Back

ⓘ ২২ নৱেম্বৰ. আজি লেবাননৰ স্বাধীনতা দিৱস। ১৭৭৪ চনত ভাৰতৰ ব্ৰিটিছ প্ৰশাসক ৰবাৰ্ট ক্লাইভৰ মৃত্যু। ১৮০৯ চনত আধুনিক কল্মৰ আৱিষ্কাৰ৷ ১৮৬৪ চনত ভাৰতৰ ঔপনিৱেসিক অনুশীলনকা ..



                                     

ⓘ ২২ নৱেম্বৰ

আজি লেবাননৰ স্বাধীনতা দিৱস।

১৭৭৪ চনত ভাৰতৰ ব্ৰিটিছ প্ৰশাসক ৰবাৰ্ট ক্লাইভৰ মৃত্যু।

১৮০৯ চনত আধুনিক কল্মৰ আৱিষ্কাৰ৷

১৮৬৪ চনত ভাৰতৰ ঔপনিৱেসিক অনুশীলনকাৰী প্ৰথম মহিলা চিকিৎসক ডাঃ ৰুক্ষ্মাবাই ৰাউতৰ জন্ম৷

১৮৬৯ চনত ফৰাচীৰ ঔপনাসিক ন’বেল বিজয়ী ঔপনাসিক আন্দে পল গুইল্লোম জিদৰ জন্ম।

১৮৮৪ চনত সাহিত্যিক আল্লামা নাদবীৰ জন্ম৷

১৮৮৯ চনত ভাৰতৰ নৱম লোকসভা নিৰ্বাচন আৰম্ভ৷

১৮৯২ চনত ভাৰতপ্ৰেমী ইংৰাজী মীৰা বেনৰ জন্ম৷

১৯৩৯ চনত সমাজবাদী পাৰ্টিৰ মুৰব্বী মুলায়ন সিং যাদৱৰ জন্ম।

১৯৪৩ চনত লেবাননৰ স্বাধীনতা লাভ।

১৯৪৩ চনত ৰাজনীতিবিদ মূলায়েম সিং যাদৱৰ জন্ম৷

১৯৫৬ চনত অষ্টেলিয়াৰ মেলবৰ্ণত ১৬ তম অলিম্পিক গেমছ আৰম্ভ।

১৯৬৩ চনত আমেৰিকাৰ ৰাষ্ট্ৰপতি জন ফিৎজাৰেল্ড কেনেডীৰ মৃত্যু।

১৯৮৭ চনত লোক-সঙ্গীতজ্ঞ হেমাংগ বিশ্বাসৰ মৃত্যু৷

১৯৯১ চনত আফ্ৰিকাৰ প্ৰথম ব্যক্তি হিচাপে ইজিপ্তৰ বোট্ৰাছ ঘালী ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান হিচাপে নিৰ্বাচিত।

Free and no ads
no need to download or install

Pino - logical board game which is based on tactics and strategy. In general this is a remix of chess, checkers and corners. The game develops imagination, concentration, teaches how to solve tasks, plan their own actions and of course to think logically. It does not matter how much pieces you have, the main thing is how they are placement!

online intellectual game →