Back

★ বঙাইগাঁও - অসমৰ নগৰ-মহানগৰ ..



বঙাইগাঁও
                                     

★ বঙাইগাঁও

বঙাইগাঁও হৈছে বঙাইগাঁও জিলাৰ সদৰ আৰু নামনি অসমৰ এক উল্লেখযোগ্য আৰু অসমৰ ৪ ৰ্থ বৃহত নগৰ। এই নগৰ অতীতত কোচ ৰাজ্যৰ ৰাজধানী আছিল। এই চহৰখন প্ৰধানকৈ দুটা ভাগত বিভক্ত সেয়া হৈছে বঙাইগাঁও মুল নগৰ আৰু নতুন বঙাইগাঁও । এই চহৰখন অসমৰ ৰাজধানী চহৰ গুৱাহাটীৰ পৰা ১৮০ কি.মি. দূৰত পশ্চিমে অৱস্থিত। বড়ো সকলৰ দাবীত ২০০৫ চনত বঙাইগাঁও চহৰে ইয়াৰ এটা বিশাল অংশ চিৰাং জিলাক অৰ্পণ কৰিছে। বঙাইগাঁৱত অসম তথা ভাৰতৰ এটা মুখ্য তেল শোধানাগাৰ আছে। বঙাইগাঁও নগৰখন ১৯০৮ চনতেই ভাৰতীয় ৰেলৰ তালিকাত স্থান পাইছিল।

                                     

1. চহৰৰ অন্তৰ্গত ঠাই সমূহ

  • মায়াপুৰী.
  • পাগলা স্থান.
  • বৰপাৰা.
  • মহাবীৰ স্থান.
  • চাপাগুৰী.
  • ৰোলিং মিল.
  • বি.ও.চি. গেট.
  • হাতীমুত্ৰা.
  • মাজপাৰা.
  • নতুন বঙাইগাঁও.
  • ঢালিগাওঁ.
  • কুকুৰমাৰি.
  • বৰ্ষনগাঁও.
  • দেউৰীপাৰা.
  • দোলাইগাঁও.
  • নতুনপাৰা.
                                     

2. বসতি

২০১১ চনৰ লোকপিয়ল অনুসৰি বঙাইগাঁও চহৰখনত সৰ্বমুঠ ১,৭৪,৮১০ জন লোক আছে। উক্ত নগৰখন অসম চৰকাৰৰ অধীনৰ নগৰ উন্নয়ন কমিটি ত আছে। এই চহৰৰ বেছি ভাগ লোক বাঙালী আৰু কোচ ৰাজবংশী সকল। এই চহৰত এওঁলোকৰ বাহিৰে আন নানান জনগোষ্ঠীৰ লোক আছে।

                                     

3. পৰিবহণ আৰু যাতায়ত

অসমৰ আন ঠাইৰ দৰেই বঙাইগাঁও চহৰৰ যাতায়ত ব্যৱস্থা অতি সুচল। বঙাইগাঁও চহৰখন ভাৰতীয় ৰেল, স্থল সেৱাৰ দ্বাৰা অসমৰ আন চহৰ যেনে গুৱাহাটী, যোৰহাট, ডিব্ৰুগড়, মঙলদৈ, তেজপুৰ আদিৰ লগতে ভাৰতৰ আন ঠাইৰ লগত সংযোগ হৈ আছে।

পথ পৰিবহণ

বঙাইগাঁও চহৰখন উত্তৰে আৰু দক্ষিণে ক্ৰমে ৩১ নং আৰু ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথৰ মাজত অৱস্থিত। সেই অনুসৰি ৰাষ্ট্ৰীয় ঘাই পথৰ পৰা প্ৰধান পথ আৰু উপপথেৰে সংযোগ হৈ আছে।

ৰেল পৰিবহণ

বঙাইগাঁও চহৰখন ৰেল সেৱাৰ দ্বাৰা অতি সুচল সংযোগ স্থাপন কৰি আছে, ইয়াৰ কাৰণ উক্ত চহৰখনত দুটা ৰেল ষ্টেচন আছে। সেই দুটা হল -

  • বঙাইগাঁও টাউন ষ্টেচন.
  • নিউ বঙাইগাঁও ৰেল জংচন.

নিউ বঙাইগাঁও ৰেল জংচন

নিউ বঙাইগাঁও ৰেল জংচনটো বঙাইগাঁও চহৰৰ পশ্চিম প্ৰান্তত অৱস্থিত। এই জংচনটো অসমৰ দ্বিতীয় বৃহৎ আৰু নামনি অসমৰ বৃহত্তম ষ্টেচন। উক্ত ষ্টেচনটোত অসমলৈ অহা সকলো ধৰণৰ যাত্ৰীবাহী ৰেল ৰখোৱা হয় যেনে - ৰাজধানী এক্সপ্ৰেছ, নৰ্থ-ইষ্ট এক্সপ্ৰেছ, কামৰূপ এক্সপ্ৰেছ ইত্যাদি।

বিমান-পৰিবহণ

বঙাইগাঁও চহৰৰ পৰা বিমানেৰে যাতায়ত কৰিবলৈ ১৬৫ কি.মি. পূৱত থকা লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰলৈ যাব লাগিব।



