Back

★ চম্পাৱতী জলপ্ৰপাত - অসমৰ পৰ্যটনস্থলী ..



চম্পাৱতী জলপ্ৰপাত
                                     

★ চম্পাৱতী জলপ্ৰপাত

চম্পাৱতী বা চাপানালা জলপ্ৰপাত হৈছে অসমৰ নগাঁও জিলাৰ চাপানালা নামৰ গাঁৱত অৱস্থিত এটা বিখ্যাত জলপ্ৰপাত আৰু পৰ্যটনস্থলী৷ জলপ্ৰপাতটোৰ লগতে ইয়াৰ চৌপাশে থকা চাহ-বাগান আৰু তাত ভ্ৰমণ কৰিবলৈ অহা পক্ষী পৰ্যটকসকলৰ বাবে আকৰ্ষণৰ কেন্দ্ৰ৷ জলপ্ৰপাতটিৰ তিনিটা কুণ্ড আছে৷ নগাঁও চহৰৰ পৰা জলপ্ৰপাতটিলৈ যাবলৈ প্ৰায় এক ঘণ্টা সময়ৰ প্ৰয়োজন হয়৷

                                     

1. লোককাহিনী

প্ৰবাদ মতে,হংসধ্বজ নামৰ ৰজা এজনৰ কন্যা চম্পাৱতীয়ে জলপ্ৰপাতটোৰ তলৰ কুণ্ডত মাঘী সপ্তমীৰ দিনা স্নান কৰিছিল৷ সেই কুঁৱৰীৰ নামৰ পৰাই জলপ্ৰপাতটিৰ নাম চম্পাৱতী হয়৷ মাঘী সপ্তমীৰ দিনা এই কুণ্ডত স্নান কৰিলে পূন্যত্ব অৰ্জন হোৱাৰ লগতে বেমাৰ-ব্যাধিও নিৰ্মূল হয় বুলি লোকবিশ্বাস আছে৷

                                     

2. সংক্ষিপ্ত বিৱৰণ

চাপানালৰ উত্তৰ-পূব দিশত থকা কাৰ্বি আংলং পাহাৰৰ পৰা এই জলপ্ৰপাতটি বৈ আহিছে৷ জলপ্ৰপাতটিৰ তিনিটা কুণ্ডৰ একেবাৰে ওপৰত থকা কুণ্ডটো সমতলৰ পৰা প্ৰায় ২২৮ মিটাৰ উচ্চতাত অৱস্থিত৷ তাৰ পৰা প্ৰায় ৭ মিটাৰ সমতলেৰে বৈ আহি দ্বিতীয়টো কুণ্ডৰ সৃষ্টি হৈছে৷ তৃতীয়টো কুণ্ড ইয়াৰ পৰা প্ৰায় ৭৫ মিটাৰ তলত অৱস্থিত৷

                                     

3. যাতায়াত

নগাঁও জিলাৰ সদৰৰ পৰা চাপানালাৰ দূৰত্ব হৈছে প্ৰায় ২৫ কিলোমিটাৰ৷ অসমৰ ৰাজধানী দিছপুৰৰ পৰা ইয়াৰ দূৰত্ব হৈছে প্ৰায় ১৩৭ কিলোমিটাৰ৷ সাধাৰণতে পৰ্যটকসকলক নিজৰ ব্যক্তিগত বাহনেৰে চাপানাললৈ যাবলৈ পৰামৰ্শ দিয়া হয়৷

                                     

4. আকৰ্ষণ

জলপ্ৰপাতৰ চৌপাশৰ পৰিৱেশ সৌন্দৰ্যময়৷ ইয়াৰ আশে-পাশে চাহবাগান আছে৷ বিভিন্ন প্ৰজাতিৰ পৰিভ্ৰমী বা থলুৱা চৰাই চাপানালত দেখিবলৈ পোৱা যায়৷ চাপানালত দেওবাৰে বহা সাপ্তাহিক বজাৰখনত প্ৰায়েই থলুৱাভাৱে উৎপাদিত সা-সামগ্ৰী বিক্ৰী কৰা হয়৷ পৰ্যটকসকলক এই বজাৰখনেও আকৰ্ষণ কৰে৷

                                     
  • ব ব এই ব লখনক পখ ত ৰ থ ব ল ক ৱ হয চম প ৱত জলপ ৰপ ত চ প ন ল ন ম ঠ ইত থক চম প ৱত ক ণ ড ব চম প ৱত জলপ ৰপ ত নগ ও জ ল ৰ এক আকৰ ষণ য পৰ যটনস থল
  • ম ট ক ল বৰ গ ক ল ম ট ৰ বৰ গ ম ইল ইয ৰ গতপথত ক ইব ট ও জলপ ৰপ ত আছ নগ ও জ ল ৰ সমভ ম ল প ৰৱ শ কৰ ৰ আগগ কপ ল প ৰ য ক ল ম ট ৰ ঠ ক

Users also searched:

অসমৰ সাধু, আইতাৰ সাধু, ইছপৰ সাধু, ঈছপৰ সাধু, কমলাকুঁৱৰী, কাউৰী আৰু শিয়ালৰ সাধু, সাধু কথা, সাধুকথাৰ কিতাপ, চমপৱত, কউৰ, সধকথৰ, কমলকৱৰ, জলপৰপত, অসমৰসধ, সধকথৰকতপ, ইছপৰসধ, আইতৰসধ, কউৰআৰশযলৰসধ, ঈছপৰ, ঈছপৰসধ, অসমৰ, কতপ, ইছপৰ, আইতৰ, শযলৰ, চমপৱতজলপৰপত, সধকথ, চম্পাৱতী জলপ্ৰপাত, অসমৰ পৰ্যটনস্থলী. চম্পাৱতী জলপ্ৰপাত,

...

