Back

★ তামেংলং জিলা - মণিপুৰৰ জিলা ..



তামেংলং জিলা
                                     

★ তামেংলং জিলা

তামেংলং জিলা ভাৰতত মণিপুৰ ৰাজ্যৰ এখন অন্যতম জিলা৷এই জিলাৰ সদৰ ঠাই তামেংলং নগৰ৷ জিলাখনৰ মুঠ মাটিকালি হৈছে ৪৩৯১ বৰ্গকিমি৷

                                     

1. ইতিহাস

১৯১৯ চনত ব্ৰিটিছৰ শাসনৰ সময়ত মণিপুৰ হিলছৰ চাৰিটা মহকুমা প্ৰতিষ্ঠা কৰা হয়- উত্তৰ-পূব মহকুমা, উত্তৰ-পশ্চিম, দক্ষিণ-পূব আৰু দক্ষিণ-পশ্চিম মহকুমা৷ ইয়াৰে উত্তৰ-পশ্চিম মহকুমাটোৰ সদৰ খঞ্জাও, তামেংলং গাঁৱত প্ৰতিষ্ঠা কৰা হয়৷ Khunjao, এই মহকুমাৰ বিষয়া হিচাপে নিয়োগ কৰা হয় ৱিলিয়াম শ্ব Mr. William Shaw ক৷ ১৯২৩ চনত এই সদৰ ঠাই খুঞ্জাওৰ পৰা ৩ কিমি দুৰত্বত অৱস্থিত বৰ্তমানৰ তামেংলঙলৈ স্থানান্তৰিত কৰা হয়৷ পৰৱৰ্তী কালত উত্তৰ-পশ্চিম মহকুমাকে তামেংলং নামেৰে অভিহিত কৰে৷ ১৯৬৯ চনত এই তামেংলং পূৰ্ণাংগ জিলা হিচাপে পৰিগণিত হয়৷

                                     

2. ভৌগোলিক অৱস্থান

তামেংলং জিলাৰ উত্তৰে নাগালেণ্ড ৰাজ্য, পূবে সেনাপতি জিলা, দক্ষিণে চুড়াচন্দ্ৰপুৰ জিলা আৰু পশ্চিমে ইম্ফল পশ্চিম জিলা আৰু অসম ৰাজ্য অৱস্থিত৷ এই জিলাৰ সদৰ ঠাই তামেংলং নগৰ৷ জিলাখনৰ মুঠ মাটিকালি হৈছে ৪৩৯১ বৰ্গকিমি৷

                                     

3. অৰ্থনীতি

২০০৬ চনৰ ভাৰতৰ পঞ্চায়তী ৰাজ মন্ত্ৰালয়ে ভাৰতৰ আটাইতকৈ অৱহেলিত ২৫০ খন জিলাৰ ভিতৰত তামেংলং এখন বুলি অভিহিত কৰে। ভাৰতৰ Backward Regions Grant Fund Programme BRGF পুঁজিৰ পৰা অনুমোদন লাভ কৰা মণিপুৰৰ তিনিখন জিলাৰ ভিতৰত তামেংলং অন্যতম৷

                                     

4. মহকুমা

তামেংলং জিলাৰ তিনিটা মহকুমা আছে:

  • তউছেম Tousem.
  • তামেংলং Tamenglong.
  • তামেই Tamei.

শেহতীয়াকৈ ননী জিলা Noney District-খন তামেংলঙৰ পৰা পৃথক কৰি পূৰ্ণাংগ জিলাৰ মৰ্য্যদা দিয়া হয়৷

                                     

5. জনসংখ্যা

২০১১ চনৰ লোকপিয়ল অনুসৰি তামেংলং জিলাৰ মুঠ জনসংখ্যা ১৪০,৬৫১ জন৷ গতিকে জনসংখ্যাৰ ফালৰ পৰা ভাৰতৰ মুঠ ৬৪০ খন জিলাৰ ভিতৰত এই জিলাৰ স্থান ৬০৭৷ এই জিলাৰ জনসংখ্যাৰ ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত ৩২ জন৷ ২০০১-২০১১ লৈ জিলাখনৰ জনসংখ্য বৃদ্ধিৰ হাৰ আছই ২৫.৬৯%৷ তামেংলং জিলাৰ পৰ্তি ১০০০ গৰাকী পুৰুষৰ বিপৰীতে মহিলাৰ সংখ্যা ৯৫৩ গৰাকী৷ জিলাখনৰ সাক্ষৰতাৰ হাৰ ৭০.৪%৷

                                     

6. ভাষাসমূহ

জিলাখনৰ ব্যৱহৃত মূল ভাষাসমূহ চিনী-তীব্বতীয় মূলৰ Sino-Tibetan languages৷ এই ভাষা/উপভাষাসমূহ হৈছে:

  • ইনপুই Inpui language.
  • ৰংমেই Rongmei Language.
  • জেমি Zeme language.
  • লিয়াংমাই Liangmai Language.
  • জেলিয়াংগ্ৰং Zeliangrong Language.
                                     
