Back

★ পোৱামক্কা - অসমৰ পৰ্যটনস্থলী ..



পোৱামক্কা
                                     

★ পোৱামক্কা

পোৱামক্কা অসমৰ কামৰূপ জিলাৰ হাজোৰ গৰুড়াচল পাহাৰৰ শিখৰত অৱস্থিত মুছলমান সকলৰ পৱিত্ৰস্থান। চুফী সাধক শ্বেখ জালালুদ্দিন ওৰফে গিয়াচুদ্দিন আউলীয়াই কেইবাজনো আউলীয়াক লগত লৈ ইয়াত ইছলাম ধৰ্মৰ বাণী প্ৰচাৰ কৰিছিল। তেওঁৰ মৃত্যু সেই স্থানত তেওঁৰ মাজাৰ প্ৰতিষ্ঠা কৰা হয়। ইয়াত পোৱা এক ফাৰ্চী লিপি মতে মুগোল সম্ৰাট শ্বাহ জাহানৰ ৰাজত্ব কালত ১৬৫৭ চনত লুৎফুল্লা শ্বিৰাজীয়ে পোৱামক্কা মছজিদ নিৰ্মাণ কৰাইছিল।

                                     

1. নামৰ উৎপত্তি

জনশ্ৰুতি মতে মক্কাৰ এপোৱা মাটি আনি পোৱামক্কা নিৰ্মাণ কৰা হৈছিল। হাজোৰ গৰুড়াচলত মছজিদ স্থাপন কৰি দোৱা কৰাৰ সময়ৰে পৰা পোৱামক্কা হোৱা বুলি মানুহে কয়। ইয়াৰ লগতে ইছলাম ধৰ্মালম্বী সকলে পোৱামক্কা দৰ্শন কৰিলে চৌদি আৰৱৰ পৱিত্ৰ নগৰী মক্কা দৰ্শনৰ এক চতুৰ্থাংশ পুণ্য লাভ কৰে বুলি বিশ্বাস কৰে। ই হাজোৰ পঞ্চতীৰ্থৰ অন্যতম আৰু উত্তৰ পূৰ্বাঞ্চলৰ আটাইতকৈ পৱিত্ৰ ইছলাম ধৰ্মৰ উপাসনাস্থলী।

                                     

2. ইতিহাস

১১৯৩ খৃষ্টাব্দত ইৰাণৰ তাব্ৰিজত নগৰত হজৰত শ্বাহ চুলতান গিয়াচুদ্দিন বা শ্বেখ জালালুদ্দিন জন্ম হৈছিল। তেওঁ তাব্ৰিজৰ বাদশ্বাহ আছিল। পিছলৈ তেওঁ চুফীবাদৰ প্ৰতি আকৃষ্ট হৈ নিজৰ পুত্ৰক সিংহাসনত বহুৱাই বাগদাদলৈ গৈ তাত পীৰ শ্বেখ ছাহাবুদ্দিন ছহৰৱাৰ্দীৰ আউলিয়া হিচাপে থাকে। পিছলৈ তেওঁ আবু ছাইদ তাব্ৰিজী আৰু আজমীৰলৈ গৈ খাজা মইনুদ্দিন চিস্তীৰ লগত যোগ দিছিল। পিছলৈ তেওঁ কেইবাজনো আউলীয়াক লগত লৈ ইছলাম ধৰ্মৰ বাণী প্ৰচাৰ কৰিবলৈ অসমলৈ আহি হাজোৰ গৰুড়াচল পাহাৰৰ শিখৰত উপাসনা স্থলী স্থাপন কৰে। ১৩৪৪ খৃ:ত গিয়াছুদ্দিনৰ মৃত্যুৰ পিছত গৰুড়াচলে পূৰ্বতকৈও অধিক গুৰুত্ব পালে। ইয়াৰ নামনিৰ মাজাৰ বা দৰগাহ চোৱাচিতা কৰাৰ বাবে দৰগাহ ভূমিতে ফকিৰ আৰু পাইকসকলক স্থাপন কৰা হৈছিল। সেই গাওঁখন ফকিৰটোলা বুলি বৰ্তমান পৰিচিত। ইয়াত পোৱা এক ফাৰ্চী লিপি মতে মুগোল সম্ৰাট শ্বাহ জাহানৰ ৰাজত্ব কালত ১৬৫৭ চনত লুৎফুল্লা শ্বিৰাজীয়ে পোৱামক্কা মছজিদ নিৰ্মাণ কৰাইছিল। ১৬৮২ চনত আহোম স্বৰ্গদেউ ৰুদ্ৰ সিংহয়ে মোগলৰ হাতৰ পৰা গুৱাহাটী উদ্ধাৰ কৰাৰ পিছতো ইয়াৰ চোৱা-চিতা কৰিছিল। হাজোৰ পোৱামক্কা দৰগাহেই হ’ল অসমৰ সৰ্বপ্ৰথম মছজিদ।

