Back

★ কামপুৰ - অসমৰ নগৰ-মহানগৰ ..



কামপুৰ
                                     

★ কামপুৰ

অসমৰ নগাঁও জিলাৰ প্ৰসিদ্ধ কপিলী নৈৰ উত্তৰ-দক্ষিণ দুয়োপাৰ জুৰি কামপুৰ অঞ্চল অৱস্থিত। নগাঁও চহৰৰ পৰা ৩০ কিঃমিঃ দক্ষিণে কামপুৰ নগৰ অৱস্থিত। কামপুৰ এখন উন্নত ঠাই। ১৯৯৬ চনৰ ৩ ডিচেম্বৰ তাৰিখে অসম চৰকাৰৰ গেজেট জাননীত কামপুৰ টাউন কমিটি গঠনৰ সিদ্ধান্ত প্ৰকাশ পায়। অতীতৰ পৰাই কামপুৰ কাৰ্বি-আংলং জিলাৰ দুৱাৰ স্বৰূপ হৈ আছে। কামপুৰ পৰা ২০ কিঃমিঃ দক্ষিণেই কাৰ্বি-আংলং জিলাৰ সীমা। ইংৰাজী ১৯৬০-৬৫ চনৰ ভিতৰত কপিলী নৈৰ ওপৰেৰে দিয়া পকী দলঙে পাহাৰীয়া জিলা খনৰ সৈতে যোগাযোগৰ ক্ষেত্ৰত যথেষ্ট সহায় কৰিছে। কামপুৰ চক্ৰৰ মাটি-কালি ১৪৩’১৭ বৰ্গমাইল। কামপুৰ মৌজাত ১৩৫ খন গাঁও আছে। এসময়ত কামপুৰ চাৰ্কোল অসমৰ ভিতৰতে সৰ্ববৃহৎ চাৰ্কোল আছিল আৰু ই লামডিং পৰ্যন্ত সামৰি লৈছিল। ২০১১ চনৰ লোক-পিয়ল অনুসৰি কামপুৰ জনসংখ্যাৰ ৯৪,৮৪৪ জন পুৰুষ আৰু ৯০,২৪৩ জন মহিলা, তথা সৰ্বমুঠ ১৮৫,০৮৭ জন জনসংখ্যা আছে।

                                     

1. কামপুৰ নামৰ উৎপত্তি

কামপুৰ নামটোৰ উৎপত্তি সম্পৰ্কত কেইবাটাও জনশ্ৰুতি আছে। যেনে-

  • ডিমাচা কছাৰী ভাষাত ‘খাম’ মানে ‘কোনো ঠাই অধিকাৰ কৰা’, ‘বহা’ বুজায়। ‘পুৰ’ মানে শাৰী শাৰীকৈ গাঁও পাতি বসতি স্থাপন কৰা বুজায়। পুৰ মূলত সংস্কৃত শব্দহে। গতিকে খাম+পুৰ >, কামপুৰ হ’ব পাৰে। উল্লেখযোগ্য যে পূৰ্বে কামপুৰ কছাৰী পাৰ নামেৰেহে জনাজাত আছিল। খামপুৰ >, কামপুৰ শব্দই কছাৰী সকলে কপিলী নৈৰ পাৰত বসতি স্থাপনৰ ইংগিত দিয়ে।.
  • আন এক কিংবদন্তি মতে, মহাভাৰতৰ যুগত এই অঞ্চলতেই দ্বিতীয় পাণ্ডৱ ভীমৰ লগত হিড়িম্বদাৰ আৰু অৰ্জুনৰ লগত প্ৰমীলা সুন্দৰীৰ কামনা পূৰ্ণ হৈছিল বাবেএই অঞ্চলৰ নাম কামপুৰ নামে প্ৰখ্যাত হৈছিল।.
  • প্ৰত্নতত্ববিদ ৰাজমোহন নাথ The Background of Assamese Culture, ভাষাতাত্বিক ডক্টৰ বাণিকান্ত কাকতী কলিতা জাতিৰ ইতিবৃত্ত, শ্ৰী প্ৰমোদ বৰা শ্ৰীশ্ৰী ৰত্নাৱলী থানৰ ইতিবৃত্ত আদি গৱেষক সকলে ১০৯০-১১১৫ খৃঃ ত ৰাজত্ব কৰা মহাৰাজ ধৰ্মপাল দেৱে কপিলী উপত্যকাৰ বৰ্তমানৰ কামপুৰতে ৰাজধানী পাতি ৰাজ্য শাসন কৰিছিল বুলি মত প্ৰকাশ কৰিছে। ইতিহাসবিদ কনকলাল বৰুৱায়ো তেখেতৰ Early history of Kamrupa গ্ৰন্থত প্ৰাকবৈদিক আৰ্য মূলীয় বৰাহী ভৌমপাল ৰজাসকলে কপিলী উপত্যকাত ৰাজত্ব কৰাৰ কথা উল্লেখ কৰিছে। ভৌম পাল বৰাহী বংশৰ ৰজা মহামানিক্যদেৱে কামপুৰৰ বুন্দুৰা-বুটিকুৰা গাঁও অঞ্চলত ৰাজত্ব কৰিছিল ইয়াত প্ৰাচীন স্থাপত্য ভাস্কৰ্যৰ অৱশেষ প্ৰত্নতত্ব বিভাগে সংৰক্ষণ কৰিছে বুলি গৱেষক প্ৰমোদ বৰাই একাধিক প্ৰৱন্ধত উল্লেখ কৰিছে। ভুঞাসকলৰ আদি চৰিত্ৰ পুথিত উল্লেখ থকা মতে, সগৰ ভূঞাৰ বংশৰ শ্যামন্ত ভুঞাই কামপুৰত ৰাজধানী পাতি কমতাপুৰৰ কৰতলীয়া ক্ষুদ্ৰ ৰাজ্য এখন স্থাপন কৰিছিল।.
                                     

