Back

★ ওদালগুৰি - অসমৰ নগৰ-মহানগৰ ..



ওদালগুৰি
                                     

★ ওদালগুৰি

ওদালগুৰি নামৰ উৎপত্তি "ওদাল"নামৰ গছৰ পৰা হোৱা বুলি প্ৰবাদ আছে। "ওদাল"মানে এডাল গছ ইয়াৰ লগত গুৰি অৰ্থাৎ শিপা যোগ কৰি ওদালগুৰি নাম সৃষ্টি হৈছে। ইয়াৰ অৰ্থ হ’ল- ওদাল গছেৰে আগুৰা এখন ঠাই। আন এক প্ৰবাদমতে এই ঠাইত ওদ্দালক নামৰ এক ঋষিৰ আশ্ৰম থকা বুলি বিশ্বাস কৰা হৈছিল। আনহাতে দুটা বড়ো শব্দ "ওৰ্‍দ্লা"আৰু "গুন্দ্ৰি"মিলি নামটো হ’লগৈ ওৰ্‍দ্লাগুন্দ্ৰি >, ওৰ্‍দ্লাগুন্দি >, ওদালগুৰি বা উদালগুৰি। বড়ো ভাষাত "ওৰ্‍দ্লা"মানে বহল তথা মূল্যবান আৰু "গুন্দ্ৰি"মানে গুড়ি।

                                     

1. ইতিহাস

১৯ শতিকাৰ মাজভাগলৈ ওদালগুৰি আৰু সমগ্ৰ দৰং জিলাতে বহুসংখ্যক বড়ো জনজাতিৰ লোকে বাস কৰিছিল। উপেন্দ্ৰচন্দ্ৰ গুহৰ "কছাৰীৰ ইতিবৃত্ত"নামৰ গ্ৰন্থখনৰ অনুসৰি পুৰাণ আৰু মধ্য যুগৰ সময়ত বড়ো আৰু কছাৰী অধিবাসীৰ মুঠ সংখ্যা আছিল ৬,৩৯,০০০ জন। ওদালগুৰিৰ ওচৰৰ উত্তৰ দিশত ভৈৰৱকুণ্ড আৰু ইয়াৰ আশে-পাশে কোঁচ ৰজা নৰনাৰায়ণৰ ১৫১৫-১৬১৫ প্ৰভাৱ আছিল।

২০ শতিকাৰ শেষৰ ফালে অসম ৰাজ্যখনক পুনৰগঠন কৰি তিনিখন নতুন জিলা সৃষ্টি কৰা হয়। জিলা তিনি খনৰ নাম হ’ল চিৰাং, বাক্সা আৰু ওদালগুৰি। দৰং জিলাৰ উত্তৰ অংশ লৈ বড়ো টেৰিটৰিয়েল এৰিয়া ড্ৰিষ্টিক বি টি এ ডি-ৰ অধিনত ওদালগুৰি জিলা গঠন কৰা হয়। এনে পুনৰগঠনৰ ফলত ৰাজ্যখনৰ জিলাৰ সংখ্যা ২৭ খনলৈ বৃদ্ধি হয়। ইয়াৰ পাছত অসম চৰকাৰৰ ২০০৩ চনৰ ৩০ অক্টোবৰৰ বিজ্ঞপ্তি নং জিএজিবি১৩৭/২০০২/পিটি/১১৭ অনুসৰি "বড়োলেণ্ড ক্ষেত্ৰীয় পৰিষদ"চমুকৈ বিটিচিৰ অধীনত উক্ত নতুন জিলাকেইখনৰ লগতে কোকৰাঝাৰ জিলাক সাঙুৰি ৪ জিলাক বিটিএডিৰ অন্তৰ্ভুক্ত কৰা হয়।