                                     

3. পৰ্যটন

হাজোৰ পোৱামক্কা এটি উল্লেখযোগ্য পৰ্যটনস্থলী। ইছলাম ধৰ্মালম্বী সকলৰ বাবে ই অতি পৱিত্ৰ স্থান তদুপৰি অন্যান্য ধৰ্মৰ লোক সকলেও ইয়াক পৱিত্ৰ বুলি জ্ঞান কৰে। প্ৰতি বছৰে অসম তথা ভাৰতৰ পৰা ইয়ালৈ তীৰ্থযাত্ৰীৰ আগমন হয়। প্ৰতি বছৰে ফেব্ৰুৱাৰী মাহত ইয়াত চুফী সন্ত হজৰত শ্বাহ চুলতান গিয়াচুদ্দিন বা শ্বেখ জালালুদ্দিনৰ মৃত্যু তিথি ১৫ দিনীয়াকৈ উৰছ উৎসৱ হিচাপে পালন কৰা হয়। উৰছ উৎসৱত চুফী গীত, জিকিৰ আদি গাই আল্লাহ আৰু ইছলামৰ বাণী প্ৰচাৰ কৰা হয়। উৰছ উৎসৱৰ সময়ত পোৱামক্কাত মেলা বহে।

                                     
  • পণ ড ত ল ক আছ ল ত ও ৰ ম ত য স থ ন হ জ ত থক ত ও ৰ সম ধ স থল য প ছল প ৱ মক ক ন ম ল এক ত ৰ থস থ ন হ চ প প ৰস দ ধ ল ভ কৰ বৰ মন, শ ৱন থ অসম য
  • দৰ শন কৰ মক ক ৰ পৰ এপ ৱ ম ট আন ইয ত দ য হ ছ ল ব ব ই ইয ৰ ন ম প ৱ মক ক হ ৱ ব ল কঠ ত আছ গ ৱ হ ট ৰ পৰ দ ৰত ব ক ল ম ট ৰ বৰশ ব ৱ আৰ ন ও
  • পৰ য যটনৰ স থ ন হ জ হ ন দ ইছল ম, ব দ ধ ধৰ মৰ স গ ৰম স থ ন হ ল হ জ প ৱ মক ক ইয ৰ ম ল পৰ য যটনৰ স থ ন গ ৱ লপ ৰ গ ৱ লপ ৰ অসমৰ আন এখন উল ল খয গ য

Users also searched:

পঞ্চতীর্থ কি, পঞ্চতীর্থ বুলি কোনখন ঠাইক কোৱা হয়, হাজো, assam, হাজো কিয় বিখ্যাত, হাজো কিহৰ বাবে বিখ্যাত, হাজোৰ পঞ্চতীর্থ কি কি, হাজোৰ পঞ্চতীর্থ, হাজোৰ বিষয়ে ৰচনা, হজৰ, পঞচতরথ, হজৰপঞচতরথ, বষয, বখযত, নখন, ৰচন, হজৰবষযৰচন, assam, পৱমকক, হজৰপঞচতরথক, হজকবখযত, হজকহৰবখযত, কহৰ, পঞচতরথবলনখনঠইককৱহয, ঠইক, হজassam, পঞচতরথক, পোৱামক্কা, অসমৰ পৰ্যটনস্থলী. পোৱামক্কা,

...

