Back

★ জামুগুৰিহাট - অসমৰ নগৰ-মহানগৰ ..



জামুগুৰিহাট
                                     

★ জামুগুৰিহাট

জামুগুৰি হাট শোণিতপুৰ জিলাৰ অন্তৰ্গত জামুগুৰিহাট এখন সৰু চহৰ। জামুগুৰি হাটক নতুনকৈ চহৰ অঞ্চল বুলি পৰিকল্পনা কৰা হৈছে। এই অঞ্চলটো ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ দিশে অৱস্থিত। অঞ্চলটো কলা-কৃষ্টিৰ দিশেৰে এটি চহকী অঞ্চল। মূলতঃ হিন্দু লোক প্ৰধান অঞ্চলটোৰ সৰ্বত্ৰ শান্তি বিৰাজমান। ২০০ বছৰ পুৰণি বাৰেচহৰীয়া ভাওনা মহোৎসৱৰ বাবে জামুগুৰি হাট বিখ্যাত।

                                     

1. ভৌগোলিক অৱস্থান

বৃহৎ জামুগুৰি অঞ্চলটো ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ পাৰে গুৱাহাটী মহানগৰৰ পৰা ২৪৪কিলোমিটাৰ আৰু তেজপুৰ চহৰৰ পৰা ৪৫কিলোমিটাৰ দূৰৈত অৱস্থিত।এই অঞ্চলটো উত্তৰে ২৬.৭৩° অক্ষাংশ আৰু পূৱে ৯২.৯৩° দ্ৰাঘিমাংশ। মূলতঃ চাহ আৰু ধান খেতিৰ ওপৰতেএই চহৰৰ অৰ্থনৈতিক অৱস্থা নিৰ্ভৰশীল। ২০০১ চনৰ লোকপিয়ল অনুসৰি অঞ্চলটোৰ ১৯,৭৪৩ জনসংখ্যা মুঠ ৫২খন গাঁৱত বিভক্ত। অঞ্চলটোত মূলতঃ অসমীয়া, নেপালী, বঙালী, মুছলমান লোক সকলে সম্প্ৰীতিৰে বাস কৰে। সৰ্বমুঠ ৬০টা নামঘৰ আৰু মন্দিৰ এই অঞ্চলত আছে। মুঠ জনসংখ্যাৰ প্ৰায় ১৫% লোক চৰকাৰী চাকৰিয়াল,৩৫% লোকে ব্যৱসায়-বাণিজ্যৰ বিপৰীতে ৫০% লোক খেতি-বাতিৰ সৈতে জড়িত। কাণী দিকৰাই আৰু জিয়াভৰলী নৈৰ মাজৰ এই জামুগুৰিৰ উত্তৰ পাৰত ছিজোচা বনভোজ স্থলী আৰু দক্ষিণ পাৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আছে।

                                     

2. জলবায়ু

গ্ৰীষ্মকালীন উষ্ণতাৰ বিপৰীতে শীতকালত ফেব্ৰুৱাৰী মাহৰ মাজভাগলৈ নিশা উষ্ণতা যথেষ্ট নিম্নগামী হয়। পুৱাৰ ভাগত ডাঠ কুঁৱলী পৰে। সম্পূৰ্ণ বছৰটোত তাপমাত্ৰা ১৫°ৰ পৰা ২৩°ৰ ভিতৰত থাকে। অঞ্চলটোৰ জলবায়ু বিভিন্ন প্ৰকাৰৰ খেতিৰ বাবে উপযোগী

                                     

3. শিক্ষানুষ্ঠান সমূহ

শিক্ষাৰ দিশেৰে জামুগুৰিহাট এখন উন্নত ঠাই। এই অঞ্চলটোত ২০০খন চৰকাৰী এল.পি স্কুল, ২০খন এম.ই স্কুল, ৮খন চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয় থকাৰ উপৰিও ৪খন উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু এখন চৰকাৰী মহাবিদ্যালয়ত্যাগবীৰ হেম বৰুৱা মহাবিদ্যালয় আছে। বৃহত্তৰ ন-দুৱাৰ অঞ্চলৰ এইখনেই একমাত্ৰ উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান। এই মহাবিদ্যালয়খন ১৯৬৩ চনতেই জামুগুৰিহাটৰ মূল কেন্দ্ৰৰ পৰা ৩ কিলোমিটাৰ দূৰৈত অৱস্থিত কুসুমটোলা অঞ্চলত তেতিয়াৰ ৫২নং ৰাষ্ট্ৰীয় ঘাইপথএতিয়া ১৫নং ৰাষ্ট্ৰীয় ঘাইপথ বুলি নামকৰণ হলৰ দাঁতিত প্ৰতিষ্ঠিত হয়। আনহাতে ১৯২৫চনতেই প্ৰতিষ্ঠিত জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয় খনেই বৃহত্তৰ জামুগুৰি হাট অঞ্চলৰ প্ৰথমখন উচ্চতৰ মাধ্যমিক বিদ্যালয়। বৰ্তমান কেইবাখনো ব্যক্তিগতখণ্ডৰ অসমীয়া আৰু ইংৰাজী মাধ্যমৰ বিদ্যালয় আৰু এখন জুনিয়ৰ কলেজকলা আৰু বাণিজ্য শাখা প্ৰতিষ্ঠাপন হৈছে।

                                     

4. জামুগুৰি হাটৰ সংস্কৃতি

অসমীয়া সংস্কৃতিৰ উৰ্বৰ ক্ষেত্ৰ জামুগুৰি হাট বাৰেচহৰীয়া ভাওনা মহোৎসৱৰ বাবে বিখ্যাত। ইয়াৰোপৰি বৰপুখুৰী পাৰৰ মুকলি বিহু, কোঁচ গাঁৱৰ কালীয়দমন ভাওনা, পাতলৰ চুক গাঁৱৰ বোকা খেছা ভাওনা আদি অনুষ্ঠান বোৰৰ বাবেই জামুগুৰি সংস্কৃতিৰ দিশেৰে চহকী

                                     

