Back

★ উখৰুল জিলা - মণিপুৰৰ জিলা ..



উখৰুল জিলা
                                     

★ উখৰুল জিলা

উখৰুল উত্তৰ-পূব ভাৰতৰ মণিপুৰ ৰাজ্যৰ এখন অন্যতম জিলা। এই জিলাখনৰ মণিপুৰৰ ৰাজধানী ইম্ফলৰ পৰা ৮৪ কিলিমিটাৰ উত্তৰ-পূব দিশত অৱস্থিত।

                                     

1. ইতিহাস

১৯১৯ চনত ব্ৰিটিছ শাসনৰ সময়ত উখৰুল জিলাএক মহকুমা হিচাপে ৰখা হৈছিল। ১৯৬৯ চনত ভাৰত চৰকাৰে এই জিলাক মণিপুৰ পূব জিলা নাম দি পূৰ্ণাংগ জিলাৰ মৰ্য্যদা দিয়ে।

ভাষাতত্ত্বৰ ফালৰ পৰা উখৰুলৰ মূল অধিবাসী তাংখুল নগাসকল চীনা-তিব্বতীয় গোষ্ঠীৰ তিব্বতীয়-বৰ্মা বিভাগৰ অন্তৰ্ভুক্ত। এই সূত্ৰই তেওঁলোক ঐতিহাসিকভাৱে উত্তৰৰ চীন আৰু তিব্বতীয় মূলৰ বুলি ইংগিত দিয়ে। তাংখুলসকলৰ আটাইতকৈ প্ৰাচীন মূল চীন জিজিয়াং অঞ্চলৰ হোৱাংহো Huang He আৰু য়াংজে Yangtze নদীৰ উপত্যকা বুলি জনা যায়। জীৱন-নিৰ্বাহৰ সহজ পথৰ সন্ধানত তেওঁলোকে বিভিন্ন ঠাইলৈ প্ৰব্ৰজন কৰে। ইয়াৰে এটা ঠাল আহি দক্ষিণে ম্যানমাৰ পায়হি।

তাংখুলকে ধৰি অন্যান্য নগা জনজাতিসমূহ ম্যানমাৰৰ পৰাই আহি মণিপুৰ, নাগালেণ্ড, অসম আৰু অৰুণাচল প্ৰদেশত বসতি কৰিবলৈ লয়।

                                     

2. ভৌগোলিক অৱস্থান

উখৰুল জিলাৰ সদৰ ঠাই উখৰুল নগৰ। এই নগৰৰ অধিবাসী ৭৫,০০০ বুলি জনা যায়। উখৰুল জিলাত অৱস্থিত শ্বিৰুই কাছং পৰ্বতত পোৱা আপুৰুগীয়া শ্বিৰুই লিলি Shirui lily, Lilium mackliniae Sealy, আৰু Khangkhui Mangsor গুহা জিলাখনৰ অন্যতম আকৰ্ষণ।

                                     

3. জনসংখ্যা

২০১১ চনৰ লোকপিয়ল অনুসৰি উখৰুল জিলাৰ জনসংখ্যা ১,৮৩,১১৫ জন।জনসংখ্যাৰ ফালৰ পৰা ভাৰতৰ মুঠ ৬৪০খন জিলাৰ ভিতৰত এই জিলাৰ স্থান ৫৯৩। এই জিলাৰ জনবসতিৰ ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত ৪০ জন। ২০০১-২০১১ দশকত জিলাখনৰ মুঠ জনসংখ্যা বৃদ্ধিৰ হাৰ আছিল ৩০.০৭% উখৰুলৰ প্ৰতি ১০০০ গৰাকী পুৰুষৰ বিপৰীতে মহিলাৰ সংখ্যা ৯৪৮ গৰাকী আৰু সাক্ষৰতাৰ হাৰ ৮১.৮৭%।

উখৰুলৰ সংখ্যাগৰিষ্ঠ লোক তাংখুল জনজাতিৰ।

                                     

4. ভাষা

উখৰুল জিলাত ব্যৱহৃত মূল ভাষাসমূহ হৈছে:

  • তাংখুল ভাষা Tangkhul language.
  • পশ্চুৰি ভাষা Pochuri language.
  • চৰবুং ভাষা Sorbung language.
  • তাৰাও ভাষা Tarao language.
                                     

5. সংস্কৃতি

উখৰুল জিলাত তাংখুল সকলে বিভিন্ন উৎসৱ পালন কৰে। ইয়াৰ ভিতৰত উল্লেখযোগ্যসমূহ হৈছে বীজ সিচাঁৰ সময়ত পালন কৰা লুইৰা উৎসৱ Luira, খেতিৰ কামৰ পৰা আহৰি পোৱাৰ সময়ত পালন কৰা মাংখাপ উৎসৱ Mangkhap, মৃতকক সন্মান জনাই উদযাপন কৰা থিছম Thisham উৎসৱ আৰু খেতি চপোৱাৰ পিছত উদযাপন কৰা থাৰিও উৎসৱ Thareo।