বিটিচি গঠন হোৱাৰ আগলৈকে ওদালগুৰি এখন নগৰ সমিতি আৰু দৰং জিলাৰ এটা মহকুমা আছিল। পিছলৈ বড়ো সংগঠন যেনে বড়ো লিবাৰেচন টাইগাৰচ্‌ সংক্ষেপে বিএলটি, ভাৰত আৰু অসম চৰকাৰৰ সৈতে ১০ ফেব্ৰুৱাৰী ২০০৩ চনত হোৱা ত্ৰিপক্ষীয় শান্তি চুক্তি মৰ্মে আৰু ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুচ্ছেদ সংশোধন কৰাৰ ফলত অঞ্চলটো ওদালগুৰি জিলা হিচাপে বিটিচিৰ অন্তৰ্ভুক্ত হয়।

                                     

2. প্ৰশাসন

ওদালগুৰি চহৰ হৈছে ওদালগুৰি জিলাৰ দুখন মহকুমাৰ এখন ওদালগুৰিৰ সদৰ ঠাই। বিটিচি গঠন হোৱাৰ আগলৈকে ওদালগুৰি এখন নগৰ সমিতি আৰু দৰং জিলাৰ এটা মহকুমা আছিল। বৰ্তমান ওদালগুৰিৰ প্ৰশাসনৰ বাবে ওদালগুৰি নগৰ সমিতি আছে।

ৰাজনৈতিক ভাবে ই ৬৯নং ওদালগুৰি বিধানসভা সমষ্টি আৰু মঙ্গলদৈ লোকসভা সমষ্টিৰ অন্তৰ্ভুক্ত।

                                     

3. জনবসতি

ওদালগুৰিৰ সংখ্যাগৰিষ্ঠ অধিবাসী বড়ো জনগোষ্ঠীৰ লোক। আন জনগোষ্ঠীসমূহ হৈছে: নেপালী, চাঁওতাল আৰু ৰাভা। জিলাখনৰ মূল কথিত ভাষাসমূহ হৈছে: বড়ো, অসমীয়া, নেপালী আৰু চাঁওতালি।

                                     
  • ওদ লগ ৰ জ ল বড उद लग ड ज ल ভ ৰতৰ অ গৰ জ য অসমৰ খন জ ল ৰ ভ তৰত এখন ওদ লগ ৰ জ ল বড ল ণ ড স ব য ত ত বশ স ত পৰ ষদৰ অন তৰ গত ওদ লগ ৰ নগৰ
  • ট ল ই ৰ জ Tangla IPA: ˈtæŋglə or ˈtæŋlə অসমৰ ওদ লগ ৰ জ ল ত অৱস থ ত এখন ঠ ই ন কটতম ৰ লৱ ষ ট চন: ট ল ৰ লৱ ষ ট চন ন কটতম ব ম নবন দৰ: গ ৱ হ ট
  • জ ল সম হত ম ঠ চ ৰ খন জ ল আছ স ইক ইখন হ ল, ক কৰ ঝ ৰ জ ল ব ক স জ ল ওদ লগ ৰ জ ল আৰ চ ৰ জ ল এই জ ল সম হ প ৰ বৰ ক কৰ ঝ ৰ জ ল বঙ ইগ ও জ ল
  • ল কসকলৰ এক ক ষ ম লক ল ক - উৎসৱ অসমৰ ব ক স বৰপ ট নলব ৰ ক মৰ প, বঙ ইগ ও, ওদ লগ ৰ দৰ শ ণ তপ ৰ, লখ মপ ৰ, ধ ম জ ক মৰ প মহ নগৰ, মৰ গ ও, ক কৰ ঝ ৰ আদ জ ল ত
  • মঙ গলদ মহক ম ক দৰ জ ল ন ম দ য হয চনত প নৰ দৰ জ ল ৰ এট অ শৰ পৰ ওদ লগ ৰ জ ল গঠন কৰ হয দৰ জ ল ই বৰ তম ন বৰ গ ক ল ম ট ৰ ঠ ই অধ ক ৰ কৰ
  • ভ ৰৱক ণ ড অসমৰ ওদ লগ ৰ জ ল ত অৱস থ ত এখন উল ল খয গ য পৰ যটনস থল ঠ ইখন অৰ ণ চল প ৰদ শ আৰ ভ ট ন স ম ন তত অৱস থ ত ভ ৰৱক ণ ড শ তক লত বনভ জক ৰ দল আৰ
  • ছ প ঝ ৰ ব ধ নসভ সমষ ট মঙ গলদ ব ধ নসভ সমষ ট দলগ ও ব ধ নসভ সমষ ট ওদ লগ ৰ ব ধ নসভ সমষ ট অন স চ ত জনজ ত ৰ প ৰ ৰ থ ৰ ব ব স ৰক ষ ত ম জব ট ব ধ নসভ
  • অস ব ধ অব হন আন ত ৰ ষ ট ৰ য স ম ন ত প ৰ হয চনৰ ল কপ য ল অন সৰ ওদ লগ ৰ জ ল ৰ ম ঠ জনস খ য জন ইয ৰ জন প ৰ ষ আৰ গৰ ক
  • বড ল ণ ড স ষ ট হ ছ এই জ ল ক ইখন হ ছ ক ৰম ক কৰ ঝ ৰ জ ল ব ক স জ ল ওদ লগ ৰ জ ল আৰ চ ৰ জ ল বড আন দ লনৰ ফলশ ৰ ত ত চনত হ ৱ বড চ ক ত ৰ
  • দ ৰ ঘ ম শত ম জত জ ল খনৰ ম ট ক ল বৰ গ ক ল ম ট ৰ ক মৰ প জ ল ৰ উত তৰ ওদ লগ ৰ আৰ ব ক স জ ল প ব দৰ আৰ ক মৰ প মহ নগৰ জ ল দক ষ ণ ম ঘ লয ৰ জ য


