Back

★ অৰৱল জিলা - বিহাৰৰ জিলা ..



অৰৱল জিলা
                                     

★ অৰৱল জিলা

অৰৱল জিলা ভাৰতৰ বিহাৰ ৰাজ্যৰ এখন সৰু জিলা আৰু অৰৱল নগৰ এই জিলাৰ সদৰ ঠাই। ই পূৰ্বতে জেহানাবাদ জিলাৰ অংশ আছিল। ই বিহাৰৰ ৰাজধানী চহৰ পাটনাৰ পৰা ৬৫ কিঃমিঃ দূৰৈত অৱস্থিত।

                                     

1. সংমণ্ডল আৰু মহকুমা

অৰৱল জিলা মাগধ সংমণ্ডলৰ অন্তৰ্গত। ২০০১ চনৰ ২০ আগষ্ট মাহত এই জিলা গঠন কৰা হয় আৰু ই পূৰ্বতে জেহানাবাদ জিলাৰ অংশ আছিল।

এই জিলাখনত কেৱল এটাই মহকুমা আছে আৰু সেইটো হল অৰৱল। এই মহকুমাটোক ছটা ব্লকত পুনৰ্বিভাজন কৰা হৈছে: অৰৱল, কাৰপি, কালেৰ, কুৰথা, সূৰ্যপুৰ আৰু বংশী।

                                     

2. যাতায়ত

আটাইতকৈ নিকটৱৰ্তী বিমান বন্দৰ পাটনাত আৰু ৰেল ষ্টেশ্যন জেহানাবাদ JHD আৰু অনুগড় নাৰায়ণ ৰোড AUBRত অৱস্থিত। এই জিলাখন জেহানাবাদ, পাটনা আৰু ঔৰংগাবাদৰ সৈতে পথেৰে সংযুক্ত হৈ আছে।

                                     

3. জনগাঁথনি

২০১১ চনৰ লোকপিয়ল অনুসৰি অৰৱল জিলাৰ জনসংখ্যা ৭০০,৮৪৩জন। জনঘনত্ব হৈছে প্ৰতি বৰ্গ কিলোমিটাৰত ১,০৯৯জন ২,৮৫০ প্ৰতি বৰ্গ মাইল। লিংগ অনুপাত হৈছে প্ৰতি ১০০০জন পুৰুষৰ বিপৰীতে ৯২৭ গৰাকী মহিলা আৰু সাক্ষৰতাৰ হাৰ হৈছে ৬৯.৫৪%।

                                     
  • প ৰদ শক খন জ ল হ ছ ব ঙ গ ল ৰ চহৰ জ ল কলক ত জ ল ক ন দ ৰ য দ ল ল জ ল চ ন ন ই জ ল হ ইদ ৰ ব দ জ ল ক মৰ প মহ নগৰ জ ল ম ম ব ই নগৰ জ ল ভ ৰতৰ মহক ম সম হ

Users also searched:

অৰৱল জিলা, বিহাৰৰ জিলা. অৰৱল জিলা,

...

Encyclopedic dictionary

Translation
Free and no ads
no need to download or install

Pino - logical board game which is based on tactics and strategy. In general this is a remix of chess, checkers and corners. The game develops imagination, concentration, teaches how to solve tasks, plan their own actions and of course to think logically. It does not matter how much pieces you have, the main thing is how they are placement!

online intellectual game →