Back

★ মোককচাং জিলা - নাগালেণ্ডৰ জিলা ..



মোককচাং জিলা
                                     

★ মোককচাং জিলা

মোককচাং জিলা ভাৰতৰ নাগালেণ্ড ৰাজ্যৰ এখন জিলা৷ এই জিলাৰ সদৰঠাই হৈছে মোককচাং টাউন৷ এই জিলাখনৰ সংখ্যাগৰিষ্ঠ অধিবাসীয়ে আও নগা জনজাতিৰ৷ জিলাখনৰ উত্তৰে অসম, পশ্চিমে ৱখা জিলা, পূবে লংলেং আৰু টুৱেনচাং জিলা আৰু দক্ষিণে জুন্হেব’ট’ জিলা অৱস্থিত৷

                                     

1. ইতিহাস

ব্ৰিটিছৰ শাসনৰ সময়ত মোককচাং জিলা নাগা হিলছ ডিষ্ট্ৰিক্টৰ অন্তৰ্ভুক্ত আছিল৷ এই জিলাৰ অধীনতে ১৮৮৯ চনত মোককচাং মহকুমা গঠন কৰা হয়৷ ভাৰতে স্বাধীনতা লাভ কৰাৰ পিছত ১৯৫৭ চনত এই জিলাৰ পৰা মোককচাং, ক’হিমা আৰু টুৱেনছাং অংশই পৃথক জিলা হিচাপে স্বীকৃতি লাভ কৰে৷ ১৯৬৩ চনত নাগালণ্ড ভাৰতৰ ১৬ তম জিলা হিচাপে পৰিগণিত হয়৷ ১৯৭৩ চনত মোককচাং জিলাৰ একাংশ পৃথক কৰি জুন্হেব’ট’ আৰু ৱখা জিলা হিচাপে ঘোষণ কৰা হয়৷

                                     

2. ভৌগোলিক অৱস্থান

মোককাং জিলাৰ মুঠ মাটিকালি ১৬১৫ বৰ্গ কিলোমিটাৰ জিলাখনত মুঠ ছটা পৰ্বতশ্ৰেণী আছে৷ পৰ্বতসমূহ প্ৰায় ইটো সিটোৰ সমান্তৰাল ভাৱে অৱস্থিত৷ জিলাখন ৯৪.২৯ আৰু ৯৪.৭৬ দ্ৰাঘিমাংশ আৰু ২৬.২০ আৰু ২৬.৭৭ অক্ষাংশত অৱস্থিত৷ এই জিলাৰ মূল উপত্যকাবোৰ হৈছে Tsurang, Changki আৰু Milak উপত্যকা৷ কৃষি আৰু উদ্যোগৰ ফালৰ পৰা নাগালেণ্ড ৰাজ্যৰ আটাইতকৈ উন্নত জিলাসমূহৰ ভিতৰত এই জিলা প্ৰধান৷ জিলাখনৰ কৃষিৰ ক্ষেত্ৰত প্ৰধান অঞ্চলসমূহ হ’ল Changki-Longnak, Tsurang, Milak আৰু Dikhu উপত্যকা অঞ্চল৷ Tuli-Milak আৰু Changki-Longnak উপত্যকা উদ্যোগৰ ক্ষেত্ৰত আগবঢ়া অঞ্চল৷

মূল পৰ্বতশ্ৰেণী

  • Langpangkong.
  • Asetkong.
  • Tsurangkong.
  • Ongpangkong.
  • Jangpetkong.
  • Japukong.
                                     

3. প্ৰশাসন

মোককচাং জিলাৰ সদৰ ঠাই মোককচাং টাউনত অৱস্থিত৷ জিলাখনৰ মূল প্ৰশাসনিক বিষয়া হৈছে উপায়ুক্ত Deputy Commissioner।

জিলাখনৰ মুঠতে চাৰিটা মহকুমা আছে: মোককচাং Mokokchung, তুলি Tuli, Mangkolemba আৰু Changtongya৷ এই মহকুমাসমূহ নটা প্ৰশাসনিক বৃত্ত administrative/revenue circles বিভক্ত কৰা হৈছে - Ongpangkong, Tuli, Chuchuyimlang, Changtongya, Mangkolemba, Kubolong, Alongkima, Longchem আৰু Merangmen.