4.1. জামুগুৰি হাটৰ সংস্কৃতি বাৰেচহৰীয়া ভাওনা মহোৎসৱ

বাৰেচহৰীয়া ভাওনা অসমৰ শোণিতপুৰ জিলাৰ জামুগুৰি হাটত প্ৰতি ৫ বছৰৰ অন্তৰত অনুষ্ঠিত হোৱা ভাওনা মহোৎসৱ। বাৰে মানে অনেক আৰু চহৰীয়া মানে ৰাইজ। গতিকে অনেক গাঁৱৰ ৰাইজ একগোট হৈ যি ভাওনা উদযাপন কৰে সেয়াই বাৰেচহৰীয়া ভাওনা। এই ভাওনাই প্ৰায় ২১৩ বছৰ ধৰি এই অঞ্চলৰ ঐতিহ্য বহন কৰি আহিছে। আনুমানিক ১৭৯৭-৯৮ চনৰ পৰা বৰ্তমানলৈকে জামুগুৰি হাটত এই ভাওনা অনুষ্ঠিত হৈ আহিছে।

                                     

4.2. জামুগুৰি হাটৰ সংস্কৃতি বাঘভেটা মহোৎসৱ

বাঘভেটা জামুগুৰি হাটৰ এটি বিলুপ্ত ঐতিহ্য। জামুগুৰি হাট, অসমৰ শোণিতপুৰ জিলাৰ ঐতিহাসিক গুৰুত্বৰ এটি স্থান। বাঘভেটাৰ ঐতিহ্য লাহে লাহে হেৰাই গৈ এতিয়া লুপ্ত। এতিয়ালৈ আগৰ সেই বনো নাই। আনকি বাঘৰ সংখ্যাওঁ অবিশ্বাস্যভাবে কমি গল। বৰ্তমান সময়ত বাঘৰ লগতে অন্যান্য বনৰীয়া জন্তুৰ বধ অবৈধ ঘোষণা হৈছে। পূৰ্ৱতে জামুগুৰি হাট ও অন্যান্য স্থানত জিয়া-ভৰলী নদীৰ পূবদিশে বাঘ ও অন্যান্য বন্য জন্তুৰ সন্ত্ৰাস লক্ষণীয় আছিল। এই অঞ্চলৰ মানুহৰ আৱাসস্থলৰ পৰা বাঘ বোৰ নোহোৱা কৰিবৰ বাবে জিয়া ভৰলী নদীৰ পূৰ্ব অংশৰ নাগৰিকসকল একত্ৰিত হৈছিল আনকি অতি শীঘ্ৰেএই স্থানত এটি বাঘ ভেটাৰ উৎসৱ অনুষ্ঠিত কৰিবলৈ সম্মত হয়। সেই সময়ত বাঘ হত্যা কৰাটো অপৰাধ নাছিল। বাঘ ধৰিবৰ বাবে গ্ৰাম্য অঞ্চলৰ মানুহ বোৰে মৰাপাতৰ জৰী প্ৰস্তুত কৰিবলৈ আৰম্ভ কৰে। নিৰ্দিষ্ট দিনৰ পূৰ্বেএই উৎসৱৰ খবৰ সমস্ত অঞ্চলত বিয়পাই দিয়া হল। বাঘ ধৰিবৰ বাবে মানুহ বোৰে মৰাপাতৰ প্ৰকাণ্ড জাল আৰু অন্যান্য অস্ত্ৰৰে সৈতে অধিৰ আগ্ৰহেৰে আগবাঢ়ি আহিল।

বাঘ ধৰাৰ পদ্ধতি দুটা আছিল। প্ৰথম পদ্ধতিত, বাঘৰ তিনওঁফালে জাল ব্যবহাৰ কৰা হৈছিল, আৰু আনফালে আছিল বাঘভেটিবলৈ ওলাই অহা সমগ্ৰ জামুগুৰি বাসি ৰাইজ। এই প্ৰক্ৰিয়াত, যদি বাঘটো জালৰ মাজেৰে ওলাই যায়, বা ওলাই যাবলৈ অপ্ৰাণ চেষ্টা কৰে, তেন্তে সেই জাল যি গাঁৱৰ লোকে প্ৰস্তুত কৰিছিল তেওঁলোকে জৰিমনা ভৰিব লগা হৈছিল। সাধাৰণতে এই জালবোৰ নতুন মৰাপাতৰ দ্বাৰা ইমানেই শক্তিশালী কৈ গুঁঠিছিল যে, বাঘে সেই জাল কোনো ৰকমেই ফালিব পৰা নাছিল। যদি বাঘে জাল ফলাৰ চেষ্টাওঁ কৰে, তেন্তে বাঘভেটা ৰাইজে বলমৰ দ্বাৰা হানি-খুচি বাঘটোক অৱশ কৰি পেলাইছিল।

দ্বিতীয় পদ্ধতিত, এটা চিকাৰএটা মৰা ছাগলী বা অন্য কোনো প্ৰাণী বাঘ ধৰিবলৈ ব্যবহৃত হৈছিল। ফাঁপা জাপৰ দৰে এটা খাঁচা প্ৰস্তুত কৰা হয় ইয়াৰ ভিতৰত চিকাৰটোক এনেভাৱে ৰখা হয় যে সঁজাটোৰ ভিতৰত সোমাই চিকাৰটোক খাবলৈ ললেই সঁজাটোৰ দৰ্জাখন বন্ধ হৈ বাঘটো বন্দী হৈ পৰে। দৰ্জা বন্ধ কৰি বাঘ ধৰাৰ এই পদ্ধতিটো বাঘজাপে নামেৰে পৰিচিত। ঐতিহ্যবাহী বাঘ ভেটা উৎসৱ অসমত সংস্কৃতিত ৰীতিৰ দৰে প্ৰচলিত হৈছিল। জামগুৰিহাট বাসীৰ এই ঐক্য তথা সাহসৰ প্ৰতিফলন ঘটা বাঘভেটা উৎসৱ আজিৰ দিনত এটি কিংবদন্তি স্বৰূপ হৈ উঠিল।



                                     

4.3. জামুগুৰি হাটৰ সংস্কৃতি কালীয়দমন ভাওনা

ভাওনাৰ বাবে জামুগুৰি হাট বিখ্যাত। এই এলেকাৰ সমস্ত গ্ৰাম্য বাসীয়ে মহাপুৰুষ শঙ্কৰদেৱ ও মহাপুৰুষ মাধবদেবেৰ স্মৰণৰ হেতু ভজন কীৰ্ত্তন কৰে। জামুগুৰি হাটৰ অন্যতম জনপ্ৰিয় ভাওনা হৈছে কোচগাৱৰ কালিয়দমন ভাওনা। এই ভাওনা, কোচগাঁও নামঘৰত শঙ্কৰদেৱৰ তিথিত প্ৰতি বছৰে অনুষ্ঠিত হয়। এই গাঁওখন জামুগুৰি হাট কেন্দ্ৰৰ উত্তৰ পাৰে ২.৫ কিলোমিটাৰ দূৰৈত। সমগ্ৰ জামুগুৰি অঞ্চলৰ লোকে অতি আগ্ৰহেৰে এই ভাওনাত অংশগ্ৰহণ কৰে।