Encyclopedic dictionary

Translation

সাধুকথাৰ কিতাপ.

আজি বিশ্ব পৰ্যটন দিৱসত তেজপুৰ. তেজীমলা,চম্পাৱতী, ঔ কুঁৱৰী আৰু তাৱৈয়কৰ সাধু আদি জনপ্ৰিয় ৪ টা সাধুৰ কাহিনীৰ থকা ​কথানদী ৰ শ্বুটিং চলিছিল অসমৰ মাজুলী আৰু দেৰগাঁৱত। সাধুকথাৰ সানমিহলিৰে. কাউৰী আৰু শিয়ালৰ সাধু. পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু. চম্পাৱতী জলপ্ৰপাত Champawati waterfall ​P2U8jcZYUAk জগন্নাথ মন্দিৰ Jagannath temple.





অসমৰ সাধু.

প্ৰাকৃতিক সৌন্দৰ্যৰে পৰিপূৰ্ণ. ইয়াৰ ভিতৰত আন এক অন্যতম পৰ্যটনস্থলী চাপানালাৰ চম্পাৱতী জলপ্ৰপাত এতিয়া চৰকাৰৰ. আইতাৰ সাধু. মহামাৰী কৰনা ভয়াৱহতাৰ বাবে. চম্পাৱতী চাপানলাৰ চম্পাৱতী জলপ্ৰপাত । প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ মনোমোহা. ইছপৰ সাধু. শীৰ্ষ – Page 243 – প্ৰথম খবৰ Pratham Khabar. Запрос должен включать:.


অসমৰ চাৰিটা জলপ্ৰপাত পৰ্যটনস্থলী.

প্ৰকৃতিৰ বিনন্দীয়া ৰূপৰে সমৃদ্ধ চাপানালাৰ চম্পাবতী কুণ্ড তথা জলপ্ৰপাত ভৰি যাৰ বাবে এতিয়া নিমাওমাও পৰিৱেশে বিৰাজ কৰিছে নগাঁৱৰ চাপানালাৰ চম্পাৱতী. চম্পাৱতীৰ নান্দনিক দৃশ্যই আপ্লুত. চম্পাৱতী. এসময়ত এঠাইত এজন বৰ ধনী মানূহ আছিল। তেওঁৰ দুজনী ঘৈণীয়েক আছিল। ডাঙৰজনী লাগী আৰু সৰুজনী এলাগী। লাগীজনীৰো এজনী ছোৱালী হৈছিল। আৰু এলাগীজনীৰো এজনী ছোৱালী হৈছিল. Chakradhar Barkakati – Page 141 – প্ৰথম খবৰ. চাপানালাৰ ইতিহাস প্ৰসিদ্ধ চম্পাৱতী জলপ্ৰপাতৰ পিছতেই বৃহত্তৰ সীমান্তৱৰ্ত্তী অঞ্চলটোৰ আন এক সৌন্দৰ্য্যশালী জলপ্ৰপাত হল লুংচুং স্থিত হদহদী জলপ্ৰপাত। অপৰূপ. অসমৰ চাৰিটা জলপ্ৰপাত SDKnowledge. প্ৰকৃতিৰ অনুপম সৌন্দৰ্যময় চম্পাৱতী জলপ্ৰপাতৰ মূলঘাটত মাঘী সপ্তমীৰ দিনা হব৷ পৰ্যটনৰ বিবিধ সম্ভাৰেৰে ভৰপুৰ চাপানালাৰ চম্পাৱতী জলপ্ৰপাত প্ৰতিবছৰৰ মাঘী.





Hemanta Phukan, Author at যাত্ৰা JAATRA.

প্ৰায় 300 ফুট উচ্চতাত অৱস্থিত এটা জলপ্ৰপাত ৷ সেই জলপ্ৰপাতৰ অপৰূপ সৌন্দৰ্যই হাত বাউলি মাতিছে পৰ্যটকক ৷ চম্পাৱতী জলপ্ৰপাত! নগাঁও চহৰৰ পৰা প্ৰায় ত্ৰিশ. নগাঁও কাৰ্বিআংলং সীমান্তৱৰ্ত্তী. আমি কমলা কুঁৱৰী আৰু চম্পাৱতী। আয়ৈ আৰু জানো তহঁতৰ মুখ দেখিম ঐ। সিহঁতক আমি মূৰত ​নহকালিকাইৰ দৰে তাই এটা জলপ্ৰপাত হৈ গল । যেতিয়া টেই আৰু কিছুসময় পিছত যাবলৈ উঠিল লাঙ.


...
Free and no ads
no need to download or install

Pino - logical board game which is based on tactics and strategy. In general this is a remix of chess, checkers and corners. The game develops imagination, concentration, teaches how to solve tasks, plan their own actions and of course to think logically. It does not matter how much pieces you have, the main thing is how they are placement!

online intellectual game →