2. পৰিবহন

ৰেলপথ

কামপুৰ অঞ্চলৰ মাজ মজিয়াতে স্থাপন হৈছে ৰেল আস্থান, যি গুৱাহাটী ৰেল আস্থানৰ পৰা প্ৰায় ২ ঘন্টাৰ দূৰত্ব আৰু কিলোমিটাৰ হিচাপে ১১৫ । নাম কামপুৰ ৰেলোৱে ষ্টেচন কড-KWM । এই কামপুৰ ৰেল আস্থানত অসমৰ মাজেৰে যোৱা প্ৰায় কেইখন ৰেল ৰখোৱা হয় । মূলতঃ ১৫৯২৮, বি.জি. এক্সপ্ৰেছ ১৫৬৬৬, গুৱাহাটী ইন্টাৰচিটি ১৫৬০৬, ইন্টাৰচিটি এক্সপ্ৰেছ ১৫৬০৪, ব্ৰহ্মপুত্ৰ মেইল ১৪০৫৫, ইন্টাৰচিটি এক্সপ্ৰেছ ১৫৭১৮, লামডিং কামাখ্যা যাত্ৰীবাহী ৫৫৬০২, লামডিং-আলিপুৰযোৱাৰ এক্সপ্ৰেছ ১৫৪৭০ আদি ।

বিমানপথ

ইয়াৰ নিকটবৰ্তী বিমান বন্দৰ হৈছে লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ আৰু তেজপুৰ বিমানবন্দৰ ।

                                     

3. উল্লেখযোগ্য শিক্ষা প্ৰতিষ্ঠান

  • কামপুৰ উচ্চত্তৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়.
  • কামপুৰ কামেশ্বৰ বৰঠাকুৰ মজলীয়া বিদ্যালয়.
  • ডেফডিল ইংলিছ স্কুল.
  • কামপুৰ জাতীয় বিদ্যালয়.
  • কামপুৰ আদৰ্শ উচ্চ ইংৰাজী বিদ্যালয়.
  • গুৰুকুল প্ৰাক্-প্ৰাথমিক,গুৰুকুল মজলীয়া,গুৰুকুল উচ্চ মাধ্যমিক,গুৰুকুল কনিষ্ঠ মহাবিদ্যালয়,গুৰুকুল ডিঃএলঃ এডঃ কলেজ.
  • পূব কামপুৰ উচ্চ মাধ্যমিক বিদ্যালয়.
  • শংকৰদেৱ শিশু বিদ্যা নিকেতন, কামপুৰ.
  • জ্যোতি-বিষ্ণু-ভূপেন JBB কণিষ্ঠ মহাবিদ্যালয়।.
  • কামপুৰ ছোৱালী স্কুল.
  • কামপুৰ মহাবিদ্যালয়.
  • মাধৱ কন্দলী কনিষ্ঠ মহাবিদ্যালয়, কামপুৰ.
                                     