                                     

4. হোটেল আৰু লজৰ তালিকা লেখত লব লগীয়া

বঙাইগাঁও চহৰখন পৰ্যটন কেন্দ্ৰ স্বৰূপ হোৱাৰ লগতে বঙাইগাঁও তেল শোধানাগাৰৰ তথা আন উদ্যোগ্ৰ বাবে যথেষ্ট লোক অহা যোৱা কৰে। বঙাইগাঁও চহৰত থকা উল্লেখ যোগ্য হোটেল কেইখন মানৰ নাম -

  • মহাৰাজ হোটেল, ষ্টেচন ৰোড.
  • হোটেল শিভালী, ষ্টেচন ৰোড.
  • চি.কে. হোটেল, বৰপাৰা.
  • ৰাজ পেলেচ, তৰুনৰাম ফুকন ৰোড.
  • হোটেল দাইমন্‌ড, চাপাগুৰী ৰোড.
  • মানস লজ.
  • গেটৱোএ হোটেল, মায়াপুৰী.
  • হোটেল ব্ৰমপুত্ৰ ভেলী, মায়াপুৰী.
  • হোটেল জাহ্নবী তিনি তাৰকা, চাপাগুৰী ৰোড.
  • কণিস্ক হোটেল দুই তাৰকা, তৰুনৰাম ফুকন ৰোড.
  • মধুবন, মহত্মা গান্ধী ৰোড.

ইয়াৰ উপৰিও বঙাইগাঁৱত বহু সৰু ডাঙৰ হোটেল আছে।

                                     

5. শিক্ষা

বিশ্ববিদ্যালয়

বঙাইগাঁও চহৰখনত প্ৰধান বিশ্ববিদ্যালয় নাই যদিও ইয়াত দুখন শাখা বিশ্ববিদ্যালয় আছে। সেই কেইখন হল -

  • ইন্দিৰা গান্ধী মুক্ত বিশ্ববিদ্যালয়.
  • ছিক্কিম মণিপাল বিশ্ববিদ্যালয়.

চিকিৎসা প্ৰতিষ্ঠান

  • চেইণ্ট আগস্‌টাইন নাৰ্চিং বিদ্যালয়.
  • নামনি অসম চিকিৎসালয় আৰু গৱেষণা প্ৰতিষ্ঠান.

মহাবিদ্যালয়

  • কন্যা মহাবিদ্যালয়.
  • বীৰঝৰা মহাবিদ্যালয় বঙাইগাঁও বিগ্যান মহাবিদ্যালয়.
  • বঙাইগাঁও মহাবিদ্যালয় স্থাপিত, ১৯৬৪.
  • বঙাইগাঁও আইন মহাবিদ্যালয়.
  • বঙাইগাঁও নবাগত মহাবিদ্যালয় Jr. College.
  • বঙাইগাঁও পলিতেকনিক মহাবিদ্যালয়.
  • উপেন্দ্ৰ নাথ ব্ৰহ্ম মহাবিদ্যালয়, কাজলগাওঁ.
  • বঙাইগাঁও শিক্ষা মহাবিদ্যালয় Bongaigaon B.Ed College.
  • এচ.আৰ. একাডেমী, তৰুনৰাম ফুকন ৰোড.
                                     

6. বিদ্যালয়

  • জে. বি. উচ্চ মাধ্যমিক বিদ্যালয়.
  • ঢালিগাওঁ উচ্চ মাধ্যমিক বিদ্যালয়.
  • শঙ্কৰদেৱ শিশু নিকেতন.
  • উত্তৰ শালমাৰা বুনিয়াদী বিদ্যালয়.
  • শঙ্কৰদেৱ একাডেমী, বৰপাৰা.
  • হিন্দী উচ্চতৰ মাধ্যমিক বিদ্যালয়, মহাবীৰস্থান.
  • বঙাইগাঁও ইংৰাজী মাধ্যম উচ্চতৰ মাধ্যমিক বিদ্যালয় Menons.
  • লিটিল ফ্লাৱাৰ হাই স্কুল.
  • নেতাজী বিদ্যাপীঠ, নতুনপাৰা.
  • ঢালিগাওঁ প্ৰাথমিক বিদ্যালয়.
  • জ্ঞানোদয় জাতীয় বিদ্যালয়.
  • কেন্দ্ৰীয় বিদ্যালয়.
  • চেইণ্ট এলবাৰ্ট হাই স্কুল.
  • প্ৰনৱ একাডেমী.
  • বঙাইগাঁও মডেল স্কুল.
  • ছোৱালী এম. ভি. স্কুল.
  • প্ৰনৱ বিদ্যাপীঠ.
  • এল. বি. একাডেমী.
  • হিন্দী উচ্চ মাধ্যমিক বিদ্যালয়, হস্পিতেল কলনি.
  • বঙাইগাঁও ৰেলৱে উচ্চতৰ মাধ্যমিক বিদ্যালয়.
  • St. Francis DAssici School.
  • মৰনিং গ্লোৰি স্কুল.
  • শান্তিধাম কালীবাৰী উচ্চ মাধ্যমিক বিদ্যালয়.
  • ট্ৰিনিতি ইংৰাজী মধ্যাম স্কুল.
  • চাপগুৰী প্ৰাথমিক বিদ্যালয়.
  • বঙাইগাঁও ৰিফাইনাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়, বি.জি.আৰ. উপনগৰী.
  • নেতাজী বিদ্যাপীঠ, বি. জি. কলনি.
  • স্বামী বিবেকানন্দ বিদ্যাপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয়.
  • দিল্লী পাব্লিক বিদ্যালয়, ঢালিগাওঁ.
  • জনন উদয় উচ্চতৰ মাধ্যমিক বিদ্যালয়.
  • বীৰঝৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়.
  • হোলী চাইলড্‌ ইংৰাজী মধ্যাম হাই স্কুল.