                                     

4.4. জামুগুৰি হাটৰ সংস্কৃতি বৰপুখুৰী পাৰৰ মুকলি বিহু

জামুগুৰি হাট বিহু সংস্কৃতিৰ বাবেও বিখ্যাত। জামুগুৰি হাটৰ বিখ্যাত বিহু বৰপুখুৰী পাৰৰ মুকলি বিহু। জামুগুৰি বাসি ৰাইজে অতি উলহ-মালহেৰে বৰপুখুৰী পাৰৰ এই মুকলি বিহু উদযাপন কৰে। এই উৎসৱ প্ৰতিবছৰে এপ্ৰিল মাহত অনুষ্ঠিত হয়। এই মুকলি বিহু জামুগুৰিবাসি ৰাইজৰ দ্বাৰা গঠিত এখন বিহু কমিটিৰ দ্বাৰা পৰিচালিত হয়। বিহু অনুষ্ঠিত হোৱা এই বৰপুখুৰী পাৰৰ মুকলি ক্ষেত্ৰ জামুগুৰি কেন্দ্ৰৰ পৰা ৩কিলোমিটাৰ দক্ষিণ দিশে অৱস্থিত। অসমৰ বিভিন্ন স্থানৰ পৰা প্ৰতিবছৰে ৩০তকৈ ও অধিক দলে এই উৎসৱত অংশগ্ৰহণ কৰে।

                                     

4.5. জামুগুৰি হাটৰ সংস্কৃতি বোকা খেছা ভাওনা

জামুগুৰি হাটৰ আন এটি জনপ্ৰিয় সংস্কৃতি হল বোকা খেছা ভাওনা প্ৰতি বছৰে এই ভাওনা জামুগুৰি কেন্দ্ৰৰ পৰা ৩ কিলোমিটাৰ নিলগৰ পাতলৰচুক গাঁৱত অনুষ্ঠিত হৈ আহিছে। ২৫৬ বছৰ পূৰ্ণ কৰা এই ভাওনা গাঁও বাসীয়ে জন্মাষ্টমীৰ সময়ত বৰ ধুমধামৰে উদযাপন কৰে। অন্যান্য ভাওনাৰ পৰা এই ভাওনা পৃথক। গাঁৱৰ মূল নামঘৰৰ বাটচৰাৰ কাষতে গাঁৱৰ ৰাইজে এটা পুখুৰী খান্দি তাত মাটি আৰু পানীৰ মিশ্ৰণৰে বোকা কৰে। দিনৰ ভাগত এখন হাস্য ৰসিক ভাওনাৰো পৰিৱেশন কৰা দেখা যায়। গাঁৱৰ ডেকা বোৰে ভাওনাৰ দিনা এই বোকা খেচি ইজনে সিজনলৈ বোকা দলিয়াই ৰঙ-ধেমালি কৰে। এই ভাওনা উপভোগ কৰিবলৈ সমগ্ৰ গাঁও বাসীৰ লগতে ওচৰ চুবুৰীয়া গাঁৱৰ লোকেও আগ্ৰহ কৰে।

                                     

5. জামুগুৰিহাটৰ ঐতিহাসিক ক্ষেত্ৰ সমূহ

পিঠাগুড়ি দল

এই দলটো কুসুমতোলাত অৱস্থিত। অৰিমত্ত ৰজাৰ দিনত এই দলৰ সৃষ্টি হৈছিল। ঐতিহাসিক পৰ্যবেক্ষণ অনুসৰি এই দলটি পিঠাগুড়ি চাউলৰ গুড়িৰ দ্বাৰা নিৰ্মিত হৈছিল।

হুকাই পুখুৰী

এই পুখুৰীটো ও জামুগুৰি হাটৰ আন এটি ঐতিহাসিক পুখুৰী, এই পুখুৰী হুকাই ভূঞাৰ তত্ত্বাৱধানত তেওঁৰ ৪নং কন্যাই গা ধুবলৈ খনন কৰাইছিল। পাচিগাঁও হুকাই পথাৰৰ কাষতে এই পুখুৰীটো আছে।

শুক্লেশ্বৰ দেৱালয়

জামুগুৰি হাটৰ মূল কেন্দ্ৰৰ পৰা প্ৰায় ৪কিলোমিটাৰ দূৰৈৰ কোচগাঁৱত এই দেৱালয় অৱস্থিত। ইতিহাস মতে ৰজা ৰুদ্ৰসিংহৰ কৰ্তৃত্বত এই দেৱালয় খনৰ নিৰ্মাণ হৈছিল।

বুঢ়া গোঁসাই দেৱালয়

এই দেৱালয়খন আহোম যুগত ৰজা ৰুদ্ৰসিংহ তত্ত্বাৱধানত নিৰ্মিত। জামুগুৰি হাটৰ মূল কেন্দ্ৰৰ পৰা প্ৰায় ৪কিলোমিটাৰ নিলগৰ নন্দিকেশ্বৰ গাঁৱত এই দেৱালয়খন অৱস্থিত।

                                     

5.1. জামুগুৰিহাটৰ ঐতিহাসিক ক্ষেত্ৰ সমূহ পিঠাগুড়ি দল

এই দলটো কুসুমতোলাত অৱস্থিত। অৰিমত্ত ৰজাৰ দিনত এই দলৰ সৃষ্টি হৈছিল। ঐতিহাসিক পৰ্যবেক্ষণ অনুসৰি এই দলটি পিঠাগুড়ি চাউলৰ গুড়িৰ দ্বাৰা নিৰ্মিত হৈছিল।

                                     

