Back

★ চানডুবি বিল - অসমৰ পৰ্যটনস্থলী ..



চানডুবি বিল
                                     

★ চানডুবি বিল

চানডুবি বিল অসমৰ কামৰূপ জিলাৰ ৰাভা হাচং স্বায়ত্বশাসিত পৰিষদ এলেকাত অৱস্থিত এখন প্ৰাকৃতিক বিল। গুৱাহাটী মহানগৰৰ পৰা এই স্থান প্ৰায় ৬৪ কিলোমিটাৰ দূৰত। অসম আৰু মেঘালয়ৰে আবৃত গাৰো পাহাৰৰ পাদস্থানত এই বিল অৱস্থিত। এই অঞ্চলটো অৰণ্য, চাহ বাগিছা আৰু সৰু সৰু গাঁৱেৰে ভৰা। প্ৰতিবছৰে এক বুজন সংখ্যক লোক বনভোজৰ বাবে বা ফুৰিবলৈ এই বিললৈ আহে।

                                     

1. নামৰ উৎপত্তি

প্ৰচলিত জনবিশ্বাস অনুসৰি প্ৰাচীন কালৰ চান্দ সদাগৰৰ ধন-সোণেৰে ভৰা নাও ডুবি এই বিল সৃষ্টি হৈছিল। চান্দ সদাগৰৰ ডিঙা ডুবি এই বিল হোৱা বাবেই হেনো চান্দডুবি নাম পায়।

                                     

2. পৰ্যটন

প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰা এই বিলৰ দুইপাৰে বনভোজৰ বাবে স্থান আছে। সৰু নাৱত উঠি এই বিল পৰিভ্ৰমণ কৰিব পাৰি। পৰ্যটকৰ বাবে বিলত মাছ মৰাৰো সুবিধা কৰি দিয়া হয়। প্ৰতিবছৰে জানুৱাৰী মাহৰ প্ৰথম সপ্তাহত চানডুবি উৎসৱ অনুষ্ঠিত হয়। এই উৎসৱত স্থানীয় লোকসকলে পৰম্পৰাগত নৃত্য আৰু খাদ্য পৰিবেশন কৰে

                                     
  • খ ৰ ব ল গৰ ম ৰ ব ল ম লহ ত বধ স চ গ থ ইয চ নড ব ব ল দ পৰ ব ল শ লস ক ব ল মন দ ৰ ব ল ব ঘ শ বৰ ব ল ৰঙ ল ব ল ডৰ ব ল চ লচ ল ব ল ট ৰণৰঙ ঘগ ৰ জ ন
  • চ য ব গ গ হ ৰদ চ ল হ ৰদ দ পৰ ব ল পক ষ উদ য ন চ নড ব ব ল চ প ন ল হ ৰদ হ ফল হ ৰদ বৰদ ব ম ব লম খ পক ষ উদ য ন স ণ ব ল ক ৱ ৰ হ ৰদ পক ষ উদ য ন হম ৰচৰ
  • ব ল হ ছ চ ৰ ওফ ল স থলভ গ ঘ ৰ থক দ আৰ বহল স ব ভ ৱ ক জলভ গ স ধ ৰণত গ গ - ব ৰহ মপ ত ৰ সমভ ম অঞ চলৰ প ব ভ ৰত য ৰ জ য অসম আৰ পশ চ ম ব গৰ লগত ব ল দ শৰ
  • ন লগত অৱস থ ত ব ইহ ট চ ৰ আল ৰ মদন ক মদ ৱ দ ৱ লয আৰ দক ষ ণ ক মৰ পৰ চ নড ব ব ল আকৰ ষণ য পৰ যটন স থল বটদ ৰৱ থ ন ব বৰদ ৱ থ ন নগ ও চহৰৰ পৰ প ৰ য
                                     
  • চ নড ব ব ল

Users also searched:

কোন চনত চানডুবি বিলৰ সৃষ্টি হৈছিল, সষট, বষয, চনড, হছল, বলৰ, কনচনতচনডবলৰসষটহছল, চনডবল, চনডলৰবষয, চানডুবি বিল, অসমৰ পৰ্যটনস্থলী. চানডুবি বিল,

...

Encyclopedic dictionary

Translation

Chandubi Festival from 1st January, 2018.