  • ক ন দ ৰস থল হ ল ক মপ ৰ মহ ব দ য লয মহ ব দ য লয খন খ ৰ ষ ট ব দত স থ প ত কৰ হ ছ ল আৰ গ ৱ হ ট ব শ বব দ য লয ৰ স ব ক ত প ৰ প ত এই ক মপ ৰ মহ ব দ য লয
  • ক মপ ৰ উচ চতৰ ম ধ যম ক আৰ বহ ম খ ব দ য লয হ ছ অসমৰ নগ ও জ ল ৰ ভ তৰত এখন প ৰণ উল ল খয গ য ব দ য লয
  • শ ৰ শ ৰ ম ধৱ থ ন অসমৰ এখন ধৰ মস থ ন ই নগ ও জ ল ৰ ক মপ ৰ নগৰৰ পৰ প ৰ য ক ম দক ষ ণ ম ধৱপ ৰ প হ ৰৰ ওচৰত ল প ক ৰ ব চ ন ব বৰ প ন নদ ৰ
  • ল মড হয বৰগ ও, নগ ও, চ পৰম খ, হ জ ই, লঙ ক ল মড ক মপ ৰ শ লঘ ট নগ ও, ৰ পহ হ ট, জ ৰ য ক মপ ৰ কল য বৰ, হ জ ই, ধ ডবক ৰহ চ পৰম খ, শ লঘ ট
  • ন টৱৰ ক অৱ পজ ট ভ প পল গঠন কৰ জ হ নৱ গ স ব ম য চনত নগ ও জ ল ৰ ক মপ ৰ নগৰত জন মগ ৰহণ কৰ চ ৰ গৰ ক ভ ই - ভন ৰ ত খ ত আছ ল জ য ষ ঠ সপ তম শ ৰ ণ ত
  • ক ৰ ব স খ ট ছ ল বহ ত প থ অধ যয নৰ লগত স হ ত য চৰ চ ও কৰ ছ ল নগ ও জ ল ৰ ক মপ ৰ ৰ জহ চক ৰৰ ত ত ল সৰ গ ৱত চনৰ ছ প ট ম বৰ দ ওব ৰ আহ ন
  • Mahavidyalaya, বঙ ইগ ও ক ছ ৰ মহ ব দ য লয শ লচৰ ক কৰ ঝ ৰ মহ ব দ য লয ক মপ ৰ মহ ব দ য লয ক মপ ৰ গ ৱ লপ ৰ মহ ব দ য লয গ ৱ লপ ৰ চ ক ব ব ণ জ য মহ ব দ য লয
  • শ ণ তপ ৰ, মধ প ৰ, প ৰ গজ য ত ষপ ৰ, গ ৰ প ৰ, চন দ ৰপ ৰ, ধ ৰ প ৰ, গহপ ৰ, লখ প ৰ, ক মপ ৰ বদৰপ ৰ, কমলপ ৰ, ত ম লপ ৰ, ধৰ মপ ৰ, ম ছলপ ৰ, দ শপ ৰ, ৰ মপ ৰ, অভয প ৰ, গ প লপ ৰ
  • ৰজ গ ৱৰ অক ষ শ 26.041341 N, আৰ দ ৰ ঘ ম শ 92.601790 E ওচৰৰ ট ৰ ন ষ ট চন ক মপ ৰ kwm ক মপ ৰৰ পৰ সন ধ য বজ ল ক স ন দৰ য গ য গ ব যৱস থ আছ ত ৰ উপৰ
  • চ দত তৰ ৰ দশকত চলচ চ ত ৰখন যথ ষ ট জনপ ৰ য ত অৰ জন কৰ ছ ল নগ ৱৰ ক মপ ৰ ম জ ৰ ম জ দ ৰ সৰ ব শ বৰ শইক য ৰ ন ত য ক মইন ই দ উত কক সৰ ত ই হ ৰ ৱ ৰ প ছত
  • প ৰ ভ ঠ মথ ৰ ব ন দ বন, চ খ ট স থ ন, নবৰত ন - সভ ইচ ছ ক ছ প ষ পক ব ম ন, ক মপ ৰ আৰ বৰপ ট আদ ব ভ ন ন ন ম ৰ জন য য ই ৰ জ শ সনৰ অধ নল অহ ৰ আগ য বৰ তম নৰ


