Back

★ গামখাৰু - অসমৰ অলংকাৰ ..

গামখাৰু
                                     
★ গামখাৰু

গামখাৰু হৈছে অসমীয়া পুৰুষ-মহিলা উভয়ে সৌন্দৰ্য বৰ্ধনৰ বাবে হাতত পিন্ধা খাৰু বিশেষ। গামখাৰু অসমীয়া গহনাৰ এবিধ পুৰণি অলংকাৰ। পুৰণি দিনত ইয়াৰ ব্যৱহাৰ সাধাৰণ আছিল যদিও বৰ্তমান বিহুৰ সময়তহে নাচনীৰ হাতত গাম খাৰু দেখা যায়। অসমীয়া পুৰুষ-মহিলা উভয়ে হাতত পৰিধান কৰা বিভিন্ন অলংকাৰৰ ভিতৰত আঙঠি আৰু খাৰুৱে প্ৰধান। সেই সমূহৰ ভিতৰত উকা সোণৰ গামখাৰু, উকা ৰূপৰ গামখাৰু, বাখৰুৱা গামখাৰু, সোণৰ চাৰিপতীয়া গামখাৰু, গেজেৰাখাৰু, বাখৰ পতা খাৰু, কংকণ সোণৰ চাৰি পতীয়া ডলা, সোনৰ পেচন্দাৰ, কলক, বাজু আদি লগতে আঙঠিৰ ক্ষেত্ৰত- উকা আঙঠি, হীৰাপতি আঙঠি, বাবৰি ফুলীয়া আঙঠি, পদুম ফুলীয়া আঙঠি, ভাটৌ ঠোঁটীয়া আঙঠি, বাখৰামি আঙঠি, মৰানেজীয়া আঙঠি আদিয়ে প্ৰধান।

1. ইতিহাস

গামখাৰু পুৰণি কালত মিচিং সকলৰ মুখিয়ালে পিন্ধিছিল। এই মুখিয়ালক গাম বুলিও কোৱা হৈছিল। গামে পিন্ধা খাৰু বাবে ইয়াৰ নাম গামখাৰু হয়।পূৰ্বতে পুৰুষে পিন্ধা এই খাৰু বিশেষ বৰ্তমান সময়ত মহিলা সকলেহে পৰিধান কৰা দেখা যায়।

2. ৰূপাংকৰণ আৰু পদ্ধতি

গামখাৰুৰ লগতে অন্যান্য অসমীয়া গহনা তৈয়াৰ কৰা পদ্ধতিটো দক্ষিণ-পূৱ এচিয়াৰ পাৰম্পৰিক পদ্ধতিৰ সৈতে সাদৃশ্য থকা। বিভিন্ন সঁজুলি সমূহ যেনে:হাঁতুৰী, ভাটী, নিয়াৰি, ডাইচ, ফলি, কৰ্ষণী, কাঁটি, নোৱনি, লেপ, থিনা/ঠিনা, বাখৰ আদিৰ সহায়ত হাতেৰে এই গহনা বিশেষ তৈয়াৰ কৰা হয়। সাধাৰণতে গহনাৰ জঁকাটো ৰূপ ধাতুৰ সহায়ত তৈয়াৰ কৰি তাৰ ওপৰত সোণৰ পাতল আৱৰণ দিয়া হয়। ইয়াৰ বাবে সোণ গলাই স্প্ৰে যন্ত্ৰৰ দ্বাৰা গহনাৰ ওপৰত এটা নিৰ্দিষ্ট অনুপাতত প্ৰলেপ দিয়া হয়। এই পদ্ধতিটোক সোণপানী চৰোৱা বুলিও কোৱা হয়। সাধাৰণতে অসমীয়া গহনাৰ আকাৰ-আকৃতি বা ৰূপাংকৰণ জৈৱিক বৈচিত্ৰ্য আৰু অসমীয়া বাদ্যযন্ত্ৰৰ আকৃতিৰ দ্বাৰা অনুপ্ৰাণিত। প্ৰধানকৈ কেৰু, জাংফাই আৰু গামখাৰু জনজাতীয় পাৰম্পৰিক আৰ্হিত তৈয়াৰ কৰা হয়।

