিদ্যালয়
  • ৰঙিয়া মহাবিদ্যালয়: অঞ্চলটোৰে নহয়, সমগ্ৰ মহকুমাটোৰ অগ্ৰণী উচ্চ শিক্ষাৰ অনুষ্ঠান। অসমৰ ৰাজনীতিৰ চানক্যস্বৰূপ স্বাধীনতা যুঁজাৰু সিদ্ধিনাথ শৰ্মাৰ নেতৃত্বত ১৯৬৩ চনৰ ৫ আগষ্টত এই মহাবিদ্যালয়ৰ শুভাৰম্ভণী হয়। কলা শাখাৰে আৰম্ভ কৰা ৰঙিয়া মহাবিদ্যালয়ত ১৯৮৫ চনত বিজ্ঞান শাখা আৰু ১৯৯৬ চনত বাণিজ্য শাখা মুকলি কৰা হয়। ২০০৪ চনত NAAC-এ B++ গ্ৰেড প্ৰদান কৰে।.
  • মানৱেন্দ্ৰ শৰ্মা ছোৱালী মহাবিদ্যালয়.
  • ৰঙিয়া আৰবী মহাবিদ্যালয়: অসমৰ প্ৰথম আৰবী মহাবিদ্যালয়। মিচৰৰ কাইৰোত অৱস্থিত আল আজহাৰ বিশ্ববিদ্যালয়ৰ পৰা ইচলামিক বিষয়ত উচ্চশিক্ষা গ্ৰহণ কৰা ইচলামুদ্দিন নামৰ এগৰাকী শিক্ষাবিদৰ প্ৰচেষ্টাত ১৯৫৫ চনত এই মহাবিদ্যালয়খন প্ৰতিষ্ঠা হৈছিল।.
  • ৰঙিয়া আইন মহাবিদ্যালয়.
  • ৰঙিয়া শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়.
উচ্চ/উচ্চতৰ মাধ্যমিক বিদ্যালয়
  • ৰঙিয়া ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়.
  • ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়.
  • ৰেলৱে উচ্চ মাধ্যমিক বিদ্যালয় বঙালী মাধ্যম.
  • ৰঙিয়া মাদ্ৰাচা উচ্চতৰ মাধ্যমিক বিদ্যালয়.
  • বংশীধৰ চৌধুৰী উচ্চ মাধ্যমিক বিদ্যালয় বড়ো মাধ্যম.
  • কেন্দ্ৰীয় বিদ্যালয়.
  • ৰঙিয়া হিন্দী উচ্চ মাধ্যমিক বিদ্যালয় হিন্দী মাধ্যম.
  • আৰিমত্ত বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়.
বেচৰকাৰী বিদ্যালয়/কনিষ্ঠ মহাবিদ্যালয়
  • দেৰাজুদ্দিন আহমেদ মেমৰিয়েল একাডেমী কনিষ্ঠ মহাবিদ্যালয়.
  • কনকলতা বিদ্যামন্দিৰ অসমীয়া মাধ্যম.
  • বুনিয়াদী প্ৰশিক্ষণ কেন্দ্ৰ.
  • চাৰ্চ পাবলিক স্কুল ইংৰাজী মাধ্যম.
  • হলিচাইল্ড ইংলিছ স্কুলইংৰাজী মাধ্যম.
  • লিটিল এঞ্জেল স্কুল ইংৰাজী মাধ্যম.
  • ফাতেমা কনভেণ্ট স্কুল ইংৰাজী মাধ্যম.
  • মডাৰ্ণ ইংলিচ স্কুল ইংৰাজী মাধ্যম.
  • ৰঙিয়া জাতীয় বিদ্যালয়, তিনিআলি অসমীয়া মাধ্যম.
  • আম্বেদকাৰ লোটাচ ইংলিচ স্কুল ইংৰাজী মাধ্যম.
  • প্ৰাগমেটিক একাডেমী কনিষ্ঠ মহাবিদ্যালয়.
  • ফেকাল্টি একাডেমী কনিষ্ঠ মহাবিদ্যালয়.
  • শংকৰদেৱ শিশু নিকেতন, ৰঙিয়া.
  • শংকৰাচাৰ্য বিদ্যানিকেতন.
  • চিমবিঅচিচ একাডেমী কনিষ্ঠ মহাবিদ্যালয়.