                                     
  • স পটগ ৰ ম ব ল স প ৰ চ পৰ ধ ম জ ধ ম জ চ ল পথ ৰ নগ ও নগ ও ক মপ ৰ ৰহ ডবক হ জ ই ল মড ল ক ধ নলব ৰ নলব ৰ ট হ বঙ ইগ ও
  • স পটগ ৰ ম ব ল স প ৰ চ পৰ ধ ম জ ধ ম জ চ ল পথ ৰ নগ ও নগ ও ক মপ ৰ ৰহ ডবক হ জ ই ল মড ল ক ধ নলব ৰ নলব ৰ ট হ বঙ ইগ ও
  • স পটগ ৰ ম ব ল স প ৰ চ পৰ ধ ম জ ধ ম জ চ ল পথ ৰ নগ ও নগ ও ক মপ ৰ ৰহ ডবক হ জ ই ল মড ল ক ধ নলব ৰ নলব ৰ ট হ বঙ ইগ ও
  • স পটগ ৰ ম ব ল স প ৰ চ পৰ ধ ম জ ধ ম জ চ ল পথ ৰ নগ ও নগ ও ক মপ ৰ ৰহ ডবক হ জ ই ল মড ল ক ধ নলব ৰ নলব ৰ ট হ বঙ ইগ ও
  • ড জ ইন প ৰত ষ ঠ ন, অসম অন য ন য মহ ব দ য লয উত তৰ লখ মপ ৰ মহ ব দ য লয ক মপ ৰ মহ ব দ য লয ক শৱ চন দ ৰ দ স ব ণ জ য মহ ব দ য লয গ গ ম খ মহ ব দ য লয গ ৰ শ বৰ
  • ব ৰ ন দ ৰ ক ম ৰ ভট ট চ ৰ য বঙ ইগ ও য গ শ দ স ব হপ ৰ য ব ৰ ণ বৰকটক ক মপ ৰ মহ ন দ ৰ বৰ প ঠশ ল ক ৰ ত ন থ হ জৰ ক হ ইল ক ন দ মহ ম বৰ
  • ড জ ইন প ৰত ষ ঠ ন, অসম অন য ন য মহ ব দ য লয উত তৰ লখ মপ ৰ মহ ব দ য লয ক মপ ৰ মহ ব দ য লয ক শৱ চন দ ৰ দ স ব ণ জ য মহ ব দ য লয গ গ ম খ মহ ব দ য লয গ ৰ শ বৰ
  • স পটগ ৰ ম ব ল স প ৰ চ পৰ ধ ম জ ধ ম জ চ ল পথ ৰ নগ ও নগ ও ক মপ ৰ ৰহ ডবক হ জ ই ল মড ল ক ধ নলব ৰ নলব ৰ ট হ বঙ ইগ ও
  • ড জ ইন প ৰত ষ ঠ ন, অসম অন য ন য মহ ব দ য লয উত তৰ লখ মপ ৰ মহ ব দ য লয ক মপ ৰ মহ ব দ য লয ক শৱ চন দ ৰ দ স ব ণ জ য মহ ব দ য লয গ গ ম খ মহ ব দ য লয গ ৰ শ বৰ
  • স পটগ ৰ ম ব ল স প ৰ চ পৰ ধ ম জ ধ ম জ চ ল পথ ৰ নগ ও নগ ও ক মপ ৰ ৰহ ডবক হ জ ই ল মড ল ক ধ নলব ৰ নলব ৰ ট হ বঙ ইগ ও
  • ড জ ইন প ৰত ষ ঠ ন, অসম অন য ন য মহ ব দ য লয উত তৰ লখ মপ ৰ মহ ব দ য লয ক মপ ৰ মহ ব দ য লয ক শৱ চন দ ৰ দ স ব ণ জ য মহ ব দ য লয গ গ ম খ মহ ব দ য লয গ ৰ শ বৰ
  • স পটগ ৰ ম ব ল স প ৰ চ পৰ ধ ম জ ধ ম জ চ ল পথ ৰ নগ ও নগ ও ক মপ ৰ ৰহ ডবক হ জ ই ল মড ল ক ধ নলব ৰ নলব ৰ ট হ বঙ ইগ ও
  • স পটগ ৰ ম ব ল স প ৰ চ পৰ ধ ম জ ধ ম জ চ ল পথ ৰ নগ ও নগ ও ক মপ ৰ ৰহ ডবক হ জ ই ল মড ল ক ধ নলব ৰ নলব ৰ ট হ বঙ ইগ ও
                                     
