Back

ⓘ ২৫ মে. ১৯৮৮ - অমিয় কুমাৰ দাস, ভাৰতীয় সমাজ সংস্কাৰক, গান্ধীবাদী নেতা, শিক্ষাবিদ, লেখক আৰু অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী মৃত্যু: ১৯৭৫ চন ২০১৮ - প্ৰধানমন্ত্ৰী শেখ ..



                                               

স্বতন্ত্ৰ পাৰ্টি

স্বতন্ত্ৰ পাৰ্টি ভাৰতৰ এটা ধ্ৰুপদী-উদাৰপন্থী ৰাজনৈতিক দল। ১৯৫৯ত গঠিত এই দলটো ১৯৭৪ত ভাৰতীয় লোক দলত চামিল হৈ যায়। জৱাহৰলাল নেহৰুৰ প্ৰভাৱাধীন ভাৰতীয় জাতীয় কংগ্ৰেছৰ ক্ৰমবৰ্ধমান সমাজতান্ত্ৰিক আৰু ৰাজ্যবাদী দৃষ্টিভংগীৰ প্ৰতিক্ৰিয়া স্বৰূপে চক্ৰৱৰ্তী ৰাজাগোপালাচাৰীয়ে এই দলটো গঠন কৰিছিল। স্বতন্ত্ৰ পাৰ্টিত চক্ৰৱৰ্তী ৰাজাগোপালাচাৰী, থাংগুটুৰী প্ৰকাশম পন্টুলু, এন জি ৰংগা, দৰ্শনসিং ফেৰুমেন, উধম সিং নাগোকে, কে.এম. মুঞ্চি আদি বহু কেইজন বিশিষ্ট পুৰণি কংগ্ৰেছীৰ সমাবেশ ঘটিছিল। এই দলটো গঠনৰ অন্যতম অজুহাত আছিল আবাদী আৰু নাগপুৰ প্ৰস্তাৱত কংগ্ৰেছৰ বাওপন্থী ঘূৰ্ণন। স্বতন্ত্ৰ পাৰ্টিয়ে লাইচেঞ্চ ৰাজ ৰ অৱসান ...

                                               

গ্ৰেণ্ড শ্লাম (টেনিছ)

গ্ৰেণ্ড শ্লাম টুৰ্ণামেণ্ট হৈছে বিশ্বৰ সবাতোকৈ গুৰুত্বপূৰ্ণ চাৰিখন বাৰ্ষিক টেনিছ টুৰ্ণামেণ্ট বা ক্ৰীড়া প্ৰতিযোগিতা। এই টুৰ্ণামেণ্টসমূহক মেজৰ নামেৰেও জনা যায়। গ্ৰেণ্ড শ্লামসমূহত আটাইতকৈ বেছি ৰেংকিং পইণ্ট আৰু প্ৰাইজমানি প্ৰদান কৰা হয়। টেনিছৰ অনুৰাগী আৰু সংবাদ মাধ্যমৰ গুৰুত্বও ই অধিক পৰিমাণে লাভ কৰাৰ লগতে কোৰ্ট বা খেলপথাৰৰ আকাৰ-আকৃতিও বৃহত্তম। এই টুৰ্ণামেণ্টসমূহত বিজয়ী হবলৈ পুৰুষৰ বাবে ৫ খন ছেট বা খেলাৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন ধাৰ্য কৰা হৈছে। অৰ্থাৎ অন্য টেনিছ প্ৰতিযোগিতাত মুঠ ৩খনৰ ২খন জিকিলেই খেলুৱৈ এগৰাকী জয়ী হোৱাৰ বিপৰীতে পুৰুষ খেলুৱৈসকলে ইয়াত ৫টা ছেটৰ ৩টাত জিকিলেহে চূড়ান্ত বিজয়ী হব পা ...

                                     

ⓘ ২৫ মে

  • ১৯৮৮ - অমিয় কুমাৰ দাস, ভাৰতীয় সমাজ সংস্কাৰক, গান্ধীবাদী নেতা, শিক্ষাবিদ, লেখক আৰু অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী মৃত্যু: ১৯৭৫ চন
  • ২০১৮ - প্ৰধানমন্ত্ৰী শেখ হাছিনা আৰু নৰেন্দ্ৰ মোদীয়ে শান্তি নিকেতনত বাংলাদেশ ভৱন উদ্বোধন কৰেন।
                                     

1. জন্ম

  • ১৯৬৩‌ - মাইক মায়াৰ্ছ, আমেৰিকান কৌতুকাভিনেতা।
  • ১৮৬৫ - পিটাৰ জেমান, নেদাৰলেণ্ডৰ বিখ্যাত পদাৰ্থবিজ্ঞানী।
  • ১৯০৬ - ৰামকিঙ্কৰ বেইজ, ভাৰতৰ পশ্চিমবঙ্গ, বাঁকুড়া জিলাৰ বিখ্যাত ভাস্কৰ।
  • ১৮৯৯ - কাজী নজৰুল ইছলাম, বিদ্ৰোহী কবি, সাহিত্যিক, সম্পাদক, আৰু বাংলাদেশৰ জাতীয় কবি।
Free and no ads
no need to download or install

Pino - logical board game which is based on tactics and strategy. In general this is a remix of chess, checkers and corners. The game develops imagination, concentration, teaches how to solve tasks, plan their own actions and of course to think logically. It does not matter how much pieces you have, the main thing is how they are placement!

online intellectual game →