Back

★ চান্দেল জিলা - মণিপুৰৰ জিলা ..



চান্দেল জিলা
                                     

★ চান্দেল জিলা

চান্দেল জিলা উত্তৰ-পূব ভাৰতৰ মণিপুৰ ৰাজ্যৰ এখন অন্যতম জিলা৷ ২০১১ নচৰ লোকপিয়ল অনুসৰি তামেংলং জিলাৰ পিছতেই চান্দেল মণিপুৰৰ আটাইতকৈ জনবসতিপূৰ্ণ জিলা৷

                                     

1. ইতিহাস

১৯৭৪ চনৰ ১৩ মে’ তাৰিখে তেংন’পল Tengnoupal নামেৰে এই জিলাৰ স্ৰৃষ্টি কৰা হয়৷ ১৯৮৩ চনত জিলাখনৰ সদৰ ঠাই চান্দেললৈ অনা হয় আৰু পৰৱৰ্ত্তী কালত জিলাখনক চান্দেল নামেৰেই অভিহিত কৰা হয়৷ চান্দেল নামটো প্ৰকৃততে Chamdil শব্দৰ পৰা অহা৷ আনাল ভাষা Anāl Pakan language) ত এই নামৰ অৰ্থ: cham = simple, আৰু dil = trousers৷

                                     

2. ভৌগোলিক অৱস্থান

এই জিলাৰ প্ৰশাসনৰ মূল কেন্দ্ৰ চান্দেল নগৰ৷ মণিপুৰ আৰু ম্যানমাৰৰ মাজৰ বেহা-বেপাৰৰ এক গুৰুত্বপূৰ্ণ কেন্দ্ৰ ম’ৰে নগৰ Moreh town জিলাখনৰ দক্ষিণ দিশত অৱস্থিত৷ জিলাখনৰ বাণিজ্যৰ অন্য এক উল্লেখযোগ্য কেন্দ্ৰস্থলী হৈছে চ’কপিকাৰং নগৰ Chakpikarong town৷ এই নগৰৰ মাজেদি চ’কপি নদী Chakpi বৈ গৈছে৷

                                     

3. অৰ্থনীতি

২০০৬ চনত পঞ্চায়তী ৰাজ মন্ত্ৰালয়ে ভাৰতৰ আটাইতকৈ অনগ্ৰসৰ ২৫০ খন জিলাৰ ভিতৰত চান্দেল জিলাকো অন্তৰ্ভুক্ত কৰে৷ ভাৰতৰ Backward Regions Grant Fund Programme BRGF ৰ পৰা পুঁজি লাভ কৰা মণিপুৰৰ তিনিখন জিলাৰ ভিতৰত চান্দেল জিলা অন্যতম৷

                                     

4. জনসংখ্যা

২০১১ চনৰ লোকপিয়ল অনুসৰি চান্দেল জিলাৰ জনসংখ্যা ১৪৪,০২৮ জন৷ ভাৰতৰত মুঠ ৬৪০ খন জিলাৰ ভিতৰত জনসংখ্যাৰ দিশৰ পৰা এই জিলাৰ স্থান ৬০২৷ এই জিলাৰ জনবসতিৰ ঘনত্ব প্ৰতি বৰ্গকিলোমিটাৰত ৪৩ জন৷ ২০০১-২০১১ দশকত জিলাখনৰ জনসংখ্যা বৃদ্ধিৰ হাৰ আছইল ২১.৭২%৷ চান্দেলৰ প্ৰতি ১০০০ গৰাকী পুৰুষৰ বিপৰীতে মহিলাৰ সংখ্যা ৯৩২ গৰাকী৷ জিলাখনৰ সাক্ষৰতাৰ হাৰ ৭০.৮৫%।

ভাষাসমূহ

চান্দেল জিলাৰ সদৰ ঠাই চান্দেলৰ মূল ব্যৱহৃত ভাষা Anāl Pakan, Lamkang আৰু মেইতেই ভাষা৷ এই নগৰৰ সংখ্যাগৰিষ্ঠ লোক Anāl, Lamkang, Moyon আৰু Monsang জনজাতিৰ৷

জিলাখনত ব্যৱহৃত অন্যান্য ভাষাসমূহ হ’ল:

  • Namfau ভাষা.
  • Lamkang ভাষা.
  • Zou ভাষা.
  • Moyon ভাষা.
  • Monsang ভাষা.
  • Aimol ভাষা.
  • Thadou ভাষা.
  • Tarao ভাষা.
  • Purum ভাষা.
  • Chothe ভাষা.
  • উত্তৰ-পশ্চিম কুকী-চীন Kuki-Chin ভাষাসমূহ.
  • Anal ভাষা.
  • বড়ো ভাষা.
  • Zeme ভাষা.
  • Maring ভাষা.
                                     