                                     
  • সময ৰ স তত বড ব বড হ চ প জন জ ত হয অসমৰ ক কৰ ঝ ৰ, চ ৰ ব ক স আৰ ওদ লগ ৰ জ ল ত বড সকলৰ ম ল বসত ইয ৰ পৰ ক ৰ ব আ ল গ ৱ লপ ৰ জ ল ত ক ছ স খ যক
  • হ গ ৰ ম য ও জ ন হ ৰ ত ও বহ ক ইখন তথ যচ ত ৰও ন ৰ ম ণ কৰ ছ চনৰ জ ল ইত ওদ লগ ৰ জ ল ত বড চ ৰ জন ম হয ত ও ৰ দ উত কৰ ন ম আছ ল ৰ ধ ক ৰঞ জন ব ৰহ ম আৰ ম কৰ
  • জ ল আৰ প ব প ব ক ম জ ল অৱস থ ত৷ জ ল খনৰ দক ষ ণ অসমৰ শ ণ তপ ৰ আৰ ওদ লগ ৰ জ ল ৷ পশ চ ম ক ম জ ল ৰ অধ ক শ হ ম লয পৰ বতৰ অ শ৷ এই জ ল ৰ সৰ ব চ চ
  • উদ য ন অসমৰ প চখন জ ল ৰ ব ভ ন ন অ শ ল গঠ ত হ ছ ক কৰ ঝ ৰ, চ ৰ ব ক স ওদ লগ ৰ আৰ দৰ জ ল ৰ ষ ট ৰ য উদ য নখনক ত ন ট ৰ ঞ জত ব ভক ত কৰ হ ছ পশ চ মৰ ঞ জ
  • জ ল আৰ ব শ বন থ চ ৰ আল গ স ইগ ও, ৰঙ য ম নক চৰ, দক ষ ণ শলম ৰ ওদ লগ ৰ চৰ ইদ উ, হ জ ই এই আঠট মহক ম গঠন কৰ হয ইয ৰ উপৰ ও ত ও ৰ দ নত ব ৰহ মপ ত ৰৰ
  • হয বৰগ ও, ম ক ৰগ ও গ ৰ শ মল গ ৰ মইন গ ৰ আ হতগ ৰ জ ম গ ৰ ব হ গ ৰ ওদ লগ ৰ ভ ম ৰ গ ৰ আমগ ৰ গণ শগ ৰ ঘ ট গ ল ঘ ট, ন ম ত ঘ ট, হ ওৰ ঘ ট, ন ত ই
  • জ ল চৰ ইদ উ জ ল য ৰহ ট জ ল গ ল ঘ ট জ ল নগ ও জ ল শ ণ তপ ৰ জ ল ওদ লগ ৰ জ ল আৰ ক কৰ ঝ ৰ জ ল ত চ হ জনগ ষ ঠ সম প ৰদ য ৰ জনবসত অধ ক ইয ৰ লগত
  • সদ যগঠ ত খন বড ল ণ ড জনজ ত য স ব য ত তশ স ত জ ল আছ স ইক ইখন হ ছ ওদ লগ ৰ ব ক স আৰ চ ৰ ই এখন ব হৎ সমতল প ৱৰপৰ পশ চ মল ইয ৰ দ ৰ ঘ য প ৰ য
  • অন প ৰৱ শক ৰ সকলৰ ম জত স ঘৰ ষ হ ছ ল স য ক ৰ যভ ৰ গ ৰহণ কৰ ৰ দ ঘণ ট ৰ প ছত ই ওদ লগ ৰ জ ল ল ত ও ক ট ৰ ন সফ ৰ কৰ হ ছ ল বৰ তম ন ত ও য ৰহ ট জ ল ৰ আৰক ষ অধ ক ষক
  • পৰ বড ল ণ ডৰ অন তৰ গত জ ল সম হ: ক কৰ ঝ ৰ জ ল চ ৰ জ ল ব ক স জ ল ওদ লগ ৰ জ ল প ৰ বৰ পৰ বড ল ণ ডৰ অন তৰ গত জ ল সম হৰ প নৰ গঠন: ক কৰ ঝ ৰ জ ল ৰ
  • ক ৰ ব আ ল ড ম হ ছ ও, কল য বৰ, ত ত বৰ, ম ৰ ঘ ৰ ট ব ক খ ট, ৰঙ য ওদ লগ ৰ ক কৰ ঝ ৰ, লখ মপ ৰ, হ জ ই, বজ ল উত তৰ শ লম ৰ ব ল স প ৰ নলব ৰ মঙ গলদ
                                     