3. বৈশিষ্ট্য

গামখাৰু তৈয়াৰ কৰিবলৈ প্ৰধানত সোণ আৰু ৰূপ ধাতুৰ ব্যৱহাৰ কৰা হয়। অৱশ্যে দুয়োবিধ ধাতুৰে তৈয়াৰ কৰা হয় যদিও ৰূপৰ গামখাৰুৰ প্ৰচলনহে অধিক। গামখাৰু তিনিসৰীয়া আৰু মাজতে এডাল শলা থাকে খাৰু পাত খুলিবৰ সময়ত প্ৰথমে শলাডাল খুলি লব লাগে। শলাডালে খাৰুপাত হাতৰ পৰা খহি নোযোৱাকৈ ৰাখে। গামখাৰুত লতা, ফুল আদি খোদিত থাকাৰ লগতে কিছুমান সোণৰ গামখাৰুত বাখৰ পতোৱা হয়।

4. প্ৰকাৰ

গাম খাৰু বিভিন্ন প্ৰকাৰৰ আছে। সেইসমূহ হল:

  • উকা সোনৰ গাম খাৰু.
  • সোনৰ চাৰি পতীয়া গামখাৰু ইত্যাদি।.
  • বাখৰুৱা গামখাৰু.
  • উকা ৰূপৰ গাম খাৰু.

সৰু আকাৰৰ গামখাৰুক উজনি অসমৰ লোকে মুঠি খাৰু বুলি কয়। কিন্তু নামনি অসমত মুঠি খাৰুবিধ বেলেগ। গামখাৰু পাতলকৈ আৰু ভিতৰ ফালে ৰূপৰ প্ৰলেপ এটা দি দুই ধৰণে বনোৱা হয়। পাতলকৈ বনালে কম খৰচী। বৰপেটাত তৈয়াৰ কৰা ৰূপত সোণ পানী চৰোৱা গামখাৰুদৰ আৰু সুলভতাৰ বাবে গোটেই অসমত এনেবিধ গামখাৰুৰ প্ৰচলন বেছি।

  • পৰ ই প ৰচলন হ ছ ল আহ ম ৰ জত বৰ দ নত ই গ মখ ৰ আৰ হ চ মৰ ৰ ব যৱহ ৰ বহ লভ ৰ দ উৰ মহ ল ই কৰ বল লয গ মখ ৰ আৰ স চ মৰ ব ৰত স ণ ব ৰ পৰ প ন ঢ ল ব খৰ
  • শ ৰৰ আগৰ পৰ প ছল খ ল পৰ দ ই ক ষ স ৰ প ত থ য হয ক ণত উন ত হ তত গ মখ ৰ ভৰ ত জ ন ক আৰ ড ঙ ত মত মণ প ন ধ ৰ ন য ম শ দ ধ বগ কপ হ কপ ৰৰ লহঙ ৰ
  • ত প কম ই ৰ খ জ ত ক ৰ ব ল ৰ নক স অ ক হ ত হ তত থল ৱ অসম য গহন গ মখ ৰ জ ত ক ৰ ব ল ৰ নক স অ ক এখন হ ত ৰঙ ধৰ ৰ আগত জ ত ক ৰ ব ল ৰ নক স অ ক
  • কপ লত দ ঘল ৰঙ - হ লধ য বৰণৰ গ ম চ ব ন ধ এন ওজ ই ভৰ ত ন প ৰ, হ তত ৰ পৰ গ মখ ৰ আৰ কপ লত চন দনৰ ফ ট লয আনহ ত এই দ য ব ধ ওজ প ল ত প ল ৰ প গ ৰ ট ৰ
  • খ প ত কপ ফ ল, ন হৰ ফ ল আদ বতৰৰ ফ ল গ জ ল ছ ল অল ক ৰ ভ তৰত ম ঠ খ ৰ গ মখ ৰ গ জ ৰ ক ণফ ল ঢ লব ৰ জ নব ৰ ম দল দ লমন ফ ট মন আদ য ই প ৰধ ন
  • ম জত এই দ ব ধ অল ক ৰৰ প ৰচলন অত স ম ত দ উৰ মহ ল সকল হ তত ম ঠ খ ৰ গ মখ ৰ গ ট খ ৰ পট য খ ৰ আদ অল ক ৰ পৰ ধ ন কৰ আঙ ল ত ত ও ল ক ব ভ ন ন
  • ম দ ৰ প ৰদৰ শন কৰ ওজ ই ড ঙ ত মণ গঠ ঢ ল ম দল স লগ ন এঢ ৰ ম ল হ তত গ মখ ৰ ন ইব ৰ পৰ দ পত য খ ৰ আৰ ক ণত ক ৰ প ন ধ দ খ য য ওজ ৰ কপ লত এট
  • ব ম ব লপ ট গ ত ব য ন ম ব হ গ ত মহ হ গ ত ল কগ ত হ চৰ অল ক ৰ ক ৰ মণ গ মখ ৰ জ নব ৰ ঢ লব ৰ থ ৰ য দ গদ গ স জ - প চ ক গ ম চ চ দৰ চ ল দখন ধ ত ম খ ল

