Back

★ ধেমাজি - অসমৰ নগৰ-মহানগৰ ..



ধেমাজি
                                     

★ ধেমাজি

"ধেমাজি"শব্দটো চুতীয়া শব্দ "দেমা-জি"ৰ পৰা সৃষ্টি হৈছে যাৰ অৰ্থ হৈছে "অত্যধিক পানী"।

প্ৰচলিত পৌৰাণিক জনবিশ্বাস মতে, "ধেমাজি"নামৰ উৎপত্তি এসময়ত সেই ঠাইত এখন নদীয়ে সঘনাই নিজৰ সূঁতি সলাইছিল তথা বানপানীৰ তাণ্ডৱলীলা চলোৱা বাবে, সেইসময়ৰ লোকসকলে ইয়াক কোনো অশুভ শক্তিৰ দ্বাৰা প্ৰভাৱিত বুলি ভাবিছিল। এইদৰে সঘনাই বানপানী আৰু সূঁতি সলোৱা বাবে লোকসকলে বানপানি অৰ্থাৎ "দেমা-জি"নাম দিলে। ‌

আকৌ কিছুমানৰ মতে গাইনদী আৰু জীয়াঢলৰ বাঢ়নী পানীয়ে গছ-গছনি ঘৰ-দুৱাৰ আদিৰ লগত ধেমালি কৰে। পিছলৈ এই ধেমালি শব্দৰ পৰা ধেমাজি নাম হল।

                                     

1. ইতিহাস

ধেমাজি অতি প্ৰাচীন কালৰ পৰাই চুতীয়া সকলৰ অধীনত আছিল। মধ্যযুগত বীৰপাল নামৰ এজন চুতীয়া মুখিয়াল ৰজা বনিছিল আৰু ধেমাজি জিলাৰ সোনাগিৰিতসোৱনশিৰি পাৰত ৰাজধানী স্থাপন কৰিছিল। বীৰপালৰ দদায়েক ভদ্ৰশেনৰ ৰাজ্য বৰ্তমানৰ দক্ষিণ ধেমাজি আৰু লক্ষিমপুৰ জিলাৰ অন্তৰ্গত আছিল। ১২৩০ শতিকাত বীৰপালৰ পুত্ৰ ৰত্নধ্বজপালে ভদ্ৰেশেন ৰজাক পৰাস্ত কৰি মাজুলী অঞ্চলত ৰতনপুৰ নামৰ এখন নগৰ নিৰ্মাণ কৰি ৰাজধানী স্থাপন কৰিছিল।

আনুমানিক ১২৪০ খ্ৰীষ্টাব্দৰ আশেপাশে আহোম ৰাজ্যৰ প্ৰতিষ্ঠাপক চ্যুকাফাই বৰ্তমানৰ ধেমাজি জিলাৰ কোনো অঞ্চলত আহি খেতি কৰিছিল আৰু ৪ বছৰ থাকি বানপানী হোৱাৰ ফলত চৰাইদেউত প্ৰথম ৰাজধানী স্থাপন কৰিছিল।

১৫২৩ খ্ৰীষ্টাব্দত আহোম ৰজা চুহুংমুঙৰ আক্ৰমণত চুতীয়া ৰজা নাতিপাল নিহত হোৱাৰ পিছত এই অঞ্চল পুনৰ আহোম ৰাজ্যৰ অন্তৰ্ভুক্ত হয়।

বৰ্তমানৰ ধেমাজি জিলা ১৯৭১ চনলৈকে ডিব্ৰুগড়ত সদৰ ঠাই থকা পুৰণি লক্ষীমপুৰ জিলাৰ অংশ আছিল। ১৯৭১ চনত পুৰণি লক্ষীমপুৰ জিলাৰ বিভাজন কৰি ডিব্ৰুগড় আৰু লক্ষীমপুৰ দুখন জিলা কৰাৰ সময়ত ধেমাজিক লক্ষীমপুৰ জিলাৰ মহকুমা ঘোষণা কৰা হয়। সেই সময়ৰ ধেমাজি মহকুমাত বৰ্তমানৰ জোনাই মহকুমা এতিয়াৰ ধেমাজি জিলাৰ অংশ আৰু ঢকুৱাখনা মহকুমা এতিয়াৰ লখিমপুৰ জিলাৰ অংশ অন্তৰ্ভুক্ত আছিল। ১৯৮৯ চনত লক্ষীমপুৰ জিলা ভাঙি বৰ্তমানৰ লখিমপুৰ আৰু ধেমাজি জিলা গঠিত হয়।

                                     