  • ড জ ইন প ৰত ষ ঠ ন, অসম অন য ন য মহ ব দ য লয উত তৰ লখ মপ ৰ মহ ব দ য লয ক মপ ৰ মহ ব দ য লয ক শৱ চন দ ৰ দ স ব ণ জ য মহ ব দ য লয গ গ ম খ মহ ব দ য লয গ ৰ শ বৰ
  • ড জ ইন প ৰত ষ ঠ ন, অসম অন য ন য মহ ব দ য লয উত তৰ লখ মপ ৰ মহ ব দ য লয ক মপ ৰ মহ ব দ য লয ক শৱ চন দ ৰ দ স ব ণ জ য মহ ব দ য লয গ গ ম খ মহ ব দ য লয গ ৰ শ বৰ
  • ড জ ইন প ৰত ষ ঠ ন, অসম অন য ন য মহ ব দ য লয উত তৰ লখ মপ ৰ মহ ব দ য লয ক মপ ৰ মহ ব দ য লয ক শৱ চন দ ৰ দ স ব ণ জ য মহ ব দ য লয গ গ ম খ মহ ব দ য লয গ ৰ শ বৰ
  • ড জ ইন প ৰত ষ ঠ ন, অসম অন য ন য মহ ব দ য লয উত তৰ লখ মপ ৰ মহ ব দ য লয ক মপ ৰ মহ ব দ য লয ক শৱ চন দ ৰ দ স ব ণ জ য মহ ব দ য লয গ গ ম খ মহ ব দ য লয গ ৰ শ বৰ
  • ড জ ইন প ৰত ষ ঠ ন, অসম অন য ন য মহ ব দ য লয উত তৰ লখ মপ ৰ মহ ব দ য লয ক মপ ৰ মহ ব দ য লয ক শৱ চন দ ৰ দ স ব ণ জ য মহ ব দ য লয গ গ ম খ মহ ব দ য লয গ ৰ শ বৰ
  • ড জ ইন প ৰত ষ ঠ ন, অসম অন য ন য মহ ব দ য লয উত তৰ লখ মপ ৰ মহ ব দ য লয ক মপ ৰ মহ ব দ য লয ক শৱ চন দ ৰ দ স ব ণ জ য মহ ব দ য লয গ গ ম খ মহ ব দ য লয গ ৰ শ বৰ

Users also searched:

কমপৰ, কামপুৰ, অসমৰ নগৰ-মহানগৰ. কামপুৰ,

...

Encyclopedic dictionary

Translation

কামপুৰ মহাবিদ্যালয়ত ৩৪,৬৪,১৬৪.

নগাঁৱৰ কামপুৰ বজাৰত মাস্ক আৰু চেনিটাইজাৰ বিতৰণ কৰিলে নগাঁও লোকসভা সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে ৷ বজাৰখনৰ প্ৰতিগৰাকী ব্যৱসায়ীক মাস্ক আৰু চেনিটাইজাৰ. নগাওঁ জিলাত কৰোনাত আক্রান্ত লোকৰ. কামপুৰ,ৰহা, নগাঁও লাইভ. কামপুৰ,ৰহা, নগাঁও লাইভ. যিকোনো খবৰ যি আপোনাক উপকৃত কৰিব এইটো এটা ব্যক্তিগত মেদিয়া চেনেল আপোনাৰ সুবিধাৰ্থে. Claim ownership or report listing. যিবোৰ কথা আজি. কামপুৰ বজাৰত মাস্ক আৰু চেনিটাইজাৰ. By দৈনন্দিন বাৰ্তা Last updated May 27, 2020. কপিলী নৈৰ বাঢ়নী পানীৰ কৱলত কামপুৰ. 0 51. Share. নগাঁও. কৰোনা ভাইৰাছ সংক্ৰমণৰ ভয়াবহতা মাজতেেই বছৰৰ প্ৰথমটো বানৰ কবলত পৰিছে ৰাজ্যৰ বিভিন্ন. কামপুৰ কচুৱা ১নং জুকুটাত ADITINEWS. ১৬, নাৰায়নপুৰ টাউন. ১৭, মৰিগাওঁ টাউন, মৰিগাওঁ. ১৮, ধিং টাউন, নগাওঁ. ১৯, লামডিং টাউন. ২০, নগাওঁ টাউন. ২১, ডবকা টাউন. ২২, কামপুৰ টাউন. ২৩, ৰহা টাউন. ২৪, টিহু টাউন, নলবাৰী. ২৫, নাজিৰা টাউন.