5.2. জামুগুৰিহাটৰ ঐতিহাসিক ক্ষেত্ৰ সমূহ সুকান পুখুৰী

এই পুখুৰীটোও ৰজা অৰিমত্তৰ তত্ত্বাৱধানত খনন কৰা হৈছিল, কিন্তু বহুখিনি গভীৰলৈ খণ্ডাৰ পিছতো এই পুখুৰীৰ পানী নোলাল, অৱশেষত ঐশ্বৰিক কিবা বিশেষত্ব থকা বুলি ৰজাই পুখুৰীটো তেনেকৈয়ে এৰিলে। পানী নোলোৱা বাবে এই পুখুৰীটো শুকান পুখুৰী বা শুকানী পুখুৰী নামে জনাজাত হল। কুসুমতোলা মূল কেন্দ্ৰৰ পৰা, ১৫নং ৰাষ্ট্ৰীয় ঘাই পথৰ উত্তৰে প্ৰায় ৫০০মিটাৰ দূৰৈত এই পুখুৰীটো আছে। বৰ্তমান নদুৱাৰ নাথ যোগী পৰিষদৰ দ্বাৰা এই পুখুৰীৰ কাষতেই এটা শিৱমন্দিৰ নিৰ্মাণ কৰা হৈছে।

                                     

5.3. জামুগুৰিহাটৰ ঐতিহাসিক ক্ষেত্ৰ সমূহ হুকাই পুখুৰী

এই পুখুৰীটো ও জামুগুৰি হাটৰ আন এটি ঐতিহাসিক পুখুৰী, এই পুখুৰী হুকাই ভূঞাৰ তত্ত্বাৱধানত তেওঁৰ ৪নং কন্যাই গা ধুবলৈ খনন কৰাইছিল। পাচিগাঁও হুকাই পথাৰৰ কাষতে এই পুখুৰীটো আছে।

                                     

5.4. জামুগুৰিহাটৰ ঐতিহাসিক ক্ষেত্ৰ সমূহ শুক্লেশ্বৰ দেৱালয়

জামুগুৰি হাটৰ মূল কেন্দ্ৰৰ পৰা প্ৰায় ৪কিলোমিটাৰ দূৰৈৰ কোচগাঁৱত এই দেৱালয় অৱস্থিত। ইতিহাস মতে ৰজা ৰুদ্ৰসিংহৰ কৰ্তৃত্বত এই দেৱালয় খনৰ নিৰ্মাণ হৈছিল।

                                     

5.5. জামুগুৰিহাটৰ ঐতিহাসিক ক্ষেত্ৰ সমূহ নৰোৱা থান

এই থানখন জামুগুৰি হাটৰ দিকৰাই গুৰি গাঁৱত অৱস্থিত। এই থানতেই এসময়ত মহাপুৰুষ শংকৰদেৱে ভকত সকলৰ সৈতে সত্ৰীয়া সংস্কৃতিৰ চৰ্চা কৰিছিল। এই থানত এটা বহু পুৰণি কুঁৱা আছে, এই কুঁৱাটো গুৰুজনাই পানী খোৱাৰ নিমিত্তে ব্যৱহাৰ কৰিছিল।

                                     

6.1. জামুগুৰি হাটৰ সাংস্কৃতিক কেন্দ্ৰ বাপুজী ভৱন নাট্য সমাজ

বাপুজী ভৱন নাট্য সমাজ জামুগুৰি হাটৰ এটি অনুষ্ঠান। এই অনুষ্ঠানটি জামুগুৰি হাট কেন্দ্ৰৰ মাজ মজিয়াত জামুগুৰি-চকীঘাট পথৰ বাঁও ফালে, জামুগুৰি চৰকাৰী চিকিৎসালয়ৰ সমুখত অৱস্থিত। এখন পৰিচালনা সমিতিৰ তত্ত্বাৱধানত এই অনুষ্ঠানটিৰ কাম-কাজ পৰিচালিত হয়। ইয়াত প্ৰায়ে নাটক ও অন্যান্য সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়। এই অনুষ্ঠানটো শোণিতকোৱঁৰ গজেন বৰুৱাৰ দ্বাৰা প্ৰতিষ্ঠা কৰা হৈছিল।

                                     

6.2. জামুগুৰি হাটৰ সাংস্কৃতিক কেন্দ্ৰ অভিযাত্ৰী কলা কেন্দ্ৰ

অভিযাত্ৰী জামুগুৰি হাটৰ এটি প্ৰধান সাংস্কৃতিক শিক্ষাৰ অনুষ্ঠান। ১৫নং ৰাষ্ট্ৰীয় ঘাই পথাৰ দাঁতিত জামুগুৰি ডাক-বাঙলাৰ সন্মুখত এই অনুষ্ঠানটো আছে। অভিযাত্ৰী কলা কেন্দ্ৰত সত্ৰীয়া নৃত্য, অভিনয়, নাটক,চিত্ৰ-শিল্প, বাদ্য বাদন ইত্যাদি বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ শিক্ষা প্ৰদান কৰা হয়।

                                     

6.3. জামুগুৰি হাটৰ সাংস্কৃতিক কেন্দ্ৰ শঙ্কৰী কলা-কৃষ্টি বিকাশ কেন্দ্ৰ

এই অনুষ্ঠানটি শ্ৰীমন্ত শঙ্কৰদেৱ সংঘ জামুগুৰি শাখাৰ দ্বাৰা প্ৰতিষ্ঠিত শঙ্কৰী সংস্কৃতিৰ চৰ্চা আৰু বিকাশৰ এটি অনুষ্ঠান। অনুষ্ঠানটো জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কাষতে অৱস্থিত।

                                     

6.4. জামুগুৰি হাটৰ সাংস্কৃতিক কেন্দ্ৰ অভিলাষ কলা কেন্দ্ৰ

অভিযাত্ৰী কলা কেন্দ্ৰৰ এটি শাখা হল এই অভিলাষ কলা কেন্দ্ৰ। বৰ্তমান এই শাখাটোৱে সাময়িকভাবে উত্তৰ জমুগুৰি ছোৱালী এম.ই. স্কুলত, ফাইন আৰ্ট আদিৰ শিক্ষা প্ৰদান কৰে। বৰ্তমান পৰ্যন্ত শাখাটো স্থায়ী প্ৰশিক্ষণ কেন্দ্ৰ প্ৰতিষ্ঠান হিচাপে স্থাপনৰ হেতু কোনো চৰকাৰী সহায়তা লাভ কৰা নাই।

                                     

