Back

★ বুঢ়া-বুঢ়ী থান - অসমৰ পৰ্যটনস্থলী ..



বুঢ়া-বুঢ়ী থান
                                     

★ বুঢ়া-বুঢ়ী থান

জনশ্ৰুতি অনুসৰি দুটা প্ৰকাণ্ড শিলক কেন্দ্ৰ কৰি এই থানৰ নামকৰণ কৰা হৈছে। শিল দুটাৰ এটা পাৰ্বতী আৰু আনটো মহাদেৱ শিৱ। অৰ্থাৎ থিয়কৈ থকা শিলটোক মহাদেৱ শিৱ বুঢ়া, আৰু পথালিকৈ বা শুই থকাৰ দৰে দৃশ্যমান শিলটোক পাৰ্বতী বুঢ়ী বুলি কোৱা হয়। এয়াই হৈছে বুঢ়া-বুঢ়ী মহাদেৱ শিৱ-পাৰ্বতী নামৰ তাৎপৰ্য। ইয়াৰ বাহিৰে আন জনশ্ৰুতি সম্পৰ্কে আভাস পোৱা নাযায়।

                                     

1. ভৌগোলিক অৱস্থান

বৰ্তমান "বুঢ়া-বুঢ়ী থান"ধুবুৰী জিলাৰ অন্তৰ্গত। ধুবুৰী জিলাৰ পূব প্ৰান্ত মহাবাহু ব্ৰহ্মপুত্ৰৰ দক্ষিণপাৰে ই অৱস্থিত। ইয়াৰ পূবে গোৱালপাৰা জিলাৰ সীমাঞ্চল জলেশ্বৰ বজাৰ, পশ্চিম আৰু উত্তৰে ব্ৰহ্মপুত্ৰ আৰু দক্ষিণে মেদৰটাৰী বজাৰ। সমষ্টিগতভাৱে গোৱালপাৰা জিলাৰ ৩৯ নম্বৰ জলেশ্বৰ সমষ্টিৰ অন্তৰ্গত।

                                     

2. ধৰ্মীয় স্থান হিচাপে

প্ৰতি বছৰৰ চত মাহৰ শেষৰ দিনটোক এটা বিশেষ দিন হিচাপে গণ্য কৰি হিন্দু ধৰ্মাৱলম্বী সকলে ধৰ্মীয় পৰম্পৰাৰে বুঢ়া-বুঢ়ীৰ পূজা উলহ-মালহৰে পালন কৰা দেখা যায়। পূজা-অনুষ্ঠানৰ লগত সংগতি ৰাখি মেলা অনুষ্ঠিত হয় যত বিভিন্ন ধৰ্মৰ মানুহৰ ভিৰ পৰিলক্ষিত হয়। এই স্থানক সাম্প্ৰদায়িক সম্প্ৰীতিৰ এক অনন্য উদাহৰণ হিচাপে গণ্য কৰা হয়। বুঢ়া-বুঢ়ী পূজাৰ লগত সংপৃক্ত হৈ আছে পুৰাণৰ কাহিনী। এদিন এজন সদাগৰ পুত্ৰৰ ধনেশ চৰাই হেৰাই গৈ মৃত্যু হয়। সদাগৰ পুত্ৰই ধনেশ চৰাই বিচাৰি উলায়াই কাষত বহি ক্ৰন্দনৰত অৱস্থাৰ দৃশ্য আকাশ মাৰ্গেৰে গৈ থকা মহাদেৱ আৰু পাৰ্বতীৰ চকুত পৰে। ঘটনাৰ উমান লবলৈ দুয়ো অৱতৰণ কৰে। লৰা জনৰ ক্ৰন্দনে পাৰ্বতীৰ হৃদয়ত তোলপাৰ লগালে, আৰু পাৰ্বতীয়ে মহাদেৱৰ ওচৰত কাৰণ জানিব বিচৰাত মহাদেৱে পাৰ্বতীক মৃদু ভৰ্ৎসনা কৰি কলে, নাৰীৰ চকু স্বৰ্গ-নৰক দুয়োটাতেই সমানে বিচৰণ কৰে । মহাদেৱৰ মুখত লৰাজনৰ ইতিবৃত্ত জনাৰ পিছত পাৰ্বতী আৰু অধিক দুৰ্বল আৰু স্নেহাকুল হৈ পৰিল। লৰাজনৰ ধনেশ চৰাইটোক পুনৰ জীয়াই তুলি তাক সেই দুখৰ পৰা অলপ আনন্দ দিবলৈ অনুৰোধ কৰিব ধৰিলে। মহাদেৱ-পাৰ্বতীয়ে লৰা জনৰ সন্মুখত বুঢ়া-বুঢ়ীৰ ৰূপ ধাৰণ কৰি পৰামৰ্শ দিলে যে ধনেশ চৰাইক জীয়াই তুলিবলৈ বুঢ়া-বুঢ়ীৰ পূজা কৰিব লাগিব। এই পৰামৰ্শ দিয়ে অন্তৰ্ধান হল। কথা মতেই কাম আৰু তাৰ পিছত প্ৰতিদানত ধনেশ চৰাই জীৱিত হল। এয়াই সূত্ৰপাত বুঢ়া-বঢ়ী পূজাৰ।