Encyclopedic dictionary

Translation

হাজো, assam.

কৰনাৰ বাবে আজিৰ পৰা সামূহিকভাৱে. দল, শোণিতপুৰৰ মহাভৈৰৱ মন্দিৰ, কাছাৰৰ কাছাকান্তি মন্দিৰ, গোলাঘাটৰ শ্ৰীশ্ৰী আঠখেলীয়া বৰ নামঘৰ, কাৰূপৰ হাজোৰ পোৱামক্কা, কাৰ্বি আংলঙৰ লাওজান বেপ্টিষ্ট গীৰ্জা,. পঞ্চতীর্থ কি. হাজোৰ খবৰ HAJOR Khabar, Hajo,Kamrup Rural, Assam. মহামাৰী কোৰোণাৰ দ্ৰুত সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত ৰাজ্যত প্ৰশাসনে জাৰি কৰা নিৰ্দেশনাৰ বাবে জনশূণ্য হৈ পৰিছে পোৱামক্কা দৰগাহ শ্বৰীফ।.





হাজো কিয় বিখ্যাত.

Hajo, Kamrup হাজো: হাজোৰ ঐতিহাসিক. ইয়াৰ উপৰিও হাজোৰ পোৱামক্কা, ধূপৰগুৰি সত্ৰ আদি পৱিত্ৰ তীৰ্থস্থান ৰূপে সকলোৰা মাজত জনাজাত। মাজুলী – ব্ৰহ্মপুত্ৰৰ সোঁমাজত অৱস্থিত বৃ্হৎ নদী দ্বীপ মাজুলী হল​. হাজোৰ পঞ্চতীর্থ. হাজো হেন নাম Vikaspedia. আজি সামৰণি পৰিব হাজোৰ পোৱামক্কা দৰগাহত পহিলা মাঘৰ পৰা অনুষ্ঠিত হোৱা উৰুচ মেলাৰ. Published on February 27, 2021 News Source: জনমভূমি সংবাদ. ফাইল ফটো. গুৱাহাটী, ২৭ ফেব্ৰুৱাৰী: শান্তি,. হাজোৰ বিষয়ে ৰচনা. অসম দৰ্শন আঁচনিৰ অধীনত ৰাজ্যৰ. অৰ্থে শুকুৰবাৰে তীৰ্থনগৰী হাজোৰ পোৱামক্কা দৰগাহ শ্বৰীফ আৰু হয়গ্ৰীৱ মাধৱ মন্দিৰৰ তীৰ্থযাত্ৰীৰ লগতে ৰাইজৰ সুবিধাৰ্থে এক বিশেষ এম্বুলেন্স সেৱা মুকলি কৰে।.


হাজো কিহৰ বাবে বিখ্যাত.