                                     

4. সামাজিক অনুষ্ঠান

  • স্বৰগোষ্ঠী: সাংস্কৃতিক অনুষ্ঠান।.
  • প্ৰগতি সংঘ: সাহিত্যক-সাংস্কৃতিক কাৰ্য-কলাপৰ সৈতে জড়িত ৰঙিয়াৰ আটাইতকৈ পুৰণি অনুষ্ঠান। প্ৰগতি সংঘৰ উদ্যোগত বহুকেইখন নাটকো মঞ্চস্থ হৈ গৈছে।.
  • ৰঙিয়া আলোচনী সভা অসম সাহিত্য সভাৰ অন্তৰ্গত শাখা সভা.
  • নৱসূৰুয পুথিভঁৰাল: ৰঙিয়া তিনিআলিৰ এই অনুষ্ঠানটো সাহিত্যক-সাংস্কৃতিক কাৰ্য-কলাপেৰে জড়িত। তথ্য জনাৰ অধিকাৰ আইন জনপ্ৰিয় কৰাত এই অনুষ্ঠানটোৱে প্ৰশংসনীয় ভূমিকা গ্ৰহণ কৰিছে।.
  • প্ৰেছ গীল্ড.
  • প্ৰেছ ক্লাৱ.
                                     
  • ৰঙ য জ চন হ ছ ব ৰ উন - গ ৱ হ ট ৰ লপথৰ ন উ বঙ ইগ ও - গ ৱ হ ট শ খ ত আৰ ৰঙ য - ৰঙ প ৰ - ড ক ৰগ ও ম ৰ ক চ ল ক পথত থক এট জ চন ৰ লৱ ষ ট চন ই ক মৰ প
  • ন ক তন, ৰঙ য ক মৰ প জ ল ৰ অন তৰ গত ৰঙ য মহক ম ৰ ৰঙ য চহৰত অৱস থ ত এখন আগশ ৰ ৰ অসম য ম ধ যমৰ ব দ য লয চনৰ ফ ব ৰ ৱ ৰ ত ৰ খ ৰঙ য চহৰৰ
  • ৰঙ য ৰ ইজম ল ই ৰ জ Rangia Raijmel ৰঙ য তহচ লৰ ক ষকসকল ব ৰ ট ছৰ বৰ দ ধ ত ভ ম কৰৰ ব ৰ দ ধ গঢ ত ল এট ক ষক ব দ ৰ হ এই ব দ ৰ হ স ঘট ত হ ছ ল
  • ৰঙ য উচ চতৰ ম ধ যম ক ব দ য লয ই ৰ জ Rangia Higher Secondary School ৰঙ য ত অৱস থ ত এখন উচ চতৰ ম ধ যম ক ব দ য লয এই ব দ য লয খন চনত স থ প ত
  • হয আৰ অন যখনৰ ন ম আগৰ ক মৰ প ই থ ক ল চনত ক মৰ প জ ল ৰ অন তৰ গত ৰঙ য মহক ম ৰ এট অ শ নৱগঠ ত ব ক স জ ল ত অন তৰ ভ ক ত হয ব ভ জনৰ প ছত ক মৰ পৰ
  • খ ত ন হ ইস ক ল য শ ক ষ ৰঙ য হ ই ম দ ৰ ছ প ছল ৰঙ য ম দ ৰ ছ উচ চতৰ ম ধ যম ক ব দ য লয আৰ কল জ য শ ক ষ ৰঙ য মহ ব দ য লয ত গ ৰহণ কৰ ত ৰপ ছত
  • হয আৰ অন যখনৰ ন ম আগৰ ক মৰ প ই থ ক ল চনত ক মৰ প জ ল ৰ অন তৰ গত ৰঙ য মহক ম ৰ এট অ শ নবগঠ ত ব ক স জ ল ত অন তৰ ভ ক ত হয ব ভ জনৰ প ছত ক মৰ পৰ
  • ন আছ ল গ ৱ হ ট ৰ স ত স য গ কৰ ছ এক ট ঘ ইপথ ইয ক পশ চ ম দ শ ৰঙ য নলব ৰ বৰপ ট আদ ঠ ইসম হৰ স ত স য গ কৰ ছ এইখ ন অ শ প ৰ ব ন ঘ ইপথত
  • ভ তৰত হ চ ম ৰ - আল প ৰ দ ৱ ৰ, গ ত লদহ - ব মনহ ট, গ ল কগঞ জ - ধ বৰ - আম নগ ও, ৰঙ য - ৰঙ প ৰ ৰ লপথক ইট ন ৰ ম ণ কৰ হ ছ ল অসমৰ বৰ ক উপত য ক ৰ ৰ লপথ সম প ৰস ৰণৰ
  • 10 - 10 - 2019. নৰ ন দ ৰ শৰ ম 2016 সমব য আন দ লন আৰ ৰঙ য বল লভ প ৰৱ হ, স ম ত গ ৰন থ ৰঙ য আল চন সভ হ ত শ ড ক ৰ আজ ৰ ম ন হ উপন য স আৰ ইয ৰ
  • সমষ ট ত তলত উল ল খ ত ব ধ ন সভ সমষ ট সম হ আছ কমলপ ৰ ব ধ নসভ সমষ ট ৰঙ য ব ধ নসভ সমষ ট নলব ৰ ব ধ নসভ সমষ ট প ন ৰ ব ধ নসভ সমষ ট কল ইগ ও ব ধ নসভ
  • উল ল খয গ য এই ষ ট চনত ম ত ৰ ব ৰহ মপ ত ৰ ম ইল, ক মৰ প এক সপ ৰ ছ, ড ব ৰ গড - ৰঙ য এক সপ ৰ ছ আৰ ল ড - গ ৱ হ ট ইণ ট ৰচ ট এক সপ ৰ ছ ৰ লহ ৰয ড ব ৰ গড জ ল ৰ
                                     