1.1. ইতিহাস ধেমাজি জিলা গঠন

খ্ৰীষ্টীয় ১৯৮৯ চনৰ ১৪ আগষ্টত ধেমাজি জিলাৰ গঠন অসম চৰকাৰে ঘোষণা কৰে। তদানীন্তন লখিমপুৰ জিলাৰ ধেমাজি মহকুমাৰ পৰা ঢকুৱাখনাৰ অংশ বাদ দি বাকী অংশ, মাছখোৱা মৌজাৰ একাংশ আৰু বৰদলনি মৌজা আৰু জোনাই মহকুমাৰে ধেমাজি জিলা গঠন হয়। জিলা সদৰক লৈ চিলাপথাৰ নগৰ আৰু ধেমাজি নগৰৰ মাজত হোৱা টনাটনিৰ অৱসান ঘটাই ১ অক্টোবৰ ১৯৮৯ তাৰিখৰপৰা ধেমাজি নগৰক সদৰ হিচাপে ধেমাজি জিলাৰ প্ৰতিষ্ঠা হয়।

                                     

2. ভূগোল

ধেমাজি চহৰ সাগৰ পৃষ্ঠৰ পৰা গড় উচ্চতা ৯১ মিটাৰ। ই ব্ৰহ্মপুত্ৰ নদৰ উত্তৰ পাৰত অৱস্থিত। ইয়াৰ পূৱফালে অৰুণাচল প্ৰদেশ আৰু পশ্চিমে লখিমপুৰ জিলা অৱস্থিত। ধেমাজিৰ উত্তৰেও অৰুণাচল প্ৰদেশ অৱস্থিত। জীয়াঢল, গাইনদী, দিকাৰী, দিহাং, ডিমৌ, চিমেন আৰু সোৱণশিৰি নদী ধেমাজিৰ মাজেৰে বৈ গৈছে।

                                     

3. জন-বসতি

২০১১ চনৰ লোকপিয়ল অনুসৰি, ধেমাজিৰ জনসংখ্যা ১২,৮১৬ জন। ইয়াৰে ৫১% পুৰুষ আৰু ৪৯% মহিলা। ধেমাজিৰ সাক্ষৰতাৰ হাৰ ৯২%। তাৰে ভিতৰত পুৰুষৰ সাক্ষৰতা হাৰ ৯৪% আৰু মহিলাৰ ৮৯%। ধেমাজিৰ মুঠ জনসংখ্যাৰ ১১% ছবছৰৰ তলৰ শিশু।

                                     

4. যাতায়ত

১৫নং ৰাষ্ট্ৰীয় ঘাইপথ ধেমাজিৰ মাজেৰে পাৰ হৈ বগীবিল দলঙেৰে ডিব্ৰুগড়ৰ লাহোৱাললৈ গৈছে। ধেমাজি চহৰত ৰঙিয়া ৰেল সংমণ্ডলৰ অধীনৰ ধেমাজি ৰেল ষ্টেচন অৱস্থিত। ইয়াৰ দ্বাৰা ধেমাজি গুৱাহাটী, ডিব্ৰুগড় আৰু মুৰকংচেলেকৰ লগত ৰেলেৰে সংযোজিত। ধেমাজিৰ আটাইতকৈ ওচৰৰ বিমানবন্দৰ হল উত্তৰ লখিমপুৰৰ লীলাবাৰী বিমানবন্দৰ।