                                     

7. ক্ৰয়-বিক্ৰয়

বঙাইগাঁও চহৰ নামনি অসমৰ এক উল্লেখযোগ্য আৰু অসমৰ ৪ ৰ্থ বৃহত নগৰ হিচাপে ইয়াত ক্ৰয়-বিক্ৰয়ৰ অত্যধিক সুবিধা উপলব্ধ আছে। ইয়াৰ কেইখন মান উল্লেখযোগ্য বজাৰৰ তলত উল্লেখ কৰা হল -

  • ঢালিগাওঁ বজাৰ.
  • বৰ বজাৰ.
  • চপাগুৰি হাট.
  • পাগ্লাস্থান মাৰ্কেট.
  • বালাজি মাৰ্কেট ইত্যাদি।.
  • বি.জি. কলনি মাৰ্কেট.
  • ৰেইল মাৰ্কেট.

বজাৰ গৃহ

বঙাইগাঁও চহৰত থকা উল্লেখযোগ্য অত্যধিক সা-সুবিধাযুক্ত বজাৰ গৃহ কেইটাৰ নাম -

  • "বাজাৰ ইণ্ডিয়া ২০১৬.
  • নিউ মাৰ্কেট.
  • জনচ প্লেয়াৰ ইত্যাদি।.
  • প্ৰকাশ মেগা মাৰ্ট.
  • বিশাল মেগা মাৰ্ট ২০১৫.
  • শিভালি মাৰ্কেট কম্প্লেক্স.
  • নুৰ মাৰ্কেট.
                                     
  • বঙ ইগ ও জ ল উত তৰ - প ৱ ভ ৰতৰ অসম ৰ জ যৰ এখন প ৰশ সন ক জ ল ইয ৰ জ ল সদৰ বঙ ইগ ও ইয ত ম ঠ ত ন খন নগৰ আছ ক ৰম অভয প ৰ বঙ ইগ ও আৰ ব জন ব জন
  • ন উ বঙ ইগ ও ৰ ল জ চন বঙ ইগ ও নগৰৰ পশ চ ম প ৰ ন তত অৱস থ ত এই জ চনট অসমৰ দ ব ত য ব হত আৰ ন মন অসমৰ ব হত তম ষ ট চন উক ত ষ ট চনত অসমল অহ সকল ধৰণৰ
  • দ ট - গ ৱ লপ ৰ আৰ উত তৰ শ লম ৰ মহক ম চনত বঙ ইগ ও জ ল গঠন হ ৱ ত উত তৰ শ লম ৰ মহক ম বঙ ইগ ও জ ল ত অন তৰ ভ ক ত কৰ হয বৰ তম ন জ ল খনৰ মহক ম
  • প ইছ ল চনৰ আজ ৰ দ নট ত অসম আন দ লন অন যতম ফচল অসমৰ ত ত য ট শ ধন গ ৰ বঙ ইগ ও ত ল শ ধন গ ৰ চনৰ আজ ৰ দ নট ত ইয ৰ আধ ৰশ ল স থ পন কৰ হ ছ ল ভ ৰতৰ
  • স ব য ত ত বশ স ত পৰ ষদৰ অন তৰ গত চ ৰ খন জ ল ৰ এখন চনত ক কৰ ঝ ৰ, বঙ ইগ ও আৰ বৰপ ট জ ল ৰ অ শব শ স ঙ ৰ চ ৰ জ ল গঠন কৰ হ ছ ল এই জ ল ভ ৰত য
  • ত ৰ খ অসমব স য কৰ আন দ লনৰ ফলস বৰ প অসমৰ ত ত য ট শ ধন গ ৰ ভ ৰত চৰক ৰ বঙ ইগ ও ত ল শ ধন গ ৰ আৰ প ট ৰ ৰ স য ন ক প ৰকল প স থ পন কৰ বল ল ৱ ৰ কথ ঘ ষণ
  • ক ক জ ন স ৰক ষ ত বন ঞ চল অসমৰ বঙ ইগ ও জ ল ৰ অভয প ৰ ৰ ক ষত অৱস থ ত এখন স ৰক ষ ত বন ঞ চল এই বন ঞ চল ল প তপ ৰ য স ণ ল ব ন দৰৰ ব ব ব খ য ত বন ঞ চল
  • জ ল ওদ লগ ৰ জ ল আৰ চ ৰ জ ল এই জ ল সম হ প ৰ বৰ ক কৰ ঝ ৰ জ ল বঙ ইগ ও জ ল বৰপ ট জ ল নলব ৰ জ ল ক মৰ প জ ল দৰ জ ল আৰ শ ণ তপ ৰ জ ল ৰ
  • কছ ৰ ল কসকলৰ এক ক ষ ম লক ল ক - উৎসৱ অসমৰ ব ক স বৰপ ট নলব ৰ ক মৰ প, বঙ ইগ ও ওদ লগ ৰ দৰ শ ণ তপ ৰ, লখ মপ ৰ, ধ ম জ ক মৰ প মহ নগৰ, মৰ গ ও, ক কৰ ঝ ৰ
  • আগম হ ৰ তল ক ত খ ত বঙ ইগ ও মহ ব দ য লয ৰ পৰ চ লন সম ত ৰ সভ পত হ আছ ল শ কৰদ ৱ শ শ ন ক তন, বঙ ইগ ও বঙ ইগ ও আইন মহ ব দ য লয বঙ ইগ ও সৎসঙ গ ব হ ৰৰ
                                     