  • Rabha, জন ম জ ন ৱ ৰ অসম য চলচ চ ত ৰ জগতৰ এগৰ ক অভ ন ত অসমৰ ওদ লগ ৰ জ ল ৰ ট ল ত জন মগ ৰহণ কৰ ৰ ভ ই হ ন দ বঙ ল ই ৰ জ আদ ভ ষ ৰ চলচ চ ত ৰত
  • বড ল ণ ড স ষ ট হ ছ এই জ ল ক ইখন হ ছ ক ৰম ক কৰ ঝ ৰ জ ল ব ক স জ ল ওদ লগ ৰ জ ল আৰ চ ৰ জ ল বড আন দ লনৰ ফলশ ৰ ত ত চনত হ ৱ বড চ ক ত ৰ
  • শৰণ য কছ ৰ ব ল পৰ চ ত অসমৰ ব ক স বৰপ ট নলব ৰ ক মৰ প, বঙ ইগ ও, ওদ লগ ৰ দৰ শ ণ তপ ৰ, লখ মপ ৰ, ধ ম জ ক মৰ প মহ নগৰ, মৰ গ ও, ক কৰ ঝ ৰ আদ জ ল ত
  • সদ যগঠ ত খন বড ল ণ ড জনজ ত য স ব য ত তশ স ত জ ল আছ স ইক ইখন হ ছ ওদ লগ ৰ ব ক স আৰ চ ৰ ই এখন ব হৎ সমতল প বৰ পৰ পশ চ মল ইয ৰ দ ৰ ঘ য প ৰ য
  • অৰ ণ চল প ৰদ শত বৰ মন কছ ৰ সকলৰ বসত দ খ য য স ইদৰ ব ৰহ মপ ত ৰ উপত যক ৰ ওদ লগ ৰ জ ল ব ক স জ ল চ ৰ জ ল ক কৰ ঝ ৰ জ ল দৰ জ ল ক মৰ প জ ল গ ৱ লপ ৰ
  • চৰ ইদ উ, ড ব ৰ গড ত ন চ ক য য ৰহ ট, গ ল ঘ ট, শ ণ তপ ৰ, ব শ বন থ, ওদ লগ ৰ নগ ও, ক ৰ ব আ ল হ জ ই, ক ছ ৰ, কৰ মগঞ জ, হ ইল ক ন দ ব ক স আদ ব ভ ন ন
  • প ৰ  আ  স অসমৰ নগৰ - মহ নগৰ ওদ লগ ৰ ওদ লগ ৰ ট ল কৰ মগঞ জ কৰ মগঞ জ বদৰপ ৰ ক ছ ৰ লক ষ প ৰ শ লচৰ ক মৰ প ৰঙ য পল শব ৰ হ জ শ ৱ লক ছ
  • উত তৰ অসম ওদ লগ ৰ দৰ ব শ বন থ শ ণ তপ ৰ ন মন অসম ক মৰ প ক মৰ প মহ নগৰ ক কৰ ঝ ৰ গ ৱ লপ ৰ চ ৰ দক ষ ণ শ লম ৰ - ম নক চৰ ধ ব ৰ নলব ৰ বঙ ইগ ও বজ ল বৰপ ট
  • সময ৰ স তত বড ব বড হ চ প জন জ ত হয অসমৰ ক কৰ ঝ ৰ, চ ৰ ব ক স আৰ ওদ লগ ৰ জ ল ত বড সকলৰ ম ল বসত নহয ইয ৰ পৰ ক ৰ ব আ ল জ ল ত ক ছ স খ যক