                                     
  • পশ চ ম লখ মপ ৰ জ ল ধ ম জ জ ল ৰ ম ঠ ম ট ক ল হ ছ বৰ গ ক ম জ ল খন দ ট মহক ম ত ভ গ কৰ হ ছ ধ ম জ আৰ জ ন ই ধ ম জ নগৰ ধ ম জ জ ল ৰ সদৰ
  • ধ ম জ মহ ব দ য লয ই ৰ জ Dhemaji College ধ ম জ জ ল ৰ আট ইতক প ৰণ মহ ব দ য লয চনৰ আগষ ট ত ৰ খ ধ ম জ মহ ব দ য লয স থ পন কৰ হ ছ ল
  • ধ ম জ অভ য ন ত ৰ ক মহ ব দ য লয চনত অসমৰ ধ ম জ জ ল ত অসম চৰক ৰ প ৰত ষ ঠ কৰ চনত মহ ব দ য লয খনৰ আধ ৰশ ল স থ পন কৰ হ ছ ল চনৰ
  • চ য ঙ য আৰ পৰ ষদৰ ম খ য ক ৰ য লয ধ ম জ জ ল ৰ গ গ ম খত অৱস থ ত ব ৰহ মপ ত ৰ নদ আৰ স ৱণশ ৰ নদ ৰ ম জৰ ধ ম জ জ ল শ ৱস গৰ জ ল লখ মপ ৰ জ ল আৰ
  • ব ম ব স ফ ৰণ চনৰ আগষ ট ত ৰ খ স ব ধ নত দ ৱসত অসমৰ ধ ম জ ত হ ছ ল ধ ম জ মহ ব দ য লয ৰ খ ল পথ ৰত অন ষ ঠ ত স ব ধ নত দ ৱসৰ প ৰ ডত অ শগ ৰহণ কৰ শ শ ৰ
  • গ গ ম খ ধ ম জ জ ল ৰ এখন অন যতম চহৰ এট চ ৰ আল ক ক ন দ ৰ কৰ গঢ উঠ এই চহৰ খন বৰ তম ন ধ ম জ জ ল ৰ শ ক ষ ব ণ জ য আৰ অৰ থন ত ক ক ষ ত ৰত অত গ ৰ ত বপ ৰ ণ
  • ধ ম জ জ ল ৰ গ গ ম খ অঞ চলৰ অন যতম শ ক ষ ন ষ ঠ ন গ গ ম খ মহ ব দ য লয স থ প ত হয চনত ই গ গ ম খ চহৰৰ পৰ দক ষ ণ গ গ ম খ উচ চতৰ ম ধ যম ক ব দ য লয
  • ভ ৰতৰ উত তৰ - প বত অৱস থ ত অসম ৰ জ যৰ এখন জ ল ইয ৰ চ ৰ স ম হ ল উত তৰ ধ ম জ জ ল দক ষ ণ চৰ ইদ উ জ ল আৰ অৰ ণ চল প ৰদ শৰ ট ৰ প জ ল প ব ত ন চ ক য
  • চ ল পথ ৰ ই ৰ জ Silapathar অসমৰ ধ ম জ জ ল ত অৱস থ ত এখন ব যস ত ব যৱস য ক নগৰ ধ ম জ ৰ প ছত চ ল পথ ৰ নগৰখন ধ ম জ জ ল ৰ প ৰধ ন ঠ ই ই অসমৰ প ৰধ ন নদ
  • অৱস থ ত ঢক ৱ খন ৰ প ব মহ ব হ ব ৰহ মপ ত ৰ আৰ ধ ম জ পশ চ ম স ৱণশ ৰ আৰ উত তৰ লক ষ মপ ৰ মহক ম উত তৰ ধ ম জ অৰ দক ষ ণ ব ৰহ মপ ত ৰ আৰ ম জ ল অৱস থ ত
  • ঘ ল মৰ গ গ ম খ স য গ পথৰ ক ষৰ ঢক ৱ খন মহক ম আৰ ধ ম জ জ ল ৰ স ম ন তৱৰ ত বৰদ ব ম ন মৰ অঞ চলত বৰদ ব ম ব লম খ পক ষ উদ য ন ই ৰ জ Bordoibam Bilmukh
  • জ ল ৰ স খ য এত য নখনল ব দ ধ প ইছ স ইক ইখন হ ছ য ৰহ ট, ড ব ৰ গড ধ ম জ শ ৱস গৰ, গ ল ঘ ট, চৰ ইদ উ, লখ মপ ৰ, ম জ ল আৰ ত ন চ ক য উল ল খন য