Users also searched:

অসমীয়া অলংকাৰ জোনবিৰি, অসমীয়া অলংকাৰ, অসমীয়া আ অলংকাৰ, অসমীয়া গহনাৰ নাম, কেৰু, কেৰুমণি, ডুগডুগি অলংকাৰ, লোকাপাৰ কি, অলক, অলকৰ, অসময, জনবৰ, ডগডগ, কৰমণ, গহনৰ, গমখৰ, অসমযঅলকজনবৰ, অসমযগহনৰনম, লপৰক, অসমযআঅলকৰ, ডগডগঅলকৰ, অসমযঅলকৰ, গামখাৰু, অসমৰ অলংকাৰ. গামখাৰু,

...

Encyclopedic dictionary

Translation

অসমীয়া অলংকাৰ জোনবিৰি.

দীপালি বৰঠাকুৰৰ কালজয়ী গীতবোৰ. ১০ গামখাৰু আৰু মুঠিখাৰুত বনৰীয়া লতা ফুল দি মাজে মাজে বাখৰ খতুৱাই দিয়া হয়। ৫ মূখা ​শিল্প. অসমৰ শিল্প সমূহৰ ভিতৰত মূখা শিল্পৰ এক উল্লেখযোগ্য অৱদান আছে। মহাপুৰুষ. অসমীয়া গহনাৰ নাম. অসমীয়া নৱবৰ্ষ আৰু ৰঙালী বিহুৰ. মোৰ সন্তানটোৰ বাবে মাই উপহাৰ দিবৰ বাবে আনি থোৱা সোণৰ চেইনডালো লকাৰত নাই । মোৰ কেইবাটাও অসমীয়া গহণা চেট, গামখাৰু, ঘড়ী আৰু পোছাকো চুৰি হৈছে বুলি আলমাৰিকেইটাৰ.

লোকাপাৰ কি.

1 FEB 12.pmd Dainandin Barta. মুকলি বিহু প্ৰদৰ্শন কৰে ঢেকিয়াজুলীৰ ৰূপজ্যোতি আঞ্চলিক বিহুৱা দল আৰু বোকাখাত গামখাৰু বিহুৱা দলে। ঝংকাৰ জনগোষ্ঠীয় বিহুনাচ দল আৰু ফ্ৰেণ্ডশ্বিপ ক্লাব. ডুগডুগি অলংকাৰ. বাঁহেৰে গামোছা বৈ নতুন চিন্তাৰ চমক. আদৰিৱ চেনাইধনক হেঁপাহেৰে আছে ৰৈ নাচনীৰ দুহাতত জেতুকা বোলায় হাতত গামখাৰু খোপাতে কপৌফুল মূগা ৰিহা পিন্ধি ওলালে সাজি কাচি বিহুৰে তলিতে এপাক নাচোগৈ বুলি আজি উৰুকাৰ দিনা.