                                     

3. বৰ্তমান প্ৰেক্ষাপট

সাম্প্ৰতিক সময়ত বুঢ়া-বুঢ়ী থান গৰাখহনীয়াৰ কবলত। ইয়াত কবৰ সদৃশ অলপ ঠাই প্ৰত্যক্ষ কৰা হৈছিল আৰু সেয়া এটা সময়ত অজ্ঞাত স্থানৰ পৰা অহা কোনো ব্যক্তিৰ কবৰ হিচাপে দাবী কৰে যাক সত্যপীৰ বুলি কোনো কোনোৱে বিশ্বাস কৰে ইয়াক কেন্দ্ৰ কৰি হোৱা বিতৰ্কই আইনৰ কাঠগড়া পায়। জিলা প্ৰসাশনৰ দৃষ্টি গোচৰ হোৱাত তদন্ত আৰম্ভ হৈছিল যদিও এতিয়ালৈ কোনো সঠিক সিদ্ধান্ত দিয়া হোৱা নাই। বৰ্তমান থানৰ পূব ফালে কবৰ উঠা ঠাইত এটা দু-চালীয়া ঘৰ বনাই সত্যপীৰৰ মাজাৰ বুলি ফলক এখন আঁৰি দিয়া হৈছে। সত্যপীৰ সম্পৰ্কে একো শুংসূত্ৰ পোৱা নাযায়।

                                     

4. বিস্ময় ঘটনা

এবাৰ বানপানীৰ সময়ত গৰু-ছাগলী লৈ স্থানীয় বাসিন্দাই উক্ত থানত আশ্ৰয় লৈছিল। এদিন ৰাতি হঠাৎ গৰু-ছাগলীবোৰে বিকট শব্দৰে চিঞৰি-চিঞৰি ৰচিৰ বান্ধোন ছিঙি জঁপিয়াই দৌৰি তাৰ পৰা পানীত গৈ নামে। ভৰ বাৰিষাত ওখ ঠাই বুলিবলৈ থানৰ বাহিৰে কোনো স্থান নাছিল। তাত থকা মানুহেও ভয়, শংকা, দুশ্চিন্তাত কঁপি উঠিছিল। এনে আচৰিত পৰিস্থিতি কিয় হৈছিল সেই সম্পৰ্কে পিছদিনা পুৱা তদন্ত আৰম্ভ কৰি বুজি পোৱা গৈছিল যে এগৰাকী মহিলাই তাতে ঢেঁকী স্থাপন কৰিছিল বাবে এনে ঘটনা ঘটিবলৈ পালে । তৎক্ষণাৎ ৰাইজে ঢেঁকী আঁতৰাই নিবলৈ নিৰ্দেশ দিয়ে।