6.5. জামুগুৰি হাটৰ সাংস্কৃতিক কেন্দ্ৰ একটিং একাডেমী

এই একাডেমীখন আজিৰ পৰা মাত্ৰ কেইটিমান বছৰ আগেয়ে এদল উচ্চাভিলাষী যুৱকৰ দ্বাৰা অভিনয় শিল্পৰ এটি ভাল পৰিৱেশ তৈয়াৰ কৰাৰ উদ্দেশ্যে ধলাইবিলত প্ৰতিষ্ঠিত হৈছিল। এই একাডেমীত মূলত এক চৰিত্ৰৰ নাটকৰ অভিনয়ৰ প্ৰশিক্ষণ দিয়া হয়। প্ৰতিষ্ঠা কালৰে পৰা অসম তথা ভাৰতৰ বিভিন্ন অংশত এক চৰিত্ৰৰ অভিনয় নাটক প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ উপৰিও বিচাৰকৰ দ্বাৰা অনেক বাৰ ভূষিত হৈছে। সাংস্কৃতিক কৰ্মী হিচাপে বৰ্তমান এই সংস্থাৰ অধিকৰ্তা হল শীশীৰ বৰঠাকুৰ। ইয়াৰোপৰি জামুগুৰিহাটৰ প্ৰায় সংখ্যক গাঁৱতেই সংস্কৃতিৰ চৰ্চা হৈ আহিছে, ওপৰত উল্লিখিত অনুষ্ঠান সমূহৰ লগতে পাঞ্চজন্য সত্ৰীয়া অনুষ্ঠান, মাধৱ-প্ৰদীপ সংস্কৃত টোল আদিও উল্লেখযোগ্য।

                                     

7. চৰকাৰী-বেচৰকাৰী সংস্থা

জামুগুৰি হাটত বহুকেইটা চৰকাৰী তথা বেচৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠান আছে। অঞ্চলটোৰ সুৰক্ষাৰ হেতু জামুগুৰি হাট কেন্দ্ৰৰ নিচেই কাষতে জামুগুৰি পুলিচ ষ্টেচন আছে। ইয়াৰোপৰি ৩০খন বিছানাৰ ক্ষমতাৰে এখন চৰকাৰী চিকিৎসালয়ধলাইবিল, এখন প্ৰাথমিক চিকিৎসালয়জামুগুৰি কেন্দ্ৰ, মুঠ পাঁচটা জাতীয় বেংক,এটা প্ৰধান পোষ্ট অফিচ তথা তিনিটা উপ-পোষ্ট অফিচ জামুগুৰিহাটত আছে। আনহাতে ভাৰতীয় ষ্টেট বেংকৰ এটি শাখাও জামুগুৰিহাটত নতুনকৈ প্ৰতিষ্ঠিত হৈছে।

                                     
  • ত য গব ৰ হ ম বৰ ৱ মহ ব দ য লয হ ছ শ ণ তপ ৰ জ ল ৰ অন তৰ গত নদ ৱ ৰৰ জ ম গ ৰ হ ট অঞ চলৰ এখন উচ চ শ ক ষ ৰ প ৰত ষ ঠ ন চনত এই মহ ব দ য লয খনৰ প ৰত ষ ঠ
  • শলগ ৰ সত ৰ : - অৱস থ ত জ ম গ ৰ ৰ শলগ ৰ গ ও কৰত প ৰ সত ৰ: - অৱস থ ত জ ম গ ৰ হ ট বৰ ল মৰ সত ৰ : - অৱস থ ত ত জপ ৰৰ দআট গ ও আ হতগ ৰ সত ৰ : - অৱস থ ত
  • শলগ ৰ সত ৰ : - অৱস থ ত জ ম গ ৰ ৰ শলগ ৰ গ ও কৰত প ৰ সত ৰ: - অৱস থ ত জ ম গ ৰ হ ট বৰ ল মৰ সত ৰ : - অৱস থ ত ত জপ ৰৰ দআট গ ও আ হতগ ৰ সত ৰ : - অৱস থ ত
  • ৰ ধ ক ম হন ভ গৱত ৰ ধ ক ম হন ভ গৱত ফ ইল ফট জন ম জ ম গ ৰ হ ট শ ণ তপ ৰ, অসম ম ত য ছ প ট ম বৰ, চন গ ৱ হ ট প ছ স ব দ ক, স হ ত য ক, সম ল চক
                                     
  • গজ ন বৰ ৱ জন ম ড ক স ন দৰ গ ও, জ ম গ ৰ হ ট শ ণ তপ ৰ, অসম ম ত য জ ন ৱ ৰ ভ ষ অসম য ৰ ষ ট ৰ য ত ভ ৰত য ন গৰ কত ব ভ ৰত য উল ল খন য কৰ মৰ জ
  • পদ ম হ জৰ ক সদস য, অসম ব ধ ন সভ সমষ ট চত য ব যক ত গত তথ য জন ম জ ম গ ৰ হ ট অসম, ভ ৰত ৰ ষ ট ৰ য ত ভ ৰত য ৰ জন ত ক দল ভ ৰত য জনত প ৰ ট বৰ তম ন
  • শইক য ঢ ক য ল, গ ল ঘ ট ড ম ব শ বৰ ন ওগ ব ধ শ বৰ শইক য জ ম গ ৰ হ ট শ ণ তপ ৰ হৰম হন দ স গ ল ক ক কত ক ৱৰ ট ল, কল য বৰ ড ম ব শ বৰ
  • ক ষ ৰধৰ বৰ ৱ জন ম চ প ত ম বৰ, চন জ ম গ ৰ হ ট অসম ভ ষ অসম য ৰ ষ ট ৰ য ত ভ ৰত য ন গৰ কত ব ভ ৰত য শ ক ষ গ ৱ হ ট ব শ বব দ য লয ৰ পৰ স ন তক ত তৰ
                                     
  • ব দ য লয ব জ ৰ দৰ ত ত য শত ব দ বৰ মধ য জ ম গ ৰ হ ইস ক ল জ ম গ ৰ হ ট শ ণ তপ ৰ চত ৰ থ চয ন ক গ স ব ম প ত দৰ ব দ য প ঠ দৰ চত ৰ থ

Users also searched:

জমগৰহট, জামুগুৰিহাট, অসমৰ নগৰ-মহানগৰ. জামুগুৰিহাট,

...

Encyclopedic dictionary

Translation

Assame Houses & Villas for rent in Tezpur OLX.