Users also searched:

ওদলগৰ, ওদালগুৰি, অসমৰ নগৰ-মহানগৰ. ওদালগুৰি,

...

Encyclopedic dictionary

Translation

ওদালগুৰিত দুজন এন ডি এফ বি এচ ৰ.

গৰিয়া, মৰিয়া, চাহ জনগোষ্ঠীয় জলহা লোকসকলক খিলঞ্জীয়া কৰণৰ দাবীত ওদালগুৰি জিলাৰ কলাইগাঁৱত অৱস্থান ধৰ্মঘট । by Janabarta August 14, 2020 0. Share0. ওদালগুৰিৰ পৰা চামাদুল হুছেইনৰ. তৰমুজ খেতি কৰি বিপদত ওদালগুৰি. ওদালগুৰি সমষ্টিৰ বিপিএফ প্ৰাৰ্থী তথা মন্ত্ৰী ৰিহন দৈমাৰীয়ে আদৰণি জনাই ৰিঞ্জয় বড়োক ।বড়োৰ সৈতে বিজেপি ​ইউপিপিএলৰ একাধিক সদস্যই বিপিএফত যোগদান কৰে। Tweet. Cluster Directory Craft Clusters of India. এই গ্ৰুপটো কন্টেন্ট শ্বেয়াৰ কৰিবলৈ আৰু আগ্ৰহী লোকসকলক বিচাৰিবলৈ ওদালগুৰি. যোগদান. চাটৰুমবোৰ ট্ৰেন্ডিং টেগছ ফ্ৰেচ ভিডিঅ জিআইএফ Gif টেক্সট অডিঅ ইমেজ চাটৰুমবোৰ. ওদালগুৰি Archives TIME8 News. অসম বুৰঞ্জীৰ ২৯ নং পৃষ্ঠাত ছাৰ এদৱাৰ্ড গে‍ইটে ওদালগুৰিৰ পৰা তিব্বতলৈ চমু পথ হিচাপে উল্লেখ কৰিছিল। ইতিহাস. ওদালগুৰি জিলা পূৰ্বৰ দৰং জিলাৰ উত্তৰ অংশ লৈ নতুনকৈ গঠন কৰা এখন.





NPER069PART168.pdf.