Assam GK অসমীয়া কুইজ 110 সচৰাচৰ. কংগ্ৰেছ নেতা তথা অসম প্ৰদেশ কংগ্ৰেছৰ পৰ্যবেক্ষক জীতেন্দ্ৰ সিং ৷ হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰ আৰু পোৱামক্কা দৰ্শন কৰি আশীষ ললে কংগ্ৰেছৰ জ্যেষ্ঠ নেতাগৰাকীয়ে. A.in Jobs News in Assam, Guwahati and North East. ১৪ প্ৰশ্ন হাজোৰ পোৱামক্কা কোনে সজাইছিল? উত্তৰ গিয়াচুদ্দিন আউলিয়া। ১৫ প্ৰশ্ন ব্ৰহ্মপুত্ৰৰ ওপৰত সজা অসমৰ প্ৰথমখন দলঙৰ নাম কি আৰু ইয়াক কিমান চনত মুকলি কৰা হৈছিল?. হাজো পোৱামক্কা দৰগাহৰ প্ৰাক্তন. শ্ৰেয় shreYa শ্ৰদ্ধাশীল shraddhaashiila কৌতূক ​kautuuka. প্ৰণাম pramaaNa ব্যঞ্জণ byaJNjaNa পোৱামক্কা povaamakkaa. লব্ধপ্ৰতিষ্ঠ ​labdhapratiShTha একনিষ্ঠ ekaniShTha সন্তান santaana. আকৃতি aakR iti বিদ্যুৎ bidyut.h.





পোৱামক্কা দৰগাহ মাধৱ মন্দিৰৰ.

ঐতিহাসিক হয়গ্রীৱ মাধৱ মন্দিৰ আৰু পোৱামক্কা দৰগাহত প্রদেশ কংগ্রেছৰ সভাপতি বৰাৰ. Assam GK Assamese GK for Competitive Exams Assam Govt Career. এইবোৰ হল. ১. শিঙৰি মন্দিৰ প্ৰাঙ্গন. ২. উৰ্ব্বশী পূৰাতাত্বিক অঞ্চল. ৩. হাজোৰ পোৱামক্কা. হাজো পোৱামক্কা Gauhati WorldPlaces. হাজো তীৰ্থনগৰী হাজোৰ ঐতিহাসিক পোৱামক্কা দৰ্গাহত আজি পূৰ্ণ উৰুচ মেলা উপলক্ষে. Resources created in Assamese by the Assamese STF teachers. পোৱামক্কা দৰ্গাহ Some Details. Location: Garurachal Hill, Hajo, Kamrup. Dedicated To: Pir Giasuddin Auliya Built By: Mohammed Shah.


অসম চুক্তিৰ অন্তৰ্গত বিশেষ.

18 প্ৰশ্ন হাজোৰ পোৱামক্কা কোনে সজাইছিল? উত্তৰ গিয়াচুদ্দিন আউলিয়া। 19 প্ৰশ্ন ৰংঘৰ কোন স্বৰ্গদেৱে নিৰ্মাণ কৰিছিল? উত্তৰ প্ৰমত্ত সিংহই।. The Inside Story Headline 8. গ শিৱ সিংহৰ ঘ ৰাজেশ্বৰ সিংহৰ. উত্তৰ ঘ. প্ৰশ্ন ২৩ হাজোৰ পোৱামক্কা মছজিদটো কোনে নিৰ্মান কৰিছিল? ক আজান ফকিৰ খ মীৰজুমলা গ হজৰত মহম্মদ ঘ গিয়াচুদ্দিন আউলিয়া. হাজোৰ পোৱামক্কা দৰগাহ শ্বৰীফত. বৰপেটাৰ বৰধাম, হয়গ্রীৱ,পোৱামক্কা - পুন্য অর্জা তীর্থ যাত্রী কি আনন্দ নৱ গ্রহ,​দীর্ঘে শ্বৰী,শুক্লেশ্বৰ,শিৱস্হান - বশিষ্ঠ​,মহাভৈৰৱ, বিশ্বনাথ থান, নানা জাতি,নানা ​ধর্মৰ.





আধ্যাত্মিক পৰ্যটন MyGov Blogs.

