Back

★ ফেক জিলা - নাগালেণ্ডৰ জিলা ..



ফেক জিলা
                                     

★ ফেক জিলা

ফেক ভাৰতৰ নাগালেণ্ড ৰাজ্যৰ এখন জিলা। এই জিলাখন ১৯৭৩ চনত স্থাপন কৰা হৈছিল। জিলাখনৰ সদৰ ঠাই ফেক নগৰ। এই জিলাৰ সংখ্যাগৰিষ্ঠ লোক খ্ৰীষ্টান ধৰ্মাৱলম্বী আৰু কৃষি তেওঁলোকৰ মূল পেছা।

                                     

1. ভৌগোলিক অৱস্থান

ফেক জিলাৰ অধিকাংশই পাহাৰীয়া। এই জিলাৰ ৭০% চিৰসেউজীয়া বনাঞ্চলে আগুৰি আছে। এই জিলাৰ সৰ্বোচ্চ উচ্চতাৰ পৰ্বতটো হৈছে মাউণ্ট জানিবো Zanibu, যি সাগৰ পৃষ্ঠৰ পৰা ২৪০০ মিটাৰ উচ্চতাত অৱস্থিত। জিলাখনৰ অঞ্চলসমূহৰ ভিতৰত সাগৰপৃ্ষ্ঠৰ পৰা সৰ্বনিম্ন উচ্চতাত অৱস্থিত সদৰঠাই ফেক ১৫২৪ মিটাৰ আৰু সৰ্বোচ্চ উচ্চতাত অৱস্থিত ফুটছেৰ’ Pfutsero নামৰ গাওঁখন ২১৩৬ মিটাৰ।

জিলাখনৰ সৰ্ববৃহৎ নদীবোৰৰ ভিতৰত প্ৰধান হৈছে Tizu, Lanyi, Arachu আৰু মূল হ্ৰদবোৰ হৈছে Shilloi, Chida আৰু Dzudu। ২০০২ চনৰ তথ্য অনুসৰি, এই জিলাৰ ৮৯খন স্বীকৃতিপ্ৰাপ্ত গাঁৱৰ ভিতৰত বাৰখন গাওঁ এতিয়াও ঘাইপথৰ দ্বাৰা সংযুক্ত হোৱা নাই। একেদৰে ৮৯ খনৰ গাঁৱৰ ভিতৰত মাথোঁ নখন গাঁৱত নিয়মীয়া পানীৰ ব্যৱস্থা আছে।

ফেক জিলাত অৱস্থিত Avakhung International Border Checkpost, যাক আভাংশু Avankhu বুলিও জনা যায়, ভাৰত-ম্যানমাৰ সীমান্তৰ এটা আন্তৰ্জাতিক সীমা সুৰক্ষাৰ প’ষ্ট International Border Checkpost।

                                     

1.1. ভৌগোলিক অৱস্থান জলবায়ু

গ্ৰীষ্মকালি এই জিলাৰ উষ্ণতা গড়ে ২৭ ডিগ্ৰী ছেণ্টিগ্ৰেড হয়। মৌচুমী জলবায়ু আৰম্ভ হয় মে’ মাহৰ শেষৰফালে আৰু ছেপ্টেম্বৰৰ শেষৰ ফালে অন্ত পৰে। শীতকালি সাধাৰণতে চুবুৰীয়া অসমৰ তুলনাত জাৰ অধিক হয়। শীত আটাইতকৈ বাছি পৰা জানুৱাৰী আৰু ফ্ৰেব্ৰুৱাৰী মাহত উষ্ণতা শূন্য ডিগ্ৰীৰ তললৈকো নামিব পাৰে।

এই জিলাৰ গড় বৰষুণৰ পৰিমাণ ১৫২৭ মিমি।

                                     

2. প্ৰশাসন

জিলাখন ১৪টা প্ৰশাসনিক চাৰ্কোলত বিভক্ত কৰা হৈছে: ফুটছেৰ’ Pfutsero, ফেক চদৰ Phek Sadar, Chetheba, Chozuba, মেলুৰী Meluri, Sekruzu, চিজামি Chizami, Sakraba, Razieba, Zuketsa, ফ’ৰ Phor, Khuza, Khezhakeno, আৰু Phokhungri।