ওদালগুৰি জিলা কাৰাগাৰত ৪৩ গৰাকী কয়দীৰ দেহত ধৰা পৰিছে কোভিড ১৯ ভাইৰাছ। সোমবাৰে কাৰাগাৰখনৰ কয়দীসকলক কৰা হৈছিল কোভিড পৰীক্ষা।. গৰিয়া, মৰিয়া, চাহ জনগোষ্ঠীয় জলহা. ওদালগুৰি তিনিচুকীয়া পৰা ধুবুৰীলৈ অবৈধভাৱে চোৰাং গৰু কঢ়িয়াই অনা ডিআইসহ ব্যৱসায়ী আটক ওদালগুৰিত। সম্প্ৰতি একাংশ আৰক্ষী বিষয়াক মেনেজ কৰি সমগ্ৰ. ওদালগুৰি কাৰাগাৰৰ ৪৩ জন কাৰাবন্দী. নিয়মীয়া বাৰ্তা ২১ জানুৱাৰীঃ খাগ্রাবাৰীৰ নৌলৌবাৰী ফৌথাৰত চলি থকা ওদালগুৰি জিলা নিখিল বডো ছাত্র সন্থাৰ সোণালী জয়ন্তী বর্ষ অধিৱেশনৰ আজি দ্বিতীয় দিনৰ.


Microsoft Word Doc1 HDFC ERGO.

ওদালগুৰি জিলা. ওদালগুৰি জিলাৰ কৃষিৰ চমু বিৱৰনি. ওদালগুৰি জিলাৰ কৃষিৰ চমু বিৱৰনি লিখা হৈছে ইয়াত ওদালগুৰি জিলাৰ বিভিন্ন কৃষি প্ৰতিষ্ঠানৰ বিষয়ে আলোচনা কাৰা হৈছে​।. আসামের দাঙ্গা আক্রান্ত উদালগুড়িতে ক্রমবর্ধমান বিভাজন ইউটিউব. প্ৰতিৰক্ষা উৎপাদনৰ বিভাগ আৰু ওদালগুৰি জিলাৰ বিষয়াসকল, ডঃ বন্দনা দ্বিবেদী, গোৱালপাৰা, হাইলাকান্দি আৰু ওদালগুৰি অৰুণাচল প্ৰদেশৰ নামচাই মণিপুৰৰ চান্দেল. ওদালগুৰিৰ হৰিশিঙা বিজেপিত খহনীয়া. ৰাজ্যখনত ভয়াবহ ভাৱে বাঢ়ি অহা দ্বিতীয় পৰ্যায়ৰ কভিড ১৯ ৰ মহামাৰী ওদালগুৰি জিলাতো ওদালগুৰি জিলাত কভিড আক্ৰান্তৰ সংখ্যা ১২৪৭ গৰাকী:তীব্ৰতৰ ৰূপত মৃত্যুৰ. Udalguri, Udalguri ওদালগুৰি: ওদালগুৰিৰ. ওদালগুৰি জিলাত স্কিল ডেভেলপমেণ্ট অনুষ্ঠানৰ দ্বাৰা ১০০ খন তকৈ অধিক গাঁৱত কৰ্ম সংস্থাপন প্ৰদান এজিউৰ পাৱাৰৰ. □ ১১৪ গৰাকী শিক্ষাৰ্থীক কৌশল বিকাশ.





ওদালগুৰি জিলা Vikaspedia কৃষি.

প্ৰথম পৰ্যায়ত ভোটগ্ৰহণ হবলগীয়া বাক্সা আৰু ওদালগুৰি জিলাত পৰহিলৈ প্ৰচাৰ অভিযানৰ অন্ত পৰিব। ওদালগুৰি জিলাত ১০ টা আৰু বাক্সা জিলাত ১১ টা সমষ্টি আছে। বিটিচিৰ. আজি দিনটোৰ দ্বিতীয়খন সভা হিচাপে. And die for something ওদালগুৰি যুব চামৰ একক প্ৰচেষ্টাৰে. হিয়াৰ অামঠু, মৰমৰ শিল্পী জুবিন গাৰ্গলৈ জুবিন গাৰ্গ ফেন ক্লাৱ, ওদালগুৰিৰ তৰফৰ পৰা থাকিল অযুত শুভকামনা। ❤​. 30 09. BTC election ওদালগুৰিৰ ১০টা পৰিষদীয়. ওপৰত গুৰুত্ব দিছে । মঙলবাৰে ওদালগুৰি জিলাৰ লালপুলত ওদালগুৰি কৃষি বিজ্ঞান কেন্দ্ৰ প্ৰশাসনিক ভৱনৰ উদ্ধোধন কৰি মন্ত্ৰী অতুল বৰাএই দৰে মন্তব্য কৰে ।.