                                     
  • দ হ ৱস ন ঘট ছ ল চনৰ এই দ নট ত ব ৰহ মপ ত ৰ নদৰ উত তৰ প ৰ অৱস থ ত অসমৰ ধ ম জ জ ল ৰ গঠন অসম চৰক ৰ ঘ ষণ কৰ চনৰ এই ত ৰ খত ল পছ চ ক ত অন সৰ
  • জ ল হ চ প দ ব ব ভক ত কৰ হয পৰৱৰ ত ক লত লক ষ মপ ৰ জ ল ৰ পৰ ত ত য ৰ ধ ম জ মহক ম ক আত ৰ ই স ক য জ ল ৰ স ব ক ত দ য হয বৰ তম নৰ লখ মপ ৰ জ ল ৰ
  • ব ক স বৰপ ট নলব ৰ ক মৰ প, বঙ ইগ ও, ওদ লগ ৰ দৰ শ ণ তপ ৰ, লখ মপ ৰ, ধ ম জ ক মৰ প মহ নগৰ, মৰ গ ও, ক কৰ ঝ ৰ আদ জ ল ত স চৰত হ থক শৰণ য কছ ৰ সকল
  • য ৰহ ট জ ল ম জ ল জ ল নগ ও জ ল ড ব ৰ গড জ ল ত ন চ ক য জ ল ধ ম জ জ ল শ ণ তপ ৰ জ ল আৰ লখ মপ ৰ জ ল ৰ ক ছ ক ছ অ শৰ দ উৰ স ব য ত ত বশ স ত
  • ক ৰ ষক লৰ ব ব ধ ম জ জ ল মধ য ই ৰ জ শ ক ষক সন থ ৰ সভ পত আৰ ধ ম জ জ ল চত ৰ থ শ ৰ ণ ৰ কৰ মচ ৰ সন থ ৰ সভ পত আছ ল বহ বছৰ ধৰ ধ ম জ জ ল প ৰগত শ ল
  • ব ব ড ব ৰ গড ব শ বব দ য লয ৰ পৰ চনৰ এপ ৰ লত প এইচ.ড ল ভ কৰ ছ ল ধ ম জ মহ ব দ য লয ৰ সম জতত ত ব ব ভ গৰ প ৰবক ত হ চ প ত ও কৰ মজ ৱনৰ প তন ম ল ছ ল
  • অধ যক ষ ড ম নস জ য ত ন ওগ ঢক ৱ খন চহৰৰ পৰ প ৱ ছয ক ল ম ট ৰ দ ৰত বত ধ ম জ জ ল আৰ লখ মপ ৰ জ ল ৰ স ম ন তত অৱস থ ত এই মহ ব দ য লয খন স ই অঞ চলৰ শ ক ষ ন ৰ গ
  • ব ধ নসভ সমষ ট ঢক ৱ খ ন ব ধ নসভ সমষ ট অন স চ ত জনজ ত ৰ ব ব স ৰক ষ ত ধ ম জ ব ধ নসভ সমষ ট অন স চ ত জনজ ত ৰ ব ব স ৰক ষ ত জ ন ই ব ধ নসভ সমষ ট অন স চ ত
  • প ৰদ শত ব স কৰ ম চ ভ ষ ল ক অসমৰ: এই ঠ ইসম হত ব স কৰ লখ মপ ৰ শ ণ তপ ৰ ধ ম জ ড ব ৰ গড ম জ ল শ ৱস গৰ য ৰহ ট গ ল ঘ ট ত ন চ ক য ম চ ভ ষ ল ক অৰ ণ চল
  • অসমৰ এট বড - কছ ৰ ম লৰ আদ ম জনগ ষ ঠ বৰ তম ন অসমৰ প ৰধ নক লখ মপ ৰ, ধ ম জ য ৰহ ট, গ ল ঘ ট, ত ন চ ক য ড ব ৰ গড শ ৱস গৰ জ ল ত চ ত য সকলৰ বসত
  • চ চ বৰগ ও অসমৰ ধ ম জ জ ল ত অৱস থ ত এখন গ ও গ ওখনৰ উত তৰ দ শ গ ইনদ প ৱ চ ল পথ ৰ আৰ পশ চ ম গ ইনদ ব গ ছ চ চ বৰগ ও এখন উন নত আৰ জনবসত প ৰ ণ


                                     
  • অসম য ভ ষ স হ ত যল আগবঢ ৱ ব শ ষ অৱদ নৰ ব ব ত খ তক অসম স হ ত য সভ ৰ ধ ম জ অধ ব শন, বৰ ষত ব ঠ ল ছ ব শ ষ ব ৰ ষ ক অধ ব শন আৰ দ ৰগ ও অধ ব শনৰ
  • নক স ধ ম জ জ ল ৰ পৰ প ৰক শ ত আৰ ড ব ৰ গড ৰ পৰ ম দ ৰ ত স হ ত য - স স ক ত ব ষয ক দ মহ য আল চন আল চন খনৰ প ৰত ট স খ য ই ন ৰ ধ ৰ ত ব ষয এট ক ম ল
  • ক ষ ত ৰত এই গ ৰন থখন ই প ৰথম ল খত ল বলগ য গ ৰন থ৷ য গ ন দ ৰন থ শৰ ম অসমৰ নদ - নদ প ৰক শক ধ ম জ ক ৰণ প ৰক শন. প ষ ঠ আগকথ য গ ন দ ৰ ন থ শৰ ম
  • চ য জ ল ত থক ম য আৰ দ ম ৰ ন মৰ দ ই জ ত ৰ পৰ ই ফ ট আহ ছ অসমৰ ধ ম জ ত ন চ ক য লখ মপ ৰ, ড ব ৰ গড শ ৱস গৰ, গ ল ঘ ট, য ৰহ ট, দৰ শ ণ তপ ৰ
  • চনত বৰ গ ক ল ম ট ৰ হ পৰ ছ ইয ৰ উত তৰ দ শত লখ মপ ৰ জ ল আৰ ধ ম জ জ ল দক ষ ণ য ৰহ ট, প ব শ ৱস গৰ জ ল আৰ পশ চ ম গ ল ঘ ট জ ল আৰ শ ণ তপ ৰ
  • ভ গ কৰ দ খ য য প বৰ ব উজন অসমৰ উপভ ষ শ ৱস গৰ, য ৰহ ট, লখ মপ ৰ, ধ ম জ আদ অন য ন য জ ল ত ব যৱহ ৰ কৰ ভ ষ মধ য অসমৰ উপভ ষ নগ ও, মৰ গ ও আদ
  • আগবঢ য অৰণ যক আন তৰ জ ত ক পৰ বত উন নয ন ক ন দ ৰৰ লগত য ট য ভ ৱ অসমৰ ধ ম জ আৰ লখ মপ ৰ জ ল ৰ গ ষ ঠ গত প ৰম পৰ ক পদ ধত ৰ ব নপ ন ৰ আগজ নন দ য তন ত ৰৰ

Users also searched:

ধমজ, ধেমাজি, অসমৰ নগৰ-মহানগৰ. ধেমাজি,

...

