Back

★ বিল্বেশ্বৰ দেৱালয় - অসমৰ সংৰক্ষিত স্মৃতিচিহ্ন ..

বিল্বেশ্বৰ দেৱালয়
                                     
★ বিল্বেশ্বৰ দেৱালয়

বিল্বেশ্বৰ দেৱালয় অসমৰ নলবাৰী জিলাৰ এটা অতি পুৰণি মন্দিৰ। নলবাৰী চহৰৰ পৰা প্ৰায় ১৪ কিলোমিটাৰ পশ্চিমৰ বেলশৰত শ্ৰী শ্ৰী বিল্বেশ্বৰ দেৱালয় অৱস্থিত। এই দেৱালয়ৰ মাটিৰ পৰিমাণ ৫,২৮০ বিঘা ১৪ লেচা। বৰ্তমান ইয়াৰ মাটিত বিভিন্ন চৰকাৰী-বেচৰকাৰী অনুষ্ঠান গঢ়ি উঠিছে।

1. ইতিহাস

মন্দিৰটো প্ৰতিষ্ঠাৰ আঁৰত কিছু জনশ্ৰুতি শুনা যায়। অতি প্ৰাচীন কালত ৰূপ নাৰায়ণ নামৰ এজন ব্ৰাহ্মণৰ ঘৰত এজনে কপিলী গাই আছিল। ব্ৰাহ্মণে ঘৰত গাইজনীৰ পৰা গাখীৰ নাপায়। কিন্তু ওচৰৰে টিলা এটাত থকা বিৰিণা এজোপাৰ ওচৰত তাইৰ ওহাৰৰ পৰা আপোনা-আপুনি গাখীৰ ওলাবলৈ ধৰে। ব্ৰাহ্মণে এদিন ওচৰ-চুবুৰীয়াৰ সৈতে সেই মাটিখিনি খান্দি চালে আৰু মাটিৰ তলত এক শিৱলিংগ আৱিষ্কাৰ কৰিলে। কোৰেৰে খান্দোতে হেনো লিংগটোৰ এফাল এৰাই গৈছিল। এতিয়াও তেনে অৱস্থাতে লিংগটো দেখা যায়। লৌহিত্য বংশৰ নাগাক্ষ বা নাগশংকৰ ৰজাই সেই কথা গম পাই হাতী লগাই শিৱলিংগটো উলিয়াব খুজিলে। কিন্তু বিফল হোৱাত তেওঁ তাতে এখন দেৱালয় সাজি দিলে। শিৱ বিৰিণাৰ তলত উদ্ধাৰ হোৱা বাবে কোৱা হয় বিৰিণাৰ ঈশ্বৰ- বিন্নেশ্বৰ, ক্ৰমে অপভ্ৰংশ হৈ বিল্বেশ্বৰ আৰু বেলশৰ হয়। নাগাক্ষ ৰজাই সজোৱা জামুগুৰিৰ ওচৰৰ নাগশংকৰ মন্দিৰৰ নিৰ্মাণ কৌশলৰ লগত এই দেৱালয়ৰ সাদৃশ্য আছে। আনহাতে কিছু পণ্ডিতে দ্বিতীয় শতিকাৰ নাগাংক ৰজাইহে বিল্বেশ্বৰ দেৱালয় নিৰ্মাণ কৰিছিল বুলি মত প্ৰকাশ কৰিছে। পালবংশীয় ৰজা ধৰ্মপালে ১০০০-১০১৫ এই দেৱালয়ৰ যথেষ্ট উন্নতি সাধন কৰিছিল। দেৱালয়ৰ চৌহদৰ দেৱান পুখুৰীটো কোচ ৰজা নৰনাৰায়ণৰ ভাতৃ চিলাৰায় দেৱানে খন্দোৱা। আনহাতে আহোম ৰজাসকলেও দেৱালয়খনক সমৃদ্ধিশালী হিচাপে গঢ়ি তুলিছিল।