  • অভয প ৰ IPA: ˌəbɑːjəˈpʊərɪ or ˌəbeɪjəˈpʊərɪ ই ৰ জ Abhayapuri অসমৰ বঙ ইগ ও জ ল ত অৱস থ ত এখন ঠ ই৷ এই অঞ চলট গ ৱ হ ট ৰ পশ চ ম ক ম পশ চ ম অৱস থ ত৷
  • কৰ ছ স হ ত য অক ড ম ব ট জ ঞ নপ ঠ ব ট অসম স হ ত য সভ ৰ বঙ ইগ ও অধ ৱ শনৰ সভ পত Jnanpith Laureates Official listings Jnanpith
  • ম ণ কপ ৰ ই ৰ জ Manikpur অসম ৰ জ যৰ বঙ ইগ ও জ ল ৰ এখন সৰ চহৰ আৰ গ ও পঞ চ য ত ৷ ন ৰ ষ ট ৰ য ঘ ইপথ ইয ক চ ই গ ছ ৷ ই বঙ ইগ ও চহৰৰ পৰ
  • ক মৰ প, নলব ৰ বৰপ ট দৰ ক কৰ ঝ ৰ আৰ বঙ ইগ ও জ ল ত গ ৱ লপ ৰ য উপভ ষ গ ৱ লপ ৰ ধ ব ৰ ক কৰ ঝ ৰ, বঙ ইগ ও জ ল আৰ চ ৰ জ ল অসম য ব য কৰণ অসম য
  • শ ধন গ ৰ বঙ ইগ ৱত প বল সক ষম হ ছ ল চনৰ ড চ ম বৰ ত ৰ খ ভ ৰত চৰক ৰ বঙ ইগ ও শ ধন গ ৰ আৰ প ট ৰ ৰ স য ন ক প ৰকল প স থ পন কৰ বল ল ৱ ৰ কথ ঘ ষণ কৰ ছ ল
  • আই অসমৰ ম ন হ নদ ৰ এক উপনদ আই ভ ট নত উৎপন ন হ অসমত স ম ই চ ৰ আৰ বঙ ইগ ও জ ল ৰ ম জ ৰ ব আহ ম ন হ নদ ত পৰ ছ হ ইয ৰ অসমত থক অ শৰ দ ৰ ঘ য হ ছ
  • নৰন ৰ য ণ স ত অসমৰ বঙ ইগ ও জ ল ৰ য গ ঘ প ত অৱস থ ত এখন ৰ লপথ স য গ দল ৷ শ শত ক ৰ ক চ ৰজ নৰন ৰ য ণৰ ন মত এই স ত খন ন ৰ ম ণ কৰ হ ছ ৷ য গ ঘ প আৰ
  • উত তৰ ভ ট ন প হ ৰ, প ব নলব ৰ জ ল দক ষ ণ ক মৰ প আৰ গ ৱ লপ ৰ পশ চ ম বঙ ইগ ও জ ল বৰপ ট জ ল ৰ অৱস থ ত হ ল ড গ ৰ ম ন ট উত তৰ আৰ ড গ ৰ
  • ড গ ৰ ম ন ট অক ষ শল ব স ত ত ক কৰ ঝ ৰ জ ল ৰ উত তৰ ভ ট ন, প ব বঙ ইগ ও জ ল পশ চ ম পশ চ মবঙ গ ৰ জ য, দক ষ ণ ধ ব ৰ জ ল অৱস থ ত ক কৰ ঝ ৰ জ ল ৰ
  • জলপ ইগ ৰ - দ ৰ জ ল আল প ৰ দ ৱ ৰ স মণ ডল: ৰ ণ নগৰ জলপ ইগ ৰ বহ ৰ ভ ত - ন উ বঙ ইগ ও বহ ৰ ভ ত শ ল গ ৰ জ বহ ৰ ভ ত - আল প ৰ জ - শ ম কতল ৰ ড ন উ ম ল জ
  • ল খক গ তম প ৰস দ বৰ ৱ সৰ ভ ন হ য ক হ ল জ ৱ ন দ ৰমল ব জৰবৰ ৱ ত খ ত বঙ ইগ ও ৰ ফ ইন ৰ এণ ড প ট ৰ ক ম ক লছ ল ম ট ড ব আৰ প এল ৰ অধ যক ষ পৰ চ লন সঞ চ লক
                                     