  • পৰ উভত আহ প ৰম দ বড য ৰঙ য মহ ব দ য লয ত ব জ ঞ ন শ খ ত ন মভৰ ত কৰ গ ৱ হ ট ব শ বব দ য লয ৰ অন তৰ ভ ক ত ৰঙ য মহ ব দ য লয ৰ পৰ ই ত ও
  • বৰম ত ম লপ ৰ, গ ৰ শ বৰ, ব গ নপ ৰ ঘগ ৰ প ৰ, বৰনগৰ, বজ ল জলহ, পথৰ ঘ ট, ৰঙ য সৰ প ট আৰ ট হ ব ক স জ ল ৰ বৰ তম ন উপ য ক ত ৰন জন শৰ ম চন
  • ঘ ইপথ প ৰ হ গ ছ ই স থলপথ ৰ গ ৱ লপ ৰ আৰ গ ৱ হ ট ৰ লগত স য জ ত ইয ত ৰঙ য ৰ ল স মণ ডলৰ অন তৰ গত দ ধন ৰ ল ষ ট চন আছ ল কপ ৰ য গ প ন থ বৰদল আন ত ৰ ষ ট ৰ য
  • গৰ গৰ ম বৰ ৱ সদৰ ম নৰ দ য ত বত থক ৰ সময ত এট আচৰ ত ঘটন ঘট ছ ল বৰ তম নৰ ৰঙ য নগৰৰ স ম ত অৱস থ ত জ ক ৰ য ন মৰ এখন গ ৱৰ ক ষত সন ধ য ঝ ৰ ন মৰ এখন অটব য
  • কৰ ব হস পত ব ৰ ন শ ত আহ গ ৱ হ ট ত উপস থ ত হয উক ত ট ৰ ইন খন ৰঙ য ক চব হ ৰ, দ ৰ গ প ৰ, আছ নছল, ব ল চ ৰ হ প ৰ ল য য ক ম খ য - প ৰ এক সপ ৰ ছ
  • ধ ম জ ৰ ম জ ৰ প ৰ হ বগ ব ল দলঙ ৰ ড ব ৰ গড ৰ ল হ ৱ লল গ ছ ধ ম জ চহৰত ৰঙ য ৰ ল স মণ ডলৰ অধ নৰ ধ ম জ ৰ ল ষ ট চন অৱস থ ত ইয ৰ দ ব ৰ ধ ম জ গ ৱ হ ট
  • সম পবৰ ত ৰ লষ ট চনট হ ল মৰ ণহ ট এই ষ ট চনত ৰ জধ ন যশৱন ত প ৰ এক সপ ৰ ছ আৰ ৰঙ য - ড ব ৰ গড এক সপ ৰ ছ ৰয আট ইতক ওচৰত থক ব ম নবন দৰট ম হনব ৰ ব ম নবন দৰ
  • দ ৰত ব প ৰ য ক ল ম ট ৰ চ ৰ ওদ শৰ ব জ ৰ দ উদ ৱ ৰ, গ প শ বৰ, কমলপ ৰ, ৰঙ য ব হদ য ম ক ত প ৰ আদ ন কটৱৰ ত ঠ ইসম হৰ পৰ মহ ব দ য লয ল ট ম প ম জ ক
  • অ শৰ দ ৰ ঘ য হ ছ ক ম আই নদ য উত তৰ - প ৱ স ম ন ত ৰ লৰ গ ৱ হ ট - ৰঙ য - ন উ বঙ ইগ ও অ শট ব জন আৰ বঙ ইগ ওৰ ম জ ৰ অত ক ৰম কৰ চনত ই গত পথ
  • ল ফ ট ন ণ ট গবৰ ণৰ হয এও ৰ সময ত ই আম নগ ও - কল কত ৰ লপথ ত য ৰ কৰ হয আৰ ৰঙ য - ট ল ৰ লপথ খ ল হয এও ৰ সময ত আবৰব ল কৰ লগত ব ৰ ট ছৰ য দ ধ হয আৰ ফলস বৰ প