2. মন্দিৰৰ কাৰ্যপন্থা

হিন্দু ধৰ্মৰ শৈৱ, শাক্ত, বৈষ্ণৱ আদি আটাইবোৰ শাখাৰ প্ৰভাৱ পৰাৰ ফলস্বৰূপে বিল্বেশ্বৰ দেৱালয়ত বিভিন্ন ধৰণৰ উৎসৱ তথা পূজাৰ প্ৰাদুৰ্ভাৱ লক্ষ্য কৰা যায়। এই দেৱালয়ত হাঁহ, পাৰ, মহ, ছাগলী, কোমোৰা আদি বলি বিধানৰ প্ৰথা অতি প্ৰাচীন। দুৰ্গা পূজাৰ মহানৱমীৰ দিনা মহ বলি দিয়া হয়। বিল্বেশ্বৰ দেৱালয়ত দুৰ্গা পূজা হয় যদিও ইয়াৰ পূজাৰ দেৱী মৃণ্ময় মূৰ্তি নহয়। এডাল কলগছৰ কাণ্ড অংশক সুশোভিত বস্ত্ৰ, আ-অলংকাৰেৰে সজাই দেৱী মূৰ্তিৰূপে পূজা-অৰ্চনা কৰা হয়।

  • গ প ত শ বৰ দ ৱ লয ব গ প ত শ বৰ মন দ ৰ ই ৰ জ Gupteswar Temple হ ছ অসমৰ শ ণ তপ ৰ জ ল ৰ পশ চ ম প ৰ ন তত ঢ ক য জ ল চহৰৰ অৱস থ ত হ ন দ ধৰ মৰ এক দ ৱ লয এই
  • ৰ দ ৰপদ দ ৱ লয ত জপ ৰ চহৰৰ উত তৰ দ শত, ব ৰহ মপ ত ৰ নদ ৰ গ ত ল গ থক প হ ৰৰ ওপৰত অৱস থ ত এই মন দ ৰত হ ন দ সকলৰ আৰ ধ য দ ৱত শ ৱক ন ত প জ অৰ চন কৰ
  • মদন ক মদ ৱ দ ৱ লয হ ছ অসমৰ ক মৰ প জ ল ৰ ব ইহ ট চ ৰ আল ৰ পৰ ত ন ক ল ম ট ৰ আ তৰৰ দ ৱ নগ ৰ প হ ৰত অৱস থ ত এখন দ ৱ লয স ন দৰ ন সৰ গ ক শ ভ আৰ চ দ শ
  • দ ৰ ঘ শ বৰ দ ৱ লয ব দ ৰ ঘ শ বৰ মন দ ৰ অসমৰ উত তৰ গ ৱ হ ট ৰ ব ৰহ মপ ত ৰ নদৰ প ৰত অৱস থ ত এখন ঐত হ স ক শক ত উপ সন স থল আহ ম স বৰ গদ উ শ ৱ স হয
  • ৰ দ ৰ শ বৰ দ ৱ লয ব ৰ দ ৰ শ বৰ মন দ ৰ অসমৰ উত তৰ গ ৱ হ ট ত অৱস থ ত ভগৱ ন শ ৱৰ প ৰত উছৰ গ ত এখন মন দ ৰ ই ব ৰহ মপ ত ৰ নদৰ উত তৰ প ৰৰ ৰ দ ৰ শ বৰ গ ৱত
  • গ ৱ হ ট দ ৰ ঘ শ বৰ দ ৱ লয উত তৰ গ ৱ হ ট দ ল গ ব ন দ মন দ ৰ, উত তৰ গ ৱ হ ট গৰখ য দ ল ঢ ক য খ ৱ বৰ ন মঘৰ ব ল ব শ বৰ দ ৱ লয শ ৱ দ ল, শ ৱস গৰ দ ৱ
  • হ ত গড শ ৱ দ ৱ লয ব দ ল য ৰহ ট নগৰৰপৰ প ৰ য প চ ম ইল দ ৰত ট ৰ ক ৰ ডৰ দ ত ত অৱস থ ত এখন দ ৱ লয ট ৰ ক ৰ ডৰ এ. ট ৰ ড পৰ প ৰ য ত ন শ ম ট ৰ
  • শ ৰ শ ৰ পৰ হৰ শ বৰ দ ৱ লয হ ছ অসমৰ বৰপ ট জ ল ৰ প ঠশ ল ৰ পৰ ত ন ক ল ম ট ৰ আ তৰৰ ড ব গ ৱত অৱস থ ত এখন দ ৱ লয এই দ ৱ লয অসমৰ অন যতম প ৰ চ ন আৰ
  • Madhava Temple অসমৰ ক মৰ প জ ল ৰ হ জ ত অৱস থ ত এক দ ৱ লয হ জ ৰ মণ পৰ বত ন মৰ এট ট ল ৰ ওপৰত এই দ ৱ লয অৱস থ ত ব ষ ণ ৰ এক অৱত ৰ হয গ ৰ ৱ ক ঘ ৰ ৰ ম ৰসহ