  • স ন পত জ ল প ব উখৰ ল আৰ চ ন দ ল জ ল দক ষ ণ চ ড চ ন দপ ৰ আৰ ব ষ ণ প ৰ জ ল আৰ পশ চ ম প ব ইম ফল আৰ পশ চ ম ইম ফল জ ল অৱস থ ত থ ব ল জ ল ৰ ম ঠ ম ট ক ল
  • চ ড চ ন দপ ৰ জ ল Churachandpur, Pron: tʃʊraːˌtʃaːnɗpʊr উত তৰ - প ব ভ ৰতৰ মণ প ৰ ৰ জ যৰ এখন জ ল ৷ এই জ ল ৰ ম ট ক ল বৰ গ ক ল ম ট ৰ৷ চনৰ ল কপ য ল
  • Ukhrul, Pron: ˈuːkˌɹəl or ˈuːkˌɹʊl উত তৰ - প ব ভ ৰতৰ মণ প ৰ ৰ জ যৰ এখন অন যতম জ ল এই জ ল খনৰ মণ প ৰৰ ৰ জধ ন ইম ফলৰ পৰ ক ল ম ট ৰ উত তৰ - প ব দ শত অৱস থ ত
  • প ৰদ শক খন জ ল হ ছ ব ঙ গ ল ৰ চহৰ জ ল কলক ত জ ল ক ন দ ৰ য দ ল ল জ ল চ ন ন ই জ ল হ ইদ ৰ ব দ জ ল ক মৰ প মহ নগৰ জ ল ম ম ব ই নগৰ জ ল ভ ৰতৰ মহক ম সম হ
  • ন জ - ন জ ৰ জ যৰ ভ তৰত স ব য ত বশ সনৰ অধ ক ৰ ল ভ কৰ ব ছ ভ গ স ব য ত বশ স ত জ ল পৰ ষদ উত তৰ - প ৰ ব ঞ চলত অৱস থ ত আন দ খন আছ ক ন দ ৰ য শ স ত অঞ চল ল ড খত
                                     
  • জ ল সম হ প ৰশ সন ক ব ষয হ ছ জ ল দণ ড ধ ক ৰ অথব জ ল উপ য ক ত ৰ জ যখনৰ ব ভ ন ন চৰক ৰ ব ভ গ জ ল দণ ড ধ ক ৰ অথব জ ল উপ য ক তক জ ল খন স চ ৰ ৰ প
  • ম খ যমন ত ৰ সকল ৰ জ যপ লসকল উচ চ ন য য লয আৰক ষ ৰ জন ত ক দলসম হ জ ল উখৰ ল চ ন দ ল চ ড চ ন দপ ৰ ত ম ল থ ব ল প ব ইম ফল পশ চ ম ইম ফল ব ষ ণ প ৰ স ন পত
  • ম খ যমন ত ৰ সকল ৰ জ যপ লসকল উচ চ ন য য লয আৰক ষ ৰ জন ত ক দলসম হ জ ল উখৰ ল চ ন দ ল চ ড চ ন দপ ৰ ত ম ল থ ব ল প ব ইম ফল পশ চ ম ইম ফল ব ষ ণ প ৰ স ন পত

Users also searched:

চনদ, চনদজল, চান্দেল জিলা, মণিপুৰৰ জিলা. চান্দেল জিলা,

...

Encyclopedic dictionary

Translation

Dainik Agradoot 3 August.p65.