Encyclopedic dictionary

Translation

AllDeshPosts – KHONJKHOBOR.

ধেমাজি জিলাৰ উন্নয়ন. কৃষি কর্ম খেতিৰ কাম. উন্নয়নক তাতে পাম. এই বাওধান এতিয়া জৈৱিক শস্য হিচাপে সকলােৰে দৃষ্টি আকর্ষণ কৰিবলৈ. সক্ষম হৈছে। ৰাধানৰ খেতি ধেমাজি জিলাৰ. ২০০৪ চনৰ ধেমাজি বিস্ফোৰণ কাণ্ড দেশ. ধেমাজিত আদিবাসী ছাত্ৰ নেতাৰ জঘন্য কাণ্ড। ধেমাজি জিলা আদিবাসী ছাত্ৰ সন্থাৰ সভাপতি তথা গোগামুখ লেজুৱা গাঁৱৰ নিবাসী ৰাজেশ হাছদাই গাৱঁৰ এগৰাকী কিশোৰীক ধৰ্ষণৰ.





100 Best Images, Videos 2021 মই ধেমাজি ল ShareChat.

ইতিমধ্যে ধেমাজি জিলাত বাঢ়িছে কভিডৰ পজিটিভৰ সংখ্যা ৷ সোমবাৰৰ পৰ্যন্ত কভিডৰ কথা সদৰী কৰিলে ধেমাজি জিলাৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃউদয়ন গগৈয়ে।. ড° লক্ষ্মীনন্দন বৰাৰ মৃত্যুত গভীৰ. ২০০৪ চনৰ ধেমাজি বিস্ফোৰণ কাণ্ড দেশ কপোঁৱা ২০০৪ চনৰ ধেমাজি বিস্ফোৰণৰ ঘটনাই অতিক্ৰম কৰিলে প্ৰায় ১৫ টা বছৰ।দেশৰ স্বাধীনতা দিৱসৰ গৌৰৱ উপভোগ কৰিবলৈ গৈ যি. REGIONAL NEWS UNIT ALL INDIA RADIO NewsOnAIR. ধেমাজিৰ জিলা কাৰাগাৰত কাৰাধ্যক্ষ দুলাল দাসে কয়দীৰ ওপৰত সংঘটিত কৰা বিভৎস কাণ্ডৰ অভিযোগত বৃহস্পতিবাৰে ধেমাজি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি আদালতত হাজিৰ কৰোৱাৰ. আজিৰে পৰা ধেমাজি গ্ৰন্থ উৎসৱ ২০২১. রাজ্যের পরিস্থিতি সামলাতে ৮৪ জন ডুবুরি সহ তিন কোম্পানি এসডিআরএফ মোতায়েন আছে। এনডিআরএফ পাঠানো হয়েছে শিবসাগর, তিনসুকিয়া, শোণিতপুর, ধেমাজি, শিলচর, যোরহাট, বঙাইগাঁওতে. কয়দীক যৌন নিৰ্যাতন চলোৱাৰ. ধেমাজিত বিজেপিৰ শান্তি ঐক্য সমদল ভেটিবৰ বাবে প্ৰতিবাদকাৰীৰ গছ কাটি পথ অসম 8 Jan 20. বানত উটিল লক্ষিমপুৰ আৰু ধেমাজি. আসামের ধেমাজি জেলার ধেমাজি বিধানসভা কেন্দ্রটি শনিবার, ২০ শে মার্চ, ২২ মার্চ ভোটগ্রহণে অংশ নিচ্ছে। ধেমাজি আসনটি আসামের আপার আসাম. Read more.


ধেমাজিৰ জোনাই মহকুমাৰ নিৰ্বাচনৰ.

ধেমাজি জিলা কাৰাগাত সংঘটিত হৈছে এক নিৰ্লজ্জ ঘটনা । ধেমাজিত কাৰগাৰৰ অধীক্ষকেই নিকৃষ্ট ঘটনা সংঘটিত কৰি নিজেই জেল হাজোতলৈ যাবলগীয়া হোৱা ঘটনাই ব্যাপক. ধেমাজি Archives TIME8 News. অৱশেষত ১ মে ২০২০ তাৰিখে পুৱা ৬.৩০ বজাত ধেমাজি আৰক্ষী দলে কৰায়ত্ব কৰে - মইনা ঘৰফলীয়া নামৰ অপৰাধীজন । তেওঁৰ পিতৃ ৰত্নেশ্বৰ ঘৰফলীয়া । বৰপাটৰীয়া গাওঁ,​আৰক্ষী.