  • মন দ ৰ নৱগ ৰহ মন দ ৰ, গ ৱ হ ট ব ল ব শ বৰ দ ৱ লয শ ৱ দ ল, শ ৱস গৰ মহ ভ ৰৱ মন দ ৰ, ত জপ ৰ ভ ৰৱ মন দ ৰ, ত জপ ৰ ক ত ক শ বৰ দ ৱ লয ত জপ ৰ ন ঘ ৰ ট শ ৱদ ল
  • নগৰৰ উত তৰ প ৰ য প চ ক ল ম ট ৰ আ তৰৰ ব ল গ ৱত অৱস থ ত এখন প ৰ চ ন দ ৱ লয অসম ব ৰঞ জ ত ইয ৰ উল ল খ ন ই যদ ও এই দ ল জ গ ৰত ব ল জনব শ ব স আছ গৰখ য
  • ব স দ ৱ থ ন ব ল ব শ বৰ দ ৱ লয ব শ বন থ ক ষ ত ৰ ব ঢ গ স ই দ ৱ লয ব ঢ গ স ন দ ৱ লয ভ ম শ বৰ শ ৱ ধ ম ভ ৰৱ মন দ ৰ মদন ক মদ ৱ দ ৱ লয মহ ভ ৰৱ মহ ম য

  • নন ব ঢ দ য ট হ নদ বৰল য চ ন ক ণ খ ন দ ধৰ ম য অন ষ ঠ ন ব ল ব শ বৰ দ ৱ লয নলব ৰ হৰ মন দ ৰ ব ল ল ছ ক ল মন দ ৰ চৰ বড ক ল মন দ ৰ নলব ৰ

Users also searched:

দৱলয, লবশবৰ, লবশবৰদৱলয, বিল্বেশ্বৰ দেৱালয়, অসমৰ সংৰক্ষিত স্মৃতিচিহ্ন. বিল্বেশ্বৰ দেৱালয়,

...

Encyclopedic dictionary

Translation

অসমৰ মন্দিৰ Vikaspedia.

বিল্বেশ্বৰ দেৱালয়ৰ দুৰ্গা পূজা পৰিচালনা সমিতিয়ে জনায় যে, মন্দিৰৰ সন্মুখ ভাগত. বিল্বেশ্বৰ দেৱালয় অনাৰ্য পীঠৰ. তামুলীসহ ভালেসংখ্যক কর্মীক লৈ বাঁহজানীৰ ঘিল্লা চক, জিলাখনৰ বিল্বেশ্বৰ দেৱালয়,. এইবাৰ পূজাত ঐতিহ্যমণ্ডিত. নলবাৰী: মহাঅষ্টমীৰ পূজাত বিল্বেশ্বৰ দেৱালয়ত ভক্তৰ ভিৰ. @nalbarinews. 168 views. @nalbarinews. কলাক্ষেত্রত মিঞাৰ বাবে মিউজিয়ামৰ. ৫৫ প্ৰশ্ন বিল্বেশ্বৰ দেৱালয় অসমৰ কোখন ঠাইত অৱস্থিত? উত্তৰ বেলশৰ নলবাৰী । ৫৬ প্ৰশ্ন গোপেশ্বৰ দেৱালয় কত আৰু কিহৰ বাবে বিখ্যাত? উত্তৰ তেজপুৰত আৰু ইয়াত.

