Back

★ পাণবাৰী মছজিদ - অসমৰ সংৰক্ষিত স্মৃতিচিহ্ন ..



পাণবাৰী মছজিদ
                                     

★ পাণবাৰী মছজিদ

পাণবাৰী মছজিদ বা ৰঙামাটি মছজিদ অসমৰ ধুবুৰী জিলাত অৱস্থিত এখন ঐতিহাসিক মছজিদ। ইয়াক অসমৰ সৰ্বপ্ৰথম মছজিদ হিচাপে গণ্য কৰা হয়। এই মছজিদ ধুবুৰী চহৰৰ পৰা ২৫ কিঃমিঃ নিলগত ১৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ পাণবাৰী আৰু ৰঙামাটিৰ মাজত অৱস্থিত। ১৫ আৰু ১৬ শতিকাত নিৰ্মিত এই তিনিটা গম্বুজযুক্ত মছজিদে ইছলামীয় স্থাপত্যশৈলীৰ উল্লেখযোগ্য নিদৰ্শন পোৱা যায়। পাণবাৰী মছজিদে বংগৰ চুলতানৰ শাসন কালৰ স্থাপত্যৰ ঐতিহ্যপূৰ্ণ স্বাক্ষৰ বহন কৰিছে।

পাণবাৰী মছজিদ অসমত অৱস্থিত ৰাষ্ট্ৰীয় গুৰুত্বৰ স্মৃতিচিহ্নসমূহৰ ভিতৰত অন্যতম। ইয়াৰ আশে-পাশে সিঁচৰত হৈ থকা ধ্বংসাৱশেষ সমূহ অসমৰ ৰাজ্যিক সংৰক্ষিত স্মৃতিচিহ্নসমূহৰ তালিকাত অন্তৰ্ভুক্ত।

                                     

1. নিৰ্মাণ

পাণবাৰী মছজিদ কেতিয়া কোনে নিৰ্মাণ কৰিছিল সঠিককৈ জনা নাযায়। কিছুমানৰ মতে পাণবাৰী মছজিদ ১৪৯৩ চনৰ পৰা ১৫১৯ চনৰ মাজত বংগৰ চুলতান আলাউদ্দিন হুছেইন শ্বাহে নিৰ্মাণ কৰাইছিল। তেওঁ কমতাপুৰ ৰাজ্য দখল কৰাৰ পিছত তেওঁৰ জয় উদযাপন কৰিবলৈ আৰু প্ৰাৰ্থনা কৰিবলৈ এই মছজিদ নিৰ্মাণ কৰাইছিল। আন কিছুমানৰ মতে মগোল শাসক ঔৰংজেৱৰ সেনাপতি আৰু বংগৰ নবাব মীৰজুমলায়ে অসম আক্ৰমণ কৰা কালছোৱাত ১৬৬২ চনত এই মছজিদ নিৰ্মাণ কৰাইছিল। মছজিদৰ কাষতে সম্ভৱত একে সময়তে নিৰ্মাণ কৰা এখন ঈদগাহ আৰু এটা দ কুঁৱা আছে। মজিদৰ পৰিসৰত পিছত নিৰ্মাণ কৰা খোজ কাঢ়িবলৈ পথ আৰু এটা মিনাৰ আছে। মুঠ ১৫০ গৰাকী মানুহে ইয়াত একেসময়তে নামাজ পঢ়িব পাৰে।

                                     

2. পটভূমি

কোঁচ ৰাজ্যৰ অন্তৰ্গত ৰঙামাটি এসময়ত সমৃদ্ধিশালী ঠাই আছিল। ই কোঁচ ৰাজ্যৰ সীমান্ত গড় আছিল। অসম আক্ৰমণকাৰী বংগৰ চুলতান আৰু মোগলেও ৰঙামাটি গড় ব্যৱহাৰ কৰিছিল। কিছুমানৰ মতে এই অঞ্চল আলাউদ্দিন হুছেইন শ্বাহৰ সদৰ আছিল। আৰু এই মছজিদ মুছলমান সেনা-জোৱানৰ উপাসনাস্থলী আছিল।