ধেমাজি, আসাম, ভারত তিন দিনের AccuWeather.

ধেমাজি. জিলাৰ চিলাপথাৰত তিনি হাজাৰ ২০৪ কোটি টকা ব্যয়ৰে নির্মিত পেট্রলিয়াম তিনিটা প্রধানমন্ত্রীয়ে ধেমাজিৰ পৰাই বঙাইগাঁও শােধানাগাৰত থকা ইণ্ডোমেক্স ইউনিট নামৰ. সাম্প্ৰতিক অৱস্থা অনানুষ্ঠানিক. চিৰযুগমীয়া ব্যক্তিত্ব ধেমাজি গ্ৰন্থ উৎসৱৰ লগত সংগতি ৰাখি প্ৰকাশিত ভূপেন্দ্ৰ স্মৰণ গ্ৰন্থ সম্পাদক ড° অৰ্পনা কোঁৱৰ সহ ​সম্পাদক হেমন্ত কোঁচ সদস্য ড° পল্লৱী ডেকা. Dhemaji, Dhemaji ধেমাজি: ধেমাজি সদৰত জিলা. জিয়াধল,কুমাটিয়া চামপৰা,কৰ্হা আৰু ৰাটুৱাৰ নদীৰ বানপানীয়ে লক্ষিমপুৰ আৰু ধেমাজি জিলাৰ ২৫ খন গাওঁ প্লাবিত কৰিছে।​কাষৰীয়া ৰাজ্য অৰুনাচল লগতে ধেমাজি আৰু. আৰক্ষীৰ জালত কানাড়া বেংকৰ ধেমাজি. শেহতীয়াকৈ ধেমাজি, লখিমপুৰ, বিশ্বনাথ, চিৰাং, নলবাৰী, বৰপেটা, গোৱালপাৰা, মৰিগাওঁ, নগাঁও, গোলাঘাট, যোৰহাট, শিৱসাগৰ আৰু তিনিচুকীয়া জিলাৰ ৩৪৮ খন গাঁৱৰ প্ৰায় ১ লাখ. আদাৰ খেতিৰে সদাগৰ হৈছে ধেমাজিৰ বহু. সোমবাৰে নিশা ৮:২০ বজাত ধেমাজিত উপস্থিত হল স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত । মন্ত্ৰী গৰাকীয়ে ধেমাজিৰ আই ডি বি টি কভিড কেন্দ্ৰৰ লগতে ধেমাজি অসামৰিক চিকিৎসালয়ৰ.


ৰাজ্যৰ সাম্প্ৰতিক বান পৰিস্থিতিৰ.

খারাপ. হাওয়াতে দূষণ উচ্চ মাত্রায় পৌঁছে গেছে এবং সংবেদনশীল গো‌ষ্ঠীর মানুষদের জন্য​. ধেমাজি বোর্ডিং স্কুল ফি Edustoke. তেখেতে তদুপৰি অসমৰ ধেমাজি অভিযান্ত্ৰিক মহাবিদ্য়ালয়খনি উদ্বোধন কৰে আৰু শুৱালকুছি অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰে। এই কাৰ্যসূচীত অসমৰ. সাংস্কৃতিক সংগ্ৰামৰ মহীৰোহ, বিহু. ধেমাজি: বিগত ১০ দিনত ধেমাজি জিলাত কভিডত আক্ৰান্তৰ সংখ্যাই ৩০০ অতিক্ৰম কৰাৰ প্ৰতি লক্ষ ৰাখি অসম চৰকাৰৰ নিৰ্দেশ অনুসৰি জিলা উপায়ুক্ত ডা: জীৱন বি য়ে জিলাখনত. ধেমাজি সেরা সিবিএসই স্কুল 2020 2021. ধেমাজি অহামৰিক চকিৎসালয়ৰ ব্লাড বেংকত ৰক্তৰ অভাৱ হোৱা বুলি জানিব পৰা গৈছে । এটা ৰক্ত ভঁৰালত ৰক্তৰে অভাৱ হোৱাৰ লগে লগে আমাৰ একাংশৰ বা আমাৰ মা দেউতা তথা. The Inside Story Headline 8. ধেমাজি বিস্ফোরণ ২০০৪ ১৫ জনের মধ্যে ছয় অভিযুক্তকে দোষী সাব্যস্ত দায়রা আদালতেরধেমাজি অসম, ৪ জুলাই হি.স. দেশ তথা বিশ্ব কাঁপানো ধেমাজি বিস্ফোরণ কাণ্ডে ১৫ জনের মধ্যে.


ডিমো ধেমাজি সিনেমাটিক ড্রোন শটস ইউটিউব.