                                     
  • শ ণ তপ ৰ আৰ য ৰহ ট এই ছয খন জ ল আৰ ব শ বন থ চ ৰ আল গ স ইগ ও, ৰঙ য ম নক চৰ, দক ষ ণ শলম ৰ ওদ লগ ৰ চৰ ইদ উ, হ জ ই এই আঠট মহক ম গঠন কৰ
  • ৰ লপথ ৰ ষ ট ৰ য ঘ ই পথৰ প ৰ য সম ন তৰ ল ভ ৱ উত তৰ - প ব স ম ন ত ৰ লৱ ৰ ৰঙ য ড ভ জনৰ অন তৰ গত উত তৰ ৰঙ প ৰ - ম ৰ ক চ ল ক ব ৰড গজ শ খ ৰ এক এক ক ৰ লপথ
  • হ ছ ল প ছল এই ম ট ৰগ জ পথট ব ৰডগ জল সলন কৰ হ ছ ল ন উ বঙ ইগ ওৰ পৰ ৰঙ য হ ক ম খ য ল দ ব ত ৰ লপথ ন ৰ ম ণৰ ব ব - বৰ ষৰ ৰ ল ব জ টত ধন অন ম দন
  • ম ধ যম ক ব দ য লয উত তৰ গ ৱ হ ট ৰ এক ইনট উটত সহ শ ক ষক হ চ প আৰ ৰঙ য মধ ক ছ ৰ কছ ৰ মহল হ ইস ক লৰ প ৰধ ন শ ক ষক হ চ প ক ৰ যন ৰ ব হ কৰ ৷
  • ভ তৰত হ চ ম ৰ - আল প ৰ দ ৱ ৰ, গ ত লদহ - ব মনহ ট, গ ল কগঞ জ - ধ বৰ - আম নগ ও, ৰঙ য - ৰঙ প ৰ ৰ লপথক ইট ন ৰ ম ণ কৰ হ ছ ল অসমৰ বৰ ক উপত য ক ৰ ৰ লপথ সম প ৰস ৰণৰ
  • হ ইল ক ন দ ক ৰ ব আ ল ড ম হ ছ ও, কল য বৰ, ত ত বৰ, ম ৰ ঘ ৰ ট ব ক খ ট, ৰঙ য ওদ লগ ৰ ক কৰ ঝ ৰ, লখ মপ ৰ, হ জ ই, বজ ল উত তৰ শ লম ৰ ব ল স প ৰ নলব ৰ
  • জ ত য ব দ য লয ৰ আৰ হ ত ন ৰ ম ত ব দ য লয ৰ পৰ ক ষ সম হ অষ টম শ ৰ ণ ল ক ৰঙ য জ ল জ ত য ব দ য লয পৰ ক ষ পৰ ষদৰ অধ নত আৰ নৱম - দশম শ ৰ ণ অসম ম ধ যম ক
  • উদ দ শ য বৰ তম ন প ৰচ ষ ট ত ট শ খ ক ৰ য লয আছ - গ ৱহ ট শ খ ৰহ শ খ ৰঙ য শ খ ব ল প ৰ শ খ গ ৰ শ বৰ শ খ ধ পধৰ শ খ আৰ ল হ ৱ ল শ খ প ৰচ ষ ট ক

Users also searched:

ৰঙয, ৰঙিয়া, অসমৰ নগৰ-মহানগৰ. ৰঙিয়া,

...

Encyclopedic dictionary

Translation

ৰঙিয়াত তীব্ৰ চাঞ্চল্য Dainik Agradoot.