লোকবিশ্বাস মতে প্ৰায় ২০০ বছৰ আগতে স্থানীয়লোকসকলে পাণবাৰী পাহাৰত হাবিৰ মাজত মছজিদটোক উদ্ধাৰ কৰে। তেওঁলোকে ইয়াক চাফ-চিকুণ কৰি নামাজ পঢ়ে। বৰ্তমান এই অঞ্চল ধৰ্মীয় পৰ্যটন স্থলী হিচাপে পৰিগণিত হৈছে। এই অঞ্চলত চলোৱা খনন কাৰ্যত মোগল যুগৰ এখন নগৰৰ অৱশেষ, ইটাৰ বেদী, পোৰা মাটিৰ পাত্ৰ ইত্যাদি উদ্ধাৰ হৈছে।

                                     

3. পৰিচালনা

পাণবাৰী মছজিদ পৰিচালনা পণবাৰী মছজিদ পৰিচালনা কমিটিয়ে কৰে। কমিটিয়ে মছজিদৰ ইমাম আৰু অন্যান্য কৰ্মচাৰীক নিযুক্তি দিয়ে। ৰাইজৰ দান-বৰঙনি মছজিদৰ আয়ৰ মূল উৎস।

                                     

4. উৎসৱ

ইছলাম ধৰ্মৰ মূল উৎসৱ ঈদুল ফিতৰ আৰু ঈদ-উল-জুহা পাণবাৰী মছজিদত উলহ/মালহেৰে উদযাপন কৰা হয়। দেশ-বিদেশৰ বিভিন্ন তীৰ্থযাত্ৰীয়ে মছজিদলৈ আহে। প্ৰতি শুকুৰবাৰে জুম্মা নামাজ পঢ়িবলৈও ইয়ালৈ বহু লোকৰ সমাগম হয়।

                                     

5. যাতায়ত

পাণবাৰী মছজিদ ১৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত অৱস্থিত। ইয়ালৈ ধুবুৰী, গুৱাহাটী আৰু কোচ বিহাৰৰ পৰা নিয়মীয়া বাছ চলাচল কৰে। ই ফকীৰাগ্ৰাম ৰেল ষ্টেচনৰ পৰা প্ৰায় ৩০ কিঃমিঃ নিলগত। প্ৰায় ২০০ কিঃমিঃ নিলগত অৱস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ আটাইতকৈ ওচৰৰ কাৰ্যক্ষম বিমানবন্দৰ।

                                     
  • ঐত হ স ক প ণব ৰ মছজ দ ধ ব ৰ ৰ পৰ ক ম প বত প ণব ৰ আৰ ৰঙ ম ট ৰ ওচৰত, ন ৰ ষ ট ৰ য ঘ ইপথৰ দ ত ত অৱস থ ত এইট মছজ দক অসমৰ আট ইতক প ৰণ মছজ দ ব ল
  • খ ছপ ৰ ক ছ ৰ জ ল N - AS - 2 ঈদগ হ ৰঙ ম ট প হ ৰ ধ ব ৰ জ ল N - AS - 3 প ণব ৰ মছজ দ ৰঙ ম ট ৰঙ ম ট ধ ব ৰ জ ল N - AS - 4 শ ৰ স ৰ য মন দ ৰ ৰ ধ ব স ৱশ ষ

Users also searched:

পণবৰ, বষয, মৎশলপ, ধচহৰৰবষয, মছজদ, অসমৰ, পণবৰমছজদ, অসমৰমৎশলপ, পাণবাৰী মছজিদ, অসমৰ সংৰক্ষিত স্মৃতিচিহ্ন. পাণবাৰী মছজিদ,

...

Encyclopedic dictionary

Translation

ধুবুৰী জিলাৰ আশে পাশে MyGov Blogs.