কামপুৰ তেতেলিসৰা বামুন দলং বলুকাত.

Location: Kampur Veterinary Hospital, কামপুৰ বজাৰ পথ, Dakhin Chang Chaki, Assam, India Get Directions Formatted Address: Kampur Veterinary Animal Hospital, Kampur, কামপুৰ বজাৰ পথ, Dakhin Chang Chaki, Assam 782426, India Street Address: কামপুৰ বজাৰ পথ,​Dakhin Chang. মৰণফাণ্ডত পৰিণত কামপুৰ বৈঠালাংচু. Poorabiya Express: कोसी की शान से दिल्ली महान तक Md Rashid Alam KWM Kampur 2 PFs. কামপুৰ कामपुर. Track: Construction Doubling Electrification.


Automatically generated PDF from existing images. NRC, Assam.

কামপুৰ কচুৱা ১নং জুকুটাত নৃশংস হত্যা কাণ্ড. By admin on October 11, 2020. এজন পাষণ্ডই হত্যা কৰিলে সাত বছৰীয়া শিশুক ৷ অতুল বিশ্বাস নামৰ পাষাণ্ডটোৱে মৰিয়াই মৰিয়াই হত্যা কৰিলে সাত. এফালে কৰণা মহামাৰীৰ ভয়ংকৰ ৰুপ আৰু. আজি কামপুৰ, গােৱধন আৰু চন্দ্রপুৰ এন. আৰ চি সেৱাত স্থানীয় বি এল অ, গাঁওবুঢ়া আৰু এল আৰ. চি আৰসকলৰ একোখনকৈ সভাত এই নির্দেশ দিয়ে. বিষয়াজনে। উল্লেখ্য যে বিষয়াগৰাকীয়ে আজি. অসমৰ কেইটামান বিশেষ উদ্যোগ. কামপুৰ বখালাংছু ৰােড় এফএইচ ৰাড় বৈখালাংছু যােৱাৰ. সোঁফালৰ ৰজলি এম.ই.​স্কুলৰ ২কি.মি.ৰ ভিতৰত. নগাওঁ. নিয়মীয়া. এচ চি. চি এফ এম. লটাৰী. জালুকবাৰিৰ পৰা এনএইচ১৭ৰ এলজিবিআই.





কামপুৰ মহাবিদ্যালয়ত ব্যাপক.

অগ্রদূত বার্তা. কচুৱা, ৬ আগষ্ট ঃ কামপুৰ ৰাজহ চক্র। অন্তর্গত গৰুবাটৰ মাধৱপৰা পঞ্চায়তৰ. কেন্দ্ৰত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ. কাম লেহেমীয়া গতিত আগবাঢ়িছে।. Press Release dtd. 17 12 2016. Girls School UP ছোৱালী স্কুল উ.প্ৰা. Dakhin Chang Chaki Assam 782426 India phone: 2.8 KM distance Details. Balika LPS বালিকা বিদ্যালয়. Dakhin Chang Chaki Assam 782426 India phone: 3.0 KM distance Details. M.V School Kampur. কামপুৰ বজাৰ পথ Dakhin Chang. ৬দিনৰ বাবে কামপুৰ Asomiya Pratidin. লগতে কামপুৰ বনাঞ্চলিক বিষয়া আৰু কৰ্মচাৰীৰ ওপৰতাে বিভাগীয় ব্যৱস্থা গ্ৰহণৰ বাবে প্রস্তুতি. চলােৱা হৈছে। এই সম্পর্কত বন বিভাগৰ ফালৰ পৰা মাননীয় বনমন্ত্রীৰ.


নগাঁৱৰ কামপুৰত কোভিড ১৯ ত আক্রান্ত.