ধেমাজি সেরা ও শীর্ষ রেটেড বোর্ডিং স্কুলের তালিকা। ধেমাজির সমস্ত বোর্ডিং স্কুলের. মালিনীপুৰত ধেমাজি কৃষি বিভাগৰ. ধেমাজিত বানপানী কেতিয়াবা যদি অভিশাপ হয়, কেতিয়াবা হয় আৰ্শীবাদ। লহপহকৈ বাঢ়ি অহা কৃষকৰ খেতি দৰা কেতিয়াবা যদি বানে নিমিষতে ধ্বংস কৰি পেলায়, কেতিয়াবা আকৌ. Girls got more percentage than boys Anandabazar. ধেমাজি জিলাৰ কপাহতলি গাঁৱত শেহতীয়াকৈ ক​ভিড ১৯ ৰ সংক্ৰমণ বৃদ্ধি হোৱাৰ প্ৰতি লক্ষ্য ৰাখি জিলা প্ৰশাসনে অঞ্চলটোত কভিড সংক্ৰমণ ৰোধ কৰাৰ স্বাৰ্থত কপাহতলি গাঁৱৰ.





ধেমাজি জিলাত আকৌ ১৮ জন Asomiya Pratidin.

ধেমাজিত আৰক্ষীৰ হাতৰ পৰাই চিলনী চোৰে থপিয়াই নিলে ১০ লাখ টকা. বদৰুদ্দিন আজমলৰ ভৰি ধেমাজি বিস্ফোৰণ কাণ্ডৰ দোষীৰ শাস্তি ঘোষণা, কোনে পালে কি শাস্তি? ধেমাজি বিস্ফোৰণৰ. ধেমাজি কাৰাগাৰত কয়দীক যৌন. কোষাগাৰ বিভাগ,ধেমাজি জিলা কৃষি বিষয়াৰ কাৰ্য্যালয় ধেমাজি মহকুমা পৰিসংখ্যা বিষয়াৰ কাৰ্য্যালয় আৰক্ষী অধীক্ষকৰ কাৰ্য্যালয় ধেমাজি উন্নয়ন প্ৰাধিকৰন জিলা. Cirozugomija Bjoktitvo চিৰযুগমীয়া scientia book shop. এই গ্ৰুপটো কন্টেন্ট শ্বেয়াৰ কৰিবলৈ আৰু আগ্ৰহী লোকসকলক বিচাৰিবলৈ মই ধেমাজি লৰা হয়. যোগদান. চাটৰুমবোৰ ট্ৰেন্ডিং টেগছ ফ্ৰেচ ভিডিঅ জিআইএফ Gif টেক্সট অডিঅ ইমেজ​. Dhemaji News Breaking Latest In Assamese News18 Assam. ৰিগবি জে এফ এম চিৰ অসমৰ ধেমাজি জিলাত অৱস্থিত ৰিগবি যুটীয়া বন পৰিচালনা সমিতিৰ বাবে ক্ষুদ্র. বাবে অসমৰ ধেমাজি জিলাৰ জোনাই মহকুমাৰ পৰা সংৰক্ষিত বনাঞ্চলৰ নিকটত অৱস্থিত. ধেমাজিত আদিবাসী ছাত্ৰ নেতাৰ জঘন্য. বন্ধুৱে হল কাল ভাওনা চাবলৈ মাতি হত্যা কৰি ওলোমাই থলে বন্ধুৰ মৃতদেহ. ধেমাজিৰ চিলাপথাৰত সংঘটিত হৈছে লোমহৰ্ষক হত্যাকাণ্ড ভাওনা চাবলৈ মাতি পৰিকল্পিত ভাৱে হত্যা.





ধেমাজিত এটা হত্যাকাণ্ডক লৈ.

জয়কান্ত গন্ধীয়াৰ বিয়োগত বিহু সুৰক্ষা সমিতি,ধেমাজি জিলা সমিতিয়ে গভীৰ শোক বিহু সুৰক্ষা সমিতিৰ অন্যতম প্ৰতিস্থাপক জয়কান্ত গন্ধীয়াৰ মৃত্যুত ধেমাজি. নৈশ সান্ধ্য আইন ভংগকাৰীৰ বিৰুদ্ধে. সাক্ষৰ ভাৰত অভিযানৰ বাহ্যিক স্থিতি: সামৰি লোৱা জিলাৰ সংখ্যা ১২ জিলাসমূহৰ নাম ধেমাজি, শোণিতপুৰ, দৰং, বৰপেটা, বঙাইগাঁও, কোকৰাঝাৰ, ধুবুৰী, গোৱালপাৰা, মৰিগাঁও, তিনিচুকীয়া,. ধেমাজি D ড্রোন শট × অসমীয়া ব্লগ × রাতুল জিশু. গণ বাৰ্তা ধেমাজি ১৬ এপ্ৰিল ধেমাজি ২ নং ভৰালিচুকৰ বালিজান গাৱত আজি এটা হত্যাকাণ্ডকলৈ উত্তপ্ত পৰিস্থিতি সৃষ্টি হয়৷ উল্লেখ্য যে উত্তেজিত ৰাইজে হত্যাকাৰী. ধেমাজিৰ স্বাৱলম্বী মহিলা ৰূপা. চমৎকার. হাওয়ার গুণমান বেশির ভাগ ব্যক্তির জন্য আদর্শ আপনার বাড়ির বাইরের স্বাভাবিক কাজকর্ম উপভোগ করুন। বর্তমান দূষণকারীগুলির ভিত্তিতে. আরো বিস্তারিত.