বাবৰি মছজিদৰ ভুমিত পুর্বে ৰাম মন্দিৰ থকাৰ গুৱাহাটীত চি পি এমৰ জৰিয়তে প্রেৰিত হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান সংলগ্ন পাণবাৰী বন্যপ্রাণী উদ্ধাৰ আৰু পুনৰ. দেশী জনগোষ্ঠীয় যুৱ ছাত্ৰ মঞ্চ. উদ্যানখনৰ কাঞ্চনজুৰি আৰু পাণবাৰীৰ সমীপৰ হাবিত হলৌ বান্দৰ হাইলবেতছহলক পােৱা যায়​। টুপীমূৰীয়া বান্দৰ ভিতৰত. ৫০০ মিটাৰ. ভাল. নামঘৰ,গীর্জা,মছজিদ,মন্দিৰ. ভিতৰত. All page 15 June Dainik Agradoot. কার্যালয়ৰপৰা পাণবাৰীৰ কাজিৰঙা নেচনেল সাহিত্য গােষ্ঠীয়ে প্রতি বছৰে প্ৰদান কৰি অহা ৰহা, ১০ মে ও মফচলীয়া সাংবাদিক আবদ্ধ হৈ আছে নতুন দিল্লীৰ জামে মছজিদত।. Untitled m. ২ ধুবুৰী পানবাৰী মছজিদৰ টকা কাৰ পকেটত যায়? ৩ পাণবাৰী মছজিদৰ উন্নয়ন নহয় কিয়?.





1 FEB 12.pmd Dainandin Barta.

পাঁচ পীড় বাবাৰ দৰগাহ, গুৰুদ্বাৰ আৰু বর্তমানে ধবংসপ্রাপ্ত নেতা ধুবুনীৰ ঘাট৷ অলপ দূৰত পাণবাৰীৰ মিৰজুমলা নির্মিত মছজিদে অতীত মোগল আক্রমণৰ কথা সোঁৱৰাই দিয়ে৷. ৱিকি বতৰা ১ ১৪ অসমীয়া. মাজুলী জিলা সাহিত্য চিৰাঙৰ পাণবাৰীত ফৰেষ্ট। জাতীয় বিদ্যালয় মছজিদ ধ্বংশ কৰিব। এনে সাম্প্রদায়িক সদৌ অসম ভিত্তিত. পাণবাৰী ট্রাইবেল প্রাথমিক বিদ্যালয় পৰিদর্শন.


1 ΠProfile Login.

ৰঙামাটিৰ মছজিদ ও পাণবাৰী, ধুবুৰী। 36. মহামায়াৰ পাদুকাৰ থান ধুবুৰীৰ আলােকবাৰিত। 37. جıM Profile Login. মছজিদত তাৰাবী নামাজ পঢ়াৰ বেলিকা লডাউনৰ নিয়ম ভংগ ভালদৰে হাত ভৰি ধােৱাৰ নিয়ম অতীতৰপৰাই পালন কৰি আহিছে। অধিকাৰী ভিনিহিৰ মৃত্যুত পাণবাৰী বেগম, মইনুল হক আৰু মফিজুল. Micro Plan Bohikhoa Final Proof.pmd. ৩ নব্য নাস্তিকতাবাদ ​৪ পাণবাৰী মছজিদ. বিজেপি পুনৰ ক্ষমতালৈ আহিলে ভাঙিব ৩৫০০ মছজিদ – ধুবুৰীত কলে বদৰুদ্দিন আজমলে বিজেপিক ধুবুৰী–কোকৰাঝাৰ সীমান্তৰ নিউ পাণবাৰীত ভয়ংকৰ দুৰ্ঘটনা, নিহত দুজন নিহত দুজন হল. মছজিদ আছে। আৰু আচামী দিগ্বিজয় সিঙক প্রায় চাৰি লাখ মন্দিৰ মছজিদৰ বাহিৰত ভিক্ষাৰীয়ে সতে পাণবাৰী অঞ্চলৰ হাফিজুল ইছলাম নামৰ যুৱকজনে ভুৱা প্ৰেমৰ ছলনাৰে এই.





...
Free and no ads
no need to download or install

Pino - logical board game which is based on tactics and strategy. In general this is a remix of chess, checkers and corners. The game develops imagination, concentration, teaches how to solve tasks, plan their own actions and of course to think logically. It does not matter how much pieces you have, the main thing is how they are placement!

online intellectual game →