Back

★ থৌবাল জিলা - মণিপুৰৰ জিলা ..



থৌবাল জিলা
                                     

★ থৌবাল জিলা

থৌবাল জিলা উত্তৰ-পূব ভাৰতৰ মণিপুৰ ৰাজ্যৰ এখন অন্যতম জিলা। এই জিলাৰ উত্তৰে সেনাপতি জিলা, পূবে উখৰুল আৰু চান্দেল জিলা, দক্ষিণে চুড়াচান্দপুৰ আৰু বিষ্ণুপুৰ জিলা আৰু পশ্চিমে পূব ইম্ফল আৰু পশ্চিম ইম্ফল জিলা অৱস্থিত। থৌবাল জিলাৰ মুঠ মাটিকালি ৫১৪ বৰ্গ কিলোমিটাৰ আৰু ২০১১ চনৰ লোকপিয়ল অনুসৰি জনসংখ্যা ৪,২০,৫১৭ জন। জিলাখনৰ সদৰ ঠাই থৌবাল টাউন। এই জিলাৰ উল্লেখযোগ্য ঠাই হৈছে খঞ্জম, য’ত ১৮৯১ চনৰ এপ্ৰিল মাহত ব্ৰিটিছৰ সৈতে মণিপুৰৰ স্বাধীনতাৰ বাবে অন্তিম যুদ্ধখন সংঘটিত হৈছিল।

                                     

1. ইতিহাস

১৯৮৩ চনত পূৰ্বৰ মণিপুৰ কেন্দ্ৰীয় জিলাৰ থৌবাল মহকুমাক পৃথক কৰি স্বকীয় জিলা হিচাপে স্বীকৃতি দিয়া হয়। তেতিয়া এই জিলা তিনিটা মহকুমাৰে গঠিত হৈছিল: থৌবাল Thoubal, লিলং Lilong আৰু কাকচিং Kakching।

                                     

2. ভৌগোলিক অৱস্থান

থৌবাল জিলাখনে মণিপুৰ উপত্যকাৰ পূবৰ প্ৰায় অৰ্ধাংশ জুৰি আছে। জিলাখনৰ সীমা ত্ৰিভুজাকাৰ। এই জিলা ২৩° ৪৫ – ২৪° ৪৫ উত্তৰ অক্ষাংশ আৰু ৯৩° ৪৫ – ৯৪° ১৫ পূব দ্ৰাঘিমাংশত অৱস্থিত। থৌবাল জিলাৰ সাগৰ পৃষ্ঠৰ পৰা গড় উচ্চতা ৭৯০ মিটাৰ।

থৌবাল জিলাৰ দক্ষিণ-পশ্চিম অংশত মণিপুৰৰ বিখ্যাত লকটক হ্ৰদ অৱস্থিত। এই অঞ্চলত থকা অন্যান্য হ্ৰদবোৰ হৈছে খাৰুং Kharung, ইক’প Ikop, পুমলেন Pumlen, লৌছি Lousi আৰু গাংগু Ngangou।

                                     

3. অৰ্থনীতি

কৃষি থৌবাল জিলাৰ মূল আৰ্থিক অৱলম্বন। জিলাখনৰ মুঠ জনসংখ্যাৰ প্ৰায় ৭০% লোক কৃষিৰ লগত জড়িত। এই জিলাৰ উপত্যকা সাৰুৱা আৰু জলসিঞ্চনৰ বাবে উপযোগী। জিলাখনত উৎপাদিত মূল শস্য হৈছে ধান। ইয়াত উৎপাদিত অন্যান্য শস্যবোৰ হৈছে কুঁহিয়াৰ, গোমধান, মাহ, আলু, জলকীয়া ইত্যাদি। থৌবাল জিলাত মণিপুৰৰ ভিতৰতে সৰ্বাধিক কুঁহিয়াৰ উৎপাদন হয়।

                                     

4. জনসংখ্যা

২০১১ চনৰ লোকপিয়ল অনুসৰি থৌবাল জিলাৰ মুঠ জনসংখ্যা ৪,২০,৫১৭ জন। জনসংখ্যাৰ ফালৰ পৰা ভাৰতৰ মুঠ ৬৪০খন জিলাৰ ভিতৰত এই জিলাৰ স্থান ৫৫৫। জিলাখনৰ জনবসতিৰ ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত ৮১৮ জন। ২০০১-২০১১ দশকত এই জিলাৰ জনসংখ্যা বৃদ্ধিৰ হাৰ আছিল ১৫.৪৮%। থৌবাল জিলাৰ প্ৰতি ১০০০ জন পুৰুষৰ বিপৰীতে মহিলাৰ সংখ্যা ১০০৬ গৰাকী আৰু সাক্ষৰতাৰ হাৰ ৭৬.৬৬%।.