মাধৱপাৰা. গাঁও পঞ্চায়ত ভি চি ডি চিৰ নাম. মাধৱপাৰা. ৰাজহ চক্ৰৰ নাম. কামপুৰ. জিলাৰ নাম. নগাঁও. বন সংমণ্ডলৰ নাম. নগাঁও. বন আঞ্চলিকৰ নাম. কামপুৰ. বন লাটৰ নাম. বৰপথাৰ. গঠন হােৱা বছৰ. MADHABPARA JFMC ARH.pmd. চক্ৰ বিষয়াৰ কাৰ্যালয়, কামপুৰ ৰাজহ চক্র, কামপুৰ. পমিলা গাঁও পঞ্চায়তৰ কাৰ্যালয়, পমিলা, কামপুৰ শিঙ্গিমাৰী গাঁও পঞ্চায়তৰ কাৰ্যালয়, শিঙ্গিমাৰী, কামপুৰ. ৪৯।. কামপুৰত ড্ৰাগছ সহ এজন যুৱকক আটক. চৰকাৰী ধনৰ অপব্যৱহাৰৰ অভিযোগত কামপুৰ মহাবিদ্যালয়ৰ প্ৰাক্তন ভাৰপ্ৰাপ্ত অধ্যক্ষ হিৰেন্দ্ৰ নাথ শৰ্মাক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ৷. সকলোকে লাগে ফ্লাইঅভাৰ, ৰেলৱেৰ. কামপুৰঃ অসমীয়া জাতীয় পৰম্পৰা ৰক্ষা কৰি কামপুৰ তেতেলিসৰা বামুন দলং বলুকাত মহ পালকসকলে অনুষ্ঠিত কৰিলে মহ যুঁজ। গুণা ম​হৰ কোলা শিঙৰ জনজননীয়ে আপ্লুত কৰিলে বহুজনক।. অসম সাহিত্য সভা Asam Sahitya Sabha. আজি নতুনকৈ কভিড ১৯ পজিটিভ নিশ্চিত হোৱা লোকসকল হল মহাৰাষ্ট্ৰৰ পৰা আহি কামপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কোৱাৰেণ্টাইন হৈ থকা কচুৱা হাতীগড়ৰ সত্যন্না বিশ্বাস ২৬, তৰুণ. ৰাখে হৰি মাৰে কোনে আত্মহত্যাৰ্থে. সকলোকে লাগে ফ্লাইঅভাৰ, ৰেলৱেৰ বুলডেজাৰৰ খুন্দাত চুৰমাৰ কামপুৰ বজাৰ… কৰি সমগ্ৰ কামপুৰ চহৰত বিদ্যুত খুঁটাত এইবোৰ ওলমাই নিজৰ দোকানত স্থাপন কৰা প্লেয়াৰ চেটৰ.


কামপুৰত অসম ৰাজ্যিক গ্ৰামীণ.

কামপুৰত বোৱাৰীৰ ৰহস্য জনক মৃত্যুক কেন্দ্ৰ কৰি উত্তেজনা। ডিজিটেল ডেক্ম ​কামপুৰ মহামাৰী কৰণাৰ সময়ত সন্মুখৰ পৰা যুজ দিয়া স্বাস্থ্য কৰ্মী আৰক্ষী ​সাংবাদিক. কামপুৰত ৰাস পূৰ্নিমাৰ দিনাই. ১৯৮৬, কামপুৰ অধিৱেশন. name. যোগেশ দাস. ১৯৮৫, বিহপুৰীয়া অধিৱেশন. name. ড° বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্য. ১৯৮৩, বঙাইগাঁও অধিৱেশন. name. সীতানাথ ব্ৰহ্মচৌধুৰী. ১৯৮১ তিনিচুকীয়া. Kampur Railway Station Timeline Railway Enquiry India Rail Info. আহিনমহীয়া বানে তচনচ কৰি পেলাইছে নগাঁও জিলাৰ কামপুৰ আৰু ৰহাৰ বিস্তীৰ্ণ অঞ্চল।​নেৰানেপেৰা বৰষুণ আৰু কাৰ্বি লাংপি জলবিদ্যুৎ প্ৰকল্প‌ই পানী এৰি দিয়াৰ বাবেই​.





Schools in Kathiatoli Onefivenine.