ব্যক্তিসকলো।আজি ৰঙিয়া মহকুমা ন্যায়িক দণ্ডাধীশ আদালতৰ অধিবক্তা তথা কৰ্মচাৰীসকলে সংবাদমাধ্যমৰ আগত তেওঁলোকে লকডাউনৰ ফলত হোৱা দুৰ্দশাৰ বিষয়ে অৱগত কৰে ।. ৰঙিয়া ৰেল ষ্টেচনত Asomiya Pratidin. ইফালে ধেপাৰগাওঁ, ৰঙিয়া, গোৰেশ্বৰ পথৰ ওপৰেদি পানী বাগৰাৰ ফলত এই পথেৰে যাতায়ত ব্যাহত হৈছে। উল্লেখযোগ্য যে, যোৱা ১১ জুলাইত পুঠিমাৰী নৈৰ মথাউৰি চিগাৰ ফলত ৰঙিয়া. ৰঙিয়াত ড্ৰাগছ ক্ৰয় কৰিবলৈ টকা. নিয়মীয়া বার্তা, ২ ফেব্রুৱাৰীঃ ৰঙিয়া শিক্ষা খণ্ডৰ অন্তর্গত বিভিন্ন বিদ্যালয়ৰ পৰা শুকুৰবাৰে অৱসৰ গ্রহণ কৰা ৩১গৰাকী শিক্ষকক শনিবাৰে পেন্সন প্রদান কৰাৰ.





নিৰ্বাচনী প্ৰক্ৰিয়াত মাস্ক.

১ এপ্ৰিল, বৃহস্পতিবাৰে ৰাজ্য়ৰ ৩৯ টা সমষ্টিত অনুষ্ঠিত হৈছে ভোটদান প্ৰক্ৰিয়া । কিন্তু দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ মাজতেই ৰঙিয়াত সংঘটিত হয় অঘটন । ৰঙিয়াৰ. বহিঃৰাজ‍্যৰ বাছ চালকক ৰঙিয়া. ৰঙিয়াত ড্ৰাগছ ক্ৰয় কৰিবলৈ টকা নাপায় বহু যুৱক কিশোৰ নামিছে চুৰিকাৰ্যত. ২২ মে ২০২১ঃ ড্ৰাগছৰ কৰাল গ্ৰাসত ৰঙিয়া। ৰঙিয়াত এতিয়া বহু ঠাইত উপলব্ধ ড্ৰাগছ।. ৰঙিয়া News Breaking Latest In Assamese News18 Assam. ৰঙিয়া চহৰৰ ৩ নং ৱাৰ্ডৰ বনগাঁৱত অৱস্থিত বংশীধৰ চৌধুৰী বড়ো মাধ্যম হাইস্কুলত ছাত্ৰ ছাত্ৰীৰ সংখ্যা হ্ৰাস পোৱাৰ পৰিপ্ৰেক্ষিতত চৰকাৰে বিদ্যালয়খন বন্ধ কৰি দি. ৰঙিয়াৰ বিশিষ্ট সমাজকৰ্মী মহাদেব. ৰঙিয়া মহকুমাతో అనుసంధానమవడానికి, ఈ రోజే Facebookకి సైన్ అప్ చేయండి. లాగిన్ చేయి. లేదా.


ৰঙিয়া আই.টি.আই. ত চাকৰি News in Assam.

ৰঙিয়াৰ এক ব্যৱসায়িক প্ৰতিষ্ঠানে দেখুৱালে নিদৰ্শন সম্পূৰ্ণ ব্যৱসায়িক প্ৰতিষ্ঠানখনৰ স্বত্বাধিকাৰী হেমন্ত কলিতাই জনোৱা মতে ৰঙিয়া প্ৰশাসনৰ সহযোগত. The Inside Story Headline 8. ৰঙিয়াৰ গৰমচুঙত গ্ৰাম্য উন্নয়ন মঞ্চ ৰ সেউজ বিপ্লৱ. পুঠিমাৰী নদীৰ ভয়াৱহ বানে প্ৰতিবছৰে সংহাৰ সৃষ্টি কৰি থৈ যোৱা ৰঙিয়া মহকুমাৰ পশ্চিম বড়িগোগ মৌজাৰ কৃষি প্ৰধান​. Rangia Part, Kamrup ৰঙিয়া ভাগ: অসমলৈ গৌৰৱ. অসমীয়া Assamese meaning of ৰঙিয়া. A town in Kamrup district of Assam. It has a large Railway junction. ৰঙিয়া ৰngiyyaa.