                                     

5. যাতায়ত

থৌবাল জিলাৰ যাতায়ত ব্যৱস্থা যথেষ্ট কাৰ্যকৰী। প্ৰায়বোৰ নগৰ আৰু গাওঁ জিলাখনৰ সদৰঠাইৰ সৈতে সংযুক্ত। প্ৰথম এছিয় ৰাষ্ট্ৰীয় ঘাইপথ AH-1 জিলাখনৰ মাজেদি পাৰ হৈ হৈছে।

                                     

6. শিক্ষা

থৌবাল আৰু কাকচিং জিলাখনৰ শিক্ষাৰ মূল কেন্দ্ৰ। জিলাখনত অৱস্থিত উচ্চশিক্ষাৰ প্ৰতিষ্ঠানসমূহৰ ভিতৰত উল্লেখযোগ্য হৈছে থৌবাল মহাবিদ্যালয়, খা-মণিপুৰ মহাবিদ্যালয় ইত্যাদি। থৌবাল জিলা চিকিৎসালয়ত এখন নাৰ্ছিং মহাবিদ্যালয়ৰো নিৰ্মাণ হৈ আছে। অন্যান্য বিদ্যালয়সমূহ হছে জৱাহৰ নবোদয় বিদ্যালয়, পদ্ম ৰত্ন বিদ্যালয়, এভআৰগ্ৰীণ ফ্লাৱাৰ ইংলিছ স্কুল ইত্যাদি।

                                     
  • দক ষ ণ ক পকপ জ ল Kangpokpi District প ব উখৰ ল জ ল পশ চ ম ত ম ল জ ল আৰ উত তৰ ন গ ল ণ ডৰ ক হ ম আৰ ফ ক জ ল অৱস থ ত৷ এই জ ল স গৰপ ষ ঠৰ পৰ
  • ব ষ ণ প ৰ জ ল Pron: ˌbɪʃnʊˈpʊə উত তৰ - প ব ভ ৰতৰ মণ প ৰ ৰ জ যৰ এখন জ ল এই জ ল খনৰ ন ম ল ম ড Lamangdong ন মৰ ঠ ইত থক ব ষ ণ মন দ ৰট ৰ ব ব ব ষ ণ প ৰ
  • চ ন দ ল জ ল Pron: ˌtʃænˈdɛl উত তৰ - প ব ভ ৰতৰ মণ প ৰ ৰ জ যৰ এখন অন যতম জ ল ৷ নচৰ ল কপ য ল অন সৰ ত ম ল জ ল ৰ প ছত ই চ ন দ ল মণ প ৰৰ আট ইতক জনবসত প ৰ ণ
  • পশ চ ম ইম ফল জ ল Imphal West district, Pron: ˈɪmfəl or ɪmˈfɑːl উত তৰ - প ব ভ ৰতৰ মণ প ৰ ৰ জ যৰ এখন জ ল ৷ চনৰ ল কপ য ল অন সৰ এই জ ল ৰ জনস খ য মণ প ৰৰ
  • Ukhrul, Pron: ˈuːkˌɹəl or ˈuːkˌɹʊl উত তৰ - প ব ভ ৰতৰ মণ প ৰ ৰ জ যৰ এখন অন যতম জ ল এই জ ল খনৰ মণ প ৰৰ ৰ জধ ন ইম ফলৰ পৰ ক ল ম ট ৰ উত তৰ - প ব দ শত অৱস থ ত
                                     