চানডুবি বিল অসমৰ কামৰূপ জিলাত অৱস্থিত এখন প্ৰাকৃতিক বিল। গুৱাহাটী মহানগৰৰ পৰা এই স্থান প্ৰায় ৬৪ কিলোমিটাৰ দূৰত। অসম আৰু মেঘালয়ৰে আবৃত গাৰো পাহাৰৰ. 1 FEB 12.pmd Dainandin Barta. বিল আহিছে। ঠিক একেদৰে গুৱাহাটী মহানগৰীতাে দিয়াৰ পিছত মিটাৰ ৰীডিং সংগ্রহৰ কাম পাবলৈ ধৰাত এক প্রকাৰ জনজীৱন বিপর্যস্ত হৈ বিশেষকৈ মির্জা চানডুবি পথছােৱা উন্নয়নৰ. সফলতার স্বপ্ন Dreams of Success. দীপৰ বিল মাছৰ লগতে বিভিন্ন চৰাইৰ বাসভূমি। প্ৰায় ১২০ প্ৰজাতিৰ চৰাএই বিলৰ আবাসী। তদুপৰি শীতকালত বৃহৎসংখ্যক পৰিভ্ৰমী চৰাই ইয়ালৈ আহে। স্থানীয় লোকসকলে যাতে এই পক্ষী. Online News Portal The Janambhumi. ইয়াৰ পাছত বিভাগীয়. চানডুবি বিল। প্রকৃতিসৃষ্ট মনােৰম । আন্দোলনৰ বাবে উক্ত উৎসৱৰ বার্ষিক চানডুবি উৎসৱৰ লাইখুঁটা । আৰু মেৰামতিৰ ক্ষেত্ৰত. যাতায়াত কৰাৰ ব্যৱস্থা কৰা.





পহিলা জানুৱাৰীৰ পৰা চানডুবি মহোৎসৱ.

পৰ্যটনৰ প্ৰচুৰ সম্ভাৱনা থকা এই চানডুবি বিল সংৰক্ষণৰ ক্ষেত্ৰত ৰাজ্যৰ পৰ্যটন বিভাগে বিশেষ ব্যৱস্থা গ্ৰহণ নকৰাত বৰদুৱাৰ ভোলাগাওঁ আঞ্চলিক ৰাভা ছাত্ৰ সন্থাই. দীপৰ বিলৰ ঐতিহ্য Vikaspedia. সাধাৰণতে জলজ উদ্ভিদ বেছিকৈ থকা বিল বা আদ্রভূমিত এই চৰাইবিধ অধিক দেখিবলৈ পােৱা. যায়। চৰাইবিধ জাৰকালি অসমৰ আদ্রভূমি, বিল​, নদী আৰু জলাহৰ ওচৰে পাঁজৰে দেখিবলৈ পােৱা. যায়।. Untitled Assam Jatiya Bidyalay. ১৮৯৭ চনৰ ১২ জুনত অসমত হোৱা ভূমিকম্পৰ ফলত ৫ খন পাহাৰ মাটিৰ তলত ডুব যোৱাৰ ফলত সৃষ্টি হৈছিল চানডুবি বিলৰ। পৰ্যটনৰ প্ৰচুৰ সম্ভাৱনা থকা চানডুবি বিল সংৰক্ষণৰ. চানডুবি উৎসৱত পৰ্যটকৰ ভিৰ. কিছুমানে এইবুলিও মন্তব্য আগবঢ়ায় যে, চানডুবি বিল ১৮৯৭ চনৰ ভূমিকম্পৰ বহু হাজাৰ বছৰ আগৰপৰাই আছিল, কিন্তু ই বৰ্তমানৰ ৰূপত নাছিল। ১৮৯৭ চনৰ ভূমিকম্পৰ ফলত আজিৰ. চানডুবি বিল অসমৰ অসমীয়া. বিভিন্ন জনগোষ্ঠীয় সংস্কৃতিৰ সমাহাৰ, চানডুবি বিলৰ জৈৱ বৈচিত্ৰ সংৰক্ষণক মূল বিষয়বস্তু হিচাপে লৈ বিগত কেই বছৰ ধৰি উদযাপন কৰি অহা এই উৎসৱ পৰ্যটকৰ আকৰ্ষণৰ.


প্ৰস্তুতি তুংগত থকাৰ পিছতো কাৰ.

আসাম হাফলং হ্রদ, চাপানালা, শিবসাগর হ্র্‌, জয়সাগর হ্রদ, গৌরীসাগর হ্রদ, চানডুবি হ্রদ, রুদ্রসাগর হ্রদ, শিবসাগর, দীপর বিল পক্ষী অভয়ারণ্য, সোন বিল, সারন বিল. ৩. বিহার. Fl¡í1íÚ± Profile Login. Запрос должен включать:. চানডুবি উৎসৱ আয়োজনৰ প্ৰস্তুতি. প্রধান ৯খনকৈ বিল তথা উল্লেখনীয় পর্যটন ক্ষেত্রসমূহৰ ভিতৰত ঐতিহাসিক চানডুবি বিল​. ভারতের রাজ্য অনুযায়ী উল্লেখযোগ্য. দেশৰ বিভিন্ন জলাশয়, খাল বিল আদিলৈ পৰিভ্রমী পক্ষীৰ আগমন ঘটে। মহামাৰী কৰনাই বিশ্বৰ নৱবর্ষ ২০২১. চানডুবি উৎসৱ পৰ্যটনৰ সম্ভাৱণা আৰু ৰজাঘৰীয়াৰ অৱহেলা। এ,তহত দুয়াে.