ভূমিকম্পৰ ফলত চতিয়া সমষ্টিৰ জামুগুৰিহাটৰ ভিন্ন প্ৰান্ততো বিস্তৰ ক্ষতি সাধন হোৱা দেখা যায় । জামুগুৰিহাট কেন্দ্ৰস্থিত ডাকঘৰ আৰু টেলিফোন কেন্দ্ৰৰ সীমাৰ. শংকৰী সংস্কৃতিৰ স্বৰ্ণসৌধঃ কৃষি. Logo অসম দেশ বিশ্ব জীৱনশৈলী খেল ফটো ভিডিঅ LIVE TV Corona Explained. Search. মুখ্যপৃষ্ঠা জামুগুৰিহাট. জামুগুৰিহাট. জামুগুৰিহাট All Results. সকলো খবৰ ফটো ভিডিঅ. No stories found matching this criteria.





Mou Mouchaq.

তৃতীয়: নীহাৰ নীলিম বুঢ়াগোহাঁই শিৱসাগৰ কাব্যশ্ৰী বৰপাত্ৰ গুৱাহাটী নিহাৰিকা বৰা​ জামুগুৰিহাট,গেৰেকীচুক. উদগনি ক্ৰমে: ৰিদীপ সোণোৱাল তিনিচুকীয়া কাশ্মীৰী. ৰাসত কৃষ্ণৰ কান্দোনৰ মাত উলিওৱাৰ. ত্যাগবীৰ হেম বৰুৱা মহাবিদ্যালয়ত নিযুক্তি ২০২০ত্যাগবীৰ হেম বৰুৱা মহাবিদ্যালয়,জামুগুৰিহাট ত হায়াৰ চেকেণ্ডাৰী বাবে সহকাৰী অধ্যাপক পদত ইচ্ছুক প্ৰাৰ্থী ৰ. Uncategorized Archives ADITINEWS. ভংগকাৰীৰ ওপৰত চলালে… admin May 8, 2021. জামুগুৰিহাট শুক্ৰবাৰে চতিয়াত নদুৱাৰ ৰাজহ চক্ৰ বিষয়া ড° আকাশদ্বিপ কাকতি আৰু চতিয়া আৰক্ষী দলে কভিড বিধি অমান্যকাৰীৰ ওপৰত…. আৰম্ভ হল জামুগুৰিহাটৰ বাৰেচহৰীয়া. আনহাতে জামুগুৰিহাট আৰক্ষী থানাতো গুন বৰুৱা নামৰ ঔষধ ব্যৱসায়ীজনে ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল কৰিছে৷ ভুৱা অভিযুক্তজনৰ ঘৰ ঊড়িষ্যাত। অসম খবৰ গুৱাহাটী ভুৱা.


Basundhara GAS Agency Jamugurihat Organization Placedigger.

পুলুৱামাৰ স্বহীদসকলোলৈ শ্ৰদ্ধাঞ্জলী কাশ্মীৰত মৃত্যুবৰণ কৰা বীৰ শহীদসকললৈ শ্রদ্ধাঞ্জলি সদ্ধিদাতা ক্লাব । জামুগুৰিহাট শােণিতপুৰ. jai hind পুলুৱামাৰ স্বহীদসকলোলৈ. Jamuguri hat, Sonitpur, অসম Public Places Jamugurihat. বিতুপন বৰা ন দুৱাৰ জাতীয় বিদ্যালয়, জামুগুৰিহাট, শােণিতপুৰ. চন্দন নাথ. পুঠিমাৰী জাতীয় বিদ্যালয়, পুঠিমাৰী, শােণিতপুৰ. স্মীতা দাস. যমুনামুখ জাতীয় বিদ্যালয়, যমুনামুখ,.





সাহিত্য অন্বেষণৰ উদ্যোগত সদৌ অসম.

জামুগুৰিহাটৰ পৰা চন্দন শৰ্মাৰ প্ৰতিবেদন, ১৫ অক্টোবৰঃ ভূমিহীন খিলঞ্জীয়াক ভূমিৰ ৷ এই মন্তব্য চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ ৷ কালি জামুগুৰিহাট বাপুজি ভৱনত. জামুগুরিহাট টাউন, সনিপুর, আসাম ইউটিউব. শিলৰ চোলা ।। ষ্টাফ ৰিপৰ্টাৰ, ক. প্রতিনিধি, ডিফু, ৩ এপ্রিল ও ডিফু কোষাগাৰত জাপে প্রতিবেদক, জামুগুৰিহাট, ৩৪ উত্তৰ পূবত এতিয়. জাপে ওলাইছে কেৱল টকা আৰু টকা। কোষাগাৰ. The Inside Story Headline 8. গণস্তম্ভ সেৱা,নদুৱাৰ জামুগুৰিহাট ও কংগ্ৰেছ বিগত ৬০ বছৰীয়া. শাসনকালত উন্নয়নৰ নামত কৰা প্ৰতাৰণাৰ বিপৰীতে বিজেপিয়ে. গণস্তম্ভ, পশ্চিম নলবাৰী, দিগন্ত. ৰাজ্যখনত ৬০ মাহত. Main Stories – Publicpressassam. জামুগুৰিহাট গুৱাহাটী ফৰাম আৰু হিতেশ্বৰ শইকীয়া ফাউন্ডেশ্যনৰ এটি ইতিবাচক পদক্ষেপ ৷ লাইক শ্বেয়াৰ.


চতিয়া আৰু জামুগুৰিহাট, বিশ্বনাথত.

হােৱাৰ ফলস্বৰূপে এটা পুৰুষৰপৰা আন এটা. পুৰুষলৈ প্রবাদ প্রবচন, ফকৰা যােজনা, পটন্তৰৰৰূপত বাগৰি আহে বাবে কোৱা হয়. মুখ​।. ৪০ সংবাদদাত্রী, তামুলী, কুলদা জামুগুৰিহাট ৫৮. চতিয়া সমষ্টিত ভূমিহীন ৩০৭ টা. ৷ আনহাতে শিশুটিৰ অভিভাৱকে কিয় এনেদৰে শিশুটিৰ ওপৰত অত্যাচাৰ চলাবলৈ দিলে সেইয়া হৈ পৰিছে ৰহস্যৰ বিষয় ৷ জামুগুৰিহাটৰ পানপুৰত অনুষ্ঠিত হৈছিল এই ৰাস ৷. TAGS abused. OUR CORRESPONDENT – Publicpressassam. উত্তৰ জামুগুৰিহাট জামুগুৰিহাটৰ ত্যাগবীৰ হেমবৰুৱা মহাবিদ্যালয়তো উপস্থিত হয়হি ৰত্নাকৰৰ পৰিচালক, অভিনেতা যতীন বৰা, অভিনেত্রী বৰষাৰাণী বিষয়া আৰু. Bp mandal Author on ShareChat আই লাভ শ্বেয়াৰ. ১৮, জামুগুৰিহাট, শ্ৰী ৰাজীৱ কৈৰী, শোণিতপুৰ. ১৯, জাগিৰোড, শ্ৰী বিৰিঞ্চি পৰাণ বৈশ্য ​দ্বৈত দায়িত্ব, মৰিগাওঁ. ২০, যোৰহাট, শ্ৰী জে. এন. বুঢ়াগোঁহাই, যোৰহাট. ২১, কোকোৰাঝাৰ, শ্ৰীমতী.