বিটিচিৰ পৰিষদীয় নিৰ্বাচনৰ বাবে.

ওদালগুৰি জিলাৰ ৰৌতাৰ দৈফাং অঞ্চলত হাজাৰ হাজাৰ বিঘা তৰমুজ খেতি কৰি হতাশাত ভুগিছে কৃষকেসকলে। বজাৰ আৰু বিক্ৰীৰ অভাৱত পথাৰতে মৰহি আৰু পচি যোৱাৰ উপক্ৰম হৈছে হাজাৰ. ওদালগুৰি জিলাৰ ভাৰত ভূটান The Sentinel. ওদালগুৰি জিলাৰ ভাৰত ভূটান সীমান্তত দুজন এন ডি এফ বি এচ ৰ কেডাৰ আটক কৰে।ভেৰাগাঁও মহকুমা আৰক্ষীয়ে অভিযান চলাই দেওবাৰে শান্তিপুৰ এলেকাৰ পৰা নিষিদ্ধ ঘোষিত.


উত্তৰ পূৰ্বাঞ্চল উন্নয়ন.

নীতি আয়োগত দেশৰ আকাংক্ষিত জিলাসমূহৰ ভিতৰত সৰ্বোচ্চ স্থানত ওদালগুৰি জিলা বিশ্বব্যাপি চলি থকা কভিড ১৯ মহামাৰী বিভীষিকাৰ মাজতে ওদালগুৰি জিলাই কঢ়িয়াই​. জনগোষ্ঠীয় নৃত্য–গীতেৰে মুখৰ. চিৰাঙৰ ৰুনিখাতাত ওদালগুৰি বনাঞ্চলত বন বিভাগৰ উচ্ছেদ. Published on: May 28, চিৰাং, 28মে: শুকুৰবাৰে চিৰাং জিলাৰ ভাৰত ভূটান সীমান্তৰ ওদালগুৰিত বন বিভাগে উচ্ছেদ চলায় ।.





নীতি আয়োগত দেশৰ আকাংক্ষিত.

আজি দিনটোৰ দ্বিতীয়খন সভা হিচাপে ওদালগুৰি জিলাৰ ৩৫ নং মুদৈবড়ী সমষ্টিৰ বিশাল জনসভাত অংশগ্ৰহণ কৰোঁ৷ মুদৈবড়ী সমষ্টিৰ প্ৰাৰ্থী দিগন্ত বৰুৱাক বিজেপি দলৰ হৈ আগন্তুক. Appointment of Retail Outlet Dealerships in the State of Assam by. ওদালগুৰি জিলা প্ৰশাসনে জনাইছে যে কাৰাগাৰৰ কভিড ১৯ ত আক্ৰান্ত বন্দীসকলক কভিড কেয়াৰ চেণ্টাৰলৈ ইতিমধ্যে স্থানান্তৰিত কৰা হৈছে। টংলা মানৱ অধিকাৰ মঞ্চৰ সভাপতি. চিৰাঙৰ ৰুনিখাতাত ওদালগুৰি. ওদালগুৰি জিলাৰ ভাৰত ভূটান সীমান্তৱৰ্তী গাঁৱত সম্প্ৰতি সন্ত্ৰাসৰ সৃষ্টি কৰিছে বনৰীয়া হাতীয়ে ৷ অঞ্চলটোত বনৰীয়া হাতী আৰু মানুহৰ মাজত হোৱা সংঘৰ্ষক উপেক্ষা. ওদালগুৰি জিলা কাৰাগাৰত ৪৩ জন কয়দী. ৰাজ্যৰ না. s03 অসম. ভােটাৰ তালিকা: 2018. বিধানসভা সমষ্টিৰ নম্বৰ, নাম আৰু প্ৰকাৰ 069 ওদালগুৰি অনুসূচিত জনজাতি। খণ্ড নং 164. এলেকাৰ নম্বৰ আৰু নাম 1 ওদালগুৰি ষ্টেচন ব্লক. ওদালগুৰি জিলাত ১০০ খনতকৈ Asom Khobor. ধনশিৰি বোৱতী জলসিঞ্চন প্ৰকল্প, ওদালগুৰি, ওদালগুৰি মাজবাট আৰু পানেৰি, ধনশিৰি বান্ধ সংমণ্ডল ধনশিৰি নলা সংমণ্ডল ১ ধনশিৰি নলা সংমণ্ডল ২. মধ্যমীয়া জলসিঞ্চন প্ৰকল্পসমূহ.