                                     

3. জনসংখ্যা

২০১১ চনৰ জনগণনা অনুসৰি ফেক জিলাৰ জনসংখ্যা ১৬৩,২৯৪ জন। জনসংখ্যাৰ ফালৰ পৰা ভাৰতৰ ৬৪০খন জিলাৰ ভিতৰত এই জিলাৰ স্থান ৫৯৬। ফেক জিলাৰ প্ৰতি ১০০০ গৰাকী পুৰুষৰ বিপৰীতে মহিলাৰ সংখ্যা ৯৫১ গৰাকী। এই জিলাৰ সাক্ষৰতাৰ হাৰ ৭৯.১৩%।

জিলাখনৰ ৮৫% শতাংশ লোকেই গ্ৰাম্য অঞ্চলত বাস কৰে। এই জিলাৰ সংখ্যগৰিষ্ঠ লোক চাকেচাং Chakhesang আৰু পশ্চুৰি Pochury জনজাতিৰ।

ভাষা

ফেক জিলাত নিম্নোলিখিত আংগামী-পশ্চুৰি ভাষাসমূহ প্ৰচলিত:

  • খেজা ভাষা Kheza language.
  • পশ্চুৰি ভাষা Pochuri language.
  • পৌলা ভাষা Poula language.
  • চ’কৰি ভাষা Chokri language.

ধৰ্ম

জিলাখনৰ ৯৭% অধিবাসীয়ে খ্ৰীষ্টান ধৰ্মাৱলম্বী। অন্যান্য ধৰ্মৰ ভিতৰত ২% লোক হিন্দু ধৰ্মাৱলম্বী, ০.৬% মুছলমান, ০.২% বৌদ্ধ আৰু কিছু লোক জৈন আৰু শিখ ধৰ্মাৱলম্বী।

নগৰ আৰু গাওঁসমূহ

২০১১ চনৰ লোকপিয়ল অনুসৰি ফেক জিলাত দুখন সৰু নগৰ, ফেক আৰু ফুটছেৰ’, আৰু ১১৭খন গাওঁ আছে। এই অঞ্চলসমূহ চৈধ্যটা প্ৰশাসনিক চাৰ্কোলত বিভক্ত কৰা হৈছে।

                                     

4. অৰ্থনীতি

এই জিলাৰ অৰ্থনীতি মূলতঃ কৃষিৰ ওপৰত নিৰ্ভৰশীল। Terrace Rice Cultivation TRC আৰু জুম খেতি এই জিলাৰ মুল জীৱিকা।

এই জিলাত উৎপন্ন কৰা শস্যৰ ভিতৰত ধান, গোমধান আৰু কুনীধান Millet আদি উল্লেখযোগ্য।

উৎপাদনৰ ভিতৰত মেলুৰীত নিমখ, ফলৰ ৰস, বোৱা-কঁটা আৰু কাঠৰ কাৰুকাৰ্য্য প্ৰধান।

এই জিলাত এখন চিকিৎসালয়, দুটা সামাজিক স্বাস্থ্য কেন্দ্ৰ community health centers আৰু আঠাটা প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ primary health centers আছে।

ফেক জিলাৰ ১১৬খন প্ৰাথমিক বিদ্যালয়, ৪৬খন মাধ্যমিক বিদ্যালয়, ১৮খন উচ্চ মাধ্যমিক বিদ্যালয়, এখন উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু তিনিখন মহাবিদ্যালয় অৱস্থিত।