ইয়াৰ উপৰিও জিলাখনৰ ছটা গ্ৰাম্য উন্নয়ন ব্লক Rural Development Block, RDBs আছে৷ Longchem আৰু Kubolong চাৰ্কোলৰ নিজা গ্ৰাম্য উন্নয়ন ব্লক আছে৷ Alongkima, Mangkolemba আৰু Merangmen মিলি Mangkolemba গ্ৰাম্য উন্নয়ন ব্লক, Tuli, Changtongya আৰু Chuchuyimlang মিলি Changtongya গ্ৰাম্য উন্নয়ন ব্লক গঠিত হৈছে৷

                                     

4. জনসংখ্যা

২০১১ চনৰ লোকপিয়ল অনুসৰি মোককচাং জিলাৰ মুঠ জনসংখ্যা ১৯৪,৬২২ জন৷ গতিকে জনসংখ্যাৰ ফালৰ পৰা ভাৰতৰ মুঠ ৬৪০ খন জিলাৰ ভিতৰত এই জিলাৰ স্থান ৫৯১ তম৷ এই জিলাৰ প্ৰতি ১০০০ জন পুৰুষৰ বিপৰীতে মহিলাৰ সংখ্যা ৯২৫ গৰাকী৷ জিলাখনৰ সাক্ষৰতাৰ হাৰ ৯১.৬%৷

এই জিলাৰ সংখ্যাগৰিষ্ঠ লোক ৯৫% খ্ৰীষ্টান ধৰ্মাৱলম্বী৷ নাগালেণ্ডৰ জিলাসমূহৰ ভিতৰত এই জিলাই পোনপ্ৰথমে খ্ৰীষ্টানধৰ্ম গ্ৰহণ কৰে৷

জিলাখনৰ লোকসকলৰ প্ৰধান ভাষা জংলী আও Jungli Ao৷ অন্যান্য প্ৰচলিত উপভাষাসমূহ হৈছে Mongsen Ao আৰু Changki ভাষা৷

২০০১ চলৰ লোকপিয়ল অনুসৰি জিলাখনৰ সাক্ষৰতাৰ হাৰ ৮৪.৬%৷ জিলাখনত প্ৰতি ১০০০ গৰাকী পুৰুষৰ বিপৰীতে মহিলাৰ সংখ্যা ১০০৪ গৰাকী৷ গতিকে ভাৰতৰ জিলাসমূহৰ ভিতৰত এই জিলাৰ লিংগৰ হাৰ সপ্তম স্বাস্থ্যকৰ হাৰ বুলি পৰিগণিত হয়৷

জিলাখনৰ মূল চহৰসমূহ হৈছে মোককচাং, তুলি টাউন Tuli, Changtongya আৰু Tsudikong৷

                                     

5. অৰ্থনীতি

জিলাখনৰ মূল ঔদ্যোগিক অঞ্চলসমূহ হৈছে Changki উপত্যকা, Tsurang উপত্যকা, নিম্ন Milak-Tuli অঞ্চল আৰু Dikhu-Chichung উপত্যকা৷

মোককচাং জিলাৰ মূল কৃষিৰ উৎপাদনসমূহ গৈছে চাউল, গোমধান, বিলাহী আৰু কমলা৷

জিলাখনত ৪২ খন প্ৰাথমিক, মাধ্যমিক চৰকাৰী বিদ্যালয়, ১০ খন ব্যক্তিগত খণ্ডৰ বিদ্যালয়, দুখন চৰকাৰী মহাবিদ্যালয় আৰু দুখন ব্যক্তিগত খণ্ডৰ মহাবিদ্যালয় আছে৷

                                     

6. সংস্কৃতি

মোককচাং জিলাৰ মূল উৎসৱ দুটা হৈছে Moatsü আৰু Tsüngremong৷

সংবাদ মাধ্যম

  • মৰুং এক্সপ্ৰেছ Morung Express.
  • নাগালেণ্ড প’ষ্ট.
  • আকাশবাণী, মোককচাং.
  • Tir Yimyim আও ভাষাৰ দৈনিক বাতৰি কাকত.
  • Ao Milen আও ভাষাৰ দৈনিক বাতৰি কাকত.
                                     