অৱসৰৰ পিছদিনাই ৰঙিয়াত ৩১জন.

ৰঙিয়া,1 মাৰ্চ: বিধানসভা নিৰ্বাচনৰ অধিসূচনা জাৰি হোৱাৰ পাছতে নিজ কাৰ্যালয়ত এক সংবাদমেলৰ আয়োজন কৰি ৰঙিয়াৰ মহকুমাধিপতি স্বপ্নীল পালে কয় যে কভিড 19 ৰ বাবে. ৰঙিয়া আৰক্ষীৰ কঠোৰ পদক্ষেপ Asom Khobor. গণবাৰ্তা ৰঙিয়া ২৭ মাৰ্চ ৰঙিয়াত এইবাৰ বিজেপিৰ প্ৰাৰ্থী ভৱেশ কলিতা ৰঙিয়াত ধুলিসাৎ হৈ যাব । ৰঙিয়াৰ জনসাধৰণক দিয়া প্ৰতিশ্ৰুতি পালন কৰা নাই ভৱেশ কলিতাই ।. ৰঙিয়াত মহিলা সমাৰোহ NewsPole Assam. ৰঙিয়া ৰঙিয়াৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ মৰাণজানাত আজি সংঘটিত এক পথ দুৰ্ঘটনাত এগৰাকী মহিলা সহ তিনিজন লোক আহত হয়। আহত সকলৰ ভিতৰত মহিলা গৰাকীৰ আঘাত গুৰুতৰ।. ৰঙিয়া Assamese translation of ৰঙিয়া. ৰঙিয়া মহকুমা প্ৰশাসনৰ সৌজন্যত স্বেচ্ছাসেৱী সংস্থা সাধনা আৰু স্বস্তি হস্পিতাল, ৰঙিয়াৰ উদ্যোগত আজি ৰঙিয়া মহাবিদ্যালয়ত নিচামুক্ত ৰঙিয়া ৰ অংশ হিচাপে. ৰঙিয়া আৰক্ষীৰ বৃহৎ সাফল্য নামনি. No stories found matching this criteria. এতিয়া LIVE. ফটো ধুমপান ত্যাগ কৰিব বিচাৰিছে নেকি? এইসমূহ উপায় অৱলম্বন কৰক Health: কোৰোণাকালত বৰষুণৰ পানী যেন গাত নপৰে! সাৱধান কৰি দিলে চিকিৎসকে, জানি.


ৰঙিয়া ৰেল জংচনত পুনৰ কৰনাৰ আতংক.

Primenewz ৰঙিয়া চহৰৰ ৪ নং ৱাৰ্ড নিবাসী বিশিষ্ট সমাজকৰ্মী মহাদেব ডেকাৰ যোৱা নিশা গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যু হয় । দীৰ্ঘ দিন ধৰি হৃদৰোগত ভুগি থকা. অসমৰ কেইবাটাও অঞ্চল পুনৰ বানৰ কবলত. জল উদ্ঘাটনৰ প্ৰশাসনিক অনুমোদন, 600.23 KB, swf ​image. PDF icon শোণিতপুৰ জিলাৰ আঁচনিৰ প্ৰশাসনিক অনুমোদনৰ পত্ৰ, 1.45 MB, swf image. PDF icon ৰঙিয়া সংমণ্ডল কমলপুৰ আৰু ৰঙিয়া সমষ্টি, 38.84 KB, swf ​image. দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ দিনাই. 05968⇒15968 Dibrugarh Rangiya Express. ডিব্রুগড় ৰঙিয়া এক্সপ্ৰেছ डिब्रुगढ़ रंगिया एक्सप्रेस. SLGR Simaluguri Junction - GHY Guwahati. Updated: Jul 02 2019.


পি এম কে এছ ৱাই হৰ খেত কো পানী যোজনাৰ.

প্ৰথম খবৰ, ৰঙিয়া: কামৰূপ জিলাৰ ব্যস্ততম ৰেল জংছন ৰঙিয়া ৰেল ষ্টেচনৰ ১নং প্লেটফৰ্মত আজি পুৱা প্ৰায় ১০.৪৫ বজাত সংঘটিত এক ভয়াৱহ অগ্নিকাণ্ডত বহু সা সম্পত্তি. Rangia News ৰঙিয়াৰ দেউলকুছিত ৰঙিয়া. ৰঙিয়াৰ শান্তিপুৰত ডকাইতি কাণ্ড। এম ডি ষ্টোৰৰ স্বত্ত্বাধিকাৰী পংকজ দাসৰ পৰা ৪ জনীয়া দুৰ্বৃত্তৰ এটা দলে লুটি নিলে প্ৰায় আঢ়ৈ লাখ টকা। চুৰিৰে আক্ৰমণ কৰে.