Nalbari VOICE বিল্বেশ্বৰ দেৱালয়.

ভক্তৰ বাবে পুনৰ অনিৰ্দিষ্ট কাললৈ বন্ধ থাকিব নলবাৰীৰ ঐতিহাসিক বিল্বেশ্বৰ দেৱালয়ৰ মুখ্যদ্বাৰ৷ তিনিমাহ বিৰতিৰ অন্তত চৰকাৰী নীতি নিৰ্দেশনা মতে দেৱা. শনিবাৰৰ পৰা শ্ৰীশ্ৰী বিল্বেশ্বৰ. বেলশৰৰ ঐতিহাসিক বিল্বেশ্বৰ দেৱালয়ৰ ইতিবৃত্ত আৰু দুৰ্গা পূজা! প্ৰতিপদ তিথিৰ বিজয়া দশমীলৈ বিল্বেশ্বৰত অনুষ্ঠিত হৈ আহিছে দুৰ্গতিনাশিনী দেৱী দুৰ্গাৰ পূজা৷.

Billeshwar Devaloy, Belshor, Assam, 781303.

কিন্তু, বিল্বেশ্বৰ দেৱালয়, ঘাইকৈ শিৱালয় বুলিয়ে সি আদিতে অনাৰ্য পীঠ আছিল বুলি ঠাৱৰ কৰিব নোৱাৰি। কাৰণ, এই দেৱালয়ৰ স্থাপনৰ বহু আগতেই নিশ্চয় শিৱৰ আৰ্যীকৰণ হৈ. দেৱালয়ত মুছলমানৰ স্থান Earshot. বৰ্ধিত কভিড ১৯ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি অনিদিষ্ট কাললৈ বিল্বেশ্বৰ দেৱালয় বন্ধ ৰখাৰ বৃহস্পতিবাৰৰ পৰা ভক্তই পূজা আগবঢ়াৱ নোৱাৰিব বিল্বেশ্বৰ দেৱালয়ত ।.

Nalbari, Nalbari নলবাৰী: মহাঅষ্টমীৰ পূজাত.

এইবাৰ পূজাত ঐতিহ্যমণ্ডিত বিল্লশ্বৰ দেৱালয়ত নহয় বলি বিধান। উল্লেখ্য যে ৰাজ্যখনত দুৰ্গা পূজা উপলেক্ষ সৰ্বাধিক মহ বলি বিল্বেশ্বৰ দেৱালয়খনতে দিয়া হয়. অনিৰ্দিষ্ট কাললৈ বন্ধ নলবাৰীৰ. 15. বিল্বেশ্বৰ দেৱালয় অসমৰ কোখন ঠাইত অৱস্থিত? A তেজপুৰ. B বেলশৰ নলবাৰী.

বানত কোঙা ৰাইজ! নলবাৰীত নাই.

গোপালবজাৰ,কলেজ চক,চক বজাৰ, বেলশৰৰ প্ৰসিদ্ধ বিল্বেশ্বৰ দেৱালয়, বৰকুৰা,​চান্দকুছি,. নলবাৰী বিল্বেশ্বৰ দেৱালয়ৰ দলৈ. গুৱাহাটীৰ কোন মন্দিৰ জনাৰ্দন দেৱালয়ৰ ওচৰত অৱস্থিত? উত্তৰঃ শুক্ৰেশ্বৰ মন্দিৰ। 4​. গোপেশ্বৰ দেৱালয় কত অৱস্থিত? উত্তৰঃ তেজপুৰত। 5. বিল্বেশ্বৰ দেৱালয় অসমৰ কোন ঠাইত.

অসম কুইজ প্ৰথম খণ্ড.