                                     
  • ভ তৰত দ ব ত য জনবহ ল জ ল ৷ ক ফ ৰ জ ল ৰ উত তৰ ট ৱ নছ জ ল পশ চ ম ফ ক জ ল আৰ প ব ম য নম ৰ অৱস থ ত৷ এই জ ল ৰ ম লক ন দ ৰ ক ফ ৰ চহৰত, য স গৰ প ষ ঠৰ
  • ৰ জ যৰ এখন জ ল ৷ এই জ ল ৰ উত তৰ ন গ ল ণ ডৰ ম ককচ জ ল পশ চ ম ক হ ম জ ল আৰ ৱখ জ ল দক ষ ণ ফ ক জ ল আৰ প ব ট ৱ নচ আৰ ক ফ ৰ জ ল ৷ এই জ ল ৰ
  • ড চ ম বৰত ন গ ল ণ ডৰ অন যতম জ ল হ চ প ক হ ম জ ল ৰ প ৰত ষ ঠ হয ৷ চনত এই জ ল ৰ পৰ ই ফ ক আৰ ৱখ জ ল আৰ চনত ড ম প ৰ জ ল স ষ ট কৰ হয ৷ অৱশ ষত
  • দক ষ ণ ক পকপ জ ল Kangpokpi District প ব উখৰ ল জ ল পশ চ ম ত ম ল জ ল আৰ উত তৰ ন গ ল ণ ডৰ ক হ ম আৰ ফ ক জ ল অৱস থ ত৷ এই জ ল স গৰপ ষ ঠৰ পৰ
  • প ৰ ন জ ল Peren district ন গ ল ণ ডৰ খন জ ল ৰ ন ম হ ছ ড ম প ৰ জ ল ক ফ ৰ জ ল ক হ ম জ ল ল ল জ ল ম ককচ জ ল মন জ ল প ৰ ন জ ল ফ ক জ ল ট ৱ নচ
  • ক হ ম জ ল ফ ক জ ল ম ককচ জ ল ৱ খ জ ল জ নহ ব ট জ ল ট ৱ নচ জ ল মন জ ল ড ম প ৰ জ ল ক পহ ৰ জ ল ল গ ল জ ল আৰ প ৰ ণ জ ল প ৰ বত য
                                     
  • Ukhrul, Pron: ˈuːkˌɹəl or ˈuːkˌɹʊl উত তৰ - প ব ভ ৰতৰ মণ প ৰ ৰ জ যৰ এখন অন যতম জ ল এই জ ল খনৰ মণ প ৰৰ ৰ জধ ন ইম ফলৰ পৰ ক ল ম ট ৰ উত তৰ - প ব দ শত অৱস থ ত
  • প ৰদ শক খন জ ল হ ছ ব ঙ গ ল ৰ চহৰ জ ল কলক ত জ ল ক ন দ ৰ য দ ল ল জ ল চ ন ন ই জ ল হ ইদ ৰ ব দ জ ল ক মৰ প মহ নগৰ জ ল ম ম ব ই নগৰ জ ল ভ ৰতৰ মহক ম সম হ
  • অন যতম ম খ য নগ জনজ ত চ কছ ন গ জনজ ত ৰ অন তৰ ভ ক ত ত ও ল ক ব স কৰ ফ ক অঞ চলৰ উপভ ষ চ কৰ ত ল কগ ত গ য প ৰ ৰম ভ ক সময ৰ পৰ ত ও ল কৰ ম ক - দ উত ক

Users also searched:

ফকজল, ফেক জিলা, নাগালেণ্ডৰ জিলা. ফেক জিলা,

...

Encyclopedic dictionary

Translation

নাগালেণ্ডৰ ১৫টা ঘাইপথ প্ৰকল্পৰ.

হৌখিবা নুমিৎ ১৪দা রাজ্য য়ুতি ২৩ গী জিলা ৭৮ দা অনৌবা কেস অমতা থেংনদ্রে । লেম্না ইন্তরনেত পীবগী ৱাফম লৈতে হায়না পি আই বীগী ফেক চেক য়ুনিতনা তুইত অমদা শেংদোকলি. PIB Headquarters কোভিদ ১৯গী পি আই বীগী. ওফিসশিংদগী ফংবা পাউশিং, সোসিয়েল মেদিয়াগী থবকশিং অমসুং পি আই বীগী ফেক চেকশিং য়াওরি হৌখিবা নুমিৎ ১৪দা রাজ্য ১২গী অনৌবা জিলা ২২দা অনৌবা কেস অমতা থেংনদ্রে ।.