ওদালগুৰি কেন্দ্ৰীয় জেইলৰ ৪৩ জন.

ওদালগুৰি জিলাৰ দুটা মহকুমাৰ মুঠ ১০টা পৰিষদীয় সমষ্টিত অব্যাহত আছে ভোটগ্ৰহণ প্ৰক্ৰিয়া।. Asom Live 24 ওদালগুৰি জিলা প্ৰশাসনৰ. অৰ্ধসহস্ৰাধিক ভক্তৰ বিশাল শোভাযাত্ৰাৰে ভাগৱত লৈ ওদালগুৰি নগৰ পৰিভ্ৰমণ কৰা হয়। ফলত শোভাযাত্ৰাত অংশগ্ৰহণকাৰী আই মাতৃ, বাপ​ বান্ধৱৰ হৰিনাম ধ্বনিত মুখৰিত হৈ.





জুবিন গাৰ্গ ফেন ক্লাৱ ওদালগুৰি.

16, পর্চাৰিদাগ অসম ওদালগুৰি পর্চাৰিদাগ বনজৰা খৈৰা উঠেৰিখাট গ্রামীণ বিকাশ গাওঁ আৰু ডাকঘৰ খৈৰাবাৰী, জিলা ওদালগুৰি, অসম, 0 0, 72 গোটৰ বিশদ বিৱৰণ উৎপন্ন দ্রব্যটো চাওঁক. নিৰ্মীয়মান বৃহৎ আৰু মধ্যমীয়া. Udalguri, Udalguri ওদালগুৰি: ওদালগুৰিৰ উপায়ুক্ত কাৰ্য্যালয়ত চলি থকা ৫ ম ৰাউণ্ডৰ ভোট গণনাৰ ফলাফল Public App. Gover Speech Assamese 2 2018.p65 Assam Legislative. ৱাদ, ৰামজানকি চক, ওদালগুৰি. ওদালগুৰি. পৰাগ মণি. ৭৮৪৫০৯. নায়ক কমপলেকসৰ ১ম মহলা, তালাপ. বালি বজাৰ, ইনদিয়ান অইল পেট্রল. তিনিচুকীয়া. সুমন্ত শর্মা. পামপৰ সনমুখত, তিনিচুকীয়া. ওদালগুৰি কলাইগাঁৱ শংকৰী কলা. ওদালগুৰি জিলাত ৪৩ জন কাৰাবন্দী আক্ৰান্ত হৈছে COVID 19 ত। ১৭৬ গৰাকীৰ ৰেপিড টেষ্ট কৰাৰ পিছত আক্ৰান্ত হোৱা ৰোগীৰ কথা গম পোৱা গৈছে​। ওদালগুৰি জিলা প্ৰশাসনে কোৱা. ওদালগুৰিত কৃষি বিজ্ঞান কেন্দ্ৰৰ.


...
Free and no ads
no need to download or install

Pino - logical board game which is based on tactics and strategy. In general this is a remix of chess, checkers and corners. The game develops imagination, concentration, teaches how to solve tasks, plan their own actions and of course to think logically. It does not matter how much pieces you have, the main thing is how they are placement!

online intellectual game →