সাংস্কৃতিক কেন্দ্ৰ আৰু.

কেৱল আনুষ্ঠানিকতাহে ৰক্ষা, জামুগুৰিহাট পূজা কমিতিৰ দোকানৰ নাই কোনো সমাহাৰ৷ ষষ্ঠীৰ দিনটোত জামুগুৰিহাটৰ পূজা সমিতিসমুহৰ কেৱল তিনিখন কমিতিয়েহে কেৱল মাত্ৰ. ১১ অক্টোবৰত মুক্তি পাব যতীন বৰাৰ. জামুগুৰিহাট ২৭ মে শোণিতপুৰ জিলাৰ জামুগুৰিহাটত ক্ৰমাৎ বৃদ্ধি পাই অহা কৰণা মহামাৰীৰ বাবেই ইখনৰ পাচত সিখন গাওঁ কৰা হৈছে. Read more ASSAM & NE. জামুগুৰিহাটৰ সমাজ প্ৰাণ জগত. চতিয়া আৰু জামুগুৰিহাট, বিশ্বনাথত জলপ্রলয়ৰ আশংকা এই নতুন মথাউৰিটোও যে লুইতত জাহ যাব, সেইটো স্পষ্ট হৈ পৰিছে আৰু এই মথাউৰিটো ছিগিলেই চতিয়া, জামুগুৰিহাট আৰু​. জামুগুৰিহাটৰ কুসুমটোলাৰ এটিএম. Возможно, вы имели в виду:. Jamugurihat, NH 52, Jamugurihat 2021 FindGlocal. পুত্ৰমোহত অন্ধ হোৱা মোৰ অন্ধ স্বামী পুত্ৰশোকত এতিয়া হোৱা দগ্ধ তুমি. চন্দন কুমাৰ দাস পানপুৰ, জামুগুৰিহাট ৮৬৩৮৯৮০৯৪৫. স্বেয়াৰ কৰক আপোনাৰ পচন্দৰ চছিয়েল মেডিয়াত.





মই গান্ধাৰী চন্দন কুমাৰ দাস.

নিয়মীয়া বার্তা, জামুগুৰিহাট, ২৬ নৱেম্বৰঃ জামুগুৰিহাটৰ এগৰাকী প্রচাৰবিমুখ যুৱ ভাস্কর্য শিল্পী ৷ নাম তজিৰুল হক ৷ যিগৰাকী যুৱ ভাস্কর্য শিল্পীৰ হাতৰ পৰশত এতিয়া প্রাণ. আপোনাৰ কভিড জয়ৰ কাহিনী v.in. সুত্ৰধাৰ,বায়ন,বিহুৱা,ঢুলীয়া আদি সকলো দিশতে পাৰ্গত জামুগুৰিহাটৰ কোঁচগাঁৱৰ যায়৷ সাংস্কৃতিক কৰ্মী জুমনি শইকীয়াৰ মৃত্যুত সমগ্ৰ জামুগুৰিহাট শোকস্তব্ধ. শুকুৰবাৰে জামুগুৰিহাটত Asomiya Pratidin. Assame in Tezpur Tolet @ Madhab, Jamugurihat, Sonitpur. ₹ 1.0001 Bds 1 Ba 700 ft2Tolet @ Madhab, Jamugurihat, Sonitpur Home For Rent ঘৰভাড়া মাহে দুশ টকা, মাধৱ গাওঁ, জামুগুৰিহাট First floor for rent roadside room 3 ROOM HOUSE FOR RENT 2bedroom flat with attached. Faizabad, Faizabad फैज़ाबाद: गोसाईगंज. শংকৰী সংস্কৃতিৰ স্বৰ্ণসৌধঃ জামুগুৰিহাটৰ বাৰেচহৰীয়া ভাওনা আপুৰুগীয়া সংস্কৃতিৰ ধ্বজাবাহক শোণিতপুৰ জিলাৰ জামুগুৰিহাট অঞ্চলৰ ৰাইজৰ আয়ুসৰেখা বাৰেচহৰীয়া ভাওনা.





নিমন্ত্ৰণী শৰাই সবিনয় Quotes & Writings.

জামুগুৰিহাটৰ ছাত্ৰ পৰাশৰৰ কৃতিত্ব শিক্ষা বিভাগৰ অনলাইন ৰচনা প্ৰতিযোগীতাত জামুগুৰিহাট, ৪ অক্টোবৰ ৰাষ্ট্ৰীয় পোষণ মাহ উপলক্ষে শিক্ষা বিভাগে অনুষ্ঠিত কৰা. প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে. OTHER PLACES NEAR BASUNDHARA GAS AGENCY. Basundhara GAS Agency JAMUGURIHAT 0.00 Miles Away THB College Jamugurihat Jamugurihat, Assam, India 0.00 Miles Away Jamugurihat, India 33.69 Miles Away Jamuguri B.chariali 34.12 Miles Away অজিত পাণ ঘৰ, জামুগুৰিহাট. NH 15.


Kusumtola.