Dainik Janambhumi, 151 R.G. Baruah Road, Gauhati 2021.

ডিমাপুৰৰ লগতে উজনি অসমক পাহাৰিয়া ৰাজ্যখনৰ চাৰিখন জিলা ক্ৰমে মোককচাং ​টুৱেনচাং জুনেহবুটু আৰু ফেক জিলাৰ লগত সংলগ্ন কৰা এম কে জি পথতো মৃত্যুদুতলৈ পৰিণত হৈছে।. Online News Portal The Janambhumi. Othersসেরা স্কুলের পুরস্কার পাওয়া বীরভূম জেলা স্কুলের চত্বরে সরস্বতী পুজোয় ডিজে বাজিয়ে ফেক ভিডিয়ো বানিয়ে এটা স্কুলের বদনাম করার চেষ্টা হতে পারে। এবিটিএ. Dainik Agradoot 04 August.P65. উদ্যাপন সভা আৰু প্ৰন্থ উন্মােচনী বাবে অসম সাহিত্য সভাৰ প্ৰাক্তন দৰং জিলা সাহিত্য সভাৰ সম্পাদক. অগ্রদূত বার্তা কিধৰণে দু​চিয়েল মিডিয়া ফেক নকল । গর্দভ বুলি.


Saraswati puja: সিউড়ি: নাচের ভাইরাল Eisamay.

ধুবুৰী জিলা406 অসম254 অন্যান্য175 ৰাইজৰ সমস্যা98 অনিয়ম দুৰ্নীতি69 ভাল খবৰ68 স্বাস্থ্য64 ৰাজনৈতিক62 গুৱাহাটী40. ABOUT US. দুৰ্নীতিৰ দৰ্পণ গুৱাহাটী আৰু ধুবুৰীৰ. Bengali shortstories story bidyaloy jibon haranor Pratilipi. Barpeta IFSC, Barpeta জেলা শাখার সম্পূর্ণ তথ্য খুঁজুন, অব ইন্ডিয়া পাঠশালা முகவரி জেলা ​বারপতা, Chozuba SBIN0006008, 797002510, ফেক, নাগাল্যান্ড. NEWS BULLETIN ALL INDIA RADIO, GUWAHATI News On AIR. গুৱাহাটীঃ ৰাজ্যৰ প্ৰতিখন জিলাত ধৰা পৰিব ধৰিছে কৰোনা ৰোগী। আৰু ছচিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে ফেক নিউজ প্ৰচাৰ কৰি সামাজিক পৰিবেশ বিঘ্নিত কৰাৰ অভিযোগ উত্থাপন. বরাক তম্পাক্কী জিলা অহুমদসু. জেলা, বিভাগীয় পর্যায়ের পুলিশ, র্যাবের উর্দ্ধতন কর্মকর্তারা জরুরি বৈঠকে বসেন। বৈঠকে শাহেদ হত্যাকে সাজিদ নিজেও একটি ফেক আইডি খুলে। মিলন আগে একসেপ্ট করে।.





ৰাজ্য বিশেষ সাময়িকী ডিচেম্বৰ 2020.

ৰুমৰ টোল ফ্রি নং ১০৪ বা বঙাইগাওঁ জিলা কন্টোল ৰুমৰ টোল ফ্রি ৭০৮৬৭. ৯৩৫০৭ বা উত্তৰ শালমাৰা মহকুমা সদৰ বিষা ৰাজহ চক্ৰ বিষয়া । বঙাইগাওঁ জিলা যুটীয়া স্বাস্থ্য. ফুটছেৰো: এক অপ্ৰত্যাশিত ইউটোপিয়া. Desk Nov 20, 2020 0. দ্য ষ্টেটমেন্ট ১৯ নৱেম্বৰৰ দিনা অৰ্থাৎ বৃহস্পতিবাৰে দেশৰ বহুকেইটা নিউজ চেনেলে পুনৰ এটা ফেক নিউজ সম্প্ৰচাৰ কৰিলে। দুজন জোৱানে কোপয়াৰা জিলাৰ নৌগাম​… India.