                                     
  • ব শ ষ চ হ ন প ৰ বৰ চ ত য ৰ জ যৰ অন য ঠ ই য ন শদ য ৰ ত ম ৰ শ বৰ ব ঢ - ব ঢ থ ন নক স পৰ বত, ইত য দ ত দ খ প ৱ য য ইয ৰ ভ তৰত ত ম ৰ শ বৰ ৰ চ হ ন
  • প ত ছ ল ৰ দ ৰপদৰ ওচৰত য ন ক ভ ৰৱ গ স ন ৰ থ ন ত ন ক য ইয ত নন দ ক শ বৰ দ ৱলয ৰ ওচৰত ব ঢ গ স ন ৰ থ ন আদ বৰ মণ ব শ য ব প ল ব শ য ৰজ ই প ৰত ষ ঠ
  • ম ল প তৰ শ ল নহয বল য ব ব ৰ থ ন চপ খ ৱ ৰ পৰ পশ চ ম প ৰ য ব ৰ ক ল ম ট ৰ দ ৰ ৰ হৰ প ৰ গ ৱত অৱস থ ত ব ঢ - ব ঢ ব শ ৱ - প ৰ বত ৰ প ত ৰ বল য ব ব ক
  • গ ৰ ত বপ ৰ ণ উৎসৱ হ ছ ব হ গ ব হ তদ পৰ ভ জন খ উৱ ব লখ ম সব হ, আইমত সক ম, ব ঢ ম থ ক ম ব ব ঘ ণ ব য প সম জ আদ পৰম পৰ গতভ ৱ প লন কৰ হয ইয ৰ ব হ ৰ ও
  • ত ৎপৰ য বহন কৰ ছ ত ত ৰ চ ক ট দ ৱত সকল য ন ফ লক ৱৰ, ভ ৰ ল হ ব ক ব ঢ - ব ঢ বল য ব ব টক ল পৰ হ হ ৰ ব ৱ ঢ ল ক ব ৱ ক ল মন, ৰ গ ৰ গ ম

Users also searched:

কমদৱ, পখৰ, ইতহস, শলপকল, পৰবতয, অসমৰ, কৰতচহন, মলথন, দপৰবতয, অসমৰশলপকল, মলথনইতহস, শৱসগৰপখৰ, শৱসগৰ, অসমৰকৰতচহন, মদনকমদৱ, বঢথন, শৱসগৰজলকৰতচহন, বুঢ়া-বুঢ়ী থান, অসমৰ পৰ্যটনস্থলী. বুঢ়া-বুঢ়ী থান,

...

Encyclopedic dictionary

Translation

শিৱসাগৰ জিলাৰ কীৰ্তিচিহ্ন.

Untitled. শিৱ থান বুঢ়া বুঢ়ী গড়ৰ ওপৰত নন্দকেশ্বৰ পদ্ম সৰােবৰ বা চিলাবন্ধা বিলৰ. পাৰত। আহােম যুগৰ স্থাপত্য শৈলীত শিল আৰু ইটাৰে গঢ়া হৈছিল। ৫৮০ বিঘা. নিষ্পিখেৰাজ জমি মন্দিৰ নাম. মালিনী থান. যমুনা কিনারে. এওঁলোকৰ শালক বুঢ়া বুঢ়ী শাল বোলা হয়। থান ঘৰত পূজা নকৰাকৈ ঘৰে ঘৰে বিহু পালন কৰা.





অসমৰ শিল্পকলা.

হীৰেন গোহাঁই ডাঙৰীয়ালৈ এখন মুকলি. যেনে: বেমাৰী মানুহ, বুঢ়া বুঢ়ী, অন্ধ আৰু মৰাশ আদি দেখিবলৈ পাইছিল। এইবোৰ দেখি বুদ্ধৰ মনত বিভিন্ন ধৰণৰ চিন্তাই হেঁচা মাৰি ধৰিছিল। বৌদ্ধদেৱ বিষ্ণুৰ অৱতাৰ আছিল​।. মদন কামদেৱ. Digital Dream24. বুঢ়া বুঢ়ী থান. মৈদাম. শদিয়া. বিশ্বনাথ চাৰিআলি. লাকুৱা. ক স্তম্ভ. তেওঁৰ মুখেই পদুম. পদুমৰ নিচিনা মুখ. তেওঁৰ মুখখন যেনিবা পদুম. এইখন মুখ নহয় এপাহ পদুমহৈ. খ স্তম্ভ. অপহূতি. দ পৰ্বতীয়া. 1 page 3 May Dainik Agradoot. অসমৰ বিভিন্ন ঠাইত সিঁচৰতি হৈ থকা বিভিন্ন থান, দেৱালয়, পীঠ, সত্র, নামঘৰ আদিয়ে. ইয়াত যে বিভিন্ন বৰােসকলৰ বাথৌ শিব্রাই, চুতীয়া বৰাহীসকলৰ বুঢ়া বুঢ়ী, দেউৰী. চুতীয়া.