চান্দেলসকল:চান্দেল বংশৰ আদি ৰজা সকলৰ ভিতৰত হৰ্ষ আৰু যশোবৰ্মন শক্তিশালী ৰজা আছিল। কৰাত কলচুৰিসকলে গঙ্গা যমুনা উপত্যকাত তেওঁলোকৰ কেইখনমান জিলা হেৰুৱাব লগাত পৰিছিল।. পুৱারী চুরাচান্দপুর জিলা, মনিপুর. মনিপুরনা মপালদা খোংহাম খুৎহাম্বদগী নানথোকপা ঙমলে। লৈবাক অসিগী শোত্থরবা জিলা চামা হেনবগী মনুং চল্লিবা চান্দেল জিলাসু পেরামীতর কয়াদা ফিভম য়াম্না ফগৎলে।. 09 03 2017.pdf jaga. আৰক্ষী বিষয়া ব্ৰিন্দাই তেতিয়া মুখ্যমন্ত্ৰী বীৰেন সিঙক চান্দেল জিলাৰ এগৰাকী স্বায়ত্ত পৰিষদৰ সদস্যৰ ঘৰত ড্ৰাগছ বিৰুদ্ধে অভিযান চলাবলৈ গৈ থকাৰ কথা অৱগত.





উত্তপ্ত মণিপুৰ আৰু নির্বাচনী অংক.

আহত হৈছে আন চাৰিজন জোৱান৷ বৃহস্পতিবাৰে পুৱা মণিপুৰৰ চান্দেল জিলাৰ ম্যানমাৰৰ চান্দেল জিলাৰ এঠাইত ৪ নং অসম ৰাইফলছৰ জোৱানে তালাচী অভিযান চলাই আছিল৷ হৰ্থাৎ…. Press Release New Pad 2020.pmd DIPR Assam. চান্দেরিয়ায় চান্দেল চান্দেলবাসীর চান্দেলের চান্দো চান্দোক চান্দোরি চান্দোল জিলবার্তোরা জিলবের জিললাইন জিলহজ্জ জিলা জিলাই জিলাইয়ের জিলাটিন জিলানি জিলানিও. এন বীৰেন সিঙ চৰকাৰৰ ৰোষত পৰা. ৰাইফলছৰ তিনিজন জোৱান শ্বহীদ হৈছে৷ আনহাতে এই ঘটনাত আহত হৈছে আন পাঁচজন জোৱান৷ বৃহস্পতিবাৰে পুৱা মণিপুৰৰ চান্দেল জিলাৰ ম্যানমাৰৰ সীমান্তত এই ঘটনা সংঘটিত হয়৷. উত্তৰ পূৰ্বাঞ্চল উন্নয়ন. প্ৰতিৰক্ষা উৎপাদনৰ বিভাগ আৰু ওদালগুৰি জিলাৰ বিষয়াসকল, ডঃ বন্দনা দ্বিবেদী, গোৱালপাৰা, হাইলাকান্দি আৰু ওদালগুৰি অৰুণাচল প্ৰদেশৰ নামচাই মণিপুৰৰ চান্দেল.


ডিস্ট্রিক্টকী মরমদা Churachandpur.

দিছপুৰ, ২ আগষ্ট মুখ্যমন্ত্রী সর্বানন্দ সােণােৱালে আজি মণিপুৰৰ চান্দেল জিলাত যােৱা বৰপেটা জিলাৰ পাঠশালাৰ ঘাটবৰ গাঁওস্থিত গৃহলৈ গৈ বীৰ শ্বহীদগৰাকীৰ প্রতি. মহামান্য মুখ্য ন্যায়াধীশ আৰু. ডিস্ট্রিক্টকী মরমদা. চান্দেল ডিস্ট্রিক্ট অসি ইং শক ১৯৭৪, মে থাগী তারিখ ১৩দা শেমখী ডিস্ট্রিক্ট অসি ইম্ফালদগী কি: মি: ৬৪ লোম লাপই লোন্গিট্যূড 93.50ºE অমসুং. Reserve Bank of India. প্রোফাইল পিকচর, ড্র. কেস সিংহ মৈরাংথেম, ডেকো চাঁদেল, 8974604224, ডিসি অফিস কমপ্লেক্স চান্দেল জিলা মণিপুর 795127. ইমেজ লৈতে, ড্র. খ. সুরচন্দ্রা সিংহ, জোইন্ট ডিরিক্টর ভেট্.





ডিস্ট্ৰিক কী মৰমদা বিষ্ণুপুর জিলা.