9 बार देखा गया 24 अक्टूबर 2020. संबंधित पेज​सभी देखें. Nalbari Time. 205 फ़ॉलोअर समाचार और. বিল্বেশ্বৰ দেৱালয় Archives TIME8. বিল্বেশ্বৰ দেৱালয়: অসমৰ নলবাৰী জিলাৰ এটা অতি পুৰণি মন্দিৰ৷ নলবাৰী চহৰৰ পৰা প্ৰায় ১৪ কিলোমিটাৰ পশ্চিমৰ বেলশৰত শ্ৰীশ্ৰ্ৰীবিল্বেশ্বৰ দেৱালয় অৱস্থিত৷ এই দেৱালয়ৰ. বিল্বেশ্বৰ দেৱালয় প্রাংগণ. অসমবাসী ৰাইজলৈ শাৰদীয় শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে সমূহ ধৰ্মপ্ৰাণ ৰাইজে দুৰ্গাপূজা উপলক্ষে বেলশৰস্থিত বিল্বেশ্বৰ দেৱালয়ৰ পূজাথলীত অংশগ্ৰহণ কৰিব বুলি আশা কৰিলোঁ ৷. TIME8 অনিৰ্দিষ্ট কাললৈ বন্ধ ইতিহাস. 112 প্ৰশ্ন বিল্বেশ্বৰ দেৱালয় অসমৰ কোখন ঠাইত অৱস্থিত? উত্তৰ বেলশৰ নলবাৰী । 113 প্ৰশ্ন গোপেশ্বৰ দেৱালয় কত আৰু কিহৰ বাবে বিখ্যাত?.

Nalbari TODAY বিল্বেশ্বৰ দেৱালয় Facebook.

১১ বিল্বেশ্বৰ মন্দিৰ, বেলশৰ, নলবাৰী জিলা: এটা শিলৰ আহোম ৰজা কমলেশ্বৰ সিংহৰ দিনত ​১৭৯৫ ১৮১০ সজোৱা এই চক্ৰাকাৰ দেৱালয় শাক্ত ধৰ্মৰ এখন প্ৰধান পীঠস্থান। মধ্যযুগৰ প্ৰথম. সংৰক্ষিত পূৰাতাত্ত্বিক স্থান আৰু. বিল্বেশ্বৰ দেৱালয় প্রাংগণ লোকাৰণ্য কী জয় ধবনি দি দেৱালয়ৰ পূজাস্থলীৰ পৰা ৰাম কলৰ দেৱী দুর্গা অনাৰ বাবে গায়ন বায়ন দলেৰে এক বর্ণাঢ্য শোভাযাত্রা উলিয়াই. Assam GK অসমীয়া কুইজ 110 সচৰাচৰ. ঐতিহ্যমণ্ডিত বিল্বেশ্বৰ দেৱালয়ত কিয় প্ৰস্তুত কৰা হয় মুছলমানৰ বাবে ভোগ।. বেলশৰ উচ্চতৰ মাধ্যমিক বিদ্যা, Belsor. Tag: বিল্বেশ্বৰ দেৱালয়. অসম নলবাৰীৰ ঐতিহাসিক বিল্বেশ্বৰ দেৱালয়ত আৰম্ভ দুৰ্গা. Religions and festivals of Assam অসমৰ ধৰ্ম আৰু. বেলশৰ বিল্বেশ্বৰ দেৱালয়, বেলশৰ শিল্পী সমাজৰ কাৰ্যালয়, পঞ্চায়ত আদি বেলশৰৰ সকলো​. বিশিষ্ট ব্যক্তি, ঠাই আৰু তীৰ্থ. বেলশৰৰ ঐতিহাসিক বিল্বেশ্বৰ.

...
Free and no ads
no need to download or install

Pino - logical board game which is based on tactics and strategy. In general this is a remix of chess, checkers and corners. The game develops imagination, concentration, teaches how to solve tasks, plan their own actions and of course to think logically. It does not matter how much pieces you have, the main thing is how they are placement!

online intellectual game →