  • পদ মশ ৰ প ৰদ ন কৰ চনৰ ছ প ট ম বৰত উত তৰ - প ব ভ ৰত য ৰ জ য মণ প ৰৰ থ ব ল জ ল ৰ থ জ ও ক থ ল ল ইক ইত ন লমণ দ ৱ ৰ জন ম হ ছ ল ত ও ৰ প ত খ ৰ ইব ম দ ৱস
  • স বৰ প ভ ৰত চৰক ৰ অৰ জ ন ব ট প ৰদ ন কৰ চৰ ত দ ৱ ৰ জন ম হ ছ ল মণ প ৰৰ থ ব ল জ ল ত ক ষক পৰ য য লৰ আঠ ট সন ত নৰ ভ তৰত ত ও ষষ ঠ আছ ল ত ও ৰ শ শৱৰ প ৰ য ভ গ
  • প ৰদ শক খন জ ল হ ছ ব ঙ গ ল ৰ চহৰ জ ল কলক ত জ ল ক ন দ ৰ য দ ল ল জ ল চ ন ন ই জ ল হ ইদ ৰ ব দ জ ল ক মৰ প মহ নগৰ জ ল ম ম ব ই নগৰ জ ল ভ ৰতৰ মহক ম সম হ
  • জ ল সম হ প ৰশ সন ক ব ষয হ ছ জ ল দণ ড ধ ক ৰ অথব জ ল উপ য ক ত ৰ জ যখনৰ ব ভ ন ন চৰক ৰ ব ভ গ জ ল দণ ড ধ ক ৰ অথব জ ল উপ য ক তক জ ল খন স চ ৰ ৰ প
  • ৰ জ যপ লসকল উচ চ ন য য লয আৰক ষ ৰ জন ত ক দলসম হ জ ল উখৰ ল চ ন দ ল চ ড চ ন দপ ৰ ত ম ল থ ব ল প ব ইম ফল পশ চ ম ইম ফল ব ষ ণ প ৰ স ন পত ম খ য নগৰ ইম ফল
  • ৰ জ যপ লসকল উচ চ ন য য লয আৰক ষ ৰ জন ত ক দলসম হ জ ল উখৰ ল চ ন দ ল চ ড চ ন দপ ৰ ত ম ল থ ব ল প ব ইম ফল পশ চ ম ইম ফল ব ষ ণ প ৰ স ন পত ম খ য নগৰ ইম ফল

Users also searched:

থবজল, থৌবাল জিলা, মণিপুৰৰ জিলা. থৌবাল জিলা,

...

Encyclopedic dictionary

Translation

কোবিদ ১৯ গী অপদেৎ PIB.

Nationভুয়ো আধার কার্ড সমেত মণিপুরের তেঙ্গনৌপাল জেলা থেকে গ্রেফতার হলেন নজন রোহিঙ্গা। পুলিশ তাঁকে গত শুক্রবার থৌবাল জেলা থেকে গ্রেফতার করে পুলিশ। তবে ভাষাগত. Thoubal District, Government of Manipur Thoubal, The Land of. ডিজ্যাস্টর ম্যানেসমেন্ট ডিপুটি কমিশনার এম পি অমসুং এম এল এ জিলা থাককি মকোক থোংবশিং বিষ্ণুপুর চান্দেল ইম্ফাল ইস্ট ইম্ফাল ৱেস্ট সেনাপটি তমেংলোং থৌবাল ঊখ্রূুল. Welcome নিয়মীয়া বাৰ্তা. জিলা লৈঙাক লোয়শঙগী কনফারেন্স হোলদা ঙরাং পাঙথোকখিবা মীফমদা কাছার জিলাগী দিসি অসিগী মনুংদা চুরাচান্দপুরদগী ১২, ইম্ফাল ইস্ত তগী ৪, জিরিবামদগী ১৩, থৌবাল দগী ৪,. Children friendly police station: প্রথম শিশু বান্ধব. কংলাদা অমসুং মৈতৈ নিংথৌদা হেন্না চন্দ্রকীর্তি জিলা চঙবদা লােয়নখিবা। অদু শিন্মিশিংদু ইম্ফাল ইষ্ট দিক্টিকী থৌবাল তুরেলগী মরিল, ইতিহাসকী ওইরক্লিবা ফিভমনা.





Dainik Agradoot 08 September.p65.

দেশের ১৬ হাজার ৬৭১টি পুলিশ থানার মধ্যে সেরা ১০টি থানাকে বেছে নিল কেন্দ্রীয় সরকার। যার এক নম্বরে মনিপুর রাজ্যের থৌবাল জেলার নংপোকসেকমাই থানা।. এলাহাবাদ ব্যাংক থোবাল আইএফসিসি. মখােয় রুকী ওইবা খুঙ্গংগী. শৈরেং হায়নামিংথােন শৈরেংলাইরিক অমসু ফোঙগনি। থৌরম অদুদা থৌবাল. জিলা পরিষদকী উফ অধক্ষা তখেল্লম্বম নুংশিনা অথােইবা মীথু, কংলৈপাক.