Mumbai police to question priyanka chopra and deepika padukone.

ফেক ৰেটিঙৰ অভিযোগৰ ওপৰত নিজৰ চিষ্টেম ভালদলে পৰ্যপেক্ষণ কৰি এক সিদ্ধান্তত উপনীত ভাৰতীয় ৰেডক্ৰছ ছোচাইটী দৰং জিলা শাখাৰ বিশ্ব ৰেডক্ৰছ দিৱস পালন, কভিড ১৯ ৰ…. পূর্ব মেদিনীপুর – All India Trinamool Congress. হাওড়া জিলা স্কুল ছেড়ে সিটি কলেজ ও পরে কলকাতা বিশ্ববিদ্যালয় থেকে বাংলায় স্নাতকোত্তর পাঠ শেষ করেন তিনি। বাংলার থিয়েটারে হাতে খড়ি অহীন্দ্র চৌধুরির. Ballot is the tool of protest, say people of Dhola, Assam. কমিশনারের কাছে গিয়ে প্রতিনিধিদল অভিযােগ করে ৬০ ৭০ টি বুথে স্বশাসিত জেলা দুই লেগের লড়াই নি:সন্দেহে স্বস্তি দেবে কোচ ডি বক্সের বাইরে থেকে নেওয়া শট ফেক তকমা. ক্লুলেস একটি খুনের রহস্য Story and Article. পূর্ব মেদিনীপুর জেলা হাসপাতাল, কাঁথী, হলদিয়া ও দীঘা মহকুমা হাসপাতালে ৫টি ন্যায্য বাংলাকে রাজনৈতিক কারণে উচ্ছশৃঙ্খল কয়েকজন ফেক নিউজ দিয়ে ফেকবুকে মিথ্যে রটাবে. কংগ্ৰেছ মহাজোঁট কোনো ফেক্টৰ নহয়ঃ. তাৰপিছতে বড়গাম জিলাত 2G ইন্টাৰনেট কৰি বিজেপিৰ বিৰুদ্ধে ফেক নিউজ তৈয়াৰ কৰাৰ.


ভিডিঅ কনফাৰেন্সি ব্যৱস্থাৰ.

ফেক নিউজ ও সোশ্যাল মিডিয়ায় গুজব রুখতে মঙ্গলবার রাত ১২টা থেকে চন্দননগর এবং শ্রীরামপুর মহকুমায় ইন্টারনেট পরিষেবা বন্ধের সিদ্ধান্ত নিয়েছে হুগলি জেলা. PIB Headquarters কোভিদ ১৯ গী মতাংদা পি আই. মণিপুর ষ্টেট খুদ্রাকপম জিলা পরিষদকী মেম্বর টি ঐচ কেটগােরিদা ক্লাস থ্রীদগী ফাইব ঙমখে খল্লগা য়াম্না থৌনা লৈনা থবক চঙখিবশিংগী মনুংদাখরদিহান্নগী ফেক এনকাউটর ইম্ফাল. পাঠশালা Ifsc Code Sbin0002099 State Bank of India. প্রকাশ পাইছে স্বয়ং মৰিগাঁও জিলা পঞ্চায়ত আৰু বিচাৰি সংশ্লিষ্ট উন্নয়ন খণ্ডৰ ফেক নিউজ নহয়, আমাৰ অসমৰ জনসাধাৰণে আনহাতে অভিজাত শ্ৰেণীৰ বাবে ব্যক্তিগত.





হুগলির ১১টি থানায় নেট ও কেবিল.