  • ম ল য নৰ অধ ক ম ন হ এই ভ ষ ব যৱহ ৰ কৰ অসমৰ ধ ব ৰ ক কৰ ঝ ৰ, চ ৰ বঙ ইগ ও আৰ গ ৱ লপ ৰ জ ল ত এই ভ ষ ক ৱ ম ন হৰ স খ য সৰ ব ধ ক, দৰ জ ল ত এই
  • ৰঙ য জ চন হ ছ ব ৰ উন - গ ৱ হ ট ৰ লপথৰ ন উ বঙ ইগ ও - গ ৱ হ ট শ খ ত আৰ ৰঙ য - ৰঙ প ৰ - ড ক ৰগ ও ম ৰ ক চ ল ক পথত থক এট জ চন ৰ লৱ ষ ট চন ই ক মৰ প জ ল ৰ
  • স ৰক ষ ত শ ৰ ণ ৰ আব দনক ৰ সকল ন য নতম শত শ প ৰ প ত হ ব ল গ শ লচৰ বঙ ইগ ও নলব ৰ লক ষ মপ ৰ গ ৱ হ ট ত জপ ৰ নগ ও য ৰহ ট ড ব ৰ গড ড ব ৰ গড ব শ বব দ য লয ৰ
  • মহ ব দ য লয ব হপ ৰ য ব হপ ৰ য মহ ব দ য লয ব হপ ৰ য বঙ ইগ ও মহ ব দ য লয বঙ ইগ ও বজ ল মহ ব দ য লয প ঠশ ল ব এইচ মহ ব দ য লয বৰপ ট ৰ ড
  • শ লচৰ অভ ক ক ম ৰ দ স, ক ভ ব আৰ প এল, বঙ ইগ ও অভ ক ক ম ৰ দ স, ক ভ ব আৰ প এল, বঙ ইগ ও দ পজ য ত ড ক ক ভ খ ন প ৰ
  • অসমৰ ঘ ইক নলব ৰ বৰপ ট গ ৱ লপ ৰ ক মৰ প, দৰ ধ ব ৰ চ ৰ ব ক স বঙ ইগ ও ক কৰ ঝ ৰ জ ল ত ব ক চ উলৰ খ ত কৰ হয প ৰধ নক শ ল ধ ন হ চ প ব ক
  • অ শ বড ল ণ ডৰ অধ নত আছ অন ন য স ম ম ৰ য জ ল সম হ হ ছ ধ ব ৰ জ ল বঙ ইগ ও জ ল বৰপ ট জ ল নলব ৰ জ ল ক মৰ প জ ল দৰ জ ল আৰ শ ণ তপ ৰ জ ল
  • উপ - আঞ চল ক ত ৰক গ হ আৰ ব জ ঞ ন ক ন দ ৰ আৰ ম জ ল কল য বৰ, আম নগ ও, বঙ ইগ ও ড ফ আৰ শ লচৰত ছট নত ন ত ৰক গ হ ন ৰ ম ণৰ ইত মধ য পৰ কল পন কৰ হ ছ
  • কৰ ছ ল চনৰ পৰ চনল স ব ম ক ষ ণ নন দ দ ব ৰ ব ধ য ক হ ছ ল এব ৰ বঙ ইগ ও সমষ ট ৰ পৰ আৰ এব ৰ ক কৰ ঝ ৰ সমষ ট ৰ পৰ ক ষ ণ নন দদ ৱ ম ণ কপ ৰত এখন

Users also searched:

বঙইগও, বঙাইগাঁও, অসমৰ নগৰ-মহানগৰ. বঙাইগাঁও,

...

Encyclopedic dictionary

Translation

বঙাইগাঁও জিলা উপায়ুক্ত.

হেডলাইন৮, উত্তৰ পূৰ্বাঞ্চলৰ এক অগ্ৰণী সংবাদ সেৱা প্ৰতিষ্ঠান যি বিভিন্ন খণ্ডৰ প্ৰতিটো সংবাদ আপোনাৰ সন্মুখত প্ৰস্তুত কৰে৷. শাখাসমূহ. মূল পৃষ্ঠা খবৰ. গুৱাহাটী অসম. NEWS BULLETIN ALL INDIA RADIO, GUWAHATI News On AIR. জুলাই ঃ বঙাইগাঁও চহৰৰ শ্বহীদ অনাকাংক্ষিত পৰিস্থিতিৰ উদ্ভৱ হয়। অৱশ্যে এন আৰ চি সেৱা কেন্দ্রত. বেদীস্থিত বঙাইগাঁও জিলা পৰিষদৰ নিয়ােজিত কর্মচাৰী আৰু এন আৰ চি প্ৰ পত্র.





Dharitree Services for Citizen ILRMS.