                                     

6. শিক্ষা

১৮৯৬ চনত খ্ৰীষ্টান মিছনেৰী ৰেভাৰেণ্ড উইলিয়াম পেটিগ্ৰিউ Rev. William Pettigrew-এ উখৰুল জিলাৰ প্ৰথমখন বিদ্যালয় স্থাপন কৰিছিল। বৰ্তমান জনসংখ্যাৰ ৯০% শিক্ষিত লোকেৰে উখৰুল নগৰ ইম্ফলৰ পিছতে মণিপুৰৰ শিক্ষা দীক্ষাৰ ক্ষেত্ৰত আটাইতকৈ আগবঢ়া নগৰ। এই নগৰৰ উল্লেখযোগ্য শিক্ষানুষ্ঠানসমূহ হৈছে চেক্ৰেড হাৰ্ট উচ্চতৰ মাধ্যমিক বিদ্যালয়, এলিচ খ্ৰীষ্টিয়ান উচ্চতৰ মাধ্যমিক বিদ্যালয়, লিটল এঞ্জেল বিদ্যালয়, ব্লেছ’ মণ্টেশ্বৰী বিদ্যালয়, পাটকাই একাডেমী ইত্যাদি।

                                     
  • দক ষ ণ ক পকপ জ ল Kangpokpi District প ব উখৰ ল জ ল পশ চ ম ত ম ল জ ল আৰ উত তৰ ন গ ল ণ ডৰ ক হ ম আৰ ফ ক জ ল অৱস থ ত৷ এই জ ল স গৰপ ষ ঠৰ পৰ
  • থ ব ল জ ল Thoubal district, Pron: ˈθɑʊbɑːl orˈθɑʊbəl উত তৰ - প ব ভ ৰতৰ মণ প ৰ ৰ জ যৰ এখন অন যতম জ ল এই জ ল ৰ উত তৰ স ন পত জ ল প ব উখৰ ল আৰ চ ন দ ল
  • চ ন দ ল জ ল Pron: ˌtʃænˈdɛl উত তৰ - প ব ভ ৰতৰ মণ প ৰ ৰ জ যৰ এখন অন যতম জ ল ৷ নচৰ ল কপ য ল অন সৰ ত ম ল জ ল ৰ প ছত ই চ ন দ ল মণ প ৰৰ আট ইতক জনবসত প ৰ ণ
  • ফ ক ভ ৰতৰ ন গ ল ণ ড ৰ জ যৰ এখন জ ল এই জ ল খন চনত স থ পন কৰ হ ছ ল জ ল খনৰ সদৰ ঠ ই ফ ক নগৰ এই জ ল ৰ স খ য গৰ ষ ঠ ল ক খ ৰ ষ ট ন ধৰ ম ৱলম ব আৰ
  • প ৰদ শক খন জ ল হ ছ ব ঙ গ ল ৰ চহৰ জ ল কলক ত জ ল ক ন দ ৰ য দ ল ল জ ল চ ন ন ই জ ল হ ইদ ৰ ব দ জ ল ক মৰ প মহ নগৰ জ ল ম ম ব ই নগৰ জ ল ভ ৰতৰ মহক ম সম হ
                                     
  • জ ল সম হ প ৰশ সন ক ব ষয হ ছ জ ল দণ ড ধ ক ৰ অথব জ ল উপ য ক ত ৰ জ যখনৰ ব ভ ন ন চৰক ৰ ব ভ গ জ ল দণ ড ধ ক ৰ অথব জ ল উপ য ক তক জ ল খন স চ ৰ ৰ প
  • ব ধ নসভ ম খ যমন ত ৰ সকল ৰ জ যপ লসকল উচ চ ন য য লয আৰক ষ ৰ জন ত ক দলসম হ জ ল উখৰ ল চ ন দ ল চ ড চ ন দপ ৰ ত ম ল থ ব ল প ব ইম ফল পশ চ ম ইম ফল ব ষ ণ প ৰ স ন পত
  • ব ধ নসভ ম খ যমন ত ৰ সকল ৰ জ যপ লসকল উচ চ ন য য লয আৰক ষ ৰ জন ত ক দলসম হ জ ল উখৰ ল চ ন দ ল চ ড চ ন দপ ৰ ত ম ল থ ব ল প ব ইম ফল পশ চ ম ইম ফল ব ষ ণ প ৰ স ন পত

Users also searched:

উখৰ, উখৰজল, উখৰুল জিলা, মণিপুৰৰ জিলা. উখৰুল জিলা,

...