ৰঙিয়াৰ শান্তিপুৰত ডকাইতিকাণ্ড.

ৰঙিয়া: মাৰাত্মক কৰোণা মহামাৰীয়ে তীব্ৰৰূপ ধাৰণ কৰাৰ সময়তে, একাংশ অসচেতন ব্যক্তিৰ দৌৰাত্ম্যৰ বাবে ৰঙিয়া আৰক্ষীয়ে কঠোৰ ব্যৱস্থা হাতত লোৱা পৰিলক্ষিত হৈছে. ইতিহাসৰ পাতত ৰঙিয়াৰ কৃষক. আজি ৰঙিয়া ৰেলষ্টেচনত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷ বাংগালুৰুৰৰ পৰা অসমলৈ অহা তিনিশ ৰেলযাত্ৰীয়ে উত্তাল কৰিলে পৰিৱেশ। ৰঙিয়া ৰেলষ্টেচনত মহকুমা প্ৰ. ৰঙিয়াৰ নিজ বড়িগোগত ৰঙিয়া জিলা. শনিবার, 20 ফেব্রুয়ারি 2021. সূর্যোদয়, জ্যোতির্বিদ্যা দুপুর, সূর্যাস্ত,. ৰঙিয়াত মহাজোটৰ প্ৰাৰ্থী ভগৱান. নিয়মীয়া বাৰ্তা, ৯ এপ্ৰিলঃ ৰঙিয়া পৌৰসভাৰ সভাপতিৰ আসনত অধিস্থিত হল ৰঙিয়া. ৰঙিয়া সূর্যোদয় এবং সূর্যাস্ত. ৰঙিয়া ঃ নিজা বাতৰি দিওঁতা, ১০ জানুৱাৰী ঃ ১৮৯৪ চনৰ ঐতিহাসিক ৰঙিয়া ৰাইজমেলৰ ১২৬ সংখ্যক বছৰেকীয়া উৎসৱ আজি উদযাপন কৰা হয়৷ ৰঙিয়া ৰাইজমেল কৃষক শ্বহীদ ভৱনত এই.





15968 Dibrugarh Rangiya Express Simaluguri to Guwahati NFR.

ডিজিটেল সংবাদ,লামডিঙ হোজাই জিলাৰ লামডিঙৰ এজন যুৱক ৰঙিয়া ৰেলৱে ষ্টেচনৰ পৰা সন্ধানহীন হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷সন্ধানহীন পুত্ৰক বিচাৰি কান্দোনত. ৰঙিয়া মৰাণজানাত পথ দুৰ্ঘটনা আহত ৩. ৰঙিয়াৰ নিজ বড়িগোগত ৰঙিয়া জিলা অৱসৰপ্ৰাপ্ত – কৰ্মৰত শিক্ষক কৰ্মচাৰী সন্থা বিপুল কলিতাক সম্পাদক হিচাপে লৈ ৰঙিয়া জিলা অৱসৰপ্ৰাপ্ত শিক্ষক কৰ্মচাৰী নতুন. বড়ো মাধ্যমৰ বিদ্যালয় বন্ধ কৰাৰ. অসমৰ ৰেল যোগাযোগ ব্যৱস্থাত উদ্গনি বঙাইগাঁও, বাক্সা, বৰপেটা নলবাৰী আৰু কামৰুপ জিলাক সামৰি ৰঙিয়া হৈ নিউ বঙাইগাঁও​ আগিয়াথুৰি দ্বৈত ৰেলপথ ১৪২.৯৭ কিলোমিটাৰ ​ত. Rangia Part, Kamrup ৰঙিয়া ভাগ: ৰঙিয়াত. দিল্লী, মুম্বাইকে ধৰি দেশৰ কেইবাখনো ঠাইত কৰনাত আক্ৰান্তৰ সংখ্যা ব্যাপক হাৰত বৃদ্ধি পোৱাৰ সমসাময়িকভাৱে ৰঙিয়া ৰেল জংচনতো পুনৰ কৰনাৰ আতংকই গ্ৰাস কৰিছে ।.


কেবিনেট কমিটি বিত্তীয় পৰিক্ৰমা.