Office, Bongaigaon. Pincode, 783380. Taluk, Bongaigaon. Division, Goalpara. District, Bongaigaon. Region, Guwahati HQ. Circle, Assam. State, ASSAM. Country, INDIA. Telephone No. 03664 222236. Office Type, S.O. Delivery Status, Delivery. Related Sub Office, NA. Related Head Office, Dhubri H.O. বঙাইগাঁও জিলা Archives TIME8 News. ২, বঙাইগাঁও, বঙাইগাঁও অসামৰিক চিকিৎসালয়, উত্তৰ শালমাৰা পথ, বঙাইগাঁও. নামনি অসম চিকিৎসালয়, চাপগুৰি পথ, বঙাইগাঁও. ৩, কাছাৰ, ভাৰতীয় ৰেড ক্রছ শিশু চিকিৎসালয়, শিলচৰ, কাছাৰ.


বঙাইগাঁও জিলাৰ বালাৰচৰ ২য় খণ্ডত.

তিন ঘন্টা সময় নির্ধারণের সাথে বঙাইগাঁও শহরের জন্য দীর্ঘমেয়াদী বিশদ আবহাওয়ার পূর্বাভাস. AERC Charter of services for Electricity consumers. ডিজিটেল সংবাদ, বঙাইগাঁওঃ বঙাইগাঁওবাসীৰ দীৰ্ঘদিনীয়া দাবীক বাস্তৱ ৰূপ দি বৃহস্পতিবাৰে বঙাইগাঁও অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰা হয়। অসমক. কৃষি বিজ্ঞান কেন্দ্ৰঃ বঙাইগাঁও. বঙাইগাঁও ৰেল ষ্টেচনত বৃহৎ পৰিমাণৰ বাৰ্মিছ চিগাৰেট জব্দ ৷ জব্দ কৃত এই মাদক দ্ৰব্যৰ বজাৰ মূল্য প্ৰায় এক লাখ টকাতকৈও অধিক ৷.





বঙাইগাঁও শোধনাগাৰৰ ১২৭ জন ঠিকা.

পৰৱৰ্তী সময়ত ৰাইজে অৱগত কৰাৰ পিছত প্ৰশাসন আৰু স্বাস্থ্য বিভাগৰ লোক উপস্থিত হৈ কভিড আক্ৰান্ত লোকজনক চিকিৎসালয় লৈ আহে ৷. অসমৰ গুৰুত্বপূৰ্ণ তেল ও গেছ. আসামে, বঙাইগাঁও জেলা প্রশাসন ইকো সিস্টেম থেকে ক্ষতিকারক প্লাস্টিকগুলি অপসারণের জন্য প্লাস্টিক অভিযানের জন্য প্ল্যান্টস চালু করেছে।বঙাইগাঁওর জেলা প্রশাসক. তিন ঘন্টা সময় নির্ধারণের সাথে. প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অসমৰ ধেমাজিৰপৰা ৰিমৰ্ট টিপি ইণ্ডিয়ান অইলৰ বঙাইগাঁও শোধনাগাৰত INDMAX ইউনিট, ডিব্ৰুগড়ৰ মধূবনত অইল ইণ্ডিয়া. বঙাইগাঁৱৰ টুনীয়া নৈত ওপঙিছে. ৪নং বঙাইগাঁও গাওঁ পঞ্চায়তৰ সদস্য নির্বাচন। ১৯১৫ চন অসম পঞ্চায়ত সংবিধান বিধি সংশােধিত ৰ ১৬ নং বিধিৰ অধীনত প্রদত্ত ক্ষমতা প্রয়ােগেৰে ইয়াৰ দ্বাৰা জাননী.


বঙাইগাঁও জিলাৰ টপকা চৰত বৃহৎ.

বাংলাহান্ট ডেস্কঃ অসমে ভারতের জাতীয় পতাকা অপমান করার মামলায় ছয় জনকে গ্রেফতার করা হয়েছে। এই ঘটনা অসমের বঙাইগাঁও জেলায় ঘটেছে। সেখানে একদল মানুষ ভারতের. বঙাইগাঁও জিলাৰ অত্যাৱশ্যকীয়. সংসদীয় সমষ্টিৰ নম্বৰ, সংসদীয় সমষ্টিৰ নাম, বিধানসভা সমষ্টি আৰু ইয়াৰ ভোটগ্ৰহণ কেন্দ্ৰ অনুসৰি বিতং ফলাফল চাওক. ১, বৰপেটা, ৩২. বঙাইগাঁও ৩৪. অভয়াপুৰী উত্তৰ ৩৫. অভয়াপুৰী.


বঙাইগাঁও জেলা Archives KhaborOnline.

আন্তঃ মন্ত্ৰণালয় কেন্দ্ৰীয় দলে পৰিদৰ্শন কৰিলে বান বিধস্ত বঙাইগাঁও Regional. বইটামাৰী, বঙাইগাঁও আৰু মানিকপুৰৰ অন্তৰগত বহু এলেকা গুৰুতৰ ভাৱে বানৰ কৱলত পৰি. Untitled Bongaigaon Judiciary. জিলা প্ৰশাসনে প্ৰকাশ কৰা তথ্য মতে কভিডত মৃত লোক দুজন বঙাইগাঁও জিলাৰ টুলুঙীয়া দ্বিতীয় খণ্ডৰ খগেন চন্দ্ৰ ৰায় ৫৫ আৰু অভয়াপুৰী শিৱপুৰৰ হৰেন্দ্ৰ চন্দ্ৰ. Automatically generated PDF from existing images. NRC. বঙাইগাঁও শনিবাৰে সমগ্ৰ দেশৰ লগতে বঙাইগাঁও জিলা উপায়ুক্ত কাৰ্যালয়তো ছহিদ দিৱস পালন কৰা হয়। এই উপলক্ষে কাৰ্যালয়টোৰ সমূহ বিষয়া – কৰ্মচাৰীসকলে একেলগে.