  • সময ত ম ককচ জ ল আৰ ক হ ম জ ল ৰ লগত ট ৱ নচ জ ল ও গঠন কৰ হ ছ ল পৰৱৰ ত ত ক লত এই ট ৱ নচ জ ল ৰ পৰ ই মন, ল ল নকল ক আৰ ক ফ ৰ জ ল প থক জ ল হ চ প
  • হ চ প স ব ক ত দ য হয চনত এই মহক ম ম ককচ মহক ম ৰ স ত য গ দ য হয চনত ৱখ ম ককচ জ ল ৰ এট মহক ম হয বৰ তম নৰ ৱখ জ ল ৰ গঠন হয
  • ৰ জ যৰ এখন জ ল ৷ এই জ ল ৰ উত তৰ ন গ ল ণ ডৰ ম ককচ জ ল পশ চ ম ক হ ম জ ল আৰ ৱখ জ ল দক ষ ণ ফ ক জ ল আৰ প ব ট ৱ নচ আৰ ক ফ ৰ জ ল ৷ এই জ ল ৰ
  • প ৰ ন জ ল Peren district ন গ ল ণ ডৰ খন জ ল ৰ ন ম হ ছ ড ম প ৰ জ ল ক ফ ৰ জ ল ক হ ম জ ল ল ল জ ল ম ককচ জ ল মন জ ল প ৰ ন জ ল ফ ক জ ল ট ৱ নচ
  • ন গ ল ণ ডৰ ম ককচ জ ল এই জনজ ত ৰ ল কৰ ম ল ব সস থ ন এই জ ল ৰ ম ঠ ম ট ক ল বৰ গ ক ল ম ট ৰ ক ছ স খ যক আও নগ ল ক চ ব ৰ য অসমত ব স কৰ ম ককচ জ ল ৰ
  • য য জ ল জ ল সদৰ ড ম প ৰ জ ল ড ম প ৰ - চ ম ক ড ম ক ফ ৰ জ ল ক ফ ৰ ক হ ম জ ল গ ৰ ট ৰ ক হ ম ল ল জ ল ল ল ম ককচ জ ল ম ককচ মন জ ল মন
  • ল ল জ ল ন গ ল ণ ডৰ এঘ ৰখন জ ল ৰ ভ তৰত অন যতম জ ল ৷ এই জ ল খনৰ স খ য গৰ ষ ঠ ল ক সকল হ ছ ফ ম জনজ ত ৰ Phom tribe ৷ প ৰ বত ল ল জ ল ন গ ল ণ ডৰ ট ৱ নছ
                                     
  • য ৰহ ট জ ল ভ ৰতৰ অসম ৰ জ যৰ খন জ ল ৰ ভ তৰত এখন ইয ৰ সদৰ স থ ন য ৰহ ট চহৰ য ৰহ ট জ ল ক অসমৰ স স ক ত ক প ৰ ণক ন দ ৰ ব স স ক ত ক নগৰ ব ল ও জন য য
  • জ ল য ৰ ম ককচ জ ল আও লঠ ছ ম ট ৱ নচ জ ল ছ
  • ক ম ব আহ ছ ত ৰ প ছত শ ৱস গৰ জ ল ৰ স ম ইদ ক ম ব গ ন গ ল ণ ডৰ ম ককচ আৰ ট ৱ নচ জ ল ৰ স ম ইদ ৰঙ গৰ ৰ পৰ ক ম আহ ম ক প ৰ চ হ ব গ ছ
  • প ৰদ শক খন জ ল হ ছ ব ঙ গ ল ৰ চহৰ জ ল কলক ত জ ল ক ন দ ৰ য দ ল ল জ ল চ ন ন ই জ ল হ ইদ ৰ ব দ জ ল ক মৰ প মহ নগৰ জ ল ম ম ব ই নগৰ জ ল ভ ৰতৰ মহক ম সম হ
  • উৎপত ত হ ক ম আহ শ ৱস গৰ জ ল ৰ স ম ইদ ক ম আহ আক ন গ ল ণ ডৰ ম ককচ আৰ ট ৱ নচ জ ল ৰ স ম ইদ আহ ৰঙ গৰ ৰ পৰ ক ম আহ ম ক প ৰ চ হ ব গ ছ

Users also searched:

ঘইপথ, ষটৰয, কচযৰ, কইট, ধনশৰ, কপল, মককচ, ভৰল, অসমৰনদসমহ, নষটৰযঘইপথ, অসমৰ, কচযৰন, কপলন, ধনশৰন, সমহ, জযভৰল, মককচজল, অসমৰমঠষটৰযঘইপথকইট, মোককচাং জিলা, নাগালেণ্ডৰ জিলা. মোককচাং জিলা,

...

Encyclopedic dictionary

Translation

অসমৰ মুঠ ৰাষ্ট্ৰীয় ঘাইপথ কেইটা.

যোৰহাটত তিনিজন কৰনা আক্ৰান্ত. শিৱসাগৰ জিলাত প্ৰধানকৈ কেইখনমান নদ নদী থকা দেখা যায় সেইবোৰ ক্ৰমে ব্ৰহ্মপুত্ৰ, দিচাং, জাঁজী নৈখন শিৱসাগৰ আৰু যোৰহাট জিলাৰ মাজৰ সীমাইদি বৈছে নাগালেণ্ডৰ মোককচাং নগৰৰ. জীয়া ভৰলী. Regional – Page 210 – NEN Network. তিনিজনকৈ কৰনা আক্ৰান্ত চিনাক্ত হোৱাৰ প্ৰতি লক্ষ্য ৰাখি মোককচাং জিলা সীমান্ত ছীল. অসমৰ নদী সমূহ. সীমা বিবাদত জৰ্জৰিত অসম মেঘালয়. লগতে উজনি অসমক পাহাৰিয়া ৰাজ্যখনৰ চাৰিখন জিলা ক্ৰমে মোককচাং টুৱেনচাং ​জুনেহবুটু.