মণিপুৰৰ চান্দেল জিলাত আৱিষ্কাৰ হৈছে এপাহ বৃহৎ আকাৰৰ কাঠফুলা । চান্দেল জিলা. মণিপুৰত সন্ত্ৰাসবাদীৰে সংঘৰ্ষত. ম্যানমাৰ সীমান্তৰ নিকটৱৰ্তী মণিপুৰৰ চান্দেল জিলাত উক্ত ঘটনা সংঘটিত হয়৷ স্থানীয় পিএলএৰ সশস্ত্ৰ সন্ত্ৰাসবাদীৰ দলে অতৰ্কিতে আক্ৰমণ কৰিছিল ভাৰতীয় সেনাৰ​. ভাৰত ম্যানমাৰ সীমান্তত ভয়ংকৰ. পূম্নমক্তগী পাক চাউবা হেল্লী। ডিষ্ট্রিক্ট অসি অৱাংদা জিরিবাম অমসুং তমেংলোং ডিষ্ট্রিক্ট নোংচুপ্তা বিষ্ণুপুর অমসুং চান্দেল ডিষ্ট্রিক্ট, মখাদা ম্যানমার অমসুং. মণিপুৰত সন্ত্ৰাসবাদীৰ গুলীত. মীফমগী ৱারেপ মতুং ইন্না শক ১৯৮৯ দা মণিপুরগী প্রজাশিংদা হেন্না খুদোং চানবগী পান্দমদা ব্রাঞ্চ ৬ থোক্না খাইদোকখি মদুদি – চুরাচান্দপুর, চান্দেল, উখ্রুল, সেনাপতি, তমেংলোং,.


D:\pm 6.5\Manipuri\23.p65 Hueiyen Lanpao.

চান্দেল ৩২.৬৯ °c ২৪.৮৮°C লৈঙাক্কী মতমদা নৌনা দিষ্ট্রিক্টকী ওইনা জিলা পরিষদকী মেম্বর. অঁইটাপল্লি অঁচল অঁজ অঁটোসাঁটো. মণিপুৰৰ কাকচিং জিলাৰ ৩২ বছৰীয়া মায়াংলাম্বাম চিৰোমানিক বৃহস্পতিবাৰে চান্দেল জিলাৰ চামোল চাজিৰ টাম্পাক পথত অসম ৰাইফলছৰ চতুৰ্থ বেটেলিয়নৰ এটা গোটে পথ.


হৰ্ষবৰ্দ্ধনৰ পিছত উত্তৰ ভাৰত.

২০১৭ চনত চান্দেল জিলাত এম্বুশ পাতি ৪নং আছাম ৰাইফলছৰ এগৰাকীৰ শীৰ্ষ বিষয়াক হত্যাৰো অভিযোগ আছে ছিৰমানি বিৰুদ্ধে। ​নিয়াই নিৰ্দিষ্ট তথ্যৰ ভিত্তিত গোপন অভিযান. মণিপুরের চাঁদেল জেলার গ্রামবাসীরা জঙ্গি হামলার শিকার. ২৭ লাপ্পা মফম অসি হান্না লমলাঙদোং হায়নসু খংনরম্মী. অবাংদা সেনাপতি অমসুং ইম্ফাল বেস্ট, নোংচুপ্তা চুরচান্দপুর, খা ​নোংপোক্তা চান্দেল, নোংপোক্তা থৌবালনা কোয়শিনবা মফম. ত্রাইবেল এফ্যারস এন্দ হিলস. স্বশাসিত জেলা পরিষদের নাম পরিবর্তনের প্রস্তাবে পূর্ণ ক্ষমতা দেওয়ার প্রস্তাব কেন্দ্রীয় মণিপুরের চান্দেল জেলা জুড়েই আতঙ্ক তৈরি হয়ঊ যদিও, মণিপুরে. কোনও​.





মণিপুৰত উগ্ৰপন্থী–অসম ৰাইফলছৰ.