ধৰি উত্তৰপূবৰ কেইবাখনো জিলাত কিছু সময় ম্যানমাৰ সীমান্তৰ নগালেণ্ডৰ ফেক জিলা ।. অনলাইন ক্লাছত ছাত্ৰীক গালি দিছিল. ছচিয়েল মিডিয়া ফেক ফলোৱাৰ্ছ স্কেম সন্দৰ্ভত সন্দৰ্ভত সোধা–পোছা কৰিব পাৰে তেওঁ বালাসোৰ আৰু ময়ুৰভঞ্জ জিলাৰ আদিবাসী এলেকাত কেইবাখনো বিদ্যালয় নিৰ্মাণ.





West Bengal police: রাজ্যে ২৫ টি নতুন সাইবার.

পাৰেন জিলা, ১৪ গৰাকী ডিমাপুৰ, ১২ গৰাকী কোহিমা, ৩ গৰাকী ফেক আৰু তুৱেনচাং জিলাৰ এগাৰকী. All page 11 August.p65 Dainik Agradoot. করোনার ভ্যাকসিন নিয়ে একাধিক ভুয়ো তথ্য সোশাল মিডিয়ায় ঘুরপাক খাচ্ছে। ঝড়ের গতিতে ছড়িয়ে যাচ্ছে ফেক নিউজ। তেমনই একটি পোস্টে বলা হয় যে ঋতুস্রাবের আগে ও. নাগালেণ্ডত মুঠ কৰনা আক্ৰান্তৰ. এই মিছিলের নেতৃত্বে ছিলেন হাওড়া জিলা পরিষদের মৎস কর্মাধ্যক্ষ বিকাশ দে, বালি অঞ্চল তৃণমূল কলকাতার দুই সহ দেশ জুড়ে ২৪ ফেক বিশ্ববিদ্যালয়ের খোঁজ দিল ইউজিসি.


গুৱাহাটী Sky News Assam.

বিহাৰে ভাগলপুৰ জিলাত প্ৰথমবাৰৰ বাবে প্ৰব্ৰজনকাৰী পক্ষী মহোৎসৱ অনুষ্ঠিত কৰিছে। এই প্ৰকল্পটোৱে কোহিমাক ফেক জিলা আৰু ম্যানমাৰ সীমাৰ সৈতে সংযোগ কৰিব আৰু ইয়াৰ মুঠ. A Newz पोस्ट Facebook. ৰাজ্যৰ সমাগত নির্বাচনত কামৰূপ নির্বাচন জিলাত প্রিজাইডিং আৰু পলিং বিষয়া হিচাপে সন্ধিয়া অনুষ্ঠিত ছেমি ফাইনেল খেলত সিন্ধুৱে ডেনমার্কৰ মিয়া ব্লিক ফেক ২২ ২০, ২১ ১০. অসমীয়া মুৰ্দাবাদ ৰগৰ মোৰ তুলিকা. শের ফাউন্ডেশনের প্রধান উপদেষ্টা হিসেবে তিনি গিয়েছিলেন সেখানে, সারাদিন ধরে ঘুরেছেন রাঙাবেলিয়া, হেতলবাড়ি, সজনেখালি, জিলা প্রভৃতি জায়গায়। টিভি দেখে বা খবর শুনে যা.





বিএআৰচিয়ে তিনি মাহৰ বাবে নিষিদ্ধ.

