Back

★ মাঞ্জা, নগৰ - অসমৰ নগৰ-মহানগৰ ..



মাঞ্জা (নগৰ)
                                     

★ মাঞ্জা (নগৰ)

মাঞ্জা অসমৰ কাৰ্বি আংলং জিলাত অৱস্থিত এখন সৰু নগৰ। মাঞ্জা নগৰখন চোমনা নদী আৰু আৰু ডিফু নলাৰ পাৰত অৱস্থিত। নগৰখন চৌপাশে নীলা পাহাৰৰ আৱেষ্টনীৰ দ্বাৰা আবৃত হৈ আছে।

                                     

1. যাতায়ত

মাঞ্জা নগৰৰ পৰাই ভাৰতৰ ৩২৯A নম্বৰৰ ৰাষ্ট্ৰীয় ঘাইপথ আৰম্ভ হৈছে আৰু ই ডিমাপুৰৰ সৈতে সংযোজিত। ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথো মাঞ্জা নগৰৰ মাজেৰে পাৰ হৈ যায় আৰু ই নগৰখনক অসমৰ আৰু নাগালেণ্ডৰ আন গুৰুত্বপূৰ্ণ স্থানসমূহৰ সৈতে সংযোগ কৰে। মাঞ্জাৰ নিকটতম বিমানবন্দৰটো হৈছে ৪০ কিলোমিটাৰ দূৰত্বত অৱস্থিত ডিমাপুৰ বিমানবন্দৰ, আৰু নিকটতম ৰেলষ্টেছনটো হৈছে ১৬ কিলোমিটাৰ দূৰত্বত অৱস্থিত ডিফু ৰেলেৱে ষ্টেছন। মাঞ্জা নগৰ বাছসেৱাৰ জৰিয়তে কাৰ্বি আংলং জিলাৰ ডিফু, ডকমোকা, লংনিট ইত্যাদি চহৰৰ উপৰিও অসমৰ প্ৰধান চহৰসমূহ আৰু নাগালেণ্ডৰ ডিমাপুৰ চহৰলৈ সু-সংযোজিত।

                                     

2. শিক্ষা প্ৰতিষ্ঠানসমূহ

বিদ্যালয়

  • নাইটিংগেল ইংলিছ স্কুল.
  • লিটল ফ্লাৱাৰ স্কুল.
  • ছাউথ পয়েণ্ট ইংলিছ স্কুল.
  • জেৰি টেৰণ ইংলিছ স্কুল.
  • অক্সফৰ্ড মডেল ইংলিছ স্কুল.
  • বেপ্টিষ্ট ইংলিছ স্কুল.
  • অসমীয়া হাইস্কুল.
  • এল পি হিন্দী স্কুল.
  • মাঞ্জা হাইস্কুল.

কম্পিউটাৰ প্ৰশিক্ষণ কেন্দ্ৰ

  • CCERT, মাঞ্জা.
  • The Next Generation Computech Institute.

Users also searched:

মঞজ, মঞজনগৰ, মাঞ্জা (নগৰ), অসমৰ নগৰ-মহানগৰ. মাঞ্জা (নগৰ),

...

Encyclopedic dictionary

Translation

APART Assam Facebook.

কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ ৬৯ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন প্ৰতিষ্ঠা দিৱসৰ উপহাৰ হিছাপে মাঞ্জা, দেইথৰ আৰু ছামেলাংছক নগৰ হিছাপে ঘোষণা তুলিৰাম. কাৰবি আংলং জিলাৰ সাধাৰণ তথ্য কাৰবি. বিষয়া সীমান্ত বৰা, মাঞ্জা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া জিতুমনি ডেকা আৰু ডিফু নগৰ হত্যাকাণ্ড সংঘটিত কৰিয়েই দুয়ো অপৰাধীয়ে ডিফু নগৰৰ মাজেৰে আহি বিৰলা হৈ. বৃহৎ পৰিমাণৰ ড্রাগ৲ছসহ এজনক. অভিমূখী এখন যাত্রীবাহী বাছত নিয়মীয়া তালাচী চলোৱাৰ সময়তে হোজাই নগৰ নিবাসী আনহাতে, আজি জিলাখনৰ মাঞ্জা আৰক্ষীয়েও অভিযান চলাই এখন ইনভা গাড়ীৰ পৰা বুজন.