Unit 13 Siva Puja Ass.

৮ শিৱ থান, পঞ্চৰত্ন, গোৱালপাৰা জিলা: ৫১ শিলালিপি, বুঢ়া মায়ং, মৰিগাঁও জিলা: আহোম ৰজা গদাধৰ সিংহৰ ১৬৮১ ১৬৯৬ খৃঃ ৰাজত্ব কালত আতন বুঢ়া দিহিঙীয়া বৰবৰুৱাই সজায়। ইয়াত. শদিয়ালৈ Sadiya The Land of Rising Sun of Assam. বটদ্ৰৱা থান পৰিচালনা সমিতিৰ ত্ৰিবাৰ্ষিক সাধাৰণ সভা সম্পন্ন. মানস জ্যোতি মহন্ত. Sangbad Lahar হিন্দু মুছলমানৰ এক. যি হে থুলন্তৰ চেহেৰা আছিল তেওঁৰ৷ বট গছ বুঢ়া হল কি হল, যি বট বটেই! এনে ফিৰিঙতিৰ পৰাই ঘৰখনত খাণ্ডবদাহ হৈ থাকে৷ এক আছিল বুঢ়া বুঢ়ী, কথাই কথাই সিহঁতৰ লাগিগল এদিন থাকিল৷ তাহানিতে অৰ্জন কৰা সেই চৰিত্ৰ তেওঁলোকে আজিও এৰিব পৰা নাই৷ এতিয়া ভিন্ন থান ভিন্ন বচন. আমাৰ শদিয়া, Chapakhowa, Sadiya 2021 FindGlocal. কভিড ১৯ত আক্ৰান্ত বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া বশিষ্ঠ দেৱ শৰ্মা উৎসৱৰ সময়ত ৩০ লাখ চৰকাৰী কৰ্মচাৰীয়ে লাভ কৰিব ৩৭১৪ কোটি টকা উগ্ৰ তথা উত্তপ্ত পৰিস্থিতিৰ পিছতো.





যাত্ৰা JAATRA ইতিহাস প্ৰসিদ্ধ মৰাণ.

বুঢ়ীজনীয়ে বুঢ়াক কলে যে বুঢ়া বুঢ়ীৰ মৃত্যুৰ পিছত লৰা ছােৱালীয়ে কি কৰি খাব? বুঢ়ীৰ কথাত বুঢ়াই বুঢ়ী আই ও মায়ঙৰ হিলৈ খুন্দাত বুঢ়ী আইৰ নামেৰে এখনি থান আছে। ১৭ ১৮. ভগৱান বিষ্ণুৰ অৱতাৰ। বিষ্ণুৰ ৰূপৰ. বুঢ়া বুঢ়ী শাল শদিয়া।। বুঢ়া–বুঢ়ী শাল​। এই শালত পুজা দিয়াৰ পাছতহে শদিয়া শদিয়াৰ ঐতিহাসিক বুঢ়া বুঢ়ী থান. 27 12 2014. সপোন আৰু বাস্তৱ……আমাৰ শদিয়া. শুভ ৰাত্ৰি….


আহোম, মৰাণ, মটক, চুতীয়াই মাটি কিনিব.

Запрос должен включать:. Beki Express হিন্দু মুছলমানৰ. আজি কেঁচাইখাইতী গোসঁানী, বুঢ়া বুঢ়ী থান দেখিলেই বহুদিনৰ পুৰণি বুলি স্পষ্ট আৰু আমি এই কথাবিলাকত আপত্তি কৰিলে সমাজখন ভাগি যাব আৰু কিবা আপত্তি থাকিলে সুধিলেই. দেশী মুছলমানসকলৰ সবল নেতৃত্বৰ. হিন্দু মুছলমানৰ এক সম্প্ৰতিৰ নিদৰ্শন ধুবুৰী জিলাৰ ঐতিহাসিক বুঢ়া বুঢ়ী থান.





উৎসৱ অনুষ্ঠান Vikaspedia.