ভারতের উল্লেখযোগ্য কিছু হ্রদ.

অসম বিধানসভাত গৃহীত হল মাদ্ৰাছা সম্পৰ্কীয় দ্য আছাম ৰিপিলিং বিল ২০২০ অসমৰ জনসাধাৰণৰ বাবে আকৰ্ষণৰ কেন্দ্ৰবিন্দু চানডুবি উৎসৱৰ ১১ সংখ্যক সংস্কৰণ আৰম্ভ হব নৱবৰ্ষৰ. পহিলা জানুৱাৰীৰ পৰা চানডুবি. গুৱাহাটীঃ অসমৰ ৯ খন প্রধান বিল তথা উল্লেখনীয় পর্যটন ক্ষেত্রসমূহৰ ভিতৰত ঐতিহাসিক চানডুবি বিল অন্যতম৷ তথ্য অনুসৰি, ১৮৯৭ চনৰ প্রবল ভূঁইকঁপৰ ফলত এই মনোমোহা বিলখনৰ. অসমৰ জলাশয়সমূহ MyGov Blogs. বিশ্বৰ আদ্ৰভূমিসমুহৰ অন্যতম গুৱাহাটীৰ দাঁতিকাষৰীয়া চানডুবিত অহা ১ জানুৱাৰীৰ. মহানগৰ Archives Page 35 of 195 নিয়মীয়া. নিয়মীয়া বাৰ্তা, ৩০ ডিচেম্বৰঃ অসমৰ ৯ খন প্রধান বিল তথা উল্লেখনীয় পর্যটন.





Pinaki Tours & Travels,Assam,north east, 1.Beltola Tiniali. Lakhimi.

চানডুবি, আসাম. ব্রহ্ম সরোবর, অর্থ বিষয়ক বিল কত প্রকার? উ:২ প্রকার 12.ভারতীয়. Class 7 Assamese Chapter 13 প্ৰাকৃতিক দুৰ্যোগ. দিনীয়াকৈ অনুষ্ঠিত হব চানডুবি মহোৎসৱ। চানডুবি মহোৎসৱৰ লাইখুটা পোতা হৈছে কালি। অসম চানডুবি মহোৎসৱ চানডুবি বিল পৰ্যটন. Dainik Agradoot 1 December.p65. বিল তথা জলাশয়সমূহ হল জৈৱ বৈচিত্ৰতাৰ এক প্ৰধান আধাৰ। বিভিন্ন পৰিভ্ৰমী চৰাই, জলজ উদ্ভিদ আৰু প্ৰাণীৰে ভৰা এই জলাশয়সমূহ। এই জলাশয়সমূহৰ প্ৰাকৃতিক ভাৰসাম্যতা. ক চানডুবি বিল কেনেকৈ সৃষ্টি হল. নদীখনৰ দুয়োপাৰৰ অঞ্চলবোৰ খাল, বিল, পিতনি আদিৰে ভৰি আছে। তেজপুৰ, মাজুলী, হাজো, হাফলং, ভালুকপুং, ভৈৰৱকুণ্ড, চানডুবি, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, মানাহ ৰাষ্ট্ৰীয় উদ্যান,. তিনি মিটাৰ গভীৰ চানডুবিৰ Asomiya Pratidin. ক চানডুবি বিল কেনেকৈ সৃষ্টি হল? উত্তৰঃ ১৮৯৭ চনৰ ভূইকপতেই কেইবাখনাে পাহাৰ তললৈ বহি গৈ চানডুবি বিলৰ সৃষ্টি হৈছিল । খ ১৯৫০ চনৰ ভূমিকম্পৰ ফলত অসমত কি কি পৰিবর্তন হৈছিল?. আসাম, হাফলং হ্রদ. শিবসাগর হ্রদ. জয়সাগর হ্রদ. রুদ্রসাগর হ্রদ. সোন বিল. চানডুবি হ্রদ. বিহার, কানওয়ার হ্রদ, এশিয়ার বৃহত্তম অশ্বখুরাকৃতি হ্রদ. চণ্ডীগড়, সুখনা হ্রদ.


...
Free and no ads
no need to download or install

Pino - logical board game which is based on tactics and strategy. In general this is a remix of chess, checkers and corners. The game develops imagination, concentration, teaches how to solve tasks, plan their own actions and of course to think logically. It does not matter how much pieces you have, the main thing is how they are placement!

online intellectual game →