গন বাৰ্তা জামুগুৰিহাটঃ ৭ জানুৱাৰীঃ সমাজ, সাহিত্য, সংস্কৃতিৰ উৰ্বৰ ভূমি, নামঘৰ নগৰী জামুগুৰিহাটৰ এগৰাকী বিশিষ্ট সমাজ কৰ্মী, কৃতী শিক্ষক জগত চন্দ্ৰ দাসে আজি ৭. নিয়মীয়া বাৰ্তা, Author at নিয়মীয়া. Other places nearby: Itakhola, Assam, India 6.7 1113 metres away জামুগুৰিহাট 7.1 NH 15 9817 metres away 6.9 Jamugurihat 6.5 Biswanath Chariali 5.9 Januguri, Assam, India 5.9 Kusumtola 5.4 Madhab Gaon, Jamugurihat 5.3 12th Assam Police 5 Jamugurihat → More places nearby. 1 page 17 December.P65 Dainik Agradoot. ASSAM TIMES POST তেজপুৰ: অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত আৰু শোণিতপুৰ জিলা প্ৰশাসনৰ সহযোগত জামুগুৰিহাটৰ পৰিদৰ্শন বাংলাত আজি বিশাল ৰাইজৰ সমাগমত এক. First four pages Block 2.pmd E SLM KKHSOU. শইকীয়া। ১৯৭৬ত জন্ম হােৱা প্রয়াত. ব্যক্তিগত আর্থিক দুৰৱস্থাকো। উপৰি নলবাৰী, জামুগুৰিহাট. পৰিৱেশন কৰি সেই সময়ত. ৰাজকুমাৰ, নাদ, ইন্দ্ৰ আদি ভাও কৰা. গার্গৰ গীত.





উদীয়মান সাংস্কৃতিক কৰ্মী জুমণি.

জামুগুৰিহাটৰ পাঞ্চঁজন্য গোটৰ কৃষিপামত বিধ্বংসী অগ্নি কাণ্ড, জীৱ জন্তুুকে ধৰি প্ৰায় ৮লাখ টকাৰ সামগ্ৰী ভস্মীভূত. @​phanindra690. 0 views. @phanindra690. @phanindra690. Your browser does not. জামুগুৰি ব্যৱসায়ী সন্থাৰ উদ্যোগত. 0.00 Miles Away জামুগুৰিহাট 2.93 37.24 Miles Away Gamiripal 3.4 37.58 Miles Away Madhab Gaon, Jamugurihat 3.31 37.78 Miles Away Gowalpam 2.6 Po Gamiripal Ps Jamugurihat Dist Sonitpur State Assam Pin ​784180 37.78 Miles Away অজিত পাণ ঘৰ, জামুগুৰিহাট 1.47 NH 15. কৃষি বিভাগৰ ২ কোটি ৪৪ লাখৰ - Redtimes. জামুগুরিহাট ভারতের আসাম রাজ্যর সোনিতপুর জেলার একটি শহর town শহরটি ব্রহ্মপুত্র নদীর উত্তরে অবস্থিত। জামুগুরিহাট 244 কিলোমিটার চ. জামুগুৰিহাটৰ ছাত্ৰ পৰাশৰৰ কৃতিত্ব. আজিৰে পৰা ব্যাপক উৎসাহ উদ্দীপনাৰে আৰম্ভ হ​ল দুই শতিকা পাৰ কৰা জামুগুৰিহাটৰ বিখ্যাত বাৰেচহৰীয়া ভাওনা। ৰাজনাথ সিঙে কৰিলে শুভাৰম্ভ।.


Dekorai Tea Estate.

যুঁজ দিও ৷ চৰকাৰে বান্ধি দিয়া নিয়মবোৰ পালন কৰক ৷ ঘৰৰ পৰা অনাহকত বাহিৰ নোলাব ৷ সজাগতা আৰু সতৰ্কতাই হল আমাৰ প্ৰধান অস্ত্ৰ ৷ হিমাংশু ৰঞ্জন ভূঞা, যুৱলেখক, জামুগুৰিহাট. বিশ্বনাথ চাৰিআলিত ড্ৰাগছ G Plus. জামুগুৰিহাটৰ সংগীয়া মাজৰ চুক গাঁৱৰ ঐতিহাসিক দেঁওপুখুৰী. নানান লৌকিক কাহিনীৰে ভৰপুৰ প্ৰায় ১৪ বিঘা মাটি জুৰি থকা মোৰ আপোন গাঁও সংগীয়া মাজৰ চুক গাঁৱৰ. ভূমিকম্পত চতিয়াৰো ভিন্ন প্ৰান্তত. জামুগুৰিহাটৰ কুসুমটোলাৰ এটিএম চুৰি। ​১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ নিচেই কাষতে থকা এছবিআইৰ এটিএম গৃহটিৰ ছাটাৰ কাটি প্ৰবেশ কৰা দুষ্কৃতিকাৰীৰ দলটোৱে এটিএমটো ভাঙি. Untitled. বিবাহ স্থলীৰ ঠিকনা: নিজা বাসগৃহ, অভয়পুৰীয়া, জামুগুৰিহাট, জাঁজী, শিৱসাগৰ ​বাৰ্তা যোগে নিমন্ত্ৰণ দিব লগা হোৱাৰ বাবে দুঃখিত।. nimntrnnii shraai sbinyy nmskaar grhnn krib rngaalii bihur. কেৱল আনুষ্ঠানিকতাহে ৰক্ষা. নিহাৰ শৰ্মা, জামুগুৰিহাট: ৰাজ্যৰ চৌদিশে বিহুৰ উখল মাখল পৰিৱেশ৷ ঢোল পেঁপাৰ মাজত কৰি শিল্পী গজেন শইকীয়াই প্ৰতীক গঁড় সাজি তেঁও জামুগুৰিহাটৰ ৰাজপথত প্ৰতিবাদ.


Untitled Election Commission of India.

অসম জামুগুৰিহাট NE daily ২৭ ১১ ২০২০ কন্যকা বহুমূখী পামত আহিনৰ মাদকতা. Untitled Assam Jatiya Bidyalay. বন্ধন বেংকৰ শিৱসাগৰ জিলাৰ জামুগুৰিহাট শাখা বন্ধন বেংকৰ প্ৰশংসনীয় পদক্ষেপ।​বৃহত্তৰ অঞ্চলটোৰ বহু গোটক কেইবা কৌটি টকা ঋণ প্ৰদান কৰি আগবঢ়াই দিছে স্বাৱলম্বিতাৰ দিশে।.





...
Free and no ads
no need to download or install

Pino - logical board game which is based on tactics and strategy. In general this is a remix of chess, checkers and corners. The game develops imagination, concentration, teaches how to solve tasks, plan their own actions and of course to think logically. It does not matter how much pieces you have, the main thing is how they are placement!

online intellectual game →