Bongaigaon Pin Code Postal Code Zip Code of Bongaigaon.

Bongaigaon Part, Bongaigaon বঙাইগাঁও ভাগ: বঙাইগাঁৱত মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ নিৰ্বাচনী সভাত মিত্ৰজোঁটৰ হাই প্ৰফাইল নেতা Public App. বঙাইগাঁও জিলাৰ ৫ জন কৰণা আক্ৰান্ত. Lower Assam Zone P.O. Rehabari, Guwahati, Pin No. 781008, Dist. Kamrup M, Assam. বঙাইগাঁও District Agriculture Officer. নাম. Sri Mitharam Pegu. জাতীয় পতাকার উপর খাবার খেয়ে ঈদ. Find the best Second Hand Bikes price in Bongaigaon! Used Bikes for sale in Bongaigaon. Sell your used Old Bike, Royal Enfield, Harley Davidson, KTM, Yamaha, Pulsar & more with OLX Bongaigaon. ओएलएक्स बाइक Bongaigaon!. কোৱাৰেণ্টাইন কেন্দ্ৰৰ বাবে. বঙাইগাঁও জিলাৰ মানিকপুৰ থানাৰ অন্তৰ্গত বেচিমাৰিত আৰক্ষীৰ বৃহৎ সাফল্য ।আৰক্ষীৰ গুলীত নিহত শীৰ্ষ আলফা নেতা দ্বিপেন সাউদ । এটা বাসগৃহত আশ্ৰয় লৈ থকা খবৰ লাভ.





বঙাইগাঁও জিলাত কভিডত মৃত্যু দুজনৰ.

বঙাইগাঁও জিলা আৰক্ষীয়ে অবৈধ বাৰ্মিজ চুপাৰিৰ বেহাৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে ৷ যোৱা নিশা জিলাখনৰ অন্তৰ্গত চৌৰাগুৰিৰ স্বপন কুমাৰ সৰকাৰৰ গৃহত অভিযান​. বঙাইগাঁও ৰেল ষ্টেচনত জব্দ বাৰ্মিছ. স্থানসমূহ তেজপুৰ, ডিব্ৰুগড়, যােৰহাট, শিলচৰ, ৰঙিয়া, বঙাইগাঁও. নগাঁও আৰু গুৱাহাটী। চিজিআৰএফৰ ঠিকনা অনুগ্রহ কৰি পৰৱর্তী পৃষ্ঠাত চাওক. কেতিয়া বিদ্যুৎ লােকপালৰ কাষ.


ৰক্ত বেংক আৰু দাতাৰ তালিকা.

বঙাইগাঁওৰ তেল শোধনাগাৰৰ ৫ নং গেটত বুধবাৰে এক অপ্ৰিতীকৰ পৰিস্থিতিৰ সৃষ্টি হয়।১২৭ জনকৈ ঠিকাভিত্তিক শ্ৰমিকক কোনো আগতীয়া জাননী নিদিয়াকৈ ফেবটেক নামৰ শ্ৰমিক. Chief Electoral Officer, Assam. বঙাইগাঁৱৰ টুনীয়া নৈত ওপঙিছে হাজাৰ হাজাৰ মাছ ৷ বঙাইগাঁও শোধানাগাৰকে ধৰি একাংশ উদ্যোগৰ বৰ্জিত পদাৰ্থই নৈখন প্ৰদূষিত কৰাৰ ফলত মাছকে ধৰি জলজ প্ৰাণীৰ মৃত্যু. বৰপেটা আৰু বঙাইগাঁও জিলাৰ লাংলা বি. Tel: 03664 281727. Rd No 85. উত্তৰ শালমাৰা মহকুমা উকীল সন্থা. North Salmara Sub Divisional Lawyers Association. ডাক ঃ অভয়াপুৰী, জিলা ঃ বঙাইগাঁও অসম. IVISIONAL LAM P.O. Abhayapuri, Dist. Bongaigaon Assam. 31 RR 1767. KA SOBA. বঙাইগাঁও জিলা উপায়ুক্ত NewsPole Assam. Gayas Mahabodhi: Tumse Milne Ko Dil Karta hai, Tumhi Ho Jispe Dil Marta hai Ashwani Kumar BNGN Bongaigaon 3 PFs. বঙাইগাঁও बंगाईगाँव. Track: Construction Single Line Electrification. বঙাইগাঁও জিলাৰ মোনাকোষাত ভয়ংকৰ. বঙাইগাঁও, ২২ মে বঙাইগাঁও জিলাৰ অভয়াপুৰী আৰক্ষীয়ে বৃহৎ সফলতা অৰ্জন কৰিছে। জিলা খনৰ মেৰেচৰ আৰক্ষী চকীৰ অন্তৰ্গত টপকা চৰত আৰক্ষীৰ অভিযান চলাই কালি নিশা.





আসামের বঙাইগাঁও জেলা প্রশাসন.