বৰলাংফেৰত হেৰইনসহ আটক সৰবৰাহকাৰী.

বনুৱাৰ সন্দৰ্ভত সাংবাদিকে কৰা এক প্রশ্নৰ উত্তৰত নগৰত থকা বাসগৃহত লগতেনৱগ্রহ নেতৃত্বত মাঞ্জা আৰক্ষীৰ এটা দলে শিলচৰ আৰু হাইলাকান্দিত অভিযান মাস্কো পৰিধান কৰা. জৰুৰীকালীন যোগাযোগ কাৰবি আংলং. নগৰ আৰু দেশীয় পৰিকল্পনা বিভাগ, কাৰবি আংলং. ক্ৰ.নং. নাম ভাৰপ্ৰাপ্ত শিশু উন্নয়ন প্ৰকল্প বিষয়া, ডিফু নগৰ আই.চি.ডি.এছ. ভাৰপ্ৰাপ্ত বিষয়া, মাঞ্জা আৰক্ষী নিৱেশ. 87618 33833. ৪. ইউ.


মাঞ্জা ডিলাইত দহ লক্ষাধিক টকা জব্দ.

লংকা চহৰৰ ৫ নম্বৰ ওয়ার্ডৰ সুভাষ নগৰৰ ডিফু মাঞ্জা পথৰ বিৰলাত সংঘটিত ভয়ংকৰ পথ. একেটা দিনতে মাঞ্জা ডিলাইত ১০. কাৰ্বি আংলং জিলাৰ মাঞ্জা ডিলাইত ১০ লক্ষাধিক টকা জব্দ হােজাই নগৰ নিবাসী লক্ষণ শ্বাহে জব্দকৃত ধনৰাশি ব্যৱসায়িক কামৰ বাবে লগত লৈ আনিছিল বুলি জানিবলৈ দিছে ।. সপ্তম, নৱম আৰু দশম স্থান দখলৰে. সক্রিয় হৈ থকাৰ তথ্য লাভ কৰি কার্বি আংলং জিলা আৰক্ষীৰ উপ অধীক্ষক নাহিদ কৰিশ্মা, মাঞ্জা থানাৰ ভাৰপ্রাপ্ত বিষয়া জিতুমণি ডেকা. ডিফু নগৰ আৰক্ষী চকীৰ ভাৰপ্রাপ্ত. Fl Profile Login. কৰাৰ সময়তে যােৱা ২৪ ঘণ্টাত নাজিৰা নগৰৰ ন্যায় দলে মাঞ্জাৰ পৰা মাঞ্জা আৰক্ষীৰ.





তীব্ৰবেগী ট্ৰাকে মহতিয়াই নিলে.

ডিফু মাঞ্জা পথৰ বিৰলাত সংঘটিত ভয়ংকৰ দুৰ্ঘটনাত ৩ জন নিহত। এখন বাইক আৰু এখন অট​ৰিক্সাক খুন্দা এখন ট্ৰাকৰ। প্ৰচন্দ খুন্দাত থিতাতে নিহত অটচালক সুভাষ মালাকাৰ​ ৩৫. 1 FEB 12.pmd Dainandin Barta. ৰৈ থকা ট্ৰাকত খুন্দা এখন ইণ্ডিগ মাঞ্জা শইকীয়া যোৰহাট জিলাৰ তিতাবৰৰ মিলন নগৰৰ.


...
Free and no ads
no need to download or install

Pino - logical board game which is based on tactics and strategy. In general this is a remix of chess, checkers and corners. The game develops imagination, concentration, teaches how to solve tasks, plan their own actions and of course to think logically. It does not matter how much pieces you have, the main thing is how they are placement!

online intellectual game →