Back

ⓘ ২২ মে. ১৮৪৯ – আমেৰিকাৰ ৰাষ্ট্ৰপতি আব্ৰাহাম লিংকনে লাইফ ব’ট”ৰ পেটেণ্ট লাভ কৰে। যিকোনো আবিস্কাৰৰ পেটংণ্ট লাভ কৰা তেঁৱেই একমাত্ৰ আমেৰিকান ৰাষ্ট্ৰপতি। ১৭৬২ – ছুইডেন ..



                                               

ট্ৰাঞ্চলেটৰছ আছাম

ট্ৰাঞ্চলেটৰছ আছাম অসমীয়া অনুবাদ সাহিত্য সম্পৰ্কীয় এটা ৱেব প্ৰকল্প। এই প্ৰকল্পটোৰ মুখ্য উদ্দেশ্য হৈছে অসমীয়া ভাষাৰ অনুবাদ সাহিত্যক ইণ্টাৰনেটৰ পৃথিৱীখনলৈ লৈ যোৱা। প্ৰকল্পটোৰ প্ৰতিষ্ঠা ২০২০ চনৰ মে মাহৰ ২২ তাৰিখ।

                                               

ভাৰতীয় জন সংঘ

ভাৰতীয় জন সংঘ ভাৰতৰ এটা অধুনালুপ্ত সোঁপন্থী ৰাজনৈতিক দল। ১৯৫১ চনৰ পৰা ১৯৭৭ চনলৈ সক্ৰিয় হৈ থকা এই দলটো হিন্দুত্ববাদী সংগঠন ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ ৰাজনৈতিক শাখা আছিল। ১৯৭৭ চনত ইন্দিৰা গান্ধী নেতৃত্বাধীন ভাৰতীয় জাতীয় কংগ্ৰেছৰ বিৰুদ্ধে এটা ৰাষ্ট্ৰীয় বিকল্প তৈয়াৰ কৰিবলৈ গঠন কৰা জনতা পাৰ্টিত অন্য বহুবোৰ ৰাজনৈতিক দলৰ সৈতে জন সংঘও চামিল হৈ গৈছিল। ১৯৮০ চনত জনতা পাৰ্টি আৰু ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ দ্বৈত সদস্যতাৰ বিষয়ত মতানৈক্য হৈ জন সংঘ গোটটো জনতা পাৰ্টিৰ পৰা ওলাই আহিছিল আৰু ১৯৮২ চনত ভাৰতীয় জনতা পাৰ্টি গঠন কৰিছিল।

                                               

১৯৯১ৰ ভাৰতৰ সাধাৰণ নিৰ্বাচন

১৯৯১ৰ ভাৰতৰ সাধাৰণ নিৰ্বাচন দশম লোকসভা গঠনৰ উদ্দেশ্যে অনুষ্ঠিত কৰা হৈছিল। পাঞ্জাৱ আৰু জম্মু আৰু কাশ্মীৰৰ বাদে বাকীবোৰ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত ১৯৯১ৰ ২০ মে’, ১২ জুন আৰু ১৫ জুনত- এই তিনিটা পৰ্যায়ত অনুষ্ঠিত হয়। ইয়াৰ উপৰিও বিহাৰৰ দুটা আৰু উত্তৰ প্ৰদেশৰ এখন লোকসভাৰ আসনতো নিৰ্বাচন হোৱা নাছিল। পাঞ্জাবৰ ১৩খন আসনৰ বাবে নিৰ্বাচন আয়োগে পলমকৈ ১৯৯২ চনৰ ১৯ ফেব্ৰুৱাৰীতহে নিৰ্বাচন পতাৰ সিদ্ধান্ত লয়। কোনো এটা ৰাজনৈতিক দলেই একক সংখ্যাগৰিষ্ঠতা লাভ নকৰাত ভাৰতীয় জাতীয় কংগ্ৰেছে অন্যন্য দলৰ সহযোগত পি ভি নৰসিংহ ৰাও প্ৰধানমন্ত্ৰিত্বত এখন সংখ্যালঘূ চৰকাৰ গঠন কৰে। প্ৰথম তিনিটা পৰ্যায়ৰ নিৰ্বাচনৰ ভোটদ ...

                                     

ⓘ ২২ মে

  • ১৮৪৯ – আমেৰিকাৰ ৰাষ্ট্ৰপতি আব্ৰাহাম লিংকনে" লাইফ ব’ট”ৰ পেটেণ্ট লাভ কৰে। যিকোনো আবিস্কাৰৰ পেটংণ্ট লাভ কৰা তেঁৱেই একমাত্ৰ আমেৰিকান ৰাষ্ট্ৰপতি।
  • ১৭৬২ – ছুইডেন আৰু প্ৰুছিয়াই হামবাৰ্গ চুক্তিত সাক্ষৰ কৰে।
  • ১৯৯০ – উত্তৰ আৰু দক্ষিণ উনান সংযুক্ত হৈ নতুন য়ুনান গণতন্ত্ৰৰ প্ৰতিস্থা কৰে।
  • ২০০০ – শ্ৰীলংকাত জাফানা অধিকাৰ কৰা প্ৰায় ১৫০ জনতকৈ অধিক সন্ত্ৰাসবাদী হত্যা কৰা হয়।
  • ১৯০৬ – ৰাইট ভাতৃদ্বয়ে" উৰন্ত সৰঞ্জাৰ Flying-Machine”ৰ পেটেণ্ট লাভ কৰে।
Free and no ads
no need to download or install

Pino - logical board game which is based on tactics and strategy. In general this is a remix of chess, checkers and corners. The game develops imagination, concentration, teaches how to solve tasks, plan their own actions and of course to think logically. It does not matter how much pieces you have, the main thing is how they are placement!

online intellectual game →