জুলাইত মণিপুৰৰ চান্দেল জিলাত. উগ্রপন্থীৰ জ্যোতিষ, কামৰূপ জিলা ছাত্ৰ সন্থাৰ সম্পাদক হেমন্ত দাস, সাংস্কৃতিক সম্পাদক অৰুণ শিশু বিদ্যা নিকেতনৰ প্রধান আচার্য।. পুৱারী তেঙনৌপল জিলা. ডিষ্ট্রিক্ট অসি অৱাংদা তমেংলোং ডিষ্ট্রিক্ট, নোংপোকতা ইমফাল অমসুং চান্দেল ডিষ্ট্রিক্ট, মখাদা ম্যানমার ​বর্মা অমসুং মীজো্রাম, নোংচুপ্তা মিজোরাম অমসুং আসাম স্টেটনা. 21 11 2019.pdf JAGARAN – The First Daily Newspaper of Tripura. স্থানীয় সূত্ৰৰ খবৰ অনুসৰি বৃহস্পতিবাৰে পুৱা ম্যানমাৰ সীমান্তৰ চান্দেল জিলাৰ এক দুৰ্গম এলেকাত গোপন সূত্ৰৰ পম খেদি ৪ নম্বৰ আছাম ৰাইফছৰ এটা দলে উগ্ৰপন্থীৰ.


মণিপুৰৰ ৫০সংখ্যক প্ৰতিষ্ঠা দিৱস.

মণিপুৰৰ চান্দেল জিলাৰ চাজিকটামাপাক এলেকাত সংঘটিত হয় এই সংঘৰ্ষ। এই সংঘৰ্ষত ছহীদ হয় অসম সন্তান বজালীৰ প্ৰণয় কলিতাসহ চতুৰ্থ অসম ৰাইফলছৰ তিনিজন জোৱান ।. Official website of Chandel District, Manipur চান্দেল. Date: 09 03 2017. মণিপুৰত সাতখন নতুন জিলাৰ গঠন – লীড বেংকৰ দায়িত্ব ন্যস্ত বেংক অব ইণ্ডিয়া, ৩৮৯. ৭. চান্দেল, চান্দেল, চান্দেল, চাকপিকাৰং আৰু খেংজয়, ষ্টেট বেংক অব ইণ্ডিয়া, ১৫৭. ৮. অসম ৰাইফলছৰ বিষয়াক হত্যাৰ. বিগত ২৪ ঘণ্টাত মণিপুৰৰ থৌবাল জিলা আৰু পূৱ ইম্ফল, পশ্চিম ইম্ফল, তামেংলং, চান্দেল,. ভাৰত ম্যানমাৰ সীমান্তত পিএলএৰ. ওই হামলায় চান্দেলের এলাহাবাদ হাইকোর্টের. ঘােষণা করেছে। যায় এবং ওই কিশােরীকে। ভবনের ১ নং হলে ত্রিপুরা জিলা সদস্য সদস্যাদের শপথ বাক্য পাঠ উদ্বোধকের ভাষণে. ডিএলও Official website of Chandel District, Manipur India. দিস্ত্রিক অসি ৩ ১ ১৯৯৪ ফাওবা সব দিভিজন ৩ শুরম্মি, মিং ওইনা চান্দেল, চাকপিকারোং অমসুং টেঙনৌপল নি। ৪ ১ ১৯৯৪ দগি অতোপ্পা মচি সব দিভিজন কৌবা অমা য়াওরকখি। এক্সট্রা.





মণিপুৰত কৰনাৰ সংক্ৰমণত দুগৰাকী.

জিলা গঠনৰ পাছত মণিপুৰত সংঘাত আৰম্ভ হল৷ টামেংলং, চান্দেল আৰু সেনাপতি জিলাত নগাৰ. মণিপুৰৰ শীৰ্ষস্থানীয় উগ্ৰপন্থী. মনিপুরি চান্দেল জিলা CHANDEL DISTRICT. Chandel district pincode list. Nungpan is a school cluster in Chakpikarong block of Chandel.


খেয়ালি প্ৰকৃতি! মণিপুৰৰ চান্দেলত.

ভােটাররা। ৬০ আসনের মণিপুর বিধানসভা নির্বাচনের শেষ দফা ভােটে মণিপুর বিধানসভার নির্বাচনে আজ ছয় জেলা যথাক্রমে চান্দেল, পূর্ব. সন্ধ্যা সাড়ে ছয়টা পর্যন্ত যে. Chakpikarong chandel district pin code Milk Treat. Чандел Округ Индии.


...
Free and no ads
no need to download or install

Pino - logical board game which is based on tactics and strategy. In general this is a remix of chess, checkers and corners. The game develops imagination, concentration, teaches how to solve tasks, plan their own actions and of course to think logically. It does not matter how much pieces you have, the main thing is how they are placement!

online intellectual game →