অবৈধভাবে সরবরাহ করা পণ্য Dailyhunt.

১৮ কেজি ৫০০ গ্ৰাম ওজনৰ সোণৰ বিস্কুটসহ গ্ৰেপ্তাৰ মণিপুৰৰ দুই যুৱক। ধৃত যুৱকদ্বয়ৰ নাম মোঃ তাৰি মনচুৰ আৰু মোঃ ইকবাল হুচেইন। দুয়োৰে ঘৰ মণিপুৰৰ থৌবাল জিলাত।. Untitled Assam Jatiya Bidyalay. গাড়ীচুৰি চক্রৰ বিৰুদ্ধে কার্বি আংলং জিলা আৰক্ষীয়ে অব্যাহত ৰাখিছে অভিযান। ৰাই ৰৌশন সিং ওৰফে অ্জুন ৩৩, ৰজিকান্তা সিং ​৩৩ আৰু থৌবাল জিলাৰ ৱাইখম টম্বা সিং.





উত্তৰ পূব Archives Page 41 of 94 Asomiya Pratidin.

এলাহাবাদ ব্যাংক AB থৌবাল আইএফসিসি এবং এমআইসিআর কোড সম্পর্কিত: থৌবন জেলা আইএফসিসি কোড, এমআইসিআর কোড এবং ব্যাংক শাখা. এলাহাবাদ ব্যাংক AB থৌবাল IFSC কোড Tag Cloud: এলাহাবাদ. ময়ুখ গোস্বামী, Author at NORTHEAST NOW. কেলেৰ চেণ্টাৰৰ সঞ্চালক আৰু. ৰূপে ভাৰতীয় সৈন্য বাহিনীত নিযুক্তি লাভ কৰিছে। ইলেকট্রিকেল ইঞ্জিনীয়াৰিঙৰ অধ্যাপক কুলকার্ণীয়ে অহা. মণিপুৰৰ থৌবাল জিলাৰ চাৰাংপট গাঁৱৰ. Manipur Package tour Shirui peak Khangkhui Mangsor Cave. জেলা হাসপাতালে নিয়ে যাওয়া হলে তার অবস্থা আশঙ্কাজনক দেখে। দেবনাথ ও ভাইস চেয়ারম্যান কালিপদ চক্রবর্তী, পশ্চিম ত্রিপুরা জিলা খুশি কভি গম এ মণিপুরের থৌবাল।.


সাইট ম্যাপ চুরাচান্দপুর জিলা.

উখরুল জেলা সদর থেকে ১৬ কিলোমিটার দূরে অবস্থিত গ্রামটি। স্থানীয় বিশ্বাস মতে শিরাতের গভীরে থৌবাল নদী থেকে লোকতাক অবধি ১৫০কিমি দীর্ঘ একটা সুড়ঙ্গ ছিল। যদিও বর্তমানে. 18 kg gold recovered in manja karbi anglong– News18 Assam. মেমােরিএল স্কুলগী প্রিন্সিপাল থৌরম অদুদা থৌবাল জিলা তু মিন্না লেপুনা হৈকৎ লৈক তমদুনা ওগষ্ট ১৩গী ওর্গনাইজেসন অসিগী শঙলেন্দা একাদেমি, থৌবাল ৱাংমতাবনসু ওসি।.


Šå IREIBAK.

পত্নী পুত্ৰৰ সতে কালি দেখা পােৱা আন এজন অন্ধ জিলা মীন বিষয়াৰ কাৰ্যালয়ৰ. তলাবন্ধৰ শিথিলতা। হাট বজাৰ ইয়াৰ পাছতে মণিপুৰৰ থৌবাল জিলাত অসম. ইতিমধ্যে তেওঁৰ মৃত্যু হয়।. থোবল শহর, মণিপুর, ভারত ইউটিউব. দিষ্ট্রিক্ট অসি অবাংদা কাংপোকপী দিষ্টিক্টনা, নোংপোক্তা ইম্ফাল ইষ্ট অমদি থৌবাল দিষ্টিক্টশিংনা মখারোমথংবদা থৌবাল অমদি বিষ্ণুপুর দিষ্টিক্টশিংনা অমদি নোংচুপ্তা. ৫০০০ টাকায় বিক্রি হচ্ছেন Kolkata24x7. অদুগা বার্ড মরি ৪ লৈবা সামুরৌ এনপি অসিদি থৌবাল দিষ্ট্রিক্টকা তাইনবা মফমশিং ফাওবা লৱার লেভেলদা গ্রাম পঞ্চায়ট অমদি মথক থংবা অপ্পর লেভেলদা জিলা পরিষদ হাযদুনা এক্ট.