আনহাতে মুছলমান সকলৰ পৱিত্ৰ স্থান পোৱামক্কা হাজোৰ গৰুড়াচল পাহাৰৰ শিখৰত অৱস্থিত। শ্বেখ জালালুদ্দিন ওৰফে গিয়াছুদ্দীন আউলীয়াই কেইবাজনো আউলীয়াক লগত লৈ ইছলাম ধৰ্মৰ. Jinku Devi Quotes YourQuote. হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰ আৰু ​পোৱামক্কা দৰগাহ শ্বৰীফত ন কংগ্ৰেছী জনপ্ৰিয় সংগীতশিল্পী নেকিব আৰু অজয় ফুকন উপস্থিত হৈছে। জনপ্ৰিয় সংগীতশিল্পী. 21ত অসমত কংগ্ৰেছে গঠন কৰিব চৰকাৰ. Hajo, Kamrup হাজো: হাজোৰ ঐতিহাসিক পোৱামক্কা দৰগাহ শ্বৰীফত কংগ্ৰেছৰ নেতা কৰ্মী বৃন্দক​.


হাজোত উপস্থিত ন কংগ্ৰেছী নেকিব অজয়.

হাজোৰ পোৱামক্কা দৰগাহৰ নিৰ্বাচন। নতুন খাদিম হিচাবে নিৰ্বাচন তফিক হুছেইনক। ইয়াৰ লগতে ৮জন নতুন সদস্যও নিৰ্বাচিত। ভোটদান প্ৰক্ৰিয়াৰে নিৰ্বাচিত কৰা হয়. অসম সাহিত্য সভাৰ সাংস্কৃতিক. বলীউডৰ খিলাৰী খ্যাত অভিনেতা অক্ষয় কুমাৰ. ENGLISH বাংলা Bodo LIVE▷. More. Search. Home Tags পোৱামক্কা দৰগাহ. Tag: পোৱামক্কা দৰগাহ. ৰাজনীতিৰ পৰা এম্বুলেঞ্চ চালক হল দুলু আহমেদ চাওক VIDEO. হাজোৰ পোৱামক্কা দৰগাহৰ Asomiya Pratidin. হাজো পোৱামক্কা দৰগাহৰ প্ৰাক্তন খাদিম কলিতাকুছি গাওঁৰ এগৰাকী বিশিষ্ট ব্যক্তি. পোৱামক্কা দৰগাহ Archives TIME8. Address of হাজো পোৱামক্কা Gauhati, submit your review or ask any question, search nearby places on map. অসম চুক্তিৰ ৬ নং দফা সন্দৰ্ভত. তাৰোপৰি এই শোভাযাত্ৰাত নামনি অসমৰ মহোহো, মুখা শিল্প, হোলী গীত, আদিও দেখা যায়। তদুপৰি এই শোভাযাত্ৰাত কাৰ্যসূচীত শুৱালকুছিৰ নাওখেল, হাজোৰ পোৱামক্কা, আদিয়ে.





পোৱামক্কা দৰ্গাহ Some Details.

হাজো ঃ নিজা বাতৰি দিওঁতা, ৩ জানুৱাৰী ঃ ​শান্তি সম্প্রীতি আৰু সমন্বয়ৰ মিলনভূমি তীর্থনগৰী হাজোৰ ঐতিহাসিক পোৱামক্কা দৰগাহ আৰু হয়গ্রীৱ মাধৱ মন্দিৰৰ সমন্বয়ে​. আজি সামৰণি পৰিব হাজোৰ পোৱামক্কা. হাজো পোৱামক্কা গেটৰ পৰা হাজো হয়গ্ৰীৱ মাধৱ মন্দিৰলৈ যোৱা সমন্বয় শোভাযাত্ৰাত অংশগ্ৰহণ কৰে অসম সাহিত্য সভাৰ সভাপতি কুলধৰ শইকীয়া, সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দিপাংক.


...
Free and no ads
no need to download or install

Pino - logical board game which is based on tactics and strategy. In general this is a remix of chess, checkers and corners. The game develops imagination, concentration, teaches how to solve tasks, plan their own actions and of course to think logically. It does not matter how much pieces you have, the main thing is how they are placement!

online intellectual game →