  • দক ষ ণ ক পকপ জ ল Kangpokpi District প ব উখৰ ল জ ল পশ চ ম ত ম ল জ ল আৰ উত তৰ ন গ ল ণ ডৰ ক হ ম আৰ ফ ক জ ল অৱস থ ত৷ এই জ ল স গৰপ ষ ঠৰ পৰ
  • চ ন দ ল জ ল Pron: ˌtʃænˈdɛl উত তৰ - প ব ভ ৰতৰ মণ প ৰ ৰ জ যৰ এখন অন যতম জ ল ৷ নচৰ ল কপ য ল অন সৰ ত ম ল জ ল ৰ প ছত ই চ ন দ ল মণ প ৰৰ আট ইতক জনবসত প ৰ ণ
  • ইয ক বহল ই ল খ প ৰয জন সহ য ৰ ব ব ইয ত ক ল ক কৰক ক ছ ৰ জ ল অসমৰ বৰ ক উপত যক ৰ এখন জ ল শ লচৰ এই জ ল ৰ সদৰ ক ছ ৰ জ ল খন এসময ত ব হত তৰ কছ ৰ স ম ৰ জ যৰ
  • প ৰ ণ জ ল ন গ ল ণ ডৰ একদশ জ ল ৷ এই জ ল প ৰ বৰ ব হত তৰ কহ ম জ ল ক ব ভক ত কৰ গঠন কৰ হ ছ ল৷ প ৰ ণ জ ল প ৰ বত কহ ম জ ল ৰ এট মহক ম আছ ল৷ চনৰ
  • চ ড চ ন দপ ৰ জ ল Churachandpur, Pron: tʃʊraːˌtʃaːnɗpʊr উত তৰ - প ব ভ ৰতৰ মণ প ৰ ৰ জ যৰ এখন জ ল ৷ এই জ ল ৰ ম ট ক ল বৰ গ ক ল ম ট ৰ৷ চনৰ ল কপ য ল
  • প ৰদ শক খন জ ল হ ছ ব ঙ গ ল ৰ চহৰ জ ল কলক ত জ ল ক ন দ ৰ য দ ল ল জ ল চ ন ন ই জ ল হ ইদ ৰ ব দ জ ল ক মৰ প মহ নগৰ জ ল ম ম ব ই নগৰ জ ল ভ ৰতৰ মহক ম সম হ
  • ন জ - ন জ ৰ জ যৰ ভ তৰত স ব য ত বশ সনৰ অধ ক ৰ ল ভ কৰ ব ছ ভ গ স ব য ত বশ স ত জ ল পৰ ষদ উত তৰ - প ৰ ব ঞ চলত অৱস থ ত আন দ খন আছ ক ন দ ৰ য শ স ত অঞ চল ল ড খত


                                     
  • জ ল সম হ প ৰশ সন ক ব ষয হ ছ জ ল দণ ড ধ ক ৰ অথব জ ল উপ য ক ত ৰ জ যখনৰ ব ভ ন ন চৰক ৰ ব ভ গ জ ল দণ ড ধ ক ৰ অথব জ ল উপ য ক তক জ ল খন স চ ৰ ৰ প
  • ম খ যমন ত ৰ সকল ৰ জ যপ লসকল উচ চ ন য য লয আৰক ষ ৰ জন ত ক দলসম হ জ ল উখৰ ল চ ন দ ল চ ড চ ন দপ ৰ ত ম ল থ ব ল প ব ইম ফল পশ চ ম ইম ফল ব ষ ণ প ৰ স ন পত ম খ য নগৰ
  • ম খ যমন ত ৰ সকল ৰ জ যপ লসকল উচ চ ন য য লয আৰক ষ ৰ জন ত ক দলসম হ জ ল উখৰ ল চ ন দ ল চ ড চ ন দপ ৰ ত ম ল থ ব ল প ব ইম ফল পশ চ ম ইম ফল ব ষ ণ প ৰ স ন পত ম খ য নগৰ

Users also searched:

তমজল, তামেংলং জিলা, মণিপুৰৰ জিলা. তামেংলং জিলা,

...