মণিপুর থেকে ধৃত ৯ রোহিঙ্গা Eisamay.

রাজ্য. জেলা. পুলিশ থানা. ১. মণিপুর. থৌবাল. নংপোকসেকমাই. ২. তামিলনাডু. সালেম সিটি. এডব্লিউপিএস সুরমঙ্গলম. ৩. অরুণাচল প্রদেশ. চাঙলাঙ. খারসাং. ৪. ছত্তিশগড়. সুরজপুর. মণিপুৰ পৰিদৰ্শন ৰাষ্ট্ৰীয় জল. চাৰি দিনীয়া এই ভ্ৰমণত টীমটোৱে কাকচিং, থৌবাল, বিষ্ণুপুৰ ও ননে জিলা পৰিদৰ্শন কৰিব​। দলটোৱে তদুপৰি জিলা পানী ও অনাময় অভিযানৰ অধ্যক্ষ উপায়ুক্তসকলৰ সৈতে বৈঠকত. চুরাচান্দপুর জিলা, মনিপুর সরকার. ক্রমতালিকা. রাজ্য. জেলা. পুলিশ থানা. ১. মণিপুর. থৌবাল. নংপোকসেকমাই. ২. তামিলনাডু. সালেম সিটি. এডব্লিউপিএস সুরমঙ্গলম. ৩. অরুণাচল প্রদেশ. চাঙলাঙ. খারসাং. ৪. ছত্তিশগড়. ৫ কিলোগ্ৰাম আফিং লৈ আৰক্ষীৰ কৱলত. Запрос должен включать:.





Police killed in Manipur after the attack in convoy Anandabazar.

কোপ্পাল, চামরাজ নগর, ইম্ফল, Senapati, Ukhrul, থৌবাল, Chandel, ইম্ফল পশ্চিম, ইম্ফল পূর্ব, Churachandpur পশ্চিম ত্রিপুরা, ধলাই, দক্ষিণ ত্রিপুরা, পূর্ব ত্রিপুরা, উত্তর ত্রিপুরা, পূর্ব জেলা. পুনৰ মণিপুৰ গাড়ীচোৰ চক্ৰ চুৰি. জেলা শিশু সুরক্ষা বিভাগের একজন পুরুষ ও একজন মহিলা সমাজকর্মী এই অফিসের সঙ্গে যুক্ত কমিশন সূত্রে জানা গিয়েছে, এ ধরনের অফিস সেনাপতি, থৌবাল, তেংনৌপাল জেলাতেও. Reserve Bank of India. মণিপুরে নাগা এলাকাগুলি ভাগ করে নতুন সাতটি জেলা তৈরি করা হয়েছে। প্রতিবাদে নাগাদের বংয়াং এলাকায় ফের থৌবাল পুলিশের কনভয়ের দিকে গুলি চলে। মারা যান ওয়াই. গড চার্চ স্কুল এর সমাবেশ, পূর্ব. থানা হিরোক, থৌবাল জেলা মণিপুর. বর্তমান ঠিকানা হেইরোক পার্ট ২, থোকচোম লেইকাই, পোস্টঅফিস ওয়াংজিং, ৭৯৫১৪৮, থানা হিরোক, থৌবাল জেলা মণিপুর. যোগাযোগ নম্বর 9436023204, 9612260184. ইমেল.


বরাক তম্পাক্কী খোমজিনবা পাউ ২৩.

Date: 09 03 2017. মণিপুৰত সাতখন নতুন জিলাৰ গঠন – লীড বেংকৰ দায়িত্ব ন্যস্ত আৰু লিলং, ষ্টেট বেংক অব ইণ্ডিয়া, ১৫৩. ৬. কাকচিং, থৌবাল, কাকচিং আৰু ৰাইবং, ষ্টেট বেংক অব ইণ্ডিয়া, ৩৮৯. ৭. অনুবাদ লক্ষ্মী – অভিধান ইংরেজি. নিউজডেস্ক, ৪ ডিচেম্বৰঃ মণিপুৰৰ থৌবাল জিলাৰ ছডা খুম্বী গাঁৱত আৰক্ষী আৰু আছাম ৰাইফলছে বুধবাৰে পুৱাই এক ভয়ংকৰ ঘটনা সংঘটিত হয় ছত্তিশগড়ৰ নাৰায়ণপুৰ জিলাত ।. Read Latest Bengali News, from West Bengals Leading News Portal. আসাম রাইফেলসের সূত্র অনুযায়ী, গত ১৪ আগস্ট মণিপুরের থৌবাল অঞ্চলের থৌবাল হংবি পথে স্থাপন করা আসাম রাইফেলসের ভ্রাম্যমাণ চেক পোষ্টে তল্লাশি অভিযান চালানোর.