ৰঙিয়া নামটো কেনেকৈ হল? Rangia Namto Kenekai H Law. জ্ঞান গঙ্গাঅসম user img follow অনুসৰণ. ৰঙিয়াত মহিলা সমাৰোহ,উপস্থিত ডʼনাৰ. ৰঙিয়া আই.টি.আই. ত চাকৰি ২০২০ Rangiya ITI Recruitment 11 nos 4th Grade Posts 2020: ৰঙিয়া আই.টি.আই. য়ে ১১ টা পিয়ন চকীদাৰ চুইপাৰ ওৱৰ্কচ এটেনডেন্ট ​Peon Chowkider Sweeper Workshop Attendant পদৰ. তোমাৰেই যেন প্ৰেমত পৰিম আকৌ ৰঙিয়া. ৰঙিয়া সমগ্ৰ ৰঙিয়া মহকুমা সহ নামনি অসমত ত্ৰাস সৃষ্টি কৰি আৰক্ষীৰ নিদ্ৰা হৰণ কৰা.





Rangia Part, Kamrup ৰঙিয়া ভাগ: ৰঙিয়াৰ.

ৰঙিয়া,29 মে: ৰঙিয়া আৰক্ষীয়ে শুকুৰবাৰে বহিঃৰাজ‍্যৰ ড্ৰাইভাৰসকলক খাদ্য সামগ্ৰী বিতৰণ কৰে । লক ডাউনৰ বাবে বহিঃৰাজ্যৰ পৰা অহা বাছ ট্ৰাকসমূহ বৰ্তমান ৰাজ্যৰ. ৰঙিয়া নামটো কেনেকৈ হল? Rangia Vokal. ৰঙিয়া ৰাইজমেল is located in Rangiya, Assam. This business is working in the following industry: Public administration. Name: ৰঙিয়া ৰাইজমেল. Engaged in: Public administration. Sector: Community & Government Public administration. Industry: General public administration activities. ৰঙিয়া ৰেলষ্টেচনৰ স্ক্ৰীনিং. নিউজপল ৰঙিয়া পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অন্তৰ্গত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ উদ্যোগত আৰু কামৰূপ জিলা প্ৰশাসন, কামৰূপ জিলা পৰিষদ তথা ৰঙিয়া.


ৰঙিয়াৰ এক ব্যৱসায়িক প্ৰতিষ্ঠানে.

No results found for. as. Home Explore Bookstore Store. Sign In. chevron left. aapkealfaz. dharmendrachaudhary. ohwomaniya. women. ​buddymantra. collabwithकोराकाग़ज. night. कोराकाग़ज़. ​yqbuddymantra. motivationalquotes. atlifeisachain. doublecollab. books. ৰঙিয়া ৰেল ষ্টেচনত ভয়াৱহ অগ্নি. তোমাৰেই যেন প্ৰেমত পৰিম আকৌ ৰঙিয়া হায়াৰ চেকেণ্ডাৰী ত পঢ়া সকলো ছাত্র ছাত্ৰীৰ হাতত হেদায়ত উল্লাহ ঘগ্ৰাপাৰ, নলবাৰী 9859200640 তোমাৰেই যেন প্ৰেমত পৰিম আক. ৰঙিয়া ৰাইজমেল 099542 68769 Rangiya AllBiz. ৰঙিয়া তিনিআলিত পথৰ পৰা দ খাৱৈত বাগৰি পৰে আৰক্ষী জোৱান ভৰ্তি বাছখন. Headline 8 Logo mob. হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো.


আজি ৰঙিয়া মিটিং ৰ লগত সংয Quotes.

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে পৰিদৰ্শন কৰা ৰঙিয়া শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়ৰ বান শিবিৰত দুগৰাকীকৈ আশা কৰ্মীৰ দেহত কভিড ১৯ৰ সংক্ৰমণ ধৰা পৰাৰ ঘটনাই. ৰঙিয়া মহকুমা প্ৰেছ এছচিয়েশ্বন. ৰঙিয়া পৌৰসভাৰ সভাপতিৰ আসনত. ৰঙিয়া মহকুমা ন্যায়িক দণ্ডাধীশ.





...
Free and no ads
no need to download or install

Pino - logical board game which is based on tactics and strategy. In general this is a remix of chess, checkers and corners. The game develops imagination, concentration, teaches how to solve tasks, plan their own actions and of course to think logically. It does not matter how much pieces you have, the main thing is how they are placement!

online intellectual game →