ধেমাজিত ATM ভঙাৰ লগত জড়িত অপৰাধীক.

চিচিবৰগাঁও, নিজা বাতৰি দিওঁতা, ১৮ জুলাইঃ ধেমাজি জিলাৰ বিভিন্ন প্ৰান্তত থকা বানাক্ৰান্ত কৃষকক কৃষিৰ ক্ষেত্ৰত সহায় কৰাৰ নিমিত্তে ধেমাজি জিলা কৃষি বিভাগে. RIgbi JFMC.p65. গোগামুখ, পিও গোগামুখ, জেলা ধেমাজি, ধেমাজি. স্কুলের ধরণ: দিবা স্কুল বোর্ড: সিবিএসই. ধেমাজি কৈবর্ত্তা, আসাম AccuWeather. ধেমাজি. টাইমলাইন Photo of ভয়াবহ হয়ে উঠেছে অসমের বন্যাপরিস্থিতিঃ নতুন করে মৃতের সংখ্যা ৫, বিপর্যস্ত ৪০ লক্ষ. Smita HariJuly 17, 2020. ভয়াবহ হয়ে উঠেছে অসমের বন্যাপরিস্থিতিঃ নতুন.





জিলা পৰিষদ,ধেমাজি Dhemaji District অসম.

আজি ১১ জানুৱাৰি শুকুৰবাৰে ধেমাজি জিলাৰ জোনাই মহকুমাৰ নিৰ্বাচনৰ বাবে ১৭খন মিচিং স্বায়ত্ত শাসিত পৰিষদ আৰু ৪খন সোণোৱাল কচাৰী স্বায়ত্ত শাসিত পৰিষদৰ মুঠ. New PDF Document KVK, Dhemaji. গ্ৰাহকৰ ধন জালিয়াতিৰে হৰলুকি কৰি ধেমাজি সদৰ আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ কানাড়া বেংকৰ ধেমাজি শাখাৰ পৰিচালক কালিদাস কামান । কেবাদিন ধৰি শাখা পৰিচালকগৰাকীৰ.


নিশা ধেমাজিত উপস্থিত.

ধেমাজি,29 এপ্ৰিল: কভিড সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ধেমাজিত 27 এপ্ৰিলৰ পৰা নৈশ সান্ধ্য আইন জাৰি কৰিছে জিলা প্ৰশাসনে ৷ নিশা 8 বজাৰ পৰা পুৱা 5 বজালৈ নৈশ সান্ধ্য আইন​. ধেমাজিত ফুচুলাই মাতি নাবালিকাক. ধেমাজি জিলাৰ অসম অৰুনাছল সীমান্তৰ প্ৰায় ১৫৫ কিলোমিটাৰ দীঘল আৰু ৫ কিলোমিটাৰ বহল অংশটো অৰ্থাৎ ধেমাজি জিলাত সাধাৰন আদা ​বগা আৰু মৰান আদা কলা ৰঙৰ ঔষধি আদা ৰ খেতি কৰা হয়।. ধেমাজি Archives Newse Bangla News e বাংলা. আজিৰে পৰা ধেমাজি গ্ৰন্থ উৎসৱ ২০২১. ১৮জানুৱাৰীৰ পৰা ২৪ জানুৱাৰীলৈকে সাতদিনীয়াকৈ ধেমাজি জিলা প্ৰশাসন আৰু ধেমাজি আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত ধেমাজি ডি. আৰ. ডি. অসমৰ গুৰুত্বপূৰ্ণ তেল ও গেছ. Dhemaji, Dhemaji ধেমাজি: ধেমাজি সদৰত জিলা গাহৰি পালক সন্থাৰ সংবাদ মেলঃ ১৪ দিনৰ কোৱাৰেন্টাইনত থকা গাহৰি হঠাতে অন্তৰ্ধান, তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ Public App. ধেমাজি খবর । ধেমাজি News in Bengali Bangla Hunt. ধেমাজি বিস্ফোরণ ২০০৪ ১৫ জনের মধ্যে.


...
Free and no ads
no need to download or install

Pino - logical board game which is based on tactics and strategy. In general this is a remix of chess, checkers and corners. The game develops imagination, concentration, teaches how to solve tasks, plan their own actions and of course to think logically. It does not matter how much pieces you have, the main thing is how they are placement!

online intellectual game →