কেৰু.

যাত্ৰা JAATRA মৰাণ জনগোষ্ঠীৰ. কৰা হৈছিল ৷ মুকলি বিহু প্ৰতিযোগিতাত বোকাখাতৰ গামখাৰু বিহুৱা দলে প্ৰথম, বৰছলাৰ সাতসৰী বিহুৱা দলে দ্বিতীয়, ঢেকীয়াজুলিৰ ৰূপজ্যাতি আঞ্চলিক বিহুৱা দলে তৃতীয়. কেৰুমণি. Bohag Bihu 2020 বহাগ বিহু, wishes, quotes in Assamese. Facebook पर Gamkharu গামখাৰু को और देखें. लॉग इन करें. खाता भूल गए? या. नया अकाउंट बनाएँ. মহাৰাষ্ট্ৰৰ এটি পৰ্যটকৰ দলে উপভোগ. Videos, Shayari. Mitali Pathak. 4.8K চাওক. 2 বছৰৰ আগতে পুনঃচেষ্টা কৰিবলৈ টেপ কৰক. গামখাৰু ছেট।। ❤️ @শ্বেয়াৰচাট অসমীয়া পৰম্পৰাগত আ ​অলংকাৰ. শ্বেয়াৰ. 17. 72. 5. Your browser does not support JavaScript!.

সুবাস Hunguti.

গামখাৰু, জোনবিৰি, কেতেকী, কুঁহি পাত, গামোচা, মুগা ৰিহা, চুৰিয়া – ইত্যাদি মানেই ৰঙালী বিহু আক ৰঙালী বিহুৰ হিয়াভৰা শুভেচ্ছা যাঁচিলো. ৰঙালী বিহুৰ লগতে অসমীয়া নৱবৰ্ষৰ​. পৰম্পৰাগত আ অলংকাৰ Images Mitali Pathak. মোকে কৰি গলি বাউল আইতা. জিলমিল কৰে অ আইতা. মুকুতা জ্বলে অ আইতা. কেঁচা সোণ বৰষে গাত… কানফুলি বেজাৰত. কান্দ কি সৰুমাই. কান্দ কি সৰুমাই. গামখাৰু নিদিলে বুলি. কি সৰু মাই.

ঢোল পেঁপাৰ মাতত ৰজনজনালে নবিল পথাৰ.

ইয়াৰ উপৰিও সােণেৰে নির্মিত ডুগডুগি, সােণােৱালী গলপতা, সােণৰ কেৰু, সােণ আৰু ৰূপৰ গামখাৰু, জোনবিৰি, সােণৰ মেকুৰী, তিনি খলপীয়া সিংহাসন, দবা, কালি, চৰা নাও আদি ব্যৱহাৰ. Rongali Bihu Wishes ৰঙালী বিহুৰ শুভেচ্ছা. খাৰু ঃ উকা সােণৰ গামখাৰু, উকা ৰূপৰ গামখাৰু. বাখৰুৱা গামখাৰু, সােণৰ চাৰিপতীয়া গামখাৰু. গেজেৰাখাৰু, বাখৰ পতা খাৰু, কংকণ সােণৰ চাৰি. পতীয়া ডলা, সােণৰ পেচন্দাৰ, কলক, বাজু আদি. বহাগ আহিল হীৰামনি শৰ্মা উপমন্যু. উকা সোণৰ গামখাৰু, উকা ৰূপৰ গামখাৰু, বাখৰুৱা গামখাৰু, সোণৰ চাৰিপতীয়া গামখাৰু, গেজেৰাখাৰু, বাখৰ পতা খাৰু, কংকণ সোণৰ চাৰি পতীয়া ডলা, সোনৰ পেচন্দাৰ, কলক, বাজু আদি। আঙঠি: উকা.

Gamkharu গামখাৰু पोस्ट Facebook.