Encyclopedic dictionary

Translation

ডিমোগ্রাফি তমেংলোং ডিস্ট্রিক্টা.

এ বছর তাই মণিপুরের তামেংলং জেলা প্রশাসন আজ রবিবার থেকেই সব এয়ারগান জমা নিতে শুরু করেছে। গ্রাম পঞ্চায়েতে সকলের এয়ারগান জমা রাখতে হবে, যত দিন না আমুরের দল. মণিপুরে জাতীয় সড়ক নির্মাণে. ইম্ফল: পৃথক নাগা অধ্যুষিত জেলা তৈরির সিদ্ধান্তের জেরে রীতিমতো অশান্ত মণিপুর৷ মণিপুরের উখরুল, চান্দেল, তামেংলং, ও সেনাপতি জেলা নাগা অধ্যুষিত এলাক৷ এই অঞ্চলে.





তিনি বজাৰ 10 টা শীৰ্ষ খবৰ.

ইম্ফলঃ মণিপুরের তামেংলং জেলায় বুধবার ভোরে জেলা কালেক্টর রবীন্দ্ৰ সিং বলেন,​শিশু. PIB Headquarters কভিড ১৯ৰ সন্দৰ্ভত. ডিজিটেল সংবাদ ৱাখা মণিপুৰৰ তামেংলং জিলাত বুধবাৰে পুৱা নগা বিদ্ৰোহী সংগঠন এন এছ চি এন মুইভা গোট আৰু ২৯ নং আছাম… উত্তৰ পূব ভাৰত চৰকাৰৰ এন এছ চি এন আই এম ৰ সামূহিক. আমুর ফ্যালকন বাঁচাতে জমা থাকবে. মৃত্যু হোৱা ব্যক্তি কেইগৰাকীৰ ভিতৰত তিনিগৰাকী পূৱ ইম্ফল আৰু এগৰাকীকৈ থৌবাল আৰু তামেংলং জিলাৰ। আনহাতে, মণিপুৰত শুকুৰবাৰে ৩০৪ গৰাকী লোকৰ শৰীৰত কৰনা ভাইৰাছৰ.


উত্তৰ পূব Archives Page 9 of 93 Asomiya Pratidin.

তামেংলং এবং তৌসেম মহকুমার অন্তর্গত ওই ১১টি গ্রামের প্রতিনিধিরা এই ঘোষণা করেছেন​।. NSCN IM cadre killed in Manipur encounter Sangbad Pratidin. ধুবুৰীৰ জিলা উপায়ুক্তই এই লৈ তদন্তৰ নিৰ্দেশ দিয়াৰ পাছতেই আউল লাগিছে এতিয়া মণিপুৰৰ তামেংলং জিলাত অসম ৰাইফলছৰ উদ্যোগত বিশ্ব বন্যপ্ৰাণী দিৱসৰ লগত সংগতি​. উত্তৰ পূব Archives Page 12 of 95 Asomiya Pratidin. মণিপুরের উখরুল, তামেংলং, চাণ্ডেল, সেনাপতি নাগা অধ্যূষিত জেলা। সেখানে নাগাল্যান্ডের বৃহত্তম দল ও শাসক জোটের প্রধান দল এনপিএফ এবং এনএসসিএন আই এম জঙ্গিদলের.





Central Minister Prakash Javadekar Slams Okram Ibobi Singh for.

ডিজিটেল সংবাদ ৱাখা মণিপুৰৰ তামেংলং জিলাত বুধবাৰে পুৱা নগা বিদ্ৰোহী সংগঠন এন এছ চি. All page 25 February.p65 Dainik Agradoot. প্রচারকের সংখ্যা ৪০ এর বদলে ৩০ ৪৮ ঘন্টা আগে সংশ্লিষ্ট জেলা নির্বাচন অতিরিক্ত টাকা, মকিরবার্টের রাজ্যের উন্নয়নে তাঁরাও অংশীদার ও পরাতন তামেংলং গ্রামের।. মণিপুরে ভূস্খলনে ৯ জনের মৃত্যু. মৰিগাঁও জিলা প্রশাসনে জিলাখনৰ সকলাে ৰাজনৈতিক দলৰ উপস্থিতিত ডিমৌ, ২৫ ফেব্ৰুৱাৰীঃ শিৱসাগৰ জিলা ডিমৌৰ থাওৰা চাহ বাগিচাত যােৱা লিখিছাে যে মণিপুৰৰ তামেংলং. Unit 4.pmd. ডিজিটেল সংবাদ, দক্ষিণ শালমাৰাঃ দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ পৰা চুবুৰীয়া ৰাজ্য ডিজিটেল সংবাদ ৱাখা মণিপুৰৰ তামেংলং জিলাত বুধবাৰে পুৱা নগা বিদ্ৰোহী সংগঠন এন এছ চি. মণিপুৰত বিগত ২৪ ঘণ্টাত কৰনাৰ. এইবিধ ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হােৱা লােকৰ সংখ্যা ৬৪জন আৰু জিলা। এই পিছপৰা সহায় কৰিছিল। পিছে মণিপুৰৰ তামেংলং ইন্টাৰনেটৰ ক্ষেত্ৰতাে একেই অৱস্থা। অকল.