দুয়ো এটা আগশাৰীৰ ছাত্ৰ সংগঠনৰ তিনিচুকীয়া জিলা সমিতিৰ আগশাৰীৰ নেতা। ২০১৬ চনত আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ সময়ত ফেক নিউজৰ ব্যাপক ব্যৱহাৰ কৰা হৈছিল​।. পিরিয়ডসের আগে পরে মহিলাদের Vaccine. ব্যাঙ্ক জালিয়াতি থেকে শুরু করে সোশ্যাল মিডিয়ায় উস্কানিমূলক ফেক নিউজ জেলা পিছু একটি করে এবং ক্রিমিন্যাল ইনভেস্টিগেশন ডিপার্টমেন্টের সিআইডি তে একটি।. উখারকে ফেক দো, সাম্প্রদায়িক. বরাক তম্পাক্কী জিলা অহুমদা ৭১শুবা রিপাব্লিক দে পাঙথোকখি। শিলচরগী পেরেদ গ্রাউন্দদা রাজ্যগী উমং লোয়শঙ মন্ত্রী পরিমোল শুক্লবৈদ্যনা জাতিগী ফিরাল পাইহনখি।. মৃত্যুদুতলৈ পৰিণত মৰিয়নি মোককচাং. ছোটবেলায় প্রথম বাবা মার হাত ধরে বিদ্যালয়ে যাওয়া । হাওড়া জিলা স্কুলে যাওয়ার প্রথম দিন । মনের মধ্যে একটা ভয় কাজ করছে, কি জানি সব বন্ধুদের সাথে ঠিক করে মিশতে পারবো তো. Palakkad, Palakkad പാലക്കാട്: എലപ്പുള്ളി. পুণ্যার্থীদের সকল প্রকার সুবিধা প্রদান করতে আধুনিক পদক্ষেপ দক্ষিণ ২৪ পরগনা জেলা প্রশাসনের. Book Shelf. December 5, 2019. 135. বিষণ্ণ মনের আঁধারে আলোর দিশারি মনোবিদ রবীন্দ্রনাথ.


তিনি হেজাৰ ফুট তলত পৰিল ট্ৰাক! ASSAM.

বহুতো প্ৰাক্তন ক্ৰিকেটাৰে ফেক ফিল্ডিং আইন কোনকেইখন জিলাত সোমবাৰে বন্ধ থাকিব. মমতার রাজ্যের জন্যই ওড়িশায়. ফেচবুকত প্ৰেম কৰোতে সাৱধান ৷ কাৰণ ফেক একাউন্টৰ জালত পৰি আপুনি দেউলীয়া হব পাৰে ৷ শিৱাসগৰত সংঘটিত হৈছে এনেকুৱা এই ঘটনা সংঘটিত হৈছে শিৱসাগৰ জিলাৰ গৌৰীসাগৰত ।.


মালদা জেলা, দ্বিতীয় পর্ব Kolkata24x7.

ঘটনাটো পোহৰলৈ অহাৰ লগে লগে জিলা নিৰ্বাচনী বিষয়াই বুথটোৰ পাঁচজন নিৰ্বাচনী janambhumi.​in ৰাণ আউট প্ৰক্ৰিয়াত বহুতো প্ৰাক্তন ক্ৰিকেটাৰে ফেক ফিল্ডিং আইন উলংঘন কৰাৰ বাবে. Actor Soumitra Chatterjee Passes Away: চলে গেলেন BOOM. পুলিবৰ. যােৰহাট. মহকুমা. জিলা. যােৰহাট. পিন কোড. 785006. 3. ভােটগ্রহণ কেন্দ্ৰৰ বিৱৰণ. ভােটগ্রহণ কেন্দ্রৰ নম্বৰ আৰু নাম: ফেক কালিন্দ্রী. স্বামীৰ নাম: নিমাই কালিন্দ্রী​. Bengali social story ও দিদিমণি অন্বেষা. মণিশংকর চৌধুরি, তিনসুকিয়া: নির্জন চা বাগান এলাকা৷ এবড়োখেবড়ো রাস্তা ধরে যাওয়ার পথে দু একটা দোকান চোখে পড়ে মাত্র৷ জায়গাটা অসমে৷ তিনসুকিয়া শহর থেকে ৫৫. Opinion Times – Bengali News. কিন্তু জেলা প্রশাসনের দাবি উড়িয়ে দিয়ে বাড়বিলা গ্রাম সহ ভাগলপুরের বহু বাসিন্দা জানান, তাঁরা এধরনের কোনও টাকা ফেক নিউজ ছড়ানোর অভিযোগে ধৃত ২ ABVP কর্মী. May 8.





...
Free and no ads
no need to download or install

Pino - logical board game which is based on tactics and strategy. In general this is a remix of chess, checkers and corners. The game develops imagination, concentration, teaches how to solve tasks, plan their own actions and of course to think logically. It does not matter how much pieces you have, the main thing is how they are placement!

online intellectual game →