গামখাৰু. ওলগনি. সাহসেৰে যিকোনাে জটিল মুহূৰ্তৰ মুখামুখি কিতাপখনত পাণ্ড কংগ্রেছৰ বিষয়ে লিখেতে. চনপৰা. আহুতলি হৈ যুঁজি যাব লাগিব। এইদৰে লিখিছে সংস্কৃতি সভাৰ. Unit 13. তাৰোপৰি, ৰঙালী বিহু উপলক্ষে নাচনী সকলৰ বাবে প্ৰয়োজন হোৱা গহনা সমূহ যেনে গামখাৰু​, ডুগডুগী, জোনবিৰি, ঢোলবিৰি, গলপতা আদি বিভিন্ন অলংকাৰ ক্ৰয় কৰে। ৰাজ্য খনৰ. প্রাক্তন সাংসদ পত্নীৰ কাণ ফুলি আৰু. মূগাৰ ৰিহা মেখেলা, গামখাৰু, ঢোলবিৰি, জোনবিৰি, লোকাপাৰ অথবা ডুগডুগী আদিৰে সজ্জিত হৈ মঞ্চত বিহু নচাটো সাধাৰণ ঘৰৰ ছোৱালী এজনীৰ বাবে এতিয়া অলীক সপোনৰ দৰেহে​।. জয়ন্ত কুমাৰ নাথ Quotes YourQuote. বিহুত নাচনীৰ দেহত শোভা কৰা জােনবিৰি, গামখাৰু, কেৰু, গলপতা, ঢোল মাদুলি, জাপিসোণ, ঠোকাসোণ আদি বিবিধ অসমীয়া গহনা প্ৰস্তুত কৰে সত্ৰনগৰী বৰপেটাৰ কাৰুশিল্পীসকলে ৷.

ÀÂ√±ª PRANTIK.

কার্যসূচীৰ অংশৰূপে গামখাৰু. লগতে বিশেষকৈ জিলাখনৰ মাহমৰা, দেখুৱাই বিপৰীত দিশেৰে. ৰঙালী বিহু তথা অসমীয়া বস্ত্ৰ. বাঁহৰ গামখাৰু, কাণফুলি, জোনবিৰি, ঢোলবিৰি, গগণা, শৰাই আদিও সুন্দৰকৈ তৈয়াৰ কৰিছে।. Tiktok video with stolen jwellery helps detecting the thief tv gautam. গামখাৰু আছিল হাতত পিন্ধা পুৰুষৰ অলংকাৰ বিশেষ। মূলতঃ ৰূপৰ গামখাৰু. ব্যৱহাৰ কৰা হৈছিল যদিও বহুতে সােণৰ গামখাৰুও পিন্ধিছিল। ডিঙিত পিন্ধা সােণৰ. বাখৰ পতা মণি মতামণিত ৰঙা.

ককা আজোককাৰ পৰম্পৰাঃ আজিৰ.

তিনিটালৈকেআঙঠি পিন্ধে।তিনিটাৰ মাজৰআঙঠিটো হল পইচাৰ।হাততৰয় পেংখাৰা. ​গামখাৰু আৰুকানতনথেংপি কৰিয়া পিন্ধে। এইআটাইবােৰ কিন্তুৰূপৰ অলংকাৰ। সােণৰ অলংকাৰ পৰিধান. Untitled. গামখাৰু,কেৰু মণি থুৰিয়াৰ ঝঙ্কাৰ জেতুকাৰ বোলত. বহাগ আহে জন জীৱনৰ. প্ৰেৰণাৰ সমল হৈ । এইবেলি বহাগ আহিছে. নাচনিৰ খোপাৰ কপৌ ফুলত. বহাগী সপোন হৈ হৃদয়ৰ. শিৰাই শিৰাই প্ৰাণ. অসমৰ জাতীয় উৎসৱ হিচাপে বিহুঃ এক. পুৰুষে লোকাপাৰ, মতামণি, কেৰু, আঙুঠি, বিৰি, মগৰদানা, গামখাৰু আদি অলংকাৰ পিন্ধিছিল। কাণত পুৰুষে পিন্ধা অলংকাৰ বিধেই আছিল লোকপাৰ। ইয়াৰ চানেকি আছিল ৪টা পাৰ চৰাই. Joy Krishna, Ulubari Chariali, Gauhati 2021 Find Local Businesses. গামখাৰু এডাল বাৰম্বাৰ বিচৰা সত্ত্বেও নিদিয়াৰ বাবেই কাণফুলিযোৰ লৈ যোৱা বুলিও অভিযোগ কৰে৷ লক্ষণীয় যে স্বামী দীপ গগৈয়ে তেওঁক মৰমত দুডাল একে গামখাৰু দিছিল.

