Back

★ পেৰেণ জিলা - নাগালেণ্ডৰ জিলা ..



পেৰেণ জিলা
                                     

★ পেৰেণ জিলা

পেৰেণ জিলাৰ পশ্চিমে অসমৰ ডিমা হাছাও আৰু কাৰ্বি আংলং জিলা আৰু উত্তৰ-পূব দিশত ডিমাপুৰ জিলা অৱস্থিত৷ এই জিলাৰ পূবে কহিমা জিলা আৰু দক্ষিণে মণিপুৰ ৰাজ্য৷

পেৰেণ জিলাৰ সদৰঠাই নিউ পেৰেণ New Peren৷ এই জিলাৰ সাগৰ পৃষ্ঠৰ পৰা উচ্চতা ৮০০ মিটাৰৰ পৰা ২৫০০ মিটাৰ পৰ্যন্ত৷ পেৰেণ জিলাৰ মূল নগৰ অঞ্চলসমূহ হৈছে টেনিং Tening, জালুকী Jalukie আৰু পেৰেণ৷

পেৰেণ জিলাৰ মূল নদী আৰু উপনৈবোৰ হ’ল Tepuiki, Mbeiki, Ntanki, Mungleu, Tesanki, Nguiki, Nkwareu, Techauki, Ngungreu, Tahaiki আৰু Duilumreu Tepuiki নৈৰ উপনৈ৷

পেৰেণ জিলাৰ সৰ্বোচ্চ উচ্চতাৰ পৰ্বতটো হৈছে মাউন্ট পাউনা Mt. Paona যি সাগৰ পৃষ্ঠৰ পৰা ২৫০০ মিটাৰ উচ্চতাত অৱস্থিত৷ এই পৰ্বত নাগালেণ্ডৰ তৃতীয় উচ্চতম পৰ্বত৷

                                     

1. জনসংখ্যা

২০১১ চনৰ লোকপিয়ল অনুসৰি পেৰেণ জিলাৰ মুঠ জনসংখ্যা ৯৪,৯৫৪ জন। গতিকে জনসংখ্যাৰ ফালৰ পৰা ভাৰতৰ মুঠ ৬৪০ খন জিলাৰ ভিতৰত এই জিলাৰ স্থান ৬১৬৷ পেৰেণ জিলাৰ প্ৰতি ১০০০ গৰাকী পুৰুষৰ বিপৰীতে মহিলাৰ সংখ্যা ৯১৭ গৰাকী৷ এই জিলাৰ সাক্ষৰতাৰ হাৰ ৭৯%।

পেৰেণ জিলাৰ সংখ্যাগৰিষ্ঠ লোক জেলিয়াং Zeliang আৰু কুকী Kuki জনজাতিৰ লোক৷

                                     
  • অন যতম জ ল হ চ প ক হ ম জ ল ৰ প ৰত ষ ঠ হয ৷ চনত এই জ ল ৰ পৰ ই ফ ক আৰ ৱখ জ ল আৰ চনত ড ম প ৰ জ ল স ষ ট কৰ হয ৷ অৱশ ষত চনৰ প ৰ ণ জ ল ৰ
  • ক হ ম জ ল ফ ক জ ল ম ককচ জ ল ৱ খ জ ল জ নহ ব ট জ ল ট ৱ নচ জ ল মন জ ল ড ম প ৰ জ ল ক পহ ৰ জ ল ল গ ল জ ল আৰ প ৰ ণ জ ল প ৰ বত য
  • ন গ ল ণ ডৰ এখন জ ল ইয ৰ সদৰ ঠ ই হ ছ ড ম প ৰ চহৰ চনৰ ল কপ য ল অন সৰ এই জ ল ন গ ল ণ ডৰ এঘ ৰখন জ ল ৰ ভ তৰত আট ইতক জনবহ ল জ ল চনৰ ল কপ য ল
                                     
  • ত ম ল জ ল Tamenglong district, Pron: tæmɛŋˈlɒŋ ভ ৰতত মণ প ৰ ৰ জ যৰ এখন অন যতম জ ল ৷এই জ ল ৰ সদৰ ঠ ই ত ম ল নগৰ৷ জ ল খনৰ ম ঠ ম ট ক ল হ ছ বৰ গক ম ৷
  • দক ষ ণ ক পকপ জ ল Kangpokpi District প ব উখৰ ল জ ল পশ চ ম ত ম ল জ ল আৰ উত তৰ ন গ ল ণ ডৰ ক হ ম আৰ ফ ক জ ল অৱস থ ত৷ এই জ ল স গৰপ ষ ঠৰ পৰ

Users also searched:

পৰণ, পৰণজল, পেৰেণ জিলা, নাগালেণ্ডৰ জিলা. পেৰেণ জিলা,

...

Encyclopedic dictionary

Translation

42AN250816.pdf RBI.

250থন জিলাত 7% হাৰত মহিলা SHGক ঋণ দিব লগা বাণিজ্যিক বেংক আৰু সমবায়. বেংকৰ পেৰেণ. টুৱেনচাং. মন. ধলাই. ৱেষ্ট ত্ৰিপুৰা. 3 নর্থ ত্ৰিপুৰা. পুড়চেৰী । নর্থ এণ্ড মিডল আন্দামান.





...
Free and no ads
no need to download or install

Pino - logical board game which is based on tactics and strategy. In general this is a remix of chess, checkers and corners. The game develops imagination, concentration, teaches how to solve tasks, plan their own actions and of course to think logically. It does not matter how much pieces you have, the main thing is how they are placement!

online intellectual game →