Encyclopedic dictionary

Translation

ম্যানমাৰৰ সীমান্তত আমগুৰিৰ জোৱান.

আটকাধীন কেডাৰজন মনিপুৰৰ উখৰুল জিলাৰ ঝিংচুই গাৱৰ থাংমেইছো কাছাক বুলি জানিব পৰা​. মণিপুৰত প্ৰৱেশ কৰিব নোৱাৰিব. ম্যানমাৰৰ সীমান্তত লাগি থকা মণিপুৰ উখৰুল জিলাৰ কাচম অঞ্চলত তালাচী চলাবলৈ গৈছিল।. এন এছ চি এনৰ আই এমৰ কেডাৰক আটকক কৰাক. পাহাৰীয়া জিলা কার্বি আংলং, ডিমা হাছাও ​এন পি এফ উখৰুল জিলাত দুটা, সেনাপতিত এটা,. মণিপুৰত গো হত্যাকাৰীৰ বিৰুদ্ধে. উৎখাতৰ চেষ্টা কৰা আছাম ৰাইফলছৰ সৈতে নাগা আৰ্মিৰ মুখামুখি যুদ্ধৰ উপক্ৰম হোৱাত দেওবাৰে চেঁপা উত্তেজনাই আৱৰি ধৰে মণিপুৰৰ উখৰুল জিলাৰ চিলাইৰ এখন ক্ষুদ্ৰ গাওঁ।.





দুলীয়াজানত বীৰ শ্বহীদ মেজৰ.

১৯৬৮ চনত কেৰালা উচ্চ ন্যায়ালয়ে তেওঁক জিলা আৰু সত্ৰ ন্যায়াধীশ পদৰ বাবে বাছনি কৰে আৰু ১৯৭০ চনত তেওঁক ৰাজ্য শিসাক. জন্ম ১৯৪১ চনত মণিপুৰ ৰাজ্যৰ উখৰুল জিলাৰ শংশক গাঁৱত ।. সামৰিক মর্যাদাৰে জোৱান বিজু. ৪ প্ৰশ্ন নীলা পাহাৰ ৰাষ্ট্ৰীয় উদ্যান মিজোৰামৰ কোন জিলাত অৱস্থিত? উত্তৰ চিমটুইপুই। ৫ প্ৰশ্ন আইজল – চুৰাচান্দপুৰ – ইম্ফল – উখৰুল – জেছামী – কহিমা. ৭০০. ১৫১. কৰিমগঞ্জ. টাৱাঙত নিৰ্মাণ হব অসম ৰাইফলছৰ মেজৰ. ঘৰ উত্তৰ লক্ষিমপুৰ জিলাৰ ঘৰমৰা নপমুৱাত। মনিপুৰৰ উখৰুল জিলাত কিছু দুষ্কৃতি লোকে.


চেঁপা উত্তেজনাত উখৰুল, চিহাইত.

মনিপুৰৰ উখৰুল জিলাত এজন লোকৰ বিৰুদ্ধে গৰুক গুলীয়াই হত্যা কৰাৰ অভিযোগত গোচৰ ৰুজু কৰিছে আৰক্ষীয়ে ৷ পেটা নামৰ সংস্থাটোৱে ঘটনা সন্দৰ্ভত উখৰুল জিলাৰ আৰক্ষী. গুৱাহাটী উচ্চ ন্যায়ালয়ৰ. জানিব পৰামতে আজি পুৱা ৫ বজাত গোপন খবৰৰ ভিত্তিত সেনাই মণিপুৰৰ উখৰুল জিলাৰ চিনগাই উখ্ৰৰুলৰ জিলা উপায়ুক্ত যোছেফ পলিনে এন এছ চি এনৰ সদস্যক গ্ৰেপ্তাৰ কৰাৰ কথা. অসম ৰাইফল জোৱানক সন্মানিত The Sentinel. তেনেদৰেই উখৰুল আৰু পার্শ্বৱর্তী অঞ্চলসমূহৰ কেইবাহাজাৰ পৰিয়ালৰ খোৱাপানীৰ চন্দেল জিলাত দেশৰ শতাধিক ৰূপান্তৰশীল জিলাৰ অন্তৰ্ভূক্ত হোৱা সত্ত্বেও সকলো.





...
Free and no ads
no need to download or install

Pino - logical board game which is based on tactics and strategy. In general this is a remix of chess, checkers and corners. The game develops imagination, concentration, teaches how to solve tasks, plan their own actions and of course to think logically. It does not matter how much pieces you have, the main thing is how they are placement!

online intellectual game →