কপিলী নৈ.

অসমৰ ভূমিত নগাৰ অগ্ৰাসনঃ যোৰহাট. ইফালে সীমান্তত সৃষ্টি হোৱা উত্তেজনা প্ৰশমন কৰাৰ বাবে যোৰহাট জিলা আৰু মোককচাং জিলাৰ উপায়ুক্তৰ মাজত হোৱা টেলিফোনিক আলোচনাৰ পিছত দিচৈ ভেলী সংৰক্ষিত বনাঞ্চলৰ​. ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ. শিৱসাগৰ জিলাৰ বিভিন্ন নদ নদী Vikaspedia. Mariani, Jorhat মৰিয়নি: মৰিয়নি মোককচাং পথ অৱৰোধস্থলীত যোৰহাট জিলাৰ উপায়ুক্ত আৰু. ধনশিৰি নৈ. কলকাতাৰ পৰা অহা অকলশৰীয়া এগৰাকী. সুস্থ হোৱাৰ পিছত মুকলি কৰি দিয়া হৈছে৷ দেশৰ ২৭৪খন জিলা কভিড ১৯ ভাইৰাছৰ দ্বাৰা স্থাপন কৰিব কভিড ১৯ চিকিৎসালয় এই পৰ্যন্ত কহিমা, মোককচাং আৰু ডিমাপুৰ স্থাপন​. নাগালেণ্ড প্ৰচাৰ অভিযানৰ সামৰণি. ইফালে এই বিষয়ে যোৰহাট জিলা প্ৰশাসন অৱগত হোৱাত যোৰহাট জিলা আৰু মোককচাং জিলা আৰক্ষী অধীক্ষকৰ মাজত হোৱা আলোচনাৰ পিছত নগাৰ দলতোক নগা আৰক্ষীয়ে চুতাফলা গেটৰ পৰা.


মৰিয়নিৰ সীমান্তত অব্যাহত.

ৰাজ্যিক ঘাইপথসমূহ হল একোখন ৰাজ্যৰ জিলা সদৰসমূহ তথা গুৰুত্বপূৰ্ণ চহৰসমূহক সংযোগ কৰা তথা এইবোৰক কাষৰীয়া ৰাজ্য বা ৰাষ্ট্ৰীয় যোৰহাট মৰিয়নি মোককচাং, অসম নগালেণ্ড. Mariani, Jorhat মৰিয়নি: মৰিয়নি মোককচাং. মৃত্যুদুতলৈ পৰিণত মৰিয়নি মোককচাং পথঃ তিনি হেজাৰ ফুট তলত পৰিল ট্ৰাক… ৰাজ্যখনৰ চাৰিখন জিলা ক্ৰমে মোককচাং টুৱেনচাং ​জুনেহবুটু আৰু ফেক জিলাৰ লগত সংলগ্ন কৰা এম. মৃত্যুদুতলৈ পৰিণত মৰিয়নি মোককচাং. আন বহুকেইজন আহত হয়। ৰাজ্যখনৰ মোককচাং জিলাৰ তুলিত এই হিংসাত্মাক ঘটনা হয়। ঘটনাৰ​.





ৰাজ্যিক ঘাইপথ গড়কাপ্তানি বিভাগ.

বঙাইগাঁৱত জিলা উপায়ুক্ত, আৰক্ষী অধীক্ষক পৰা যোৰহাট জিলাত মৰিয়নি মোককচাং পথত…. বুধবাৰে আবেলি সময়ত মোককচাং জিলাৰ অতিৰিক্ত উপায়ুক্ত ৰাজা ভৌলী, সহকাৰী আৰক্ষী অধীক্ষক ইমটি মেৰেন আও, সীমান্ত দণ্ডাধীশ ফিৰহাছী, মাংকুলেম্বাৰ মহকুমা আৰক্ষী.


...
Free and no ads
no need to download or install

Pino - logical board game which is based on tactics and strategy. In general this is a remix of chess, checkers and corners. The game develops imagination, concentration, teaches how to solve tasks, plan their own actions and of course to think logically. It does not matter how much pieces you have, the main thing is how they are placement!

online intellectual game →