Assam jwellery artisans in Barpeta faces crisis during lockdown tv.

সোণোৱালী মুগাৰ মেখেলা চাদৰ, হাতত বাখৰ খটোৱা গামখাৰু, কাণত জাংফাই কেৰু আৰু ডিঙিত সোণৰ মালামণি ৷লিহিৰি আঙুলিত পদুমকলি আঙঠি এটা আৰু নেঘেৰী খোপাটোত ৰূপৰ ফুল এপাহ. Pharma 7.pmd DIPR Assam. মৰাণ গাভৰুসলে বিহু মাৰিবলৈ গলে মুগাৰ মেখেলা, ৰঙা ব্লাউজ, কঁকালমৰা আৰু কলীয়া ৰিহা মাৰে। কাণত জাংফাই, কেৰু, থুৰীয়া, নেজপতা আদি, হাতত গামখাৰু আৰু সোণৰ ৰূপৰ আঙুঠি.

India పాప ప్రాణం కోసం 16కోట్లు ఖర్చు l.

ঢোল, তাল, পেপা, কুলি চৰাই, নাহৰ, গগণা, কপৌফুল, গামখাৰু, জোনবিৰি, কেতেকী, কুঁহি পাত, গামোচা, মুগা ৰিহা, চুৰিয়া ইত্যাদি মানেই ৰঙালী বিহু আক ৰঙালী বিহুৰ হিয়াভৰা. Class 9 Boichitramoi Assam বৈচিত্র্যময় অসম. ফুলদানি, পশু পক্ষীৰ মূৰ্তি, বঁতা, গামখাৰু,​গগনা, বাঁহি আদি প্ৰস্তুত কৰি সামগ্ৰীসমূহ উপযুক্ত দামত গ্ৰাহকক বিক্ৰী কৰে। ইতিমধ্যে তেওঁ ভিন্ন প্ৰজাতিৰ বাঁহেৰে অতি​. লকডাউনৰ ফলত চৰম সংকটত ৰনথলীৰ. পুৰুষে পিন্ধা অলংকাৰৰ ভিতৰত লোকাপাৰ, মতামণি, কেৰু, আঙঠি, বিৰি, মগৰদানা আৰু গামখাৰু উল্লেখযোগ্য। লোকাপাৰ. এইবিধ অলংকাৰ পুৰুষে কাণত পিন্ধিছিল। ইয়াৰ মূল চানেকি হল চাৰিটা.

বাঁহৰ সামগ্ৰী বিক্ৰী কৰি TIME8.

বাবে আমালৈ প্ৰেৰণ কৰক আপুনাৰ চাদৰ মেখেলা আৰু গামখাৰু পৰিহিত এখন সুন্দৰ ফটো। লগতে আপোনালোকৰ নাম আৰু ঠিকনা জনাবলৈ নাপাহৰিব। প্ৰতিখন ফটো 1share ত 10point আৰু 1কমেণ্ট ত 5 পইণ্ট কৈ. পুৰণি অসমীয়া আ অলংকাৰ.

...
Free and no ads
no need to download or install

Pino - logical board game which is based on tactics and strategy. In general this is a remix of chess, checkers and corners. The game develops imagination, concentration, teaches how to solve tasks, plan their own actions and of course to think logically. It does not matter how much pieces you have, the main thing is how they are placement!

online intellectual game →