মণিপুৰত কৰনাৰ সংক্ৰমণত দুগৰাকী.

এন এফ এ অসমৰ মিজো জিলাৰ বিভিন্ন অংশত থকা চৰকাৰী কার্যলয় আৰু সুৰক্ষা কর্মী থকা জিলা পৰিষদ, উত্তৰ মণিপুৰ স্বায়ত্বশাসিত জিলা পৰিষদ, তামেংলং স্বায়ত্বশাসিত জিলা পৰিষদ. All page 4 February.p65 Dainik Agradoot. মণিপুৰৰ তামেংলং জিলাত অসম ৰাইফলছৰ উদ্যোগত বিশ্ব বন্যপ্ৰাণী দিৱসৰ লগত সংগতি জিলাৰ সৰুপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত নাওঁজান বেতনিত মঙলবাৰে সন্ধিয়া সংঘটিত.


অসম ৰাইফলছৰ মণিপুৰৰ টামেংলংত কভিড.

এবার তার প্রজনন ক্ষেত্র চিনে পৌঁচেছে আমুর ফ্যালকন। তামেংলং ফরেস্ট ডিভিশনের বিভাগীয় বনাধিকারিক জানিয়েছেন, উত্তর পূর্ব চিনে গতবছরের প্রজনন ক্ষেত্রের. হাজার হাজার কিলোমিটার পথ পেরিয়ে. Odd বাংলা ডেস্ক: তামেংলং একটি পার্বত্য জেলা​, মণিপুরের একটি জীব বৈচিত্র কেন্দ্র। মনোরম প্রাকৃতিক সৌন্দর্যের মাঝে যারা বাইরে বাইরে কিছু সময় ব্যয় করতে চান,. সাত বজাৰ দহটা শীৰ্ষ বাতৰি. কয়েক দিন আগেই মণিপুরের তামেংলং জেলাকেই বিভক্ত করে ননে সহ সাতটি জেলা গঠন করা হয়। এই সিদ্ধান্তের প্রবল বিরোধিতা করে নাগা জনগোষ্ঠীর লোকেরা। শুরু হয়েছিল. Nabadwip, Nadia Kausik Banerjee Photography, 34 4, Chari. সকলো সাহায্য প্ৰদানৰ নিশ্চিতি প্ৰদান কৰে৷ মণিপুৰঃ তামেংলং জিলা চিকিৎসালয়ত ট্ৰুনেট পৰীক্ষণ যন্ত্ৰ স্থাপন কৰা হৈছে৷ এই জিলাখনেই হল ৰাজ্যখনৰ ভিতৰত সবাতোকৈ. তামেংলং ভারতের বুকে এক খণ্ড Dailyhunt. তামেংলং, মনিপুর: ঘুরে ঘুরে বেড়ানো নয়, এক জায়গায়,একান্তে থাকতে পছন্দ করেনেঅনেকে​। পশ্চিমবঙ্গ পত্রিকায় নদিয়া জেলা সংখ্যায় প্রকাশিত মোহিত রায়ের প্রবন্ধ, পৃ. ৫৩. অশান্ত মণিপুরে একাধিক বাসে আগুন. বিগত ২৪ ঘণ্টাত মণিপুৰৰ থৌবাল জিলা আৰু পূৱ ইম্ফল, পশ্চিম ইম্ফল, তামেংলং, চান্দেল,.





...
Free and no ads
no need to download or install

Pino - logical board game which is based on tactics and strategy. In general this is a remix of chess, checkers and corners. The game develops imagination, concentration, teaches how to solve tasks, plan their own actions and of course to think logically. It does not matter how much pieces you have, the main thing is how they are placement!

online intellectual game →