অৰেঞ্জ জন হিচাপে চিহ্নিত বঙাইগাঁও জিলাত কৰণা ভাইৰাছৰ দ্বাৰা সংক্ৰমিত ৫ জন ব্যক্তিৰ সংস্পৰ্শলৈ অহা আঢ়ৈশৰো অধিক লোকক কোৱাৰেণ্টাইন কৰা হৈছে। বঙাইগাঁও. আন্তঃ মন্ত্ৰণালয় কেন্দ্ৰীয় দলে. বঙাইগাঁও জিলাৰ মোনাকোষাত শনিবাৰে নিশা সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ড ৷ অগ্নিকাণ্ডত এটা বাসগৃহ, তিনিটাকৈ পশুধনৰ লগতে জুইত জাহ যায় কেইবা লাখ টকাৰ সা ​সম্পত্তি ৷. Bongaigaon Part, Bongaigaon বঙাইগাঁও ভাগ. বঙাইগাঁও শোধনাগাৰ চমুকৈ বি জি আৰেও বঙাইগাঁও জিলা প্ৰশাসনক জিলাখনত স্থাপন কৰা.


পঞ্জীয়নভুক্ত খেতিয়কৰ সমবায়ৰ.

বৰপেটা আৰু বঙাইগাঁও জিলাৰ লাংলা বি বি কলেজৰ সন্মুখত আজি ভয়াবহ দূৰ্ঘটনা. বঙাইগাঁও প্ৰেছ ক্লাবত হিন্দু যুৱ. ট্রাকের সঙ্গে বিবাহযাত্রীদের গাড়ির ধাক্কায় বর সহ পাঁচ জনের মৃত্যু হল। অসমের বঙাইগাঁও জেলার ঘটনা। পুলিশ জানায়, বঙাইগাঁও জেলার চাপড় এলাকার ১৪ জন বাসিন্দা. বঙাইগাঁও বিধানসভা সমষ্টি Headline 8 The. ✍️বঙাইগাঁও জিলাৰ বালাৰচৰ ২য় খণ্ডত বনবিভাগৰ অভিযান ✍️অবৈধ কাঠ মিলসহ লক্ষাধিক টকাৰ কাঠ জব্দ ✍️গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত বনবিভাগৰ অভিযান ✍️অবৈধ কাঠ মিল চলাই. অসমে দুর্ঘটনায় মৃত ৬ Anandabazar. Tag: বঙাইগাঁও জেলা. হ্যান্ডকাফ পরিয়ে হাসপাতালে বেঁধে রাখা হয়েছে ডিটেনশন ক্যাম্পের বন্দিকে, নিন্দার ঝড় খবর অনলাইন.


বঙাইগাঁও অভিযান্ত্ৰিক Asomiya Pratidin.

ASSAM TIMES POST বঙাইগাঁও কৰনা ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধ কৰাৰ বাবে মঙলবাৰে সন্ধিয়া ৬ বজাৰ পৰা কাৰ্যকৰী হোৱা লকডাউনৰ সময়চোৱাত ৰাইজৰ সুবিধাৰ্থে বঙাইগাঁও জিলা. Ishan News বঙাইগাঁও জিলাৰ বৰইচালা. বঙাইগাঁও জিলা. No posts to display. ABOUT US. © Fifth Pillar Media Pvt. Ltd. All rights reserved. Home News. ▽ Guwahati News Assam News Northeast National World Trending Opinion. ▽ T8 Views Columnists Cartoons Opinion Videos Timecast Lifestyle. ▽ Fashion Food Travel. Second Hand Bikes for sale in Bongaigaon, Used Bikes in OLX. বঙাইগাঁও শােধনাগাৰ ভাৰতীয় তেল নিগমৰ অষ্টম শােধনাগাৰ গােট হিচাবে ২০০৯ চনৰ ২৫ মার্চ তাৰিখে সংযােজন হয়। এই শােধনাগাৰটো গুৱাহাটী মহানগৰৰ পৰা ২০০ কিলােমিটাৰ পশ্চিমে. Bongaigaon Railway Station Timeline Railway Enquiry. জ্ঞানােদয় জা. জ্ঞানােদয় জাতীয় বিদ্যালয়, নর্থ বঙাইগাঁও. জ্ঞানদীপ জাতীয় বিদ্যালয়, সিদলসতী, ডাকঘৰ সিদলসতী. বিশ্বনাথ অভ্যসন বিদ্যাপীঠ, কল্যাণপুৰ, বিশ্বনাথ চাৰিআলি. বঙাইগাঁও জেলা, আসাম. বঙাইগাঁও প্ৰেছ ক্লাবত হিন্দু যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সংবাদমেল এখন অনুষ্ঠিত হয়৷ সংবাদমেলত পৰিষদৰ কেন্দ্ৰীয় সভাপতি বলেন বৈশ্যই কয় যে শংকৰদেৱ.





...
Free and no ads
no need to download or install

Pino - logical board game which is based on tactics and strategy. In general this is a remix of chess, checkers and corners. The game develops imagination, concentration, teaches how to solve tasks, plan their own actions and of course to think logically. It does not matter how much pieces you have, the main thing is how they are placement!

online intellectual game →