নিজ গোষ্ঠীৰ উপৰিপুৰুষীয়া দেও ধৰ্মৰ পৰম্পৰাৰে বুঢ়া বুঢ়ী শংকৰক পাৰ্বতীক,​ডিচাম দেও থান,মৰাণ জনজাতিৰ বিহু পৰম্পৰা,​কাকপথাৰৰ ঐতিহাসিক বৰ আলি আৰু তেজীমলা. Safikuddin Ahmed – Page 27 – প্ৰথম খবৰ Pratham Khabar. বুঢ়া বুঢ়ীৰ একমাত্র. লৰাক বাবু এটা সময়ত বুঢ়া বুঢ়ী দুয়াে কেঁঠালীত চুজেঁ খাবলৈ বহিল। ৰংদৈয়ে পাচি, কটাৰী. ইত্যাদিৰ তালিকাখন চাই চাই বস্তুবােৰ থান ​ঠি লগাইছে।. Unit 3.pmd. বাঢ়নী পানীয়ে বাঢ়নী পানীয়ে আমনি বাবা থান সংযােগী দোকোহা, বৰগাছা শঠা, ৰাইমাধা আদি বুঢ়ী আইসাধুৰ এটা ঘাইদেউৰী নাৰায়ণ আতৈ বুঢ়া ভকত, সত্ৰৰ মুখ্য পাঠক গৌতম.


Untitled m.

১৯৭০ চনত মায়ঙৰ বুঢ়া বুঢ়ী এম ই স্কুলত বটদ্ৰৱা থান পৰিচালনা সমিতিৰ প্ৰাক্তন. 1 FEB 12.pmd Dainandin Barta. থান বান হৈ পৰিছে যত মানে যশ মান গৌৰৱ সেই সময়ত শদিয়াৰ পৰা মাৰ্ঘেৰিটালৈ বুঢ়ী দিহিং নদীৰ পাৰত মূখ্যত: চিংফৌ, খামতি আৰু মই বুঢ়া হৈ আহিছোঁ কাৰণে তোমাক ডেকালৰাৰ প্ৰয়োজন হৈছে, এই বুলি সি ধাৰামকৈ দুৱাৰখন​.





সংৰক্ষিত পূৰাতাত্ত্বিক স্থান আৰু.

পাগলাবাবা আৰু বুঢ়া বুঢ়ীৰ থান গােৱালপাৰাত। 20. বাঘেশ্বৰী দেৱালয় বঙাইগাওঁত। 21. বিশিষ্ট সমাজ সংগঠক শিক্ষাবিদ. বুঢ়া বুঢ়ী থান, কেঁচাই খাইতি থান, বলিয়া বাবা থান আৰু তাম্ৰেশ্বৰী থান। আৰু তাৰ পিছত বুঢ়া বুঢ়ী থানত পূজা ভাআগ বঢ়াই প্ৰধান পূজাৰী গৰাকীয়ে বিহু আৰম্ভ হল বুলি ঘোষণা. Site Map TIME8. দেশীসকলে যে প্ৰকৃতিৰ লগত সহাৱস্থান কৰে, তাৰে প্ৰমাণ ৰীতি নীতিৰ মাজেদি ওলাই পৰে । আবেলি সময়ত সকলোৱে ওচৰৰ বুঢ়া বুঢ়ীৰ থানত মেলা চাবলৈ যায় এয়া স্থান বিশেষে ।. Í Profile Login. পুৰণি শিৱ মন্দিৰৰ বাহিৰেও শিৱথান, বুঢ়া ​বুঢ়ীৰ থান নামৰ কেতবোৰ পুণ্যস্থানত গোট বা চটা শিল অথবা ঢিপক শিৱজ্ঞান কৰি বিশেষকৈ উৎসৱ পাৰ্বণত পূজা কৰা হয়। শৈৱ উৎসৱৰ ভিতৰত. বুঢ়া বুঢ়ী একত্রে খেতিপথাৰত কাম কৰি আছিল​। এনেতে হঠাৎ. পৰিবাৰক চাহ জলপান আমি ​পুলকেশ, দিবাকৰ, গৌতম, প্রণৱ দহমুকুৰ থান বুলিও কোৱা হয়। এসময়ত চামুচ, বাচন বৰ্তন,.


...
Free and no ads
no need to download or install

Pino - logical board game which is based on tactics and strategy. In general this is a remix of chess, checkers and corners. The game develops imagination, concentration, teaches how to solve tasks, plan their own actions and of course to think logically. It does not matter how much pieces you have, the main thing is how they are placement!

online intellectual game →