ASSAM TIMES POST নগাঁও: নগাঁও জিলাৰ কামপুৰত ক​ৰণা আক্ৰান্ত এজন ৰোগীৰ মুক্ত বিচৰণক লৈ আতংকৰ সৃষ্টি হয় ৷ আনহাতে এই ঘটনাৰ ফলত গণ সংক্ৰমণৰ আশংকা প্ৰকাশ কৰিছে অঞ্চলটোৰ. Appointment of Retail Outlet Dealerships in the State of Assam by. কামপুৰ কামপুৰত ৰাস পূৰ্নিমাৰ দিনাই আৰ্বিভাৱ হল ৰাধা কৃষ্ণৰ। কামপুৰ কহাঢ়গাঁৱত ৰাস পূৰ্নিমাৰ দিনাই উদ্ধাৰ হয় এটা ৰাধা কৃষ্ণৰ অস্ত্ৰধাতুৰ মূৰ্তি।. কামপুৰ মহাবিদ্যালয়ত The Sentinel. অসমীয়া বাংলা Bodo LIVE ▷. More. Search. Home Tags কামপুৰ আৰক্ষী. Tag: কামপুৰ আৰক্ষী. Photo: Time8 অসম. Uncategorized – Page 4 – Asom Aditya – অসম আদিত্য. ৮ চিমেণ্ট কাৰখানা বোকাজান। ৯ চেনীকল বৰুৱাবামুন গাওঁ, চৰগোলা আৰু কামপুৰ। ১০ ৰেলইঞ্জিন মেৰামতি বঙাইগাওঁ, ডিব্ৰুগড়। ১১ তাপবিদ্যৎ উৎপাদন নামৰুপ, লাকুৱা, চন্দ্ৰপুৰ,.


Kampur, Nagaon কামপুৰ: বঢ়মপুৰ সমষ্টিৰ.

চৰকাৰ আৰু উদ্যোগ কৰ্তৃপক্ষৰ কেতবোৰ ভুল নীতিৰ বাবেই যেনেকৈ দেৰগাওঁৰ বৰুৱাবামুন গাওঁ চেনি কল,নগাৱঁৰ কামপুৰ চেনিকলকে ধৰি শেহতীয়াকৈ কাছাৰ আৰু জাগীৰোডৰ নগাঁও. 1±Ê√…Ó¬ ¤Àfl¡ø √Ú±˝ √ 49Ê√Ú ¬ÛøÊ√øȬˆ¬ Profile Login. কামপুৰ বাৰেগোগা মাথাউৰি ওপৰেৰে বৈছে পানী​। যিকোনো সময়ত ছিঙি যাব পাৰে মাথাউৰিটো। কামপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বকুলগুৰি, নলাপাৰ, মাজৰআটী, ১নং কলনীৰ বিপদ সীমাৰ.





কপিলী নৈৰ বাঢ়নী পানীৰ কৱলত কামপুৰ.

কামপুৰত ৰাস পূৰ্নিমাৰ দিনাই উদ্ধাৰ হয় এটা ৰাধা কৃষ্ণৰ মূৰ্তি. Uncategorized অভিযানত আৰক্ষীয়ে কামপুৰ কাকতি গাঁৱত ৪২ কেজি গাঞ্জা জব্দ কৰে। এখন ইটা কঢ়িওৱা…. কামপুৰ আৰক্ষী Archives TIME8 News. ফলত অর্থনৈতিক সংকটৰ সন্মুখীন হােৱা কামপুৰ তেতেলীসৰা, বামুণিজান, কক্লাইখােৱা​. সৰ্থেবাৰী, ২২ মেঃ বৰপেটা জিলাৰ সৰ্থেবাৰী ৰাজহ চক্ৰৰ বতিয়া গাঁৱত নিজা বাতৰি. Kampur Veterinary Hospital Vets. মৰণফাণ্ডত পৰিণত হৈছে কামপুৰ বৈঠালাংচু সংযোগী পথ। এই পথটোতে কামপুৰত দুটা দিনত চাৰিটাকৈ ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনাত থিতাতে নিহ.


Automatically generated PDF from existing images. NRC.

কামপুৰত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ বহাগী মেলা দুৰ্ণীতিৰ দৰ্পণ সেৱা, শান্তনু কুমাৰ শৰ্মা, কঠীয়াতলী, ৮ এপ্ৰিলঃ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ. নতুন প্ৰকল্পৰ প্ৰস্তাব অসম নগৰ. মধ্য অসমৰ নগাঁও জিলাৰ কামপুৰৰ একমাত্ৰ উচ্চ শিক্ষানুষ্ঠান কামপুৰ মহাবিদ্যালয়ৰ.


...
Free and no ads
no need to download or install

Pino - logical board game which is based on tactics and strategy. In general this is a remix of chess, checkers and corners. The game develops imagination, concentration, teaches how to solve tasks, plan their own actions and of course to think logically. It does not matter how much pieces you have, the main thing is how they are placement!

online intellectual game →