Untitled.

মসীগী পাক চাওবসি রাজ্যগী অপুনবা পাক চাওবগী শরুক ২০.৪৭% ওইরগা বর্গ কিঃমিঃ ৪৫৭০ নি। অদুগা পাক চাওবদা য়েংলুরগা মণিপুরগী খৱাইদগী চাওবা জিলা অমনি। হেন্ন খঙনবা. জিলা. বিষ্ণুপুর জিলা,মনিপুর সরকার. শুরু করেছেন, কলকাতাপর জেলা উদ্দেশ্য ছিল জনসংযােগ। পাহাড়ের। শহরগুলিতে মিছিল প্রধান মুখ হয়ে। পূর্বে। কিছু মাদক এই রাজ্যের মৌলানা ফয়াজুদ্দিন মণিপুরের থৌবাল. থোকচোম রাধেশ্যাম সিং: বয়স, জীবনী. No post to display. NOTIFICATION. No post to display. TENDER. No post to display. ডিপুটি কমিশ্নার থৌবাল. District Magistrate,Thoubal N.Bandana Devi, IAS. Profile Contact 82List of villages of Thoubal District 6​Municipal Corporation 9Police Station. EVENTS. There is no Event. দিষ্ট্রিক্টকী মরমদা ইম্ফাল ৱেষ্ট. ওইবা ডিস্ট্রিক্ট অসিগী পাক চাওবনা স্ক: কি: মি: ৫৩০ নি অৱাংদা​ ইম্ফাল ৱেস্ট. খাদনা চূরাচাঁদপুর অমসুং নোংপোক্তনা ইম্ফাল ৱেস্ট অমসুং থৌবাল ডিস্ট্রিক্টশিংনা কোইশিল্লি. D:\2017\Page 4 2017\August\14\P Hueiyen Lanpao. মনিপুর পুলিশের দাবি, রাজ্যের থৌবাল জেলা আন্তর্জাতিক নারী পাচারের ঘাঁটি৷ বার বার এখান অভিযান চালানো হয়৷ উদ্ধার করা হয় মহিলাদের৷ কোনভাবেই বাগে আনা যাচ্ছেনা.


দিপুটি কমিসণার ইম্ফাল ৱেষ্ট.

কুদাগ্গু কর্নাতকা জিলা অসি লিস্ত অসিগী মনুংদা য়াওরকপা অনৌবা জিলানি মসিগা দা পুলৱামা মনিপুরদা থৌবাল কর্নাতকাদা চিত্রদু্র্গা পঞ্জাবতা হোশিয়ার্পুর. 02 03 2017.pdf jaga. ব্যক্তি দুগৰাকী কাংপোকপি জিলাৰ লিমজাপাও আৰু চেইমিনলেন বুলি চিনাক্ত কৰা হয়. গুৱাহাটী, ১১ মে: মণিপুৰৰ আৰক্ষী কৰ্তৃপক্ষই মণিপুৰৰ থৌবাল জিলাত ৫ কিলোগ্ৰাম আফিং. ডিজিটেল সংবাদ, ৱাখাঃ মণিপুৰৰ আৰক্ষীয়ে যোৱা শনিবাৰে থৌবাল জিলাৰ মৈজাং আৱাংগ তিনিচুকীয়া জিলাৰ সীমান্তৱৰ্তী অৰুণাচল প্ৰদেশৰ চাংলাং জিলাত নগা বিদ্ৰোহী সংগঠন.


...
Free and no ads
no need to download or install

Pino - logical board game which is based on tactics and strategy. In general this is a remix of chess, checkers and corners. The game develops imagination, concentration, teaches how to solve tasks, plan their own actions and of course to think logically. It does not matter how much pieces you have, the main thing is how they are placement!

online intellectual game →